Тёмный

Anup Chetia | ULFA(I) | প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ ঘৰত বোমা | কি ক'লে পৰেশ বৰুৱাই? N18V 

News18 Assam/Northeast
Подписаться 3,4 млн
Просмотров 536 тыс.
50% 1

Опубликовано:

 

25 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 305   
@nijeshray2303
@nijeshray2303 2 месяца назад
কিমান ডেকাক মাৰি পেলাইছিল? এতিয়া আৰামত বহি বহি খাই আছে ৷ খুব মজা মাৰি আছে ৷ তহঁতক দেখিলে খং উঠে এতিয়া ৷ ঘৰ টো ভালে বনাইছে দে কিন্তু আলফাৰ নামত মৃত্যু কৰা পৰিয়াল সকলোৰ খবৰ লৈছে নে? কিয় খবৰ লোৱা নাই ৷
@jyotishrajbongshi3271
@jyotishrajbongshi3271 2 месяца назад
অনুপ চেতিয়া হতে কি ভাল কাম কৰিলে ৰাইজ, পৰেশ বৰুৱাৰ লগত সম্পৰ্ক ৰখাৰ বাবে ইয়াক আকৌ গ্ৰেপ্তাৰ কৰিব লাগে |
@tapantamuli4888
@tapantamuli4888 2 месяца назад
বাংলাদেশী অলপ সোমোৱাই ললেটো ৫০ হাহাকাৰ অসমৰ ৰাইজে গম নোপোৱাকৈ ৰাইজক ভয় খোৱাবলৈ বিজেপি নেতা মন্ত্ৰীৰ ঘৰে ঘৰে ৰাখিছে নেকি বোমা বিজেপি নেতা সকলে চুপ চাপ আছে টো অসমৰ পুলিচ থাকোতেই কেনেকৈ সাহক পালে আলফা স্বাধীনে ইয়াকে ৰাইজে মন কৰক কেনেকুৱা খেল কৰিছে বিজেপি চৰকাৰে ভাবি চাবচো ৰাজনীতি খেল মুখ্যমন্ত্ৰীৰ
@pankajnath-nc6hi
@pankajnath-nc6hi 2 месяца назад
জয় আই অসম 🙏 সেই দিন বৰ্তমান নাই চেটিয়া দাঙৰীয়া । পৰেশ অসমে স্বাধীন অসম বিছাৰিলেও অসমীয়াই নিবিছাৰে । বিছাৰিলে হেতেন,কিন্তু বঙহে বঙহৰ তেজ খোৱা যি ভয়ঙ্কৰ চবিখন বিগত দশকবোৰত দেখা পোৱা গ'ল সেইবোৰ দেখি অসমীয়া হতাশ হৈ গ'ল । বৰ্তমান অসমীয়াই অসমত মাৰ খাই আছে । এনেকৈয়ে থাকিব কিন্তু বঙহে বঙহৰ তেজ খোৱা দৃশ্য দেখিব নিবিছাৰে
@LeninKrishnaDoley
@LeninKrishnaDoley 2 месяца назад
Super
@asomiaasom6008
@asomiaasom6008 2 месяца назад
২২ হাজাৰ স্বহিদৰ বলিদান লাখ লাখ লোকৰ নিৰ্যাতনৰ ফলত তঁহতে মাহিলি এক লাখ দৰমহা খাই থাকিব পাইছা সেয়াই সৌভাগ্য অনুপ চেতিয়া তঁহতৰ ।
@bkp9774
@bkp9774 2 месяца назад
ইহঁতৰ মাথা মাটিত পেলাই দিব লাগে, কেলা যহৰা হত ।
@khoni267
@khoni267 2 месяца назад
তেওঁ নিজেই জীয়াকক বাংলাদেশী লৈ বিয়া দিছে ।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 2 месяца назад
এইখন নাটক নকৰিবি।অসমখন শেষ কৰিলি।
@carknowledgeassamvlog3669
@carknowledgeassamvlog3669 2 месяца назад
Agfale pisfale nahai majot dibo lagisil. Bahutore tej khale
@parikhitkalita1309
@parikhitkalita1309 2 месяца назад
100% muru ekei mot , hazar hazar lora boli di ehoti rajbhug korise
@dhajengohain7067
@dhajengohain7067 2 месяца назад
মহাশয়, আজি বিশেষ মন্তব্য নিদিও৷ ৰাইজে আপোনালোকক যিহেতু চিনি পায়েই৷
@gogoi12359
@gogoi12359 Месяц назад
আলাফ শক্তিশালী এতিয়াও হয় কাৰণ ইমান বোৰ বোমা কৰ পৰা আহিল।কিন্তু কথা হল আলফাক কোনে উচতাই আছে বাৰু আকৌ অসম ৰাঙলী হোৱাটো বিচাৰে নেকি।আমি আমাৰ লৰা ছোৱালী হেৰুৱাব বিচৰা নাই।মই চৰাইদেউ লৰা কিমান অশান্তি পৰিবেশ হয় আমি জানো।সাধাৰণ মানুহৰ কষ্ট কোনেও নুবুজে। অসম খন কি হব হৈ গৈ আছে। অসম চৰকাৰে উদ্যোগ স্থাপন কৰক।নিবনুৱা সমস্যা দেখা পোৱা নাই।।
@tilakdeka9071
@tilakdeka9071 2 месяца назад
আছু আৰু আলফাই অসমীয়া জাতিক কি দিলে বাৰু ?তেওঁলোকে এবাৰ গভীৰ বাবে চিন্তা কৰি চাওঁকচোন ৷
@BcNahtamchi
@BcNahtamchi 2 месяца назад
যিটো jagiroad project আহিছে ইহঁতৰ ভয়ত পলাই যাব অসম বাসি ক ভিক্ষাৰী বনাই দিব আৰু কি ?
@Das__Da
@Das__Da 2 месяца назад
ihotor Karone axom khon bharator bhaag nohoi jen lage
@RANNJANDUTTA
@RANNJANDUTTA 2 месяца назад
অনুৰোধ / অনুগ্ৰহ এই মহান বীৰসকলৰ গাথা অনুগ্ৰহ কৰি ৰাইজৰ আগত দাঙি নধৰে যেন। এখেত সকলে যি কৰিলে, কৰিলে আৰু। এতিয়া অৱসৰৰ জীৱন Pension লৈ আতিবাহিত কৰিব দিয়ক। এওলোকৰ বৌদ্ধিক আৰু আধ্যাতমিক জ্ঞানৰ অসমীয়া ৰাইজক প্ৰয়োজন নাই।
@techindia661
@techindia661 2 месяца назад
নিৰিহৰ কেঁচা তেজৰ ফাকু খেলি এতিয়া ব্বৰ বৰ kotha । পাপীৰ মুখত ৰাম নাম
@njitoip
@njitoip 2 месяца назад
ULFA Zindabad. Freedom of Assam.
@apurbarajbongshi2973
@apurbarajbongshi2973 2 месяца назад
Lachit Senai bahut bhal kam kori ase bortoman xomoyot...Jungle t thaki eko koribo nuware ULFA(I) a.. divide hoi already durbol hoi goise ULFA teulokor judhyat sadharan manuhor harakhasti hobo nalge...dhemajit already herule bahut jibon....
@DoniLangstieh-lf9uq
@DoniLangstieh-lf9uq 2 месяца назад
Anup 👍👍👍
@gitarthabarman7970
@gitarthabarman7970 2 месяца назад
Ulfart পৰা ছালফা হৈ বৰ মজা মাৰি আছে দে ,,,,
@sumanbhargav1357
@sumanbhargav1357 2 месяца назад
He is not sulfa. he was caught in Bangladesh.surrendered nhoi
@assamkerkhodoi7624
@assamkerkhodoi7624 2 месяца назад
​@@sumanbhargav1357bal hoi atiya salfa buli kobo pari nijor poket gorom kri ghyt established hoi gohin ke bohi ase
@uncutlifebipulsidea3462
@uncutlifebipulsidea3462 2 месяца назад
বোমক যে প্ৰতিষ্ঠা কৰা বুলি কয় আজিহে জানিলো সাধাৰণ ভাষাত পোতা বুলি হে জানো।
@KulaChetia
@KulaChetia 2 месяца назад
অসমীয়া ডেকা তেজপিয়া এই বিলাক মানুহ।
@farhanaenterprise6265
@farhanaenterprise6265 2 месяца назад
এখন চুটি ছবি নিৰ্মাণ কৰিবলৈ মন যায়
@manujyotidihingia8652
@manujyotidihingia8652 2 месяца назад
শক্তি দেখুৱালেই অসম চাধীন হব নেকী
@kumudbaruah2001
@kumudbaruah2001 2 месяца назад
নহয়৷ এটা অবান্তৰ আৰু অবাস্তব চিন্তা ৰে অসমৰ প্ৰগতি আৰু উন্নয়ন বাধাগ্রস্ত কৰাৰ কৌশলৰ বাদে একো নহয়। ন প্রজন্মৰ যিজন পৰেশ বৰুৱা ডাঙৰীয়াৰ নাতি সম হব, তেওঁক সোধক অসমৰ স্ৱাধীন স্বাধীনতা লাগেনে নালাগে। উত্তৰ টো পাই জাব। পৰেশ বৰুৱা ডাঙৰীয়াৰ ন প্ৰজন্মৰ এই সোনালী সময় বোৰ কাঢি অনাৰ অধিকাৰ নাই। তেওঁ এজন বৃদ্ধ ব্যক্তি। তেওঁৰ জীৱনৰ সকলো সময় পাৰ হৈ গ'ল। এতিয়া জিৰণিৰ সময়। গতিকে তেখেতে কথাবোৰ ভালদৰে ভাবি ছোৱা উচিত।
@Laskar_king
@Laskar_king 2 месяца назад
Bihar jesa hoga
@hrittikrajpnkonwar6705
@hrittikrajpnkonwar6705 2 месяца назад
Bangladeshis spotted
@sigmaassemble1708
@sigmaassemble1708 2 месяца назад
​@@Laskar_kingsapne mein 😂🤣🤣
@Laskar_king
@Laskar_king 2 месяца назад
​@@hrittikrajpnkonwar6705bro kisko bola
@DebojittaidTaid
@DebojittaidTaid 2 месяца назад
জয় আই অসম।জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ।জয় আলপা
@RajuSharma-wm5su
@RajuSharma-wm5su 2 месяца назад
Natak Vl hoise
@binudrajput2964
@binudrajput2964 2 месяца назад
Ulfa demands Assam as a independent country but if that happens China will surely capture Assam in no time😅
@pranabdeka952
@pranabdeka952 2 месяца назад
Already large area has been captured by migrants from East Bengal during British period, East Pakistan & now Bangladesh (Congress period of J. Nehru & I. Gandhi). What remains for khilanjia?To capture, China will have to come through Arunachal & will face Sukhois, Rafaels, Migs,Brahmos. No chance for China
@binudrajput2964
@binudrajput2964 2 месяца назад
I am talking about if the Indian government accepts the demand of ULFA and makes Assam a separate country then China will attack Assam and try to capture Assam because at that time Assam will not have that strong army and the weapons you are talking about....?
@Tulsimoran20
@Tulsimoran20 2 месяца назад
তোৰ মাৰ আমলেট খন
@basisthaacharya6590
@basisthaacharya6590 2 месяца назад
অসমলৈ বৰ্তমান কেইটামান বহু জাতিক প্ৰতিষ্ঠানে ৰাজ্য খনৰ ঔদ্যোগিক উন্নয়নৰ বাবে আগবাঢ়ি অহা দেখা গৈছে। যদি এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটায় থাকে তেতিয়া হলে অসমৰ ঔদ্যোগিক উন্নয়নৰ আৰু নিবনুৱা সমস্যা একেই হৈ থাকিব। যিহেতু সকলোৰে ধন আৰু প্ৰানৰ মমতা আছে।
@MonikantaDas-r7y
@MonikantaDas-r7y 2 месяца назад
Hindi
@sanjivhazarika3205
@sanjivhazarika3205 2 месяца назад
Bomb দিছিলেই যদি আকৌ ফোন কৰি কলে কিয় ।তহঁতৰ নাটক সামৰ আৰু
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
বাঃ বাঃ মহাশয় | জাতিক ভালকৈয়ে ঠগিলি |
@kongkonsarma7116
@kongkonsarma7116 2 месяца назад
লৰাজনে মিছা কথা কৈছিল। 😂😂 হা হা হি। লৰাটো ULFA'ৰ আছিল নে কোনোবা private company'ৰ পৰা outsourcing কৰিছিল। 😅😂
@NivaManiDas-v4f
@NivaManiDas-v4f 2 месяца назад
Right👌
@Arupvlogs349
@Arupvlogs349 2 месяца назад
বৰুৱা চাৰ জয় আই অসম
@abhilashdas2460
@abhilashdas2460 2 месяца назад
Apunar sakori Tu jabo etiya
@sunildeori4690
@sunildeori4690 2 месяца назад
Good sir
@67Vijay67
@67Vijay67 2 месяца назад
LOVE FROM BORSOLA 💜✅
@deepjyotidas2397
@deepjyotidas2397 2 месяца назад
হিন্দুৰ নামত অসম ত্ৰিপুৰা হবলৈ গৈ আছে তাৰ বাবে কিবা চিন্তা কৰিছো নে আপোনালোকে, নে এনেকৈ অসমীয়াক বুৰ্বক বা ধ্বংস কৰি আছোঁ। আজি কালি আলফাৰ প্ৰতি বিশ্বাস নোহোৱা হৈছে অসমীয়া ৰাইজৰ কাৰণ অসমীয়াই আলফাৰ নামত একো নাপালে, জাতিটো কেৱল ধ্বংসৰ পথত। সকলোবোৰ বিক্ৰী হৈ গল kela balor স্বাৰ্থপৰ জাতি😢😢😢, কোনেও জাতিৰ কথা চিন্তা নকৰে সব পকেটৰ কথা, ইয়াত কৈ ভয়ংকৰ পৰিস্থিতি কি হব, বহুত ভয় লাগে নিজৰ জাতিৰ পৰিস্থিতিৰ কথা ভাবিলে, কোনোবাই যদি হিন্দু বেংগলী support কৰে আন কোনোবাই মিয়াক support kore kebol নিজৰ vote ba স্বাৰ্থৰ বাবে, কিন্তু অসমীয়া বুলি বা অসমীয়াক জীয়াই ৰাখিব লাগে বুলি কোনেও আগুৱাই নাহে আৰু এইয়াই হৈছে অসমীয়াৰ পৰিস্থিতি🥲🥲🥲😭। জয় আই অসম ✊ 6:09
@pranabkrray1767
@pranabkrray1767 2 месяца назад
এই কথাটো মই suport নকৰো কাৰণ দেশত লাখ লাখ টকা দি Army, BSF ,CRPFআদি ৰাখি থৈছে যদি সীমাত বংলাদেশী বা অইন অনুপৰবেশকাৰিক চাব লাগে তেতিয়াহলে এইবোৰৰ দৰকাৰ কি ।ULFA, NDFB,KLOই দেশ শাসন কৰা নাই ।সেইবোৰ চাবলৈ চৰকাৰ আছে ।
@অসমীয়াপৰিয়াল
এখেতৰ এতিয়া পেশা কি ? গুৱাহাটী মহানগৰত আছে , টকা পইচাৰ উৎস কি ? কিমান অসমীয়াৰ পাহুৱাল ডেকা সকলৰ তেজেৰে স্বাধীন অসমৰ সপোন দেখা এইসকল তথা কঠিত নেতাই এতিয়া শীত তাপ নিয়ন্ত্রণতীত কোঠাত এটা সুন্দৰ জীৱন অতিবাহিত কৰিছে ।
@digantadeka7201
@digantadeka7201 2 месяца назад
নিজৰ ঘৰটো বনাইছা ঠিকে কিন্তু! বাল চুক্তি কৰিলি😂
@FM-fh3nx
@FM-fh3nx 2 месяца назад
Kiyo toi pareshar 💩 Khao neki
@SumirMandal-bc5pn
@SumirMandal-bc5pn 2 месяца назад
Dada good man ❤❤❤❤❤❤❤
@KhdraRay
@KhdraRay 2 месяца назад
জয় আই অসম❤❤❤
@67Vijay67
@67Vijay67 2 месяца назад
জয় আই অসম
@papumoran5681
@papumoran5681 2 месяца назад
Alfaak loi raj niti hoi se atiya asomiya jodi akota nohoi tetiya hole asom ses hobo karon anaasomiya sop hisap nikas kori ase asomiya kiman ase calculation kori ase hihot bure asomiya ake dinai hekh koribo kokai
@TimePass-qo7ch
@TimePass-qo7ch 2 месяца назад
Ulfa kaam ni
@LachitDas-w8l
@LachitDas-w8l 2 месяца назад
Good
@pallabjyotiphukon4672
@pallabjyotiphukon4672 2 месяца назад
ULFA sadhin hoktihali hoi thoka nai! Hua hole aaji assamt bihari, bangladeshir utpat nohol hoi.. ULFA hoktihali nohoi, Assam police durbol jar babe boomb jaha taha putibo paril.
@HirenGohain_20
@HirenGohain_20 2 месяца назад
আমি আছোঁ sir
@pareshnath9755
@pareshnath9755 2 месяца назад
Joi aai axom
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 2 месяца назад
আলফা কৰাৰ নাটক কৰি বহুতৰ জীৱন ধ্বংস কৰি,এতিয়া চৰকাৰী দৰমহা,PSO লৈ ঘূৰি ফুৰিছে।এয়াই আমাৰ দেশৰ নীতি।
@DipankarBaruah-ul5rl
@DipankarBaruah-ul5rl 2 месяца назад
Aibr xb misa
@manoveeborpuzari8656
@manoveeborpuzari8656 2 месяца назад
কি এইবোৰ লৰা ধেমালি কৰিছে । অসম খন উন্নতি কৰিবলৈ চেষ্টা কৰিবলৈ লাগে । কি এই বোৰ পগলামী কৰিব উলাইছে ।
@sailenroy4719
@sailenroy4719 2 месяца назад
পৰেশ বৰুৱা পাগল হৈছে আবাল তাবাল বোকি থাকে মৰিগেলিয়ে ভাল আছিল
@Bidyadhar29
@Bidyadhar29 2 месяца назад
Assam is 100 percentage country.
@SarifuddinAhmed-so7ff
@SarifuddinAhmed-so7ff 2 месяца назад
এওঁলোক ২০০০ টকীয়া নোটৰ দৰে হৈছে।
@basantadas4702
@basantadas4702 Месяц назад
@UtpalKalita-c4d
@UtpalKalita-c4d 2 месяца назад
সুবিধাবাদী তহতৰ কাৰনে কত নিৰিহ মানুহ হত্যাৰ বলি হল এতিয়া আপোনালকে মজা মাৰি বিলাসি জিৱন পাৰ কৰি আছো
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 2 месяца назад
বাল চুক্তি,অকল তহঁতৰ ব্যক্তিগত লাভ হৈছে।
@sudiptaboruah4849
@sudiptaboruah4849 2 месяца назад
Drama - Story writer - Mami. Director -Mama. Production house - Assam media.
@JanataSwargiary
@JanataSwargiary 2 месяца назад
Kunu ulfar giyan nai . Bhabi sa Thanks Btc , Assam state ...
@dipakonwarlahkar6467
@dipakonwarlahkar6467 2 месяца назад
বাঃ বহুত ডাঙৰ আৰু মহান কাম কৰিলে । পৰেশ বৰুৱাৰ সন্তানে কি কৰে , সৎ সাহস আছে যদি অসমৰ ৰাইজক জনাওক । তেওঁৰ সন্তানে অসমীয়া ভাষা কব আৰু লিখিব জানেনে ?
@niharikahazarika9894
@niharikahazarika9894 2 месяца назад
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
@kabiranjanbrahma4489
@kabiranjanbrahma4489 2 месяца назад
Under standing politics in between Hemanta and paresh Barua.
@pranabkrray1767
@pranabkrray1767 2 месяца назад
মিঠা মিঠা কথাকৈ চৰকাৰৰ পৰা বহুত সুবিধা ললি ।এইবোৰ হৈছে শিক্ষাৰ অভাবৰ বাবে । সেই এটা অৰবিনদ ৰাজখোৱা কথাই কব নাজানে ,তেনেকুৱা লিডাৰক লৈ অসমীয়া ৰাইজে কি আশা কৰিব ।সাধাৰণ সদসৰ কথা যদি নাভাবে তেতিয়াহলে আকৌ Ex লিডাৰখিনিৰ ওপৰত secret killing কৰক ।
@Dipak-dehingia
@Dipak-dehingia 2 месяца назад
হাবিত কাহে ওলাই নাহে😂😂
@bhaskarkalita2451
@bhaskarkalita2451 2 месяца назад
❤❤❤❤❤
@bimalbaishya6861
@bimalbaishya6861 2 месяца назад
এইটো কাৰোবাৰ ভাৰা ঘৰ নেকি
@NiranjanGogoi-qw1ez
@NiranjanGogoi-qw1ez 2 месяца назад
একেবাৰে শেষৰ শাৰী বাক্য আপোনাৰ জীৱনৰ চৰম ওপহাস।
@bodolandsansri9184
@bodolandsansri9184 2 месяца назад
Ulfa,ndfb,klo agote bangdeshi,bihari,maruwari etc asomot humabo diboye nalagicil arunachal,nagaland,mizoram nisina Amar asomot iman baherot manu ahile
@SurajDang-f9d
@SurajDang-f9d Месяц назад
Dada moi alfa vorti hom ...kiba ata krok
@zeeshanmasti9433
@zeeshanmasti9433 2 месяца назад
আচলতে খলনায়ক কোন? ভাগ্য ভাল মুছলমান নহয়৷
@D.j.1987
@D.j.1987 2 месяца назад
লুকা ভাকু ।। বৰ‌ ভাল লাগিছে দিয়ক ।
@rumibegum2931
@rumibegum2931 2 месяца назад
জংঘলৰ পৰাই এইজনে চোৰাং চোৱা গিৰি কৰিবলৈ আহিছে
@santanakhanikarassam5221
@santanakhanikarassam5221 2 месяца назад
আপোনালোকৰ চুক্তি খন পচন্দ নহল।
@siddharth1720
@siddharth1720 2 месяца назад
তইও বহুত বেয়া কাম কৰিলি এটা time ত
@daimarig6076
@daimarig6076 2 месяца назад
Anup chetia should be arrested the way Jaikhlong Brahma was arrested when he reported the message from the then NDFB.
@sunitphukan6454
@sunitphukan6454 2 месяца назад
Moja khel sap bej duta ake loge dise sinta nai
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
তহতি জাতিক প্রতাৰণা কৰিছা | ইতিহাসত কলংকিত হৈ থাকিবি |
@bidyaengleng5178
@bidyaengleng5178 2 месяца назад
Hi..
@gautamtalukdar3942
@gautamtalukdar3942 2 месяца назад
Now Assamese are not interested in Ulfa because Assam is going to be a like Bangladesh 😢
@MadhabBasumatary-u3n
@MadhabBasumatary-u3n 2 месяца назад
Ai bor Drama kaporukhali . Kam nai ooooo....
@theeasternworld
@theeasternworld 2 месяца назад
Bangladesh me aapke beti ki sasural me sab kuch thik chal raha he ya nahi, Khaleda Zia tu bhag gaye Bangladesh se 😅
@biswajitmondal4494
@biswajitmondal4494 2 месяца назад
Apuni akdom thik kotha kohisa.
@chaosusengfaphu-kan5668
@chaosusengfaphu-kan5668 2 месяца назад
Kun hoi apuni
@sumanborgohain90
@sumanborgohain90 2 месяца назад
Apunaluke kora jikunu ata bhal kamor example dibo paribone..??Abantor lecture bahire baki kiba ata example diyoksun...ki korile apunaluke
@Nafl112-t2p
@Nafl112-t2p 2 месяца назад
Ulfa keita ashomiyar unnati krile adha ashomr officer a xn bohiragata blg stater a thke. Gute ashomt jote tote xn miyai nadhara boomt ure xn ashomiya he besi tnte laav kar hoi ashomiyar ne
@uddipak
@uddipak 2 месяца назад
Sob mili ase logot mamau...
@manudevi5009
@manudevi5009 2 месяца назад
Siir apunak lag pabo loga asil.
@lakshadhardas9429
@lakshadhardas9429 2 месяца назад
আপোনাৰ হৈ কাম কৰা যিবিলাক লৰা দুই তিনি বাৰ জেলত যোৱা আপোনালোকৰ সংগঠন নাচিলে নেকি। সেইবিলাক লৰাৰ document লব আঠ বছৰ হল । এতিয়াও একো কাৰি দিয়া নাই নে নলা নৰ্দমাৰ পেলায় দিছে।
@HrideepSarma
@HrideepSarma 2 месяца назад
Ehot mane arabinda.anup .Sacha Choudhury..Raju barua...Khub pitibo lage
@UditRabha-e5g
@UditRabha-e5g 2 месяца назад
মই lwewra বুলি কৈ hamorilu
@tapandas5309
@tapandas5309 2 месяца назад
Aru laj baki ache ne ?
@kamdeva-m4d
@kamdeva-m4d 2 месяца назад
বাংলাদেশী জোৱাঁইৰ কি খবৰ?
@Dmg_girl00
@Dmg_girl00 2 месяца назад
APONAAR FENCING PAAR HOBOLOI KIMAN SAMAJ LAGE
@biswajitmondal4494
@biswajitmondal4494 2 месяца назад
Bangladesh k kata taar bila he na?
@Na_yana.b13
@Na_yana.b13 2 месяца назад
Natkoe doray kothabu hoisay . Sadhin aiey
@runudevi8365
@runudevi8365 2 месяца назад
বোমা পুতি থৈ কৈ দিয়ে নেকি কোন মূৰ্খ এইজন।ভয় খুৱাই লাভ নাই আৰু মৰিবলৈ ও ভয় নাই
@mulugmamultichannelkokrajh3907
@mulugmamultichannelkokrajh3907 2 месяца назад
उल्फा/ULFA eman आजादी কিয়
@UdayDas-p1b
@UdayDas-p1b 2 месяца назад
RIP🙏🙏
@indianjamesbond0076
@indianjamesbond0076 2 месяца назад
ঠিকেই আছে। এতিয়া আৰক্ষী কিয় লাগে??😂
@apurbakalita7388
@apurbakalita7388 2 месяца назад
কি যে নাটক চলি আছে।
@jdqjdq9201
@jdqjdq9201 2 месяца назад
Ba axomia hoi axomiar ghorot Bom
@rahulojha8988
@rahulojha8988 2 месяца назад
Apunalike iman dine Dalai tu kio korile ?
@MoongogoiMoongogoi-n7t
@MoongogoiMoongogoi-n7t 2 месяца назад
Moi tu kaku bisora ny poisa khetiyokor lora asilu atiyaow khetiye koru
@souravborah-xn3mu
@souravborah-xn3mu 2 месяца назад
Atya apuni ki kore nu
@mridulgogoi2415
@mridulgogoi2415 2 месяца назад
Dangoria apuni otobosore ulfat thaki assamor babe ki sat dal Lorile
@BiplobhatiBaruah
@BiplobhatiBaruah 2 месяца назад
কি যে নাটকৰ নায়ক।
@maneswarbaro338
@maneswarbaro338 2 месяца назад
It is Bomb in wind
Далее