Тёмный

প্ৰশ্ন উত্তৰ শিতান লতাশিল বিহু সম্ৰাজ্ঞী-২০২২ বৰ্ষ || Questions answer at Latasil Bihu Samragi 2022 

Anupom Bitupon
Подписаться 699 тыс.
Просмотров 1,3 млн
50% 1

Опубликовано:

 

2 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 422   
@peaa666
@peaa666 2 года назад
Barsha rani is sometimes so irritating😐 sometimes
@kuladeepdas4193
@kuladeepdas4193 2 года назад
লতাশিল বিহু সমিতিলৈ মোৰ প্ৰশ্ন বিহুতো জানো সম্ৰাজ্ঞী থাকে? নে বৰবিহুৱতী? আপোনালোকে ভালকৈ চিন্তা কৰিবচোন।
@luckymongogoiluckymongogoi7229
@luckymongogoiluckymongogoi7229 6 месяцев назад
Akmot... bohut aibur nmbur jene.. bihu kuwori. Borbihuwoti, bihu homrangri ,akhom kuwori, ai nam bur Kune uliyaisil baru muru jnibo mn goise.. prokit bohut aibur nm thake jnu purbote jnu aibur nm asil..????
@ajaymoran8692
@ajaymoran8692 4 месяца назад
মাৰ মূৰটো খাইছিল আইতা লগত তুমি।তুমি বহুত মূৰ্খ হয়।বিহু নাচিব আহিচা মাৰ মূৰটো কথা কৈছা
@mayurmanashmusicuniverse1565
@mayurmanashmusicuniverse1565 2 года назад
কৃষ্ণহে বুলিছো আও দেই...ঢকোৱা আৰু গুটি বুলি কোৱাৰ পিছতো নাজানিলে নে?এই সাধাৰণ কথাবোৰ নাজানিলে নিজকে প্ৰশ্ন হয় ,সঁচাই এওঁলোক অসমীয়া নে?
@dwimuraja773
@dwimuraja773 2 года назад
"তাঁতৰে শালতে মোৰ সোণ দেহা ঐ... গামোচা বৈ আছিলোঁ এশ এটি ফুলৰে কাঠি......" নাচনীগৰাকীয়ে গোৱা নামফাকিত উল্লেখিত "ফুল কাঠি"ও তাঁতশালৰ এটি অংগ হয়।
@chayaslittleworld2039
@chayaslittleworld2039 2 года назад
চুলিৰ সমস্যা সকলোৰে থাকে sir এতিয়া কথা হল কোনোবাই হাতত সানে কোনোবাই চুলিত নিজৰ সমস্যা অনুসৰি
@dgmusic3216
@dgmusic3216 2 года назад
Good cmnt
@rajeshsenapati3316
@rajeshsenapati3316 5 месяцев назад
বিচাৰক বে ........বিহু বিচাৰক কৰিছেনে আপোনী....ফুলৰ কাঠি কি......আমাক উত্তৰ দিয়ক চোন.... কিহৰ বলত আপোনী লতাশিলৰ বিচাৰক.....আপোনী আপোনাকে প্ৰথমে বিচাৰক কৰক......যদি ভুল হৈছে ক্ষমা কৰিব.......এনে দৰে বিহু বহু বিকৃত হৈ গৈ আছে
@munmihazarika779
@munmihazarika779 2 года назад
অনুষ্ঠান ভাল লাগিছে। তুমি অসমীয়া ছোৱালী। ধানৰ নাম জানিবলৈ চেষ্টা কৰিবা। কাৰণ ধান আমাৰ অসমীয়া মানুহৰ বাবে মুল বস্তু। ঢেকি পুৰণা বস্তু। তোমালোকে হয়তো ঢেকি দেখা নাই , সেই বাবে তোমাক দোষিব নোৱাৰি। ভাল লাগিছে দেই।
@mukibulhussain2622
@mukibulhussain2622 2 года назад
বিচাৰক. সকলক. বহুত. ধন্যবাদ. কাৰণ. তেখেত. সকলৰ. বহুত. পতিভা আছে ধন্যবাদ
@jayantajitu307
@jayantajitu307 2 года назад
মজ্জা লাগিছে ভিডিঅ'টো, বহুত বেছি শুভকামনা জনালোঁ। আৰু আগুৱাই যাওক, আমাৰ support সদায় পাই থাকিব 👍
@ilabora7943
@ilabora7943 Год назад
ঢেঁকী ৰ শলা দাল দুটা কতৰাৰ ওপৰত ৰখাই থোৱা হয় । কতৰা ৰ নাম কবলৈ বিছাৰকেও কবলৈ পাহৰিলে ।
@poyubhoragogoi7258
@poyubhoragogoi7258 2 года назад
বসন্ত ৰোগটো চৰ্মৰোগতেই পৰে দেখোন। চুলিত জবা ফুল, ঔ টেঙা, জেতুকা আগৰে পৰা লগায়। ৰাজশ্ৰীৰ উত্তৰটো শুদ্ধই আছিল।
@munindradas6586
@munindradas6586 2 года назад
বহুত ভাল লাগিল দে প্রশ্ন উতৰ বোৰ শুনি 🙏🙏🙏
@nabasmitaamchi2546
@nabasmitaamchi2546 5 месяцев назад
বৰ্ষা বা কথা এটা কও বেয়া নাপাবা 2mi ja কৈছা ভাষা কথা mi ভাবোঁ আপুনি প্ৰথমে সলনি নহওঁক kio krana আপুনি ইংলিছ আধা assamise আধা কথা কৈ
@dimpidas6064
@dimpidas6064 2 года назад
Uttar bor rajshree nath r besi val hoisil.naso val hoisil...baki bisarakar katha.
@chaocheng9076
@chaocheng9076 2 года назад
Bihu premier league BPL 😂😂😂
@mihirbaruah3453
@mihirbaruah3453 5 месяцев назад
কঠাল গছৰ প্ৰশ্নটো বিহুৰ লগত প্ৰাসংগিক যেন নালাগিল। তাত শালৰ যতৰৰ জৰী ডাল মজবুত কৰিবলৈ কঠালৰ এঠা ব্যৱহাৰ কৰা হয়। কপৌফুল সদায় তামোলৰ গছতহে গজোৱা দেখা যায়।
@pankajgogoi6628
@pankajgogoi6628 2 года назад
বিচাৰকে কৰা প্ৰশ্ন কেইবা ভাল লাগিল
@tutumonibaruah1945
@tutumonibaruah1945 2 года назад
বিচাৰকৰ প্ৰশ্ন সমূহৰ পৰা বহু কথা শিকিব পাৰিলো । এটা প্ৰশ্ন যেন বিচাৰকৰো অলপ উপস্হাপন কৰোতে ক'ৰবাত কিবা এটা বুজাত অসুবিধা হৈছে, যেনে ( বিহুৰ দিনা ডাঙৰক সেৱা জনাওতে আগবঢ়োৱা গুটিটো কি ? ) তামোল-পাণ যোৰক গুটিটো বুলি কোৱাতো ...... মোৰ ব্যক্তিগত মন্তব্য হে ....
@pankajgogoi6628
@pankajgogoi6628 2 года назад
@@tutumonibaruah1945 সেইটো হয় বাৰু বৰুৱানি
@achyutmoran7602
@achyutmoran7602 2 года назад
অনুষ্ঠানটো বহুত ভাল লাগিল । কিন্তু মাননীয় বিচাৰক সকলৰো কিছু শোধৰনীৰ প্ৰয়োজন আছে ।
@meghabts1385
@meghabts1385 2 года назад
আপুনি শুদ্ধ কৈছে।
@pdn3732
@pdn3732 2 года назад
Thik
@purnimabarman3892
@purnimabarman3892 2 года назад
@@meghabts1385 ss
@purabidutta6254
@purabidutta6254 2 года назад
Truee attitude tu besi but bahut horu khatha ye najane like বসন্ত ৰোগ r khatha tu
@nabamollikakakati6967
@nabamollikakakati6967 2 года назад
শতাব্দী তকৈ ৰাজশ্ৰী ৰ উত্তৰ বোৰ বেছি শুদ্ধ হৈছে।। শতাব্দী ৰ প্ৰথম প্ৰশ্ন টো আধা হে শুদ্ধ হ'ল।।
@upk9818
@upk9818 2 года назад
Kintu Rajshree Nath r Nas t akhorar proyojon ase ...
@digantadasvlog5128
@digantadasvlog5128 2 года назад
Right satabdee kolitar nass saba ki nass sale cai thakibo mon jai
@aarzu8524
@aarzu8524 2 года назад
Rajosree-r question tu beleg type or asil.... comparatively easy asil
@rumibaishya302
@rumibaishya302 2 года назад
বিহু সম্ভ্ৰাজ্ঞী হোৱা শতাব্দীয়ে দিয়া উত্তৰবোৰ শুনি আৰু বাকীবোৰৰ লগত তুলনা কৰিলে ৰাজশ্ৰীয়ে বেছি ভালদৰে উত্তৰ দিয়া যেন বোধ হ'ল।
@abusohit5813
@abusohit5813 2 года назад
po
@violinabhagawati9757
@violinabhagawati9757 2 года назад
Rajshree vl.ans koise
@ankitabhattacharyya8150
@ankitabhattacharyya8150 2 года назад
Okol answer r loik nidiye nohoi nach saise confidante hbo lagibo
@digantadasvlog5128
@digantadasvlog5128 2 года назад
Satabdee kolitar nass saba tetia gom pba ..kiman dhuniya nass..akol questions a nohoi .nass uu sabo lgbo .
@rajudeka007
@rajudeka007 2 года назад
Anya bore val nanasile prasnottar sitan paleheten jano
@ajaymoran8692
@ajaymoran8692 4 месяца назад
বৰ্ষা বাই আপুনি বেছি মুখ বজাই থাকা অনবত
@madhudeka5996
@madhudeka5996 2 года назад
Tamul pan buli nasoni hisape tai heikhini janibo lagisile.
@NitumoniBorah-s7n
@NitumoniBorah-s7n 5 месяцев назад
খুব ভাল লাগিল ।আমিও বহুত নজনা কথা শিকিলোঁ ❤️
@montukolita6551
@montukolita6551 5 месяцев назад
ঢেঁকীৰ কতৰা নামটো কোৱা নাই
@probhatchangmai9791
@probhatchangmai9791 2 года назад
নাচনী গৰাকীয়ে গোৱা নাম ফাকি শুদ্ধ আছিলে ,,তাত- ফুলৰ কাঠি বুলি শব্দ এটি প্ৰয়োগ কৰিছিল 🙏সেই সজুঁলি বিধো তাতৰে এবিধ অংশ
@ankitakalita6232
@ankitakalita6232 2 года назад
ৰাজশ্ৰীৰ উত্তৰবোৰ ভাল লাগিল।
@dipsikhachetia111
@dipsikhachetia111 2 года назад
এই শিতানটিৰ পৰা আমি বহু উপকৃত হৈছো । আমাৰ পাছৰ প্ৰজন্ম উপকৃত হ'ব ।
@bitulkonwar1099
@bitulkonwar1099 2 года назад
বৰষা বা বেছি নকৰিব, আপোনাক ভাল লাগে কাৰণে কৈছোঁ বেয়া নাপাব।
@jagatbasumatary2070
@jagatbasumatary2070 2 года назад
Bahut bariya programe.aj kal ke log apne ap ko bahut jankari samaj ta hain. Dekha kisi ne bhi sahi jawab nahi de paya.
@guanglidiy7166
@guanglidiy7166 2 года назад
অকল শিল নহয় আজাৰ গছৰ মুড়া ঢেকীৰ খুৱলীৰ বাবে ভাল হয় ।
@priyankasaikia5302
@priyankasaikia5302 2 года назад
মই এইটো অনুষ্ঠান ৰ বাবেই ৰৈ আছিলোঁ ❤️❤️
@MOIASSAMORLORA-ic6dk
@MOIASSAMORLORA-ic6dk 6 месяцев назад
বিচাৰক হলেই নহব আনৰ শুদ্ধ আৰু ভূল টো দেখিব লাগিব শেষৰ গৰাকীয়ে এটা নাম গাইছিল । এইটো সম্পূৰ্ণ শুদ্ধ । তাত শাল বুলি কলে ফুলৰ কাঠি ব্যৱহাৰ হবই । গতিকে বিচাৰক মণ্ডলীৰ নাম ফাকীয়ে শুদ্ধ হলেই নহব ভাল দৰে চাব লাগিব সকলোৰে উত্তৰ । ধন্যবাদ🎉🎉🎉🎉
@jituborgohaibaba9151
@jituborgohaibaba9151 5 месяцев назад
Love you protrikha
@__neel_utpol__5017
@__neel_utpol__5017 2 года назад
Sivasagar rocks....
@ashoksaikia8174
@ashoksaikia8174 2 года назад
Rajashree bse ustadiii....
@nirubora3660
@nirubora3660 2 года назад
বাহুধান নহয় বাওধান। আৰ
@polydoloi2545
@polydoloi2545 2 года назад
জেতুকা চৰ্মৰোগ নহয় বুলি জানো কিন্তু বসন্ত ৰোগ নিৰাময় হয় বুলি আজিহে শুনিলো । বিচাৰক সকলৰ উত্তৰ কিমান শুদ্ধ হৈছে চিন্তনীয়।
@niponrongsowal8667
@niponrongsowal8667 Год назад
Yes aji ha hunisu
@Deep.vlogs_05
@Deep.vlogs_05 Год назад
Only style di dehatu dhunia korile nohobo,okhomia hoi jodi kisuman tholua kothau janib lage
@bonoriyaa
@bonoriyaa 2 года назад
আটাইবোৰ প্ৰশ্ন একেধৰণৰ হোৱা উচিত। ইয়াত দুই ধৰণৰ প্ৰশ্ন আছে, কিছুমানৰ উত্তৰ নাজানিলে একোৱেই ক'ব নোৱাৰে আৰু কিছুমানৰ উত্তৰ নিজৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে, যেনে বিহু সম্ৰাজ্ঞীৰ ওপৰত থকা প্ৰশ্নটো।
@debaphukan489
@debaphukan489 2 года назад
বিচাৰ ক, জনলৈ, ধন্যবাদ
@babuff8373
@babuff8373 2 года назад
Eman esay question di ase but nasoni kejoni okol nasibo he jane
@pompidas7080
@pompidas7080 Год назад
Nice video too 🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤🎉🎉😅😅😅
@crazygamer4661
@crazygamer4661 2 года назад
শিৱসাগৰত জন্ম হৈ ঢেকীৰ অংশৰ নাম নাজানিলে আৰু😊😊😊😊😊😊 তাৰ উপায় নাই আইজনী মোৰ ঘৰো একে জিলাতে
@koushicknathvlog
@koushicknathvlog 2 года назад
Muru SivaSagar ota
@munmibania5328
@munmibania5328 2 года назад
Najanile jodiu samragi hol
@MChetia_Assam
@MChetia_Assam 2 года назад
অপৰাধ হোৱা নাই.... একেবাৰে নুকুৱাকৈ থকাটো নাই। আজিকালি ঢেকী নায়েই.. সেইটোও চাব!
@Kanhak356
@Kanhak356 2 года назад
ধেৎতেৰি অকৰা নাচনী জনী তামোল বুলি জানিবই লাগিছিল😊☺ আই অ তামোল পানে ৰাখিব অসমীয়াৰ মান
@purabidutta6254
@purabidutta6254 2 года назад
Guti buli kuar babe sage 😂buji napale
@indiastalentassam7854
@indiastalentassam7854 2 года назад
Bohut val lagil sai😍
@shilpachangmai6993
@shilpachangmai6993 2 года назад
Uttor r falor pora sai kintu rajashree nath bihu samragi r babe besi he jugyo asile ❤️
@khagensaikia9667
@khagensaikia9667 2 года назад
Oo
@digantadasvlog5128
@digantadasvlog5128 2 года назад
Rajashree aru satabdeer naas saba ..tat Kune dhuniya nasise.. satabdee kolitar nass uuffff cai a thakibo mon jai
@shilpachangmai6993
@shilpachangmai6993 2 года назад
@@digantadasvlog5128 mohakhoi moi mur biyoktigoto mot tu he desu ru apni hoi tu gyato j bihu samragi compitition tut bihu nasor logote questions u hudha hoi okl j nasilei egoraki bihu samragi hbo tenekua kunu kotha nai jodi teu hundorkoi uttor debo nuware . Jehatu teuk hudha hoisile dheki r kotha kobole teu bhal dore nuwarile aru 2 nd questions tu fokora jujuna mne ki hudha hoisile kintu teu heitu u dhunia koi kobo nuwarele heitu hokolue dekhise tar pist borokha Rani baideu r kripat easy questions tur uttor de pisole bihu samragi hol ge . Kintu hei protijugi kigorakir major okl nasei nhi rajashree nath r uttor khini hokolut koi huwola asile . Ru okl Satabdi kalita e nhi bihu samragi compitition t participate kora proti goraki nasoni e dhunia nasile nas hokolue dhunia nohole teuluk lotahill r monsot uthible jugyo nhole hoi .
@niponrongsowal8667
@niponrongsowal8667 Год назад
Kuboli katherau bnai sage nki bru...
@funnn157
@funnn157 Год назад
Eku najane nasoni bilake...
@dipgyan1231
@dipgyan1231 2 года назад
Hundor anupom da❤️
@Nanditapriyam
@Nanditapriyam 2 года назад
ভিদিওটো চাই ভাল লাগিল
@ratuldas6252
@ratuldas6252 Год назад
Kothalor sak khao aru kothalir pat sagoluk ami khuwao aru kothal pok aam pok buli kuliye mate😂
@jitumonibora2874
@jitumonibora2874 2 года назад
বিহু হ'ল কৃষিৰ লগত জড়িত উৎসৱ।গতিকে অসমৰ সন্তানে ধানৰ নাম নজনাটো বৰ বেয়া লগা বিষয়।আচলতে এওঁলোকক দোষ দিব নোৱাৰি।বৰ্তমান যুগত অভিভাৱক সকলে সন্তানক কৃষিৰ পৰিবেশটোৰ পৰা একেবাৰেই আঁতৰাই ৰাখে আধুনিকতাৰ পৰিচয় দি।এয়া তাৰ এটা উদাহৰণহে মাথো।
@shyamalidevi2590
@shyamalidevi2590 2 года назад
Maak dewatak jodi krishi karya r logot jorit nahoi tente kenekoi hikabo baidew🤣😂😃
@junmonidutta1231
@junmonidutta1231 2 года назад
অসমীয়া হৈ বিহু নাচিবৰ জানিছে।কিন্তু অসমীয়া পৰম্পৰা খতিৰ ৫ বিধ ধানৰ নাম নাজানে ।আৰু সেৱা কৰিবলৈ ব্যৱহাৰ হোৱা তামুল পান যোৰ কথা নাযানে।সচাকে দুখ লগা কথা।
@apurbaray6167
@apurbaray6167 2 года назад
বহুত নজনা কথা জানিলো।
@rashmigogoi8851
@rashmigogoi8851 2 года назад
Love from dhemaji
@MChetia_Assam
@MChetia_Assam 2 года назад
ৰাজশ্ৰী ৰ উত্তৰবোৰ সকলোতকৈ বেচি লাগিলচে। Congratulations 💐
@Channel-si1ey
@Channel-si1ey 2 года назад
Hibohagoriyan 😍😍
@chitrakar___shiva777
@chitrakar___shiva777 2 года назад
Lppp
@saratkalita1579
@saratkalita1579 Год назад
​@@chitrakar___shiva777AA
@GitanjaliSonowal-oo9td
@GitanjaliSonowal-oo9td Год назад
​@@chitrakar___shiva777 ❤❤😂❤❤👸👸👸
@allvideosavailablehere6717
@allvideosavailablehere6717 5 месяцев назад
Aijun,22muthi,ronga aijun,20 muthi, joha,Bora,
@dipakgogoi5417
@dipakgogoi5417 2 года назад
বিচাৰক মণ্ডলীৰ জ্ঞানৰ পৰিসীমা সীমিত যেন লাগিছে । নিজে যি জানে সেইয়াহে শুদ্ধ, আনে উত্তৰ দিলেও তাত ভুল-শুদ্ধ বিশ্লেষণ কৰাৰ প্ৰয়াস কৰা দেখা নগল । লতাশিল বিহুমঞ্চৰ দৰে অসমৰ অন্যতম শ্ৰেষ্ঠ বিহুমঞ্চত বিহু-বিচাৰক কৰিবলৈ যোগ্যতা থকাটো বাঞ্চনীয় । প্ৰশ্নোত্তৰ কালছোৱাত বিচাৰক সকলকো জনা গল ।
@trishnakalita2725
@trishnakalita2725 2 года назад
Right 👍
@chandankn
@chandankn 2 года назад
Nijoke khub gyani judge buli bhabise kukurtuwe
@purabidutta6254
@purabidutta6254 2 года назад
True attitude tu ako bahut besi pai😂
@bhubanchburagohain5398
@bhubanchburagohain5398 5 месяцев назад
কঠাল গছত কপৌফুল দেখাই নাই, চাব লাগিব।
@priyankadevi616
@priyankadevi616 Год назад
Ask something whic is related to Bihu...As per Indian law u r not supposed to marry another woman..if u already have a wife...Ask about our culture and nature
@dikuentertainment7768
@dikuentertainment7768 2 года назад
তামোল গছৰ গুটী প্ৰথমবাৰৰ বাবে শিকিলোঁ #dkdipakkumar
@someswariborah8239
@someswariborah8239 2 года назад
বাহু ধান ক'ত পায় অ'২য় গৰাকী নাচনী?
@kalpanaborah2184
@kalpanaborah2184 2 года назад
Mojaaaaa ❤️❤️❤️
@lankeshwardeka6842
@lankeshwardeka6842 2 года назад
তামোলক গুটি নোবোলে ফল বুলিহে জানো।
@fulpahgolaghatvlogs3676
@fulpahgolaghatvlogs3676 Год назад
Ajji salu basant rug nhi buli ajji hunilu but kitapot pua nai dai
@shaan077
@shaan077 2 года назад
বজাৰত নতুন ধান আহিল নেকি বাহু ধান🤣🤣🤣 মাছৰ নামকে ললে যে🙏🙏🙏
@unushali8601
@unushali8601 2 года назад
বাওঁ ধান
@monikhagohain9570
@monikhagohain9570 2 года назад
@@unushali8601 i
@ranjitborah2209
@ranjitborah2209 Год назад
Y
@sandeepiandeka
@sandeepiandeka 7 месяцев назад
Ho
@travelingbitupanvlog4115
@travelingbitupanvlog4115 6 месяцев назад
গুৱাহাটী হয় ... গতিকে চহৰৰ মানুহে গাঁৱৰ খেতি সজুঁলি আৰু ধান নাম নাজানে নহয় ...,কাৰণ চহৰৰ মানুহে বাৰিষাত গাঁৱৰ মানুহক খেতি কৰা বুলি বাকী খিনি নকওঁ কলে জগৰ লাগিব
@bhrigukalita6479
@bhrigukalita6479 2 года назад
👌👌
@back-bancher-gaming5606
@back-bancher-gaming5606 5 месяцев назад
Bahu dhan amiu aiber kheati kribo lagibo dai 4:32
@shibarabha6629
@shibarabha6629 Год назад
Potharot nami palehe dhanor nam janiba.
@jituborgohaibaba9151
@jituborgohaibaba9151 5 месяцев назад
Joha, bora,ahu,huwakmoni,hali
@crazygamer4661
@crazygamer4661 Год назад
হৈ গল পালেগৈ আৰু 🖤🖤🖤🖤মবাইলৰ কথা পাৰিব💜💜 কিন্তু💓💓💓💓 আইজনীয়ে 🍟🍟🍟🍟🆗🆗🆗🆗
@pampideka5122
@pampideka5122 Год назад
Dhanor nam najane guwahatir sage...gawor hole parile hoi
@anubhakalita8338
@anubhakalita8338 Год назад
Rajashree k hudha a nohol sun first round r r second question tu
@karabigogoi629
@karabigogoi629 2 года назад
কপৌ ফুল তামোল গছত লগাই বুলিহে জানো। কঁঠালত লগাই বুলি নাজানোং দেই
@MChetia_Assam
@MChetia_Assam 2 года назад
কঠাল গচত থকা কপৌপাহ বেচি দীঘল আৰু নাচনী খোপাৰ কাৰণে বেচি ভাল বুলি কৈচে।
@upasananath7415
@upasananath7415 2 года назад
Amar ghort o কঁঠাল গছত কপৌ ফুল লগাইছোঁ।
@missmousumihiloidarimousum5956
@missmousumihiloidarimousum5956 2 года назад
Kopufull sobote pari logabo amar hilikha gosot ase aru ajupa jamuk gosot ase
@chakrapokhrel357
@chakrapokhrel357 2 года назад
@@MChetia_Assam apunarjanir kamputisankhunilagatai git khuni khupbhal lagisedhanniyabad kopilbastunepal
@jibitgogoi5351
@jibitgogoi5351 2 года назад
Wataap nmbr de mai photo diu
@dipamonidihingia2201
@dipamonidihingia2201 5 месяцев назад
Najanako kits jowa
@mrmanashamchi1934
@mrmanashamchi1934 2 года назад
Baideu 🙏Amar gaon suwali bilake bohut jane😜
@ghanakantahazari5033
@ghanakantahazari5033 2 года назад
ধানৰ নাম কেইটা নজনাটো দুখৰ কথা কেৱল nasile নহব
@krittikasaikia2969
@krittikasaikia2969 2 года назад
হয় দেই
@ritudarrang4170
@ritudarrang4170 2 года назад
Guwahatir je dhanor nam kot janibo😁😁
@shyamalidevi2590
@shyamalidevi2590 2 года назад
Nssib he goise khura kheti korib jua nai nahoi😂🤣😃
@priyashreekhound1873
@priyashreekhound1873 2 года назад
Hosa rajoshree best lgisl
@dilipdas9924
@dilipdas9924 2 года назад
মজা
@champagogoi7435
@champagogoi7435 2 года назад
শ্ৰেষ্ঠ হোৱা গৰাকী লৈ মোৰ ফালৰ পৰা মৰম যাচিলো দেই। খিতাপ জয়ৰ নকৰা সকলে আৰু অলপ চেষ্টা কৰিবা 🙏🏽 বুলি আশা ৰাখিলোঁ
@digantaboro476
@digantaboro476 2 года назад
ধান খেতি করিলেহে জানিব
@dutta22
@dutta22 2 года назад
🤗
@euclids..funnyandcutebaby6442
@euclids..funnyandcutebaby6442 2 года назад
পৰীক্ষা বহি টান আহিছে আকৌ......
@hirubaruah3595
@hirubaruah3595 2 года назад
তেন্তে গহৰা দালতে কপৌফুল ফুলিলে নহয় কঠালৰ দালতে........
@jitensaikia736
@jitensaikia736 Год назад
এই ভিৰজৌটো ছাবলৈ বৰ ভাল ।
@jyotishdehingia126
@jyotishdehingia126 2 года назад
Sivsagar nasoni main🥰
@dhrubajyotideka8078
@dhrubajyotideka8078 2 года назад
Sepon bihu r vedio diyak
@crazygamer4661
@crazygamer4661 Год назад
বকুল বৰা ধানৰ চিৰা খুনদিছিলো চেনাই লৈ সামৰি থলো 🆗🆗🆗🍟🍟🍟🍟🍟🍟🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
@JBBORA-fg2he
@JBBORA-fg2he Год назад
Borokha joni alop besi ustadi dekhai
@aleeborgohain7439
@aleeborgohain7439 2 года назад
Khuboli kewal hilere nahai kaathereu bonai.aru jetukar reply rajashree e right answer disil. Satabdir reply vul asil 2nd question t
@reetzdaxx5050
@reetzdaxx5050 5 месяцев назад
জহা,বৰা,আহুধান, বাঁও ধান,শালিধান, কোমল ধান
@myblogs5871
@myblogs5871 2 года назад
নাচনী জনিয়ে পাঁচটা ধানৰ নামেই নাজানিলে। বৰ দুখৰ কথা দেই।
@shyamalidevi2590
@shyamalidevi2590 2 года назад
Bihu nasib he goise dhan kheti korib jua nai nahoi daa/ baa😃🤣😂😄
@myblogs5871
@myblogs5871 2 года назад
@@shyamalidevi2590 rongali bihu logote bihu nasor logot kheti jorito ase. Relation nothoka hole aitu question hudhai noholheten competition t. Amar oxomiya manuhor heituye problem dhanor namtu jonatuo lajor kotha bulihe vabe. Khetiyokehe dhanor nam janibo buli vabe.
@shyamalidevi2590
@shyamalidevi2590 2 года назад
@@myblogs5871 kheti korjbo jua aru nachib jona r majot difference ase😂😂😂🤣🤣🤣
@shyamalidevi2590
@shyamalidevi2590 2 года назад
@@myblogs5871 and yes khetoyok he dhanor naam janib beleg professional r manuhe najanibo u pare
@myblogs5871
@myblogs5871 2 года назад
@@shyamalidevi2590 Tumi hoitu aituo najana je bihu ata krixi bhittik utsob. Bihu ki takei najana aru jote Tote comment koribo aha☺️
@nivakalita5697
@nivakalita5697 2 года назад
I feel Rajashree deserved the title. She was very confident while giving the answers.
@aakashbora7197
@aakashbora7197 2 года назад
Really I also think yaar,she would have been the samragi...
@axomkk8656
@axomkk8656 Год назад
Rajashree mekhela khont alop number katil Jen anuvob hoi..... Karon Hali japi mekhela t thakile alop number kom koi deya dikhisu
@rashmirekhadutta8964
@rashmirekhadutta8964 Год назад
আচলতে বিহু সম্ৰাটে হলেই নহব। কৃষিভিত্তিক বিহু ত যদি সৰু সৰু কথা বোৰেই তেনেহলে অসমীয়াৰ গতি কি হব।
@rashmirekhadutta8964
@rashmirekhadutta8964 Год назад
কৃষিভিত্তিক বিহুটিৰ ওপৰত সৰু সৰু কথাই না জানে তেতিয়া হলে কি হব। অকল নাচিলেই নহব নহয়। বিহুৰ লগত সংগতি থকা সকলো কথাই জানিব লাগিব। গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। তেতিয়াহে অসমৰ সংস্কৃতি ৰক্ষা হব।
@rupalikakati1824
@rupalikakati1824 Год назад
Rajarshi shundor hoise
@upk9818
@upk9818 2 года назад
অনুপম বিটোপন চেনেলটিৰ এই সুন্দৰ প্ৰচেষ্টা সঁচাকৈ সলাগনীয় । বিহু আমাৰ আয়ুস ৰেখা আৰু বিহুৰ তাত্ত্বিক জ্ঞান খিনি সকলোৰে প্ৰয়োজনীয় । প্ৰশ্ন - উত্তৰৰ শিতানটি পৃথক কৈ আমাৰ কাৰণে সুলভ কৰাৰ ভাবে অশেষ ধন্যবাদ ।
@dipasaikia2492
@dipasaikia2492 2 года назад
3
@nikumoniborah8218
@nikumoniborah8218 2 года назад
@@dipasaikia2492 mo
@nikumoniborah8218
@nikumoniborah8218 2 года назад
@@dipasaikia2492 òji
@moheswardoley6762
@moheswardoley6762 Год назад
@@nikumoniborah8218 --
@HemantaDas-sw4hp
@HemantaDas-sw4hp Год назад
P😅
@babubabuu1257
@babubabuu1257 Год назад
Rajasri write answer
@Ranjit2024-o7o
@Ranjit2024-o7o 2 года назад
Eman simple questions boror ans boro kobo pora nai
@ramcharandeka9143
@ramcharandeka9143 2 года назад
Krishna
@plkurmivlogs2721
@plkurmivlogs2721 2 года назад
Aaji Bohu kotha hokolu. Thank you.Thsnk you so much
@birenlahon5982
@birenlahon5982 2 года назад
Nice
Далее
Провал со стеклянным хлебом…
00:41