লোহাৰী কছাৰী-ভীমপৰা অৰুণোদই যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা বৃহত্তৰ লোহাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন-২০২৪ৰ মৌ-কুঁৱৰী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে দুলীয়াজানৰ বিদিশা গগৈয়ে... কণমানি বিদিশালৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো.....
#bidisha_gogoi
#moukonwari
#luhari_kachari_bihu
#bihu .
4 май 2024