Тёмный

বিজেপি এৰিবলৈ সাজু হৈছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই 

Pratidin Time
Подписаться 2,2 млн
Просмотров 42 тыс.
50% 1

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা আগবঢ়াই বিজেপি এৰিবলৈ সাজু হৈছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। দল ত্যাগৰ প্ৰাক মুহূৰ্তত খঙে-ক্ষোভে-অসন্তুষ্টিয়ে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ অনুগত মন্ত্রী-বিধায়কৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অশোক শৰ্মাৰ। প্ৰাক্তন বিধায়ক গৰাকীৰ সমান্তৰালকৈ বিজেপি এৰিবলৈ সাজু হৈছে যোৰহাটৰ আন এগৰাকী নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়েও। এনেদৰে এজনৰ পিছত এজনকৈ নেতাই দল ত্যাগ কৰিবলৈ ওলোৱাত স্বাভাৱিকতে প্ৰশ্ন উঠিছে আচলতে বিজেপিৰ ভিতৰচ’ৰাত হৈছে কি?
#pratidintime #assam #bjpnews

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 96   
@anirudhakalita4041
@anirudhakalita4041 Месяц назад
জয়ন্ত, দিগন্ত হতৰ্ অহংকাৰে দলটো ডুবালে
@ParthaBharali-sn5so
@ParthaBharali-sn5so Месяц назад
সঠিক সময়ত সঠিক সিন্ধান্ত
@dilipmahanta8479
@dilipmahanta8479 Месяц назад
সুযোগ, সুবিধা, সন্মান য,ত নাই তাত নথকাই বুদ্ধিমানৰ কাম ।
@gameplay-dp8nd
@gameplay-dp8nd Месяц назад
মুখ বেকা মানুজনৰ হাঁহিটো মুখত ওলমি আছেনে।
@Legal_weapon295
@Legal_weapon295 Месяц назад
নলবাৰীত কংগ্ৰেছৰ হৈ টিকট দিলে অশোক শৰ্মাই এনেই জয়ী হ’ব ।
@RubulBora-t7o
@RubulBora-t7o Месяц назад
Very vary good decision. God bless you.
@pabanpermey8121
@pabanpermey8121 Месяц назад
জয়ন্ত+দিগন্ত+পিয়োজ এই তিনিজন কালপিতেই বি জে পিক দুবাব এইটো খাতাং।কাৰণ এই তিনি নিৰঞ্ছনৰ কথা আজি তাৰিখত ৰাইজে শুনিব নিবিচাৰে।
@AzadAli-ke8ow
@AzadAli-ke8ow Месяц назад
দিগন্ত দা ভাষন দিওতে সাৱধান বিনন্দ কুমাৰ শইকীয়া,অশোক শৰ্মা ৰ দৰে পুৰনি নেতাসকলক বৰ্তমানৰ চৰকাৰখনে কোনোবা এটা বিভাগৰ অধ্যক্ষৰ দায়িত্ব দিব পাৰিলেহেতেন কিন্তু একো নাই
@bakulboruah2026
@bakulboruah2026 Месяц назад
BJP ৰ অহংকাৰেই BJP ক ডুবালে।
@assamtractorvideo6619
@assamtractorvideo6619 Месяц назад
Val Dise Sharma Da. GANG
@bijusaikia5372
@bijusaikia5372 Месяц назад
পিও পিও আৰু জয় জয় - - এই দুই জনাই দল ডুবাৰু ।
@rupamtalukdar9627
@rupamtalukdar9627 Месяц назад
Good disition Ashok Sharma Kam nai Diganta
@dipenramchiary9676
@dipenramchiary9676 Месяц назад
দিগন্ত এজন ধামাধৰা
@প্ৰিয়ানুজ
@প্ৰিয়ানুজ Месяц назад
দিগন্ত আপুনি কোন হয় ? অহংকাৰ কমাওক আপুনি
@bishaldas3964
@bishaldas3964 Месяц назад
Are diganta kalita ..tohotor beya din ai ase..
@user-of4yf2pu7w
@user-of4yf2pu7w Месяц назад
Right👍
@C.Barman7
@C.Barman7 Месяц назад
Lion of Nalbari, Sarma ji proud of you 👏
@rahulchakrabotry2401
@rahulchakrabotry2401 Месяц назад
নতুন বিজেপি ৰ কাৰনে 2026 ফলাফল বেয়া হব
@champaknath3239
@champaknath3239 Месяц назад
Raijr majt thakib buli akha thakil
@TarunChDeka-cb4go
@TarunChDeka-cb4go Месяц назад
ডিব্ৰুগড়ৰ বিধায়ক ডাঙৰীয়া ফুকন দেৱৰ দুখ লগা নে এখেতৰ কথাৰ পৰা, সাৱধান পুৰনা বিজেপিৰ লোক টেঙা খাদ্য খাব??
@kandarpa2622
@kandarpa2622 Месяц назад
Ashok Sarma is right.
@SelimAhmed-uw7le
@SelimAhmed-uw7le Месяц назад
Ashok Sharma welcomed
@rupjyotiborah6040
@rupjyotiborah6040 Месяц назад
দিগন্ত হ'তৰ অংহকাৰে বিজেপিৰ বেয়াদিন আনিব
@utpaldutta3673
@utpaldutta3673 Месяц назад
Bhavesh kalita mohra.....nijaswa eko nai gsr muhra.. Iman dangar baab eta cmr dhemadhara howar babe pai ahise. Diganta-siganta eglai dhemadhara.....enthoro mantabya loi na! Eibor eko ekota joutukt aha xamagri.....Mane mamar lgt. Bjp k basabaloi hle etai upai aase ....sarma hatao or sarba ko lao.
@TridipSaikia-od3ko
@TridipSaikia-od3ko Месяц назад
Right
@bakulboruah2026
@bakulboruah2026 Месяц назад
গৌৰৱৰ ধুমুহাত তচনচ হৈ গল BJP ৰ বৰঘৰ।
@bkdthsolution9550
@bkdthsolution9550 Месяц назад
আহক আমি সকলোৱে মিলি কংগ্ৰেছৰ হাত শক্তিশালী কৰোঁ।
@user-hu3qy9si2o
@user-hu3qy9si2o Месяц назад
ৰাণাদাক বিজেপিলৈ নি শেষ কৰি দিলে ঐ ঈশ্বৰ দা।সেইজনৰ বোলে চিটেই নাইকিয়া হ'ল ।
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Месяц назад
BJP Kam nai go back 🔙
@binodsaikia1882
@binodsaikia1882 Месяц назад
এওঁ এৰায়ে ভাল ।চি.এম ৰ পদ লাগে নেকি সুধি চাওকচোন ।
@lakhikrchintey5693
@lakhikrchintey5693 Месяц назад
দিগন্ত কলিতা ডাঙৰীয়া তোমিছু বৰ মহাপুৰুষতোৰ কথাটো কৈছে
@joshnaray3117
@joshnaray3117 Месяц назад
আশোক দা আপুনি জানে বিজেপিৰ মানুহ বিলাকৰ আচল চৰিত্র, তথাপি বিজেপিত গৈছিল এতিয়া বুজি পালে
@baikunthabarman2623
@baikunthabarman2623 Месяц назад
এইয়া কংস বধৰ আগ জাননী
@bkdthsolution9550
@bkdthsolution9550 Месяц назад
অসমৰ মানুহে মুখ্য মন্ত্ৰী পাতিছে। গতিকে মুখ্য মন্ত্ৰীক সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে।
@nurmohommedali5116
@nurmohommedali5116 Месяц назад
কলিতা বহুত তেলমাৰিব জানে।
@gunjalkalita7187
@gunjalkalita7187 Месяц назад
Good decision
@user-hu3qy9si2o
@user-hu3qy9si2o Месяц назад
অশোক দা আদৰ্শ বান ৰাজনৈতিক ব্যক্তি।
@ManojdekaManojdeka
@ManojdekaManojdeka Месяц назад
দিগন্ত কলিতা নাম্বাৰ টু দি বোচুন
@TarunPayeng
@TarunPayeng Месяц назад
Mukya মন্ত্ৰীয়ে কি কৰিছে অসমৰ বাবে কলিতা বুজাই কব পাৰিবনে,,NRC kori Kiman bangladesi kediba
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Месяц назад
বাংলাদেশী আনি কংগ্ৰেছে অসমৰ স্বাভিমান ধুলিসাৎ কৰিলে।ইয়াৰ ক্ষতিপূৰণ কোনেও কোনো কালে কৰিব নোৱাৰে। বিশেষকৈ কংগ্ৰেছৰ দল থকালৈকে বিদেশী খেদিবৰ কোনেও নোৱাৰে । ভাৰতৰ ভিতৰতে অসম অনুন্নত এয়া কংগ্ৰেছৰ কৃতিত্ব । অসমীয়াৰ স্বাভিমান আৰু উন্নয়ন কৰিবলৈকে হিমন্তই কাম কৰি আছে । লগতে গাডী থাকিলেহে এই কাম কৰিবলৈ সম্ভপ তাৰ বাবেও সজাগ ।
@tayyeburrahman7362
@tayyeburrahman7362 Месяц назад
সময় আছে ৰীনী বাইক উপ মুখ্যমন্ত্রী পাতিলে ২০২৬ ত মহিলাৰ জোট পালেই কাম হৈ যাব হিমুৰ চিন্তা নাই
@bijusaikia5372
@bijusaikia5372 Месяц назад
বাই -ভিনিক কিয় আজুৰিব লাগে হাঃ ?
@nipandas5010
@nipandas5010 Месяц назад
এই দিগন্ত ধুৰন্ধৰ গেদাৰ interview কিয় লয়
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi Месяц назад
হেৰা কলিতা আপুনী মামাক যিমান তেল মাৰিলেও মনটিৰী হব নোৱাৰে।
@chandantalukdar9465
@chandantalukdar9465 Месяц назад
diganta kalita pgl
@ramennath6380
@ramennath6380 Месяц назад
Very good peach welcome
@krishnabhatta636
@krishnabhatta636 Месяц назад
জয়ন্ত মলুৱা, দিগন্ত বহুৱা, ওপৰৰ মাল, মিছলীয়া মুখচুদা মূখ্য মন্ত্ৰী,বি জে পি ৰ কলি
@manabsonowal7470
@manabsonowal7470 Месяц назад
BJP dubibo hol
@priyankuhazarika3928
@priyankuhazarika3928 Месяц назад
Good
@khirodkr.laskar8486
@khirodkr.laskar8486 Месяц назад
BJP BYE BYE PROMOTIONAL TRAILER STARTS😂😂😂😂😂
@travellingfoodparty3702
@travellingfoodparty3702 Месяц назад
Nx cm assam 🎉 aru sinta nai khui khui kham
@JakariyaAhmed-l5q
@JakariyaAhmed-l5q Месяц назад
Dada aapuni thik e koise
@mukutnath1419
@mukutnath1419 Месяц назад
Bad worker quarrels with others
@prankrishnavlogs9890
@prankrishnavlogs9890 Месяц назад
বি জে পি ত ভাল মানুহ থাকিৱ নোৱৰে।
@paragmahanta6158
@paragmahanta6158 Месяц назад
Days are different,it is clear from your speech,if you are founder and original BJP,why you could not make carrier better in BJP,one shd understand,this is politics,good take the taste of other party,
@MoonTalukdar-lv4nx
@MoonTalukdar-lv4nx Месяц назад
Ajon ashok sarmai dolot nathakile eko nohoi
@dipankarkalita6515
@dipankarkalita6515 Месяц назад
Hukuni mamai bjp dolor borbad koribo
@gh12138.
@gh12138. Месяц назад
Atia congress cholibo🙏
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn Месяц назад
কিছুমান দালালৰো আত্ম সন্মান থাকে বোলি জনা নাছিলো
@UbedurRahman-k1q
@UbedurRahman-k1q Месяц назад
Jrt r kotha kiba kobo neki
@nikhilsworld7044
@nikhilsworld7044 Месяц назад
Aagjanoni hoi a thakibo neki
@girenkalita4789
@girenkalita4789 Месяц назад
এৰিলে কি ডাল হব
@mintunath2680
@mintunath2680 Месяц назад
দিগন্ত নে কি এইজনক গৰু পিটন দিব লাগে ।। কি কথা কবলৈ মিট দিয়ে দিগন্তয়ে ।।
@minecraftgamerz4657
@minecraftgamerz4657 Месяц назад
হাফ পাগল
@pranjaldinhingia4431
@pranjaldinhingia4431 Месяц назад
দিগন্ত বোলাটো ফালটো
@nibirkrbarua1394
@nibirkrbarua1394 Месяц назад
কলিতা ডাঙৰীয়া আপুনি কেতিয়া আহিব
@AnandaDas-e7r
@AnandaDas-e7r Месяц назад
অশোক শৰ্মা দল এৰিছে একো নাই কিন্তু কংগ্ৰেছ ত যোগদান কিয়।
@karunaborah7199
@karunaborah7199 Месяц назад
Bjp ?
@utpalkumarpatgiri3236
@utpalkumarpatgiri3236 Месяц назад
Ajp Nalbari head office
@Rahimkhan786-m3o
@Rahimkhan786-m3o Месяц назад
Diganta.. Tuk.. Bal buli kolu😂😂
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc Месяц назад
বিধায়ক হৈ থাকিব পাৰিলে দল ভাল হলে হয়।পাচটা বছৰ ৰখিবৰ ধৈৰ্য নাই নে মহাশয়? 3:53
@user-sp5sy3cy5o
@user-sp5sy3cy5o Месяц назад
এক,টকাৰ,দাম,নাই
@surenkachari6911
@surenkachari6911 Месяц назад
এইয়া প্ৰতিদিন times অসুবিধা বিজেপি ৰ নহয়।
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Месяц назад
Saroda jot bikhombad tot
@tapansaikia5798
@tapansaikia5798 Месяц назад
Aibilak goleu BJP aku khati nohoi.
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Месяц назад
এম এল এ বা মন্ত্ৰী দিলে বিজেপি এতিয়াই ভাল হৈ গল হয় । দেশ দল নালাগে লাগে মাত্ৰ ক্ষমতা ।
@jupango460
@jupango460 Месяц назад
😅😂😂😂 Tar dare 1000 goleo problem nai
@hiteshdeka5444
@hiteshdeka5444 Месяц назад
কাম নাই আৰু বুঢ়া
@movieclips9771
@movieclips9771 Месяц назад
Kam nai... BJP zindabad
@MoonTalukdar-lv4nx
@MoonTalukdar-lv4nx Месяц назад
Oi mintu nath tok garu pitan dim
@mausumidas2400
@mausumidas2400 Месяц назад
😅
@dibyajyotihaloi6610
@dibyajyotihaloi6610 Месяц назад
Right 👍
@badiudzamanzaman5483
@badiudzamanzaman5483 Месяц назад
Right
Далее
Beharbari outpost Kk muhan comedy video || @RengoniTV
7:28