অসম জাতীয় পৰিষদৰ নেতৃত্বৰে পুত্ৰৰ গোপন বৈঠক সন্দৰ্ভত মুখ খুলিছে
খুমটাইৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। জগদীশ ভূঞা আৰু লুৰীণজ্যোতি গগৈৰ লগত বৈঠকৰ কথা স্বীকাৰ কৰি পুত্ৰৰ ৰাজনৈতিক যাত্ৰা সন্দৰ্ভতো মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই। অৱশ্যে পুত্ৰই জাতীয় পৰিষদ বা আন দলত যোগদান কৰিলেও খুমটাইত পিতা-পুত্ৰৰ যুঁজ নহ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে।
#pratidintime #assamnews #mrinalsaikia
27 авг 2024