Тёмный

নদীত শিল ভঙা তিৰুতাজনী এতিয়া কোটিপটি ব্যৱসায়ী 

UPARJAN
Подписаться 159 тыс.
Просмотров 1,1 млн
50% 1

নদীত শিল ভঙা তিৰুতাজনী এতিয়া কোটিপটি ব্যৱসায়ী
দ্বিতীয় বিবাহ পাশত বন্দী হৈ স্বামীয়ে মহিলাগৰাকীৰ ওপৰত চলালে অকথ্য নিৰ্যাতন ৷
স্বামীয়ে তেওঁক ক’লে যে স্বামীৰ অবিহনে ভিক্ষাৰীৰ জীৱন কটাব লাগিব মহিলাগৰকীয়ে
কিন্তু মহিলাগৰাকী থমকি আত্মসমৰ্পণ কৰা বিধৰ নাছিল ৷
এদিন স্বমীৰ পৰা আতৰি আহি বিচাৰিলে নিজৰ এটা উপাৰ্জনৰ পথ ৷
ডিক্ৰং নদীৰ শিল বুটলি ভাঙি বিক্ৰী কৰি আৰম্ভ কৰিলে কঠোৰ পৰিশ্ৰম
আৰু শিলবোৰে সলাই দিলে তেওঁৰ জীৱন
এতিয়া তেওঁ ইটোৰ পাছত সিটো অট্ৰালিকা সদৃশ গৃহৰ গৰাকী
ZCB excuvetorৰ পৰা ট্ৰাকলৈকে বহু সম্পত্তিৰ গৰাকী
লখিমপুৰৰ বগীবাই পেগু নামৰ এগৰাকী সাহসী মহিলাই জীৱন যুদ্ধত জয়ী হোৱা অনুপম কাহিনী এয়া :
uparjan.in

Опубликовано:

 

20 апр 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,3 тыс.   
@jayantamadhavdoley4890
@jayantamadhavdoley4890 2 года назад
চেষ্টাৰ অসাধ্য একো নাই ইয়াৰ পৰা এইটো এ প্ৰমাণ হৈছে ❣❣❣
@pompichutia6690
@pompichutia6690 2 года назад
সচাঁকৈ আজি বহুত সাহস পালোঁ । কষ্ট যিমানে নহওঁক কিয় সাহসেৰে আগুৱাই যাব লাগে । বাইদেউ আপুনি মহান নাৰী আগুৱাই যাওঁক🙏
@rasmirekhadevi6727
@rasmirekhadevi6727 2 года назад
আপুনি সঁচাকৈ মহান। আপোনাৰ সাহস খিনি শিৰোগত কৰি আজিৰ ভ্রষ্টাচাৰী সমাজখনত হাজাৰ জনী মিৰীবাইদেউৰ জন্ম হওঁক।
@jyotidoley4581
@jyotidoley4581 2 года назад
অপূৰ্ব। আপোনাক প্ৰসংসা কৰিবলৈ মোৰ ওচৰত ভাষা নাই।মাথোঁ ভগৱানৰ শ্ৰীশ্ৰনত প্ৰাৰ্থনা জনালোঁ আপোনাক কুহল ৰাখক🙏🙏🙏💕💕💕💕💕💕
@jayantadoimari9645
@jayantadoimari9645 2 года назад
আপুনি বহুত ভাল বাইদেউ ভগবানে আৰু বহুত দিনলৈকে আশীৰ্বাদ দিয়ক ,আৰু ভাল কাম কৰিবলৈ
@ajitsaikia2351
@ajitsaikia2351 2 года назад
আপুনি এক আদৰ্শ। আপোনাৰ উদ্যম দেখি বৰ ভাল লাগিল।
@bubulvlog121
@bubulvlog121 2 года назад
Woman of the year.... proud of you 👏 💛 Pegu Baideo
@pabitrarabha7052
@pabitrarabha7052 2 года назад
You are a role model for Youth who's currently heading towards jungle.
@prabhatnath3800
@prabhatnath3800 2 года назад
অতি সুন্দৰ পৰিকল্পনা আপুনি বাস্তৱ ত কৰি দেখালে এনেদৰে আগুৱাই যোৱাৰ কামনা কৰিলো ।
@jharnamonitaye4983
@jharnamonitaye4983 2 года назад
আমাৰ ধেমাজীৰ বুলি শুনি গৌৰৱবোধ কৰিছো | প্ৰেৰণা পাইছো আৰু মনত সাহস বাঢ়িছে |
@rahulmalakar6064
@rahulmalakar6064 2 года назад
Salute Mam
@arupkumarbaruah1033
@arupkumarbaruah1033 2 года назад
বাইদেউ ভিডিঅটো চাই বহুত ভাল লাগিল। অনুভৱ হয় যেন আপুনি মুলাগাভৰু দেশৰ আদর্শ বান প্ৰকৃত নাৰী। আপোনাৰ সুস্বাস্থ্য আৰু দী্ঘায়ুষ কামনা কৰিলো।
@nepoleondoley3486
@nepoleondoley3486 2 года назад
ধন্যবাদ পেগু বাইদেউ। ভৱিষ্যতে আপোনি মিচিং সমাজৰ লগতে নাৰীৰ সাহসিকতাৰ উদাহৰণ হৈ জিলিকি থাকক।
@satyabittuuu6720
@satyabittuuu6720 2 года назад
Axomiya nhy nki
@subrataray9460
@subrataray9460 2 года назад
Part 2 কথাবোৰ শুনি হেপাহ পলোৱা নাই। ইমান সহজ সৰল কৈ সকলো কথা কৈছে uff ❤️
@khargeswarbasumatary4901
@khargeswarbasumatary4901 2 года назад
Really you are a very braver woman. So I salute to you for your high thinking ambition for your struggle in life. From Kokrajhar BTR Assam.
@technopegu5819
@technopegu5819 2 года назад
অতি সুন্দৰ পৰিকল্পনা আপুনি বাস্তৱ ত কৰি দেখালে এনেদৰে আগুৱাই যোৱাৰ কামনা কৰিলো।🙏😘
@hiteshdeka3498
@hiteshdeka3498 2 года назад
Hitesh yeah are fatally to he gothzned kribpra noi la to
@makhanibhuyan3278
@makhanibhuyan3278 3 месяца назад
​1
@lakshajitbora221
@lakshajitbora221 2 года назад
আপুনি মহান নাৰী, ভগৱন্তই কৃপা কৰক আৰু আগবাঢ়ি যাওক, আমাৰ দৰে মানুহক আপোনাৰ সাহসত আগবঢ়ায় নিয়ক ।
@gudmnggyou5702
@gudmnggyou5702 2 года назад
You are gread madam🙏🙏
@bikramkakati9067
@bikramkakati9067 2 года назад
You are gread madam
@Rajchungkrangofficial
@Rajchungkrangofficial 2 года назад
Ha. Hosaktha
@rebomorang794
@rebomorang794 2 года назад
@@Rajchungkrangofficial q,
@kasturichetiameandmylifest2185
@kasturichetiameandmylifest2185 2 года назад
@@gudmnggyou5702 ooo
@JayantaDas-sj2qh
@JayantaDas-sj2qh 2 года назад
বহুত ভাল কাম কৰিছে আপোনি lআপোনি আৰু আগোৱাই যাওঁক
@pratapkalita8894
@pratapkalita8894 2 года назад
আপুনি ধন্য। ভগৱানে আপোনাৰ মঙ্গল কৰক। অসমীয়া তিৰোতা বিলাকে আপোনাক অনুকৰণ কৰক ।
@bpranab87
@bpranab87 2 года назад
কুটি কুটি প্ৰণাম আপোনাক। আপোনাৰ কথা কেইটা শুনি হেপাঁহ নপলালে বাইদেউ।
@janmonigogoi3920
@janmonigogoi3920 2 года назад
Good
@ReenaThae
@ReenaThae 3 месяца назад
Bhut Bhal lagil Baidew
@FatherJi-wc4qv
@FatherJi-wc4qv 3 месяца назад
​@@janmonigogoi3920❤ bu
@raaboo8403
@raaboo8403 2 года назад
বাইদেউ গৰাকী আমাৰ বাবে আদৰ্শ ৷ 🙏💐💐
@herogames341
@herogames341 2 года назад
Good mom god bless you🙏🙏🙏🙏👍👍
@visnurabha6285
@visnurabha6285 2 года назад
Baideo apuni eman morom loga kodha koi sa husa mor ma hua hoi eman jen huki holu hoi moi biknse kuru aku bidat purile ma aku debo nuare duk lage apunar nesina moku lage ma ma vire vire good
@prianshreevlogs5380
@prianshreevlogs5380 9 месяцев назад
বাইদেউ গৰাকী আমাৰ বাবে আদৰ্শ 🙏🙏
@dimpalsonowal453
@dimpalsonowal453 2 года назад
She is an inspiration for millions, blessed with positive mindset.
@harshita_taid
@harshita_taid 2 года назад
আপোনাৰ কাহিনী শুনি অনুপ্ৰাণিত হলো । আপুনি বহুতৰ বাবে আদৰ্শস্বৰূপ । ভগৱানে আপোনাক কুশলে ৰাখক🙏
@p.s.creations9064
@p.s.creations9064 2 года назад
বাইদেউ আজিৰ যুব প্ৰজন্মৰ বাবে এটা প্ৰেৰণাৰ উৎস.... 🙏🙏🙏
@pallabibora7441
@pallabibora7441 2 года назад
বাইদৈ আপোনাৰ আদৰ্শ ক ধন্যবাদ জনাইছো
@ayanyeinyein9013
@ayanyeinyein9013 2 года назад
Vhut ahsa hei didi mevi vohut moskil se ji rehi app ka jeisa kerke dikaugi
@lakhidas7727
@lakhidas7727 2 года назад
@@ayanyeinyein9013TV
@ujjalmajhi1214
@ujjalmajhi1214 2 года назад
সংবাদপত্র
@online42367
@online42367 Год назад
​@@ujjalmajhi1214OPpwPU6❤
@lookmetazlina7199
@lookmetazlina7199 2 года назад
বাইদেউ আপুনি মহান.... পৰিশ্ৰমে আপোনাক কৃতকাৰ্যতা দিছে... সকলো মহিলাৰ বাবে আপুনি হৈ ৰ‌ওক যাওতিযুগীয়া এখনি সেউজ পতাকা...💚🇳🇪
@lonibora7958
@lonibora7958 2 года назад
আপুনি সচাকৈ এগৰাকি নাৰি বাইদে
@diptiisaikia
@diptiisaikia 2 года назад
আপুনি সাহসৰ প্ৰেৰণাৰ এক উৎসৱ । ঈশ্বৰে আপোনাক সহায় কৰক 🙏 ।
@ritismitadas8502
@ritismitadas8502 2 года назад
বাইদেউ আপুনি সচাকৈ বহুত সাহসী আৰু মহান ঈশ্বৰে আপোনাৰ মংগল কৰক ‌ 🙏❤️
@munmigogoi2377
@munmigogoi2377 2 года назад
বাইদেউ আপোনাক প্ৰভু ঈশ্বৰে আৰু কৃপা কৰক ।
@LukenRD
@LukenRD 2 года назад
বৰ ভাল লাগিল বাইদেউগৰাকীৰ অনুভৱ,জীৱন সংগ্ৰামৰ কথাবোৰ শুনি। আপোনি অসমীয়া মহিলাৰ এগৰাকী মহান আদৰ্শ বুলি ভাবো। ঈশ্বৰে আপোনাক কুশলে ৰাখক।
@dhrubajyoti2260
@dhrubajyoti2260 2 года назад
বৰ ভাল লাগিল বাইদেউ গৰাকীৰ কথাবোৰ জীৱনত বহুতো কষ্ট কৰিছে তেওঁ সদায় আদৰ্শ হৈ ৰওক 🙏
@pinjumonihunalihomoi
@pinjumonihunalihomoi 2 года назад
আপুনি আমাৰ বাবে প্ৰেৰণা বাইদেউ , আপোনাৰ কৰ্ম আৰু কথাই বহুতে সাহস পাব আপোনাক ভগৱানে কুশলে ৰাখক 🙏
@pranabnarah4675
@pranabnarah4675 2 года назад
I really respect her struggling✨✨.....heads off to you ma'am 👏👏
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 года назад
শ্ৰীযুতা বগীবাই পেগুৰ কাহিনী যেন চলচিত্ৰৰহে এটি চৰিত্ৰ। কষ্ট কৰিলে মানুহৰ জীৱন যে সমৃদ্ধিৰে ভৰি পৰে সেয়া তেখেতেই জ্বলন্ত উদাহৰণ । কেনেকৈ নমস্কাৰ দিম তেখেতৰ সংগ্ৰামী জীৱনক ভাবিয়েই নাপাওঁ। কৌটী প্ৰণাম তেওঁক।
@nikhrk674
@nikhrk674 2 года назад
Hosai..
@tutupegu560
@tutupegu560 2 года назад
@@nikhrk674 Bik. PEgu
@arunbhuyan8949
@arunbhuyan8949 2 года назад
God bless you
@bimalnath8463
@bimalnath8463 2 года назад
Kahini ati charitra haba noware , Smt. Pegu nijei ati kahinir charitra
@KIM-735.
@KIM-735. Год назад
​ pp
@Parthibvlogs
@Parthibvlogs 2 года назад
Hats 🙌🙌of Her,it's called missing girl power 🔥
@janmoniborgohain2455
@janmoniborgohain2455 2 года назад
You are really a legender . Hope that new generation may take advice from you...lastly may god help you and also long live..... 🙏 🙏
@amarjeetdas1070
@amarjeetdas1070 2 года назад
A big salute to Uparjon team.... the interview...really it's works....
@sunitavlog632
@sunitavlog632 2 года назад
আপোনাৰ দৰে ওলাই যাব বিচাৰি আছো। আনৰ তলত চলি গমপাই গৈছো।
@babitaborthakur7125
@babitaborthakur7125 2 года назад
এনে এগৰাকী নাৰীৰ কৰ্ম,আদৰ্শ দেখি শুনি প্ৰতি গৰাকী নাৰীয়ে আত্ম প্ৰতিষ্ঠাৰ সাহস পাব,নাৰী তুমি অনন্যা💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
@krishnaray1905
@krishnaray1905 2 года назад
You are motivation Mam .. this is called women empowerment
@bistiramnarzaryyoutubechan354
@bistiramnarzaryyoutubechan354 2 года назад
You are the best hero of your life story. To me, a hero has no gender. Lead your journey of effort continuously.
@tapanbordoloi8661
@tapanbordoloi8661 2 года назад
আপোনাৰ চিন্তাধাৰা মহান বাইদেউ।
@junalidas3795
@junalidas3795 22 дня назад
আপোনাৰ কথাবোৰ খুবেই ভাল লাগিল। ভগৱানে আপোনাক ভালে ৰাখক সদায়।
@leepakmili158
@leepakmili158 2 года назад
নাৰীয়েই সৃষ্টি ; নাৰীয়েই শক্তি ৷ বাইদেউক কোটি কোটি প্ৰণাম জনাইছোঁ ৷ ভগৱানে আগলৈ আৰু শক্তি দিয়ক ৷ এইয়াই মোৰ প্ৰাৰ্থনা ৷
@ankurankur9106
@ankurankur9106 2 года назад
নাৰী তুমি অনন্যা ❤❤💝💝💝
@satyasenapati1992
@satyasenapati1992 2 года назад
Simple, honest,,,,moi ekhetok Maa buli a kom 😍. Bohut aguai jaok. God bless you Maa. ❤️
@user-vx4rj5lu4w
@user-vx4rj5lu4w 12 дней назад
আপোনাৰ নিচিনা সাহসী মনৰ মানুহগৰাকীক এবাৰ খুউৱ ওচৰৰ পৰা লগ পাবৰ মন গৈছে ।❤
@geetalibasumatary6328
@geetalibasumatary6328 2 года назад
নাৰীয়ে কৰো বুলিলে সকলো ‌যে কৰিব পাৰে আপোনী তাৰ উদাহৰণ। হে মহান নাৰী , আপোনী সকলো নাৰীৰ বাবে প্ৰেৰণা। আপোনাক শতকোটি প্ৰণাম জনালো🙏🙏🙏
@lordsonowal2521
@lordsonowal2521 2 года назад
Baideo nomber tu dib sun
@kalidasmandal9034
@kalidasmandal9034 2 года назад
U r the great women in the world🙏
@Pankajborah4x
@Pankajborah4x 2 года назад
মহান বাইদেউ, আপুনাৰ সাহসিকতা আৰু সফলতা
@nirensaikia7017
@nirensaikia7017 2 года назад
Salute to you for your endeavor and your positive attitude to accept all challenge of life. The lady doctor who support you always be remembered by all of us for his humanitarian act. You are the trailblazer for the all unfortunate.
@rojoniprovabaruah5461
@rojoniprovabaruah5461 2 года назад
🙏🙏🙏🙏বহুত সাহসী মহিলা।প্ৰতি গৰাকী ‌নাৰীয়েই আদৰ্শ প্ৰতিক হিচাপে গ্ৰহণ কৰক। আজিৰ এচাম ছোৱালীয়ে মদ, নিচা জাতীয় বস্তু বোৰ খাই নাৰী জাতিৰ যি বদনাম কঢ়িয়াই আনিছে তাৰ বিপৰিতে আপোনাৰ আদৰ্শ নাৰী জাতিক বহু ওপৰলৈ ডাঙি‌ ধৰিলে। এনে আদৰ্শ বান নাৰী বিদ্যালয়ৰ পাঠ্যপুথিত স্থান পোৱা উচিত বুলি ভাবোঁ। পুনৰ সেৱা জনালোঁ।🙏🙏🙏
@hnd8030
@hnd8030 2 года назад
Great lady of our society and our Our Assamese (Mising )Community.
@bitupandeka1719
@bitupandeka1719 2 года назад
No words to say just Amazing heads off you .
@brothersglobe5706
@brothersglobe5706 2 года назад
Excellent,, Be blessed, Healthy and happy always, Sister salute you 🙏
@romanborgohain9652
@romanborgohain9652 2 года назад
বাইদেউ আপুনি সকলোৰে বাবে এক অপূৰ্ব্ অনুপ্ৰেৰণা.... ভাল লাগিল আপোনাৰ জীৱন সংগ্ৰাম ৰ কথা পঢ়ি l
@khargeswarbasumatary4901
@khargeswarbasumatary4901 2 года назад
Madam, Really you are a very braver woman. So I salute you for your high thinking ambition for your struggle in life. From Kokrajhar BTR Assam.
@misingaaobhaskar5199
@misingaaobhaskar5199 2 года назад
I❤️BTAD👍
@BabuAli-km2wj
@BabuAli-km2wj 2 года назад
God bless you every time Every day a joy to live
@Mamanidas-mq3qt
@Mamanidas-mq3qt Месяц назад
আপোনাক বহুত ভাল লাগিছে আপোনাৰ কামে পৰিচয় আপোনাৰ সহায় লাগিব বাইদেওঁ
@rebotisaikia661
@rebotisaikia661 2 года назад
বাইদেউ আপোনাৰ ভৱিষ্যত আৰু আগুৱাই যাওক ৷ধন্যবাদ ৷
@gitanjalimedhi4349
@gitanjalimedhi4349 2 года назад
আপোনাক চেলুট দিছো বাইদেউ 🙏
@lavi1752
@lavi1752 2 года назад
TQ Aponar RU-vid channel loi ❤️❤️ Anekoya inspection video loi aha vabe 😍. videos bor pora both khini sikhi aso. 💯💯💯. Akha korisu Agole Anekoya video pam boli. . mor a ta akha ase aponalokor channel ot. 😍. Akha korisu aro Agoyai joya 💯💯. Mor Maa or dore a Akha korisu Bhogoban a Val korok . Logte manuh hok hohai kori thakow ❤️
@kabitauniquekitchen1770
@kabitauniquekitchen1770 2 года назад
Salute my cute sister. U r looking so beautiful and talantat god bless you my cute sister 🙏🙏🙏🙏 real heroin 🙏🙏🙏🙏.har har mahadav 🙏🙏🙏🙏 om nomo Shivai 🙏🙏🙏🙏
@dipalidekagurung9036
@dipalidekagurung9036 Год назад
Apunak bhut2 thanks dide maike manuh hoi eman korebo paresa,god bless you 💖💖💖💐💐💐💖💖💖💖
@puspendraboro9094
@puspendraboro9094 2 года назад
Apunar xekhor kthabur huni val lagil aru abegik hoi sokulu tukilu mam 🙏🙏pranam mam God save u every day and every moment mam
@junalidas7099
@junalidas7099 2 года назад
মই সৰু সুৰা ব্যবহায় কৰি আছোঁ , বাইদেউৰ পৰা কিছু শিকিব বিচাৰোঁ । যোগাযোগ কৰি দিবলৈ আপোনাক অনুৰোধ জনালো ।
@deepagogoi6337
@deepagogoi6337 2 года назад
বাইদেউ আপোনাৰ মহান আদৰ্শ সকলোৱে ল ওক ধন্যবাদ 🙏🙏🙏🙏
@jugantamili9763
@jugantamili9763 2 года назад
Truly... A great inspiration.
@ankurdoley8299
@ankurdoley8299 2 года назад
Real inspiration 😍 😍
@sarabasumatary8416
@sarabasumatary8416 2 года назад
Hard work , great Success . Thank you very much.
@bishnusarmah2397
@bishnusarmah2397 2 года назад
Bravo! Well done, salute to your boldness.
@Sunvloger2419
@Sunvloger2419 2 года назад
You r really Real Hero Khuri. Apunak Salute koru apunar himmat tu 🙏🙏🙏🙏🙏🙏
@ramanujdoley9723
@ramanujdoley9723 2 года назад
U r the real hero বাইদেউ
@elimakhan6618
@elimakhan6618 2 года назад
Heroen 🔥🔥🔥
@Explore_With_DHOOP
@Explore_With_DHOOP 2 года назад
Really inspired by u lots of love
@sumduttasumdutta4321
@sumduttasumdutta4321 Год назад
কবলে ভাষা নাইকীয়া হৈ গৈছে , বহুত বেছি প্ৰেৰণা পাইছোঁ আপোনাৰ কথা খিনিৰ পৰা। সঁচাই আপুনি বহুত সাহসী ,🤗😍
@babuldeka652
@babuldeka652 2 года назад
Sister , you are great .I have nowords how to praise you. You are a great example of our nation.
@metoo8147
@metoo8147 2 года назад
Peoud of you many many wishes and blessings love from Jorhat
@leninmilileninmili8923
@leninmilileninmili8923 2 года назад
World greatest and best women.. this is our Miri tribe.. don't ignore us..
@deepakkarua9241
@deepakkarua9241 2 года назад
God gifted ..salute to you🙏🙏🙏
@pritamroy12345
@pritamroy12345 2 года назад
শত কৌটি প্ৰণাম বাইদেউ । আপোনাৰ দুখীয়াক সহায় কৰা আশা পূৰণ হওঁক ।
@pranjalboro1717
@pranjalboro1717 2 года назад
Proud of u mam. apunar mon tu bohut val apunak bhagobane khadai dhan khampoti diaok .
@dulalramchiary757
@dulalramchiary757 2 года назад
Most inspirational story of the year.... Heads off to Baideu🙏
@khagendaimari4236
@khagendaimari4236 2 года назад
Thank you sister for your hard work and sincere mentality.
@pravachutia931
@pravachutia931 2 года назад
বাইদেউ ,আপোনাক অসমৰ মহান নাৰী হিচাপে সন্মন পোৱাটো বিচাৰো ॥ধন্নবাদ
@johnsonmili36
@johnsonmili36 2 года назад
The main point here is that: It really a shame n insult to the Mising community. It is like kick out of the house. Very very insulting n shame. We need to raise awareness for the issue. Hav to take tough stand. Hav to change our mentality. Why he choose to marry Dafla?????.??? There is already Assam- Arunachal dispute going on for so many years.People should remember this.
@mosudurrahman907
@mosudurrahman907 2 года назад
Inspirational lady 🙏🙏🙏🙏🙏
@ainuscreativity6304
@ainuscreativity6304 2 года назад
Bhut val baidew,, দেৱতুল্য সঁচা অৰ্থত
@shortclip322
@shortclip322 2 года назад
Great, Support, Fearless etc...
@moniborah5633
@moniborah5633 2 года назад
A story of brave woman.
@ujjalsinha5
@ujjalsinha5 2 года назад
🙏🙏🙏🙏 Hats of Madam. You are great 👍👏
@jayantanath751
@jayantanath751 2 года назад
Val lagise xodai happy rakhok apunak baa
@soladas6530
@soladas6530 2 года назад
Baideo I have been overwhelmed very badly by ur bold braveness. Let u b a good example for d people of Assam. Go ahead like this. Take care of ur health so that u could do progress more n more in every steps of ur life. God bless you.
@karma-zo4hc
@karma-zo4hc 2 года назад
Great video, great insprition
@utpalborah5769
@utpalborah5769 2 года назад
Baidw bht val val kotha ketamn kole.hy aje den hokolo homane kam korb lage tetya he jbnt val dhorane soleb parb.baidw kotha belg hone bht val lagele aru bht hahokh pwajen lagle .
@t.g9619
@t.g9619 2 года назад
Great👍👍👍 baideio apunar jibntu aru agbahi jaok...
@dhupgalaxy1232
@dhupgalaxy1232 Год назад
Aunty er hekhor kothakhini huni bohut val lagil 🔥 aane kiba bisari aahile hohay koribo pale val lage 😊 God bless her 🙏✨
@simantaentertainment123
@simantaentertainment123 2 года назад
আপোনাৰ চেনেলটোৰ পৰা বহুত শিকিব পাৰি । আৰু এনেকুৱা ভিডিঅ' বনাই যাওক। শুভেচ্ছা থাকিল।
@anjanahazarika2740
@anjanahazarika2740 22 дня назад
বহু ত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আপোনাৰ বাবে
@brajagopalsharma469
@brajagopalsharma469 2 года назад
Great thought Baidu kooti kooti pranam 🙏🙏🙏
@lloveindia4288
@lloveindia4288 2 года назад
God bless you 🙏
@sangitadoloi7779
@sangitadoloi7779 2 года назад
So inspiring
@pompigogoi2291
@pompigogoi2291 2 года назад
Baideo apuni bhut mohan. Sidha sidhi mnuh. Apune vly thakok hdai. 🙏
@dibakartaw5431
@dibakartaw5431 2 года назад
You are a great woman miri baideu. Keep it up.
@daspiglets1866
@daspiglets1866 2 года назад
Nice work❤️
Далее
Secret Experiment Toothpaste Pt.4 😱 #shorts
00:35
УРА! Я КУПИЛ МЕЧТУ 😃
00:11
Просмотров 922 тыс.