Тёмный
No video :(

'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক ভাস্কৰ অপ্সৱেল  

Jaatra
Подписаться 100 тыс.
Просмотров 151 тыс.
50% 1

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Shyamal Gogoi, Chandan Sonowal
Make-Up - Manash Rabha
Audio Production - Xulfi
Audio Recording - Sharnjoy Sen, Preet Gohain

Опубликовано:

 

26 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 554   
@aichengfaboruah
@aichengfaboruah 3 месяца назад
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
@ayangentertainer9975
@ayangentertainer9975 3 месяца назад
বাজনীক কোনোবা এলবাম নে চিনেমা এখনত দেখিছিলো তেতিয়া আমাৰ বায়ে নামটো আইচেংফা বুলি কয় দিছিলে..নামটো শুনিয়ে প্ৰেমত পৰিছিলো💚💛কোনখন চিনেমা বা এলবাম আছিলে বাৰু..
@poragjutisaikia9244
@poragjutisaikia9244 3 месяца назад
Sankuraj dak lage
@gokuldasmusical
@gokuldasmusical 3 месяца назад
প্ৰবীণ বৰাক লাগে বাইদেউ এবাৰ।
@NibirGohain-sm7jj
@NibirGohain-sm7jj 3 месяца назад
Baa Vreegu Dak Lagree ❤
@dreamoflife2998
@dreamoflife2998 3 месяца назад
Bido Deepjyoti Barmanok matok aber val gaan gay. uthe aha lora. matile val hbo. request
@arindomgogoi6927
@arindomgogoi6927 3 месяца назад
ভাস্কৰ এদিন অসমৰ আকাশত উজ্বল নক্ষত্ৰ হৈ জিলিকি উঠিব। যাত্ৰা ৰেনমৌৰ জৰিয়তে তেওঁলৈ অশেষ শুভ কামনা যাচিলো।
@aamiakhmiya
@aamiakhmiya 3 месяца назад
ৰাতিপুৱা উঠি কামলৈ যোৱাৰ আগতে ভাস্কৰ দা আৰু জুবিন দাৰ গান শুনি মনটো জীপাল কৰি লওঁ সদায়❤️❤️❤️আৰু আইচেংফা বাৰ মাতটো ইমান ধুনীয়া ,কথাবোৰ ইমান ধুনীয়া।।শুনিলে শুনি থাকিব মন যায়।।অৰুণাচল ,Ziro ৰ পৰা বহুত মৰম❤️❤️
@arabinda_baba21
@arabinda_baba21 3 месяца назад
মৰমৰ ভাস্কৰ দা আৰু আইছেংফা বা লৈ বহুত বহুত মৰম আৰু ভালপোৱা যাচিলো.🤗🥰❤️ ভাস্কৰ দাৰ গাঁওৰ পৰা ❤️❤️😘
@gokuldasmusical
@gokuldasmusical 3 месяца назад
জুবিন দাৰ পিছত যদি মোৰ কোনোবা ভাল লগা শিল্পী আছে সেয়া হল ভাস্কৰ অপেচৱেল আৰু প্ৰবীণ বৰা । এইবাৰ প্ৰবীণ বৰাক আপোনাৰ অনুষ্ঠানত দেখা পাম বুলি আশা ৰাখিলোঁ বা।😌😍❣️
@r__1115
@r__1115 3 месяца назад
আইচেংফা বা তোমাৰ কথনশৈলী ইমান সুন্দৰ । শুনি থাকিলেও আমনি নলগা মাত।
@manishadeka6600
@manishadeka6600 3 месяца назад
Bhaskar Opswel ৰ গান বহুত প্ৰিয়।"শেৱালি তুমি মোৰ" গানটো নিজানত অকলে শুনি থাকিবৰ মন যায় বা আপুনি কোৱাৰ দৰে।bhaskar লৈ শুভ কামনা বহুত। এটা কথা ক'ব মন গৈছে বা-সংগীত শিল্পীৰ সৈতে আপোনাৰ কথোপকথন মোৰ বেছি ভাল লাগে।কেৱল আপুনি ....আপোনাৰ সুন্দৰ কথনশৈলী,মৰমলগা হাঁ‌হিটি😊,সুন্দৰ ব্যক্তিত্বৰ বাবেই "যাত্ৰা"আজি অসমৰ চুকে-কোণে। আপোনাৰ "যাত্ৰা" জয়যাত্ৰা হওঁ‌ক🙏❤️❤️❤️
@AmarjitBoro-vi8uj
@AmarjitBoro-vi8uj 3 месяца назад
Assam ot Bhaskar opswel or dore kune o khur tanibo nuware real ot without Mike filter and without autotune ❤
@bishal2005
@bishal2005 3 месяца назад
😂
@kallolnath2557
@kallolnath2557 3 месяца назад
Gaan Goa kuneo Autotune nokore
@dibakar022
@dibakar022 3 месяца назад
হয় হয় জুবিন দায়ে টো পানিপুৰি হে বিকে ।
@informativevideo6424
@informativevideo6424 3 месяца назад
Torun tonmoy
@informativevideo6424
@informativevideo6424 3 месяца назад
Tonmoy saikia
@mamonidevi617
@mamonidevi617 2 месяца назад
Bohut bhal Aichengfa tumaluk 2 jonoke dhaynobad jonalu
@kumarikasaikia797
@kumarikasaikia797 3 месяца назад
অনুষ্ঠানতো ইমান ধুনীয়া।।দুয়োজনৰে কথা বাৰ্তা ইমান সৰল।।আৰু আইচেংফা বা,কথাবোৰ শুনি থাকিলে শুনি থাকিবলৈয়ে মন যায়।।
@KapilKBorah
@KapilKBorah 3 месяца назад
আইচেংফা বা আপুনিও ইমান ধুনীয়া গান গায় ! আপোনাক বহুত ভাল লাগে । আপোনাৰ কথা কোৱাৰ শৈলী আৰু ভাষাৰ জ্ঞান সঁচাকৈয়ে শলাগিবলগীয়া । অনুষ্ঠানটো চাই বহুত ভাল লাগিল । ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ পাই থাকিম বুলি আশা কৰিলোঁ । “ৰেন মৌ” লৈ মৰমেৰে, কপিল বড়া,লেজাই, ডিব্ৰুগড় ।
@Someoneelse.1650
@Someoneelse.1650 2 месяца назад
সকলোৰে জীৱন ত এনেকুৱা এজন শিক্ষক থাকে, যিয়ে জীৱন টো আগবঢ়ায় নিয়াত খুউব সহায় কৰে।। 😢❤
@santimoni7949
@santimoni7949 3 месяца назад
বৰ মৰমলগা প্ৰতিভাবান ল'ৰা। ভৱিষ্যত প্ৰজন্মৰ আৰ্দশ হওঁক💐❤
@pranabjyotichetia3155
@pranabjyotichetia3155 3 месяца назад
সৰলতাৰে আমাৰ প্ৰিয় হৈ আগুৱাই যাওক ❤❤...। ভাস্কৰ দা সদায় প্ৰিয়, লগতে বা ৰ অনুষ্ঠানটো ভাল লাগে। 👌
@biswajyotitaid6487
@biswajyotitaid6487 3 месяца назад
আইচেংফা বা আাপোনাৰ অনুষ্ঠানবোৰ ,কথন ভংগীমাবোৰ ইমান শুৱলা ইমান মধুৰ যে ভাষাৰে শব্দৰে বুজাব নোৱাৰি ।তাতে আজিৰ এই অনুষ্ঠানত ভাস্কৰে আৰু সোণত সুৱগা চৰালে। দুয়োগৰাকীলৈ দীৰ্ঘায়ু কামনা কৰিলো ।
@upenboro8825
@upenboro8825 3 месяца назад
আইচেংফা মানুজনি ও ধুনীয়া program ও ধুনিয়া আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰক। Bhaskar লৰাটো বৰ চিধা কথাবোৰতে ধৰিব পাৰি ভগৱানে সহায় কৰক
@rashmitabaglari7854
@rashmitabaglari7854 3 месяца назад
This boy have something in him who can attract people through his music. Just love him 😍💗. I just get goosebumps when he sings without music ❤️
@jintumahanta3094
@jintumahanta3094 3 месяца назад
Fvrt singer Bhaskar ❤❤❤❤
@manishadeka6600
@manishadeka6600 3 месяца назад
অপেক্ষা❤️❤️❤️❤️
@krishnagogoi301
@krishnagogoi301 3 месяца назад
ভাল লাগিল দেই অনুষ্ঠানটি উপভোগ কৰিলোঁ ❤। সান্নিধ্য আৰু তনময় শইকীয়াক আনিব দেই বা।
@surabisaikia6357
@surabisaikia6357 3 месяца назад
Xdai vlle thaka❤, mur priyo Konthoshilpi ❤
@dipikadas2342
@dipikadas2342 3 месяца назад
Bohut besi val pau bhaskar ok..... You are just awesome😊..... Tumar bihu program aji loi 40khn man salu kin2 hepah nopolai...... As a fan i love you opswel ❤❤❤❤❤❤❤❤❤
@Kankanahandique-wr5cr
@Kankanahandique-wr5cr 3 месяца назад
আপোনাৰ কণ্ঠত যাদু আছে শুনিলে শুনি থাকিব মন যায় মেম ❤❤❤❤❤❤❤❤❤❤😘😘😘😘
@pabitradutta3040
@pabitradutta3040 3 месяца назад
P
@pabitradutta3040
@pabitradutta3040 3 месяца назад
P
@AmarjitBoro-vi8uj
@AmarjitBoro-vi8uj 3 месяца назад
Music has no language and artist has no boundaries ❤
@themorningstrar
@themorningstrar 3 месяца назад
" Nodir Dore " Geet tu Mrng ghr box t bojaisil Dadai , Tatiar porai aji loi priyo❤
@bastobkalita6328
@bastobkalita6328 3 месяца назад
আইচেং বাৰ প্ৰতিটো অনুষ্ঠানেই সুকীয়া। তাতে প্ৰিয় মানু্হ। দুয়োজনৰ অনাগত দিনবোৰ সুখৰ হওঁক তাৰে শুভেচ্ছা জনালোঁ
@nabanitasaikia8749
@nabanitasaikia8749 3 месяца назад
ভাস্কৰৰ কণ্ঠ সছাকৈ বৰ শুৱলা ❤ মৰম আৰু শুভ কামনা থাকিল তোমালৈ, আৰু আগুৱাই যোৱা ❤❤আইচেংফাৰ লগতে ৰেন মৌৰ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু শুভ কামনা থাকিল❤❤❤ ইমান ধুনীয়া video বোৰ আমালৈ আগবঢ়াই থকাৰ বাবে ধন্যবাদ তোমালোকলৈ আৰু সোনকালেই নতুন video পোৱাৰ আশাৰে ❤❤❤
@arjinabegum2044
@arjinabegum2044 3 месяца назад
bahut bahut val lage ganbur ❤❤❤
@DimpiThakuria699
@DimpiThakuria699 3 месяца назад
Zubeen dar pisotei Bhaskar da priyo ❤❤❤
@gautambaro1816
@gautambaro1816 Месяц назад
Sannidhya , Bhaskar opswel hotor gan bilakot ata beleg music hunibole paisu ...uncommon .Gotei keita gan a bohut val lage ....❤❤❤❤❤❤Aru agwai jua2 kamona korilu
@ParbinBegum-rk2xg
@ParbinBegum-rk2xg 3 месяца назад
Val lagil ba
@SasankaBorah-kx6uu
@SasankaBorah-kx6uu 3 месяца назад
Bhaskar Opswel Da❤
@rajeshgohain1847
@rajeshgohain1847 3 месяца назад
চাবুৱা পৰা এসাগৰ মৰম আৰু শুভ কামনা যা চিলো দুই য় কে ,এনে দৰে, সৰলতা ক সাৱটি আগ বাঢ়ি যোৱা,জীৱনৰ বাটত,,
@taidvlog9094
@taidvlog9094 3 месяца назад
আগুৱাই যোৱা ভাস্কৰ। তোমাৰ ভৱিষ্যত আছে। তোমাৰ গানবোৰে সঁচাই বহু ভাল।
@tileswarburagohain2265
@tileswarburagohain2265 2 месяца назад
@smbmusical2770
@smbmusical2770 3 месяца назад
Bohut dhuniya manuh ajonok matile bhal lagil ❤❤❤
@khagenrai2279
@khagenrai2279 3 месяца назад
Eman j morom loga kotha bur 🥰 gan bur ufff ki ase tmr matot ❤️‍🩹🥰🌺
@swarnabhajani6884
@swarnabhajani6884 3 месяца назад
বৰ সুমধুৰ কণ্ঠ । ভাল লাগিল । অলেখ শুভেচ্ছা ....।
@barashadevi1972
@barashadevi1972 3 месяца назад
প্ৰথমবাৰ যাত্ৰাৰ এটি খণ্ড চালো।খুব ভাল লাগিল। মৰমৰ ভাইটি ভাস্কৰ তোমাৰ গীতৰ লগতে তুমি বহুত মৰমলগা। সংগীতৰ জগতখনত আৰু অধিক আগুৱাই যোৱা । বহুত মৰম আৰু শুভ কামনা তোমালৈ❤ আইছেংফা বা আপোনাৰ অনুষ্ঠানটি চাই বহুত ভাল পালোঁ।আজিৰ পৰা প্ৰতিটো অনুষ্ঠানেই চাম 😊আপোনাৰ কথনশৈলী মোৰ খুব ভাল লাগিছে❤❤❤
@ninibhai5305
@ninibhai5305 3 месяца назад
Voice Ufff ❤ Next level
@ManojDas-rx6iw
@ManojDas-rx6iw 3 месяца назад
All'time fvrt Bhaskar opswel...
@kalpananeog3532
@kalpananeog3532 3 месяца назад
আন আন বাৰৰ দৰে এইবাৰো 'ৰেন মৌ' ত যাত্ৰাৰ অনুস্থানটো উপভোগ কৰিলোঁ। বৰ ভাল লাগিল, সদায় নতুনত্ব থকা অনুস্থানটি এইবাৰো ব্যতিক্ৰম নাছিল। মোৰ মৰমৰ আইচেংফাৰ, সুন্দৰ আৰু ভাল লগা প্ৰশ্ৰবোৰৰ অতিথিসকলে নিজৰ নিজৰ প্ৰতিভা আৰু ক্ষেত্ৰখনৰ লগত সংগতি ৰাখি ইমান মনোগ্ৰাহীকৈ কৰ্মৰাজীবোৰ কৈ যায়, সঁচাকৈয়ে আপ্লুত হও। এইবাৰৰ অকণমানি অতিথি গৰাকীকো ভাল লাগিল। তেওঁৰ গীত-মাত,কথনশৈলী সঁচাই শলাগিবলগীয়া। অদূৰ ভৱিষ্যতে তেওঁৰ সকলো মনোকামনা সফল আৰু সম্পূৰ্ণ হৈ উথক, আমাৰ মৰম, আশীৰ্বাদ আৰু শুভকামনা ভাস্কৰʼৰ লগত সদায় থাকিব। শেষত আইচেংফালৈ এসোপামান মৰম দি,অনুস্থানটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ....❤😊
@DineshLoing
@DineshLoing 2 месяца назад
Aichangfa b apunk dekhile montu kiba ata vl lagi jai sai thkibo mon jai vl pai pelalu ❤
@lakshmipriyadutta1091
@lakshmipriyadutta1091 3 месяца назад
তোমাক দেখাত লাগে খুব সৰল মনৰ,শেৱালী গানটো বহুত বাৰ শুনো আমনিয়ে নালাগে,আৰু আগুৱাই যোৱা,কুশলে থাকা তুমি বহুত মৰম আৰু শুভকামনা জনালো।আইচেংফা বা তুমি দিনে দিনে ধুনীয়া হৈ গৈছা দেই বহুত ধন্যবাদ এনেকুৱা অনুষ্ঠান আমাৰ বাবে আগবঢ়াই দিয়াৰ বাবে❤❤❤
@satyajitphukon7598
@satyajitphukon7598 3 месяца назад
Voice tu bohut bohut dhuniya aru logote ktha bur u khub bhal loga ,,,, aichengfa ba r maat aru kotha bur emn a bhal lage j kobole/ bujabole hobdar abhab 🥰🥰🥰🥰🥰
@Sumitra-pj4bm
@Sumitra-pj4bm 3 месяца назад
Gaanbur bht priyo❤️
@SailenDas-nd6vi
@SailenDas-nd6vi 3 месяца назад
Ichengfar "I O Dehi " ei sabdatu bare suni thakibor mon eman morom loga ke koi
@KARINA-li7gr
@KARINA-li7gr 3 месяца назад
সদায় প্রিয় মানুহজন ❤
@dikshitadeka6450
@dikshitadeka6450 3 месяца назад
Duyu gorakie priyoo❤️
@diisha_sarma
@diisha_sarma 2 месяца назад
Baa episode to bahut vl lagil..aro Bhaskar da r katha bor bahut morom laga ke hahi hahi kai...
@Sportz__
@Sportz__ 3 месяца назад
বৰ্তমান সময়ৰ আটাইতকৈ ভাল লগা কণ্ঠশিল্পী জনক নিমন্ত্ৰণ জনোৱাৰ বাবে মই আইচেংফ্ৰা বা ক ধন্যবাদ জ্ঞাপন কৰিলোঁ 🤗 ইমান ধুনীয়া এটা খণ্ড উপহাৰ দিয়াৰ বাবে ❤🥰.... আইচেংফ্ৰা বা.. পাৰিলে প্ৰবিন বৰাক ওও আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ 👍 মোৰ ফালৰপৰা আপোনালৈ অলেখ শুভকামনা আৰু মৰম যাচিলোঁ ❤🤗
@pankajburagohain8048
@pankajburagohain8048 3 месяца назад
Really vl lagil ❤❤
@binitachetia7327
@binitachetia7327 3 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠশিল্পী ভাস্কৰ অপ্চৱেলৰ লগত হোৱা কথোপকথন শুনি ভাল লাগিল। ভাস্কৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
@ragini_musical
@ragini_musical 2 месяца назад
Zubeen dar pisotei Bhaskar Opswel dadar Sthan disu 😊❤❤❤ Anedore agontok dinbutot xundor xundor Geet agborhai thkibo buli akha korilu Bhaskar da 😊❤❤❤
@susmitadeori8606
@susmitadeori8606 3 месяца назад
Bohut val lagil episode ti.. Bhaskar tumi hosai eman hohoj horol, hodai jate anakoi a moromiyal hoi thaka and keep it up and believe your self ❤❤
@AdityaPatar-kj9fw
@AdityaPatar-kj9fw 3 месяца назад
Bhaskar daa amr aibar bihu function ot ahisil aru ki dhuniya gaan gai gol val lagil axa koru aru ahile val lagib aru bhaskar dada ye khokolu bur gaan a bohut dhuniya koi gai val lage bohut ❤️❤️❤️👍👍😍😍
@AnntaTaid
@AnntaTaid 3 месяца назад
Bhaskar da apunak bhut Val lage apunar gan bilak huni ❤ I. Love u
@user-cb2vs4yw9z
@user-cb2vs4yw9z 3 месяца назад
Bhaskar opswel da apunar gan huni bhut bhut val lage
@RenuGogoikonwarGogoi
@RenuGogoikonwarGogoi 3 месяца назад
MY FAVOURITE SINGER BHASKOR OPSWELL❤❤❤❤
@user-mb2ow3jg8q
@user-mb2ow3jg8q 3 месяца назад
Xundar😊
@bibhutihandique6269
@bibhutihandique6269 2 месяца назад
This is the second episode i liked the most after interview of Shekhar Goswami and Raja Boruah.
@user-cr4cl6is1n
@user-cr4cl6is1n 3 месяца назад
ভাস্কৰৰ কথনশৈলি আৰু ব্যৱহাৰত আপ্লুত হলো সদায় এনেদৰে থাকিবা ।
@kuhisonowal286
@kuhisonowal286 3 месяца назад
এনেদৰে আগুৱাই যোৱা দাদা💐🥰বহু ত বহু ত মৰম তোমালৈ মৰমৰ দাদা ❤❤😘😍
@ManasAmji-ph3hc
@ManasAmji-ph3hc 3 месяца назад
Love from Morigaon ❤️ Bhaskar da❤️
@tribidsenapoti5548
@tribidsenapoti5548 3 месяца назад
Khub val lagil. Bhaskar Mur ajon Val loga aru moromor singer. Aru dhoinobad baa apunaloiu. Aji apunar krne Bhaskar or monor kotha bur janibo parilu. ❤❤
@likhansaikia7013
@likhansaikia7013 3 месяца назад
বহুত ভাল লাগিল অনুষ্ঠানতো চাই
@dipankarmazumdar6929
@dipankarmazumdar6929 3 месяца назад
Bhal lagile Programe tu sai...special Thanks to Baa loi...kotha bor bor dhuniyake koi....ru Bhaskaror gaanor kotha toh koboi nalage...always special for new comers......best wishes to both....
@nayanjyotiphukan6630
@nayanjyotiphukan6630 3 месяца назад
One of my favourite singer ❤
@momigogoi5355
@momigogoi5355 3 месяца назад
আপোনাৰ এই অনুষ্ঠান আজি প্রথম চাইছো।ভাল লাগিল চাই।ভাস্কৰ দাক বহুত ভাল লাগে।গান বোৰ omg ❤❤❤❤❤
@madhusmitavlog7088
@madhusmitavlog7088 26 дней назад
Bhaskar Tumi adin blg thait thakiba Tumr ktha a koi aguwai jua Tumi Heitu a bisaru ❤️🥰
@lakhyajeetphukan2379
@lakhyajeetphukan2379 3 месяца назад
Waiting 😊
@DipakBaruah-ej7ce
@DipakBaruah-ej7ce 3 месяца назад
Eman dhunia kontho❤
@Paporipapu
@Paporipapu 3 месяца назад
Bhaskar dar kotha khini huni emn vl lge and gan buru ❤❤bht bht bhal lge
@prapanjalitalukdar3895
@prapanjalitalukdar3895 2 месяца назад
Favourite singer 🎵😍❤
@sailenbordoloi1895
@sailenbordoloi1895 3 месяца назад
সেই পূবালী, ক্লান্ত সময়ৰ পৰা আজিলৈকে শুনিয়েই আছো ❤ ৫ বছৰ
@minakshidutta2376
@minakshidutta2376 3 месяца назад
এটি সুন্দৰ অনুষ্ঠানৰ সুৱাদ দিয়াৰ বাবে অশেষ ধন্যবাদ ৷আপোনাৰ সাক্ষাৎ লোৱাৰ ধৰণ টো বৰ ভাল লাগে
@bidishaduarah9932
@bidishaduarah9932 3 месяца назад
Bhaskar Opswel ❤🔥❤️
@Neel_Nilim_Music
@Neel_Nilim_Music 3 месяца назад
Ba apuni u bohut dhuniya gan guwa😍❤️
@user-zt8hl3ff3x
@user-zt8hl3ff3x 3 месяца назад
মৰমৰ ভাস্কৰ দা ৰ কণ্ঠ হৃদয় চুই গৈছে ♥️♥️🫶🥹
@sajidahmed1066
@sajidahmed1066 2 месяца назад
Baa kotha bur emn mrm lga ru dada kotha koboi nlgy❤❤❤
@user-pe9wn3qb2t
@user-pe9wn3qb2t 3 месяца назад
Bhaskar bahot bhal lagil aro bhal kariba
@ikcreative954
@ikcreative954 3 месяца назад
খুব ধুনীয়া লাগে আপোনাৰ এই যাত্ৰাৰ খণ্ড কেইটা চাই। এই অনুষ্ঠানটিও খুব ভাল লাগিল প্ৰিয় শিল্পী💞। ২০জুনৰ আগে পাচে যদি নতুন খণ্ড হয় তেনে কনেং খ্যাত "প্ৰাণদ্বীপ হাজৰিকা" দাক মাতিবলৈ অনুৰোধ জনালোঁ🙏।
@ParthapratimHukai
@ParthapratimHukai 3 месяца назад
Bordoloi morom loga puali . Amar morom loga gaonr puali tu ❤❤ bordoloi
@user-nl3yk1mo9u
@user-nl3yk1mo9u 3 месяца назад
Wonderful❤
@bijoyaborah2446
@bijoyaborah2446 3 месяца назад
Bor dhunia mattu ru ba jniru hurtu dhunia❤❤❤❤
@Dreamer9.
@Dreamer9. 3 месяца назад
Singing a song with also playing guitar its a great talant ❤
@gautamrajbongshi9053
@gautamrajbongshi9053 2 месяца назад
পোন প্ৰথমে বা আপোনালৈ বহুত বহুত মৰম। ❤ আপোনাৰ ভিদিও চাই বহুত বেছিয়ে ভাল লাগে। আৰু ভাস্কৰ ককাইদেউৰ মই বহুত ডাঙৰ অনুৰাগীয়ে হয় তেখেতে চিনি পায় মোক বহুত বেছি ভাল লাগে তেখেতক মই চাগে ৭ বছৰ মান শুনিলু গান এখেতৰ। আৰু সপোনতো ভবা নাছিলো তেখেতক কেতিয়াবা লগ পাম বুলি। কিন্ত সোভাগ্যৰ কথা যে ২০২৩ আমি তেখেতক অনুস্হান কৰিবলৈ আমন্তন কৰিছিলো আমি নলবাৰী বিহামপুৰত । আৰু জুবিন দাৰ পিছত আকো এজন অসমত ৰাজত্ব কৰা গায়ক এখেতে হব । গান বিলাকৰ অৰ্থ আছে মোৰ বহুত প্ৰিয় এখেত। বহুত বহুত মৰম আপোনালোক দুইটালৈ ।
@rohittaid8638
@rohittaid8638 3 месяца назад
Moja hosai vhal lagil video Sai ❤❤❤
@jumandeka21
@jumandeka21 3 месяца назад
Love from Morigaon ❤❤
@nikumonidas4099
@nikumonidas4099 3 месяца назад
Outstanding ❤❤❤
@ghorhongkhar7745
@ghorhongkhar7745 2 месяца назад
Hosakoi bor dhunia lagil epsd tu sai
@urmilagogoi1398
@urmilagogoi1398 3 месяца назад
All time fvrt bhaskar da 👍❤
@assameseentertainment3437
@assameseentertainment3437 3 месяца назад
Aji hote moi 5days hol episode tu kheh Korilu aji.time nupuat sabo pra nasilu.....bhal lagil ajon ST lowa hisape bohut bhal kam krise... love from- morigaon....
@padmaboro6601
@padmaboro6601 3 месяца назад
Bohut vl lagely Bhaskar dar kotha bur xune
@pranabjyotibailungpjb2416
@pranabjyotibailungpjb2416 3 месяца назад
প্ৰভাতি❤❤
@nipubarman5735
@nipubarman5735 3 месяца назад
Euniq Music composition , ufffff really attracted mee❤❤❤
@anupjyoti6574
@anupjyoti6574 3 месяца назад
অনুষ্ঠানটি চাই খুউব ভাল লাগিল ।আগন্তুক দিনতো এনে অনুষ্ঠান পাম বুলি আশা থাকিল ।
@bharatbordoloi186
@bharatbordoloi186 3 месяца назад
Baa apuni always frevorite ❤
@greenenergy1483
@greenenergy1483 3 месяца назад
Baa apuni hodai priyo likhile nu ki hoi hey,,,,,English dal j majot humai dia,,,,,seriously noloba dhemali korisu 😂
@Kristina17238
@Kristina17238 3 месяца назад
Bhaskar Daaa tumi Juiiii🔥😎
@kanakbarman7531
@kanakbarman7531 3 месяца назад
Bhaskar daar gaan bur bohut val lagee😊❤❤❤
@ranjandas-dt4nk
@ranjandas-dt4nk 3 месяца назад
Vl lagil bohut ❤❤❤❤❤
Далее
I Built a WATERPARK In My House!
26:28
Просмотров 15 млн
Ajdarlar...😅 QVZ 2024
00:39
Просмотров 299 тыс.
Ojaantric || Assamese Podcast ft. MARC ELVIN || Ep.128
1:05:18
“Менің күшігім боласың ба?”
45:57
BrahmaLabsPodcast featuring SHEKHARJYOTI GOSWAMI
1:00:36
Просмотров 108 тыс.