Тёмный
No video :(

বাৰ্তালাপৰ মৰমে কন্দুৱালে নীলাক্ষি নেওগক... 

BAARTA LAAP
Подписаться 530 тыс.
Просмотров 248 тыс.
50% 1

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 377   
@Minivlogwithmaina
@Minivlogwithmaina Год назад
Nubujilu নাজানিলে গানটো শুনিলে আজিও চকুপানী ওলাই যায়😥😥😥 সঁচাই মন বোৰ চুই যায় এই গানবোৰে
@nilakhisonowal5032
@nilakhisonowal5032 Год назад
Bohut moromor nilakhi ❤❤🥰
@JrBhaskarmiLi
@JrBhaskarmiLi 23 дня назад
Same ajiu😢
@babuljonak3828
@babuljonak3828 Год назад
তেওঁ গীতেৰে এবাৰ হহুৱাই এবাৰ কন্দুৱাই ।।।এইয়াই আমাৰ তিনিচুকীয়া ৰ গৌৰৱ নীলাক্ষী বা💖💖
@viveka.c1567
@viveka.c1567 Год назад
নীলাক্ষী বালৈ মোৰ হৃদয়ৰ নিজান কোণৰ পৰা বহুত বহুত মৰম যাছিলোঁ ।।।
@trishnadevisaikia649
@trishnadevisaikia649 Год назад
চকু পানী ওলাই গ'ল😢। ভালে থাকক সদায় প্ৰিয় শিল্পী গৰাকী বহুত ভাল পাও নীলাক্ষী বা❤️
@priyasaikia6143
@priyasaikia6143 Год назад
চকু পানী ওলিয়াই গ'ল পায় 😔😔 🤭 বহুত ভাল লাগে নিলাক্ষী বাক , গান বোৰৰ কথা কিনো কম ভাষা নাই মোৰ ,, ইমান ভাল লাগে ❣️ গান বোৰৰ লগতে মাততো ,,
@deltapj695
@deltapj695 Год назад
সচাকে আজি নীলাক্ষি বা এই অনুষ্ঠানটি চাই বহুত আবেগিক হৈ পৰিছোঁ । ভাল লাগিল । বোকাখাতৰ পৰা বহুত বহুত মৰম থাকিল বা লগতে বাৰ্তালাপৰ পৰিয়ালটিলৈ ❤ এনে দৰে আৰু আগুৱাই যাওঁক তাকে কামনা কৰিছোঁ।
@debojitahomrk6645
@debojitahomrk6645 Год назад
এই অনুষ্ঠানটোৱে আজি সচাকৈ বহুত আবেগিক কৰি তুলিলে । মোৰ মা'ই চাই খুব 😥😥😥😥 । নীলাক্ষী বাই ঘৰ ওচৰতে যদিও মুখা-মুখিকৈ লগ পোৱা নাই । এদিন নিশ্চয় দেখা কৰিম । ধন্যবাদ আমাৰ বাৰ্তালাপ❤️❤️❤️👍👍
@Dipikaray12362
@Dipikaray12362 Год назад
সঁচাকৈ বৰ বেয়া কৈ কান্দি দিলোঁ কাৰণ নিলাক্ষী বা মোৰ প্ৰিয় শিল্পী❣️ আপোনালৈ বহুত বহুত মৰম বা আপোনাৰ গীত বোৰ সীৰে সিৰে বৈ যায় গে
@sushibratagogoi6838
@sushibratagogoi6838 Год назад
সঁচাকৈ আজি বহুত আৱেগিক হৈ পৰিলো । চক্ৰপাণি দালৈ ধন্যবাদ ইমান সুন্দৰ এটা অনুষ্ঠানৰ জৰিয়তে প্ৰিয় শিল্পী গৰাকীৰ মনৰ বতৰা কঢ়িয়াই অনাৰ বাবে । বাৰ্তালাপৰ আকাশচুম্বী সফলতাৰ শুভেচ্ছাৰে...❤️❤️❤️ from Moran( Rajgarh).
@bhabensonowal6823
@bhabensonowal6823 9 месяцев назад
নীলাক্ষি তোমাৰ সৰলতা আৰু ৰিংকু কবিতা শুনি সছাই আবেগিক হলো চকু পানি ওলাই গল ৷
@amiyamoran6608
@amiyamoran6608 Год назад
বহুত ভাল লাগিল নীলাক্ষি বা। সাম্প্ৰতিক সময়ৰ মোৰ আটাইতকৈ প্ৰিয় কন্ঠশিল্পী গৰাকী। যদিও এই সময়ত কণ্ঠশিল্পী ৰ অভাৱ নাই মই কিন্তু সকলোৰে গীত নুশুনো। আপোনাৰ গীতৰ কিন্তু সেই ৰিংকু ৰ দৰেই অনুৰাগী। বাকী পৰিস্থিতিটোৱে সচাকৈয়ে আৱেগিক কৰি তুলিলে। মই ও মানে একেই সুখৰ সময়তো চকুপানী দুখৰ সময়তো চকুপানী। বহুত শুভেচ্ছা আৰু মৰম জনালোঁ বা ভৱিষ্যতৰ কামবোৰৰ বাবে।❤️❤️
@lunaskitchen6273
@lunaskitchen6273 Год назад
মোৰ প্ৰিয় শিল্পী গৰাকী বহুত বহুত মৰম আপোনালৈ❤️❤️❤️
@dandeswardeoriyoutubechann3891
❤️❤️❤️
@dipaligohain3788
@dipaligohain3788 Год назад
সচাকৈ বহুত ভাল লাগিল ।বাৰ্তালাপৰ অনুস্থানলৈ আন্তৰিক শুভেচ্ছা থাকিল । নিলাক্ষীলৈ বহুত মৰম থাকিল ।
@youtubecreators153
@youtubecreators153 Год назад
Love❤️ from Tinsukia, নীলাক্ষী বালৈ বহুতো মৰম আৰু লগতে বাৰ্তালাপৰ সমূহ পৰিয়াললৈকে বহুতো শুভেচ্ছা জ্ঞাপন কৰিছো
@pranabjyotibailungpjb2416
@pranabjyotibailungpjb2416 Год назад
সুবাসনা বাক১০০/১০০ নিলক্ষী বাক ১০০/১০০ ভালপাওঁ।
@jkdgaming1017
@jkdgaming1017 Год назад
Hoi
@biswaxnokoribo2172
@biswaxnokoribo2172 Год назад
সহজ সৰল মনৰ এগৰাকী কণ্ঠশিল্পী সঁচাই ভাল লাগিল প্ৰগ্ৰেমটো চাই ❤️
@jilbora
@jilbora Год назад
নীলাক্ষি বা সদায়েই প্ৰিয় ❤️😘
@bhupengohain8714
@bhupengohain8714 Год назад
প্ৰিয় শিল্পী গৰাকীক বহুত বহুত মৰম দিলো💖💖💖
@bikashaxom5220
@bikashaxom5220 Год назад
লগ পোৱাৰ বহুত আশা আছে। এজন আপোন মানুহৰ দ্বাৰা আপোনাৰ কথা বহুত শুনিবলৈ পাইছোঁ। আজিৰ দিনত বহুত বেছি শ্ৰদ্ধা কৰিবলৈ লৈছে। দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏🙏💐💐💐
@meghalideka9761
@meghalideka9761 Год назад
বাৰ্তালাপ এতিয়া মোৰ অতিকে আপোন❤️মোৰ পৰিয়াল❤️নীলাক্ষি বা❤️
@bitupon__boruah
@bitupon__boruah Год назад
নিলাক্ষী বা আপোনালৈ বহুত বেছি মৰম যাছিলোঁ ।আৰু যাতে ভাল ভাল গান আপোনাৰ পৰা শুনিবলৈ পাওঁ ।
@nangsikhamonigogoi9554
@nangsikhamonigogoi9554 Год назад
প্ৰিয় শিল্পী গৰাকী ❣️ দুবৰিতে, নুবুজিলো নাজানিলো উফ্ সদায় শুনো এইদুটা 🥺💚 বহুত বহুত মৰম নিলাক্ষি বা ☺ ধন্যবাদ বাৰ্তালাপ 🌸
@nonichutia3034
@nonichutia3034 Год назад
তোমাৰ অনুভূতি দেখি আৰু ভাল পোৱাৰ যিতু অনুভব সঁচাকৈ,,,,, মোৰ চকুৰ পানি ওলাই গ'ল
@utpalentertainm...6808
@utpalentertainm...6808 Год назад
প্রিয় বা জনী❤️❤️। গানবোৰ শুনিলে শুনি থাকিব মন যায়।আপুনি সদায় ভালে থাকক,কুশলে থাকক ।
@chayanikamedhi1674
@chayanikamedhi1674 Год назад
প্ৰিয় কণ্ঠশিল্পী গৰাকী ❤️
@kabita4546
@kabita4546 Год назад
বহুত ভাল লাগিল অনুষ্ঠানটি ❤️। নিলাক্ষী বা মোৰ বহুত প্ৰিয়।বহুত মৰম তোমালৈ ❤️❤️
@niranjangogoi5330
@niranjangogoi5330 Год назад
সচাঁই খুব ভাল লাগে আপোনাৰ গান নিলাক্ষী বা... চৰাইদেউ সোণাৰি পৰা মৰম যাচিলো।
@sushilkonwar7012
@sushilkonwar7012 Год назад
নিলাক্ষী বা প্ৰতিটো গানৰ সুমধুৰ কণ্ঠত গীতে প্ৰাণ পায় উঠে । তেওঁক তিনিচুকীয়া ঘৰত সাক্ষাত কৰিবৰ কাৰণে কেইবাদিনো চেষ্টা কৰিছিলো যদিও লগ পোৱা সৌভাগ্য নহল ।আজি বাৰ্তালাপ অনুস্থানৰ যোগেদি দেখা পায় ধন্যবাদ জনালো পৰাশৰ দা ক ।
@bituaxam7723
@bituaxam7723 Год назад
Mur priyo BAARTA LAAP 👌💞 Nilakhsi ba 🔥🔥🔥
@kartick1957
@kartick1957 Год назад
সুন্দৰ অনুস্থানটিয়ে মোৰ মন চুই গ'ল। সকলোলৈকে মৰম- স্নেহ যাচিলো ও চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপলৈ আৰু এনে অনুস্থানলৈ বাট চাই ৰলো ।
@renuphukan4343
@renuphukan4343 Год назад
সচাকৈ বালৈ বহুত বহুত মৰম যাচিলো চাই খুবেই ভাল লাগিল এনেদৰে আগবাঢ়ি যোৱা ,,,,🙏🙏👌
@archanadas1562
@archanadas1562 Год назад
প্ৰিয় অনুষ্ঠানত প্ৰিয় মানুহ গৰাকীৰ গীত উফ ,,,,,সঁচাকৈ প্ৰেমত পৰোঁ আপোনাৰ মাতত 💞💞 আৱেগিক হ'লো ৰিংকু "বা" ৰ কবিতা টো শুনি ❣️✨ সদায় ভালে ৰাখক ভগৱানে । 🥰🦋
@debajitsaikia8709
@debajitsaikia8709 Год назад
প্ৰিয় শিল্পী গৰাকী❤️❤️❤️
@pallabisaikia7050
@pallabisaikia7050 Год назад
Nili baa all time favourite.....❤️
@youcando8417
@youcando8417 Год назад
প্ৰিয় শিল্পীগৰাকী❣️
@bhanitahaloi360
@bhanitahaloi360 Год назад
মোৰ প্ৰিয় বা জনী । বহুত ভাল তেওঁক 💖
@Nibarondaa
@Nibarondaa Год назад
চৰাইদেউ জিলাৰ সাপেখাতী পৰা মৰম যাচিলো । আগুৱাই যাওক আপোনা লোকৰ এই সফলতা।❤️
@annadakachari5384
@annadakachari5384 Год назад
I love you ❤️🥰
@spHzrka7896
@spHzrka7896 Год назад
One of my best female singer....losts of love to Nilakshi
@soukonrkachari410
@soukonrkachari410 Год назад
My favourite singer nilakshi ba ❤️❤️
@janmoni-moni604
@janmoni-moni604 Год назад
All time fvrt nilu ba😌❤️❤️❤️
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Год назад
My favourite female singer. Her singing and tune was very nice. God bless to him
@bikku.bor.gohain
@bikku.bor.gohain Год назад
god bless to her...
@rumidas807
@rumidas807 Год назад
সুব মিঠা কন্ঠৰে নিগৰাইছে আপোনালৈ অলেখ শুভ কামনা পঠিয়ালো বা
@prakashborpatraofficial22
@prakashborpatraofficial22 Год назад
মোৰ প্ৰিয় কণ্ঠ শিল্পী বা তোমালৈ বহুত বহুত মৰম 🙏❤️❤️❤️❤️ love you নীলাক্ষী বা ❤️
@satyajitmoran9648
@satyajitmoran9648 2 месяца назад
সকলোকে মৰম আৰু সন্মান জনোৱা এগৰাকী p খোলা অন্তৰৰ শিল্পী
@sineswarmoran4006
@sineswarmoran4006 3 месяца назад
নিলাক্ষী মৰাণ নেওঁগ বাইলৈ অলেখ শুভ কামনা জনালোঁ.....। আপোনাৰ কণ্ঠত গান শুনিবলৈ বৰ বাও লাগে ❤️‍🩹
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Год назад
Unbelievable singing and uncommon singer and nice performance. Go ahead way to your journey......... Always be positive and happiness.All the best wishes to you Nilakshi.
@harendoley2957
@harendoley2957 2 месяца назад
সুন্দৰ, আবেগিক অনুষ্ঠান ❤ । From Sivasager Assam
@dibya209
@dibya209 Год назад
বহুত ভাল লাগে তেওঁৰ কন্ঠ ❤🎶👌
@palpalsarma4284
@palpalsarma4284 Год назад
@khewaliborah544
@khewaliborah544 7 месяцев назад
বা আপোনালে শুভেচ্ছা থাকিলে বহুত ভাল লাগে
@debahandique8522
@debahandique8522 Год назад
My favourite singer, love from Kashmir ❤️❤️❤️❤️
@MonNilim-xm7fq
@MonNilim-xm7fq 2 месяца назад
My favourite nilakshi 💞🥰🤗👌
@manyqueen7727
@manyqueen7727 Год назад
বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই, নীলাক্ষী বাক বহুত ভাল লাগে সঁচাকৈ।
@dipanjyotigogoi1730
@dipanjyotigogoi1730 Год назад
বহুত বহুত ভাল লাগিল আজি অনুষ্ঠানটি চাই।
@simantanaginisimantanagini6780
নেলাক্ষী বা' কণ্ঠ বহুত ভাল পাওঁ। Love you
@anujkumariburagohain9066
@anujkumariburagohain9066 Год назад
বহুত ভাল লাগিছে প্ৰগ্ৰেমটো চাই।নীলাক্ষীলৈ বহুত শোভকামনা থাকিল।
@rnjcreation7453
@rnjcreation7453 Год назад
প্ৰিয় মানুহগৰাকী❤️❤️
@munindrasaikia4024
@munindrasaikia4024 Год назад
ভাল লাগিল। নীলাক্ষি ক আৰু আগবাহি যাবলৈ অনুপেৰনা জনাইছো।
@tileswaryein1295
@tileswaryein1295 Год назад
নীলাক্ষি বাৰ গীতে মোকো কন্দুৱালে। তথাপি কান্দোনৰ মাজত কিবা নতুনত্ব বিচাৰি পালো। এই বাবেই সঁচাকৈ বহূত সূখী অনুভৱ কৰিলো। নীলাক্ষী বাক ঈশ্বৰে আৰ্শীবাদ কৰক , ৰাইজে মৰম দিয়ক। শেষত আকৌ দেখা পোৱাৰ আশাৰে। ইতি-- তিলেশ্বৰ য়েইন দিচাংমুখ---শিৱসাগৰ
@mayashreechamuah5186
@mayashreechamuah5186 Год назад
"নিলাক্ষী বা"❤️😇 কি যে আপোনাৰ অপুৰ্ব সুৰ মন্দাকিনি ধাৰা নিলাক্ষী বা ❤️‍🩹🥺 আপুনিতো চিনি নাপায় কিন্তু আপুনি হয়তো নাজানে আপোনি কিমান আপোন মোৰ মন আকাশৰ... কিমান নিদ্ৰাবিহীন ৰাতিৰ সহাৰি আপোনি...❤️ 🥺🫂 আপোনোৰ কণ্ঠৰ যি মধুৰতা....কি ক'ম মানে ভাষাৰ অভাৱ বুজাব নোৱাৰো লিখিত ৰূপে.. 😶 সৌম্যতাৰ শিখৰৰ এক উজ্জ্বল আভা আপোনি তীক্ষ্ম আপোনাৰ সুৰৰ মন্দাকিনি ধাৰা , তাতে আকৌ সেই মৌ বৰষা হাঁহিটি উফ বুজাব নোৱাৰো জানেনে আৰু ইমান সহজ সৰল❤️অফুৰন্তু মৰম আপোনালৈ, সাহস আৰু মনোবলেৰে কাম কৰি যাওঁক বা। কান্দিও ভাল লাগে আপোনাৰ কণ্ঠক অনূভৱ কৰি এক অনাবিল সুখ ✨❤️‍🩹 ঘনে ঘনে মনলে আহা❤️ শৰতে শৰতে ❤️ ক'ৰেনো এজাক বলিয়া বতাহে আৰু নকওঁ আৰু সাংস্কৃতিক দিশটো খুব ভাল পাওঁ অভিনয় , সংগীত , নৃত্য, সাহিত্য ৰ্চচাৰ প্ৰেয়সী মই আপোনোৰ গীতসমুহত অভিনয় কৰি মই খুব ভাল পাওঁ নকওঁ আৰু বুজিছে কিমান ক'ম শেষ ক'ত কৰিম উপায়বিহীন গানটো শুনাৰ লগে লগে কি কি যে পৰিকল্পনা মনত আহে কেনেকৈ অভিনয় কৰিম আমোক তামোক বহুত🤗❤️ আৰু চকুলোৰ মালাধাৰিতো আছেই❤️😢 লগ পোৱাৰ আশাতোৰ কথা নকওঁ....😊😢 Comment2 পঢ়ি আমনি লাগিব আপোনাৰ কৈ শেষ নহয় অৱশ্যে😊 আচলে comment নহয় এয়া আপোনাৰ প্ৰতি থকা প্ৰবল শ্ৰদ্ধা , ভক্তি, অনূভৱৰ অনুভুতিৰ এটি ক্ষুদ্ৰ অংশহে মাথো "নিলাক্ষী বা"❤️ নাজানো আপোনাৰ কাষ পায়গৈ নে নাপায়!! নাপালে একো নাই "মই আছো একে একে দৰেই পাবা" 😇🥺😌❤️‍🩹 "নীলাক্ষী বা"❤️
@NilakshiNeog
@NilakshiNeog Год назад
এই মৰমৰ বাবে চিৰকৃতজ্ঞ মই🙏❤️
@bastabdas8344
@bastabdas8344 6 месяцев назад
সঁচাকৈয়ে নিলাক্ষিৰ গানবোৰ ভাল লাগে চক্ৰ দা ধন্যবাদ
@user-bf1le1cb2w
@user-bf1le1cb2w Год назад
ধন্যবাদ পৰাশৰ দা বাক নিমন্ত্রণ কৰি আনা বাবে, তেওঁৰ গানবোৰে কেতিয়াবা জীয়াই তোলে জোনাক ৰাতি , বিশেষ কৈ পূর্ণিমাৰ ৰাতি বাৰ গান চোতালত ৰৈ শুনা অভ্যাসেই হৈ ৰৈছে একপ্রকাৰ, কি নো কম বা আপুনি ভালে থাকক সদায় 🤚❤😍🌼
@ankurchamuachannel5191
@ankurchamuachannel5191 3 месяца назад
Bohut ❤❤Vl lagil dei
@rashmibora2489
@rashmibora2489 Год назад
Emn vl lagil sow tu... My all tym favorite singer nilakshi ba
@himanshubarman5913
@himanshubarman5913 Год назад
Multi Talented Baai🥰 What a Voice Of Her💓
@ritupanbora3938
@ritupanbora3938 Год назад
Nilakshi baa r gaan mur bohut val lage ♥️♥️♥️♥️♥️
@sabitagogoi7761
@sabitagogoi7761 3 месяца назад
Bahut Val lage nilakhik
@aimonibordoloi5564
@aimonibordoloi5564 Год назад
My favourite female singer❤️
@karishmarajbongshi4513
@karishmarajbongshi4513 Год назад
ধন্যবাদ বাৰ্তালাপ নিলাক্ষি বাক যে মাতিলে ♥️♥️
@koushikdas4943
@koushikdas4943 Год назад
প্ৰিয় কন্ঠশিল্পী গৰাকী 💙❤️ বাৰ গানবোৰ সচাকৈ মোৰ বাবে বহুত প্ৰিয় 💙❤️
@chayanikasvlog3126
@chayanikasvlog3126 Год назад
Love you baa my all time favourite singer ❤️
@amrit5849
@amrit5849 Год назад
ধেমাজি পৰা মৰম জাচিলো বা 💓💓 । বহুত ভাল লাগিল । চকু পানীৰে মৰম বোৰ উলিয়াই দিয়া হল । আৰু আগ বাহি যোৱা তাৰে আশা কৰিলোঁ।
@ekhyakupanging4228
@ekhyakupanging4228 Год назад
I love you বাৰ্তা লাপ 👍🙏আৰু ভাল পাওঁ নিলাকশী গান ❤️ you 🙏
@ashimadas6689
@ashimadas6689 Год назад
Bahut val lagil ,,aru duti man geet gale val paluheten ,,thanks barttalap,,👌👌🙏🙏
@renuphukan4343
@renuphukan4343 Год назад
সচাকৈ বালৈ বহুত বহুত মৰম যাচিলো চাই বহুত ভাল লাগল 🙏🙏🙏
@mrtulsizglover721
@mrtulsizglover721 Год назад
My favorite female Assam singer Nilakshi baah 🥰
@hemoprovagohain1391
@hemoprovagohain1391 Год назад
বাৰ্তালাপৰ বহু অনুষ্ঠান চাইছোঁ কিন্তু এইটো যে ইমান বেছি ভাল লাগিল বুজাব নোৱাৰি ❤️❤️❤️
@deepannitakalita8171
@deepannitakalita8171 Год назад
Nc wall painting. Bartalap always fv.
@arpanakalita4963
@arpanakalita4963 8 месяцев назад
nilakshi neog mur priyo singer hoi ❤ teor nubujilu najanilu gaan tu xuni hosakei bohut val lage ❤❤❤❤
@user-pt1dy7pq2k
@user-pt1dy7pq2k 2 месяца назад
My favourite singer ❤❤❤
@ranitabhuyain9114
@ranitabhuyain9114 Год назад
Vall lgail..love from Dhemaji
@pallabitalukdar4665
@pallabitalukdar4665 Год назад
প্ৰিয় কন্ঠশিল্পী নিলাক্ষী বা ❤️ অনুষ্ঠানটো চাই‌ চকুৰ পানী ওলাই গ'ল 😊
@GK-bj6fh
@GK-bj6fh Год назад
Nilakshi ba gaan bor xuni bahut bhal lage Tumi aaguwai jua aru bhagwane enekuai Shakti diyak
@travelwithtc5067
@travelwithtc5067 Год назад
Ata kotha kou beake nolobo... nilakshi bak hokoluye bht besi morom kore aru moiu bht val pao tewor hokolu gaan...kintu homane Nitupon daku mati Ani alp kotha jodi tewor logotu valke patil hoi tetiahole val lagil hoi...lastot he alp kotha patil tewor logot 2mnt only...Nitupon dai tu emn val val kaam kori ase ..tewor bikhoye alp janibo pora hole val lagil hoi...baki Beake nolobo...mur nijor anubhov khinihe kolu 🙏
@bhagyasreehazarika122
@bhagyasreehazarika122 Год назад
Moi regular dorhok bartalapr, tothapi maje maje kisuman episode r kothai ontor sui jai, Bartalap dirghjibi houk logote Chakradaar logote homuh satro-satriku obhinondon, apunalukk hokoluke sai sai hahi hahi kandi dilu
@kamalborgohain5828
@kamalborgohain5828 Год назад
পিয় শিল্পী গৰাকী💚 অনুষ্ঠান টি চাই ভাল লাগিল
@arsadjaman3739
@arsadjaman3739 Год назад
বহুত ভাল লাগিল ভিডিওটো চাই,সচাই বহুত আবেগিক হয়ছো,,শুভ কামনা থাকিল বা জনী লৈ❤❤❤❤
@deepshikhadeka744
@deepshikhadeka744 Год назад
Mur fvrt nilakshi baaa 💕💕💕💕💕💕💕💕
@lahoncreation7632
@lahoncreation7632 Год назад
অসমীয়া সংগীত জগতৰ গায়িকা সকলৰ ভিতৰত প্রিয় তাই। কিয় প্রিয় ? মই কোৱাৰ প্রয়োজন নাই বুলিয়েই ভাৱোঁ। কণ্ঠ নহয় , তাইৰ যি সহজ সৰল ব্যৱহাৰ একেবাৰে সাধাৰণ ঘৰুৱা কথা বতৰা এই খিনিয়ে তাইৰ প্রতি থকা ভালপোৱা খিনি আৰু অলপ বঢ়াই দিয়ে। তাইৰ কণ্ঠত মৰাণ বিহু , উফ্ সচাঁকৈ নোকোৱাকৈ নোৱাৰি। তাইৰ প্রতিটো গীত শুনিলে শুনি থাকিব মন যায়। অনাগত দিনত নেদেখা জনে কৃপা কৰক আৰু ৰাইজলৈ নতুন নতুন গীত আগবঢ়াই দিয়াত সহায় কৰক। শেষত , তাইৰ সু-স্বাস্থ্য কামনা কৰিলোঁ। চৰাইদেউ ( সাপেখাতী )
@pradiptamuli5934
@pradiptamuli5934 Год назад
বহোত ধুনীয়া কবিতা লিখিছে দেই😊🙏
@bikerchandrajit2316
@bikerchandrajit2316 Год назад
My fvrt singer ..❤️❤️...love from tinsukia❤️
@assamn8850
@assamn8850 Год назад
Moja ❤️
@biswajitkkp3701
@biswajitkkp3701 Год назад
Daily sai thku apunar ay bartalap love from chennai ♥️♥️
@Pallabkcreation
@Pallabkcreation Год назад
My Favourite Female Singer ❤️❤️❤️🔥😊
@rantugogoiofficial2770
@rantugogoiofficial2770 Год назад
মোৰ প্ৰিয় কণ্ঠশিল্পী নীলাক্ষী বা❣️❣️❣️
@pallabidutta7278
@pallabidutta7278 Год назад
প্ৰিয় মানুহ গৰাকী❣️
@mouchumidas9373
@mouchumidas9373 Год назад
বাৰ্তালাপ মোৰ প্ৰিয় মঞ্চ 💕💕💕
@mouchumidas9373
@mouchumidas9373 Год назад
মোৰো কিন্তু চকু পানী ওলাই গল😭😭 এই আবেগিক মূহূৰ্ত🥺🥺🥺 দেখি আৰু কবিতা লিখা গৰাকীলৈ বহুত মৰম দিলো💕💕 ইমান ধনীয়া কবিতা লিখিছিল
@nityagogoi5519
@nityagogoi5519 Год назад
নীলাক্ষি বাক বহুত বেছি ভাল পাওঁ আৰু লগত এ বাৰ্তালাপ❤️❤️আজি ভিডিঅ টো চাই আমাৰ ও চকু পানী উলাইছে lolts of love নীলাক্ষি বা
@MAINA33
@MAINA33 Год назад
Vl loga mnuh jni.. Love you baa🥰
@kalendas1935
@kalendas1935 Год назад
❤️❤️❤️❤️ my favourite singer nilaxi baa🙏🙏🙏🙏 dhoinyobad
@Liveprogramshows
@Liveprogramshows Год назад
Nilakshi baa eman hohoj horol. Simple..... Love from golaghat ❤️❤️❤️
Далее
Перескочила цепь
00:16
Просмотров 62 тыс.