Тёмный

নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম 

TIME8 Axom
Подписаться 217 тыс.
Просмотров 1,4 млн
50% 1

নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম। ষ্টুডিঅ'তে শ্যামন্তিকাৰ মাতৃ আৰু পৰিয়ালৰ খবৰ শুধিলে নয়ন নীলিমে। TIME8ৰ ষ্টুডিঅ'ত ঋতুস্মিন শৰ্মাৰ সন্মুখত আৰু কি কি ক'লে নয়ন নীলিম আৰু শ্যামন্তিকাই

Опубликовано:

 

23 окт 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2,1 тыс.   
@Parthapratim865
@Parthapratim865 Год назад
নয়ন দা❤❤ বাবে এটা লাইক
@pinikukhanikar43
@pinikukhanikar43 Год назад
0lpk
@nabadas3930
@nabadas3930 Год назад
Rajniti sundar jibonor adhar ketiyo sundar Hobo Nowar. Tumalokar jito line shai linot goi thakilehe shuphal paba moi ajon boykhosta msnuhu hosabe Koi sho tumalokar bhobishat udjal bhabishst kamona korilo. Goalpara
@nabadas3930
@nabadas3930 Год назад
O bapa noyan tumi gatlogakoi koi tumi nokaba dai bor beta lage janane damful
@nabadas3930
@nabadas3930 Год назад
Kintu khong name sandal
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
@@lookesgaming7405 papu.gogoi.75 mur hsbnrd namot ase aami duitae aketa ac solao
@viralfitt
@viralfitt Год назад
নয়ন দাৰ কথা বোৰে হৃদয় খন চুই গল,,, 🥰❤️❤️❤️❤️❤️🥰
@arudas6755
@arudas6755 Год назад
নয়নে ঠিকেই কৈছে
@ratulbaruah
@ratulbaruah Год назад
Right
@tultulbora254
@tultulbora254 Год назад
@@arudas6755 0
@khanuhandique1905
@khanuhandique1905 Год назад
@@arudas6755 hn
@nabadas3930
@nabadas3930 Год назад
Purani khatna monatporile sokolore dukhlogato sbhabik o aijoni samontika maa tumi kintu nayanak neriba noyanok moi khoub bhal pawo tomoko kintu knob bhalpow manohor kotha nodhariba moi tumalokor cd. Chinema khoube ANtorikotarare saow nabakumar das goalpara
@preetismitagayon7486
@preetismitagayon7486 Год назад
নয়ন দাৰ এটা এটা শব্দই হৃদয় চুই যাই আৰু হৃদয়ৰ পৰাই কৈ যায় 💞❤💞
@nibhadas5771
@nibhadas5771 11 месяцев назад
😅😊😅😊😮😢😢🎉❤😊
@hemantadeka3667
@hemantadeka3667 Год назад
মই আচলতে অনুষ্ঠান বোৰ শেষলৈ নচাওঁ,আজি চালোঁ নয়ন দাৰ কাৰণে। মানসিক ভাবে ভাঙি পৰি আছে নহয় দা। দুয়ো যেন আকৌ মিলি যাই তাৰে কামনা কৰিলোঁ🙏
@liliiiii5767
@liliiiii5767 21 день назад
Yes
@biswajitboruah4076
@biswajitboruah4076 Год назад
কোনো নাজানে তেওঁলোকৰ এৰা এৰি কিয় হ'ল গতিকে এনেই কাকো দুখ দি ট্ৰল দি থাকিব নালাগে, ভাল লাগে দুয়োকে ,ভালে থাকক দুয়ো❤️❤️
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@parinitadekaraja
@parinitadekaraja Год назад
Right
@rejaulhaque3991
@rejaulhaque3991 Год назад
দুয়োৰে কথা বোৰ শুনি মোৰ এনে লাগিছে, শমন্তিকাৰ দেউতাকৰ কাৰনে বিয়া নহল
@jajabor278
@jajabor278 Год назад
@@dhunurumurlife6151 Dhunu e beya pabo
@ankurankur9106
@ankurankur9106 Год назад
মানুহ জনে হৃদয়ৰ কোনোবা এঠাইত আজিও তাইক গোপনে ৰাখি থৈছে । বহুত বিষাদ আছে তেওঁৰ মনত ।।। কিমান অভিমান বোৰ ছাগে বুকুতেই শিল হল । কিছুমান কথা অকল নিজৰ বোৰক কব পাৰি ।
@bitupanpur4824
@bitupanpur4824 Год назад
নয়ন দা কথাবোৰ হৃদয় চুই গৈছে ❤️
@popychangmai2540
@popychangmai2540 Год назад
আকৌ এক হব বুলি আশা কৰিলো দুয়ো জন । বহুত দুখ আছে দুই জন ভিতৰত ।
@suchendoley5470
@suchendoley5470 Год назад
প্ৰেমৰ মধুৰ ম্মৃতি লৈ জীয়াই থকাৰ আমেজে বেলেক নয়ন দা । ❤️ u Nayan da
@madhujyagogoi203
@madhujyagogoi203 Год назад
Agree bro
@greenvalley7892
@greenvalley7892 Год назад
Aku modhur smriti nai..Atya okol khong ase
@nibhadas5771
@nibhadas5771 11 месяцев назад
​Zdbn😢😮😅 2:02 2:02
@nibhadas5771
@nibhadas5771 11 месяцев назад
🎉😅
@horenmili6490
@horenmili6490 Год назад
নয়ন দা মোৰ এটা অনুৰোধ , আপোনাৰ love story টো লয় এখন ভাল অসমীয়া চলচ্চিত্ৰ এখন বনাৱক, i thing 100 supar dupar hit হ'ব।
@amritrabha2564
@amritrabha2564 Год назад
Mojja dese vai
@shikhamoni3029
@shikhamoni3029 Год назад
Right
@amlanbharali4468
@amlanbharali4468 Год назад
Thik koisa #Horen mili
@anupamboro9749
@anupamboro9749 Год назад
Yes
@dhvideom3864
@dhvideom3864 Год назад
Yes
@dipalibaishya8633
@dipalibaishya8633 8 месяцев назад
বিচ্ছেদৰ পিছত আকৌ কোনোবাখিনিত লগ পালে কেনেধৰণৰ অনুভৱ হয় সেইটো দুয়োজনৰে কথাবোৰ আৰু মুখত পৰিস্ফুট হৈ উঠিছে....🙂❤️‍🩹
@creditnc9669
@creditnc9669 Год назад
এক পক্ষীয়া প্ৰেম কৰা আৰু তাৰ স্মৃতি গোটেই জীৱন হৃদয়ত কপাহী কাপোৰৰে মেৰাই মনৰ এটা কোণত ২০১৮ চনৰ পৰা থই দিছো , একো দাগ নলগাকৈ । চাকৰি নহল বাবে 😪😪😪😪😪 মই তাইক কোৱা নাই যদিও তাই জানে । মই তাৰ আগত থিয় হ'বলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলোঁ। তাই যাৰ লগতে আছে ভালে থাকক গোটেই জীৱন কুশলে থাকক।
@charusmitadeka7597
@charusmitadeka7597 Год назад
প্ৰেমৰ সংজ্ঞাবোৰ সঁচাই বহুত বেছি সুকীয়া।।❤️❤️ আজি "বা" আৰু "নয়ন দা"ক এইদৰে একেলগে দেখি লাগিছে যে কোনেও কাকো অলপো আঘাত নকৰাকৈ কথাবোৰ কৈছে আৰু কোনেও কাকো Blame নকৰাকৈ কথাবোৰ কৈছে ইমানখিনি সন্মান; ইমানখিনি বিশ্বাস;ইমানখিনি মৰম আজিও আছে; অন্তৰ চুই গ'ল।।🙏🙏🙏😭😭😭😭
@chaosanjivphukon1236
@chaosanjivphukon1236 Год назад
মানুহজনে শ্যামন্তিকাক বহুত ভাল পায়। মানুহজনৰ অন্তৰত এতিয়াও বহুতো ভালপোৱা সোমাই আছে। মানুহজন চিধা মানুহ আৰু এনেও মোৰ প্ৰিয় মানুহজন।
@colourfulllifebidyaborah5753
এই ধৰা তুমি এটা বাটেৰে গা'লা , মইয়ো অন্য এটা পথেৰ গৈ গৈ , এতিয়া দুয়ো একে ঠাইতে আহি লগ হলোহি !।এতিয়াৰ পৰা দুয়ো একে বাটেৰে যাবা নে ? ( নীলকণ্ঠ , ড° ভবেন্দ্ৰ নাথ শইকীয়া )
@joutisankar8972
@joutisankar8972 Год назад
সচা কথা ছিধা মানুহ বোৰক ছোৱালিয়ে বাহ দিয়ে
@Ariyanstyle
@Ariyanstyle Год назад
Apuni dada ki koi ase mor je soku Pani ulaise
@wwepg1385
@wwepg1385 Год назад
@@Ariyanstyle l lo z
@anjanabhuyan7180
@anjanabhuyan7180 Год назад
​@@colourfulllifebidyaborah5753
@rupak2318
@rupak2318 Год назад
বুকুত বহুত কষ্টলৈ জীয়াই আছে নয়নদাই❤️
@artistparameswardeka9092
@artistparameswardeka9092 Год назад
অন্তৰ জয় কৰি দিলে নয়ন নীলিম দাই 🙏🙏🙏❤️
@ayangpayeng366
@ayangpayeng366 Год назад
বাৰ হাঁহিৰ আঁৰত লুকাই থকা কষ্টবোৰ ফুটি উঠিছে😭😭,দুয়ো যেন নিজৰ নিজৰ ৰাস্তাত আকাশলঙ্গী সফলতা পোৱা তাৰেই কামনা কৰিছোঁ💞💞❤️❤️
@mrinalidas2132
@mrinalidas2132 Год назад
Khosa ktha
@borahdimpy279
@borahdimpy279 Год назад
Y6yy
@borahdimpy279
@borahdimpy279 Год назад
O
@bikash_0_8
@bikash_0_8 11 месяцев назад
😢❤
@KamaleswarKarta-oc4xi
@KamaleswarKarta-oc4xi 9 месяцев назад
​@@mrinalidas2132❤ …&³⅗2
@umaphukon7084
@umaphukon7084 Год назад
Best interview . বিৰল সাক্ষাৎকাৰ ৷ সঁচাপ্ৰেমে যেতিয়া পূৰ্ণতা নাপায় তেতিয়া দুখন হৃদয়ৰ কোনো এখনেই কাহানিও সুখী হব নোৱাৰে ৷
@ankurjyotibarua7294
@ankurjyotibarua7294 Год назад
কথাবোৰে হৃদয় চুই গ'ল...❤😍🙏 সময়ে বহু কথাই উপলব্ধি কৰাই... সময়ে শিকাই, সময়ে বুজায়.... জীৱনে বহু কথাই শিকায়.... সকলোৱে ভালে থাকক 😍❤
@Axomboy1
@Axomboy1 Год назад
Heart touching moment ❤️❤️❤️❤️
@nitulchoudhary4882
@nitulchoudhary4882 6 месяцев назад
❤❤❤
@debikaboruah3254
@debikaboruah3254 Год назад
সঁচা ভালপোৱাবোৰ এনেকুৱাই😔 অসফল হৈও ভালপোৱা কেতিয়াও শেষ হৈ নাযায় 🤞love you demful ♥️love you janmoni❣️❣️❣️
@talukdarchinmay
@talukdarchinmay Год назад
হয় আপুনি ঠিকেই কৈছে
@moslemabegum5927
@moslemabegum5927 Год назад
নীলিম দাক বাৰে বাৰে চাইচো, শ্যামন্তিকা বাৰ চকুত চকু থৈ কথা ক'বলৈ পৰা নাই । হয়তো ভালপোৱাৰ গভীৰতা আৰু কষ্ট সহ্য কৰি কৰি সৃষ্টি হোৱা এজন মানুহ । সময়ৰ সোঁতত হয়তো কোনোবা বহুখিনি সলনি হৈ গ'ল, কিন্তু কোনোবা হয়তো সলনি হোৱাৰ আখৰাতে ৰ'ল । যিয়েই নহওঁক কুশলে থাকক দুয়ো । 🌻
@puronpayeng7151
@puronpayeng7151 Год назад
😂😂😂
@hazarikarajani2427
@hazarikarajani2427 Год назад
Tenequwa lagiso no ooo
@northeastboy6989
@northeastboy6989 Год назад
সঁচা কথা,এইখিনি সময় জোনে পাৰ কৰিছে কেৱল সিহে বুজে কেনেকুৱা ফিল হয়
@bishnubaruah9983
@bishnubaruah9983 Год назад
একমত
@terimeri3487
@terimeri3487 Год назад
@@puronpayeng7151 sutmarani hahili je
@anantaborgohain3971
@anantaborgohain3971 Год назад
নয়ণ দালৈ মোৰ বহুত বেয়া লাগিছে কথাবোৰ জানি। নয়ণ দাৰ ভাল পোৱাক শ্যামন্তিকা বাই আগতে কিয় গুৰুত্ব নিদিলে বাৰু ! ইমান ভাল ব্যক্তিত্বৰ ব্যক্তি আছিল নয়ণ দা। নয়ণ দাক আমি বহুত ভাল পাওঁ।নয়ণ দাৰ দীৰ্ঘায়ূ কামনা কৰিলো। শেষত 'বন্ধু'লৈ অপেক্ষাৰে -----
@manojsaikia1872
@manojsaikia1872 Год назад
তাবিজ ৰ কিবা এটা অংক আছে😂 . নয়ন দাৰ Attitude মজা লাগিল love this😍
@diganta3112
@diganta3112 Год назад
নয়ন দাই কোৱা কথাবোৰ ১০০ % শুদ্ধ। আৰু আগুৱাই যাওঁক আপুনি। আপোনাৰ সপোনবোৰ পূৰ হওঁক আৰু আমাৰ বাবে নতুন নতুন চিনেমা উপহাৰ দি যাওঁক। ❤️
@jayantanath2966
@jayantanath2966 Год назад
নয়ন দা আৰু ‌শ্যমন্তিকা বা দুয়োৰে মূখখনি চালে এনেকুৱা লাগে যে আগৰ ভালপোৱা বোৰ এতিয়াও বহ্নত মনত পৰে যেন লাগে ❤️❤️
@hariprasadexplore810
@hariprasadexplore810 Год назад
অসফল প্ৰেমিকজনেই,,,প্ৰকৃত জীৱনত সফল প্ৰেমিক । মোৰ নিজৰ মতটোহে কৈছোঁ🙏🙏🙏🙏🙏🙏
@hariprasadexplore810
@hariprasadexplore810 Год назад
Thank you ❤️❤️
@anupamnath4914
@anupamnath4914 Год назад
সঁচা কথা
@ramendaimary2774
@ramendaimary2774 Год назад
ভগৱানে দুয়োজনক চিৰ জীৱন একে লগে কৰক। 🙏
@Pesmobile0
@Pesmobile0 Год назад
ভাল পোৱা মানুহ জন বা মানুহজনী লগত থাকিলে জীয়াই থাকিয়ে ভাল লাগে ❣️😘
@nitumaninath2332
@nitumaninath2332 Год назад
great personality nayan da.
@dilipborah2849
@dilipborah2849 Год назад
কাৰোবাৰ জীৱনলৈ আহিলে সদাই বাবে আহিব লাগে দুনিনৰ বাবে আহিব নালাগে
@minudey7657
@minudey7657 Год назад
নয়ন নিলিমৰ অন্তৰত বহুত দুখ দি আনৰ লগত বিয়াত বহিলা গতিকে তেওঁৰ অন্তৰত দুখ থাকিব
@mridulsarma3514
@mridulsarma3514 Год назад
Umm 0a
@filmywap4903
@filmywap4903 Год назад
Um ekdom hosa
@kankanabora8298
@kankanabora8298 Год назад
Relationship is temporary but love is permanent ❤🥺
@khaninchoudhury4164
@khaninchoudhury4164 Год назад
What is your opinion about today's GOLD DIGGER 🤣
@ramanblast5061
@ramanblast5061 Год назад
Yes it is...but retaliatory is must who try to hurt somebody's heart. Because some are """SEHERAA DEKHAAI JOGOTOT BAASI THOKAA DINBOR KHUKHEREY KOTAAI JAABO KHOJEY"""☻☻☻☻☻☻
@gswallah9560
@gswallah9560 Год назад
Hagi .... Thak....
@apz7645
@apz7645 Год назад
ghanta
@kangkanboro1288
@kangkanboro1288 Год назад
@@khaninchoudhury4164 tapa tap😅😅😅
@naziaakhtar3436
@naziaakhtar3436 Год назад
She understands him...and the patience they have is ❤️
@drbishalranjandas2968
@drbishalranjandas2968 Год назад
Nayan nilim genuinely played the role of kabir Singh in his real life 🤣
@taichandangogoi269
@taichandangogoi269 Год назад
সঁচা দেই
@apuzdeka
@apuzdeka Год назад
Definitely 😁
@rimamalik7385
@rimamalik7385 Год назад
Xosa dei ekdum
@Hariprossanna
@Hariprossanna Год назад
Kese tach kiya mdrshod🤣🤣
@taichandangogoi269
@taichandangogoi269 Год назад
@@Hariprossanna hahha
@bharatigogoi447
@bharatigogoi447 Год назад
বিফল প্ৰেমে কিমান অন্তৰত কিমান আঘাত দিয়ে পোৱা জনে হে অনুভৱ কৰিব পাৰে😭😭😭😭 প্ৰেম বিফল হলে মানুহ জীয়াই থাকিব পাৰে কিন্তু ভিতৰৰ মানুহ জন একে বাৰে মৰি যায়।
@parthablog5313
@parthablog5313 Год назад
Right
@narayandas3862
@narayandas3862 Год назад
Umm xosa
@rjbablu7323
@rjbablu7323 Год назад
Ummm xske
@nirojdeori7130
@nirojdeori7130 Год назад
কিন্তু ভাৰতীয়ে একেবাৰে সত‍্য কথাটো কলা। হয়তো, তোমাৰ জীবনত তেনে ঘটনা ঘটিছে ছাগে। কেবল তোমাৰ বুলি নহয়।
@himasrikashyap7877
@himasrikashyap7877 Год назад
Xasa katha
@mahiruddinahmed1592
@mahiruddinahmed1592 Год назад
নয়ন দা ৰ কথা বোৰ হৃদয় চুই গল। কিমান ভাল পালে মানুহজনীৰ লগত shake hand কৰোঁতেও টান পায় ।🙏
@PremaTamuli
@PremaTamuli Год назад
অলপো Skip নকৰাকৈ show তো চালো আবেগিক হৈ হৈ পৰিলোঁ অ 😥😥😥😥😢
@AbdulJalil-hf5od
@AbdulJalil-hf5od Год назад
নয়ন কথা বোৰ অন্তৰ চুই গ'ল ❣️❣️🔥
@SSBVLOG91
@SSBVLOG91 Год назад
সঁচাই বহুত ভাল লাগিছে নয়ন দা... কোনোবা কাৰোবাৰ জীৱনৰ পৰা হেৰাই যোৱা মানেই সকলো শেষ নহয়.. ভাল দিন আহিবই, বন্ধু হিট নহয় ছুপাৰ দুপাৰ হিট হব.. Good luck and be happy always
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@JatinBhuyan01
@JatinBhuyan01 Год назад
অতীতক পাহৰি জীৱনৰ বাটত আগবাঢ়ি যোৱা ইমান সহজ নহয় কিন্তু নয়ন দা আৰু শ্যামন্তিকা বা, ❤️❤️
@BirajHukai
@BirajHukai Год назад
বহুত দিনৰ আগৰ পৰা বিচাৰি থকা অনুষ্ঠান এটি চাই ভাল লাগিল❤️❤️
@jiyaofficial3343
@jiyaofficial3343 Год назад
বহুত দিনৰ পাছত আপোনালোক দুয়োজনকে একেলগে দেখা পাই বহুত ভাল লাগিল❤️❤️❤️ একেলগে শ্যামন্তিকা বা আৰু নয়ন দা দেখা পাই তেওঁলোকৰ প্ৰেম কাহিনী আজি আকৌ আমাৰ মনলৈ ভাহি আহিছে 💫 এই শৰতৰ সন্ধিয়াত নিয়ৰৰ টোপালত তেওঁলোকৰ মধুৰ প্ৰেমৰ ম্মৃতি💌✨পুনৰবাৰ জীপাল হৈ উঠিল❤️❤️❤️ আজি আপোনালোকৰ কথাবোৰ শুনি অন্তৰ চুই গ'ল ❣️ মোৰ কথাবোৰ শুনি অনুভৱ হৈছে আপোনালোকৰ মনত আজিও এটা দুখ আছে 💕 কিন্তু মই এটা আশাকৰোঁ আপোনালোক দুয়োজন সদায় ভালে থাকে💖May god bless you🙏🙏🙏🙏🙏🙏
@niranjyotigogoi4864
@niranjyotigogoi4864 Год назад
আপোনালোকৰ দুযো জনৰ আকৌ মিলন হোৱাটো মই অন্তৰৰ পৰা কামনা কৰিছোঁ plz দাদা আৰু বা 🙏🙏🙏
@gauravsaikia6626
@gauravsaikia6626 Год назад
নয়ন দা❤❤❤ অতীতক এৰি আগুৱাই যাওক । শ্যামন্তিকা বিহীন নয়ন সদায়েই সফল ।
@Updatepoint95
@Updatepoint95 Год назад
নয়ন দা সদায় আমাৰ প্ৰিয় হৈ থাকিব। নয়ন দা প্ৰেমৰ স্মৃতি এতিয়াও হেৰুৱা নাই
@amazinglivechanel9523
@amazinglivechanel9523 Год назад
আগৰ বন্ধুত্ব ঘূৰাই আনক নয়ন দা, সৰু সৰু জেদ অভিমান বোৰে জীৱন বিকল কৰি তোলে.. ভাল দিনবোৰ ঘূৰি আহক তাকেই কামনা কৰিছো 🙏
@lifeisgreenpranjal
@lifeisgreenpranjal Год назад
নয়ন দাৰ হৃদয়ত আজিও মৰম ভালপোৱা আছে ।কথা বোৰে বহু কথাই কলে
@Nabathevlog
@Nabathevlog Год назад
সেই লেফাফা জোনবাই দিনৰে পৰা ভাল পোৱা মানুহ জন ।❣️
@anandas1145
@anandas1145 Год назад
সুন্দৰ কথা কৈছে, নয়ন দা মোৰ সদায় প্রিয়
@deepjyoutiofficial3920
@deepjyoutiofficial3920 Год назад
তোমালোক আকৌ এক হোৱাৰ আশাৰে ৰৈ আছোঁ ।❤️
@newyatra6806
@newyatra6806 Год назад
প্ৰকৃততে ভাল লাগিল,অনাগত দিনত সম্পুৰ্ন মিল হোৱাটো বিচাৰো।
@rajkumarpegu1942
@rajkumarpegu1942 Год назад
নয়ন দা আৰু শ্যামন্তিকাবা আকৌ আপোনালোকৰ আগৰ সোণালী দিনবোৰ ঘুৰি আহে তথা বন্ধুত্ব গঢ়ি উঠে তাকেই কামনা কৰিলো আৰু আজি আপোনালোকৰ কথা বতৰা বোৰ শুনি সকলো বুজি পালো আৰু ভাল লাগিল ।
@Riyaroy-ob9gq
@Riyaroy-ob9gq Год назад
@Rekha Lachan Kune koise polai goise?2015 t breakup hoise Kun sont biya hoise avar Sai lobo .blgr chrecer t ptke comment diyatke.
@ranjitnarayanpatar3126
@ranjitnarayanpatar3126 Год назад
মতা মানুহ এনেকুৱাই ৷ লাভ ইউ নয়ন দা
@rumisaikia3835
@rumisaikia3835 Год назад
Hokolu tekua nohoi
@nituls7542
@nituls7542 Год назад
🤣🤣🤣
@pujakalita2152
@pujakalita2152 Год назад
চকুপানীতকৈ নীৰৱতাৰ বেদনা বেছি যন্ত্ৰনাদায়ক। নয়ন দা মানুহ জন বহুত বেছি গম্ভিৰ্য্যপূৰ্ণ হয় আৰু খুব ভাল অন্তৰৰ মানুহ হলে নয়ন দাৰ দৰে হব লাগে।মোৰ আগৰ পৰাই তেঁও প্ৰিয় আৰু সদাই প্ৰিয় হৈ থাকিব । love u forever Nayan da we all r with u always 💞✨
@barnalitalukdar3355
@barnalitalukdar3355 Год назад
দুয়োজনেই বৰ প্ৰিয়,,,❤️😍
@riyachoudhury9677
@riyachoudhury9677 Год назад
প্ৰিয় অভিনেতাজন💞😍✨
@xyz5738
@xyz5738 Год назад
স্যামন্তিকা ভাল এক্টিংক কৰিলা।।।।নয়ন দা কথা বোৰ ভাল লাগিল
@musaahmed9599
@musaahmed9599 Год назад
নয়ন দা কথা শুনি গম পোৱা যায়,, তেওঁ শ্যমন্তিকাক এতিয়াও পাহৰিব পৰা নাই
@MohamPathori-rc5fb
@MohamPathori-rc5fb 11 месяцев назад
আচলতে , নয়ন দাৰ অভিমানবোৰৰ আঁৰত কিমান যে মৰম , ভালপোৱা , বিশ্বাস লুকাই আছিল সেই কথা শ্যামন্তিকাই বুজি পোৱাত ব্যৰ্থ হৈছিল বাবে তাই অচিন বাটৰুৱাৰ হাতত হাত ধৰি আগবাঢ়ি যোৱা অলিক কল্পনাত উঁটি গৈ কৰাল চাকনৈয়াত পৰিছিল । কৰুণাময়ৰ কৃপাত কু-দশাৰ পৰা কোনোমতে মুক্তি । গতিকে , দুয়োজনে নিজৰ নিজৰ অভিমানবোৰ এৰি নতুন জীৱন আৰম্ভ কৰিলে শতকৰা ৮০% অনুৰাগীয়ে মনত বহুত শান্তি পাব ।
@udaysonowal1251
@udaysonowal1251 Год назад
নয়ন দা মুখত দুখৰ চাপ এটা দেখা পোৱা গৈছে ।যি কি নহওঁক নয়নদা কথা বোৰ ভাল লাগিল
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@monjaaivlog9269
@monjaaivlog9269 Год назад
নয়ন দা 😍😍 কথা বোৰে মন চুই গৈ ❤️❤️❤️
@ilataye9579
@ilataye9579 Год назад
নয়ন নীলিম ষ্টাইল ত কথা নকয় লগতে ইংৰাজী ব্যৱহাৰ কৰি কথা নকয় নিজৰ ঘৰুৱা মাতৃভাষা বেছি ব্যৱহাৰ কৰে 👍👍👍
@nangsengkukoi6088
@nangsengkukoi6088 Год назад
যি বুজিছো নয়ন নিলিম বহুত আবেগিক আৰু জ্ঞানেৰে পূৰ্ণ এজন ব্যক্তি।
@bikashdeka8714
@bikashdeka8714 Год назад
বহুত দিনৰ মূৰত ইমান দীঘলীয়া অনুষ্ঠান এটা শেষ কৰি চাইছো।
@dainadas6875
@dainadas6875 Год назад
Moiu
@jitenboruah7230
@jitenboruah7230 Год назад
Right..moiu salu
@ribonpegu5869
@ribonpegu5869 Год назад
Realy.
@sarmah..dhiraj..4386
@sarmah..dhiraj..4386 Год назад
Moio
@eleenakakaty152
@eleenakakaty152 Год назад
Hosa ... Moiu
@HiteswarNath-l9j
@HiteswarNath-l9j 5 дней назад
নহয় দা আপোনাৰ কথাখিনিয়ে হৃদয় চুই গৈছে 😢
@jitumoninath6984
@jitumoninath6984 Год назад
কোৱৰ পুৰৰ কোৱৰ আজি ও প্ৰিয় নয়ন দা 😍
@palakshibora2917
@palakshibora2917 Год назад
দুয়ো ইজনে সিজনক বহুত ভাল পায়,তেওঁলোকৰ কথাতে ধৰিব পাৰি,সকলো ভাগ্যৰ কথা,যি হ'ব লগা আছিল হৈ গ'ল।তথাপিও মিলন হোৱা হ'লে ভাল লাগিল হয়।দুয়ো মোৰ প্ৰিয়,গতিকে এজনৰ ফালে নকওঁ,সকলোৰে নিজৰ কিছুমান কথা থাকে।বহুত ভাল পোৱাৰ পাছতো হয়টো কিছুমান এনে কাৰণ থাকিব পাৰে যাৰ বাবে দুয়ো আতৰি আহিব লগা হ'ব পাৰে,এই সকলো বোৰ ব্যক্তিগত কথা,গতিকে এই বিষয়ে একো নকওঁ।সৰুৰ পৰাই দুয়ো মোৰ প্ৰিয় আৰু সদায় প্ৰিয় হৈ থাকিব। জোনবাই চাই নয়ন দাৰ প্ৰেমত পৰিছিলো।পাছত যেতিয়া জনা বুজা হ'লো তেতিয়া নয়ন দাৰ ব্যক্তিত্ব আৰু প্ৰতিভাই মোক মোহিত কৰিলে। সঁচা অৰ্থত এজন অন্তৰ খোলা চিধা মানুহ,অনন্য প্ৰতিভাৰ অধিকাৰী তেখেত,তেওঁৰ প্ৰতিভাৰ জৰিয়তে বিশ্ববাসীৰ আগত উজ্জ্বলি উঠক,মোৰ হৃদয়ৰ একোনত নয়ন দাক বহুৱাই থৈছো আৰু সদায় থাকিব এনেকৈ।সকলো ফালৰ পৰা ভাল হওঁক তেখেতৰ।এদিন কাষৰ পৰা লগ পোৱাৰ বহুত হেঁপাহ আছে।আশা আছে এদিন নহয় এদিন লগ পাম,সেই দিনটোলৈ হেঁপাহেৰে বাট চাই ৰ'ম।"বন্ধু" নিশ্চয় চাম।আশা কৰোঁ সকলোৱে বন্ধুক মৰম দিব আৰু আঁকোৱালি ল'ব।শুভ কামনা সদায় আছে সদায় থাকিব🌹❤️❤️💐
@pranaypachani485
@pranaypachani485 Год назад
নয়ন দাৰ কথা বোৰে সচাঁকৈ আবেগিক কৰি তুলিলে😊 ...🥰❤
@jiyarulhoque6317
@jiyarulhoque6317 Год назад
আচলতে খং কৰা মানুহ বোৰেই আটাইতকৈ বেছি ভাল পায় । ❤💔
@kdstudioaxom
@kdstudioaxom Год назад
ছোৱালীবোৰ boom চেনী নয়ন দা । By the way আপোনাক মোৰ বহুত ভাল লাগে। আপুনি মোৰ এজন favorite actor ❤️❤️ love from Dibrugarh 👍👍❤️
@rubinath5385
@rubinath5385 Год назад
নয়নদা ৰ কথাবোৰ সঁচাই বহুত ভাল লগা
@munuboruah737
@munuboruah737 Год назад
Emn kihor hahi uthise baideu apunar🙂nayan da r ktha huni dukh lgil❤
@AAMIRKHANAHANAOFFICIAL
@AAMIRKHANAHANAOFFICIAL Год назад
নয়ন নীলিম দা আপোনাৰ কথা আৰু স্বাভিমান দেখি সচাকৈ ভাল লাগিছে⚖️⚖️। বন্ধুত্বৰ পৰা প্ৰেম হ'ব পাৰে হয় মইয়ো বিশ্বাসী আছিলোঁ, কিন্তু প্ৰেম বিচ্ছেদ হোৱাৰ পিছত বন্ধু হ'ব নোৱাৰে। কথা কিন্তু#লাগিলে কিডনী এটাই দি দিম, বিশ্বাসঘাটকতা কৰিলে ঘূৰিও নাচাও#সঁচাই আৱেগিক হৈ পৰিলোঁ নয়ন দা,,জীৱনটো শেষ কৰি দিলে ও তাই,,,🖤🖤🖤🖤🤦🤦🤦🤦
@puronpayeng7151
@puronpayeng7151 Год назад
Demphul da, Nice Song 👌👌👌❤❤❤
@babuliidiaries99
@babuliidiaries99 Год назад
কিছুমান প্ৰশ্ন আধৰুৱা হ'ল যেন লাগিছে। আৰু এবাৰ দুইজনকে একেলগে দেখিলে ভাল লাগিব 👍👍❤️❤️❤️❤️
@mdjourney2009
@mdjourney2009 Год назад
ডেমফুল টু🤗😍
@surjycreation561
@surjycreation561 Год назад
নয়ন da Proud of u 💗
@dimpysaikiaofficial
@dimpysaikiaofficial Год назад
নিজৰ জীৱনত কি ঘটি থাকে নিজেহে বুজি পোৱা যায়। বাহিৰৰ পৰা সকলো বোৰ ঠিক আৰু সহজ দেখা পোৱা যায়, যাৰ জীৱনত ঘটি থাকে ভুক্তভোগী য়ে ভাল কৈ বুজে ।গতিকে কেতিয়াও নজনা কৈ কাৰো জীৱনৰ বিষয়ে কবই নালাগে
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@pushpalatasaikia9001
@pushpalatasaikia9001 Год назад
@@dhunurumurlife6151 hu
@bishnubaruah9983
@bishnubaruah9983 Год назад
ৰাধা আৰু কৃষ্ণৰ প্ৰেম আজিও অমৰ। সিহঁতৰ বিবাহ যানো হৈছিল!
@jibanathdoley1644
@jibanathdoley1644 Год назад
Radha aru krishnar vivah hoisile.
@madhujyamd3393
@madhujyamd3393 Год назад
Biya Hoisil broooo
@jyotikapatgiri6805
@jyotikapatgiri6805 Год назад
Heart touching💘❤️
@bhupalisharma7627
@bhupalisharma7627 Год назад
Nayan daa r babe i Bondhu saam dei....🌺
@mb.divine5992
@mb.divine5992 Год назад
তেওঁলোকক নিজৰমতে শান্তিত জীয়াই থাকিবলৈ দিয়ক ।
@imranhussain.7631
@imranhussain.7631 Год назад
Right
@pujachangmaivlog2383
@pujachangmaivlog2383 Год назад
সুন্দৰ ভাল লাগিল দুয়োৰে আকৌ আগৰ হেৰাই যোৱা❤️ ভাল দিন বোৰ ঘুৰি আহক তাৰে কামনা কৰিলোঁ।
@pabitrachutia2659
@pabitrachutia2659 Год назад
নয়ন দাৰ চিধা কথা বোৰ মোৰ খোব প্ৰিয় ।❣️❣️❣️
@MalayaBhuyan
@MalayaBhuyan Год назад
আমাৰ বৰ মৰমৰ জানমণি,,বা,,,,।🥰🥰❤❤❤❤❤❤
@kangkanadas1830
@kangkanadas1830 Год назад
Nayan daa.....iman nu val paisil ne....dukh lagi gol... interview tu honest aasil dei time8👏👏👏
@kajuranidas1756
@kajuranidas1756 Год назад
দুয়োজনে বৰ কষ্টত হাঁহিছে,,,ধৰিব পাৰিছো।🥺😢
@puronpayeng7151
@puronpayeng7151 Год назад
😂😂😂
@tanmoyray9740
@tanmoyray9740 Год назад
,🥰😍😍😍
@Rajuvlog649
@Rajuvlog649 Год назад
Nayan nilima bhal pasil shyamantika sharma k jaanmoni
@mintugogoi8186
@mintugogoi8186 Год назад
ভালপোৱাবোৰ সদায় strong💪 হব লাগে । কিছূমান সৰু সৰু ভুলৰ বাবে বহুত ভাল সম্পর্ক বেয়া হৈ পৰে । বন্ধুত্ব বা ভালপোৱাত missunderstanding টো থাকেই আৰু but এইবোৰক আওকাণ কৰি ভালপোৱাবোৰ আগুৱাই নিব লাগে । দেখিব সেই ভালপোৱা এদিন নহয় এদিন successful হবই ।🥰❤
@scalper4159
@scalper4159 Год назад
24:00 😭❤️ সঁচা অনুভৱ ধৰা পৰিল । বৰ দুখ লাগিল । দুয়োজনেই মোৰ শৈশৱৰ সকলোতকৈ ভাল লগা মানুহ আছিল ❤️
@mamonisaikia39
@mamonisaikia39 Год назад
নয়নৰ আজিৰ কথা খিনিত বহু ত মূল্য আছে শুনি ভাল লাগিল গহিন কথা গহিন লৰা👍
@ankita_payeng
@ankita_payeng Год назад
Bohut val lagil duyu jonor kotha bur xuni 🤟Nayan Daa r gaan tu mur hridoy sui gol🙂🤗
@birinaL
@birinaL Год назад
The kind of respect they have for each other I somtg to learn 🌸😊☘
@sanjibgohain2412
@sanjibgohain2412 Год назад
জানমনি আৰু ডেমফুল অভিনয় চাই বৰ ভাল পাওঁ ।পুনৰ মিলন হোৱাত মই বৰ সুখী অনুভৱ কৰিছো।
@madhujya007
@madhujya007 Год назад
আধা লিখা কিতাপ এখন। মনত যিটো আছিল জিভাৰ আগত ফুটি নুঠিল সেইয়া হয়তু। অভিনয় জীৱনৰ লগত নকৰাই ভাল।জীৱনটো কচু পাতৰ পানীৰ দৰে। শুভেচ্ছা থাকিল দুয়োজনলৈ নিজৰ নিজৰ ক্ষেত্ৰত আগুৱাই যোৱা।🤟👍
@duttaslifestyle242
@duttaslifestyle242 Год назад
I love them . I hope they have a good future in their life ....❤️
@adhinsingpho4050
@adhinsingpho4050 Год назад
Doyu. Jonor. Million. Dekhi. Bohut Val. Lagilu.
@nabanitadas5636
@nabanitadas5636 Год назад
আচলতে নয়ন দা বৰ অভিমানী ভাল লাগে তেওঁৰ অভিমান বোৰ 🥰♥️ তেওঁ যে বা লৈ এবাৰ ও চোৱা নাই ধৈৰ্য আছে বহুত 🥺🥰
@soniyadeka2287
@soniyadeka2287 Год назад
নয়ন দাৰ ভালপোৱা এতিয়াও চকুত জিলিকি আছে❤️
@sumantadeka7612
@sumantadeka7612 Год назад
বন্ধু চাম, বহুত বহুত শুভেচ্ছা থাকিল নয়ন দা।
@soothingmusic5255
@soothingmusic5255 4 месяца назад
Nayan da is a emotion for 90's teens
@parinitadekaraja
@parinitadekaraja Год назад
কোনো নাজানে কিয় কি কাৰণত বিচ্ছেদ হৈছিল,,,,যি কি নহওঁক দুইয়ো ভালে থাকক,একে লগে দেখি ভাল লাগিল 💜🙏,,,নাজানো কিয় দুখ ও লাগিল চাই
@yesican4886
@yesican4886 Год назад
Brahmin a non Brahmin or lgt paribarik babe ketiyao biya dibiloi raji nhy...kotha khar mon kariba
Далее
বুঢ়া হ'ল নয়ন নীলিম !
38:30