Тёмный

পুত্ৰ কন্যাই কান্দিছে বাগৰি বাগৰি 

Amiya Neog Kalita's Dihanam World official
Подписаться 211 тыс.
Просмотров 1,9 млн
50% 1

দেহ বিচাৰ গীতটো লিখিবলৈ মোক দেহে অৰ্থাৎ স্বামী কমল কলিতাই বহুত জোৰ কৰিছিল ৷কিয় নাজানো ৷কিন্তু সেয়া তেওৰ শেষ ইচ্ছা আছিল নিশ্চয়৷কিন্তু মই দূখতে unlisted কৰি থৈছিলো ৷ ৷আজি কল্পনা পাটোৱাৰীয়ে মোক বহুত গঠনমূলক পৰামৰ্শ আৰু উপদেশ দি কলে যে গীতটো তুমি unlisted কৰি নথবা public কৰি দিয়া ৷ তেওৰ উপদেশ, পৰামৰ্শক সন্মান কৰি মই গীতটো public কৰি দিলো
গীতটোৰ স্টুডিঅ ত গাইড আৰু ডাবিং কৰিছে মোৰ কন্যা প্ৰিঞ্চি প্ৰিয়া কলিতাই ৷
সকলোৱে দেহ বিচাৰ গীতটো শুনিব আৰু আনকো বিলাই দিব বুলি আশা কৰিলোঁ ৷ সকলোলৈকে গীতটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ ৷আপোনালোকৰ অনুষ্ঠানৰ বাবে আমাৰ লগত যোগাযোগ কৰিব এই নম্বৰত ----- 7002440637
সহযোগী শিল্পী -- পৰিস্মিতা গগৈ আৰু দীপিকা মেচ
বাদ্য যন্ত্ৰী যন্ত্ৰী সকল----
কমল চন্দ্ৰ কলিতা, প্ৰতীম গগৈ ,দিগন্ত শইকীয়া মৃনাংগক দূৱৰা আৰু বিতু পাটৰ ৷

মিস্ক মাষ্টাৰিং ভাৰ্গব গগৈ ৷লিৰিকেল ভিডিঅ' ---+ প্ৰি়ঞ্চি প্ৰিয়া কলিতা
Thumbnail partha junti
Amiya Neog Kalita
@amiyaneogkalitasdihanamworld
Amiya Neog Kalita's Dihanam World
Follow my Facebook page:
profile.php?...
অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা---- Amiya Neog Kalita's Dihanam World ৷
#AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷
তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷
এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷
How to contact Amiya Neog Kalita?
How to contact Amiya Neog?
Contact Number Amiya Neog Kalita
Contact number of amiya neog kalita
আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব::
বালিঘাট (নাজিৰা), #শিৱসাগৰ : 7002440637
#Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamarupia #borgeet #assameseculture #sivsagar #holi #holispecial #assam #Barpeta #Bardua #majuli #assamesedevotionalsongs #abhimanyu ##harharmahadev #srimantasankardev #SriSriMadhabdeva #SankarMadhab
Dihanam Amiya Neog Kalita amiyaneog amiyaneogdihanam dehbisargeet tukarigeet Kamrupialukageet kamarupia borgeet assameseculture sivsagar holi holispecial assam assamesedevotionalsongs

Опубликовано:

 

26 апр 2021

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 631   
@binukalita2298
@binukalita2298 3 месяца назад
Krishno aai hidoimon jur porigoise kusolr rakhok probhue 🙏🙏🙏
@rubiborah3436
@rubiborah3436 Месяц назад
অতি সুন্দৰ। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ। 🙏🙏🙏
@jyotimonibora5464
@jyotimonibora5464 Год назад
বাইদেউ আপোনলোক দুয়ো মাতৃ- পুত্ৰীৰ সুৱদী সুৰীয়া কণ্ঠই সদায় অসমৰ ৰাইজক জীপাল কৰি ৰাখক, তাৰেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থণা🙏🙏🙏
@barnalitalukdar798
@barnalitalukdar798 2 года назад
বহত ভাল আৰু দুখ লাগিল ।
@dipakborah9311
@dipakborah9311 Год назад
বাইদেউ আপুনি ইমান সুন্দৰ কৈ গাইছে। ভগৱানে আপোনাক মঙ্গল কৰক।
@monalishaborah401
@monalishaborah401 2 года назад
বাইদেউ ভগৱানে আপোনাক শক্তি দিয়ক
@rekhasaikia7336
@rekhasaikia7336 2 года назад
হৃদয় চুই গল বাইদেউ। আপোনাৰ লগত ফলিয়াই গল গীতটো ।বৰ দুখ লাগিল। 😭😭😭 কি কৰিব আগুৱাই যাওক, কুশলে থাকক এয়েই ভগৱানৰ ওচৰত পাৰ্থনা 🙏🏼🙏🏼🙏🏼
@anjukalita9174
@anjukalita9174 2 года назад
O
@boluramdeori871
@boluramdeori871 2 года назад
প্ৰভু ভগৱন্তই আপোনাক শক্তি দিয়ক
@auchyotborah2234
@auchyotborah2234 2 года назад
🙏🙏🙏 baideo appunar Nam huni man pran bohut val lagesa ,apunak vagabane hu shaistra Kari rakhak 🙏🙏.
@jahnabineog6012
@jahnabineog6012 2 года назад
Bohut hundor hoisil ai geet to....kandigolu..
@indiancomicwind1303
@indiancomicwind1303 2 года назад
অন্তৰ চুই গৈছে বাইদেউ । ভগৱানে আপোনাক ভালে ৰাখক বাইদেউ ।
@kirangogoi7118
@kirangogoi7118 2 года назад
ভগৱান বিষ্ণুৱে আপোনাক শক্তি দিয়ক তাৰে কামনা কৰিলো
@amarjyotibora2070
@amarjyotibora2070 Год назад
বহুত ধুনীয়া নাম শুনি ধুনীয়া লাগিলে
@pranabjyotidutta1837
@pranabjyotidutta1837 2 года назад
বৰ ভাল লাগিল বাইদেউ 🙏🙏🙏🙏 শুনি থাকিলেও কোনো দিনে আমনি নালাগে
@JERENGA
@JERENGA 3 года назад
গীতটোৰ প্ৰতিটো বাক্যই হৃদয় চুই গৈছে । ।।।।। ❣️❣️❣️❣️❣️❣️❣️❣️ ভাষা হীন হৈ পৰিলোঁ আপোনাৰ এইটো গীত উপভোগ কৰি।
@dhurbajyotisonowal5892
@dhurbajyotisonowal5892 Год назад
বৰ ধুনীয়া আপুনাৰ কণ্ঠ
@nondiniborah7874
@nondiniborah7874 2 года назад
সচাকৈয়ে বাইদেউ বহুত সুন্দৰ হৈছে
@user-oc6xi6fr4s
@user-oc6xi6fr4s Год назад
বাইদেউ বহুত ভাল লাগিল নাম তো শুনি 😊☺️❤️❤️
@gunagohain2998
@gunagohain2998 2 года назад
আপোনাৰ হৰিনামৰ সুৰত হৃদয় চুই গল বাইদেউ ভগৱানে আপোনাৰ লগতে
@chandanbaruahvulag9168
@chandanbaruahvulag9168 Год назад
অতি সুন্দৰ গীত শুনি বৰ ভাল লাগিল বাইদেউ , ❤❤❤👍👍👍🌺🌺🌺
@rekhasaikia7336
@rekhasaikia7336 2 года назад
এনেধৰণৰ গীতৰ মাজত সদায়ে আপুনি সুন্দৰভাৱে জীয়াই থাকক 🙏🏼🙏🏼🙏🏼🙏🏼
@bimansaikia4305
@bimansaikia4305 3 года назад
প্ৰকৃত দিহা নাম এটা শুনিবলৈ পায় বহু ত ভাল লাগিল । বহুত বহুত ----------ধণ্যবাদ।
@mithundeka8606
@mithundeka8606 2 года назад
🙏🙏🙏
@RipunKumar-tj5cw
@RipunKumar-tj5cw 5 месяцев назад
বাইদেউ আপোনাৰ মজা নাম 🙏🙏👃
@krittikasaikia2969
@krittikasaikia2969 3 года назад
দুখ লাগিল.... গীতটো সুন্দৰ হৈছে..... কৃষ্ণ
@jboruah9541
@jboruah9541 2 года назад
Jgdjfjy yfh you get tdnu ufhdjsgd yrtjtdjrrjt yfh you get some rest and I hey I just wanted yfh you have to be a little bit late to national championship and I hey I was hey can you throw a,💓💓♥️♥️😓💙😍😭🤟🙂😂⭐
@jyotimadeka8454
@jyotimadeka8454 2 года назад
বাইদেউ আপোনাক কি বুলি আশীৰ্বাদ দিম , বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো অমিয়া নেওগ বাইদেউ।🙏❤️👍
@SankarKakuti
@SankarKakuti 20 дней назад
Krishna, bahut, val, lagil, ai🙏🙏🙏
@bornaliassam760
@bornaliassam760 2 года назад
Oti sundor baideu. Vogowane agor dore atiyao agbohai niyok val dore jiwontu. Dadar arkhibad loi apunio agbahi jaokaok.
@saratmedhi3923
@saratmedhi3923 2 года назад
বৰ দুখ লাগিছে ।আপোনাক কেনেকৈ বুজাম, এইটো প্ৰকৃতি ৰ নিয়াম ।
@bitikalita3058
@bitikalita3058 2 года назад
Krishan 🙏baideu.. Ai geet ti huni bahut dukh lagil baideu apuni aru aguwai jauk
@ranjanaburagohain8044
@ranjanaburagohain8044 3 года назад
অত্যন্ত শুৱলা হৈছে আইগৰাকী।আপোনাৰ হৰিনাম শুনিছো।পিছে এইভাগি তুলনাবিহীন।ভাল লাগিল শুনি।আগুৱাই যাওক।কৃষ্ণ।
@nargishrahman1424
@nargishrahman1424 2 года назад
সঁচাই হৃয়স্পৰ্শী।।।। একেৰাহে পাঁচ বাৰলৈ শুনিলো তথাপি আধৰুৱা যেন হৈ থাকিল🙏🏽🙏🏽🙏🏽 বাস্তৱ টোক ইমান সুন্দৰ কৈ উপস্থাপন কৰাৰ বাবে ধন্যবাদ বাইদেউ।।। আপোনাক আৰু শক্তিশালী আৰু সাহসী কৰি তোলক ভগৱানে।।।🙏🏽
@chitranath3913
@chitranath3913 2 года назад
হৃদয় ভাঙি গল বাইদেউ।সুন্দৰ ।
@PonkhiMohan-su9pc
@PonkhiMohan-su9pc 2 месяца назад
Val lagil gan2 xuni
@promitasenapoti4346
@promitasenapoti4346 2 года назад
Bohut val lagil baideo,nirakh nohoi aru uliai dibo buli akha korilu
@mousumiborah9441
@mousumiborah9441 3 года назад
আপোনাৰ সুমধুৰ নামে মন্ প্ৰাণ জুৰ পেলায়...বহুত ভাল লাগিল 👌👌👌❤️
@swadhinsaikia6947
@swadhinsaikia6947 3 года назад
ভাল লাগিল ৷কপালৰ লিখন নহয় খনন ৷আপোনাৰ ভগৱানৰ গুনানুকীৰ্তন আৰু সুৰ মাতবোৰ ভালেই লাগে ৷ধন্যবাদ ৷
@bhupendas1971
@bhupendas1971 3 года назад
সুন্দৰ ! অতি সুন্দৰ | ভক্তি মাৰ্গৰ বিশেষ পৰামৰ্শ সম্বলিত এই দেহ বিচাৰ গীতটিয়ে আমাৰ অন্তৰ চুই গ'ল | আমি আহ্লাদিত হৈছোঁ | ভাল লাগিল আৰু অনাগত দিনবোৰত আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথাৰ অমিয়া ৰসৰ প্ৰাপ্তিৰ প্ৰত্যাশা কৰিলোঁ | সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ | ধন্যবাদ | কৃষ্ণ...
@pobonsaikia8303
@pobonsaikia8303 3 года назад
বহুত ভাল লাগিল, ভগৱানে কৃপা কৰক।
@assamesefolklore1643
@assamesefolklore1643 3 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ আই বৰ ভাল লাগিল
@adhikaryoldnewsong.9576
@adhikaryoldnewsong.9576 2 года назад
Joy Guru Sankar Krishna ati sundar hoiche
@dipuamritentertainment8132
@dipuamritentertainment8132 Год назад
খুব সুন্দৰ , হৃদয় চুই যোৱা। বাস্তৱ জীৱনৰ মৃত্যুৱে চিৰন্তন সত্য...সকলোৱে একে কোনোৱা এদিন আগত, কোনোৱা এদিন পিছত... ঈশ্বৰে আৰু শক্তি দিয়ক মঙ্গলময় কৰক আৰু আগৱাঢ়ি যাওঁক.. 🙏🙏🙏
@khanikardurna2986
@khanikardurna2986 3 года назад
হৃদয়ৰ কোনোবা এডোখৰত বৰ কৈ হৃদস্পন্দন হৈ গল। আমনী নলগা এটি আমোদজনক গীত।
@ritukalpagogoi...rk.....2225
@ritukalpagogoi...rk.....2225 2 года назад
Bahut vall lagil honi. Aru ag bahi jabaloi mor perana thakil aponaloi baideo 😞😞
@jurikakoty871
@jurikakoty871 3 года назад
Bor hundar apunar likhani ru hur kantha. Eman duniya ka gaisa. Apunar lgt mili goisa. Dhuk nakaribo baideu apuni gai thakibo. Moi hodai hunu apunar gan
@binodtalukdar9015
@binodtalukdar9015 Год назад
ভগৱানৰ আশীৰ্বাদ সদায় থাকক ।
@porisaikia2563
@porisaikia2563 3 года назад
প্ৰভূ ভগৱানে আৰু শক্তি দিয়ক আপোনাক।🙏🙏
@saraswatichaliha5773
@saraswatichaliha5773 3 года назад
শুনিলে শুনিয়েই থাকিবৰ মন যায় আপোনাৰ মাতটো অতি সুন্দৰ করলে ভাষা নাই
@rupombora9203
@rupombora9203 2 года назад
অতি সুন্দৰ কণ্ঠ , আপোনাৰ প্ৰতিটো খোজতে যেন ভগৱান সদায় সাৰথি হৈ আপোনাক সাহস অনুপ্ৰেৰণা দি যাওক তাকে কামনা কৰিছো 🙏🙏
@uddhabbaruah77
@uddhabbaruah77 Год назад
0àpsaq।
@nipendeka
@nipendeka Год назад
@@uddhabbaruah77 ppp
@luknathdeka6717
@luknathdeka6717 Месяц назад
Val lagil
@paniramyein3705
@paniramyein3705 3 года назад
বাইদেউ মই আপোনাৰ নিয়মীয়া শ্ৰোতা । দিহা নাম টি শুনি আৱেগিক হৈ গলো । মৃত্যু টো এটা শিল্প । তথাপিও দাদাৰ মৃত্যুৰ খৱৰ পাই সচাকৈ আজিও মানি লব পৰা নাই ।ইমান শান্ত ,নিষ্ঠ,অমায়িক মানুহ আছিল তেখেত ।যিকি নহওক ,এয়া সকলো তেৰাইৰ ইচ্ছা । আমি নিমিত্ত মাত্ৰ ।
@gitanjalidoley877
@gitanjalidoley877 Год назад
L
@Devajani_Dikshita
@Devajani_Dikshita 3 года назад
বাইদেউ চকুপানী ওলাই গ’ল ৷ঈশ্বৰে আপোনাৰ পৰিয়ালৰ মঙ্গল কৰক
@mithunds796
@mithunds796 Год назад
Bo bar vl lagil ram ram kisna kisna
@bhupendeka4396
@bhupendeka4396 2 года назад
Bht vl lage baideo aaponar gaan.bt dukh lagil aaponar bastab 2r babe.aapuni aguai jaok.aru strange haok👌👌👌👍👍👍
@hiramonibhuyan1847
@hiramonibhuyan1847 Год назад
Moja byidu🙏🙏🙏🙏🙏🙏🙏
@sanjeebbhuyan7858
@sanjeebbhuyan7858 2 года назад
অতি সুন্দৰ 🙏🙏🙏
@moonhazarika6967
@moonhazarika6967 2 года назад
অতি সুন্দৰ
@MayuriMohan-fn7du
@MayuriMohan-fn7du 22 дня назад
বহুত ভাল লাগিল আপোনাৰ হৰি নামতো সুনিলে সুনি থাকিবলৈকে মন যাই ❤❤❤❤all the best 👍👍💞💖💝💗🌹🌹
@nirupomanirmolia2820
@nirupomanirmolia2820 Год назад
আপোনাৰ কন্ঠ যে কি মধুৰ । আমনি নলগা এই সুন্দৰ নাম । প্ৰতিটো শব্দ ই চুই যায় হৃদয়ত । আপুনি দিঘায়ু হওক কামনা কৰিছো । ঈশ্বৰে কৃপা বৰ্ধক 🙏🙏🙏
@tulumonisarmah1775
@tulumonisarmah1775 3 года назад
অতি সুন্দৰ সময় উপযোগী দিহা নাম ❤️❤️
@nayangogoi9989
@nayangogoi9989 3 года назад
ধুনীয়া লাগিছে , আপোনাৰ কন্ঠৰ
@dilipsaikia9366
@dilipsaikia9366 3 года назад
👍🏻👍🏻👍🏻👍🏻
@colourfulllifebidyaborah5753
@colourfulllifebidyaborah5753 3 года назад
বৰ ধূনীয়া হৈছে । গায়ন বহু বিখ্যাত গায়কে নোৱাৰে ।
@junalibhuyan4346
@junalibhuyan4346 2 года назад
baidew apunar nam hodai hunu ,,,jiman hunilaw amoni nalage baidew 🙏🙏🙏🙏🙏
@jayantaduttadutt7783
@jayantaduttadutt7783 3 года назад
সুন্দৰ , শুনি বহুত ভাল লাগিল ❤❤❤
@s.kaxomgaming4575
@s.kaxomgaming4575 2 года назад
Krisno krisno ....
@taragogoi5447
@taragogoi5447 2 года назад
হৃদয় চুই গ'ল বাইদেউ। ঈশ্বৰে মঙ্গল কৰক
@cheniramdutta3021
@cheniramdutta3021 Год назад
,, হৃদয় চুই যাই
@jayantisaikiaphukon8503
@jayantisaikiaphukon8503 2 года назад
বহুত ভাল লাগিল বা আপোনালোকক ভগৱন্তই সদাই কুশলে ৰাখক 🙏🙏
@kandarpadeka4784
@kandarpadeka4784 2 года назад
Bor dukh palu. Bhagabane kripa karok manuhjanar atmar satgoti kamana korilo. Aru aponak bhagabane ajasra shakti deok jate sakalo dharanar prahtyabanr logot jen jujiba pare God bless you🎉🎉🎉.
@gakulchandranath3982
@gakulchandranath3982 Год назад
Huni huni amoni nalage baidew bhut hundor
@khusikitchenvlog3824
@khusikitchenvlog3824 2 года назад
Obaa tumar matu bohut 💯 hundor bohut bhal paw lg pab mon jai miss koru bohut hodai hukhu hua😍😍
@romanborah34
@romanborah34 3 года назад
সুন্দৰ, আপোনাৰ সুললীত কণ্ঠই মন্ত-মুগ্ধ কৰে নুতন প্ৰজন্মক আৰু সচাঁকৈয়ে গৌৰৱ অনুভৱ কৰোঁ শিৱসাগৰীয়া হিচাপে। জয়-শ্ৰী-ৰামৰ শ্ৰীচৰণত আৰ্শীবাদ মাগিছোঁ কুশলে থাকক। ।। জয়-জয়-শ্ৰী-ৰাম ।।
@anjumoniphukon2206
@anjumoniphukon2206 2 года назад
বহুত ভাল লাগিল🙏
@nivabaishya3339
@nivabaishya3339 Год назад
Baideo bhut vl lgil ❤️
@nirusaikia7631
@nirusaikia7631 3 года назад
ভাগি নপৰিব বাইদেউ , আগুৱাই যাওক ভগৱানে সহায় কৰিব। 👃👃 কৃষ্ণ
@mollikadutta8855
@mollikadutta8855 3 года назад
বা হৃদয়ৰ কোনোবা কোণত বিষাদে ভৰি পৰিল। সচাকৈ অতি গুৰুত্বপূৰ্ণ কথা খিনি । বহুত ভাল লাগিল শুনি ।
@bobitaborahhazarika4356
@bobitaborahhazarika4356 2 года назад
God bless you
@minaborahplzzzzsuscribemyc458
@minaborahplzzzzsuscribemyc458 2 года назад
God gifted voice 🙏🙏
@lalitborah3294
@lalitborah3294 2 года назад
Bohut val lagile oo aguwai juwa 👍👍👍💓💞
@rekhasaikia8263
@rekhasaikia8263 3 года назад
🕉🙏❤বহুত শুৱলা কণ্ঠ। জীৱনৰ লগত ইমান মিলি যাব বুলি ভাবিবই নোৱাৰি। আপুনি ভাগি নপৰিব। তেখেতৰ অস্তিত্ব জীয়াই ৰাখিবলৈ আপুনি মনোবল অটুট ৰাখি আগবাঢ়ি যাব লাগিব।মোৰ দৰে বহুতেই আপোনাৰ দু:খৰ সমভাগী হৈছে আৰু প্ৰেৰণাও দিছে কিন্তু নিজৰ লগত হোৱা ঘটনা নিজেহে বুজি পায়। আপোনাক কিছুদিন লাগিব বাইদেউ।সোণৰ মাজতে তেখেতক বিছাৰি পাব। ভগবানক প্ৰাৰ্থনা কৰিছো, তেখেতৰ আত্মাই স্বৰ্গপ্ৰাপ্তি হওক।
@uttaradas8424
@uttaradas8424 2 года назад
Krishna bhal paisu
@pgshorts4171
@pgshorts4171 Год назад
6
@manashpratimkonwar6582
@manashpratimkonwar6582 Год назад
Oo moga 🙏🙏🙏🙏👌👌👌👍👍🤝🤝😭😭😭😭🌹🌹🌹🪔🪔🪔❤️❤️🇨🇮🇨🇮
@hirokdas4059
@hirokdas4059 Год назад
JJ l
@dipuamritentertainment8132
@dipuamritentertainment8132 Год назад
🙏🙏🙏
@DebakantaBaruah-yo9jv
@DebakantaBaruah-yo9jv 2 месяца назад
Bohut Val lagise ❤❤❤❤❤
@saradakalita2739
@saradakalita2739 Год назад
সুন্দৰ কণ্ঠ , পৰিবেশন
@phunubora6963
@phunubora6963 2 года назад
বাইদেউ বহুত ভাল লাগিছে কৃষ্ণ🙏
@champabayan1125
@champabayan1125 2 года назад
Universal truth Baideo.God bless you baideo.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@minatideka7551
@minatideka7551 Год назад
Dhunia hoise dihanaamti ❤❤❤
@bhabeshsonowal4470
@bhabeshsonowal4470 Год назад
Hosakoi bor dhuniya hoi se
@rameswarphukan4383
@rameswarphukan4383 2 года назад
শুনিলে শুনি থাকিব মন যায়
@lizadoley5785
@lizadoley5785 3 года назад
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে
@assammdvlogs3891
@assammdvlogs3891 2 года назад
বৰ সুন্দৰ বাইদেউ
@jurichaliha2050
@jurichaliha2050 2 года назад
ইমান সুন্দৰ তথা মৰ্মস্পসী।বাইদেউ আপোনাৰ জীৱনত ঘটা ঘটনাটোৰ পাছত আৰু দুখ লাাগিল আপোনাৰ কণ্ঠত।ভগৱানে আপোনাাক সাহসী কৰি তোলক ।
@jatingogoi6532
@jatingogoi6532 3 года назад
কৃষ্ণ......বৰ সুন্দৰ হৰিনাম..... শুনিলে শুনি থাকিব মন যায়....
@user-ne5sd1xl4j
@user-ne5sd1xl4j 6 месяцев назад
Moja lagisa baidau🙏🙏❤️❤️
@user-cz4xu2ej8j
@user-cz4xu2ej8j 9 месяцев назад
বৰ দুখ লগিল বাইদেউ
@surendeka3966
@surendeka3966 2 года назад
Bhut vl lagise ba
@bobitabhuyan1729
@bobitabhuyan1729 3 года назад
আপোনাৰ প্ৰতিটো নামেই বহুত বহুত ভাল লাগে💞💞
@lalitdehingia9371
@lalitdehingia9371 3 года назад
ভাল লাগিল বাইদেউ ।
@ansumanbatmas9500
@ansumanbatmas9500 6 месяцев назад
বাইদেউ, আপোনাকভগৱানেভালেৰেৰাখক,,
@gungun9909
@gungun9909 3 года назад
এইয়াই প্ৰকৃত দেহ বিছাৰ।
@ritakalita6066
@ritakalita6066 Год назад
ইমান সুন্দৰ ❤️❤️❤️🙏🙏
@surabhirajbongshi5412
@surabhirajbongshi5412 3 года назад
বহুত ভাল লাগিল। আপুনি মোৰ মাৰ নিচিনা। আপোনাৰ পৰিয়ালৰ মঙ্গল হ‌ওক।তাকে ভগবানৰ ওচৰত প্ৰাথনা কৰিছো। কৃষ্ণ।🙏🙏
@mohanchangmai5318
@mohanchangmai5318 2 года назад
Bhut val lagise 🙏aii
@user-co5ed8jk8l
@user-co5ed8jk8l 10 месяцев назад
সুন্দৰ,অমিয়া সুৰ ।🎉
@JutiborgohainJuti-wj2ix
@JutiborgohainJuti-wj2ix 10 месяцев назад
বৰ্তমানে আপোনাক জীয়াই ৰাখক আইগৰাকিলৈ ধন্যবাদ। মানৱ জীৱনৰ চিৰন্তন অনুভূতি এয়া । সকলোৱে এদিন জন্ম হৈছিল আৰু এদিন সকলোৰে মাজত মৰনউ আছে।।🙏🙏🙏
@tuntundas4511
@tuntundas4511 3 года назад
O baa bahut bahut vl lgil 🙏🙏🙏🙏
Далее
🎙️А не СПЕТЬ ли мне ПЕСНЮ?
3:12:39