Тёмный
No video :(

জীৱনৰ প্ৰত্যহ্বানৰ ওচৰত কোনোদিন সেও নমনা এগৰাকী মহিলা mydung restaurant 

UPARJAN
Подписаться 160 тыс.
Просмотров 466 тыс.
50% 1

জীৱনৰ প্ৰত্যহ্বানৰ ওচৰত কোনোদিন সেও নমনা এগৰাকী মহিলা mydung restaurant
জীৱনৰ প্ৰত্যহ্বানৰ ওচৰত কোনোদিন সেউ নমনা এগৰাকী মহিলা ৷
স্বামীয়ে এৰি থৈ যোৱাৰ পাছত দুটিকৈ সন্তানক বুকুত সাৱতি সংগ্ৰাম কৰা এগৰাকী মহিলা ৷
uparjan contact number: 9101735732
হতাশাগ্ৰস্ত হৈ তেওঁ এদিন আত্মহত্যাৰ কথা ভাবিছিলে ৷ কিন্তু পুত্ৰ কন্যাৰ মৰমে তেওঁক জীয়াই থাকিবলৈ বাধ্য কৰিলে ৷
এবছৰৰ পূৰ্বে তেওঁ আনৰ পৰা টকা ধাৰলৈ আনি উত্তৰ লখিমপুৰত আৰম্ভ কৰিলে এখন ৰেষ্টুৰেণ্ট ৷ নাম দিলে মাই দুং ৷ কিন্তু ৰেষ্টুৰেণ্ট চলোৱা জানো ইমান সহজ ৷
তেওঁ দৃঢ় মনোবলৰ বাবেই এতিয়া মাই দুং ৰেষ্টুৰেণ্ট এটা চিনাকী নামলৈ পৰিনত হৈছে ৷
শদিয়াৰ জীয়ৰী আৰু লখিমপুৰৰ বোৱাৰী পিংকী হাজৰিকাৰ জীৱন কাহিনী এয়া ৷
পিংকীয়ে কেনেদৰে বহু প্ৰত্যাহ্বানক পাৰ কৰি ব্যৱসায় চলাই গৈছে ,তেওঁৰ মুখেৰেই জানো আহক
uparjan.in

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 908   
@mainanitu7047
@mainanitu7047 2 года назад
সুন্দৰ এক প্ৰজেটিভ চিন্তাধাৰা । প্ৰকৃত নাৰীবাদৰ উৎকৃষ্ট নিদৰ্শন ।
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
ঠিকেই কৈছে আপুনি ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@jkcorner1597
@jkcorner1597 2 года назад
Hosa
@rajatrahang3357
@rajatrahang3357 4 месяца назад
1:47 1:51
@rajatrahang3357
@rajatrahang3357 4 месяца назад
V😅😊❤Vs4sxwu 1:59 uvv
@anishmritasarmah3339
@anishmritasarmah3339 2 года назад
চেল্যুট জনালোঁ তোমাক । প্ৰতিগৰাকী নাৰীৰ বাবেই তুমি এক বলিষ্ঠ আদৰ্শ । অশীৰ্বাদ কৰিছোঁ জীৱনত আৰু আগুৱাই যোৱা ।
@pilygoswami9414
@pilygoswami9414 2 года назад
পিংকী ; তোমাৰ কাম আৰু সাহসক চেল্যুট জনালোঁ । জীৱন যুঁজত হাৰি নোযোৱা মানুহহে প্ৰকৃত সৈনিক বুলি কোৱা হয় ।সংগ্ৰামৰ অবিহনে জীৱনৰ মাদকতাই বাৰু ক'ত !! ধন্য হওক আপোনাৰ জীৱন ।সত্যত থাকিলে নেদেখা জনে সহায় কৰে ।আগন্তুক দিনত আপোনাৰ আৰু বেছি উন্নতি হওক লগতে আপোনাৰ দুই সন্তান আপুনি কোৱাৰ দৰে সমাজত একো একোজন সুন্দৰ মানুহ হৈ পৰিচয় লাভ কৰক তাৰেই কামনা কৰিলোঁ ।জীৱন জিন্দাবাদ """"""
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
সচা কথা। কি যে কম । ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@jkcorner1597
@jkcorner1597 2 года назад
Hosa kotha💞💞💞💞
@jumonlahongaming5817
@jumonlahongaming5817 2 года назад
Muru.jibon.tumardore.Moi.kintu.vejitebol.dukani
@jyotikadutta5187
@jyotikadutta5187 2 года назад
😁🙏🙏 bamou niu vali Kory satumi
@user-nk3zc2sp8w
@user-nk3zc2sp8w 2 года назад
বাইদেউৰ জীৱন কাহিনী শুনি চকু সেমেকি গ'ল। আপুনি হাজাৰ গৰাকী মহিলাৰ প্ৰেৰণাৰ উৎস বাইদেউ । আপুনি আৰু আগুৱাই যাওক পাছলৈ ঘুৰি নাচাব । Salute sister.
@gobin470
@gobin470 2 года назад
সাহসী নাৰী,আপুনি ভবাৰ দৰে ভগবান সহায় হওঁক আপোনাৰ।।।
@Misskarabi
@Misskarabi 2 года назад
এনেকুৱা লাগিল যেন আপোনাৰ কাহিনী বোৰ আৰম্ভণিৰ পৰা শেষলৈ শুনি যাওঁ , আগবাঢ়ি যাওক কেতিয়াও পিছলৈ ঘূৰি নোচোৱাকৈ ।।♥️♥️♥️🥰
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
ঠিকেই কৈছে আপুনি ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@rojoniprovabaruah5461
@rojoniprovabaruah5461 2 года назад
সচাকৈ এচামে খাবলৈ নাপাই যুঁজ বাগৰ কৰি ফুৰে, আন এচামে ৰাইজৰ টকাৰে ৰাজভুগ কৰি আনন্দ পাই।❤️❤️❤️❤️❤️ সাহসেৰে জীয়াই থাকা👍👍🙏
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
ঠিকেই কৈছে আপুনি ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@chayanikadhunu9522
@chayanikadhunu9522 5 месяцев назад
সঁচাকৈ...এয়াই জীৱন।😢😢😢 বহুত বেছি দুখ লাগিল।😭😭😭😭 আগুৱাই যোৱা বা ।❤❤❤
@sopuboruah2664
@sopuboruah2664 2 года назад
সদায় আগুৱাই যোৱা। লক্ষীমপুৰ গলে সোমাই আহিম ।।❤️❤️❤️
@dhoniramchetia4296
@dhoniramchetia4296 2 года назад
জীৱন যুঁজত আগুৱাই যাবলৈ ঈশ্বৰে আৰু অধিক অদম্য শক্তি প্ৰদান কৰক🙏🙏🙏।
@gunakantabaruah1988
@gunakantabaruah1988 2 года назад
তোমাৰ কথা বোৰ শুনি দুষিত হলোঁ। লগতে সুখী ও হলোঁ।ধৈৰ্য ধৰি ভালকৈ আগবঢ়া নিশ্চয় এদিন সফলতা লাভ কৰিব পাৰিবা।
@bhargabacharja1778
@bhargabacharja1778 2 года назад
ইমান কম বয়সতে এনে অভিজ্ঞতা আৰু উন্নতি ।এয়া নেদেখা জনৰ কৃপা। ধৰ্য আৰু সাহসৰ অন্য নাম ভগবান।
@Phukansdiary
@Phukansdiary 2 года назад
প্ৰকৃত অসমীয়া সাহসী নাৰী। চেল্যুট❤
@ghanakantamech6178
@ghanakantamech6178 2 года назад
প্ৰভু যীচুৱে আশীৰ্বাদ কৰক আপোনাক
@user-jr1oe9tg2p
@user-jr1oe9tg2p 2 года назад
সত্যতা আৰু নিষ্ঠাৰে আগুৱাই যোৱাৰ তোমাৰ জীবনৰ প্ৰতিটো খুজকে মই প্ৰনামিলো।জিবন মানেই যে সংঙ্ঘ এইটো সত্য প্ৰতিফলিত হৈছে তোমাৰ কৰ্মকৰতা পৰা । এই পৃথিৱীত যাৰ কোনো নাই তাৰ লগত আছে মাঠু ভগৱান।ৰাখে হৰি মাৰে কোনে ? পৃথিৱীৰ এনে বহুত উদাহৰণ আছে নিজৰ দশতাক নিজেই চিনি পাই ইতিহাস ৰচনা কৰাৰ। আগুৱাই যোৱা সফলতাই তোমাৰ ভৰি চুবলৈ বেছিদিন নাই ।
@hemantahazarika9715
@hemantahazarika9715 2 года назад
I proud of you sister, I really proud of you, 😢 ইমান সুন্দৰ কথা কৈছে , ইমান সাৱলীল আৰু স্পষ্ট কথা, সচাঁই অভিভূত হৈছো বা, মূলাগাভৰু দেশৰ কনকলতা দেশৰ এয়াই বীৰংগনা নাৰী, ইশ্বৰে কেৱল আগুৱাই নিয়ক বাইদেউ
@manjitabhuyanhandique9006
@manjitabhuyanhandique9006 2 года назад
আগবাঢ়ি যোৱা, তোমাক ঈশ্বৰে আৰু আশীৰ্বাদ কৰক,এয়ে প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏
@aryankashyap1437
@aryankashyap1437 2 года назад
এনেকুৱা স্টেইট আৰু আত্মবিশ্বাসী আৰু ধনাত্মক কথাহে মোৰ প্ৰিয়৷
@competitivemathsandgk5682
@competitivemathsandgk5682 2 года назад
আপোনাৰ কথাবোৰ সঁচাকৈ অনুকৰনীয় , কেইটামান গুৰুত্বপূৰ্ণ সুন্দৰ কথা ক'লে ; ভাল লাগিল বাইদেউ ভগৱানে কুশলে ৰাখক আপোনাক 🙏🙏🙏
@bijuborman1647
@bijuborman1647 2 года назад
খুব সুন্দৰ ... আগুৱাই যাওঁক মাইদং..
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
হয় দেই ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@farminbegumofficial3442
@farminbegumofficial3442 2 года назад
মৰ্মস্পৰ্শী 😭 ছোৱালী হিচাপে অনুভৱ কৰিছো দূখ বোৰ 🙏🏽 আগুৱাই যোৱা বা❤️
@kdeori4945
@kdeori4945 2 года назад
ভগৱান তোমাৰ প্ৰতি মুহূৰ্ততে সহায় হওঁক কামনা কৰিছো।
@minubathel9992
@minubathel9992 2 года назад
আপুনি প্ৰভু যীচুক বিশ্বাস কৰে, সেই যীচুৱে আপোনাক গোটেই জীৱন সহায় কৰিব।
@lakhisaikia1139
@lakhisaikia1139 2 года назад
Bonori তৈ এইটো কি কথা কৈছোঁ
@digantaanthony27
@digantaanthony27 2 года назад
Prabhu Jisu , jivit ishwar hoi, bhanti tumi aaguai juwa , Iswar a tumak hohai karibo 🙏🙏🙏
@malabourpaakghor8475
@malabourpaakghor8475 2 года назад
ভগৱানে তোমাৰ মঙ্গল কৰক 🙏
@dilipchandradas2292
@dilipchandradas2292 2 года назад
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ তোমাক যেন আৰু আগুৱাই যাবলৈ সদায় সহায় কৰক, শক্তি দিয়ক। আমাৰো আশীৰ্বাদ থাকিল।
@Juktie546
@Juktie546 2 года назад
সুন্দৰ আপোনী আগোৱাই যাক। তাকেই কামনা কৰিলো।
@bimansaikia4305
@bimansaikia4305 2 года назад
বাই দেউ জীৱন যুদ্ধত যি কাৰো অন্যায় নকৰাকে স্থিৰ হৈ থাকে সেই জনেই যুদ্ধিস্থিৰ । আপুনি তাকেই কৰিছে আপোনাক অশেষ ধন্যবাদ।
@ranjibborah3274
@ranjibborah3274 2 года назад
বহুত সুন্দৰ কথা।দুবাৰ চালো আপোনাৰ you tube ! আপোনাৰ দৰে সাহসী তিৰোতা খুব কম।
@malindaspare8321
@malindaspare8321 2 года назад
চৰকাৰে এই মহিলাগৰাকীক যেন সহায় কৰে আশা থাকিল বহুত ।
@hemolatavlogs
@hemolatavlogs 2 года назад
ঈশ্বৰ সঁচাকৈ আছে ❤️
@tulikamajuli755
@tulikamajuli755 2 года назад
ঠিকেই কৈছে ভগৱানৰ ওচৰত মনৰ কথা কোৱা ভাল মানুহৰ আগত কোৱাতকৈ। আৰু আগবাঢ়ি যাওক আপোনী।
@priyankagogoi5159
@priyankagogoi5159 2 года назад
salute baa👍dukh u lagil kotha bur huni sokur pani ulai ahil,bhal u lagil emanbur ghat protighatr majere hahokhere aguwai goisa❤aguwai juwa baa lora swali 2ta k loi bhogabanr usrt tare parthona jonalu🙏🙏🙏
@phuconvlogcovervideo6123
@phuconvlogcovervideo6123 2 года назад
😌
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
হয় দেই। ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@koushiksankar8490
@koushiksankar8490 2 года назад
সতসাহস তোমাৰ আছে , ভগবানে তোমাক সহায় কৰিব,,,,,, নমস্কাৰ,,,,
@pkpatar9930
@pkpatar9930 Год назад
I Like to your Business I whiches to you over come
@dalimdeka7950
@dalimdeka7950 Год назад
Cu😁😁
@dipankar348
@dipankar348 2 года назад
প্ৰসংশনীয় বাইদেউ৷ ভগৱান সহায় হওক সদায়৷
@Bobisideasandvlogs
@Bobisideasandvlogs 2 года назад
আপোনাৰ সাহকিতা মানিব লাগিব। শুভেচ্ছা থাকিল আৰু যাতে আগবাঢ়ি যায়।
@jyotichetiabaruah9015
@jyotichetiabaruah9015 2 года назад
সংঘাতে আনে জীৱনৰ নতুন তৰংগ ৷ আগুৱাই যোৱা সোনাৰু হালধিয়া হাঁহিৰ দৰে তোমাৰ জীৱনটোও হালধিয়া হৈ পৰক ৷ ( জুন চেতিয়া )
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
অতি সুন্দৰ কথা কলে দেই ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@sumudarrang8399
@sumudarrang8399 2 года назад
সঁচাই বহুত অনুপ্ৰেৰণাৰ প্ৰতীক ❤❤
@rumidutta9531
@rumidutta9531 4 месяца назад
বৰ দুখ লাগিল শুনি। ঈশ্বৰৰ আশীৰ্বাদ নিশ্চয় থাকিব সদায়। শুদ্ধ পথত কোনোৱে ৰুধিব নোৱাৰে কিন্তু।
@swarmilansangeet3348
@swarmilansangeet3348 2 года назад
জীৱন মানেই সংগ্রাম। আপোনাৰ সংগ্রামী জীৱন বৃত্তান্তই বহুতকে সাহস আৰু প্রেৰণা দিব। excellent. Go ahead. Don't look back.
@entertainmentvideos6594
@entertainmentvideos6594 2 года назад
বহুত ভাল লাগিল আপোনাৰ উদ্দামিতা দেখি, বহুত আগুৱাই যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো বাইদেউ।
@bhabeshkutum2290
@bhabeshkutum2290 2 года назад
বাই দেউ কথা শুনি বহুত দূক লাগিছে।তিকেই আছে বাইদেউৰ ।আপোনি কৰ্মৰ ফলত কণ্ঠৰ ফলত আপোনি জীৱনটো আগবাঢ়ি গৈছে তাৰ বাবে মই ধন্যবাদ জনাইছো। আৰু বাইদেউ লক্ষীমপুৰ গলে‌‌ সোমাই ৰাম।
@arunmissong432
@arunmissong432 Год назад
আপোনাৰ জীৱন কাহিনী শুনি চকুত চকুলো টুকিব নোৱাৰা হলো ।আগবাঢ়ি যোৱা আগতলৈ ভগবানে কৃপা কৰিব ।
@mrinaligogoi3811
@mrinaligogoi3811 2 года назад
বাইদেউ ভগৱানে আপোনাক অফুৰন্ত শক্তিৰ অধিকাৰী কৰক আৰু সদায় সহায় কৰক
@gayatrymaladevikhound8801
@gayatrymaladevikhound8801 2 года назад
তোমাৰ বহুত ভাল হ'ব। আশীৰ্বাদ দিছোঁ ।
@junemonimahanta5291
@junemonimahanta5291 2 года назад
মাইডুং আৰু আগুৱাই যাওক 👍 ভগৱান সকলো সময়তে আপোনাৰ সহায় হওক 🙏🙏
@simantadeka1191
@simantadeka1191 2 года назад
বাইদেউ গৰাকীৰ কথাত বহু আত্মবিস্বাস আছে....ভাল লাগিল
@tulikabora9527
@tulikabora9527 2 года назад
Deha ba🥺🥺🥺❤️❤️❤️❤️toi bht hahohi Mur ba hodai jikili thak hklure agt🥺❤️❤️❤️🌎🌎🌎
@putalimudoi7952
@putalimudoi7952 2 года назад
বাইদেউ নিজে নিজৰ ওপৰত লোৱা সিদ্ধান্ত সঠিক হৈছে। ধৈৰ্য মানিছো। এদিন আপোনাৰ ওচৰত আহি ক্ষমা খুজিবহি চাব। বহুত ধন্যবাদ।আগুৱাই যাওক।
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
ঠিকেই কৈছে আপুনি ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@sumivines
@sumivines 2 года назад
Salute baa🙏 বহুত নাৰীৰ সাহক আপুনি 🥰
@jayantadutta5009
@jayantadutta5009 2 года назад
আগবাঢ়ি যোৱা। কৰুণাময় শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছো ।
@rikichakraborty2713
@rikichakraborty2713 2 года назад
She never gave up , really should be saluted.
@kumudphukan5640
@kumudphukan5640 2 года назад
শুভেচ্ছা দিছোঁ।হাৰ নামানিব ।জীৱনটো প্ৰত্যাহ্বান হিচাপে ললে সফল হবই।কথাখিনি ভাল লাগিল।
@mgogoi2149
@mgogoi2149 2 года назад
jibnor anyo nam hoise struggle. patience. etc. keep it up. God help you also❤
@bipulsaikia7415
@bipulsaikia7415 2 месяца назад
বাইদেউ আপোনাৰ কমময় জীৱন আগুৱাই নিয়ক এইয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো কৃষ্ণ ।
@kiransaikia6211
@kiransaikia6211 5 месяцев назад
বহুত ভাল লাগিল৷ আগ বাঢ়ি যোৱা৷ ভগবানে মংগল কৰক৷
@araithaboro5757
@araithaboro5757 2 года назад
👍👍🥰 struggle is the Main way of poor people 😭😭
@aishwaryagogoi3930
@aishwaryagogoi3930 2 года назад
Hats off to you ma'am, you are encouraging many womens through your journey..hardwork pays off..wish you a bright future and happy life ahed
@dipaligohain6104
@dipaligohain6104 2 года назад
সদায় আগুৱাই যোৱা ।মহিলা জে দুবল নহয় তাৰে প্ৰমান কৰিদিছা ।
@assamartistchannel2170
@assamartistchannel2170 2 года назад
ভগৱানে আপোনাক শক্তি দিয়ক আগবঢ়ি যোৱাত,
@dharitrithakuria4862
@dharitrithakuria4862 2 года назад
True inspiration. Salute mam🙏🙏
@mituswargiary7237
@mituswargiary7237 2 года назад
You are such a strong woman ma'am...you need to be applauded...you are the one true living example for many people in this era. Hats off...keep going...my best wishes to you....🙏🎊⭐
@promudsaikia3713
@promudsaikia3713 2 года назад
পিংকি হাজৰিকালৈ অভিনন্দন জনালোঁ। সাহস আৰু বিশ্বাস কেতিয়াও নেৰিব। মাই দোং যাত্ৰাই উচ্চ শিখৰ পাওক।
@user-zd9wk2om3j
@user-zd9wk2om3j 4 месяца назад
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল । আপুনি নাৰী সমাজৰ বাবে সাহস আৰু প্ৰেৰণা । ঈশ্বৰে সন্তান সকলৰ সৈতে আপোনাক সদায় মঙ্গল কৰক ।
@dr.pradipkumarsaikia6748
@dr.pradipkumarsaikia6748 2 года назад
Congratulations Mame. God helps them who helps themselves. (Bhogobanae tewlukok hohai korae jeeai neki neejok hohai korae). God will bless you definitely. Go ahead. Our best wishes are always with you.👍👍👍
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
ঠিকেই কৈছে আপুনি ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@knowledgeassam0076
@knowledgeassam0076 2 года назад
Proud of u sister...Go ahead🙏
@palashnirmalia4811
@palashnirmalia4811 2 года назад
আপোনাৰ কথাবোৰ শুনি সচাকৈ দুখ লাগিছিল কিন্ত আপোনাৰ স্পষ্টবাদিতা ,আপোনাৰ সাহস আৰু ধৈৰ্য্যক অভিনন্দন জনাইছো ৷ভগৱান আপোনাৰ প্ৰতিটো মহুত্বই সহায় হওক ৷
@ujjaldas2749
@ujjaldas2749 2 года назад
বাইদেউ আপোনাৰ জীৱনৰ কাহিনী টো শুনি বৰ দুখ লাগিলে, বাইদেউ আপুনি আৰু আগূৱাই জাক তাৰে কামনা কৰিলোঁ ভগোৱাণক 🙏🕉️🙏
@SineBStudio
@SineBStudio 2 года назад
You are such a strong soul... anekoi aguwai jaok sahoxere..baa joni loi huvessha thakil..
@ratulbaruah4598
@ratulbaruah4598 2 года назад
In the name of mighty JESUS.AMEN. Praise the Lord.AMEN. JESUS Christ never fails.AMEN. With best wishes. ❤👌👍
@madhusmitabora731
@madhusmitabora731 2 года назад
ভগৱানে আপোনাক সদায় ভালে ৰাখক বা... আপুনি জীৱন সংগ্ৰামত এনেদৰে আগবাঢ়ি যোৱা দেখি ভাল লাগিছে ...বহুত দূৰ আগুৱাই যাওক তাক কামনা কৰিছো ।আৰু আপোনাৰ জীৱন যুঁজৰ কাহিনী আন দহগৰাকীৰ বাবে অনুপ্ৰেৰণা হ'ব । আপোনাৰ সাহসক প্ৰণাম বা। Proud of you sister .
@anilkumargogoi9337
@anilkumargogoi9337 2 года назад
সুন্দৰ নিদৰ্শন, তোমাক ভগবানে শক্তি আৰু সাহস দিয়ক যাতে তুমি আগবাঢ়ি যাব পাৰা
@pranabtaralidas
@pranabtaralidas 2 года назад
Ami lakhimpur gole mydung jam. Apunak abar log korim. Salute ba... anekoi aguwai jaok
@studyzoology5543
@studyzoology5543 2 года назад
A big salute to this iron Lady
@r4k1bul
@r4k1bul 2 года назад
Hats off to you mam. Your are inspiration to every women in Assam and India too.
@sadanandaroy7121
@sadanandaroy7121 2 года назад
At first salut নমস্কাৰ থাকিল ভবিষ্যতে আগবাঢ়ি যোৱাৰ কামণাৰে
@lonadowarah9102
@lonadowarah9102 2 года назад
This is real women empowerment ❤️❤️
@artcraftalecreation8338
@artcraftalecreation8338 2 года назад
Example of : Never give up 💚👍. May God bless her always.
@ambikaprasadsarma1981
@ambikaprasadsarma1981 4 месяца назад
আপোনাক অশেষ ধন্যবাদ। আপোনাৰ সকলোবোৰ আশা ঈশ্বৰে অতি সোনকালে পূৰণ কৰিব। বহুত বহুত ধন্যবাদ জনালোঁ। আপুনি বহু দুৰলৈ আগুৱাই যোৱাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।
@jonalidas1891
@jonalidas1891 2 года назад
Salute baideu.... আশীর্বাদ কৰিছোঁ ভগৱানে ভালে ৰাখক . আগুৱাই যাওক
@moushumideka3778
@moushumideka3778 2 года назад
U r a really great👍... G2 xomoyot kisumn maiki manuh a nijok anor usorot bikri kri diboloi 1% o navabe, xei2 xomoyot apuni j okole imn strong hoi agbarhi goi ase, xosak proud krisu
@footballindia4061
@footballindia4061 2 года назад
salute you sister and thank you so much uparjan channel 🙏🙏🙏
@VlogswithBBonti
@VlogswithBBonti 2 года назад
বহুত বহুত বহুত ভাল লাগিল, আপোনাৰ কথা বিলাক শুনি, আগুৱাই যাঁওক। 👌👍🙏🙏🙏🙏🙏
@rijuborah7044
@rijuborah7044 2 года назад
আৰু আগুৱাই যাওঁক তাকেই কামনা কৰিলো। আপোনাৰ কথা খিনি হৃদয় চুই গৈছে ভগৱানে মঙ্গল কৰক।
@flyingbird131
@flyingbird131 2 года назад
Keep it up...you are real heroine..Respect❣️🔥
@bittughosh8611
@bittughosh8611 2 года назад
You are the icon lady of every youth
@umasonowal9816
@umasonowal9816 2 года назад
বহুত সুন্দৰ। আগুৱাই যাওক।
@assmesvideo6000
@assmesvideo6000 2 года назад
তোমাক ভগৱানে সদাই কুশলে আৰু বহুতো কৃপা কৰক আমি কামনা কৰিছো
@yashimyen5930
@yashimyen5930 2 года назад
Tiktok or dinor porai sini paw teu doll & Robot dance Kore bohut but teu bikhoye imankoi jona nasilu aji gom Pai dukh lagise aru valu lagise teu hahokh dekhi inspired hoisu god bless u baa Tumi aguwai juwa vogoban ase tumar logot 🙏
@dipanjalgogoi8389
@dipanjalgogoi8389 2 года назад
Take vabisu korbat dekhisu, Monot pori gol tiktok t dekhisilu
@rajarishibhattacharyya80
@rajarishibhattacharyya80 2 года назад
May God continue to bless and support you 🙏. You are inspiring us to keep fighting 💪 against all odds. Thank you so much
@DilpSaikia-qx6by
@DilpSaikia-qx6by 4 месяца назад
ভন্তী গৰাকীৰ কথা শুনি আমি আঠখেলীয়া নামঘৰৰ ওচৰৰ পৰাই আৰ্শীবাদ কৰিছো লগতে সাহসীৰ ধন্যবাদ জনাইছো।
@roshmitagogoi3987
@roshmitagogoi3987 2 года назад
Salute to u...apuni bohut ook influence 👏 korise...apunar Lora suwali k ta bhal hook...God bless u n ur children
@ratulbaruah4598
@ratulbaruah4598 2 года назад
Pinky really proud of you. Manuhor jibonot bohut that protighat thakey, bisolito nohoba. Tumar hapholyo kamona korilu. With best wishes. 👌👍❤
@dipti767
@dipti767 2 года назад
Hosakoi aponr kothabur hune buhot buhot val lagela❤️❤️❤️❤️❤️
@nrityakhound1109
@nrityakhound1109 2 года назад
apunak instagramot dekhi aku dhoriboi nuari...apunar je jibon tu emn challenging...bhaal lagil...pompy...never loss hope...you are like wonder woman
@karabidas3632
@karabidas3632 2 года назад
Dhuniya tmi
@dipudtt
@dipudtt 2 года назад
Pinky salute you for your efforts and passion. God bless you and your family.
@surajpegu5984
@surajpegu5984 2 года назад
You are a Power.......! Sis, I pray that almighty God will lead you to the highest point of success... God bless you!
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
ঠিকেই কৈছে আপুনি ru-vid.com/show-UCGYxG4SQL5T2iQqLbeEhP-g
@bipindeka9269
@bipindeka9269 2 года назад
বাইদেউ আপুনি বৰ সাহসী । আপোনাৰ কথাবোৰ শুনি ভাল লাগিল । এনেদৰে জীৱনত আগুৱাই যোৱা ।
@dipikaphukanofficialxopuna7961
@dipikaphukanofficialxopuna7961 2 года назад
বৰ সুন্দৰ এটি অনুষ্ঠান, সঁচাকৈয়ে তেওঁ আন বহু মহিলাৰ বাবে আদৰ্শ ❤️❤️❤️
@Taye521
@Taye521 2 года назад
Big Respect for you 🧡
@jiminasanga2147
@jiminasanga2147 2 года назад
যোৱা কালি আপোনাৰ নিচিনা এগৰাকী সাহসী যুৱতীৰ পদ ধূলা আমাৰ ঘৰত পৰা বাবে ধন্যবাদ।
@dr.ranjitnarzary3070
@dr.ranjitnarzary3070 2 года назад
salute to Pinki. Life is struggle and patience is very important secret of life.
@user-uq4fq3lt8t
@user-uq4fq3lt8t 2 года назад
ইমান সাহস দেখি ভাল লাগিল,। নাৰী হৈ ইমান কাম কৰি গৈ আছে,। সুন্দৰ প্ৰভুৱে যেন আৰু সাহসী কৰি তুলক তাৰে কামনা কৰিছো।
@jimisaikia1851
@jimisaikia1851 2 года назад
সাহসী আপুনি, সাহস নেহেৰুৱাব ।সাহসেৰে আগুৱাই যাওক।ভাল লাগিল দুখও লাগিল আপোনাৰ বিষয়ে জানি।
Далее
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Просмотров 902 тыс.