Тёмный

নিৰ্বাচন EXPRESS | শোণিতপুৰ সমষ্টিত BJP, Congres, AAP ৰ প্ৰাৰ্থীৰে তিনিকোণীয়া যুঁজ | LS Poll 

News18 Assam/Northeast
Подписаться 3 млн
Просмотров 57 тыс.
50% 1

নিৰ্বাচন EXPRESS | শোণিতপুৰ সমষ্টিত BJP, Congres, AAP ৰ প্ৰাৰ্থীৰে তিনিকোণীয়া যুঁজ | LS Poll
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sonitpur #loksabhaelection2024 #tezpur #electioncampaign #bjp #congress #aap #ranjitdutta #newsinassam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Опубликовано:

 

1 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 69   
@user-dg4vz2sl1k
@user-dg4vz2sl1k Месяц назад
ভুপেন বৰা দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ
@dibyajyotigogoi4801
@dibyajyotigogoi4801 2 месяца назад
Premlal gangu zindabad
@user-dg4vz2sl1k
@user-dg4vz2sl1k Месяц назад
প্ৰেমলাল দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ
@mahendrasharmah6143
@mahendrasharmah6143 2 месяца назад
কংগ্ৰেছৰ এজন ব্যক্তি আছেনে কি এজনে কৈ আছে
@pgoswami5378
@pgoswami5378 2 месяца назад
জনতাৰ মাজত এটা কথাই সম্প্ৰতি প্ৰচাৰ চলিছে ..... এইবাৰ দল নহয় প্ৰাৰ্থীকহে পচন্দ কৰিব এই নিৰ্বাচনত। বিজেপিৰ প্ৰাৰ্থীজন পূৰ্বতে মন্ত্ৰী আছিল।ৰাইজে তেখেতৰ ভাল বেয়া সম্পৰ্কে জানেই।ভবিষ্যতে সমষ্টিটোত কাম কৰিব পাৰিব নে নোৱাৰে ৰাইজেই বিচাৰ কৰিব। নে কেৱল প্ৰধান সেৱকৰ হাত শক্তিশালী কৰিবলৈহে দিল্লী গমন কৰিব ওলাইছে?
@binoykalita7597
@binoykalita7597 2 месяца назад
নমিনেচনত মানুহৰ সমাগম মানেই উন্নয়ন নেকি?নিলাজৰ ভাষা এনেকোৱাই হব।
@saratnath6782
@saratnath6782 Месяц назад
শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন একো হোৱা নাই
@mohendradohutia
@mohendradohutia 2 месяца назад
BJP hatao desh bachao..
@kamaleswarbordoloi993
@kamaleswarbordoloi993 2 месяца назад
ছাত্র সকলৰ সমস্যাৰ সমাধান যদি অধ্যক্ষ মহোদয় তেনেহলে ৰাজহুৱা মঞ্চত উত্থাপন কৰা যুক্তিয়েই নাই ।
@kartikgoyary6593
@kartikgoyary6593 2 месяца назад
BJP nalage.
@user-dg4vz2sl1k
@user-dg4vz2sl1k Месяц назад
ভবেন্দ্ৰ চৌধুৰী জিন্দাবাদ জিন্দাবাদ
@saratnath6782
@saratnath6782 Месяц назад
টপা খুৰা আপুনি আচৰিত.... ব্যক্তিগত উন্নয়ন
@hiphopgamer415
@hiphopgamer415 2 месяца назад
কেইটা লৰা ছোৱালীয়ে চাকৰি পাইছে
@BinaBaruah-jo4lr
@BinaBaruah-jo4lr 2 месяца назад
Good.vaiti
@binoykalita7597
@binoykalita7597 2 месяца назад
বি জে‌ পি দুজনমানে নিজৰ পৰিচয় ডাঙ ধৰিলে।
@BinaBaruah-jo4lr
@BinaBaruah-jo4lr 2 месяца назад
Thike
@InamulHoque-pl6zl
@InamulHoque-pl6zl Месяц назад
Tamam bindass khobor good news 🌹 thanks
@kakoligayan6959
@kakoligayan6959 2 месяца назад
বিজেপি বিদায়ে বিদায তা তা বাই বাই
@binoykalita7597
@binoykalita7597 2 месяца назад
ঐদদাই চৰকাৰ দেখুন ক্ংগেছেই চলাই আছে।
@user-tr5es9fi6c
@user-tr5es9fi6c 2 месяца назад
শোণিতপুৰ লোকসভা সমষ্টিত মাননীয় শ্ৰীযুত প্ৰেমলাল গঞ্জু বিপুল ভোটত জয় যুক্ত কৰক ।।
@user-mo9wi4gc4m
@user-mo9wi4gc4m 2 месяца назад
Bjp go back.
@user-pw5qh6ug2g
@user-pw5qh6ug2g 2 месяца назад
BJP sorkar kam nai gourab gogoi jindabad
@user-re9vn9bl9u
@user-re9vn9bl9u Месяц назад
🤚🤚🤚🤚
@binaykalita8426
@binaykalita8426 2 месяца назад
Electricity bill bahut besi ahe tar babe alusana kariboloi ahban janalu ...
@minotitanti2579
@minotitanti2579 2 месяца назад
Birudhi strong hoboi lagibo nohole bipod ase.gonotontrot birudhir bhumika asol.birudhi nohole gonotontro hekh hobo.
@binoykalita7597
@binoykalita7597 2 месяца назад
তোৰ ধানদা জানিলো।অতল বিহাৰীৰ নুমদালৰ জোৰ তহতি নেপাৱ।
@brajaray
@brajaray Месяц назад
😊
@gh12138.
@gh12138. 2 месяца назад
Aap❤
@binoykalita7597
@binoykalita7597 2 месяца назад
চৰকাৰ হোৱাটোৱে যদি উন্নয়ন বুলি ভাবে তেন্তে এই বোৰে নিজৰ পৰিচয় উদঙাই দিলে। এই বোৰ ভেৰাৰখীয়া।
@nityagogoi478
@nityagogoi478 2 месяца назад
২০১৪ চনত বিজেপিৰ বুথ কিমান আছিল ? কা ই কাল হ’ল Bjp ৰ ৷
@poojabiswasharma3845
@poojabiswasharma3845 2 месяца назад
Ka kunu matter nohoy
@user-mj7cd7nh7d
@user-mj7cd7nh7d 2 месяца назад
বি জে পিৰ কিছুমান মানুহৰ মুৰত পোক সোমাইছে।
@nebarsonmarak
@nebarsonmarak 2 месяца назад
dhabol enzien party holoni hoboi
@manashbarbaruah9281
@manashbarbaruah9281 2 месяца назад
Dubiba
@dibo-2023
@dibo-2023 2 месяца назад
Bjp gundarajh salise
@AjijulHouque-yc8ln
@AjijulHouque-yc8ln 2 месяца назад
Bjp kio eman chiruri thake
@GDhurbaJyotiDeori-fm3zc
@GDhurbaJyotiDeori-fm3zc Месяц назад
Rahul Gandhi next prime minister of India.......🎉🎉🎉🎉🎉🎉
@rupeswaripegu3311
@rupeswaripegu3311 Месяц назад
Hema to bishesharma congress Aagate
@saratnath6782
@saratnath6782 Месяц назад
Bjp r kotha kobola kebol sasma pindha jonai ase deii vl lagil... Ru student k loi tulunga mot diya jonor kothar xurtu suwa... Teu je hikhita nohoi buja gol
@successwayoflife9780
@successwayoflife9780 Месяц назад
Vote 4 bjp and wel- come CAA
@user-ob7kv1cs5f
@user-ob7kv1cs5f 2 месяца назад
YES THE BJP MEANS CAME FROM CONGRSS PARTY IN THE INTEREST OF WON SEL.
@binoykalita7597
@binoykalita7597 2 месяца назад
ঐ বান্দৰ মিছা কথা আৰু কিমান বলকিব।
@Randeep-kb1xh
@Randeep-kb1xh 2 месяца назад
গুৱাহাটী লোক সভা সমষ্টিৰ সাধাৰণ ভোটাৰ হিচাপে বিজেপি দলৰ চৰকাৰলৈ প্ৰশ্ন - বিজেপিৰ অভিযোগ কংগ্ৰেছে ৭০ বছৰ দুৰ্নীতি কৰিছে উন্নয়ন একো কৰা নাই - যদি কংগ্ৰেছে একো একো উন্নয়ন কৰা নাই সমগ্ৰ ভাৰতবৰ্ষৰ সন্মানীয় সাধাৰণ ভোটাৰ ৰাইজে সকলে বাৰম্বাৰ এনেই ৭০ বছৰ কংগ্ৰেছ দলক জয় যুক্ত কৰি শাসনত অধিষ্ঠিত কৰিছিল যদি একেবাৰেই একো উন্নয়ন হোৱা নাছিল ? অগপ দলৰ এজনে কৈছে উন্নয়ন ৰ বাবে পাৰ্থি সলনি হোৱাৰ প্ৰয়োজন তেনেহলে প্ৰধানমন্ত্ৰী পদৰ পাৰ্থী জন কিয় সলনি নহল ? যদি বিজেপি দলে যদি উন্নতি ইমান কৰিছে তেনেহলে প্ৰধামন্ত্ৰী মোদী ডাঙৰীয়া , গৃহ মন্ত্ৰী অমিত চাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পিয়োষ হাজৰিকা প্ৰমুখ্যে ডাঙৰ ডাঙৰ নেতা সকলে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমৰ ইফালৰ পৰা সিফালে কিয় ৰাইজৰ মাজত ইমান দৌৰি আছে ? ইমান উন্নতি উন্নয়ন কৰিছে যদি নিচিন্ত মনে দিছপুৰৰ কাৰ্য্যালয় নাথাকে কিয় ? কংগ্ৰেছৰ দুৰ্নীতি গ্ৰস্ত নেতাক দলত স্থান দিছে কিয় তেওঁলোকে দুৰ্নীতি কৰিছে গতিকে জেইলত দিব লাগিছিল তাৰ বিপৰীতে দলত আদৰণি জনায় সুউচ্চ স্থান দিছে কিয় ? কংগ্ৰেছে বেয়া কাম কৰিছে তেওঁলোকৰ অভিযোগ যদি সত্য ৰাইজে প্ৰত্যাখ্যান কৰিব ৰাইজে চাই আছে ৰাইজৰ নিজৰ জ্ঞান বুদ্ধি বিচাৰ বিবেচনা আছে ৰাইজে সেই মতে কৰিব তেওঁলোকে ইমান বিৰোধী দলক সমালোচনা কৰি নিৰ্বাচনী প্ৰচাৰ কৰা যুক্তি কত ? বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী শিক্ষা অনুষ্ঠান প্ৰাথমিক স্কুল মাধ্যমিক স্কুল সমূহ বন্ধ হৈ আহিছে কিয় ? শিক্ষা ব্যৱস্থা যদি ইমান উন্নতি হৈছে ৰাইজে নিজৰ সন্তানক চৰকাৰী বিদ্যালয় ৰ বিপৰীতে ব্যক্তিগত বিদ্যালয়ত ভৰ্তি কৰাৰ কাৰণ ? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি চৰকাৰৰ দিনত ভাৰতবৰ্ষ বিশ্বৰ অতি দ্ৰুত আৰু অন্যতম অৰ্থনীতি দেশ হোৱা বুলি গৰ্ব প্ৰকাশ কৰে তেনেহলে আজি সমগ্ৰ দেশত কিয় ইমান বিনামূলীয়া চাউল,অন্য বিভিন্ন আঁচনি হিতাধিকাৰী সৃষ্টি কৰিছে ? ইন্ধৰ মূল্য বৃদ্ধি ত চৰকাৰৰ হাত নাথাকে কয় পিছে মূল্য হ্ৰাস হলে মোদী চৰকাৰে পেট্ৰলৰ মূল্য হ্ৰাস কৰা বুলি কিয় কয় ?
@user-mo6pu2ur8z
@user-mo6pu2ur8z 2 месяца назад
Congress partyr Gundaraj asil
@SurujGogoi-tg6yc
@SurujGogoi-tg6yc 2 месяца назад
Congres Dalal parti Jay seri Ram B J P Jindabad
@budheswarsaikia3103
@budheswarsaikia3103 2 месяца назад
Shui thoka shial hah hedhoribo nuare,sar pua nohoi.
@user-mo6pu2ur8z
@user-mo6pu2ur8z 2 месяца назад
Axhomor ketyau unnoti nohoi karon ministerot ke Ministeror pukor dhuai dya Dallalor xhongkha besi
@brajaray
@brajaray Месяц назад
To. R. Mathat. Muti. Dum
@NirmolRay118
@NirmolRay118 2 месяца назад
আমাৰ 1 নং কোকৰাঝাৰ লোকসভাত বিজেপি,অগপ আৰু ইউপিএলৰ প্ৰাৰ্থী #জয়ন্তবসুমুটাৰী জয়ী হব।অসমত কংগ্ৰেছ নাথাকিবই এসময়ত।কিন্ত বিৰোধী শক্তিশালী লাগে।কংগ্ৰেছে নিজৰ ভৰিত কুঠাৰ মাৰিছে।
@brajaray
@brajaray Месяц назад
Tor. Gela. R. Nisa. Ashe
@user-yb3hl7lg6e
@user-yb3hl7lg6e 2 месяца назад
Bijpii jindabat
@user-rq5gq4ux6y
@user-rq5gq4ux6y 2 месяца назад
নিবনুয়াৰ সমস্যা কথা যে কংগ্ৰেছে আজি কৈ আছে আগত কংগ্ৰেছ থাকোঁতে কি ভাল সিঙিছিল কোনো এটা সমস্যাৰ সমাধান কৰিছিল নে কংগ্ৰেছৰ দিনত
@user-mo9wi4gc4m
@user-mo9wi4gc4m 2 месяца назад
Bjp r fokfokoni bahut besi..
@prokashchandrachoudhury.3879
@prokashchandrachoudhury.3879 2 месяца назад
BJP r unnayan chai Congress r jalan dharise
@bipuldoley1906
@bipuldoley1906 2 месяца назад
B J P Jindabath
@nishaghoshbhuyan2120
@nishaghoshbhuyan2120 2 месяца назад
Tezpur bjp
@user-rq5gq4ux6y
@user-rq5gq4ux6y 2 месяца назад
মোদী চৰকাৰ আছে মোদী চৰকাৰ থাকিবই
@user-rq5gq4ux6y
@user-rq5gq4ux6y 2 месяца назад
BJP jindabad
Далее
СТРИМ-МАФИЯ С ДРУЗЬЯМИ
4:09:21
Просмотров 1 млн
Dragon Age: The Veilguard | Official Reveal Trailer
02:08
СТРИМ-МАФИЯ С ДРУЗЬЯМИ
4:09:21
Просмотров 1 млн