বৰাহ আৰু হিৰণ্যাক্ষৰ যুদ্ধ-"নৃসিংহ মূৰাৰী ভাওনা"
স্থান-২০২১বৰ্ষ টিপমীয়া পদুমপুখুৰী নামঘৰ, শিৱসাগৰ
উদযাপন সমিতি-সমূহ টিপমীয়া গাঁওবাসী ৰাইজ
নাট-"নৃসিংহ মূৰাৰী"
অভিনয়ত-১/বিপ্লৱ বৰুৱা(বৰাহ)
২/নিলোৎপল বৰুৱা(হিৰণ্যাক্ষ)
দোহাৰ শিল্পী বৃন্দ-"অগ্নিগড় শিল্পী সমাজ"
১/কৌশিক বৰুৱা
২/বিপ্লৱ বৰুৱা
৩/মাধৱ আৰন্ধৰা
৪/সীমান্ত শইকীয়া
৫/মানস শইকীয়া
৬/কৃষ্ণ গগৈ
৭/ৰাহুল গগৈ
৮/প্ৰহ্লাদ গগৈ
৯/বাবা গগৈ
সমূহ শিল্পী বৃন্দলৈ আমাৰ চেনেলৰ যোগেদি অফুৰন্ত মৰম জনোৱাৰ লগতে ,তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো❣️🙏🙏🙏
#বৰাহ#হিৰণ্যাক্ষ#ভাওনা
Please Share&Subscribe Sumit saikia official.
8 окт 2024