বৈদশ্ৰী গগৈৰ সফলতাৰ কাহিনী || UPARJAN ||
এয়া অসমৰে বহুতৰে চিনাকী এটা মেক আপ ষ্টুডিঅ’
এই ঠাইতে ১৫০ গৰাকী মহিলা যুবতীয়ে মেক আপ শিকি বিচিৰা পাইছে উপাৰ্জনৰ উৎস
উত্তৰ লখিমপুৰৰ আহুচাউল গাঁৱৰ বৈদশ্ৰী গগৈ নামৰ এই যুৱকজন মেক আপ আৰ্টিষ্ট হিচাবে সকলোৰেই চিনাকী
Contact us - 9101735732
uparjan.in
7 сен 2024