Тёмный

বৈষ্ণৱ পণ্ডিত প্ৰয়াত সোণাৰাম চুতীয়া ককাৰ এটি হৃদয়স্পৰ্শী ভাষণ//সোণাৰাম চুতীয়া// Sunaram Chutia 

জয় গুৰু শঙ্কৰ // Joy guru sankar
Просмотров 228 тыс.
50% 1

Опубликовано:

 

7 ноя 2020

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 299   
@user-sp7ec1fb4s
@user-sp7ec1fb4s Месяц назад
মাধৱ ... কৃষ্ণ... কৃষ্ণ...
@pradipgogoi3182
@pradipgogoi3182 9 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপ জনালে সেৱাহে জনাইছো।
@sabitakalita6981
@sabitakalita6981 2 года назад
কৃষ্ণ । প্রয়াত পৰম সন্মানীয় সোনাৰাম চুতীয়া বাপ জনাৰ লগত মোৰ দেখা সাক্ষাত নহল। নামটোহে শুনি আছিলো । বাপজনাৰ বক্তব্য শুনি বহুত ভাল লাগিল । বহুত বহুত সেৱা জনালোঁ ।কৃষ্ণ 🙏🏻
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Год назад
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻বাপজনাৰ মহান ভাষণে সমস্ত জনগণক মুগ্ধ কৰিব পাৰিছিল 🙏🏻🙏🏻🙏🏻 কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
@tapansaikia6551
@tapansaikia6551 2 года назад
প্ৰয়াত বৈষ্ণৱ পণ্ডিত বাপ. জনাৰ মন প্ৰাণ শাত পৰা ভাশন শুনি ধন্য হলো কৃষ্ণ বাপ
@bhaity89
@bhaity89 20 дней назад
কৃষ্ণ কৃষ্ণ
@sasadharrajbangshi4147
@sasadharrajbangshi4147 11 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 প্ৰভু‌ ভগবনত্ন আপোনাৰ চৰন পঙ্কজ প্ৰনাম জনালো অ হৰি অ ৰাম কৃষ্ণ
@netraprasadsaikia3193
@netraprasadsaikia3193 3 года назад
ক়্ষ্ণ ক়্ষ্ণ সেৱাভাগি আগবঢ়ালোঁ ! সুন্দৰ উপস্থাপন বৰ ভাল লাগিল ! 🙏🙏🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ ।
@nivahazarika5939
@nivahazarika5939 3 года назад
@@joygurusankar2224 a P ASAPa
@user-my9yg3wd9t
@user-my9yg3wd9t 24 дня назад
P​@@nivahazarika5939
@user-my9yg3wd9t
@user-my9yg3wd9t 24 дня назад
Lp
@user-my9yg3wd9t
@user-my9yg3wd9t 24 дня назад
​@@nivahazarika5939l
@niradadas3379
@niradadas3379 11 месяцев назад
শুনিবলৈ পাই নিজকে ধন্য মানিছোঁ ।
@pranjoldutta7038
@pranjoldutta7038 2 года назад
ঁ ককাৰ এই সুন্দৰ ভাষণ শুনিবলৈ পাই বৰ সন্তোষ পালোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿ককা তুমি যতেই আছা শান্তি আৰু বৈকুণ্ঠত থাকা 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿
@mamanidutta2937
@mamanidutta2937 2 года назад
Sundar krisna
@majulidekalora1397
@majulidekalora1397 5 месяцев назад
জয় একশৰন ভাগৱতী সমাজ অসম মাজুলী ঢেকীয়াজুলী ❤
@robisonpegu9619
@robisonpegu9619 2 года назад
বাপ শুনি বশুত বশুত ভাল লাগিল ধন্য ধন্য ।
@runumiboruah9879
@runumiboruah9879 3 года назад
মৰণোত্তৰ ভাবে কোটি কোটি প্ৰণাম জয় গুৰু শংকৰ,কৃষ্ণ কৃষ্ণ কৃষ্ণ
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@BtthFactsFun4u
@BtthFactsFun4u 8 месяцев назад
​@@joygurusankar2224bap এই অনুষ্ঠানটি কৰ আছিলে জনাব sun অলপ মান কৃষ্ণ 🙏
@debaphukan489
@debaphukan489 9 месяцев назад
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপজনলৈ সেৱানিবেদিলো🙏🙏🙏🙏
@nayandutta8288
@nayandutta8288 3 года назад
পৰম পূজ্য জনাক মৰনোত্তৰ ভাৱে দেখি আৰু তেখেতৰ মূল্যবান কথা খিনি শ্রৱণ কৰি পৰম আনন্দ লভিলো জয় গুৰু শঙ্কৰ
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@gayatritamuly2780
@gayatritamuly2780 Год назад
Krishna prabhu vogoban apuni boikunthot thakok sewa lobo
@banamalikakati356kviews2
@banamalikakati356kviews2 2 года назад
কৃষ্ণ ।সোনাৰাম চুতীয়া বাপৰ ভাষণভাগ শুনি ধন্য হলো ।
@mamilabhuuyan6391
@mamilabhuuyan6391 9 месяцев назад
প্ৰণাম ঈশ্বৰ
@anjankumardeka3457
@anjankumardeka3457 2 года назад
ককা তুমি সদায় নতুনত্ব...জয় গুৰু
@tarunloying7732
@tarunloying7732 Год назад
কৃষ্ণ কৃষ্ণ প্ৰয়াত প্ৰভূজনাৰ গুৰু গম্ভীৰ ভাষণে আমাৰ বাবে বহুত আৰ্শীবাদ।
@junumonisaikia2500
@junumonisaikia2500 2 года назад
কৃষ্ণ !মহাপ্ৰভূচুতীয়া ককাৰ ভাষণ শুনি পৰম আপ্লুত হ'লো ।মৰণোত্তৰ ভাৱে প্ৰভুজনাৰ শ্ৰী চৰণলৈ সেৱা নিবে দিলো ।জয় গুৰু শঙ্কৰ ।
@9.2ksubscriber67
@9.2ksubscriber67 3 года назад
Bap jonor akhari vakhnor kotha khub agrohe vabi asilu aji ai hujug kon palu bohut bohut dhoinyobad apunaloi sunaram kokar soront hewa jonalu.krisno🙏🙏🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ
@umeshchandradutta9187
@umeshchandradutta9187 3 года назад
Heartwrenching speeches delivered by late Sunaram Chutia will be remembered for all times to come.I have paid my humble regards to him.
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ,
@pronamitaborpatragohain7693
@pronamitaborpatragohain7693 3 года назад
Lllllll6q
@mrinalmedhi8346
@mrinalmedhi8346 Год назад
আন্তৰিক শ্ৰদ্ধা নিবেদিলো, কৃষ্ণ কৃষ্ণ কৃষ্ণ
@khargeswarkalita3502
@khargeswarkalita3502 3 года назад
কৃষ্ণ বাপ কোটি কৌটি প্ৰণাম নিবেদন কৰিলোঁ। কৃষ্ণ।
@Anupama065
@Anupama065 3 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু জনাক শ্ৰদ্ধাৰে ভক্তি ভৰা সেৱা জনাইছোঁ 🙏
@bharatphukan5533
@bharatphukan5533 2 года назад
শব্দহীন সেৱা আগবঢ়ালো 🙏🙏🙏
@dhrubajyotidas4523
@dhrubajyotidas4523 3 года назад
Krishna o hori o ram .bap apunar srisaranat 100 kouiti pranam bap
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@kalichandika1676
@kalichandika1676 2 года назад
ধন্য হ'লো। কৃষ্ণ।
@nirugogoi4576
@nirugogoi4576 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু ৰ লীলা বহুত ভাল লাগিল
@bhupendas3078
@bhupendas3078 3 года назад
Great work,praise The Almighty God
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ
@blulifeproduct1676
@blulifeproduct1676 3 года назад
শুনি বহুত ভাল লাগিল । কৃষ্ণ ।
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ ।
@niradadas3379
@niradadas3379 11 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বৈকুণ্ঠৰ 4:51 পৰা আশীৰ্বাদ কৰক প্ৰভু
@budheswargogoi300
@budheswargogoi300 2 года назад
কৃষ্ণ।
@snakul2196
@snakul2196 Год назад
কৃষ্ণ 🙏 তেখেতৰ বিদেহী আত্মাৰ চিৰ মুক্তি লাভ হওক 🙏
@aairumidutta3711
@aairumidutta3711 9 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো কৃষ্ণ
@lakhyagayan734
@lakhyagayan734 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু যতে আছে কুশলে থাকক
@nritamahanta3004
@nritamahanta3004 2 года назад
আপোনাক আমি নাপালো কিন্তু আপোনাৰ লেখা আমাৰ হাতত বিদ্যমান।ধন্যবাদ বাপ ঈশ্বৰ।
@hitreswarphukan9895
@hitreswarphukan9895 3 года назад
অতি সুন্দৰ । "ঔঁম শান্তি
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 9 месяцев назад
Krishna krishna baap shwa gonalu joy guru Shankar
@PankajKalita700
@PankajKalita700 10 месяцев назад
Krishna Bap
@dhirajmusical4055
@dhirajmusical4055 2 года назад
তেখেতৰ কথা মা-দেউতাৰ মুখৰ শুনিয়ে থাকো আজি দেখি বহুত ভাল লাগিল মনটো।
@khargeswarnath2624
@khargeswarnath2624 2 года назад
হে মহান , আপোনাৰ সু স্বাস্থ্য কামনা কৰিছো আৰু সেৱা জনাইছোঁ 🙏🙏🙏🙏🙏🙏 প্ৰণাম 🙏🏼
@nirubora3660
@nirubora3660 2 года назад
ককাৰ আদ্ৰশ মূলক ভাষন শুনি আপ্লুত হলো। তেখেত যতে আছে ততে শান্তীত থাকক।
@dipokgogoi202
@dipokgogoi202 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তেৰাৰ আত্মাই চিৰশান্তি লাভ কৰক
@parijatkalita2654
@parijatkalita2654 3 года назад
Krishna 🙏 bohut val lagil huni horute koka k log paisu adhibekhanot , bohut val lagile video2t ako koka k dekhi krishna joy guru sankar 🙏🙏🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@satyajitchoudhury4112
@satyajitchoudhury4112 3 года назад
জয় গুৰু শংকৰ ।কৃষ্ণ 🙏🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ
@bananidas7832
@bananidas7832 6 месяцев назад
Krishna bap
@Statusking-ur9gd
@Statusking-ur9gd Год назад
He abotari mahan purush apunak hatokuti pronam joi guru hankor krishno krishno 🙏🙏🙏❤️
@jahnabichutia6380
@jahnabichutia6380 2 года назад
জীবন সাৰ্থক হ'ল
@uttambhuyan6413
@uttambhuyan6413 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@manjulabora8219
@manjulabora8219 2 года назад
জয় গুৰু শঙ্কৰ 🙏🙏 মৰণোত্তৰ ভাৱে গুৰু জনালৈ প্ৰনাম 🙏🙏
@ganeshbaruah8925
@ganeshbaruah8925 3 года назад
বাপজনাৰ অমুল্য ভাষন ভাগ শুনি আপ্লুত হলো। জনিবৰ ইচ্ছা থাকিল এই অমুল্য ভাষন ভাগ কেতিয়াৰ আৰু তেওঁৰ কেতিয়া বৈকুণ্ঠ প্ৰয়ান হৈছে।
@joygurusankar2224
@joygurusankar2224 3 года назад
সোণাৰাম চুতীয়া (৮ জুন, ১৯১৫, মৃত্যু: ৩০ জানুৱাৰী, ২০১৩) একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘৰ) পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল।তেখেতে অসম চৰকাৰৰ পৰা ২০০০ চনত কেবিনেট মৰ্যদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। তেখেতে বাৰখন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও চাৰিকুৰিৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত অগাধ পাণ্ডিত্যৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছে। বঁটা আৰু পুৰস্কাৰ ২২ আগষ্ট ১৯৭২ চন : ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে তাম্ৰপত্ৰেৰে সন্মানিত হৈছিল। ৯ আগষ্ট ১৯৯৩ চন : অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে সম্বৰ্ধিত হৈছিল। ২০ ফেব্ৰুৱাৰী ১৯৯৪ চন : শ্ৰীশঙ্কৰ সংঘৰ দ্বাৰা, সংঘৰ সৰ্ব্বোচ্চ সন্মান শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছিল। ২০০০ চন : অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰদান কৰা হৈছিল। ২০০৫ চন : যোৰহাটস্থ একলব্য আৰু উত্তৰ-পূব গৱেষণা মঞ্চৰ দ্বাৰা 'দলিত দৰদী' অভিধা প্ৰদান৷ ২০১২ চন : যোৰহাট জিলা সাহিত্য শাখাৰ দ্বাৰা 'যোৰহাট ৰত্ন' উপাধি প্ৰদান৷ ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা মান-পত্ৰ আৰু সম্বৰ্দ্ধনা আদি লাভ কৰে৷
@mukheswarkonwar9754
@mukheswarkonwar9754 3 года назад
@@joygurusankar2224 কৃষ্ণ,পৰম স্ৰদ্ধাৰ বৈষ্ণৱ গুৰু জনাৰ বিষয়ে বিষদভাৱে জনোৱাৰ বাবে অনুস্থানৰ উদ্যোক্তা সকললৈ সশ্ৰদ্ধ ওলগ যাচিলো, কৃষ্ণ 🙏
@rubulgogoi3100
@rubulgogoi3100 2 года назад
Dhanyabad shata koti pranam
@lovewithpdas4815
@lovewithpdas4815 2 года назад
অমূল্য ৰত্নৰ পৰলোকপ্ৰাপ্তি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাবে অতিশয় অভাৱনীয় । তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদিছো ।
@akanshasaikia8956
@akanshasaikia8956 3 года назад
কৃষ্ণ🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ ।
@keshabkalita6159
@keshabkalita6159 2 года назад
Pranaam boisnob baap guru jona apuni xantit thakok
@sanjibsaikia1560
@sanjibsaikia1560 2 года назад
Krishnan Krishnan.,
@nipendas4865
@nipendas4865 3 года назад
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ❤️❤️❤️
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@anjanarupadas6601
@anjanarupadas6601 3 года назад
কৃষ্ণ,বৈকুণ্ঠ গামী আত্মালৈ শত -সহ স্ৰ প্ৰণাম।জীবৰ মূখ্য কৰ্ম,জীব তাৰণৰ উপায় আৰু মোক্ষম লাভ ৰ উপায় দিছে।তেখেতৰ আহ্বান,প্ৰয়াস ক শ্ৰদ্ধা জনাইছো।সকলোকে আদৰ্শ অনুকৰণ ৰ বাবে প্ৰাৰ্থনা জনালো।🙏কৃষ্ণ।
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@akshitagogoi-rp7fb
@akshitagogoi-rp7fb Год назад
@@joygurusankar2224 assamedrmrwd.
@kusumsaikia7901
@kusumsaikia7901 8 месяцев назад
ককাৰ ভাষন আকৌ এবাৰ সুনি ককা আছে যেনেই লাগিল কৃষ্ণ
@rajendehingia4450
@rajendehingia4450 2 года назад
ককাদেউতাৰ ভাষন শুনি নিজকে ধন্য মানিলো। কৃষ্ণ কৃষ্ণ 🙏🙏
@priyajyotirajkhowa.8222
@priyajyotirajkhowa.8222 3 года назад
শুনি ভাল লাগিলে কৃষ্ণ
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ ।
@banitadutta2018
@banitadutta2018 2 года назад
Krishna Krishna pitai🙏🙏 god bless you 🙏🙏🙏
@munmibora3373
@munmibora3373 9 месяцев назад
Ai bapjonar parai saran vag gahan korisilu 2007 te
@madhabidas-ey7qk
@madhabidas-ey7qk 9 месяцев назад
Krishna joy guru
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 2 месяца назад
🙏🙏🙏
@prasanataborah4550
@prasanataborah4550 2 года назад
কৃষ্ণ জয় গুৰু শংকৰ।
@sibangisishtha1640
@sibangisishtha1640 2 года назад
Jai jai jai jai shree krishna 🙏🙏🙏🙏🙏
@padmeswerkachari5945
@padmeswerkachari5945 3 года назад
Krishno.guru.jon
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@sewaliborah4728
@sewaliborah4728 9 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষয়❤❤❤❤❤
@rumiborah7914
@rumiborah7914 3 года назад
জয় গুৰু শঙ্কৰ।🙏🙏🙏🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@MonuramChutia-jr1jw
@MonuramChutia-jr1jw 3 года назад
He. Prabhu. Dhonya.apuni.dhanya.mohan.apuni.apunar.soranot.pranam.prabhu.
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@tileswarpegu7640
@tileswarpegu7640 2 года назад
Great
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 2 года назад
🙏 Oum santi Oum santi Krishna 🙏
@shrawanengti8883
@shrawanengti8883 2 года назад
আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনালোঁ 🙏🙏🙏
@user-yd5ov2ui6f
@user-yd5ov2ui6f 10 месяцев назад
প্ৰভুক মই ভালকৈ জানো তেখেতৰ ঘৰলৈ মই গৈছে
@nibirentertainment8672
@nibirentertainment8672 3 года назад
Krishno probhu ...🙏🙏🙏🙏🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@junmoniborah5329
@junmoniborah5329 7 месяцев назад
কৃষ্ণ
@nareswarbarman9048
@nareswarbarman9048 2 года назад
Ati sundar. 🙏🙏🙏🙏
@mahendradas3820
@mahendradas3820 2 года назад
কৃষ্ণ, "জয় গুৰু শংকৰ"।
@muninbarman7828
@muninbarman7828 3 года назад
কৃষ্ণ বাপজনাক সেৱা জনালো৷
@marybora1795
@marybora1795 3 года назад
🙏🙏🙏xewa he jonalu ❤️❤️👍l🙏🏾
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ
@youtubeuser6761
@youtubeuser6761 2 года назад
প্ৰণাম জনাইছো 🙏🙏
@krishnatamang7248
@krishnatamang7248 3 года назад
কৃষ্ণ কৃষ্ণ বাপ স শ্রদ্ধ প্রণাম জনালোঁ 🙏🙏কৃষ্ণ। 🙏জয় গুৰু শঙ্কৰ 🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ,
@romenjit7549
@romenjit7549 Год назад
🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rubulbora1146
@rubulbora1146 3 года назад
অতিশয় মনুৰম ভাষণ ।
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@bhaskarmahanta6933
@bhaskarmahanta6933 2 года назад
আজিৰ পৰা প্ৰায়৩০বছৰ মান হল প্ৰভুজনা গুৱাহাটি লৈ আহোতে আমাৰ তিনি ভাই ককাইক গৃহ লৈ আহি শৰন ভজন কৰাইছিল।তেতিয়াই উমান পাইছিলো প্ৰভুজনাৰ অগাধ গ্যানৰ।গুৰু দুজনাৰ পৰম ভক্ত।বাবেই ৯০ বছৰটো ভাষন দিব পাৰিছিল।জয় গুৰু শঙ্কৰ।বাপ জনা যতে আছে সুখ শান্তিত থাকক।কৃষ্ণ ।
@bhupenchandradas5752
@bhupenchandradas5752 2 года назад
Namaskar pita
@bhoratdoley1486
@bhoratdoley1486 2 года назад
কৃষ্ণ কৃষ্ণ অমৃত বাণী ৷
@manujkalitamanujkalita6525
@manujkalitamanujkalita6525 3 года назад
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ,
@ridipmaina3827
@ridipmaina3827 3 года назад
কৃষ্ণ কৃষ্ণ, সেৱা জনালো
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@prostutigogoi5202
@prostutigogoi5202 3 года назад
বৈকুণ্ঠী প্ৰভু জনালৈ মনত পৰি থাকে ৷সৰুতে মা হতৰ লগত অধিবেশনলৈ যাওঁতে তেখেতৰ হৃদয়স্পৰ্শী ভাষন শুনিছিলো ৷ আজি আকৌ তেখেতৰ ভাষন শুনি সুৱৰিছোঁ কৃতাৰ্থ হৈছো ৷কৃষ্ণ কৃষ্ণ !
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ
@himanibanikya8168
@himanibanikya8168 3 года назад
আজি মোৰ ভাগ্য় আমাৰ পৰম গুৰুৰ অম্ৰিত ভাষন শুনি মোৰ দেহ মন ধৈন্ন হল
@bhupenchandradas5752
@bhupenchandradas5752 2 года назад
🙏🙏🙏🙏🙏🙏
@hirokworld4250
@hirokworld4250 3 года назад
Krishno Krishno pranam apunak 🤩🙏🙏🙏
@joygurusankar2224
@joygurusankar2224 3 года назад
কৃষ্ণ মাধৱ ।
@karishmakumar6537
@karishmakumar6537 2 года назад
🙏🙏🙏🙏
@dharanidhardeka141
@dharanidhardeka141 2 года назад
All the best
@junalimech7243
@junalimech7243 2 года назад
Kirshna kirshna bapjanaa kirshna. Kirshna (kirshna baphamasta aayemaatiri hamasta kirshna kirshna 🙏🙏🙏🙏🙏🙏
@debaphukan489
@debaphukan489 2 года назад
জয়গুৰু শঙ্কৰ কৃষ্ণ কৃষ্ণ
@manujkrhazarika3959
@manujkrhazarika3959 2 года назад
🙏🙏🙏🙏🙏
Далее