Тёмный

প্ৰথমবাৰলৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ মুখত অখিল গগৈৰ পুত্ৰৰ কথা 

DA News Plus
Подписаться 326 тыс.
Просмотров 729 тыс.
50% 1

Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com...

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 550   
@rupamkumarsarma1200
@rupamkumarsarma1200 11 месяцев назад
বাতৰি টো সোনকালে কৈ শেষ কৰিব। মানুহৰ ধৰ্য্যৰ পৰীক্ষা নলব।এয়া ভাল সাংবাদিকতা নহয়।
@nripensaikia157
@nripensaikia157 3 месяца назад
Right
@JugenGogoi-rg7dg
@JugenGogoi-rg7dg Месяц назад
​9o mo ko bhi Ok😅
@nabinrajkonwar1138
@nabinrajkonwar1138 Месяц назад
TV চোৱা বাদ দিলোঁ। কাৰণ ধৰ্য্য নাই
@MuhidharPathari
@MuhidharPathari 25 дней назад
😊​@@JugenGogoi-rg7dg
@rahulgoswami6913
@rahulgoswami6913 23 дня назад
Hoi olop hunkale kobo lage
@ranjitduttaey3967
@ranjitduttaey3967 11 месяцев назад
বাঘৰ পোৱালি বাঘেই হ'ব , ধন্যবাদ জনালো
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 11 месяцев назад
ঘূৰাই পকাই এটা কথাই কৈ থাকে। পাগলা সাংবাদিক
@anukulrabha5766
@anukulrabha5766 11 месяцев назад
ই সাংবদিক নহয় কুকুৰ ।
@MohinulHoque-lw1gw
@MohinulHoque-lw1gw 11 месяцев назад
​😮❤
@pritidevi9678
@pritidevi9678 11 месяцев назад
Correct
@juhisharma8340
@juhisharma8340 11 месяцев назад
Correct
@user-eu2cn6nr9f
@user-eu2cn6nr9f 5 месяцев назад
🎉🎉🎉a​@@anukulrabha5766😢😢😢😢🎉🎉🎉😢😂😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😅😅😅😅😅😅😅😅😅😅😂😂🎉🎉🎉🎉🎉😢😢😢😮😮😢😢😢🎉😢🎉🎉😮😮😮😮😮😮😮😮😮😮😮😮😮😮😂😂
@pramodchmalakar-lq7ou
@pramodchmalakar-lq7ou 11 месяцев назад
আজি কালি সাংবাদিক সকলৰ এটা চখ হৈছে, বাতৰি এটা ঘূৰাই পকাই,পকাই ঘূৰাই,পকাই-পকাই 'ঘূৰাই-ঘূৰাই,ক ওতে ক ওতে মূল বাতৰিটো শুনিবলৈ ধৈৰ্যচ্যুত হৈ কাতি দিবলগা হয়।
@gitumanibarman6536
@gitumanibarman6536 11 месяцев назад
Like father like son , Thanks akhil Gogoi
@amarjoytidas8141
@amarjoytidas8141 11 месяцев назад
Hoi
@nripensaikia157
@nripensaikia157 3 месяца назад
হয়
@dipalibhagawati9050
@dipalibhagawati9050 11 месяцев назад
বাতৰি কওঁতে ইমান মৰ চিয়ঁৰ কিয় মাৰে। ইমান বেয়া শুনি।
@putuldas7572
@putuldas7572 11 месяцев назад
😂😂😂😂😂😂😂😂moi voi a khai goisilu sior xuni
@user-fe6fs2ql5t
@user-fe6fs2ql5t 11 месяцев назад
Right
@phoenix.3111
@phoenix.3111 11 месяцев назад
Right
@RAGKASHYAPOFFICIAL
@RAGKASHYAPOFFICIAL 11 месяцев назад
😂 ki siyorise ree ...😂
@nishasharma6238
@nishasharma6238 10 месяцев назад
Iman siyorise kiyo khuni paisu
@tamannamuskan3552
@tamannamuskan3552 11 месяцев назад
মূখ্যমন্ত্ৰী পূএ কিয এতিয়াই দশ বাৰটা কোম্পানীৰ মালিক হ'ব পালে ।
@darpandeka5141
@darpandeka5141 11 месяцев назад
তৰুণ গগৈ ডাঙৰীয়াক আপুনি কিমান অপমান কৰিছিল ? গতিকে জেষ্ঠ কণিষ্ঠৰ কথা আপোনাৰ মুখত শোভা নাপায়
@promodmahanta6390
@promodmahanta6390 11 месяцев назад
Kam nai, repeat kori kori kua
@asomiaasom6008
@asomiaasom6008 11 месяцев назад
জনতাৰ ধন সম্পদ লুটি পুটি গোটাই পৰ্বত সম সম্পদেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাবালক পুত্ৰ ই ১৬ ১৭টা কোম্পানীৰ মালিক হব পাৰে ,টকা নথকা স্বদেশ স্বাজাতিৰ জনতাৰ দুৰ্যোগত এজন অসমীয়া হিচাপে দুৰ্গত নিৰ্যাতিত লোকৰ লগত দুখৰ সমভাগী হৈ প্ৰতিবাথ কৰাটো বেয়া ,জাতিদ্ৰোহী গাদ্দাৰ হিমন্তই তাকে নকয় কি কব ?গাদ্দাৰ হিমন্তইহে প্ৰতিবাদ আন্দোলন কৰিব পাৰে বাকী বেলেগে নোৱাৰে নালাগে ।হিমন্তই কোনশ্ৰেণীৰ পৰা ছাত্ৰ সন্থা কৰি প্ৰতিবাদ কৰিছিল, ছাত্ৰ নেতা হৈছিল ,আছুৰ নামত টকা তুলি খাইছিল ,আলফাৰ নামত টকা উঠাই খাইছিল ,মানবেন্দ্ৰ শৰ্মাক মাৰি কোনে কংগ্ৰেছ নেতা বিধায়ক হৈছিল এইবোৰ হিমন্ত চাৰে মনত ৰখা ভাল ।
@BhumidharNath-im7ml
@BhumidharNath-im7ml 11 месяцев назад
Like father like son. Thank you.
@rajudutta7246
@rajudutta7246 11 месяцев назад
আগৰ মুখ্যমন্ত্ৰীসকলৰ সন্মান আছিল, বৰ্তমান মুখ্যমন্ত্ৰীৰ লাজ, সন্মান, ব্যক্তিত্ব বুলি কোনো বস্তু নাই, তিৰিমুৱা বেপৰুৱা চৰিত্ৰৰ।
@tushargoswami6036
@tushargoswami6036 11 месяцев назад
দুই মিনিটৰ বাতৰি ঘূৰাই পকাই পকাই দীঘল কৰি একেডালকে বলকি থাকিলে ভাল নালাগে।
@sonjay1122
@sonjay1122 11 месяцев назад
DA news plus ৰ সাংবাদিক জনে জনসাধাৰণক মুৰ্খ বুলি ভাবে নে নিজকে মুৰ্খ পৰিচয় দিছে ধৰিব পৰা নাই। এফাঁকি বাক্য বাবে বাৰে টেটুফলা কিয় চিঞৰিছে হে। অত্যাধিক ভাল নহয়।
@narayankumarbora3762
@narayankumarbora3762 11 месяцев назад
Sangbadik huwar agate bazarat khar khajuli, Andore nigani mara ouisad chyari chyari bikir karisil neki ne news pohi thakute hagibaloi lagi assey?
@gopinathtalukdar6013
@gopinathtalukdar6013 11 месяцев назад
সিংহৰ পুৱালি গুজৰি গুজৰি ওলাই আহে আৰু শিয়ালৰ পুৱালি প্ৰানৰ ভয়ত গৈ গাতত সুমায়
@nanigopalphukan198
@nanigopalphukan198 11 месяцев назад
আৰু অলপ টেটু ফালি চিঞৰি কব নোৱাৰেনে?
@ParamaSaikia-kw8qk
@ParamaSaikia-kw8qk 11 месяцев назад
এই সাংবাদিক জনৰ সৈছে কি একেই বোৰকে বকি আছে কুকুৰে কামোৰা আছিল নেকি সৰুতে
@raihanahmed584
@raihanahmed584 11 месяцев назад
Ekdom thik koise
@bitulkonwar1099
@bitulkonwar1099 11 месяцев назад
ইমান কৈ নিচিঞৰিব সোনটো তোমাৰ দৰে মানুহ ধুম কলা নহয়
@user-eo2zl1ql8x
@user-eo2zl1ql8x 11 месяцев назад
বাৰে বাৰে এটা শব্দকে হাজাৰবাৰ কৈ গুৰত্ম হীন বাতৰি প্লচাৰ নকৰিবা বলিয়া মানুহৰ দৰে ছিঞৰিব নালাগে
@saddikurohman2966
@saddikurohman2966 11 месяцев назад
বাপ ৰে Heart failed হৈ যাব। আপোনালোকৰ news ৰ ভয়ত।
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 11 месяцев назад
সাংবাদিক জনৰ হাগা যাব।😂
@amarjoytidas8141
@amarjoytidas8141 11 месяцев назад
😂😂😂😂
@KailashBarman-ej8md
@KailashBarman-ej8md 11 месяцев назад
ইমান ডাঙৰ কথা নহয় ডাঙৰ কথা সোতৰ বয়সৰ লৰাই ওঠৰ টা কোম্পানী মালিক হোৱাটো ডাঙৰ কথা।
@anukulrabha5766
@anukulrabha5766 11 месяцев назад
হিমন্ত পুত্ৰৰ 20 টা কোম্পানীৰ বাতৰি ক , গৰু ।
@sailentalukdar4539
@sailentalukdar4539 11 месяцев назад
বাতৰিটো দেখোন শেষেই হ’ল 😂😂 মই ভাবিছিলো তাৰ হাগা নালাগালৈকে আটাহ পাৰি থাকিব 😂
@amarjoytidas8141
@amarjoytidas8141 11 месяцев назад
😂😂😂😂😂
@dilipkumarnath3901
@dilipkumarnath3901 11 месяцев назад
ইমানকৈএটা‌ কথাকে কৈ বেছি দীঘল কৰে কিয় ?
@assameseboy2264
@assameseboy2264 11 месяцев назад
সাংঘাতিক ককাই বেছিকৈ নিচিঞৰিব নহলে হাগা ওলাই যাব😂😂
@ramench.saikia8470
@ramench.saikia8470 11 месяцев назад
ৰিনিকি চুঙা
@anukulrabha5766
@anukulrabha5766 11 месяцев назад
হিমন্ত পত্নী 60 বিঘা মাটিৰ বাতৰি ক , চুৱৰ ।
@ubaudullaahmed3846
@ubaudullaahmed3846 11 месяцев назад
কেতিয়া জানাব আপোনী ? কোনো দিন আপোনাৰ বাতৰি নেছাও বুলি অঙ্গীকাৰ কৰিলো |
@user-mg6sj4yc6m
@user-mg6sj4yc6m 5 месяцев назад
কব খোজা সিনি ভালকৈ কলে এটা লাইক বেছি পালে হয় এতিয়া এটা কমহে পাব
@surendrasahariah9040
@surendrasahariah9040 7 месяцев назад
লাহে লাহে কোৱা বোপাই , তোমাৰ ডিঙি ফাটিলে অখিল বা হিমন্ত ই ভূগিব নাহে, তুমিয়েই ডাক্তৰৰ চেম্বাৰে চেম্বাৰে ঘুৰি ফুৰিব লাগিব ।
@saddikurohman2966
@saddikurohman2966 11 месяцев назад
লাহে লাহে কলেও হয়। আমি বুজি পাওঁ
@pinkudeka3102
@pinkudeka3102 11 месяцев назад
আপোনাৰ ছোৱালীওঁ নামি পৰিছে বিজেপিৰ গুন গাই থকা ৰিপাব্লিক ভাৰত নামৰ নিউজচেনেলটোত....
@hiteshkalita9067
@hiteshkalita9067 11 месяцев назад
সি্ংহৰ পুত্ৰ সি্ংহ হয়
@ujjalkonwar2859
@ujjalkonwar2859 Месяц назад
😮পপপ😮পপপ একো কাম নাই যদি সাংবাদিককে কৰ । পপপ বকিলেও হব তঁতঁতঁ বকিলেও হব মাইকটো লৈ যিহকে তিহকে ক ..
@joshnaray3117
@joshnaray3117 11 месяцев назад
পাগল নেকি কেলা একেটা কথাকে কৈথাকে অখল গগৈৰ পুত্রয়ে থাকিব নোৱাৰে নেকি | অকল বামুন শৰ্মা বিলাকেহে থাকিব পাৰে নিকি পাগল
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 11 месяцев назад
Alhil gogoi zindabad,
@chandraborah35
@chandraborah35 11 месяцев назад
অলপ বেচি হৈছে নেকি ।
@rafikulali4396
@rafikulali4396 11 месяцев назад
হাগা যাব কিয় ইমান চিঞৰি আছা লাহে কলে বুজি পাম টো
@ramench.saikia8470
@ramench.saikia8470 11 месяцев назад
ৰিনিকি চুঙা
@aditiboruah5632
@aditiboruah5632 2 месяца назад
তাৰ গৰম বেছি নেকি 😮 নহ'ব বা কিয় এইবাৰ হাৰিম বুলি জানিলে 😅
@NabinRabha-nz2xy
@NabinRabha-nz2xy 11 месяцев назад
বাতৰিৰ মানদণ্ড বজায় ৰাখিব লাগে।
@rirupon9251
@rirupon9251 11 месяцев назад
সোণটো তোমাক কি বুলি কম । তোমাক ধন্যবাদ তুমি আৰু আগুৱাই যোৱাৰ। কিন্তু ভগৱানে ওপৰত বিশ্বাস ৰাখি বা ।
@tksarmah2632
@tksarmah2632 8 месяцев назад
একেটা কথাকে গোটেই জীৱনটো পেঘেনিয়াই থকাটোকে বাতৰি বুলি কয় নেকি ? বজৰুৱা মানসিকতা।
@tksarmah2632
@tksarmah2632 11 месяцев назад
তৰল কথাৰে বাতৰিৰ পাতনি। ধিক্কাৰজনক।
@ramench.saikia8470
@ramench.saikia8470 11 месяцев назад
ৰিনিকি চুঙা
@lakhikalita8394
@lakhikalita8394 5 месяцев назад
চমূকৈ কলে ভাল লাগে
@prohenjitdoley685
@prohenjitdoley685 6 месяцев назад
এটা কথাক দহ বাৰ ৰিপিত কিয় সাংবাদিকবোৰে ? এবাৰ,দুবাৰ কলেও ৰাইজে বুজি পাই ।
@surajkonwar9360
@surajkonwar9360 11 месяцев назад
বাতৰি পৰিৱেশন কৰিছে নে দৰ্শকক দম দিছে ..শুনি কিন্তু দম দিয়া নিচিনা লাগিছে ....
@xurordeolkalabithika1129
@xurordeolkalabithika1129 11 месяцев назад
সকলোকে মূৰ্খ বুলি জ্ঞান কৰি‌ আপোনালোকে এইদৰে আবুল তাবুল বলকি থাকে।
@dipanjolidihinginya4265
@dipanjolidihinginya4265 10 месяцев назад
অখিল গগৈ পুত্ৰ বুলি কেইবা কলি ভাবি চা।
@rumihazarika5255
@rumihazarika5255 7 месяцев назад
আগতে হালোৱা আছিল নেকি এই বাতৰি পৰিবেশন কৰা জন, মিছাতে ইমান হুলস্থুল কৰি আছে,
@joshnaray3117
@joshnaray3117 11 месяцев назад
গগৈৰ পত্রয়ে নামি পৰাৰ কাৰনে ভয় খাইছে বামুনে 😁😁😁😁😁😁
@pankajbhuyan3308
@pankajbhuyan3308 2 месяца назад
Main point kobo lage..
@bantygogoi4656
@bantygogoi4656 11 месяцев назад
অখিল। গগৈৰ পুত্ৰ অখিল গগৈৰ পুত্ৰ অখিল গগৈৰ পুত্ৰ অখিল। গগৈ পুত্ৰ ,,,,,,,,,,,,,,,,,,
@gitanjalideka8767
@gitanjalideka8767 5 дней назад
ল'ৰা বাপেকৰ কান্ধৰ সমনীয়া হ'লে হেনো বাপেকৰ বোজা কাঢ়ি লয়! অসমীয়াত কথা এষাৰ আছে নহয়!
@dipukuhi2017
@dipukuhi2017 11 месяцев назад
অলপ কম কৈ ছিঞৰিলেও হব
@mihigunda9134
@mihigunda9134 11 месяцев назад
Video start from 5.40
@paramanandabora1047
@paramanandabora1047 6 месяцев назад
Like father like his son
@ranjitporgohain8774
@ranjitporgohain8774 11 месяцев назад
একেটা কথাকে কিমান বাৰ কৈ থাক
@bholaramboro2771
@bholaramboro2771 2 месяца назад
সমূহ ৰাইজলৈ এটা অনুৰোধ, কৰবাত যদি ভাল মেণ্টেল হস্পিটেল আছে তেনেহলে এওঁক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে ।
@dipikaphukan7387
@dipikaphukan7387 11 месяцев назад
ইমান চিঞৰ কিয় ?
@AnjuDutta-bl9yn
@AnjuDutta-bl9yn Месяц назад
Good
@runumidutta5490
@runumidutta5490 11 месяцев назад
লেম্প লৈ প্ৰতিবাদ কৰিলে কি হ'ব, কেৰাচিন তেলৰ দামটোৱোটো কম নহয়
@moneybear7836
@moneybear7836 11 месяцев назад
বাপেক চাই পুতেক ।
@user-jb6tj2nk3n
@user-jb6tj2nk3n 8 дней назад
বিধান সভাত এলিয়েন ওলাল নেকি ইমান চিয়ঁৰিচে যে সাংবাদিক মহাসয়
@NurjamalHoque-by4zm
@NurjamalHoque-by4zm Месяц назад
এটা কথা বাৰে বাৰে কৈ মানুহৰ বাতৰি শুনাৰ ধৈৰ্য নোহোৱা হয়।
@anubaruah9256
@anubaruah9256 28 дней назад
এইটো পাগলৰ দৰে চিঞৰি লেহে হয় নেকি ।মস্ত পাগল ।তোৰ মাতেই শুনিব মন নেজাই ।ঐ গৰু ইমান নিচিয়ৰিবি ।
@rajanikantadasdas5474
@rajanikantadasdas5474 11 месяцев назад
মেইন কথাটো নাহেই দেখোন।কি নিউজ চাবি এইবোৰ
@kshudiramdas6037
@kshudiramdas6037 17 дней назад
Father should gentle enough to teach his family to follow.
@dwijensarmah4370
@dwijensarmah4370 Месяц назад
সেইখন বিধানসভা নে তিৰীৰ কাজিয়া! ধেৎ
@budhakoch7400
@budhakoch7400 11 месяцев назад
Val nalage aneke apuni news kole
@user-mo1kh7jh3p
@user-mo1kh7jh3p 11 месяцев назад
Okgoodvery
@7gc970
@7gc970 11 месяцев назад
বাপেক চাই পুতেক । শোতৰৰ বছৰ লৰাৰ এটাই এইবোৰত সুমাব নেলাগে । আন্দোলন কৰি কোনো কাম অখিল গগৈৰ ডাঙৰীয়াই সামাধান কৰিব নোৱাৰিলে ।
@user-vd7he4pg5p
@user-vd7he4pg5p 2 месяца назад
একেটা কথাকে গাই গাই আমনি নালাগে নালাগেনে
@NipenHazarika-ny1hr
@NipenHazarika-ny1hr 9 дней назад
বাঘে শিয়ালৰ পোৱালি জন্ম নিদিয়ে বাঘ জন্ম দিয়ে তাকে ইমান চিয়ৰ বাখৰ কৰি বাতৰি ক'ৱ নালাগে বুলি ভাবোঁ আখিল গগৈ বা পুত্ৰয়ে ইমান ডাঙৰ ভুল কৰা নাই তকে জ্বলি পুৰি মৰিৱ নালাগে ।
@saidulislam8623
@saidulislam8623 22 дня назад
আপোনাৰ কোনটো খবৰ সৰু সব ডাঙৰ খবৰ লাহে লাহে কথা কলে কিবা অসুবিধা হয় নে ।
@badandeogharia4644
@badandeogharia4644 11 месяцев назад
সময় অপচয় কৰি সংবাদ পৰিবেশন একেবাৰে আমনি দায়ক হৈ পৰিছে ।
@gogoigamingnuub
@gogoigamingnuub 11 месяцев назад
Hundor bhai
@luchaking5863
@luchaking5863 11 месяцев назад
Mathai ghula hoi goise bare bare etai 😮😮😮😮 kothake koi aase short news dibo
@kalpanadas9648
@kalpanadas9648 11 месяцев назад
এই বাতৰি টো পৰিবেশন কৰোতে যিমান সময়ৰ প্ৰয়োজন হৈছে , সেই খিনি সময়ত বাতৰি কাকতৰ পাঁচটা বাতৰি পঢ়িব পাৰি
@jhoondeka8568
@jhoondeka8568 11 месяцев назад
অত্যাচাৰী, শুশন কাৰী শাসকৰ বিৰোধিতা কৰাটো প্ৰতিজন অসমীয়াৰ কৰ্তব্য, ইয়াত অখিল - পুত্ৰ বুলি কোনো কথা নাই
@SriCCDas
@SriCCDas Месяц назад
অখিল ইমান ভাল নহয় কাৰণ তেখেতে কংগ্ৰেছৰ ৰ্কায্যকালত সময়ত বহু চৰকাৰী সম্পত্তিৰ লোকচান কৰিছে আৰু এতিয়া তেখেতৰ পুত্ৰৰ কথা ভৱিশ্বৰ কথা।
@ajitboruah7160
@ajitboruah7160 11 месяцев назад
বাতৰি টো শেষ হৈ যাব বুলি ভাবিছে নেকি ?
@puwaramnarzary2894
@puwaramnarzary2894 11 месяцев назад
Like father like son Thank you akhil gogai.
@shashadharbrahma8849
@shashadharbrahma8849 11 месяцев назад
llll"lllllĺlll"l
@shashadharbrahma8849
@shashadharbrahma8849 11 месяцев назад
Wefdsfjjgaal jk
@lemantabarman
@lemantabarman 11 месяцев назад
​Aanondoram hbe
@anamikamohan1618
@anamikamohan1618 11 месяцев назад
The reader don't know the value of time.
@sarjinsahanichoudhury4356
@sarjinsahanichoudhury4356 11 месяцев назад
​@@shashadharbrahma8849❤❤❤
@lakshiborah8184
@lakshiborah8184 11 месяцев назад
বাতৰি বোৰ পোনপতিয়াকৈ কব লাগে। অকাই পকাই বকি থাকিব নালাগে। পাগলে চিঞৰা যেন লাগে। সময় লোকচান নকৰিব।
@jdas7767
@jdas7767 Месяц назад
10 second news expanded to 9 minutes.. thank you news channel for wasting our valuable time
@padumidas8103
@padumidas8103 11 месяцев назад
একেটা কথাকে কিমান বাৰ চুবাই থকা ।যি ক এবাৰতে কবি ।কাম নাই আৰু একে কথাকে এশ বাৰ বলকি থকা
@jharnadevi5217
@jharnadevi5217 6 месяцев назад
আপোনাৰ লুকে মৰাকে মোৰত মাৰ এটা মাৰে কিন্ত অখিল গৈগৈ সেই মোৰত মৰা মানুহটোক বচাব বিছাৰে
@WayOflife-wy2gq
@WayOflife-wy2gq 11 месяцев назад
ঐ কুকুৰ কি হৈছে ইমান একে কথাকে বকি আছে যে
@harmujali1052
@harmujali1052 2 месяца назад
এটা কথা কবলৈ গৈ ইমান অলাগতীয়াল কথা কৈ সময় নষ্ট কৰে ।
@khanentertainment8038
@khanentertainment8038 5 месяцев назад
ঐ আমাক মূৰ্খ বুলি ববা নেকি? বাতৰি ভাল কৈ প্ৰচাৰ কৰা।
@user-kz9qi6sy1u
@user-kz9qi6sy1u 8 месяцев назад
তুমি বাতৰি নপঢ়াই ভাল । অৰ্থ নাই অযটা চিঞৰত কান ফাটি যাব
@deepabaishya223
@deepabaishya223 3 месяца назад
ঘাঁহ খুজুবালে নতুন হয় !
@birinchikonwar3683
@birinchikonwar3683 11 месяцев назад
বামুনৰ পৰকতি লৰিল | অখিলৰ পুতেকক পালেগৈ | বানুনে নিবাচনী সভাত পুতেকক কিয় নিয়ে
@RojitaDas
@RojitaDas 11 месяцев назад
Akhil daa 🙏🙏👍🙏👍👍
@user-dj2zx4gc3d
@user-dj2zx4gc3d 11 месяцев назад
এটা কথা বাৰে বাৰে টেটুফালি চিয়ৰি নিউজ কৰা বাতৰি আচলতে বৰ বিৰক্তিয়ে লাগে। ইবিলাক সাংবাদিক নে টাংবাদিক
@educationknowledgefromassa7900
@educationknowledgefromassa7900 7 месяцев назад
কিয় বাতৰিছো কৰিছো? লাউৰা তইহে জান ক্লা কিয় বাতৰিটো কৰিছ৷ মই জানিম নিকি ক্লা? তই তোৰ কনিটোত হাট মাৰ যা ক্লা
@AziborRahman-rw5cf
@AziborRahman-rw5cf 19 дней назад
অখিলৰ,পুত্ৰৰ কথা, কিয়ো, কব,লাগে, সি,এজন, একো,নহয়,
@priyansidutta8306
@priyansidutta8306 11 месяцев назад
এনেকুৱা পাতনি ৰ খবৰ আজিৰ পৰা নাচাও
@UjjalGogoi341
@UjjalGogoi341 4 месяца назад
একেখিনী কথা কেইবাৰো নকলো হয়
@nizamali242
@nizamali242 11 месяцев назад
বাতৰি টো চটকৈ কব নোৱাৰে নেকি
@dipakkonwar8462
@dipakkonwar8462 5 месяцев назад
, সিংহৰ পুত্ৰৰ লগত মেকূৰীৰ তুলনা কিয় ?
@noleswardoley9316
@noleswardoley9316 11 месяцев назад
ইমান নিচিঞৰিবি ফটুৱা সাংবাদিক
@mrigankaborgohain9471
@mrigankaborgohain9471 Месяц назад
আপোনাৰ বাতৰিতো চমু কৰিলে ভাল হ'ল নেকি ?
Далее