নমস্কাৰ 🙏🏼
অসমৰ এজন জনপ্ৰিয় তথা প্ৰবীণ শিল্পী শ্ৰদ্ধাৰ খগেন গগৈ দেৱে টোকাৰীগীতৰ সম্ৰাট উমাকান্ত বৈৰাগী দেৱলৈ শ্ৰদ্ধা জনাই পৰিবেশন কৰা এভাগি সুন্দৰ দেহবিচাৰ নাম আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ
সকলোৱে ভিডিঅ টি চাব আৰু like , comment & share কৰি চেনেলটি subacribe কৰি দিব বুলি আশা ৰাখিলোঁ ।
#দেহবিচাৰ_গীত
#tukarigeet
#dihanam
#horinam
#khagengogoi
#sassamworld
4 окт 2024