Тёмный

প্ৰতিবাদ, উচটনিমূলক বক্তব্য দিলেই গ্ৰেপ্তাৰ হ'ব জাতীয় সংগঠনৰ নেতা। 

Asom Live 24
Подписаться 606 тыс.
Просмотров 88 тыс.
50% 1

Опубликовано:

 

28 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 442   
@nayannilim8247
@nayannilim8247 2 месяца назад
কালি যে rss ৰ কেইটামানে হাতে হাতে লাঠী লৈ বজাৰ এখনত উৎপাত কৰিছিল , সিহঁতৰ ওপৰত কিবা ব্যৱস্থা লোৱাৰ সাহস দেখুৱালে নে প্ৰশাসনে ? নে কোনোবাই ধমকি দিলে ," ঐ পুলিচ , সেইকেইটা মোৰ মানুহ । " অসমীয়া জাতীয় সংগঠনে মুঠতে কিবা এটা কৰিলেই quick action । যত নেকি ৰাজপথত প্ৰতিবাদ নকৰিলে আজিৰ দিনত অসমীয়াই ন্যায় নোপোৱা হৈছে স্মাৰ্ট পুলিচৰ পৰা ।
@mrlove9414
@mrlove9414 2 месяца назад
যিমানেই হিন্দু, মুছলিম কৰি থাকিব সিমানেই অসম তললৈ গৈ থাকিব 😢 যই আই অসম
@trevor9747
@trevor9747 2 месяца назад
তুমি নুবুজা
@NripenThakuria
@NripenThakuria 2 месяца назад
খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অহিংসা প্ৰতিবাদ কৰিবই লাগিব ৷
@indiamylove4833
@indiamylove4833 2 месяца назад
China r pora ahom bilak Sudanjia keneke hoi gol
@NripenThakuria
@NripenThakuria 2 месяца назад
@@SelimMostakAhmed-ej9yy ক’ত কাটিলে ? আমিচোন গমেই নেপালোঁ ৷
@kamalboruah5431
@kamalboruah5431 2 месяца назад
এইবোৰ কাৰণতেই অসমত বিদেশী ভৰি পৰিছে
@Rahul-tk6lo
@Rahul-tk6lo 2 месяца назад
Tuk kotir pisot logabo lage
@ShahidulIslam-gx1hf
@ShahidulIslam-gx1hf 2 месяца назад
Gunddagiri nohoi beya kamor birodde hokole ulai ahok
@taramiah4918
@taramiah4918 2 месяца назад
তই ও সাজু হৈ থাক
@simantadas3352
@simantadas3352 2 месяца назад
Right
@MWorld134
@MWorld134 2 месяца назад
দেউলিয়া চৰকাৰৰ পুলিচক ভয় কৰিলে খিলঞ্জীয়া অসমীয়াই অনা অসমীয়াৰ ভৰি চেলেকিব লাগিব। #জ‌য়_আই_অসম ✊✊✊
@luhitboruah5199
@luhitboruah5199 2 месяца назад
বিশেষ সমপ্রদায় আদি বাক্যৰে মূখ্য মন্ত্রীয়েহে উচটনি কথা কৈছিল। এতিয়া তেওঁকো জেললৈ পঠাব নেকি?
@rajkumardihingia2331
@rajkumardihingia2331 2 месяца назад
যদিহে আইন সকলোৰে বাবে সমান,নহলে জানিব হিমন্তৰে চাল
@AbulHussain-dl6og
@AbulHussain-dl6og 2 месяца назад
Tei...
@SelimMostakAhmed-ej9yy
@SelimMostakAhmed-ej9yy 2 месяца назад
Exactly
@njyotinjyoti7541
@njyotinjyoti7541 2 месяца назад
মূখ্য মন্ত্ৰীৰ মামাক গ্ৰেপ্তাৰ কৰিব লাগে উচতনি দিছিল
@guptasarmah8949
@guptasarmah8949 2 месяца назад
​@@rajkumardihingia2331জানিবলৈ নাই হয়েই। তেওঁ ভালকৈ জানে বিশেষ কিছু জাতীয় দল, সংগঠনৰ নেতাৰ মুখ বন্ধ কৰিব নোৱাৰিলে ২৬ ত টনা টনি হ'ব । গতিকে সেই সকলক উচতাই জালত ফচাই মুখ বন্ধ কৰাত লাগিছে। সেই কাৰণে দুমুখীয়া সাপৰ পৰা সাৱধানে থকা ভাল।
@shreddedface6039
@shreddedface6039 2 месяца назад
তাতকৈ অসম চুক্তিৰ ৬ নঙ দফা হিমনতই কিয় ৰূপায়ন নকৰে?হিমনতই নিজেই দেখোন মুছলীমৰ কথা কৈ থাকে,তাৰ ক্ষেতত কি কৰিব অসম আৰক্ষীয়ে?
@jadav5123
@jadav5123 2 месяца назад
Rajniti
@haircareofficial12
@haircareofficial12 2 месяца назад
মোৰ প্ৰশ্ন বংগমূলীয় মুছলমান ভাৰতীয় নাগৰিক হয়নে নহয়?? যদি মিঞা বাংলাদেশী তেন্তে ইহতক নাগৰিকত্ব কোনে দিলে?? যদি মিঞা মানেই বাংলাদেশী ইহতক চৰকাৰে চিনাক্ত কৰাত ব্যৰ্থ কিয়??
@pallabjyotikonwar5065
@pallabjyotikonwar5065 2 месяца назад
এই মিয়া সোপা ভাৰতৰ নাগৰিক নাচিল।এইসোপা ভোট বেংকৰ বাবে কংগ্ৰেচ চৰকাৰে নাগৰিকত্ব দিছিল।
@saddikurrahman7617
@saddikurrahman7617 2 месяца назад
এইবোৰ অকল ৰাজনীতি বেলেগ একো নহয়, বিজেপি চৰকাৰ গঠন হোৱাৰ ১০ বছৰ হ'বৰ হ'ল কিমান মিঞাক খেদিবলৈ সক্ষম হল অসম চৰকাৰ....??
@saddikurrahman7617
@saddikurrahman7617 2 месяца назад
​@@pallabjyotikonwar5065 যিয়েই নহ‌ওক কিয় নাগৰিকত্ব পোৱাৰ পাছত বাংলাদেশী হ'ল কেনেকৈ বাৰু, আৰু এতিয়া কোনোবাই মিঞাক খেদিবলৈ সক্ষম হ'ব পাৰিব???
@haircareofficial12
@haircareofficial12 2 месяца назад
@@pallabjyotikonwar5065 এতিয়াতো আপোনালোকৰ চৰকাৰ এতিয়া দেখোন অপেন বাংলাদেশী সোমাই আছে কটা তাৰৰ সিপাৰৰ পৰা ভিডিঅ'কৰি কৰি। আপোনালোকৰ চৰকাৰক মিঞা বাংলাদেশী চিনাক্ত কৰি বাংলাদেশত পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব দিয়ক।
@XavierX123
@XavierX123 2 месяца назад
@@haircareofficial12 ji a bhukibo ase bhuki thak muthote Miya kla ulabo lagibo iyar pora... Ihotor nisina latera jati nai thui axom,t jimn oporadhi ase tar 99% ai Miya hupai hoi
@abdulrohimsarkar3328
@abdulrohimsarkar3328 2 месяца назад
দেশত আইন আছে ।আইনক সকৱে RESPECT কৰিব লাগে। আইনক উপেক্ষা কৰিলে দেশত বিশৃংখল হয়।
@rsonowal
@rsonowal 2 месяца назад
মুখ্য মন্ত্ৰী ডাঙৰীয়াৰ পত্নী আছে , জীয়ৰী আছে , তেনেকৈ আনৰ ছোৱালীকো নিজৰ বুলি ভাবি মিঞাক খেদাৰ ব্যৱস্থা ল'ব লাগে ।
@PankajHazarika-d3y
@PankajHazarika-d3y 2 месяца назад
সাংবাদিকৰ নাম আৰু উপাধি শুধি মন্তব্য দিয়া ব্যক্তিও এই আইনৰ আওঁতাত পৰিবনে বাৰু?
@dishamoni481
@dishamoni481 2 месяца назад
পুলিচে বাকী দুটা ধৰ্ষণকাৰীক ধৰিব পৰা নাই এতিয়ালৈকে ।।। নিজৰ মানুহখিনিকে মনে মনে থাকিবলৈ বাধ্য কৰাব।।বামুন আৰু মিঞা এক হল ৰাতিটোৰ ভিতৰত ।। পৰিস্থিতি শান্ত হব নালাগে,মিঞা হাতাও দেশ বাচ্চাও ।
@monjulaborah8567
@monjulaborah8567 2 месяца назад
সেইটোৱেই চাই আছিল আচল বিষয়সমূহৰপৰা আতৰি এটা বিশেষ লোকৰ মাজত লাগি গল যেতিয়া সুবিধা পাই গ'ল । আবেগত কাম নহয়
@Loveassam8364
@Loveassam8364 2 месяца назад
Bor dukhor bikhoy no😢 ??
@jadumonidhekialphukan2427
@jadumonidhekialphukan2427 2 месяца назад
খিলঞ্জীয়া লোক এক হওঁক জই আই অসম
@j.h.youtuber4879
@j.h.youtuber4879 2 месяца назад
Koneu ak nahobi kajiya kori morba de
@MarijuddinHazarika
@MarijuddinHazarika 2 месяца назад
Aai mojja
@bitupongayan8804
@bitupongayan8804 2 месяца назад
অসম খন ধ্বংস পথত 😟🥺
@monuwarabegam5708
@monuwarabegam5708 2 месяца назад
অসমৰ ৰাইজ সজাগ হ'বৰ হল নহ'লে নেতা পালি নেতাই ৰাইজক ইলুতি খিলুতি কৰি মাৰিব
@BrojenChetia-i8n
@BrojenChetia-i8n 2 месяца назад
খিলঞ্জীয়া ৰাইজক বুজাই দিয়ক অসমত আঞ্চলিক দলৰ চৰকাৰ অতি প্ৰয়োজন। অন্যথা খিলঞ্জীয়া অসমীয়া বুলি কবলৈ একো নাথাকিব দিল্লী বহতীয়া কোনো দলেই অসমীয়া জাতি আৰু অসম বছাব নোৱাৰে।
@pranjitpathak71
@pranjitpathak71 2 месяца назад
Agp Nalage
@jibongogoi6940
@jibongogoi6940 2 месяца назад
প্ৰথমে বি জে পি আৰু Rss ৰ নেতা বিলাকক জেলত ভৰাই দেখুওৱা l
@indian7083
@indian7083 2 месяца назад
chup motherchood
@jadav5123
@jadav5123 2 месяца назад
Right cmt sir .
@Mindhacker23
@Mindhacker23 2 месяца назад
Great step. Jiti kori assam khon nosto koribo bisarise
@paplurabha418
@paplurabha418 2 месяца назад
সমগ্ৰ অসমবাসী ৰাইজ একত্ৰিত হলে অসম পুলিচ একো কৰিব নোৱাৰে
@huntugogoiStrong
@huntugogoiStrong 2 месяца назад
United effort is a needed to drive out illegal migrants. ILP must in whole Assam
@xtremeoffroadvlogs8038
@xtremeoffroadvlogs8038 2 месяца назад
@@huntugogoiStrong ILP U duplicate issue korai lobogeda bure,
@BorahAssameseCartoonVideo
@BorahAssameseCartoonVideo 2 месяца назад
Right
@ghzibaar1761
@ghzibaar1761 2 месяца назад
মুছলমানৰ লিষ্ট........ ধিঙত : জুনাইডুল আৰু তফজ্জুল হোজাইত: বিশ্বজিৎ দাস বিহপুৰীয়াত : নিজাম আলী তিনিচুকীয়াত: জুন হালৈ মঙ্গলদৈত : প্রদীপ নাথ গুৱাহাটীত: ৰমেন হালৈ ডিফুত : পুজাৰী খনচিং বংহাং মাজুলিত : বিকাশ দত্ত তেজপুৰত: আকাশ মুণ্ডা তিতাবৰত : যাদৱ বৰা মছলপুৰ: ৰঞ্জিত বড়ো
@RajAssamiya
@RajAssamiya 2 месяца назад
Yeah right. Okon miya kei kiyo target kore sobok korok. Ami khilonjiyai help korim 👍👍👍👍
@momentofmylife465
@momentofmylife465 2 месяца назад
Eikhon list fbt post korok
@mrs.mamtazbegum1470
@mrs.mamtazbegum1470 2 месяца назад
Ohh good
@mukshedullah6863
@mukshedullah6863 2 месяца назад
Eikhon list fbk t post korok,Guwalpara: Sushil Nath,
@ghzibaar1761
@ghzibaar1761 2 месяца назад
@@mukshedullah6863 krisu aru bhut keita add kribo loga ase
@rihanhussain-w1i
@rihanhussain-w1i 2 месяца назад
Himonto ei hol asol Axomiya r xotru. Eitue proof
@huntugogoiStrong
@huntugogoiStrong 2 месяца назад
Ekdom hosa kotha. Miya kheda tu thik ase kintu, Assam pa tea garden labour bhori porisey. Hehotor mahot khilonjia bohut nai. Gotike labour u pothabo lagibo. Machine di tea garden solam, kunu miya ba labour dokar bai Assam ot. 👍
@anonymous1-l3h
@anonymous1-l3h 2 месяца назад
Right 👍 decision by the government 💯
@abdulhoque2530
@abdulhoque2530 2 месяца назад
Moja
@X-RAY107
@X-RAY107 2 месяца назад
প্ৰতিবাদ অব্যাহত থাকিব
@anuwarhussain5150
@anuwarhussain5150 2 месяца назад
Good step by govt
@abdulhasan7087
@abdulhasan7087 2 месяца назад
Very good 👏👏👏👏👏👏👏👏👏🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🤲 Amin 🤲
@AfifaSultana-u9s
@AfifaSultana-u9s 2 месяца назад
Bohut val korise…..proud of Sivasagar police❤
@Deep_boruah003
@Deep_boruah003 2 месяца назад
ইমান বোৰ বেয়া কাম চলি আছে তাক থিক কৰিব এৰি এইবোৰত লগাই আছে অসম পুলিচক একো থিক কৰিব নোৱাৰে এই চৰকাৰে জি কৰিব‌ বিচাৰে নিজে কৰিব লাগিব কিন্তু আইনৰ বিৰুদ্ধী নকৰি
@RastamAli-u2l
@RastamAli-u2l 2 месяца назад
Thik.korise polic
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 2 месяца назад
মামা উল্টা খৰ মৰাত উস্তাদ।। উঠাবও নমাবও।। তেঁও চিট খালি কৰি দিয়ক।
@Nahar01864
@Nahar01864 2 месяца назад
Mamak voroxa Kori lav nai oporadhi k xasti deok Miya buli kotha nai
@saddikurrahman7617
@saddikurrahman7617 2 месяца назад
তাকেই পাই গছত তুলি এতিয়া মামা নাই 😅😅😅
@Rahulali-m4q8e
@Rahulali-m4q8e 2 месяца назад
Good decision .
@DipakS-wt4iw
@DipakS-wt4iw 2 месяца назад
বিজেপি চৰকাৰ ইউলুতি আৰু সিলুতি গছত উঠাই গুৰি কাতি দিব
@Rabiya-mr8rr
@Rabiya-mr8rr 2 месяца назад
কোনে কোনে গছত উঠিলে বাৰো 😂😂
@assam1537
@assam1537 2 месяца назад
Tur rendy mayre bush khan​@@Rabiya-mr8rr
@assam1537
@assam1537 2 месяца назад
​tur mayre rendy
@assam1537
@assam1537 2 месяца назад
​tur mayre gas ot uthse@@Rabiya-mr8rr
@Rabiya-mr8rr
@Rabiya-mr8rr 2 месяца назад
@@assam1537 faltu 🤣🤣
@ikramulislam8917
@ikramulislam8917 2 месяца назад
Good👍 news. Nohole Assam jolibo. Assam 10 bosor back hoi jabo, manuh hoi jeai thakibo diok. Manob dhormot koi dangor dhormo aku nai, uporot ja amar sistekorta ase haitu vabibo. Maruare meya aebur vag nokoribo. 🙏🙏🙏. Nohola balag jagat Assamor manuhok marebo. Anor baya koreba nijor baya hobo.
@bgktrends
@bgktrends 2 месяца назад
Chup bangladeshi
@ManjuBorah-p8i
@ManjuBorah-p8i 2 месяца назад
Absolutely right.thanks for your positive comment.
@abdulhasim8390
@abdulhasim8390 2 месяца назад
Jai ai asom good decision
@moshmibarman7661
@moshmibarman7661 2 месяца назад
এইটোৱেই বিজেপিৰ সোণালী সুযোগ । অসমীয়া মুক্ত অসম গঢ়াৰ । অসমীয়া ল'ৰাক মাৰি পেলোৱা।
@FFAkashbai999
@FFAkashbai999 2 месяца назад
Thanks
@7gc970
@7gc970 2 месяца назад
অসমত বিদেশী থাকিলে চৰকাৰৰ মতে আপত্তিৰ নাই । কথা হল চৰকাৰৰ এই সিদ্ধান্তে অসমত অশান্তিৰ হব ।মিঞাৰ মোছলীম থাকিব দিলে শেষ হব উজনি অসম ।
@Dhamendraassam326
@Dhamendraassam326 2 месяца назад
অহা এমাহ মানৰ ভিতৰত আৰু ৩৬ টকা মান ধৰ্ষণ কাণ্ড হ'ব। পুলিচে সুবিধা দিলেই।
@VictorBorah-Invincible
@VictorBorah-Invincible 2 месяца назад
মাননীয় নেকীব ছাৰ, আপুনি, আমাৰ নেতা সকলক বন্ড ছাইন কৰোৱাতকৈ, সন্দেহযুক্ত নাগৰিকবোৰক ধৰি আনি প্ৰত্যেককেই আমাৰ খিলঞ্জীয়া অসমীয়া মানুহক আৰু আমাৰ ছোৱালী মহিলা সকলৰ গাত হাত নিদিওঁ বুলি চহী কৰাব কিয় পৰা নাই? চহী কৰোৱাই কাৰো কন্ঠ দমন কৰোৱাৰ এইয়া এক ন্যায়িক পৰিকল্পনা নেকি? খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষা, আপোনাৰ প্ৰধান লক্ষ্য হোৱা উচিত।
@hairprasaddeori2325
@hairprasaddeori2325 2 месяца назад
Good steps
@ThaneswarBorah-z8y
@ThaneswarBorah-z8y 2 месяца назад
জাতীয় সঙগঠনৰ নেতাই যদি প্ৰতিবাদ কৰিব নালাগে চৰকাৰে শিৱসাগৰ পৰা মিঞা বিতাৰণ কৰি দিয়ক।আমি দেখা ত সেই ঠাইত কোনো দিনে মিঞা নাছিল। গতিকে আগৰ পৰা নথকা মানুহ ক কিয় থাকিব লে দিব।মিঞা থকাৰ পৰা থলুৱা মানুহৰ কি উপকাৰ হৈছে চৰকাৰে দেখিছেন নাই
@sekendarali6382
@sekendarali6382 2 месяца назад
Good decision 👍
@newclearacademy-98765
@newclearacademy-98765 2 месяца назад
Good news.......joi aai axom ❤❤❤❤
@Iam16-x2j
@Iam16-x2j 2 месяца назад
জয় আই অসম । প্ৰতিবাদ জৰুৰী ।
@sunamduwarah8564
@sunamduwarah8564 2 месяца назад
হিন্দী ভাষী বিষয়াবৰ্গৰ বাহিৰে আমাৰ থলোৱা বিষয়াবৰ্গই ভালদৰেই উপলব্ধি কৰিছে যে অসম তথা খিলঞ্জীয়াৰ ভৱিষ্যত কি
@amarjitkurmi6502
@amarjitkurmi6502 2 месяца назад
দেখিলে এই আইন বিলাক কোনে বনাই ৰাখিছে মুছলমানৰ কাৰণে কংগ্ৰেছে এই বিলাক আইন কংগ্ৰেছৰ শাসনৰ দিনতে বনাই ৰাখেছে মই জানিছিলোঁ এনেকৈ হব বুলি ৷ কংগ্ৰেছৰ ইতিহাস চালে গম পাই সকলো ৷
@afteruddin6880
@afteruddin6880 2 месяца назад
Good dicition
@sibuboruah6240
@sibuboruah6240 2 месяца назад
এইটো অসম চৰকাৰে কিবা ভাল কাম কৰিছো বুলি ভাবিলে একো লাভ নাই মাথোঁ লোকচান। আমাৰ জনসাধাৰণ ডিষ্টিত । কিয়নো কাইলে আকৌ মিয়াই ধৰ্ষণ কৰিবলে সাহস পাব
@RashidaKhatun-vi1wu
@RashidaKhatun-vi1wu 2 месяца назад
Tor bap kalkatta rap korano Mia asil neki
@jaijaganath7481
@jaijaganath7481 2 месяца назад
বাংলাদেশৰ দৰে Government charges হৈ যাব, বীৰ লাচিত সেনা দ্বাৰা
@indian7083
@indian7083 2 месяца назад
balor sena😂
@Rejekkhan-k4l
@Rejekkhan-k4l 2 месяца назад
Good decision Assam police
@rajibsarania9969
@rajibsarania9969 2 месяца назад
Miya
@GautamBaruah-o6i
@GautamBaruah-o6i 2 месяца назад
Jonmoni Radha ki hol
@Sonagohain
@Sonagohain 2 месяца назад
Miya kla
@kamrulislambarbhuiya8887
@kamrulislambarbhuiya8887 2 месяца назад
Verygood preparation of Assam police and government of Assam.
@allinallvideoshabijulhoque491
@allinallvideoshabijulhoque491 2 месяца назад
Good 👍👍
@nurulquraanofficial.channe5344
@nurulquraanofficial.channe5344 2 месяца назад
Thanks,assam police
@aynalhoque3078
@aynalhoque3078 2 месяца назад
Good disitiion
@upamanyuborah5630
@upamanyuborah5630 2 месяца назад
এতিয়া কি হ'ব,! মানে আঠূ কাঢ়ি জীয়াই থাকিব লাগিব।
@rajsingh7886
@rajsingh7886 2 месяца назад
Very good
@amar..1830
@amar..1830 2 месяца назад
মিয়া ই আহি আমাক ঘৰত মাৰি থৈ যাওক আৰু আমি মাৰ খাই মৰি যাও। চৰকাৰ খনত অসমীয়া মানু্হ নাই নে, যদি অসমীয়া হৈ অসমীয়াৰ কথা নাভাবে তেতিয়া হলে সেইসকল অসমীয়াক বদন বুলি নাভাবি কি বুলি ভাবিম? তেতিয়াৰ বদনে মান ৰ লগত অসম আক্ৰমণ কৰিছিল আৰু এতিয়াৰ বদণে মিয়া বহিৰাগত ৰ লগত খিলঞ্জীয়া ক আক্ৰমণ কৰিছে। এনেও মৰিবো ই লাগিব এদিন হলেও তাতকে মাৰি মৰাই ভাল। অশান্তি লাগি গৈছে খিলঞ্জীয়া ৰ ওপৰত কৰা উৎপাটৰ দেখি। এইবাৰ হতি নিদিওঁ
@dipankarchetia5081
@dipankarchetia5081 2 месяца назад
মিয়া বহিৰাগতক অসমীয়া জীয়ৰীক চৰকাৰে সমজাই দিব এতিয়া।বিদেশিক খেদাৰ এটা সুবিধাৰ পৰা অসমীয়া বঞ্চিত হল
@Gkworld28kview
@Gkworld28kview 2 месяца назад
Indian Constitution 💪💪
@MaynalHoque-c1s
@MaynalHoque-c1s 2 месяца назад
Good advice
@nurulquraanofficial.channe5344
@nurulquraanofficial.channe5344 2 месяца назад
Very good assam police
@rajjj709
@rajjj709 2 месяца назад
Good newssss
@abulazadhighschool1381
@abulazadhighschool1381 2 месяца назад
Good decision
@anonymous_assamese4838
@anonymous_assamese4838 2 месяца назад
এইবোৰ কৰি মিয়াক উচতনি দিয়াহে হ'ব..... মূখ্যমন্ত্ৰী নিমাত কিয় এতিয়া
@jadav5123
@jadav5123 2 месяца назад
Rajniti .
@AASaikia
@AASaikia 2 месяца назад
CM is responsible for this matter.
@AbdulFaruque-ut8vf
@AbdulFaruque-ut8vf 2 месяца назад
Right
@Axomiya-u3n
@Axomiya-u3n 2 месяца назад
Right Decision ✅👍
@deepjyotisaharia2059
@deepjyotisaharia2059 2 месяца назад
দৰকাৰ হলে প্ৰয়োজন সাপেক্ষে পেণ্ট / গামোচা খুলি ______ জোকাৰি জোকাৰি প্ৰতিবাদ কৰা হব মিঞাৰ বিৰুদ্ধে । তথাপিতো আমি খিলঞ্জীয়াই মিঞামুক্ত অসম গঢ়িহে এৰিম ✊ ( সমৰ্থক সকলে উক্ত খালীঠাই পূৰ কৰিব বুলি আশা কৰিলো ) *জয়* *আই* *অসম* 🕺
@AbulHussain-dl6og
@AbulHussain-dl6og 2 месяца назад
🙉🙊🙈
@JulAlom
@JulAlom 2 месяца назад
😅😅😅
@saddikurrahman7617
@saddikurrahman7617 2 месяца назад
নিজে নিজৰ পৰিচয় দি আছে কিমান ভাল মানুহৰ সন্তান হয় 😢😢
@deepjyotisaharia2059
@deepjyotisaharia2059 2 месяца назад
@@saddikurrahman7617 তই যদি মিঞাৰ পোৱালি তেন্তে অসমৰ পৰা বাহিৰ হ নহলে দুই চাংনা কৰিম চেত 👺 ধৰ্ষণকাৰীৰ বংশধৰ চালা
@saddikurrahman7617
@saddikurrahman7617 2 месяца назад
@@deepjyotisaharia2059 আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় হয়, মাক-দেউতাকে সৰুৰে পৰা কি শিক্ষা দি ডাঙৰ কৰিছে আপোনাৰ ভাষাটোৰ পৰাই গম পোৱা গৈছে, আৰু এটা ক‌ও মিঞা মুছলমান অসমত আছে আৰু আগলৈকে থাকিব দম যদি আছে দেখি দেখুৱাই দিয়ক, গালি তো আপোনাক মই ও দিব পাৰোঁ, মোৰ মাক-দেউতাকে আপোনাৰ মাক-দেউতাকৰ দৰে শিক্ষা দি ডাঙৰ দীঘল কৰা নাছিল, সেয়ে কিবা লিখাৰ আগতে ভালদৰেই জানে শুনি লিখিব ।
@ThaneswarBorah-z8y
@ThaneswarBorah-z8y 2 месяца назад
বাতৰি টোৰ লগত বাজনা টো চিন্তা কেলেই বজাব। শুনি বেয়া পাও। বাজনা নবজাবৰবাবে জনোৱা হ'ল।
@Nurulislam-ec8dd
@Nurulislam-ec8dd 2 месяца назад
Very good Assam police
@sazidahmed2876
@sazidahmed2876 2 месяца назад
good
@TridipSaikia-od3ko
@TridipSaikia-od3ko 2 месяца назад
পসাসনে বিদেসিক সহায় কৰিছে
@banjitchangmai4047
@banjitchangmai4047 2 месяца назад
এতা কথা ও,, বেয়া নাপাব আহোঁমৰ 600 বছৰ ৰাজত্ব,,, আহোঁমৰ নেতা লাগে,,,,, আমাৰ বোৰে ক'ত বুজিব পইচা পালে নিজৰ জাতি কথা পাহৰি যায়
@guptasarmah8949
@guptasarmah8949 2 месяца назад
যদি এই ক্ষেত্রত গ্ৰেপ্তাৰ হ'ব লাগে তেন্তে প্রথমে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰক। আটাইতকৈ বেছি উচতনি মূলক বক্তব্য দিয়া প্রথম মানুহজন হৈছে, হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই সাপ হৈ খুটি বেজহৈ জৰা ব্যক্তি। তেওঁৰ উদ্দেশ্য কি? তেওঁ হকে বিহকে মিঞা, হিন্দু,মুছলমানৰ কথা কৈ হিন্দুৰ ৰাজনীতি কৰিব আকৌ কোনোবা দল সংগঠনে সেই সকলৰ বিপক্ষে মাত মাতিলে দল সংগঠনৰ নেতাক গ্ৰেপ্তাৰৰ চমন জাৰি কৰিব ইয়া কেনেকুৱা নীতি। হয়তো লগতে অনা অসমীয়া মাৰোৱাৰী, বিহাৰীৰ কথা অহাত দিল্লীৱালা নেতাৰ ধমক খাই সুৰ সলনি কৰিবলৈ বাধ্য হৈছে। মাৰোৱাৰী, বিহাৰীৰ অসন্তুষ্ট হোৱা মানেই দিল্লীৱালা দেউতাসকল অসন্তুষ্ট হ'ব আৰু আমাৰ মামা দিল্লীৱালা দেউতাসকলৰ ৰোষত পৰিব। দিল্লীৱালাৰ ৰোষত পৰা মানেই হিমন্ত বিশ্ব শৰ্মাৰ চকী নাথাকিব সেইটো খাটাং। এতিয়া কথা হ'ল অনা অসমীয়াৰ চৰ গোৰ খাই থাকিলেও কোনো কথা নাই, মূল কথা চকী বচাও। ইয়াকে কয় জাতি মাটি, ভটি ৰক্ষা। ড. ভূপেন হাজৰিকাই কোৱাৰ দৰে " অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব " কথাষাৰ বৰ্তমান আমি ক'ব পাৰো " অসমবাসীয়ে হিমন্ত বিশ্বক নিচিনিলে .......... .................. " ।
@BarhanAli-ti2ei
@BarhanAli-ti2ei 2 месяца назад
Good
@funnymeme6476
@funnymeme6476 2 месяца назад
গ্ৰেপ্তাৰ নহয় encounter কৰক ভিজা মেকুৰী সকলক।
@wasir_6366
@wasir_6366 2 месяца назад
👍🏻
@joinuddinahmed3688
@joinuddinahmed3688 2 месяца назад
Thanks to district admn
@girinbora7820
@girinbora7820 2 месяца назад
কিহৰ ভিত্তিত এই বণ্ড sign অভিযান মিয়া ক সুৰক্ষা দিয়াৰ এইয়া কৌশল তাৰ মানে আমি খিলঞ্জীয়া জনগোষ্ঠীৰ কোনো নিৰাপত্তা নাই।
@HoripriyaGogoi7281
@HoripriyaGogoi7281 2 месяца назад
অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়
@alaluddain4336
@alaluddain4336 2 месяца назад
Good news
@PranashwarDas
@PranashwarDas 2 месяца назад
‌ইয়াৰ মানে কি ? প্ৰতিখন চৰকাৰৰ মূল ভেটি হল বিদেশিৰ ভোট । সেই বাবে জাতীয়সঙ্গঠনে প্ৰতিবাদ কৰাত চৰকাৰৰ বাধা।
@hafizuddin9612
@hafizuddin9612 2 месяца назад
Good decision taken by Assam police
@SumiDevi-sd1fv
@SumiDevi-sd1fv 2 месяца назад
Miya
@Darshanvlogsr
@Darshanvlogsr 2 месяца назад
Borhiya ..naki logabo hol
@BikramBorah-e5p
@BikramBorah-e5p 2 месяца назад
মিঞা বাংলাদেশী বিহাৰী আৰু কংগ্ৰেছ মুৰ্দাবাদ।
@InsanAli-oj3bn
@InsanAli-oj3bn 2 месяца назад
Moi kom BJP aru assam police zindabad ❤.......
@ronjimoran8346
@ronjimoran8346 2 месяца назад
Good ,
@ritulhoque6955
@ritulhoque6955 2 месяца назад
God Assam police
@makrijabegum7286
@makrijabegum7286 2 месяца назад
Very nice decision by police department thanks.
@iliasahmed2682
@iliasahmed2682 2 месяца назад
একপকক্ষীয় কিয়? সকলো নেতা, ৰাজনৈতিক ৰ ক্ষেত্ৰত ও হব লগে😮
@dhanti1890
@dhanti1890 2 месяца назад
হিমন্তক কি কৰিব পুলিচ এ
@mazafarali6154
@mazafarali6154 2 месяца назад
MLA minister arrest nhoi neki ওচটনি দিলে
@saesthuahmed4935
@saesthuahmed4935 2 месяца назад
Good🎉
@papuboro6360
@papuboro6360 2 месяца назад
Indian Constitution : right to express, right to assimilation, right to form association... where is constitutional validity?
@kjeng9809
@kjeng9809 2 месяца назад
এইয়াই আমাৰ চৰকাৰ
@SinguHaque
@SinguHaque 2 месяца назад
Very good newos
@Sonagohain
@Sonagohain 2 месяца назад
Miya
@udayanz6073
@udayanz6073 2 месяца назад
Bangladeshi😂
@nabajitgogoi9314
@nabajitgogoi9314 2 месяца назад
Voi korim bulii vabiso niki sudurvai
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx 2 месяца назад
ভাল সিদ্ধান্ত
@RatnaChanda-ko7pm
@RatnaChanda-ko7pm 2 месяца назад
Thik use, bohuth base hoise,
@ckvideo3523
@ckvideo3523 2 месяца назад
এই বুৰ লাগো কৰিয়ে মামা বিলাকে জিবনতু ইনজয় কৰি আছে |
@kjeng9809
@kjeng9809 2 месяца назад
আগৰ দৰে আজি কালি দল কিছুমানৰ দম নাইকীয়া হল
@DipikaBoruah-vq9de
@DipikaBoruah-vq9de 2 месяца назад
ব হিৰাগতক কি দলিচা পাৰিব লাগিব নে নাই সেইটো হব নোৱাৰে
Далее
🎙А НЕ СПЕТЬ ли мне ПЕСНЮ?🕺🏼
3:06:10
Одинокая сестра
00:14
Просмотров 18 тыс.
‘যি ক’ম সঁচা ক’ম’
51:03
Просмотров 30 тыс.