নগাঁৱৰ আমোলাপট্টিত চুৰিকাণ্ড,গৃহস্থ নথকাৰ সুযোগত চোৰে চলাল লুটপাত ।প্রায় ৩ লাখ টকাৰ অলংকাৰ, নগদ ৮০ হাজাৰ টকা লুট,প্রশান্ত কুমাৰ বৰা নামৰ লোকজনৰ বাসগৃহত এই ঘটনা#pratidintime #assamnews #nagaon #thief
27 авг 2024