সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ
শংকৰদেৱ শিল্পী সমাজ, শিৱসাগৰ সৌজন্যত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ নাট- ৰাম পৰাজয় সীতাৰ পাতাল গমন । বনমালী সাংস্কৃতিক গোষ্ঠী- আমগুৰি , শিৱসাগৰ জিলা । শিল্পী সৱলৈ আমাৰ সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো ।
অনুষ্ঠানটিৰ স্থান-স্থায়ী ৰাসমঞ্চ, আঞ্চলিক শ্রীশ্রী শংকৰদেৱ কৃষ্টি বিকাশ সমিতি, মেৰবিল, বেতবাৰী, শিৱসাগৰ
#vawna
#ram_parajai
#Bhawna_Competition
#anupombitupon
#bhaona
#Ram_Parajai_Sitar_Patal_Gomon
7 окт 2022