Тёмный

Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75 

Oasis Motion Films
Подписаться 219 тыс.
Просмотров 341 тыс.
50% 1

A small donation can make our dreams turn into big realities. Help OJAANTRIC to grow :
paytm.me/M2f-vgp
Our Second channel:
Oasis Talukdar : • ONATAR || Assamese Pod...
Udayan Duarah : • Hanayah's first day at...
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
Our contact number : 7002428586
#ojaantric
#assamesepodcast
#KhagenGogoi

Развлечения

Опубликовано:

 

8 окт 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,3 тыс.   
@lizaranigogoi2400
@lizaranigogoi2400 Год назад
অৱশেষত আটাইতকৈ প্ৰিয় ব্যক্তিজন প্ৰিয় অনুষ্ঠানটিত😍 ভালে থাকক তেখেত সদায়ে..
@tipsaki
@tipsaki Год назад
একমত
@user-jq3xu8ix1g
@user-jq3xu8ix1g Год назад
Bahut bhal lagil
@jugalchandralahon4907
@jugalchandralahon4907 5 месяцев назад
3
@kulaprakashboruah2578
@kulaprakashboruah2578 Год назад
আজিৰ খণ্ডটি সচাঁই ভাল লাগিল । সচাঁ গাঁৱলীয়া নিভাঁজ মানুহজন সদায়ে এনেকৈ থাকক, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@chaochingb
@chaochingb Год назад
ধুনীয়া সাধু এটা শুনি থকাৰ দৰে লাগিল। তথাপি যেন মন নভৰে, আৰু শুনিম শুনিম লাগি আছে। নিভাঁজ মানুহজন সদায় এনেদৰে ৰসাল কথাৰে ভৰি থাকক। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। অযান্ত্রিক পৰিয়াললৈ বহুত বহুত ধন্যবাদ আমাৰ সকলোৰে মৰমৰ খগেন গগৈ ডাঙৰীয়াদেৱক মাতি অনাৰ বাবে।🙏🏻
@indirabaruah8033
@indirabaruah8033 6 месяцев назад
Legend
@smritientertainment43
@smritientertainment43 Год назад
1sec skip nkora k salu episode 2.. proud of you khagen gogoi sir ❤️ শিৱসাগৰিয়ান ❤️
@tulikadevi8507
@tulikadevi8507 Год назад
সংস্কৃতি কি আচলতে উলব্ধি কৰিব পৰা এটি মন পৰশা অনুষ্ঠান ।।বহুত নজনা কথা শিকিব পাৰিছোঁ ।।অযান্ত্রিক লৈ বিশেষ ভাবে ধন্যবাদ ।।লগতে খগেন গগৈ ছাৰ কুশলে থাকক ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।।
@bhagyoshreeboruah4834
@bhagyoshreeboruah4834 Год назад
অজান্তিক ত ঘৰৰ মানুহ জনক দেখি ভাল লাগিল,, ভগৱানে ভালে ৰাখক খগেন বৰ্তাক ,,, মৰম জাচিলো লংপতিয়াৰ পৰা❤️
@ashonasarmah5685
@ashonasarmah5685 Год назад
খগেন ছাৰক নিমন্ত্ৰণ কৰি অনাৰ বাবে অশেষ ধন্যবাদ উদয়ন দা, অ'ৱেচিছ দা আৰু সমূহ অযান্ত্ৰিক পৰিয়াল ☺️🙏🏻 বিহু গীতৰ কথা ভাবিলে আমাৰ মনলৈ অহা প্ৰথম নামটিয়েই হ'ল *খগেন ছাৰ* 😊🌹 And interestingly, দুয়োজন খগেন ছাৰৰ কথাই মনলৈ আহে। এজন *খগেন গগৈ ছাৰ* আৰু আনজন *খগেন মহন্ত ছাৰ* ☺️🌹 দুয়োজনে চিৰসেউজ, দুয়োজনে বিহু সম্ৰাট ❤️🌹 ভালে থাকক সদায় ছাৰ 😊 ছাৰলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা থাকিল ☺️🙏🏻 Much love to Udayan da, Oasis da and the entire team of *Ojaantric* 😊🌹 Oasis da, your voice is so soothing 🥺♥️ শুনিলে শুনিয়েই থাকিব মন যায় ❤️❤️
@indrajitsarma5706
@indrajitsarma5706 Год назад
অভিভূত।গগৈ দেৱৰ দীৰ্ঘ জীৱন কামনা কৰিলো,🙏
@munindrasarma3233
@munindrasarma3233 Год назад
খগেন দাৰ সাক্ষাৎকাৰ শুনি এখন ডাঙৰ গ্ৰন্থ, মূল্যবান গ্ৰন্থ পঢ়া যেন পালো। কিমান ভাল পালো, কিমান উপকৃত হলো তাক ভাষাৰে বুজাব নোৱাৰিম। লগতে এইকণ সুবিধা দিয়াৰ বাবে তালুকদাৰ আৰু দুৱৰা দুয়োজনকে অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভবিষ্যতলৈ বহুত বহুত শুভকামনা যাচিলো।
@uttarabaruva1270
@uttarabaruva1270 Год назад
Khogen da is the king of bihu songs. His voice is unique for folk songs . Thanks Ojantrick for inviting him.
@user-dq5zy8uk8l
@user-dq5zy8uk8l 6 месяцев назад
Fine
@pallaviburagohain6374
@pallaviburagohain6374 Год назад
প্ৰিয় শিল্পীজন💚। কথাবোৰ শুনি সাধুকথা যেন লাগিছে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। বহুত বহুত মৰম সোণাৰিৰ পৰা ❤️
@user-qu5pg1vs3j
@user-qu5pg1vs3j Год назад
podcast টো আৰু দীঘল হলেও শুনি থাকিব পাৰিলোঁ হয়, কথাবোৰ শুনি সাধু সাধু দৰে লাগিছে ❤️
@subhabratgogoi28
@subhabratgogoi28 Год назад
লংপতিয়াৰ পৰা নমস্কাৰ জনালোঁ 🙏❤️❤️আমাৰ গৌৰৱ খগেন গগৈ 💖
@dinkugogoi5713
@dinkugogoi5713 Год назад
Nomskar Dei
@tipsaki
@tipsaki Год назад
মেইন মানুহ
@akkiansnibirdeka2279
@akkiansnibirdeka2279 Год назад
Longpotiya kot ase nu?
@gautambharadwajofficial3494
যেন বহুত কথা য়েই থাকি গ'ল। অসাংসাৰিক হৈ থকাৰ, লগতে মহানন্দ মজিন্দাৰ বৰুৱা, বিপুল চেতিয়া ফুকন, ৰঞ্জিত গগৈ আৰু নিশ্চয় জুবিন দা
@girinchetia1376
@girinchetia1376 Год назад
জানিব লগা বহুত আছিলে 🥺
@hirkha234
@hirkha234 Год назад
চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতিয়াৰ নিজ গাঁওৰ পৰা এগালমান মৰম জাচিলো ♥️
@akshayanirbangogoi3842
@akshayanirbangogoi3842 Год назад
নিজৰ ঠাইৰে এজন মানুহৰ মুখত নিজৰ অঞ্চলটোৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুত নজনা কথা জানিবলৈ পায় সুখী অনুভৱ কৰিছোঁ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিছোঁ খগেন গগৈ ডাঙৰীয়া। লগতে Ojaantric ৰ পৰিয়ালৰ লৈও ধন্যবাদ জনাইছোঁ। love from Charaideo 🙏
@shyamoliphukan8626
@shyamoliphukan8626 Год назад
খুব সুন্দৰ হৈছে অনুষ্ঠান টি।। খগেন গগৈ ডাঙৰীয়া লৈ নমস্কাৰ জনাইছোঁ লগতে সু স্বাস্থ্য কামনা কৰিছোঁ।। Lv frm Namrup
@phuljyotihandique663
@phuljyotihandique663 Год назад
Upper assamor manuh buror kotha bur bor rokhal ako... 🥰 Love from sonari ❤
@ranuhandique8265
@ranuhandique8265 Год назад
P
@manash_axom_07
@manash_axom_07 Год назад
খগেন দাই আজি UD আৰু OASIS ক কথা কবলৈ নিদিলেই 😂💝🔥
@debashisdas2452
@debashisdas2452 Год назад
this episode with Khagen Gogoi sir set a different benchmark of ojaantric , that part sir explain how song is related with your journey of life is one of the best part . I also felt motivated from the story of sir starting from a village of assam with very limited resources to journey to coke studio . Salute to you sir
@ruponhatiboruah2782
@ruponhatiboruah2782 Год назад
ভাল লগা episode বোৰৰ ভিতৰত এটা। শিৰ যদিও আকাশত চেপেটা পতাৰে ভৰি খন কিন্তু এতিয়াও মাটিত দৃঢ়ভাবে লাগি থকা মানুহ জন।। লগতে অজান্ত্ৰিকক বহু বহু ধন্যবাদ।।
@SantoshMohanPhukan
@SantoshMohanPhukan Год назад
প্ৰশ্ন সুধিবলৈকে নিদিলে!! নিজেই এটাৰ পিছত আন এটা জীৱনৰ খণ্ড ব্যাখ্যা কৰি গ'ল!! জীৱনৰ বাটত লগ পোৱা প্ৰতি গৰাকী ব্যক্তিৰ নাম মনত আছে তেওঁৰ! Thats Khogen Gogoi for you❤
@pankajbaruah5770
@pankajbaruah5770 Год назад
লগত টাই আহোমৰ চিহ্ন মুগাৰ গামোচা খন লৈ যায় সদায় আৰু নিজৰ পৰিচয়টো ৰাখে ভাল লাগে
@gyandipdutta9275
@gyandipdutta9275 Год назад
Legend of Bihu🙏... One of the best episode so far... Thank you Ojaantric..
@ritumonigogoi2757
@ritumonigogoi2757 Год назад
মাটিৰ মানুহজনক অন্তৰৰ পৰা প্ৰণিপাত জনাইছো। ধন্যবাদ টিম অযান্ত্ৰিক। আপোনাসবৰ পদক্ষেপ প্ৰশংসনীয়।
@zank4471
@zank4471 Год назад
First time in the history of Ojaantric, someone has not given even a single chance to UD da to tell a story of his own life 😁
@paramnanda9052
@paramnanda9052 Год назад
Ankua comment atae bisri aslu moi
@hardikbaruah5835
@hardikbaruah5835 Год назад
Ekdum ekdum....aji hey jegat porila, khAgen da rocks before ud da💕💕💕aji story Gita next le rkhibo ud da... Lots of ud da💕
@pallavgogoi3953
@pallavgogoi3953 Год назад
Sahi bola reh Partner
@awesomethoughts5674
@awesomethoughts5674 Год назад
Vabi aslu UD kene bli kou nki bli
@baisungaxom3204
@baisungaxom3204 Год назад
Legend 🤗
@bhupengogoi2984
@bhupengogoi2984 Год назад
এনেদৰেই আগবঢ়াই লৈ যোৱা খাতীঅসমীয়া সচা তেজৰে গঢ়িব খোজা সোনালী অসমৰ ৰনোৱা সকলক লৈ তোমালোকৰ অযান্ত্ৰিক । বহুত ভাল হৈছে। keep it up.
@deepagogoi392
@deepagogoi392 Год назад
💕🙏💕
@aninditadeka1998
@aninditadeka1998 Год назад
Ojaantaric is becoming prestigious platform day by day. When we and future generation will look back Ojaantaric will called as legendary show. Following this show since it's first episode and always will. Ojaantaric has made me watch interview of those artists whom I was not a fan of but I became one.
@richardbailung
@richardbailung Год назад
Pagol nki?
@prarthanagogoi7874
@prarthanagogoi7874 Год назад
আৰম্ভণিৰ পৰা শেষলৈকে গোটেই খণ্ডটিয়েই অতি আকৰ্ষণীয়। খগেন গগৈদেৱৰ কথাবোৰ সাৰুৱা আৰু ৰসাল। ভাল লাগিল। মায়েও লগতে শুনিলে, অনুষ্ঠানটি আগবাঢ়ি যাওক। বহুতো শুভকামনা।
@p.gassam8552
@p.gassam8552 Год назад
আমাৰ মৰমৰ সকলোৰে বুকুৰ আপোন বিহু গীতৰ ৰজা একে গাঁৱৰ আমি ইমান ভিতৰৰ এখন গাঁৱৰ আজি সম্পূৰ্ণ চিনাকি কৰিলে বহুত বহুত ধন্যবাদ 🙏🙏🙏 খগেন গগৈ ডাঙৰীয়া লগতে oasis motion flims 🥰❤️
@niranjandeka1303
@niranjandeka1303 Год назад
খগেন গগৈ ডাঙৰীয়া সচাকৈ মাটিৰ মানুহ ❤️❤️ বহুত ভাল লাগিল আজি দ্বিতীয় বাৰৰ বাবে চালো।
@murchanaborah9140
@murchanaborah9140 Год назад
নিজৰ ঠাইৰ নিজৰ মানুহ ...সঁচাকৈ গৌৰাম্বিত আপোনাকলৈ ....নিজৰ ঠাইখনৰ ইমানখিনি কথা আজি জানিবলৈ পালোঁ ...সোণাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী যদিও কলেজখনৰ অতীত আজি আপোনাৰ মুখেৰেই শুনিলোঁ । বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা এজন উল্লেখযোগ্য ব্যক্তি ..আপোনাক শত কোটি প্ৰণাম ..UD দা আৰু Oasis দালৈ বহুত বহুত ধন্যবাদ তেখেতক আপোনালোকৰ যোগেদি আৰু বহুখিনি চিনিব পাৰিলোঁ .....Lots of Love From Sapekhati, Sonari ❤️❤️
@gayatreegogoi3212
@gayatreegogoi3212 Год назад
নিভাঁজ গাঁৱলীয়া সুবাস বিয়পি থকা,মাটিৰ মানুহজনৰ কথাখিনি যেন শুনিয়েই থাকিম তেনেকুৱা অনুভৱ হ'ল ❤️ শ্ৰদ্ধাৰ খগেন গগৈৰ ডাঙৰীয়ালৈ অশেষ শুভকামনা জনাইছোঁ 🙏 আপুনি ভালে থাকক। এই খণ্ডটিৰ প্ৰথমৰেপৰা এটা সাধু শুনি থকা যেন লাগিল💞 উদয়ন দা আৰু অয়েছিচ দা লৈ বহুত বহুত ধন্যবাদ🥰
@souravgogoi322
@souravgogoi322 Год назад
অযান্ত্ৰিকৰ পৰিয়াললৈ অশেষ ধন্যবাদ সোণাৰিৰ লংপতীয়াৰ পৰা ♥️
@riturajsonowal6553
@riturajsonowal6553 Год назад
Master of Bihu Khagen Gogoi is Finally at Ojaantric. Thank to both of you.
@Pragyan_Parasar
@Pragyan_Parasar Год назад
Petition to declare this as the best episode of Ojaantric !!!!!!
@SelfGro76
@SelfGro76 Год назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-25zTKlRizVg.html
@biswajitkonwar73
@biswajitkonwar73 Год назад
Hosae...kio nu eman din logalu sabole heytut nojorlehe laj paisu
@rupkantapathori9666
@rupkantapathori9666 Год назад
What a sweet tune of Khagen Gogoi in respect of Bihu geet.
@sewalihazarika7795
@sewalihazarika7795 Год назад
@HamidAli-yk6rf
@HamidAli-yk6rf Год назад
Bohut val lagil. Bohu nojona kotha janibo parilu. 30years r agote dhukua tekhetor teacher Mur bor-deauta Hidor Ali sir r nam tu luar babe Khogen gogoi sir 🙏 jonaisu
@rajorshisharma9089
@rajorshisharma9089 Год назад
Got to know a lot about khogen da...he is the most underrated artist of Assam as well as India.... Hige repeat 🙏... Please invite him one more time
@rupjyotidutta7475
@rupjyotidutta7475 Год назад
Ojaantric Once more plz invite him.. Zubindar lgt huwa teur jibonor kothakhini janiboloi eeshya thakil
@debojitray1050
@debojitray1050 Год назад
খগেন গগৈ ছাৰক মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ উদয়ন দা।🙏🙏😍
@bhaskarj4700
@bhaskarj4700 Год назад
The only episode which i never hv skipped even for a second 😇his voice has a divine connection
@rahuldola
@rahuldola Год назад
Ojantric was in goosebumps in the full series❤️
@Soundguy.
@Soundguy. Год назад
Rahul da 🤩
@Dipandita888
@Dipandita888 Год назад
He is the king.. bihur roja hoi hodai thakibo tekhet rojaaaa hoi.. best episode of ojantric
@Himanta.boruah
@Himanta.boruah Год назад
মাটিৰ মানুহ। প্ৰিয় ব্যক্তিজন ❤❤❤❤❤
@bidyutphukan3440
@bidyutphukan3440 Год назад
কোন অʼ এইটো পিটপিটাই ফুৰিছ যে
@zubeelandzgargmusic2220
@zubeelandzgargmusic2220 5 месяцев назад
বহুত ভাল লাগিল অনুষ্ঠানটি । আটাইতকৈ ভাল লাগিল অন্য সাক্ষাৎকাৰত যেনেকৈ মাজতে ৰখাই লৈ বেলেগ প্ৰশ্ন উলিয়াই , কিন্তু ইয়াত তাৰ ব্যতিক্ৰম ।
@rishikeshsaikia8754
@rishikeshsaikia8754 Год назад
One of a best episode of Ojantrik❤️Khogen Sir beautiful explanation of his musical and social life .And the last song part🥺
@chinmoyeechetia1496
@chinmoyeechetia1496 Год назад
One of the best interviews so far! ❤️
@birinchiboruah9143
@birinchiboruah9143 Год назад
King is back......❤️❤️ One of my favourite king always king....... haven't to tel[❤️❤️💝
@ANUJ_CHUTIA
@ANUJ_CHUTIA Год назад
বিহু সম্ৰাট খগেন দা 🌸💗ভালে থাকক সদায় ❤️ভালে থাকক সদায়
@pranobgogoi5508
@pranobgogoi5508 Год назад
প্ৰিয় মানুহ জনক দেখি সুখী হলো । খগেন গগৈক ভগৱানে কুশলে ৰাখক । অজান্তিকক বহুত ধন্যবাদ ।
@alokeshneog
@alokeshneog Год назад
One of the best in Ojaantric. Love u Khagen Da and the Ojaantric family.
@arunjyotihazarika3407
@arunjyotihazarika3407 Год назад
Bohut val loga manuh jon dekhilu aji... Bohut val lagil.. Thank u ojaantric
@supriyakaushik7399
@supriyakaushik7399 Год назад
ইমান ডাঙৰ শিল্পী হৈও ইমান অহংকাৰ নাই। So grounded 🙏
@beautisivsagar2354
@beautisivsagar2354 Год назад
শতকোটি প্ৰণাম খগেন গগৈ ডাঙৰীয়া🙏🙏🙏💙💙💙
@tukhargogoi6494
@tukhargogoi6494 Год назад
He is one of my favourite singer
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Год назад
খগেন খুড়াক দেখি বহুত দিনৰ মূৰত মজ্জা লাগিল,, শিৱসাগৰ গেলেকীৰ পৰা মৰম যাছিলোঁ 😍❤️
@chawduduahom5537
@chawduduahom5537 Год назад
Bishwa.. Bondhu.😁
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Год назад
@@chawduduahom5537 বন্ধু তুমিও ইয়াত নি 😁❤️👍
@chawduduahom5537
@chawduduahom5537 Год назад
@@biswajyotiarandhara9402 um😀
@bishnustatus711
@bishnustatus711 Год назад
Ojaantric কক হাত যোৰ কৰি প্ৰণাম কৰিছো এজন বিখ্যাত মানুহ আমাৰ নিচিনা গাঁৱলীয়াৰ গৌৰৱ বিহুৰ সম্ৰাটক মতা কাৰণে বহুত শিকিলোঁ ,নজনা কথা জনিলো , আপোনালোকক হাতে ভৰিয়ে ধৰি কৈছোঁ অতি সোনকালে আকৌ তেওঁক যাতে দেখিব পাওঁ অতি সোনকালে 🙏 love you ojaantric
@junakgogoi7444
@junakgogoi7444 Год назад
বহুত ভাল লাগিল 🤍 বাকী কবলৈ একো নাই আৰু ❤️❤️❤️ আৰু এটা খণ্ড‌ খগেন ছাৰৰ লগত অতি সোনকালে । 🔴 নিপন গোস্বামী ছাৰকো এবাৰ 🙏🏻
@ritamjyotidutta6982
@ritamjyotidutta6982 Год назад
Best episode of ojaantric..... Mousum gogoi.. dipen Baruah sir... Khogen gogoi... bishrut saikia aikaita best episode of ojaantric......
@rupkumarbordoloi2311
@rupkumarbordoloi2311 Год назад
Thank you for inviting the legend.. more power to the team Ojantric
@sudiptaswargiary9013
@sudiptaswargiary9013 Год назад
I have watched a lot many of your episodes, but never commented, but by watching this episode couldn't stop myself. One of the best episodes of Ojaantric. Hope this channel flourish to its fullest
@ZeeshanHaiderSyed
@ZeeshanHaiderSyed Год назад
The most entertaining Ojaantric podcast till date. Imaan local flavour....
@manasharandhara4534
@manasharandhara4534 Год назад
সুন্দৰ হৈছে অনুষ্ঠান টো, লগত আছে প্ৰিয় শিল্পী গৰাকী...👍 তিনিওৰে কুশল কামনা কৰিছো..।।
@gitugoswami5042
@gitugoswami5042 Год назад
Best of Ojantric...Thanks to both of you bro for giving us this kind mind-blowing episode..God bless you Khagen Gogoi Sir🙏🙏🙏🙏
@083kaushal
@083kaushal Год назад
Salute , Ojantic group ,khagen da k eman val loga interview amak agborhuwa karoney okhekh dhyanabaad...
@chaochingb
@chaochingb Год назад
ধুনীয়া সাধু এটা শুনি থকাৰ দৰে লাগিল। তথাপি যেন মন নভৰে, আৰু শুনিম শুনিম লাগি আছে। নিভাঁজ মানুহজন সদায় এনেদৰে ৰসাল কথাৰে ভৰি থাকক। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। অযান্ত্রিক পৰিয়াললৈ বহুত বহুত ধন্যবাদ আমাৰ সকলোৰে মৰমৰ খগেন গগৈ ডাঙৰীয়াদেৱক মাতি অনাৰ বাবে।
@hiyaborah_22
@hiyaborah_22 Год назад
I can't explain how much I'm in love with ojantrick 😭❤
@JalimBadshah546
@JalimBadshah546 Год назад
He is so kind 🙏 The legend of Assamese folk😊
@niruborah1823
@niruborah1823 Год назад
অযান্তিক চাই থাকিলে চাই থাকিব মন যায় ।অযান্তিকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
@drajkhowa9998
@drajkhowa9998 Год назад
One of the best one ever…. Thanks for inviting him … so inspiring 😊…. Mamu from UK
@123tapash
@123tapash Год назад
This is the episode I can watch over and over again. Khagen da ❤️
@Bipul007
@Bipul007 Год назад
Someday in reminiscence, When you'll look back, this episode will bring tears in your eyes.. in our eyes!! //আপুৰুগীয়া// Keep rocking #Ajaantric
@santanuphukan4109
@santanuphukan4109 4 месяца назад
What humility!!!!!! Total respect!!!!!! Such a brilliant mind! Thanks so very much for building the bond between a great soul and us, lesser mortals ❤
@akashbhuyan9311
@akashbhuyan9311 Год назад
thanks to UD da And Oasis da..Raw ata episode palu..Tekhetok jeneke anile..parile..Dhuliya,Uja axomr hei milestone kejonk loi ata episode lage.❤❤
@nabapallabborah8242
@nabapallabborah8242 Год назад
One of the best best episode ever ❤️❤️❤️... Thank you ojaantric
@kapilkalita4427
@kapilkalita4427 Год назад
Ojantric bohut priyo aji xocake bhut besi vl lgile aji r episode tu khagen gogoi sir lots of love ❤️ ojantric ❤️
@rupamgogoi9959
@rupamgogoi9959 Год назад
Apunaak nomoshkaar Khagen kokaideo….. Thank you 🙏 team Ojantrik.
@kalyanidutta5324
@kalyanidutta5324 Год назад
Bohut nojona Kotha janibo parilu tekhetor pora, bhal lagil. Enekoi aru konoba jonok matibosun buronjimulok Kotha Kobo jona. Dhanyabad Ojaantric poriyal
@Deepjyoti_kakati
@Deepjyoti_kakati Год назад
অযান্ত্ৰিকত থকা দুজনৰ আজন্ম প্ৰেমিক মই সদায় বিশেষ তাতেই আকৌ মোৰ গুৰু আজি অযান্ত্ৰিকৰ মঞ্চত কেনে এটা ধুনীয়া হব ভাৱিয়েই ভাল লাগিছে সম্পূৰ্ণ ভিডিঅ টো চাই আকৌ এটা কমেন্ট কৰিম ৰখিবলৈ ধৈৰ্য্য নাই ধন্যবাদ আপোনালোক দুজনক।।❤️❤️🙏🙏
@pradyutgogoi911
@pradyutgogoi911 Год назад
Thank you so much team Ojaantric for bringing the legend on your show. Khagen da rocks 🤘😎
@Monoj_Sonowal
@Monoj_Sonowal Год назад
A mozzzaaaa😘😘😘😘😘 jiyai uthilu😊 khub hundor.. can't wait to see him again and again... we want him back🤘💕 Keep up the good work kaiti's🙏
@dipankargogoi97
@dipankargogoi97 Год назад
ভাল ভাল, ভগৱানে এনেকুৱা মাটিৰ মানুহ বনোৱা প্ৰায় বন্ধ কৰিছে। চাই পৰম সন্তোষ আৰু বহু মৰম ♥️ A Big shout out to the research team of Ojantrik, you really have come of age & have started gauging the audience pulse to absolute perfection. The selection / choice of your guests has matured over each episode. Keep up the great work, love you guys 🙏
@drkalyanirajkumari1513
@drkalyanirajkumari1513 Год назад
উজনিৰ প্ৰতিখন গাওঁ বা চুবুৰিত যে সেই এজন দুজন দদাইদেউ/ বৰদেউতা থাকে, যাৰ মুখত অনবৰতে বিহুগীত এফাকি লাগিয়ে থাকে (বিশেষকৈ ৰস এটুপি পৰাৰ পিছত 😉), এই মানুহজন সেই প্ৰত্যেকজন দদাই, বৰদেউতাৰ প্ৰতিনিধি। ভাবিলেই ভয় লাগে যে তেওঁলোকৰ প্ৰজন্মৰ পিছত সেই স্বতঃস্ফূৰ্ত বিহুবোৰ, বিহু নামেৰে ইজনে সিজনৰ লগত কৰা চুপতিবোৰ নোহোৱা হৈ তাৰ ডুখৰীয়া ৰূপৰ কিছুমান কৃত্ৰিম গানহে থাকিবগৈ। এই ভিডিওটোৱে কিছু পৰিমাণে হ'লেও সেই সময়খিনি আমাৰ পিছৰ প্ৰজন্মলৈ হয়তু থৈ যাব। ধন্যবাদ 😊
@anurandutta8487
@anurandutta8487 Год назад
One of the best episode. Really feel proud to have some like khagen da ✨. Love from sonari ❤️
@arinjitgogoi5600
@arinjitgogoi5600 Год назад
Sonari Jindabad ne ki kua
@acharyyamohanborah9371
@acharyyamohanborah9371 Год назад
অজান্তিক ? অজান্তিক? বহুত সময়ৰ মুৰতহে বুজি পালো।। গাঁৱলীয়া হুজা খগেন গগৈ ছাৰক এঘণ্টা সময় খালি টেবুলৰ কাষত বহুৱাই হাস্যৰস যোগান ধৰা যন্ত।ভাল লাগিল।
@hirakjyotisaikia5377
@hirakjyotisaikia5377 Год назад
One of the best episode. Full of emotions 💕
@hiyayoutubechannel3799
@hiyayoutubechannel3799 Год назад
আৰু শুনি থাকিবলৈ মন আছিল অলপো আমনি নালাগিল।।। খগেন দাক ওচৰৰ পৰা পাইছো বৰপথাৰৰ দ- পথাৰত দাদা এজনৰ ঘৰত।। তেওঁ একদম মাটিৰ মানুহ
@epsilon9826
@epsilon9826 Год назад
Oasis da is one of the most humble guy.
@darshannagaria8059
@darshannagaria8059 Год назад
Was waiting for this special episode since beginning, KHAGEN GOGOI Dangoriya is a Gem for us ❤ Thank You Ojaantric for fulfilling my continuous request. আমি উঠি অহা প্ৰজন্মই তেওঁৰ পৰা বহু শিকিব আছে, ভৱিষ্যতলৈ এইয়া আগুৱাই নিবলৈ |
@digitalnotebookassam
@digitalnotebookassam Год назад
Thanks ojantric.. আমাৰ খগেন দা.... Love from @Longpotia
@mridupabandas4800
@mridupabandas4800 Год назад
Eta khub dhunia episode salu..... homoy r natani bbbe 4 dinot complete krilu..... really your initiative is highly appreciated and commendable. Keep growing👍
@banashreerajkonwar6926
@banashreerajkonwar6926 Год назад
সোণাৰিৰ গৌৰৱ ❤️❤️ . love from sonari
@tonmoideuritaf9968
@tonmoideuritaf9968 Год назад
Thank you so much for This Episode 🙏 Love you Khagan Da...priyo manuh jon..prokit Hilpi 😊😊😍😍
@kolpochitra3869
@kolpochitra3869 Год назад
আপোনাৰ জীৱনৰ কথাখিনি শুনি বহুত ভাল লাগিল।এনেকুৱা জাতীয় জীৱনৰ গৌৰৱ লৈ সদায় বহুত দিন জীয়াই থকাৰ শুভ কামনা যাচিলোঁ
@music_n_poetry
@music_n_poetry Год назад
I am posting this comment before watching the video..... This is the most awaited video.... ❤️❤️❤️ Khagen Gogoi sir... Loved his so much...
@indradeepdeka.iamnotintere8346
He is my favorite folk singer🎤 I love his voice
@BidyutJyotii
@BidyutJyotii Год назад
ধন্যবাদ UD দা আৰু Oasis দা ! বহুত নজনা কথা শিকিলোঁ আজি🌻 খগেন গগৈ ছাৰ ❤️
@indusmitabora3198
@indusmitabora3198 Год назад
Thank you so much duyujonoke...Ojantric e bohut Jona nojona, porisito othoba Kom porisito silpi sokolok amar majot notun dhorone sinaki korai dise...khub besi bhal Lage..eta eta sobdo nuxunile kiba eta thaki Jua jn Lage...Dr Jahanara Begum Baideu k ebar nimontron jonabo edin parile...bhal lagibo...
@madhurjyasarma623
@madhurjyasarma623 Год назад
wow bohut bhal lagil..kiman jeh nojona kotha janilu... Thank you both of you
@eshandutta7358
@eshandutta7358 Год назад
মনে মিলা মানুহজন খগেন দা❤️❤️
@smrjt9102
@smrjt9102 Год назад
Aii moja lagil re podcast tu 🔥 bohut kotha gom puwa gol tekhetor kotha. 🙏🏼 Such a Legend
@EduGain1
@EduGain1 Год назад
বহুদিনীয়া আশা পূৰণ হ'ল। ভাল লাগিল।
@debasish2669
@debasish2669 Год назад
After Dipen Boruah sir this was the 2nd best episode of Ojaantric... Once more ❤️🔥❤️🔥❤️
Далее
Khagen Gogoi Program at Dimaria  Prag News.
22:24
Просмотров 49 тыс.
МЫ ПОХОДУ ЧТО-ТО НАПУТАЛИ
0:20
Просмотров 3,1 млн