আমাৰ শ্ৰদ্ধাৰ "দিহাৰত্ন"দিহাসম্ৰাট, কমলা গগৈ ককাইদেউৱে সুমধুৰ কন্ঠেৰে লাইভত পৰিবেশন কৰা এটি সুমধুৰ দেহবিচাৰ গীত ভিডিও মাধ্যমে সজাই পৰাই আপোনালোকলৈ আগবঢ়াই দিলো,,, সকলোৱে আন্তৰিকতাৰে আদৰি লব বুলি আশা ৰাখিলো🙏🙏🙏
সহশিল্পী বৃন্দ........"সদৌ অসম আধ্যাত্মিক শিল্পী সমাজ"Ph.-7002828105
বাঁহী-চিন্ময় বৰুৱা
খোল-দীপেন বৰুৱা
নেগেৰা-দধি দাস
কিবৰ্ড-সমীৰণ শইকীয়া
তাল-মুকুতা বৰা
সহশিল্পী-সূমিত শইকীয়া, ৰাজীব বৰুৱা, দ্বীপ গগৈ
শব্দযন্ত্ৰ-বাবু ,শিৱসাগৰ
ভিদিও-অনুপম বিতুপন।।
Orginal Song-Zubeen garg
Please Share&Subscribe Sumit Saikia Official.
#KamalaGogoi#দেহবিচাৰগীত#SumitSaikia_Official
4 окт 2024