Тёмный

ভক্তৰ দান-বৰঙণিৰে যদি মই গাড়ী-মাটি ক্ৰয় কৰিছেো বুলি প্ৰমাণ দিব পাৰে মোৰ কাণ কাটি দিম : শিখা মজিন্দাৰ 

News Live
Подписаться 2,9 млн
Просмотров 116 тыс.
50% 1

Опубликовано:

 

28 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 333   
@muned6442
@muned6442 2 месяца назад
আমি অগ্নিনাভ বাবাৰ ভক্ত আমাৰ পৰিয়ালৰ সকলোৱে অগ্নিনাভ বাবাক পূজা কৰো আমি প্ৰমাণ পাইছোঁ বাবাই মনোবাঞ্ছা পুৰ কৰে জয় অগ্নিনাভ বাবা হৰ হৰ মহাদেৱ ঔম নম শিৱাই 🙏🙏🙏🙏🙏🙏
@anamikasahu5960
@anamikasahu5960 7 месяцев назад
জয় বাবা অগ্নিনাভ।
@battlepigfarm3463
@battlepigfarm3463 8 месяцев назад
Joi Agninav Baba
@surabhirabha8095
@surabhirabha8095 8 месяцев назад
Joi agninav baba❤
@SD-ff1wc
@SD-ff1wc 8 месяцев назад
মিডিয়াই কিয় মানুহজনীক ইমান অশান্তি দি আছে বাৰু৷ভগৱানক পূজা কৰাত মিডিয়াৰ আপত্তি ক’ত৷ কালি যদি মই বাবাৰ দৰ্শনত যাওঁ মই কেৱল বাবাৰ দৰ্শনৰ কাৰণে যাম মানুহজনীৰ দৰ্শনত নাযাওঁ হয়তো মনৰ শান্তিত বাবাৰ নামত কিবা এটা উচৰ্গা এটা দিওঁ থৈ আহিব পাৰোঁ৷তাতে মানুহ জনীয়ে ঘৰ কিনে মাটি কিনে গাড়ী কিনে মন্দিৰ বনাই যি কৰে কৰি থাকক সেইটো তেওঁৰ ব্যক্তিগত কথা সেইবিষয়ে মিডিয়াৰ মাঠা মাৰিব কিতো আছে৷ বাৰিষা আহিছে মাঠাউৰি বোৰৰ খবৰ লওক,কৃত্ৰিম বান প্ৰতিৰোধৰ কাৰণে চৰকাৰে কি কৰিছে খবৰ লওঁক কৃষকৰ বাবে চৰকাৰে লোৱা আচনি বোৰ কৃষকে পাইচে নে নাই খবৰ লওঁক চাহ জনগোষ্ঠীৰ বিষয়ে খবৰ লওঁক চক্ৰ বিষয়াৰ অ’ফিচত যাওঁক ৰাইজক সোধক পৰিৱৰ্তনে কিমান দূৰ ঢুকি পাইছে৷কি এইবোৰ অযথা কথাত লাগি আছে ৷ আজি বেছিদিনৰ ঘটনা নহয় কিছুদিনৰ আগৰ কথা এদিন মোৰ মাহীয়ে এই মন্দিৰটোৰ কথা কৈ থাকোতে ময়ো তুচ্ছ তাছিল্য কৰিছিলো বহুত বাধা দিছিল কিন্তু পাছ দিনাই ৰাতিপুৱাই মোৰ মা শুৱা ৰুমটোৰ দৰ্জাখনত এডাল সাপ মেৰিয়াই আছিল দৰ্জাখন খুলিব গ’লেই য’ত হাত দিয়া হয়৷প্ৰশ্ন হ’ল ইমান ঠাণ্ডাত সেই বস্তুটো আহিল ক’ৰ পৰা৷ বাইক খন লৈ গৈ আছো লাহে লাহে হঠাৎ এজনী সৰু ছোৱালী বিয়া ঘৰৰ পৰা দৌৰি দৌৰি আহি মোৰ বাইকত খুন্দা মাৰিলে ভাগ্য ভাল যে মই একেবাৰে লাহে লাহে গৈ আছিলো মোৰ লাগিলে যি হয় হওঁক কিন্তু ছোৱালী জনীৰ একো নহ’ল শেষত এই কথাই কথা নহয় বুলি আমাৰ ঘৰৰ ওচৰৰ শিৱ বাবাৰ মন্দিৰত গৈ সেৱা ক্ষমা ভিক্ষা খুজিলোঁ চাকি বন্তি দি আৰু এই বুলি কথা দিলো যে যদি মোৰ কপালত বা ভাগ্যত আছে এদিন হ’লেও মই অগ্নিনাভ বাবাৰ মন্দিৰত গৈ বাবাৰ আগত চাকি এগছ জ্বলাম৷এই ঘটনাটোৰ পৰা এটা কথা জীৱনত শিকিলো আমি মানুহ ভুল বা বেয়া হ’ব পাৰোঁ কিন্তু ঈশ্বৰ বা নেদেখা জনৰ কেতিয়া ভূল নহয় আৰু তেওঁ শক্তি কাহিনিও দুৰ্বল হ’ব নোৱাৰেঁ৷তেওঁৰ নাম বেলেগ বেলেগ হ’ব পাৰে কিন্তু তেওঁ এজনেই৷ নতুনকৈ মদৰ দোকান বোৰ খোলাত যদি মিডিয়াৰ আপত্তি বিতৰ্ক নাই তেনেহ’লে এটা মন্দিৰ খোলাক লৈ আপত্তি ক’ত৷ যদি কিছুমান ব্যক্তিগত নাৰ্ছিঙহোমে ৰোগীৰ তেজ শুহি খোৱাত মিডিয়াৰ আপত্তি নাই তেনেহলে মন্দিৰ এটা স্থাপন হোৱাত আপত্তি ক’ত৷ যদি কিছুমান ব্যক্তিগত বিদ্যালয়ে উচ্চ শিক্ষাৰ নাম ছাত্ৰছাত্ৰীৰ অভিভাৱকৰ তেজ শুহি খোৱাত মিডিয়াৰ আপত্তি নাই তেনেহলে মন্দিৰ এটাক লৈ ইমান অনৰ্থক প্ৰশ্ন কিয়৷ এটা কথা মনত ৰাখিব আমি ধৰ্মক ৰক্ষা কৰিলে আমাক ধৰ্মই ৰক্ষা কৰিব অৰ্থাৎ ধৰ্ম থাকিলেহে আমি থাকিম আৰু প্ৰত্যেকটো ধৰ্মকেই আমি সন্মান কৰা উচিত৷ শেষত বাইদেউজনীকো ক’ব বিচাৰিছো মৌনতাটো আচৰিত শক্তি আছে মৌনতা এটা শক্তিশালী ভাষা হয় মৌন হৈ থকা মানে দুৰ্বলতা নুবুজাই আপুনি সকলোকে যুক্তি তৰ্কৰে কেতিয়াও বলে নোৱাৰিব মনাব নোৱাৰিব যিমানে তাকে কৰিব যত্ন কৰিব সিমানেই আপুনি অযুক্তিকৰ বিতৰ্কত সোমাই গৈ থাকিব গতিকে মৌন হৈ ধৰ্য্যসহ বাবা আৰু ভক্তৰ শুশ্ৰুষাত লাগি থাকক৷যিমান পাৰি সিমান হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা বিদ্যা লোৱা আৰু ফেক্টৰীৰ পৰা উৎপন্ন হোৱা আধুনিক মানৱ প্ৰডাক্ট সমূহৰ পৰা দূৰত্ব বজাই ৰাখক৷ জয় অগ্নিনাভ বাবা৷
@SankarDeka58
@SankarDeka58 8 месяцев назад
থিকে কৈছে আপুনি ❤❤❤🎉🎉🎉
@pahidas34859
@pahidas34859 8 месяцев назад
Hoi dai
@sarbeswargogoi2781
@sarbeswargogoi2781 8 месяцев назад
এনে ধৰণৰ বাতৰি পৰিবেশন কৰি সাধাৰণতে হোজা,সহজ সৰল মানুহক আৰু অলপ অন্ধ কাৰৰ ফালেহে লৈ যাব পাৰে। আমাৰ সমাজত এক চাম লোকে সেইটোৱেই বিছাৰে।
@Phonkore-Z5r
@Phonkore-Z5r 8 месяцев назад
Akdom right
@karabidas72
@karabidas72 8 месяцев назад
Dukh lagise Baideo loi🥲
@Debasish42-r1f
@Debasish42-r1f 8 месяцев назад
Jai Agninav Baba🙏🙏🙏
@rodalisaikia
@rodalisaikia 8 месяцев назад
ভগৱানৰ নামত কাৰোবাৰ মন গৈছে পইচা দিছে কাৰোবাৰ মন নাই নিদিলেই হল...কিহৰ কাৰণে ইমান বিতৰ্ক কৰিব লগে। বেলেগ ৰ কথা নাজানো মই শিখা বাক লগ কৰি সঁচাকৈয়ে এটা বহুত বেলেগ অনুভৱ কৰিছিলো। এতিয়া ও যদি মোৰ মন বেয়া লাগে শিখা বায়ে দিয়া নিৰ্মালী ভাগ হাতত লোৱা লগে লগে সকলো ঠিক হয় যায় ।মই বুজাব নোৱাৰোঁ শিখা বাৰ ফটো খন চাই মন তো কেনেকুৱা লাগে। বাবা তুমিয়েই সকলো। তুমি সকলো চাবা 🙏🙏🙏
@tanmaykishorborah3949
@tanmaykishorborah3949 8 месяцев назад
Joi agninav baba
@DiptiChutia-ho1yx
@DiptiChutia-ho1yx 8 месяцев назад
Jai Agninav Baba 🙏🙏🙏♥️♥️♥️
@BeautiRakhi
@BeautiRakhi 8 месяцев назад
অগ্নিনাভ মন্দিৰ ভাগ বহুত জাগ্ৰত, তাত প্ৰভু বাবা ভোলানাথ বহুত জাগ্ৰত অৱস্থাত থকা যেন অনুমান হয়। মন্দিৰ ভাগ কোনো কাৰণতে অবিশ্বাস কৰিব নোৱাৰো। শাওঁণ মাহত মন্দিৰ ভাগলৈ গৈছিলোঁ। শৰাই দিয়া নিদিয়া বুলি নহয় প্ৰসাদ সকলোকে দিছিল, আমি শৰাই দিয়া নাছিলোঁ অৰিহনা নিজৰ ইচ্ছা মতে দিছিলোঁ তাত বাধ্যতা নাছিল যে এইখিনি দিবই লাগিব। বাকি কথা ক'বলৈ নাযাওঁ সেই ভাগ শিখা বাইদেউৰ ব্যক্তিগত মন্দিৰ তালৈ কাকো মাতি নিয়া নাই আমি নিজেই গৈছোঁ। Har Har Mahadev🙏🙏❤️Jai Baba Agninav🙏🙏❤️
@JonaliKalita-jx3fg
@JonaliKalita-jx3fg 2 месяца назад
Jai Agninave baba
@AnilDutta-l5s
@AnilDutta-l5s 8 месяцев назад
Ogninav baba pronam jonalu
@anjaliborah753
@anjaliborah753 8 месяцев назад
জয় অগ্নিনাভ বাবা প্ৰাৰ্থনা কৰিছো ডাঙৰ বাবা ৰ চাকৰি হৈ গল আশীৰ্বাদ কৰিব 🙏🙏🙏
@mainiburagohain8275
@mainiburagohain8275 8 месяцев назад
জয় অগ্নিনাভ বাবা❤❤❤❤❤
@surensarmah541
@surensarmah541 8 месяцев назад
মানুহ গৰাকীয়ে কিন্তু কাকো মন্দিৰ ভাগলৈ মাতি নিয়া নাই। সকলোৰে মুখত শুনি মইও সপৰিয়ালে গোলাঘাটৰ পৰা গৈ বাবাৰ দৰ্শন কৰি আহিলো,জনসমুদৰ বাবে অৱশ্যে শিখা বাইদেউক লগ কৰি নিৰ্মালি ভাগ গ্ৰহণ কৰিব নোৱাৰি বেয়া লাগিল। কোনোবাই তালৈ নাযায়, নামানে তাত আমাৰ কবলৈ একো নাই, কিন্তু মানুহগৰাকীক এনেদৰে আক্ৰমন কৰাটো দুৰ্ভাগ্যজনক। বিশ্বাসে মিলয় হৰি, ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হওক লগতে মহিলা গৰাকীকো আক্ৰমন নকৰিবলৈ আপোনাসবক কৰযোৰে অনুৰোধ জনালোঁ। এইগৰাকী শিখা বাইদেউ মোৰ না আগৰ চিনাকী না আজিৰ, কেৱলমাত্ৰ ভক্ত হিচাপে হে এই মন্তব্য ৰাখি আপোনালোকলৈ অনুৰোধ।
@momineog9887
@momineog9887 8 месяцев назад
6o2
@momineog9887
@momineog9887 8 месяцев назад
L
@bharatibarkataki7592
@bharatibarkataki7592 8 месяцев назад
অসমত গলিয়ে গলিয়ে হোৱা মদৰ দোকান কেইখন বন্ধ কৰাত যদি সেইসকল কলঙ্কই আগভাগ লৈ বন্ধ কৰি দেখুৱালে হয় তেতিয়া বহুত পৰিয়ালৰ আশীৰ্বাদ পালেহেঁতেন ৷ অসমত কিমান দুৰ্নীতি চলি থাকে সেইবোৰত মাত মাতিবলৈ সৎ সাহস নাই সেই মানুহ ৰূপী কলঙ্ক সকলৰ ৷ আনৰ ব্যক্তিগত মন্দিৰত লাগিছেগৈ ৷ বাবাৰ ওচৰত কোনোবাই সেৱা ল’ব যায় তেওঁলোককো অন্ধ ভক্ত অশিক্ষিত বুলি চিঞৰ বাখৰ ৷ কথাতেই কয় নহয় অল্প বিদ্যা ভয়ঙ্কৰী ৷
@udoydutta5299
@udoydutta5299 8 месяцев назад
আচলতে বাবাক লৈ যি সকলে বিতৰ্ক কৰি আছে সেইসকল আচলতে কলিযুগৰ দুৰাচাৰী, অসূৰ,পাপীষ্ঠ।। Om namah shiva
@bhaskarrajkonwar5563
@bhaskarrajkonwar5563 8 месяцев назад
Babak bitorko kora ni manuh gorakik korise
@barbypaul2295
@barbypaul2295 5 месяцев назад
baba amader monor asha purno koro
@rekhaborah9066
@rekhaborah9066 8 месяцев назад
জয় অগ্নিনাভ বাবা 🙏🪔🌼🔱🕉️ বিতৰ্ক হ'ব নালাগে বাবাক লৈ।🙏
@Utpal_bora_123
@Utpal_bora_123 8 месяцев назад
জয় অগ্নি নাভ বাবা
@kabitadolakasharia7152
@kabitadolakasharia7152 8 месяцев назад
বাবা তুমি ভালে থাকিব ভালে ৰাখিব আপুনি সচাটো বিচাৰ কৰক ❤ আই আপুনি আপোনাৰ কাম কৰি যাওক ❤ জয় বাবা আগ্নিনাভ 🕉️🧿🌺💟💌🔱🪔
@karbirajbongshi-kj3tu
@karbirajbongshi-kj3tu 8 месяцев назад
Baba
@girirajgogoi5460
@girirajgogoi5460 8 месяцев назад
অলপ গীতা , নহলে শিৱ পূৰাণ বা যিকোনো এভাগ সিন্ধু ধৰ্ম ৰ পুথি ভালকৈ পঢ়ক, তেতিয়া সকলোৱে গম পাব যে ভগৱান কোন আৰু ভক্তি কি আৰু মহা পাপ বোৰ কি কি, এটা মহাপাপ ৰ ভিতৰতে কিন্তু আমিও কৰি আছোঁ, আৰু এওঁ ৰ কথাটো কব এ নিবিচাৰোঁ, কিমান যে বেয়া এটা দিন আহিলে, নিজৰ বুকুৰ মাজতে থকা ভাল ,দয়ালু , পৰাউপকাৰি, হৃদই খনতেই যে ভগৱান আছে আমি বুজিবলৈ কে নিবিচাৰোঁ, বুজাই কথাষাৰ নিশ্চয় বুজিব, ধন্যবাদ 🙏🙏🙏🙏
@udiptakhanikar9168
@udiptakhanikar9168 8 месяцев назад
কোনোবাই অৰিহনা নিদিয়ে নাই , বিশ্বাস নকৰে নাই, আঁতৰি থাককনা মিছাকৈ কিয় কুকুৰৰ দৰে ভুকি থাকিব লাগে । বাইদেৱে বাৰীৰ চুকত পাতিলোৱা মন্দিৰ ভাগলৈ আপোনালোকক কাহানিও আহিবলৈ কোৱা নাছিল। ইয়াত মানুহৰ বিশ্বাস আৰু আস্থাৰহে প্ৰতিফলন ঘটিছে।যি সকল নাযায় নাই আনক এনেদৰে বিভ্ৰান্তিৰ সৃষ্টি কৰা উচিত নহয়। সেয়েহে কয় আমাৰ অসমীয়া মানুহৰ বেলেগ শত্ৰু নাই । নিজেই নিজৰ শত্ৰু🤭
@prasantagoswami1477
@prasantagoswami1477 8 месяцев назад
যেয়ে যি কয় কৈ থাকক। যিবুজে তেও বুজিবই আৰু যিয়ে নুবুজে তেওক বুজাবলৈ যোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা একেই। যাৰ মন মুখ একে তেওহে প্ৰকৃত' ভক্ত। আত্মসৰ্মপন কৰাজনেহে ভগৱানৰ দৰ্শন পায়। আপুনি প্ৰকৃত ভক্ত, সেই গতিকে আপোনাৰ চোতালত ইমানবোৰ ভক্তৰ সমাগম । আপুনি নিজে নাখাই -ন'বই ৫/৬ ঘণ্টা আনৰ কাৰণে উপাসনা কৰে। নেদেখিলে বিশ্বাস নোহোৱাতো একো অস্বাভাবিকো নহয়। কিবা ফল পাইছে, সেইকাৰণেহে ভক্তৰ সোতবৈছে। এইবোৰ ৰ্চচ্ছা চলি থাকিব।এইবোৰলৈ মন দিলে আপোনাৰ আচল কামত বিঘিনি আহিব। আপোনাৰ কাম আপুনি কৰি যাওক। জয় গুৰু🙏জয় বাবা🙏 (মই আপোনালোকৰ লগত কথা পাতিব পৰাহ'লে ভাল আছিলে) যিমান যি সমস্যৰ সৃষ্টি হয় সকলো ওচৰৰ মানুহৰ পৰাই হয়। দূৰৈৰ মণ্ডৰলৈ ভক্তি বেছি হয়।
@TukharTukhardeori-fc5nu
@TukharTukhardeori-fc5nu 8 месяцев назад
Jai agninav baba 🙏
@seemaranisarmah1751
@seemaranisarmah1751 8 месяцев назад
জয় অগ্নিনাভ বাব । বাইদেউ আপুনি নিজ কৰ্ম কৰি যাওঁক। মূল কথাটো হল চাকি, শৰাই ৰ ধায্য কৰা ফলক সমূহ আঁতৰাই পেলাওক। ভক্তই যি আৰিহনাই চাকি ,শৰাই ৰ বাৱত আগবহাই তাকে গ্ৰহন কৰে যেন। ৰাইজে নখ জোকাৰিলে নখ বৈ এই ফকৰা যোজনা ফাকি স্কুলত পঢ়ি আহিছোঁ। সকলো ভক্তৰ সাক্ষাত দৰ্শন কৰাৰ ইচ্ছা থাকে কিন্তু সকলোৰে ধায্য কৰা মূল্য দিয়াৰ সামৰ্থ নাথাকে। বিতকলৈ আহিলে ভাল নালাগে। ভগবানৰ প্ৰতি থকা ভক্তিত বিতৰ্ক ভাল নালাগে।
@sangitadutta3505
@sangitadutta3505 8 месяцев назад
Jai agninav baba
@jaanbordoloi7588
@jaanbordoloi7588 8 месяцев назад
🙏🙏🪔🪔🕉️🕉️🔱🔱🔱 joi vola Baba🙏
@priyankipriyagogoi6878
@priyankipriyagogoi6878 8 месяцев назад
জয় অগ্নিনাভ বাবা কৃপা কৰিবা আশাবোৰ পূৰকৰিবা🙏🙏🙏 আৰু শিখা বা তোমি তোমাৰ কাম কৰি যোৱা যিজনে তোমাক ইমান মনোকষ্ট দিছে তেওঁক বাবাই ছাব।
@himankhiborgohain
@himankhiborgohain 8 месяцев назад
jiye namane namanile hl kio mne imn oxanti di ase mnhu jnik kimn mnhu r dukhor jibon xukhor kori dile kimn hokti ase agninabh baba r ❤️🧿🔱 jiye enekoi teu r kotha misa koi koi asa saba baba e tumalukor ki dokha koribo jai agninabh baba ❤️🥺
@kabya2349
@kabya2349 8 месяцев назад
সচাঁই শৰাই খনত 101 টকা দিব লাগিব নে। মই কিন্তু আজিলৈকে 21 টকাৰ ওপৰত শৰাইত দি পোৱা নাই। তেনেকুৱা ডিমাণ্ড থাকিলে মিছা যেন লাগিবই দিয়কচোন। ভগৱানৰ ওচৰত ভক্তই নিজ ইচ্ছাৰে লাখ টকা দিব পাৰে সেইটো ভাল লগা কথা। কিন্তু টকাৰ পৰিমাণ ধাৰ্য্য কৰিলে ভাল নালাগে।। (মোৰ অনুভৱ )
@KumarPankaj-j1c
@KumarPankaj-j1c 8 месяцев назад
Jai agninav baba 🕉🕉🕉🙏🙏🙏♥️
@asaduddinowaisi_gharwapsi
@asaduddinowaisi_gharwapsi 8 месяцев назад
যি সকলে সনাতন ধৰ্মত আঘাত কৰাৰ চেষ্টা চলাইছে ভগৱানে অতি সোনকালে তেনে লোকক বিচাৰ কৰিব। মন্দিৰত দান আমি ভগৱানক নিদিওঁ ভগৱানৰ টকাৰ কোনো দৰকাৰ ও অভাৱ নাই। মন্দিৰত দান দিওঁ তেনেহেন লোকৰ কাৰণে যি এই ধৰ্মৰ আস্থা, ৰীতি নীতি সেই মন্দিৰত জীয়াই ৰাখিছে। মছজিদ যোৱা বোৰে ইয়াত কোনো শুংসূত্ৰ নাপাব।
@hemalatachetia3765
@hemalatachetia3765 8 месяцев назад
মানুহ গৰাকীৰ ওচৰলৈ মানুহ বোৰ নিজে গৈছে ,,মানুহ গৰাকীৰে মাতি অনা নাই। ।মুখ্যমন্ত্ৰীয়ে বেজালিৰ বন্ধ আইন প্ৰণয়ন কৰিব লৈছে ,,,আমাৰ গাঁৱৰ মানুহ বোৰে বেজ বেজালি কৰি সৰু _সুৰা অসুখ ভাল কৰে ।।বিশ্বাস কৰাটো নিজৰ কথা।।
@Rexxxxxxx55
@Rexxxxxxx55 8 месяцев назад
জয় বাবা অগ্নিনাভ 🛐 হৰ হৰ মহাদেৱ 💟
@IndianFood1175
@IndianFood1175 8 месяцев назад
Agninav baba ❤
@bikramkakati9067
@bikramkakati9067 8 месяцев назад
জয় অগ্নিনাভ বাবা 🙏🙏🙏
@bikramkakati9067
@bikramkakati9067 8 месяцев назад
জি জন মানুহে বাবাৰ মন্দিৰত মূতিম বুলি কৈছে সি সূনকালতে মৰিব🙏🙏🙏
@dkgogoi385
@dkgogoi385 8 месяцев назад
🙏🙏🙏
@manikidevi5405
@manikidevi5405 8 месяцев назад
❤❤❤
@BhaskarKalita-oj3wd
@BhaskarKalita-oj3wd 8 месяцев назад
Baba ase nohoi hokolu thik hoi jabo..... Apuni sinta nokribo... Apunar kamm apuni Kori jaouk...... Jai agniav baba
@sweetymedhi8587
@sweetymedhi8587 7 месяцев назад
Jai Mahadev 🌺🌺🌺🙏🙏🙏
@pratapdeka6829
@pratapdeka6829 2 месяца назад
Kripa Kariba baba amak
@mohancharah9766
@mohancharah9766 5 месяцев назад
Har Har Mahadev.Mohan Charah. Majuli. Bangalore.
@digantajyotibordoloi5528
@digantajyotibordoloi5528 8 месяцев назад
এজন পুৰোহিতক সেৱা কৰিলে যি অৰিহণা দিয়া হয় সেয়া পুৰোহিত জনৰ নিজা উপাৰ্জন তাত কাৰো মাত মাতিব নোৱাৰে যি ভক্তই বেয়া মন্তব্য কৰিছে বাবাই সেই মানুহক বেচি দিন এই পৃথিৱীত জীয়াই নাৰাখে
@DigantaKalita-u7e
@DigantaKalita-u7e 8 месяцев назад
জয় বাবা অগ্নিনাভ
@air33-ias53
@air33-ias53 8 месяцев назад
এটা কথা মানুহে মানুহৰ পৰা সকলো লুকুৱাব পাৰে। কিন্তু এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী জনৰ পৰা জানো পাৰিব? গতিকে মানুহলৈ নহয় জগতৰ ঈশ্বৰলৈ হে ভয় খোৱা উচ্চিত আমি। 🙏
@kalyanivlogs4920
@kalyanivlogs4920 8 месяцев назад
মোৰ cancerহোৱা লৰা বাবাই ভাল কৰিলে বাবাৰ মনত দুখ নিদিব
@sakuntaladevi2075
@sakuntaladevi2075 8 месяцев назад
জয় বাবা অগ্নি নাভ জয় বাবা মুক্তি নাথ কৃপা কৰিবা প্ৰভু 🙏🙏🕉️🙏🙏🙏
@bharatibarkataki7592
@bharatibarkataki7592 8 месяцев назад
হয় সেইসকল সচাঁই কলঙ্ক ৷ এগৰাকীয়ে আকৌ আনৰ শব্দ কেইটামান নকল কৰি কৰি যি গাৰ জোৰেৰে ভক্তসকলক অশিক্ষিত অশিক্ষিত বুলি কৈ থাকে , ৰাম ৰাম তেওঁৰ সমান বিদগ্ধ পণ্ডিতনী , জ্ঞানী মানুহ অসমতেই নাই বুলি ভাৱে ৷ জয় অগ্নিনাভ বাবা , ওঁম নমঃ শিবায় ৷
@trishnaborgohain9128
@trishnaborgohain9128 8 месяцев назад
সেই গৰাকী কল্পনা ৰাজবংশী। পাখী ৰাজবংশীৰ শাহুমাক। তেওঁৰ নিজা জ্ঞান বুলিবলৈ একোৱেই নাই। টকাৰ অহংকাৰে ভৰি আছে। আনৰ পৰা দেখি নিজে নোযোৱাকৈ ধাৰণা কৰি বিৰ্তক কৰি আছে।
@bharatibarkataki7592
@bharatibarkataki7592 8 месяцев назад
@@trishnaborgohain9128 হয় , সচাঁকৈ ইমান অহঙ্কাৰী ৷ চিকাই বৰচাং পালে যে ৷
@bharatibarkataki7592
@bharatibarkataki7592 8 месяцев назад
@@trishnaborgohain9128 হয় , সচাঁকৈ ইমান অহঙ্কাৰী ৷ চিকাই বৰচাং পালে যে ৷
@bharatibarkataki7592
@bharatibarkataki7592 8 месяцев назад
​@@trishnaborgohain9128 হয়, সচাঁকৈ ইমান অহঙ্কাৰী ৷ চিকাই বৰচাং পালে যে ৷
@borshaborah2331
@borshaborah2331 8 месяцев назад
শিখা বা যোনে যিভাবে ভাবিব দিযক বাবাৰ আশিশ লৈ আগবাঢ়ি যাওক আমাকো আশীৰ্বাদ দিযক
@asomiaasom6008
@asomiaasom6008 8 месяцев назад
অগ্নিনাভ শিৱ বাবাক ভজিব নালাগে, অগ্নিনাভ শিৱ বাবাক ভজিব যাব নালাগে পিছে ভজিব লাগে শংকৰদেৱক যাব লাগে বটদ্ৰোৱাতহে ।কোনোবাই শিৱক ভাল পায় তেওঁ শিৱক ভজিব শিৱ থানত যাব টকা দআগবঢ়াব স্বইচ্ছাই,কোনোবাই বটদ্ৰোৱা থানক ভজে তেওঁ বটদ্ৰোৱা থানক ভজিব যাব টকা দিব ভক্ত সকলোৰ নিজা নিজা স্বতন্ত্ৰ অধিকাৰ আছে ।অগ্নিনাভ মন্দিৰত মানুহজনীয়ে ধৰি বান্ধি মানুহ নিয়া নাই জোৰজবৰদষ্ট কৰি টকা বিছৰা নাই যি সকলে টকা দিছে যি সকলে তালৈ গৈছে তেওঁলোকে স্বইচ্ছাৰে গৈছে তাত আন লোকে আপত্তি কৰিছে কিয় ? যি সকলে আপত্তি কৰিছে সেই সকলে কিন্তু কেৱল বটদ্ৰোৱা থানক আগতেও বহু কৌটি দিছে এইবাৰো ২৪০কৌটি টকা দিব তেনেকৈ আন মঠ মন্দিৰ দেৱালয়ত ঈশ্বৰ উপাসনা স্থনত ইমান টকা চৰকাৰে ৰাজহুৱা ধন দিয়া নাই তাত কিন্তু আপত্তিকাৰী বোৰে নিমাত কিয় ?ধৰ্মত পক্ষপাত স্বাৰ্থপৰ হৈছে নেকি ?
@RashmirekhaDevi-t8g
@RashmirekhaDevi-t8g 8 месяцев назад
জয় অগ্নিনাভ বাবা কৃপা কৰিবা
@rajibbora1813
@rajibbora1813 8 месяцев назад
জয় অগ্নিনাভ মহাদেৱ
@akshaychetia8448
@akshaychetia8448 8 месяцев назад
এই youtube ৰ বিলাকে নিজৰ viewers বঢ়াবৰ কাৰণে বহুত তললৈ নামিব পাৰে l অগ্নীনাভ বাবাৰ মন্দিৰলৈ গৈ বহুতে ফল লাভ কৰিছে l তাৰ বাবে কোনোবাই মুক্ত হাতে দান কৰিছে তাৰ বাবে কোনোবাই জ্বলি মৰিছে চাগে l
@manjuranidevi7964
@manjuranidevi7964 8 месяцев назад
জয় বাবা অগ্নিনাভ🙏🙏🙏
@AtulGogoi-k7n
@AtulGogoi-k7n 8 месяцев назад
অগ্নিনাভ বাবা জয় হওক ,
@MompiDevi-oo3ke
@MompiDevi-oo3ke 8 месяцев назад
🙏🙏🙏🙏🙏
@senapatianjali4815
@senapatianjali4815 8 месяцев назад
মানুহ বোৰ দেখুন নিজেই যায় তেখেতে মাতি আনেজানো যিসকলৰ মনত ভক্তি ভাৱ আছে তেওঁ লোকেটো নিজে যায় বুলি মই ভাৱো।
@mondirachutia5925
@mondirachutia5925 8 месяцев назад
জয় অগ্নিনাভ শিৱ বাবা 🙏🙏🙏
@songita7167
@songita7167 8 месяцев назад
এগৰাকী মহিলাক কেতিয়াও অপমান কৰিব নাপায়। তেখেতে নিস্বাৰ্থ ভাৱে ভক্তৰ সেৱা আগবঢ়ায় ছে এতিয়া ভক্ত সকলে তেখেতৰ হৈ আগবাঢ়ি আহিব লাগে।
@phuldas3295
@phuldas3295 8 месяцев назад
Jay agninav baba ki jay🌏🌹🌹🌹🌹🌹🌷🌷🌷🌷🌷🪔🪔🪔🪔🪔🌺🌺🌺🌺🌺🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️
@jantihira9356
@jantihira9356 8 месяцев назад
এই খন কলিৰ জগত...কলিত ভগৱান ভক্ত পোৱা টো টান..কলিয়ে কৈছে ..মদ/মাঙস/ খাই ফুৰা বোৰ ভগৱান ভক্ত হ'ব নোৱাৰে.. সেই বোৰক... মই কলিয়ে পাম.. এতিয়া কলিয়ে পাইছে.. কোনোবাই মন্দিৰ নামত গৈ দান বৰঙণি দিছে..মোনে যেনেকে খাই.. দুদিন দেৰি হ'লেও ভগৱানে বমি কৰাই দিয়ে.. গতিকে সেই বোৰ অযথা কথাত এগৰাকী মানুহক টাগেট লোৱাক লৈ গম পাইছোঁ প্ৰায় একচাম মানুহ বহুত লুভীয়া হৈছে তাৰ ফলস্বৰূপ প্ৰকাশ পাইছে চেনেলৰ পৰা ধৰি একাধিক মানুহ।
@kosarisuwalisikha4711
@kosarisuwalisikha4711 8 месяцев назад
Joi agninav baba 🙏🙏
@rafikulali4396
@rafikulali4396 8 месяцев назад
মন্দিৰৰ মালিক থাকে নেকি,,,এনে লাগিছে যেন মন্দিৰ টোৰ মালিক,,,,যদি সন্দেহ আছে দান বৰঙণি নিদিলে হ'ল,,,ভগৱানে টো কেতিয়াও দান বৰঙণি বিছৰা নাই,,,সততাৰ লগত সদায় ভগৱান থাকে,,,,
@raunakabbas6183
@raunakabbas6183 8 месяцев назад
😂 protikhn mandıror malik thake apuni kör dunia t aşe? Bisonat hui hui 😂 bahirar jogotor kahini eku e nejane apuni Sbote😂 teneka ase sboke dhorok akol agninav ok loi e bitorko kio?😂
@rafikulali4396
@rafikulali4396 8 месяцев назад
@@raunakabbas6183 মন্দিৰৰ মালিক নাথাকে,,, মন্দিৰৰ মালিক এটাই ভগৱান,,,,, মন্দিৰৰ এখন পৰিচালনা সমিতি থাকে,,,, মই মন্দিৰৰ লগত ওতঃপ্ৰোত ভাবে জড়িত,, মই শুই আছো নে তুমি শুই আছা,,জনগনে কব
@jaansaikia9308
@jaansaikia9308 8 месяцев назад
Aito privatee mandir najane neki..atiyaa Raij jai badhaa kenekee dibo
@rashmirekhadevi80
@rashmirekhadevi80 8 месяцев назад
Apuni mohan krishna he aww🙏😂
@rafikulali4396
@rafikulali4396 8 месяцев назад
@@jaansaikia9308 কি হে ভগৱান প্ৰাইভেট মন্দিৰত থাকে,,, মাটিৰ মালিক হে থাকে,,,,অ নিজা ঘৰ বনাই ভগৱানক কেইদ কৰি ৰাখিছে,,,, এতিয়া ৰাইজে ভগৱান ৰ আৰধনা কৰিব নোৱাৰে,, আৰধনা কৰিব লৈ মালিক জনৰ অনুমতি লাগিব,,কি কলা হে ভাই
@pulinsharma8826
@pulinsharma8826 8 месяцев назад
ভক্তপ্ৰাণ ৰাইজে মন্দি ৰ ভাগলৈ যায় নিজ ইচ্ছাৰে টকা পইচা দিয়ে তাত চকু চৰহা সকলে মানুহ গৰাকীক হাৰাশাস্তি কৰিছে কিয়। মন্দিৰ ভাগত ভক্তপ্ৰাণ ৰাইজে পুজা অৰ্চনা কৰে, সেৱা লয় তাত পেচাব কৰিবলৈ অধিকাৰ কত পালে। আজি কোনোবাই বেয়া পালেও বাক স্বাধীনতা কোনে কাৰ ভঙ্গ কৰিব পাৰে।
@SaratDas-t6c
@SaratDas-t6c 8 месяцев назад
Jai agninav mandir
@RitagogoiHazarika
@RitagogoiHazarika 8 месяцев назад
জয় অগ্নি নাভ বাব মনৰ আশা পূৰণ কৰিবা
@AnilDutta-l5s
@AnilDutta-l5s 8 месяцев назад
Baba hokoluke humoti diyok
@jayantanath8121
@jayantanath8121 8 месяцев назад
TRP lage sabake Joi Agninav Baba🙏🙏
@sankarkalita4934
@sankarkalita4934 8 месяцев назад
Baba ehatak dakia dia baba tumak bitarka GE gani Tani Nisa 🙏🏾🙏🏾🙏🏾
@diptidevi4055
@diptidevi4055 8 месяцев назад
সস্তীয়া জনপ্ৰিয়তা বাবে এইবোৰে যিকোনো কাম কৰিব পাৰে।
@jaagruk.india47
@jaagruk.india47 8 месяцев назад
আমি সকলোৱে নিজৰ নিজৰ ঘৰত। জেনেকেই পাৰো মন্দিৰ বনাই ললেই হল। কিবা দান কৰিলেও নিজৰ মন্দিৰতে থাকিব
@lalitadeka7406
@lalitadeka7406 8 месяцев назад
Right nijor Paisa nijor lgte thakib
@dibyajitnath8304
@dibyajitnath8304 8 месяцев назад
বাইদেউয়ে মানুহবোৰক মাতি মাতি নিছে নেকি ? নগ'লেই হ'ল..যাৰ সমস্যা হৈছে...বিশ্বাসেই মিলয় হৰি...
@NehaMech-x8r
@NehaMech-x8r 8 месяцев назад
moi agninav mandir goisu ghrtu dekhisu tekhetor ghrtu dekhilei dhoribo pari j tekhet purona dhoni manuh ac aji kli kar ghrt nu natha k napai dei ene k manuh jnik kosto dibo manuh goraki bhut nika monor manuh ❤
@mondirachutia5925
@mondirachutia5925 8 месяцев назад
ভগৱানক জানো বিতৰ্কৰ কৰে,মানুহ বোৰ কিবা হল
@devinath6400
@devinath6400 8 месяцев назад
Jai baba agninav 🙏🙏🙏🔱🪔🌼🌺🌼
@Kapill1234
@Kapill1234 8 месяцев назад
জয় অগ্নিনাভ বাবা❤️🕉️
@Koustov-d5k
@Koustov-d5k 8 месяцев назад
Agninabh namor kunu babae nai . Moye moye. Ohm nomoh sivai. Buli kouk.
@Kapill1234
@Kapill1234 8 месяцев назад
@@Koustov-d5k হেমকোষখনত চাই লব ভালদৰে অগ্নিনাভ শিৱৰ আন এটা নাম..নজনাকৈ একো উত্তৰ নিদিব ।।
@Rijusaikia-ed3tg
@Rijusaikia-ed3tg 8 месяцев назад
বাইদেউৰ কথাবোৰ শুনি চকুপানী ওলাই গৈছে 😢
@jintumonikalita7229
@jintumonikalita7229 8 месяцев назад
Agninav baba tumk bhut bissakh kru prvu..aji tumar karone moi mur kulat ata khontan paisu...tumi bisar kra baba june emn bea ke koise...tumi jagroto hua baba....bhgnr uprt kunu nai🙏🙏🙏amar jetia bipad ahe jetia kunu fale amae rasta nthake..tetia ami bhgnk matu aru tetia hhgbne kunuba fale di holew amak khohai kore...baba tumi promn dexuai dia...jai shree agninav sibo baba 🙏🙏🙏 mur bhut khng uthe agninav babak kunubai kiba kole moi bhut ksto paw...katon babat krpat moi aji maa hbo parisu...jimn dr dexuai u moi khofol hbo para nasilu
@deepaliphukan9022
@deepaliphukan9022 8 месяцев назад
Imaan je pisot piribo nalage...❤
@RupshriBayan
@RupshriBayan 8 месяцев назад
Jay agninav baba🙏🙏🙏🍁🍁🍁
@mahimaray3101
@mahimaray3101 8 месяцев назад
Joy Agninav baba❤🙏
@Rohan_Borah
@Rohan_Borah 8 месяцев назад
Online Bhakt online bhogowan😂😂😂😂
@himendraphukan9844
@himendraphukan9844 8 месяцев назад
Jai agninav baba 🕉️🕉️🔱🔱🙏🙏🙏
@GA_assampolice_lover
@GA_assampolice_lover 8 месяцев назад
Har har Mahadev 🪔🙏
@somiransarma5574
@somiransarma5574 8 месяцев назад
Facebook mondir zindabad..
@ChumkiBora
@ChumkiBora 8 месяцев назад
মুঠতে কথা হল 500 টকা টো fix hobo নালাগিছিল।
@karabiburman1789
@karabiburman1789 8 месяцев назад
কোনো কাকো নিমন্ত্ৰণ কৰা নাই,যাৰ ইচ্ছা হৈছে তেখেত সকল গৈছে। ভগৱান শব্দৰ ওপৰত ইমান বেয়া ভাষা প্ৰয়োগ নকৰিব। অসমীয়াই অসমীয়াৰ শত্ৰ । মই যাম বুলি ভাবিছোঁ প্ৰভু।একো নাজানো মাত্ৰ ভগৱান শব্দটো কব জানো।
@shyamalhazarika4570
@shyamalhazarika4570 8 месяцев назад
Jai Baba Agninav ❤❤❤axa ase 1din moi u jam axirbad lom baba r🙏🙇🙏🙇🙏🙇
@UtpolSonowal-ir2im
@UtpolSonowal-ir2im 8 месяцев назад
Joy Ogninav baba 🙏🙏🙏 kripa kork provu
@bububania9764
@bububania9764 8 месяцев назад
Jai agnivab baba
@foodlovervlog9983
@foodlovervlog9983 8 месяцев назад
শৰাইৰ মূল্য ৫০০ টকা দি ৰছিদ সংগ্ৰহ কৰি ল'ব .. এইটো কি কথা? অগ্নিনাভ শিৱৰ নাম নহয়, আৰু আপুনি যে জাগ্ৰত বুলি কৈছে, সেইটো কেনেকৈ সম্ভৱ, না আপোনাক ধ্যান ত থকা দেখিছো, মাত্ৰ popularity পাবৰ কাৰণে ফটো share kora dekhisu
@moonsagarbarman3617
@moonsagarbarman3617 8 месяцев назад
Jai baba Agninav 🙏, baba namot sadai agosi saki jolao , Mahadev oparot sadai bisakh ase mor monor asha baba puran koribo, aru sikha baai kako jor kori mota nai kunobai kiba bisakh kori goise tat eman kihar eman bitark, manuhe ji dise tak teu loise kako jor kora nai, bhagwanr namot eman kio bitarka ,
@hemantahaloi9968
@hemantahaloi9968 8 месяцев назад
jay baba agninv baba
@dipjyotibasumatary493
@dipjyotibasumatary493 8 месяцев назад
Jai agninav baba ki jay . Baidyu apuni apunar kam kori takok baylygor kotha huni lav nai .anyo ajir manuhor manobota hayrai gol kynykoi manuhok bipodot pylabo paru haituhy bisari thaky .anyo anor unoti aru anok dykibo nowary kam nai. apuni nijor kam kori jaok sinta kori lav nai .joi agninav baba moio goi asu tumar soronot adin dhoribo ❤❤❤❤ manuhor taty anay vir howa nai .fol powa baby aru bisak kora baby hy taty goisy .jar bisak nai goi lav nai aru any abul tabul boki lav nai val nalagy
@babuldas4341
@babuldas4341 8 месяцев назад
বিতৰ্ক কৰা ভাল নে, এই হল আমাৰ মানো । ভগৱানে বিচাৰ কৰিব
@ritachutiasaikia468
@ritachutiasaikia468 8 месяцев назад
Babai hakalu bisar kariba. Joy Agninav Baba.
@jayamoniborah3928
@jayamoniborah3928 8 месяцев назад
Baideu apuni hudho kotha koise..apuni hodai hoitot thakok..june aibur krise. Vogobane adin holeu eyar bisa kribo..Jai Agninav Baba r Jai🙏🙏
Далее