Тёмный

ত্ৰাহি দেৱ দামোদৰ!!নাম প্ৰসঙ্গ!!হীৰেন বাৰূৱতী!!nam!!horinam!!hiren baruati!! 

SUBHASH ARANDHARA
Подписаться 7 тыс.
Просмотров 41 тыс.
50% 1

Опубликовано:

 

17 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 28   
@BijoyPawandasBijoyPawandas
@BijoyPawandasBijoyPawandas 12 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻 জয় শ্ৰী কৃষ্ণ 🙏🏻 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏🏻 ভক্তি ভৰা সেৱা নিবেদিছু পৰম মংগল নাম 🙏🏻 সেৱা নিবেদিছু ঈশ্বৰৰ একান্ত ভকতৰ বৈষ্ণৱ সকলৰ শ্ৰী চৰনত 🙏🏻 জয় কৃষ্ণ শংকৰ মাধৱ দুজনা গুৰু 🙏🏻🌻🎋🌲🌾🌻🌷🪷
@subhashsut2215
@subhashsut2215 Месяц назад
উত্তম ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@BikashSarmah-g7t
@BikashSarmah-g7t 17 дней назад
❤❤
@dilipdas8112
@dilipdas8112 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ এদিন আপোনাৰ চৰণত সেৱা লৱলৈ বাট চাই আছো কেতিয়া ঈশ্বৰে মিলাই আপোনাক ❤
@simantadas1324
@simantadas1324 22 дня назад
😅..,
@simantadas1324
@simantadas1324 22 дня назад
😅..,
@kalpanadas4409
@kalpanadas4409 Год назад
👏👏👏
@nitultamuli5139
@nitultamuli5139 Год назад
Nice
@harakantatamuli1053
@harakantatamuli1053 Год назад
Hundar hoise🙏🙏🙏 krishna krishna 🙏🙏🙏
@minasaikia8364
@minasaikia8364 Год назад
সুন্দৰ।
@nabingogoi8689
@nabingogoi8689 Год назад
ওম নমো ভাগয়তে বাসুদেৱায় নমঃ
@prandipnath3247
@prandipnath3247 Год назад
Krishno...🙏🙏🙏
@068himangshukakati6
@068himangshukakati6 Год назад
ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ দীন দয়াশীল স্বামী৷ কৰাহা নিস্তাৰ তোমাৰ চৰণে শৰণ পশিলো আমি৷৷ || পদ ||: কৃষ্ণৰ বিক্রম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে৷ স্বামী হেন জানি বুলিবে লাগিলা প্ৰণামি কৃষ্ণ চৰণে৷৷ জানিলো তোমাক জগত ঈশ্বৰ তুমি সনাতন হৰি৷ সমস্ত ভূতৰ তুমি প্ৰাণবল জগতকে আছা ধৰি৷৷ স্ৰষ্টাৰো সে স্ৰষ্টা তুমি সৰ্ব্বদ্ৰষ্টা উদ্ধাৰি ধৰিলা ভূমি৷ জীৱৰ নিয়ন্তা পৰম আতমা মৃত্যুৰো অন্তক তুমি৷৷ জানিলো তোমাক সেহি ৰঘুনাথ যিটো ইষ্টদেৱ মোৰ৷ সীতাৰ সন্তাপে জগতৰ বাপে কৰিলা পয়াণ ঘোৰ৷৷ যাৰ মহাক্রোধে কটাক্ষতে গ্ৰাসে সাগৰে কল্লোল কৰে৷ লঙ্কাক লাগিয়া মাজে বাট দিলা ডৰিয়া আতি সাগৰে৷৷ জানকীৰ হেতু বান্ধিলাহা সেতু দহিলা লঙ্কা নগৰী৷ ৰাৱণৰ মাথ কাটিলাহা নাথ আনিলা সীতা উদ্ধাৰি৷৷ আগে নিচিনিলো এৱেসে জানিলো তেন্তে তুমি ছিৰীৰাম৷ অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক চৰণে কৰো প্ৰণাম৷৷ এতেকে বুলিয়া নমি জাম্বৱন্ত আছে কৃতাঞ্জলি কৰি৷ শুনা সৰ্ব্বজন নেৰিবা কীৰ্ত্তন ডাকি বোলা হৰি হৰি৷৷
@keshabchneog7320
@keshabchneog7320 10 месяцев назад
4:58
@keshabchneog7320
@keshabchneog7320 10 месяцев назад
In
@keshabchneog7320
@keshabchneog7320 10 месяцев назад
U
@BharatBoruah-sb1ts
@BharatBoruah-sb1ts Месяц назад
Baap apuna xebak bhaktipurna xewa janalu
@sagarh446
@sagarh446 2 года назад
Hundor
@jelsingdasdas3292
@jelsingdasdas3292 2 года назад
Hihilo
@chandradharkakoti6238
@chandradharkakoti6238 Год назад
Sundar hoise 🙏🙏🙏
@乂XXTENTACION乂
@乂XXTENTACION乂 2 года назад
Speechless
@nijubaruah882
@nijubaruah882 Год назад
🙏🙏🙏🙏🙏
@robinmedhi7822
@robinmedhi7822 2 года назад
উত্তম, শ্ৰৱনে ধন্য হলো | কৃষ্ণ
@sunnydas5161
@sunnydas5161 Год назад
Krishna ❤️🙏❤️🙏❤️🙏
@hbzero4984
@hbzero4984 4 месяца назад
Mind blowing❤
@sarbanandasingh269
@sarbanandasingh269 Год назад
ৰাম কৃষ্ণ কৃষ্ণ।
@gitalineog930
@gitalineog930 Год назад
কৃষ্ণ প্ৰণাম প্ৰভু কৃষ্ণ প্ৰণাম 🙏🙏🙏🙏
Далее
Naam Prasanga by #Hiren_baruati
25:02
Просмотров 182 тыс.
Fake watermelon by Secret Vlog
00:16
Просмотров 4,6 млн
#Namprokhong# rajib chutia
1:01:49
Просмотров 84 тыс.