Тёмный

নৱনীতা গগৈ ভড়ালীৰ সফলতাৰ কাহিনী || UPARJAN || NAVANITA TIFFIN SERVICE || 

UPARJAN
Подписаться 159 тыс.
Просмотров 207 тыс.
50% 1

নৱনীতা গগৈ ভড়ালীৰ সফলতাৰ কাহিনী || UPARJAN || NAVANITA TIFFIN SERVICE ||
UPARJAN : 9101735732
বুকুত বহু আশা বান্ধি গোলাঘাটৰ জীয়ৰী নৱনীতা গগৈ বোৱাৰী হৈছিলহি ডিব্ৰুগড়ৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ৷ কিন্তু বোৱাৰী হৈ তেওঁৰ সকলো সপোন চাৰখাৰ হৈ গ’ল ৷
এদিন কণমানি সন্তানক বুকুত বান্ধি অকলশৰে ওলাই আহিল এটা ভাড়া ঘৰলৈ ৷ বিচাৰাবলৈ ল’লে জীবিকাৰ এটা বাট ৷
uparjan.in

Опубликовано:

 

6 янв 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 355   
@Barokhamoran
@Barokhamoran Год назад
ছোৱালীৰ আচল সংগ্ৰাম হয় বিয়াৰ পিছতহে😥
@rashmirekhaasaud.5940
@rashmirekhaasaud.5940 Год назад
নৱনীতা অ' তোমাৰ কথাবোৰ শুনি থাকিলে উপন্যাস এখন পঢ়ি থকাৰদৰে লাগে। তুমি নাৰীৰ আদৰ্শ। চেল্যুট তোমাক❤🙏💐👍
@navanitaskitchen416
@navanitaskitchen416 Год назад
ধন্যবাদ বাইদেউ
@kamruptourism4992
@kamruptourism4992 Год назад
@@navanitaskitchen416 ঔ আই একেই মৰমসনা মাতষাৰ সেইজনী , ইমান সাহসিয়াল কেনেকৈ তুমি নৱ ?? বাট বোটলাত অকণো ভাগৰি নপৰক যেন তোমাৰ প্ৰাণৰ দুৰ্দম্য হেঁপেহুৱা চৰাইটি !! এইদৰে পিছপৰা সকলো শ্ৰেণীভুক্ত নাৰীৰ বাবে সাহসৰ প্ৰতীকী হৈ গেৰেলুৱা জুইৰ নিচিনাকৈ বাট কাটি গৈ থাকা , পিচে মোক ধৰিব পাৰিছানে ভন্টী ?? ( অঙ্কন চলিহা , ডিব্ৰুগড় খোৱাং গাওঁ )
@arunmahanta7207
@arunmahanta7207 Год назад
@@kamruptourism4992 ৌৌ
@kamruptourism4992
@kamruptourism4992 Год назад
??
@dibyapawanbarman6839
@dibyapawanbarman6839 Год назад
Ooóoóíîi9óóíí9oóíiiííîí99ó999ó😊😊😊😊œ99999999999999999999999999999999999999999999😊
@quantomine6076
@quantomine6076 Год назад
আচৰিত! কুশলে থাকক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো। সঁচা অৰ্থত আপুনি এগৰাকী প্ৰকৃত শিক্ষয়িত্ৰী। সঁচাই আপুনি আজিৰ অসমখনৰ এগৰাকী মহিয়সী নাৰী। 'উপাৰ্জন'কো অশেষ ধন্যবাদ ।
@ajantabaruah7493
@ajantabaruah7493 Год назад
নবনীতা গগৈ সকলো নাৰীৰ বাবে অনুপ্রেৰণাৰ উৎস।। তেওঁৰ অদম্য সাহসিকতাৰ বাবে সদায় সমাজত উজ্জ্বলি থাকিব। ধন্য তেওঁৰ জীৱন
@taralibaruah1347
@taralibaruah1347 Год назад
সঁচাকৈ আপুনি এগৰাকী শক্তিশালী আৰু আদৰ্শ মহিলা আপোনাৰ আদৰ্শই বহু মহিলাকে স্বাবলম্বী কৰিব । সচাকৈ দুখ কষ্ট আৰু সংঘাতে মানুহক নতুন জীৱন দান দিয়ে বহুত বহুত ধন্যবাদ
@Miduldutta
@Miduldutta Год назад
সত্যৰ সদায় জয় কৰ্ম শুদ্ধ হ'লে জীৱনৰ বাট সদায় সুন্দৰ ভাৱে মুকলি হৈ যায় , মজা 💘💘💘 নিজৰ আত্মবিশ্বাস বোলা শক্তি টোৰে জীৱনৰ ভক্তি হয় ,
@himadriboruah4849
@himadriboruah4849 Год назад
সোণ মাটিত পৰিলে উজ্জ্বলতা বাঢ়ে! আপোনাৰ সু-স্বাস্থ্য আৰু পৰিয়ালটিৰ মংগল কামনা কৰিলোঁ 🙏🙏🙏
@anjubezbaruah9999
@anjubezbaruah9999 Год назад
বাইদেউ, আপুনি সুস্থ হৈ কথাবোৰ কৈছেনে ? আপুনি মানুহ নে দৈৱিক শক্তিযুক্ত কোনোবা দেবদেবী বুজি পোৱা নাই ।বীৰুবালা ৰাভাৰ দৰে বহুতৰ কথা শুনিছো ,কিন্তু আপোনাৰ জীৱন যাত্ৰা শুনিবলৈও সাহস লাগিব ।শত শত প্ৰণাম বাইদেউ ।আধুনিক যুগৰ দূৰ্গা আপুনি ।
@navanitaskitchen416
@navanitaskitchen416 Год назад
ঈশ্বৰ ঐঐ
@rijuborah7044
@rijuborah7044 Год назад
আৰু আগুৱাই যাওঁক । সকলোৰে আপোনাৰ অনুপ্ৰেৰণা হওঁক 🙏🙏🙏
@prodipgogoi7520
@prodipgogoi7520 Год назад
Thanks to nobanita gogoi মহান আদৰ্শ নাৰী আপুনি মানৱ সেৱাই ভগৱানক সেৱা কৰা হয়। মুলাগাভৰু জয়মতীৰ দৰে জগতত জিলিকি থাকক আপুনি। thanks to you
@kamruptourism4992
@kamruptourism4992 Год назад
মুখৰ কথাষাৰ কাঢ়ি নিলে আপোনাৰ বক্তব্য‌ই
@anamikaboravines9389
@anamikaboravines9389 Год назад
শুভ কামনা জনোৱাৰ ভাষা বিচাৰি পোৱা নাই... 🙏❤🙏 আপুনি এগৰাকী মহিয়সী নাৰী!নাৰীৰ বাবে প্ৰেৰনা হৈ ৰব.....
@ramenborah3207
@ramenborah3207 Год назад
নৱনীতা তোমাক ভগৱানে আৰু চকু মেলি চাওক, তুমি নাৰীৰ আদৰ্শ আৰু উৎসাহ হোৱা।
@Rimi....7237
@Rimi....7237 Год назад
বহুত বহুত ধন্যবাদ বাইদেউ। বহুত কষ্ট কৰি আগবাঢ়ী আহিল আপোনী আৰু আগলৈ আগুৱাই যাৱক ভগৱানে আৰ্শীবাদ কৰক বহুত সাহস পালো আপোনাৰ সঙ্গাম বোৰ শূনী
@Charsita_parasar9780
@Charsita_parasar9780 Год назад
আপুনি কেনেকৈ সময় মিলাই কাম বিলাক কৰি গৈছিল বাইদেউ।আপোনাক মই অসমৰ বজালীৰপৰা সেৱা জনাইছোঁ।শহুৰৰ ঘৰত ঘৰুৱা হিংসাৰ বলি মইও হৈছোঁ বাইদেউ মইও আপোনাৰ দৰে সাহসী আছিলোঁ কিন্তু মই বন্দী হৈছিলোঁ মায়াৰ বান্ধোনত । মই ৩বছৰৰ পাৰ্থক্যৰ দুটা ল'ৰা ৰ মাক হোৱাৰ লগতে এগৰাকী অঙ্গনবাদীৰ কৰ্মী হোৱা বাবে এই কষ্টৰ পৰা মুক্তি নাপালোঁ।
@kashmiriscreation6929
@kashmiriscreation6929 Год назад
আপুনি এক আদৰ্শ নাৰী।ভাবিছিলো এদিন আপোনাক এনেদৰে দেখিম বুলি আজি দেখি সঁচাকৈ খুৱেই ভাল লাগিল।উপাৰ্জনক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিলো।
@priyangshugogoi6299
@priyangshugogoi6299 Год назад
বহুত বহুত ধন্যবাদ বাইদেউ 🙏🙏 আপোনাৰ কথাই মোক বহুত সাহস দিলে । মোৰ লগতো এনেকুৱাই কিছুমান ঘটনা ঘটি আছে ।
@jurimonisenapoti6015
@jurimonisenapoti6015 Год назад
আৰু আগুৱাই যাওক🙏😍 আপোনি বহুত ভাল কাম কৰিছে বাইদেউ 💗মনত বহুত সাহস পালো ❤
@triptiranibaishy3004
@triptiranibaishy3004 Год назад
আদৰ্শ নাৰী 👌🙏🏻🙏🏻
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Год назад
Many many congratulations Nabanita Baa.Go ahead way to your journey........ Always be positive and happiness.
@junmoniborah6402
@junmoniborah6402 Год назад
নবনীতা বাইদেউ আপোনাক প্ৰনাম ।বহুতো ধন্যবাদ ।
@user-bh9nq6rp3n
@user-bh9nq6rp3n 28 дней назад
বহুত দুখ লাগিছে আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গৈছে আপোনাক বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ ভিদিৱ চাই বহুতো মহিলা সাহসি হ'ব
@prasantaborah5229
@prasantaborah5229 Год назад
বাইদেউ আপোনাৰ কথাবোৰ বহুত ভাল লাগিল। আপুনি কথোৰ স্ংগ্ৰাম কৰিলে। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।
@prabhatsingha1420
@prabhatsingha1420 Год назад
Goddess of kind-hearted, patience, power etc.etc . nothing to be explained. Millions of salute 🙏🙏🙏
@amritkotoky9383
@amritkotoky9383 Год назад
বহুত ভাল লাগিল । ধন্যবাদ মোৰো বহুত মন আছে। কৰিবলৈ সাহস গোতাব পৰা নই।
@papuborah2008
@papuborah2008 Год назад
বাইদেউ আপুনি মহান। ভগৱানে আপোনাক ভালে ৰাখক তাকেই কামনা কৰিলো।
@gayatrigogoi2335
@gayatrigogoi2335 Год назад
Great Lady Baidew
@nikuphukan4160
@nikuphukan4160 Год назад
মই লগ পাইছোঁ বাইদেউক দুপৰীয়া আহাৰ দিবলৈ আহিছিল তেওঁ ,বৰ ভাল লাগিল লগ পায়।সচাকৈ তেওঁ অতি সাহসী লগতে কৰ্মী মহিলা।ভালে থাকক সদায়।
@pratikshabhakat247
@pratikshabhakat247 Год назад
সঁচাকে বাইদেউ আপুনি মহিলা সমাজৰ এগৰাকী নমস্য নাৰীমূৰ্তি । আপোনাৰ জীৱন কাহিনী বিলাক এখন সম্পূৰ্ন কিতাপ হওক ।
@mridumonisworld5740
@mridumonisworld5740 Год назад
বাইদেউ ক শিক্ষকদিৱসৰ দিনা যোৱাবছৰ লগপাইছিলো। খুব ভাললাগিল বাইদেউৰ কথাবতৰা। আপুনি আগুৱাই যাওক।
@manuborah4135
@manuborah4135 Год назад
ভগৱানে আপোনাক সদায় শক্তি দিয়ক
@arindomkakoti8675
@arindomkakoti8675 Год назад
Salute to this woman literally 👍
@purabichakravorti5041
@purabichakravorti5041 Год назад
Salute to u Madam. You are an example of epitome n courage. 👍
@nijorapatangia7797
@nijorapatangia7797 23 дня назад
বহুত ভাল লাগিল সাক্ষাৎকাৰটো চায় ।
@sumpigogoi3267
@sumpigogoi3267 Год назад
Khub val lagil ...proud of you...very inspiration lesson for every man and women...
@priyangigogoi788
@priyangigogoi788 Год назад
Bor Bhal lagil Baidew apunar hahokhikotai mon sui gol .
@anjumabegum4647
@anjumabegum4647 Год назад
Salute u continue God bless u
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Год назад
We're inspiring of your story.. we're proud of you. All the best wishes to you.
@user-mp3qz3fz8q
@user-mp3qz3fz8q 3 месяца назад
Your realy doughter fo god.god be with you.live long sister.
@rupamborah7002
@rupamborah7002 Год назад
আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ
@bhaskarsonowal8257
@bhaskarsonowal8257 3 месяца назад
Salute bow , aaru akhirbad diyok vogoban e, ❤
@kunuborah988
@kunuborah988 Год назад
manisu baideu, salute jonnaisu apunak, narir swaviman apunar dore nariyehe rakhibo pare sochake apunar jibon kahini shuni kbole aku bhasa nai aru, eman strong lgote sklu nij hate kosto kri emankhini kam kri nijr uparjonre nje porial soai ase husband lgt thakuteu ,🙏🙌
@smitabaishya8122
@smitabaishya8122 Год назад
Great Salute to you Ma'am ❤️🙏
@pranabbaruah1352
@pranabbaruah1352 Год назад
Very good discussion in sad god bless you
@puspadhardeka5665
@puspadhardeka5665 Год назад
Excellent. Baidew thanks.
@tulikamajuli755
@tulikamajuli755 Год назад
Khub val lagil apunar kotha bur huni..... "Jetiya hakalo duwar bondha hoi jai tetiyao hoi2 korabat ekhan duwar khul khai jai" .....apuni bhutre perana haok..
@juntiborah3548
@juntiborah3548 Год назад
আপোনাৰ আদৰ্শ ই সকলোকে অনুপ্ৰাণিত কৰিছে । আপুনি আগূৱাই যাওক।🙏🙏
@debajitborah3327
@debajitborah3327 Год назад
God bless you.....
@user-mj3ux2of3x
@user-mj3ux2of3x 4 месяца назад
Great great.... salute baidew
@ranengogoi244
@ranengogoi244 Год назад
Big Salute
@jayantadutta1024
@jayantadutta1024 Год назад
বৰ উৎসাহজনক সঁচা কাহিনী
@mousumgowravbasumatary4257
@mousumgowravbasumatary4257 6 месяцев назад
Hats off ma’am…..really inspiring story.
@nayanikadevi2962
@nayanikadevi2962 Год назад
Salute you madam
@chinmaykhakhlarymosolamusi2599
Salute to you madam. God bless your family🙏
@animallover2181
@animallover2181 Год назад
Val lagil baideu Apuni aguai jauk
@kashmiri6548
@kashmiri6548 Год назад
Aamar navanita ba ,, ba mur bohut priyo .. bohut utkhah pau bar fb post buror pora. Ba bohut val hoi
@moniramdas4569
@moniramdas4569 Год назад
Respected nabanita Gogoi bharali is an Assamese inspirational Ladi for new generation I always respect of her hard working for coming generation
@nitashreechetia
@nitashreechetia Год назад
মোৰ দেউতা হস্পিটেল ত থাকোঁতে এই বাইদেউ গৰাকীয়ে বহুত সহায় কৰিলে
@jknandansarmah1775
@jknandansarmah1775 Год назад
Thank you mem good job long life you
@dipalikakoty8793
@dipalikakoty8793 Год назад
বৰ ভাল লাগিল
@alfaz6212
@alfaz6212 4 месяца назад
Thank you baideu you are best lady good blesst you,
@hriday4657
@hriday4657 4 месяца назад
Salute baideu আপোনাৰ কৰ্মজীৱন অমাৰ প্ৰেৰণা
@nityagogoi478
@nityagogoi478 Год назад
আপোনাৰ ধৈৰ্য সাহস সকলো মহিলাৰ বাবে আদৰ্শ হওক ,
@kakulibharali3875
@kakulibharali3875 Год назад
Great ❤🙏Grand salute to you ❤🙏🙏❤
@bijuburagohain5636
@bijuburagohain5636 Год назад
Val lagil haidew agbahi jauk.good bless you
@JSBMCreativeAngel
@JSBMCreativeAngel Год назад
ধন্যবাদ জনাইছো বাই দ 🙏❤️🌹
@allone2175
@allone2175 Год назад
You self are a great novel ,salute
@jonalikalita9212
@jonalikalita9212 Год назад
Baideo you are inspiration of us
@gaurismritagogoi1713
@gaurismritagogoi1713 Год назад
Aunty apuni aru aguwai jaok... Bohut hardwork korise... Good luck...
@Ranjunath8074
@Ranjunath8074 Год назад
Apunak salute baideu.. apuni bahut saktisali.
@gitanjaligogoi8700
@gitanjaligogoi8700 Год назад
Many many congratulations Nabanita.tumak bahut dinar biratir pisat dekhi asarit halu.
@nayanjitkonwar2894
@nayanjitkonwar2894 Год назад
Great work .👍
@kalpanahazarika7631
@kalpanahazarika7631 Год назад
ভাল লাগিল ,।
@krishnahazarika85
@krishnahazarika85 Год назад
Khub bhal ,salute
@babulchpal9115
@babulchpal9115 Год назад
Salute to you madam.
@prarthanadutta5263
@prarthanadutta5263 Год назад
Eman dangor judho akhon par kora , bipodot nijok somvali hahokhere agbarhi jiwan jia baidew k dhonyabad diar vakha nai. Nari jatir hahok aponi baidew. Hodai adarkho hoi rouk baidew. Salute aponak🙏
@rashiskitchen6555
@rashiskitchen6555 Год назад
Bohut bhal lagil video tu
@leenagoswami1281
@leenagoswami1281 Год назад
মোৰ জীৱনটো এনেকুৱা ধুমুহা এজাক আজিৰ পৰা 25 বছৰ আগতে পাৰ হৈ গৈছে । মৰিব নোৱাৰিলোঁ । কিতাপ এখন লিখিলোঁ , ( সোঁৱৰণীক সুঁৱৰি ) । আপোনাক ,🙏🙏🙏
@purabisaikia6998
@purabisaikia6998 Год назад
মই ভাবো নাৰীৰ মন প্ৰচণ্ড ধুমুহাইয়েও ভাঙিব নোৱাৰে । মানসিক অত্যাচাৰৰ বলি হোৱা প্ৰতেক গৰাকী নাৰী আপোনাৰ দৰে সাহসী হৈ উঠক । মোৰ জীৱনতো ঘটিছিল কিন্তু প্ৰত্যাহ্বান জনাই জীৱনটো সুস্থিৰ কৰিলোঁ । ধন্যবাদ জনালো ।আগুৱাই যাওক ।
@anitadas706
@anitadas706 Год назад
ধন্যবাদ বহুত ভাল লাগিলে 🙏
@nilufarahmed2364
@nilufarahmed2364 Год назад
salute to today's brave lady.
@dipanjalichetia455
@dipanjalichetia455 Год назад
আপোনাক বহুত বহুত ধন্যবাদ
@jintuhazarika240
@jintuhazarika240 Год назад
এখন উপন্যাস পঢ়ি থকাৰ দৰে লাগিল, হুুভেছা থাকিল
@bhabanigogoi3278
@bhabanigogoi3278 Год назад
Great.
@fiona___kashyap9510
@fiona___kashyap9510 Год назад
Val lagile apunar kothabur .agui jauak apuni.
@nangrinkygogoi
@nangrinkygogoi Год назад
Bahut bahut bhal lagile ai interview tu.Aunty you are such an inspiration to everyone,Stay blessed 🙌 Aru Aguwai juok apuni.
@AbdulHannan-dc7ty
@AbdulHannan-dc7ty Год назад
ģþ
@decock6778
@decock6778 Год назад
খুব সুন্দৰ দেই ।চাই বহুত প্ৰেৰণা পালো
@joba222
@joba222 Год назад
Baideu apunak salute nidiyakoi nuwari 🙏🙏🙏
@dimpeephukankhanikor5970
@dimpeephukankhanikor5970 Год назад
Hosake bohut val lagil ba apunar kothabur 👍👍👍👍👍
@kalendas1935
@kalendas1935 Год назад
🙏🙏🙏🙏 dhoinyobad bohut val kam Kori ase Baideu apuni aru aguwai jowa 🙏🙏🙏🙏
@BobiPhukan
@BobiPhukan Год назад
Bahut dhuniya kotha val lagile 👍
@jitunath1083
@jitunath1083 Год назад
Thanks jod bless you
@anjanaskitchen5339
@anjanaskitchen5339 Год назад
Aponar busines idea to bohut vallagil keep it up..
@mitaligogoi1782
@mitaligogoi1782 Год назад
Apunk fbt paisilu. Bhal lagil ba. Bohut strong hoi apuni.
@amaragarwala7474
@amaragarwala7474 Год назад
ভাল লাগিল
@bimansaikia4305
@bimansaikia4305 Год назад
সচাকৈ মসিয়শী নাৰী আপোনালোকৰ পৰিয়ালতো ভগৱানে কোশলে ৰখক
@BobiPhukan
@BobiPhukan Год назад
God bless you
@nashbaskerville2824
@nashbaskerville2824 15 дней назад
Kudos to you you are amazing woman. Your story is similar to mine so I can relate and appreciate. God bless you and take you higher and higher loads of love from Australia ❤️❤️
@ranjanagogoi531
@ranjanagogoi531 Год назад
ভাল লাগিল বা
@ranjanagogoi4569
@ranjanagogoi4569 Год назад
Very nice bohut Val lagil
@najarulali4177
@najarulali4177 Год назад
দা আপুনি ইমান ভাল কঠা কইচা মই সদাই সুন
@binagohain9329
@binagohain9329 Год назад
Baideo br vl lagil kotha bilak huni apunar log paboloi mur bht essa ase
Далее