Тёмный

ড০ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ মাজুলী অসম || @bhaktir sagor 

ভক্তিৰ  সাগৰ bhaktir sagor
Подписаться 75 тыс.
Просмотров 51 тыс.
50% 1

ড০ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ মাজুলী অসম
বৈদিক সনাতন সমাজ
চাউলধোৱা লেগাচুং বালিগাঁও শাখা নামঘৰ
সোণালী জয়ন্তী
নামঘৰৰ সংখ্যা বৃদ্ধি কৰিলেই আমাৰ মানসিকতাৰ উন্নতি হ'ব নে
#nitumoni saikia
rontu saikia
rontu saikia bhagawat path
#rontu saikia bhagawat path
rontusaikia
#mondira bhorali
bhagawat path
pranjit gogoi
pranjit gogoi bhagawat path
bhagawat
ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
স্থান খুটিকটীয়া নামঘৰ হাৱাজান
pranjit gogoibhagawat ptha
pranjit gogoi
ভাগৱত পাঠ
#ভক্তিৰ সাগৰ
#voktir sagor
bhaktir sagor
#bhakti Sagar
#pranjit gogoi bhagawat path
Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

Опубликовано:

 

20 мар 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 133   
@promodborah3768
@promodborah3768 7 дней назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ গীতৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ ধন্যবাদ ❤❤❤❤❤❤❤
@promodborah3768
@promodborah3768 3 дня назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ গীতৰ ভাগৱত শ্ৰৱণ কৰিভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ হকলোকে ধন্যবাদ ভগৱানে গোপীসকলক ভগৱান হকলোকে কূশল কামনা কৰি‌লো❤❤
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 11 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱতৰ ভিতৰতৰত থকা স্কন্ধ সমুহৰ ভাঙনি নিতান্তই প্ৰয়োজনীয় পদ্ধতি ব্যৱহাৰ জৰিয়তে আমাক কৃষ্ণিত হ'লেও জ্ঞান লাভ কৰাত যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰিৱ আপোনাৰ আৰ্শীষ প্ৰেৰণ কৰিবলৈ বিনমৰ ভাৱে প্ৰাৰ্থনা জনালোঁ।। সেৱা গ্ৰহণ কৰিব গুৰুদেৱ।।
@papuboruah7406
@papuboruah7406 11 дней назад
আপোনাৰ কথা শুনি থাকিবৰ মন জাই
@indrajitsaikia5809
@indrajitsaikia5809 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ আমাৰ সকলোৰে পৰম গুৰু জনাৰ ছৰনত ভক্তি ভৰা সেৱা জনোলু আৰু লগতে আসনত উপবিষ্ট হৈ থকা সকলোজনাৰ ছৰনত সেৱা জনোলু 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ
@brianbrownie709
@brianbrownie709 Месяц назад
হে কৃষ্ণ প্ৰভু । গুৰু জনাৰ চৰণত কোতি কোটি প্ৰণাম 🙏🙏🙏
@user-tl7hl1mn2t
@user-tl7hl1mn2t Месяц назад
প্ৰভু ঈশ্বৰে সকলো ঠিক কৈছে। সেৱা আগবঢ়ায় একআষাৰ আগবঢ়ালোঁ। ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। গীতা ভাগৱত বেদান্ত দৰ্শন ৰামায়ণ মহাভাৰত মহাকাব্য আদি শাস্ত্ৰ সমূহৰ ভিতৰত থকা দৰ্শন সমূহত আধ্যাত্মিকতাবাদৰ সম্পূৰ্ণ প্ৰভাৱ আছে। শাস্ত্ৰ সমূহ যদিও বাস্তৱ সত্য ঘটনাৰ দৰে স্থান কাল পাএ ৰজা মহাৰজা সেই সময়ৰ পৰিবেশ পৰিস্থিতি ৰীতি নীতিৰ খাদ্য প্ৰণালী ইত্যাদি হুবহু বাস্তৱ সত্য যেন লাগিলেও সকলো সময় ও কালৰ উপযোগীকৈ মানুহে ভাল বেয়া উপলব্ধি কৰিব পৰা কৈ লিখা হৈছিল। আচলতে বাজ্যিক উপযোগী বাদে ও এই শাস্ত্ৰ সমূহৰ দৰ্শন আধ্যাত্মিকতাবাদৰ ভূত উপস্থাপন কৰা হৈছিল। আধ্যাত্মিক জ্ঞান মানে আত্ম জ্ঞান বা ব্ৰহ্ম জ্ঞান। যি জ্ঞান সবাৰো উদ্ধত। ই জীৱন নিৰ্বাহৰ পদ্ধতি আৱিষ্কাৰৰ শৈক্ষিক জ্ঞান নহয় ্। এই জ্ঞানে ধীৰে ধীৰে স্বভাৱগত ভাৱে হ্নদয়ত ভৰি থকা কামনা বাসনা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক সকলো বেয়া গুনক দূৰ কৰিবলৈ সক্ষম হয়। সামাজিক বৈষম্যতা দূৰ কৰাৰ বাদে ও আত্ম বোধ আত্ম উপলব্ধি ইন্দ্ৰিয় আসক্তিৰ পৰা অতিন্দিয়‌ পাৰমাথিক চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণাৰে মানুহৰ পৰা মহামানুহ মহাপুৰুষ অতি মানৱ দেৱী দেৱতা ঈশ্বৰ ঈশ্বৰী পয্যায়লৈ লৈ যায়। গতিকে আধ্যাত্মিকতাবাদক এৰি শাস্ত্ৰ পঢ়ি আচল তত্ত্ব ৰহস্য নাপায়। আধ্যাত্মিকতাবাদৰ ওপৰত গুৰুত্ব দিয়া ভাল। প্ৰদীপ গগৈ। গুৱাহাটী।
@rinakalita927
@rinakalita927 Месяц назад
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম নিবেদিছোঁ
@jinuchawrok9178
@jinuchawrok9178 Месяц назад
কৃষ্ণ প্ৰভুজনাৰ চৰণত শতকোটি প্ৰণাম জনালোঁ 🙏🙏🙏🙏
@user-lq3mp3lf8v
@user-lq3mp3lf8v Месяц назад
কৃষ্ণ কৃষ্ণ 🙏 প্ৰভু শতকোটি প্ৰণাম জনালোঁ 🙏🙏🙏
@promodborah3768
@promodborah3768 Месяц назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কৰিভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ ধন্যবাদ ❤❤❤❤❤❤
@KamalaBaishaya-us6io
@KamalaBaishaya-us6io Месяц назад
Krishna krishna
@gayotridas-ko9fv
@gayotridas-ko9fv Месяц назад
কৃষ্ণ কৃষ্ণ প্ৰভূ প্ৰনাম।
@PrbinChutia
@PrbinChutia Месяц назад
জয় পৰম কৃপাময়ী মঙ্গলময়ী কৰুণাময়ী মহেশ্বৰ কৃষ্ণ তুমিয়েই এই ব্ৰহ্মানন্দৰ স্থিতি ই স্থিতি আৰু প্ৰলয়ৰো কাৰণ হেন জানি তোমাত লৈলো শৰণ । জয় পৰম কৃপালো গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ জয় শ্ৰী গুৰু মাধৱদেৱ জয় কৃপালো বাপজনা যাহাৰ জ্ঞান বন্তি গুণে গোচয় আমাৰ আমাৰ অজ্ঞান আন্ধাৰ। আমাৰ পৰম কৃপালো বাপজনাই আমাৰ সমাজ খন সৰ্বাঙ্গ সুন্দৰ কৰি গঢ়ি তুলিবলৈ বহুদিনৰ পৰাই অহোপুৰুষাৰ্থ কৰি আহিছে তাৰবাবে তেখেতৰ চৰণত শতকোতি প্ৰণিপাত জনাইছোঁ। কৃষ্ণ। কৃষ্ণ। কৃষ্ণ।
@diksha...3
@diksha...3 Месяц назад
প্ৰভূ জনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ
@tarunigogoi7984
@tarunigogoi7984 Месяц назад
Krishna Krishna probhu jonar podo yug lot pranam jonalu ❤❤🎉🎉🎉
@dipengogoi2598
@dipengogoi2598 Месяц назад
কৃষ্ণ হে আমাৰ দীক্ষা গুৰুৰ জনলৈ সহস্ৰ কোটি সেৱা জনালোঁ
@upakhisivam5568
@upakhisivam5568 Месяц назад
প্ৰভূ জনাৰ শ্ৰী চৰণত শতকৌতি প্ৰনাম জনালো ,কৃষ্ণ 🙏🙏🙏🙏
@promodborah3768
@promodborah3768 27 дней назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ ধন্যবাদ থাকিল ❤❤❤❤❤❤❤
@user-nq7hf5om6s
@user-nq7hf5om6s Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ সতকোটি সেৱা অৰ্পনা কৰিলো 🙏🙏🙏
@keshabbora7742
@keshabbora7742 Месяц назад
কৃষ্ণ কৃষ্ণ প্ৰভু জনৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা জনাইছো কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@arpanagogoi8434
@arpanagogoi8434 27 дней назад
কৃষ্ণ কৃষ্ণ প্ৰভু বহুত ভাল লাগিল।
@rohinimech1568
@rohinimech1568 Месяц назад
🙏🙏শ্ৰী শ্ৰী কৃষ্ণ 🙏🙏
@ppg5084
@ppg5084 Месяц назад
কৃষ্ণ প্ৰভু কোটি কোটি প্ৰনাম জনাই জনাইছো 🙏🙏🙏🙏🙏
@daduldas1643
@daduldas1643 Месяц назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ
@babuborah2227
@babuborah2227 Месяц назад
আপোনাৰ শৰণত সেৱাহে জনালোঁ গোবিন্দ প্রভু।
@user-bl4jx8hk6u
@user-bl4jx8hk6u Месяц назад
কৃষ্ণ কৃষ্ণৰ চৰণে লৈইলো শৰণ ভাল লাগিল ধন্যবাদ
@ramcharandeka9143
@ramcharandeka9143 Месяц назад
Ramkrishna
@aparajitatamuli7273
@aparajitatamuli7273 Месяц назад
❤ কৃষ্ণ ❤
@manjulabora8219
@manjulabora8219 Месяц назад
❤❤❤ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ভক্তি ভৰা সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ
@bontiborah5014
@bontiborah5014 Месяц назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@debenchutia208
@debenchutia208 Месяц назад
শ্ৰী শ্ৰী প্ৰভূ পিতাম্বৰদেৱ দেৱগোস্বামী লৈ সহ শ্ৰদ্ব প্ৰনাম।
@diptiduttabora1167
@diptiduttabora1167 Месяц назад
শত কৌটি প্ৰণাম শ্ৰী চৰণলৈ
@gunavathibuwari6644
@gunavathibuwari6644 Месяц назад
❤❤❤জয় ৰাম
@norenbhuyan641
@norenbhuyan641 Месяц назад
কৃষ্ণ
@promodborah3768
@promodborah3768 Месяц назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ গীতৰ শ্ৰৱন সুনী val lagil Geeta vhagotor mote solibo krne sesta kori asu dhonyobad giyapan korilu
@kalpanabonia5293
@kalpanabonia5293 Месяц назад
মহাশয় আপোনাৰ অমৃত ময় কথাই আমাক নিশ্চই উপকৃত কৰিব,আপোনাক কথা দিলো জীৱনটো যাপন কৰোতে এইখিনি মানি চলিবলৈ চেষ্টা কৰিম আমাক আশীবাদ কৰিব
@kanchowalidas9204
@kanchowalidas9204 15 дней назад
,😊😊
@dimbeswari_patar
@dimbeswari_patar Месяц назад
Krishna. Hori. Ram. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏
@NarendraPdBarman
@NarendraPdBarman Месяц назад
গুৰু জনাৰ প্ৰতি সেৱা আগবঢ়ালোঁ, কৃষ্ণ কৃষ্ণ
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 21 день назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ভকত বান্ধৱ বন্ধু বান্ধবী সকল প্ৰভু গুৰুদেৱ আপোনাৰ শ্ৰী চৰনত মোৰ এটি প্ৰণাম জনাবলৈ পায় সৌভাগ্য ৱান বুলি নিজক ধন্য ধন্য বুলি গণ্য কৰা হৈছে।।
@mamoniboruah2986
@mamoniboruah2986 Месяц назад
🙏🙏সেৱা জনালো 🙏
@glitteroflife495
@glitteroflife495 Месяц назад
জয় শ্ৰী কৃষ্ণ মই এক নম্বৰ ছবি খন চুই ঢালো প্ৰভু।ধ
@parulchoudhury5557
@parulchoudhury5557 Месяц назад
জয় ভাগৱত জয়❤❤❤,,🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹
@bituborgohain5953
@bituborgohain5953 Месяц назад
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনাইছো 🙏🏼🙏🏼🙏🏼
@user-bb7wn4fp6w
@user-bb7wn4fp6w 28 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
@bijoykrishnagogoi7841
@bijoykrishnagogoi7841 Месяц назад
🙏🙏 জয় শ্ৰী কৃষ্ণয়ে নমঃ 🙏🙏
@paruldutta5898
@paruldutta5898 Месяц назад
Krishna krishna krishna pranam janaisu pravu 🙏 🙏 🙏
@balinarayan965
@balinarayan965 Месяц назад
Om nomoh bhogobote bashudebaya.
@ThaneswarChutia-od1cp
@ThaneswarChutia-od1cp 15 дней назад
কৃষ্ণ , প্ৰবৃত্তি মাৰ্গেৰে জীৱই কৰ্ম বন্ধন মুক্তি কেনেকৈ পাব ? নিবৃত্তিৰেহে পাব বুলি শাষ্ট্ৰই কৈছে ।
@PintuSaikia-ji4er
@PintuSaikia-ji4er 3 дня назад
Krishna krishna
@daisyrabha2343
@daisyrabha2343 Месяц назад
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏
@utpaldas1065
@utpaldas1065 Месяц назад
OUM NAMAHA:BHAGAWATE BASUDEBAYA .🙏🙏🙏🙏❤❤❤❤
@AmusedElephant-oc7ne
@AmusedElephant-oc7ne Месяц назад
প্ৰভু জনাৰ শ্ৰী চৰণত সেৱা জ্নালো 🙏🏽🙏🏽🙏🏽
@khagenbhuyan6727
@khagenbhuyan6727 Месяц назад
Krishna,Krishna 🙏🙏🙏🙏
@parulchoudhury5557
@parulchoudhury5557 Месяц назад
বঢ়িয়া বহুত ভাল লাগিল
@Mintu_Das_Dhemaji
@Mintu_Das_Dhemaji Месяц назад
Thanks for Recording and sharing on youtube
@bhaktirsagor
@bhaktirsagor Месяц назад
ধন্যবাদ 🙏🙏🙏
@utpaldas1065
@utpaldas1065 Месяц назад
GURUJANAR PRATIO SATAKOUTI XEWA NIBEDAN KARILO.🙏❤🙏❤🙏❤🙏❤🙏❤🙏❤🙏❤🙏🙏❤🙏❤
@user-ny3zh4ky7h
@user-ny3zh4ky7h Месяц назад
প্ৰভু ইচৰলৈ শত কোতি। নমস্কাৰ। 🙏🙏
@gaurikanta1736
@gaurikanta1736 Месяц назад
Prabhu janak bhakti bhabe terarr saaraanott sewwa janaiso
@profullasaikia4020
@profullasaikia4020 Месяц назад
Krisna..provu..pranam..
@mridusmitakonwargogoi5702
@mridusmitakonwargogoi5702 Месяц назад
কৃষ্ণ 🙏🙏🙏
@user-jv4qh8xs2m
@user-jv4qh8xs2m Месяц назад
Krisna Krisna namaskar to pitàmbar dev goswami
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 Месяц назад
Krishna Krishna Krishna prabhudev my heartiest pronam and huprovat to you all please.
@user-to3rv9yi5t
@user-to3rv9yi5t Месяц назад
Krishna Krishna namaste 🙏 ♥️ namaste
@pallabikagohain5720
@pallabikagohain5720 Месяц назад
Krishna 🙏 Hatt adhi kar Parbhu Janar Sarana Pronam Janalu 🙏 Krishna 🙏
@junaligogoi4623
@junaligogoi4623 Месяц назад
Krishna Krishna Krishna 🙏🙏🙏
@RinaGohain-en1pc
@RinaGohain-en1pc Месяц назад
He probhu hewahe jonalu
@dibyajyotihneog5699
@dibyajyotihneog5699 Месяц назад
Krishna Krishna 🙏🙏🙏
@binuhazarika9191
@binuhazarika9191 Месяц назад
Krishna krishna parvu
@punyadevi8180
@punyadevi8180 Месяц назад
ইমান সুন্দৰ। বুজাব। নোৱাৰি 🙏🙏🙏🙏
@nabanitabora2359
@nabanitabora2359 Месяц назад
Krishna provu
@parulchoudhury5557
@parulchoudhury5557 Месяц назад
,🕉️কৃষ্ণই নম কৃপা কৰা
@user-ox7fs3tz7y
@user-ox7fs3tz7y Месяц назад
Krishna krishna borval lagil
@user-gp2wh1dl6u
@user-gp2wh1dl6u Месяц назад
Krishna Krishna
@alpanachutia4811
@alpanachutia4811 Месяц назад
Krishna krishna krishna ❤
@parthagogoi5293
@parthagogoi5293 Месяц назад
Prabhu Krishna
@thefolkguy3277
@thefolkguy3277 Месяц назад
Krishna Krishna pranam 🙏🙏🙏
@krishnadas6507
@krishnadas6507 Месяц назад
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@rumidas9660
@rumidas9660 Месяц назад
bap 🙏🙏🙏🙏
@user-tr1my5qq4w
@user-tr1my5qq4w Месяц назад
Kisn kisn maha pravu bap amar khewa gahan kariba
@dipakkrdas1977
@dipakkrdas1977 Месяц назад
কৃষ্ণ প্ৰভু
@mallikaborah3507
@mallikaborah3507 Месяц назад
Krishna
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 27 дней назад
প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰণাম গুৰুদেৱ সেৱাই গ্ৰহণ কৰিবলৈ বিনমৰ সৱিনয় নীৱেদিলো দয়ালু প্ৰভু।।
@sabitrimedhi6564
@sabitrimedhi6564 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@kanchowalidas9204
@kanchowalidas9204 Месяц назад
Om narayan
@sumitradeka3599
@sumitradeka3599 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@GitanjaliSaikia-fb5pc
@GitanjaliSaikia-fb5pc Месяц назад
Namu bhogote basudebaye nomha 🙏🙏gurujaner sharont hatto kuti pronam 🙏🙏🙏🙏
@maheshdeka3491
@maheshdeka3491 Месяц назад
Jai sree krishna.
@pranabbora1081
@pranabbora1081 Месяц назад
🙏🙏
@promodborah3768
@promodborah3768 25 дней назад
কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা কূপা কৰিব❤❤❤❤❤
@rajashreechangmai3518
@rajashreechangmai3518 Месяц назад
বহুত ভাল লাগিল শুনি,কৃষ্ণ
@minatideka7551
@minatideka7551 Месяц назад
নমো ভগৱতে বাসুদেবায় নমঃ 🙏🙏🙏
@manasdeka6801
@manasdeka6801 Месяц назад
Joy guru Shanker 🙏🙏🙏🙏
@user-pc3nz6ym9c
@user-pc3nz6ym9c Месяц назад
Krishna🙏
@madhurjyagogoi6085
@madhurjyagogoi6085 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@majanikalita6025
@majanikalita6025 Месяц назад
Krishna probhu.
@jitamonimech9670
@jitamonimech9670 День назад
🙏🙏🙏
@ranjitagogoi2829
@ranjitagogoi2829 Месяц назад
🙏provhu
@manjuranisaikia7496
@manjuranisaikia7496 Месяц назад
প্ৰভূ, দয়াময কৃপা কৰা.
@user-ki2bp3ug1n
@user-ki2bp3ug1n Месяц назад
Krishnaynama
@LakhimiGohain
@LakhimiGohain Месяц назад
Krishna Krishna Ram Ram
@user-rl2fc8zk7b
@user-rl2fc8zk7b Месяц назад
Kr8sno krisno 48:55
@hiramonibora4554
@hiramonibora4554 Месяц назад
Krishna Krishna probhujona aapunar ভাঙনি শুনি মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শুনি শুনি এৰিব মন নাই দেখুন
@user-fc8iw3qe3n
@user-fc8iw3qe3n Месяц назад
Krishna Krishna amitmoi Bani
@khagenbhuyan6727
@khagenbhuyan6727 Месяц назад
Krishna, Krishna 🙏🙏🙏🙏
Далее
Гость из будущего😂
00:20
Просмотров 309 тыс.
СКУФИЗАЦИЯ ЗА 4 МЕСЯЦА
00:16
Просмотров 286 тыс.
Гость из будущего😂
00:20
Просмотров 309 тыс.