Лучшее на RU-vid
Кино
Авто/Мото
Видеоклипы
Животные
Спорт
Игры
Приколы
Развлечения
Хобби
Наука
Авторизоваться
Зарегистрироваться
এক শৰণ নাম ধৰ্ম কি ?
22:12
ৰিজু পাঠক মহন্ত দেৱৰ ভাগৱত বাখ্যা | কানাইঘাট নামঘৰ নুমলিগড়
26:16
ПРЯМОЙ ЭФИР. Золотой мяч France Football 2024
4:41:06
Ани Лорак круто перепела Уитни Хьюстон на МУЗЛОФТЕ😍
00:57
«Не надо на меня орать!»🤬 #КХЛ #судьи #Ротенберг
00:22
REAL MADRID 0 - 4 FC BARCELONA | RESUMEN LALIGA EA SPORTS
03:35
ভাগৱত আৰু গীতাৰ আচৰিত ৰহস্য। গুপুত ৰহস্য নেজানিলে নহয় ভক্তি।
Updesh Mala
Подписаться 2,8 тыс.
Просмотров 814
50%
1
Видео
Поделиться
Скачать
Добавить в
Опубликовано:
29 окт 2024
Поделиться:
Ссылка:
Скачать:
Готовим ссылку...
Добавить в:
Мой плейлист
Посмотреть позже
Комментарии :
28
@ProbinaSonowal-h3t
21 день назад
আপোনাৰ ব্যাখ্যা সম্পূৰ্ণ শুদ্ধ। প্ৰকৃত জ্ঞানিক ইমান প্ৰমানৰ প্ৰয়োজনৰ নাই। নাজানি কৰা ভূলতকৈ জানি কৰা ভুল মহা পাপ। আপোনি ইমান সুন্দৰকৈ প্ৰতিটো ভাগৱতৰ শ্লোক প্ৰমান দেখাই দি আছে,।বুজাই আছে। বুজিও ভাও ধৰা জন মহা পাতকী। আপোনাৰ ব্যাখ্যা অতি সুন্দৰ। আপোনি ধন্য। আপোনি সত্য
@LakhiboraLakhibora-b3i
День назад
🕉🙏🕉🙏🕉🙏 apunar sri sornt koti koti koti hewa jonalu 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤
@BodhenBorah
21 день назад
সুন্দৰ বাখ্যা ৷ সময়োপযোগী তথ্য ৷ আগবাঢ়ি যাওঁক ৷ মহাদেৱে আৰু কৃপা কৰক ৷ জয় জগত গুৰু আদি গুৰু শিৱ শংকৰ ৷ হৰ হৰ মহাদেৱ |
@updeshmala2737
21 день назад
@@BodhenBorah হৰ হৰ মহাদেৱ
@JayramKoch-t4v
21 день назад
হৰহৰমহাদেৱ
@updeshmala2737
21 день назад
@@JayramKoch-t4v হৰ হৰ মহাদেৱ
@BhupenBora-o1t
21 день назад
সুন্দৰ ব্যাখ্যা আৰু পৰামৰ্শ।
@bkjoba69
8 дней назад
Sastra kotha,Gita Gyan .
@DilipSaikia-e7p
21 день назад
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
@DebojitBori-nq9xg
21 день назад
Bap apuni bohut bhal Kam korisa
@ananaborah5479
21 день назад
অতি সত্য সত্য সত্য
@kalpanarabha4424
21 день назад
Krishna Krishna 🙏🙏❤️ om namah shivay 🌺🌻 apunar kothai hoito manisu prabhu...
@SunilSunilGogoi-re5sl
21 день назад
সুন্দৰ,
@himanshudutta609
21 день назад
ji nokore dhyan hi kore hokoluke mlan, aya mur experience.
@sunalideka1524
21 день назад
পিথিৱীত ্অগিয়ানী সংখয়া বেছি অতীতৰ. পৰা দেখাযায়।
@updeshmala2737
21 день назад
@@sunalideka1524 প্ৰজাপতি দক্ষৰ দৰে নহয়নে ?
@UrmilaBorah-ck1pd
21 день назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@himanshudutta609
21 день назад
baap krishna name haar bula kothakar too sankar-madhavor dinor para soli ahise.
@sunalideka1524
21 день назад
সমস্ত বেদৰ সাৰ মহাভাগৱত ।
@IndraKantaLaskar-g1c
21 день назад
তুমি আমি যদি দুয়ো জনা সখী বৈকুন্থক ৰং গে যাওঁ। কেন মতে ন ৰে ভ ক তি প্ৰচাৰে। কিম তে পূজাক পাওঁ।। আঁকে জানি সখী স ন্তা প পাহৰি ।ব সি য়া চিন্তি বা মোক। মোহো ৰ চৰিত্ৰ নাম গুণ যশ কী ৰ্তন ত পায়বা মোক।।ঊৰ্ধবক কৈছিল বৈকুণ্ঠ প্ৰয়াণৰ আগত প্ৰশ্নোত্তৰ ত।। ন বিধ ভক্তিৰ শ্ৰৱণ কী ৰ্তন্ন।।সখী মই।যোৱাৰ লগে লগে অন্যায় অত্যাচাৰ কটা মৰা ভ্ৰস্তা চাৰ আদি হব।গতিকে মোৰ ব্বাংগময়ী শক্তি ৰূপে অন্তৰ্নিহিত হৈ থাকিম।যেতিয়াই কী ৰ্তন পাঠ কৰিব মই সেই ভক্ত সকলক কৃপা কৰিম।পাপ সমস্ত দুৰিভ্ত কৰিম অদৃশ্য ভাৱে।।গতিকে প্ৰথম তিনি চাৰি পৃষ্ঠাত ভাগ বত ত ভ ক তে ল ৱয় য ত গুণ নাম চয়। তাৰ মালা গাঁঠিযা পিন্ধত কৃপময়।।শ্ৰৱণ কী ৰ্ত ন ক মূল অৰ্থ নাম এই কথা অজ্ঞ তাৰ হেতু তে জী বুজয় আন।।গতিকে মাধৱ গুৰুৰ চুৰা ন্ত সিদ্ধান্ত।শ্ৰৱণ কৈ ৰ্তন ধৰ্ম যাৰ। প্ৰ নাম।। ঔ ম্ ইনাৰায়নম ন ম স্তো তে নমো নমঃ।।ভাগৱত বাখ্যা চা জ্য অসম বৈদিক বৈষ্ণৱ মহা সভা আৰু অসম স ত্ৰ মহাসভা।।
@asomiaasom6008
21 день назад
তোৰ অসম বৈদিক মহাসভা আৰু অসম সত্ৰ মহাসভা কি বস্তু? ৰাজনৈকি দলনে কি ? তোৰ অসম বৈদিক মহাসভা আৰু অসম সত্ৰ মহাসভাৰ কাম কি কাক প্ৰতিনিধিত্ব কৰে ?তোৰ অসম বৈদিক মহাসভা আৰু অসম সত্ৰ মহা সভা কি কত কিয় বিখ্যাত জনাবাচোন ? সনাতন বেদধৰ্মত বেদ বিহিত ঈশ্বৰ দেৱ দেৱীৰ তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত কৰ্ম ভক্তি আৰাধনাক বাদ দি বৈদিক মহা সভা কেতিয়াও নহয় ।অসমত প্ৰথম আনুস্থানিক সত্ৰৰ স্থাপক ৰূপকাৰ সত্ৰৰজনক মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱ ।মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱে অসমত বহু দিক গুণ বৈশিষ্টযুক্ত সত্ৰ পাটবাউসী সত্ৰ স্থাপন কৰি বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰবৰ্তন প্ৰচাৰ কৰিছিল সত্ৰ পাতি ।তোৰ অসম সত্ৰ মহাসভাই সত্ৰ প্ৰতিস্থাপক সত্ৰৰ ৰূপকাৰ সত্ৰৰ জনক গুৰু দেৱ দামোদৰদেৱক জানেনে মানেনে স্বীকাৰ কৰেনে ?সত্ৰৰ সৃষ্ট সত্ৰৰ ৰূপকাৰ সত্ৰৰজনক মহাপুৰুষ দেৱ দামোদৰদেৱ গুৰুৰ সত্ৰ অসমত ২৮৮ খন আছে এই ২৮৮ ঐতিহাসিক সত্ৰ তোৰ অসম সত্ৰ মহাসভাত আছেনে যদি নাই তোৰ অসম সত্ৰ মহাসভা হয় ৰাজনৈতিক দল নহয় কেইজনমান ব্যক্তিৰ গেং দল হব ।কি হয় জনাবা ।
@updeshmala2737
20 дней назад
@@IndraKantaLaskar-g1c সৰ্ব প্ৰথম আপোনাৰ ভাগৱতত উল্লেখ কৰা তত্ত্ব সমূহ পূৰ্ণ সিদ্ধান্ত নহয়। আপোনাৰ ভাগৱতত ভেজাল আছে। প্ৰমাণিত কৰিব লাগে যদি আহিব মোৰ ওচৰত সমস্ত পুৰাণৰ উপদেশক বিকৃত কৰি অৱতাৰি কৃষ্ণক শ্ৰেষ্ঠ সজাবলৈ চেষ্টা কৰা গ্ৰন্হ।লগতে মূল সংস্কৃত শ্লোকৰ উপদেশৰ লগত আপোনাৰ ভাগৱতৰ উপদেশ মিল নপৰে। আপুনি লিখা পদ সমূহে সত্য প্ৰমাণিত কৰিব নোৱাৰে। আমাৰ সনাতন ধৰ্মৰ পুৰাণ তত্ত্বৰ লগত আপোনাৰ সকলো শাস্ত্ৰই আঠুকাঢ়ি পৰিব। কাৰণ কৃষ্ণ ধৰ্ম পোন্ধৰ শ শতিকাৰ পৰাহে আৰম্ভ। তাৰ আগত কৃষ্ণ এজন উত্তম পুৰুষ ৰুপে অভিহিত আছিল। পোন্ধৰ শ শতিকাত পুৰাণৰ তত্ত্বক বিকৃত কৰি কৃষ্ণক পৰমেশ্বৰ সজাই মানৱ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰি আহিছে। প্ৰমাণ লাগে যদি আঁহক।
@biswajitbaruah3564
21 день назад
Kam nai aru
@updeshmala2737
21 день назад
পাপী সবৰ কাম বহু আছে।
@BodhenBorah
21 день назад
@@biswajitbaruah3564 আপুনি কাম এটা দিয়ক ৷
@baniktchutia2259
21 день назад
Oi murkha kak Kam nai buli koiso.aijon kun najano murkha.mahadevar bhattak Ane bibahar.hakti asse jodu bhagobot kritan loi mur ussorat 30minit ahak.papibur hekh hoboloi besi din nai.
@biswajitbaruah3564
21 день назад
@@baniktchutia2259 oi jadha murkha tur dekhun eke bare kam nai.
Далее
22:12
এক শৰণ নাম ধৰ্ম কি ?
Просмотров 2,9 тыс.
26:16
ৰিজু পাঠক মহন্ত দেৱৰ ভাগৱত বাখ্যা | কানাইঘাট নামঘৰ নুমলিগড়
Просмотров 3,8 тыс.
4:41:06
ПРЯМОЙ ЭФИР. Золотой мяч France Football 2024
Просмотров 2,8 млн
00:57
Ани Лорак круто перепела Уитни Хьюстон на МУЗЛОФТЕ😍
Просмотров 820 тыс.
00:22
«Не надо на меня орать!»🤬 #КХЛ #судьи #Ротенберг
Просмотров 257 тыс.
03:35
REAL MADRID 0 - 4 FC BARCELONA | RESUMEN LALIGA EA SPORTS
Просмотров 14 млн
30:01
এবার অর্থ বুঝে,হৃদয়ে উপলব্ধি করে মাকালির চরণে পুষ্পাঞ্জলি দিন , ভুল মন্ত্র বলে পাপ আর কতদিন করবেন?
Просмотров 11 тыс.
40:53
শনিবাৰে আৰু মংগলবাৰে দাড়ি নখ আৰু চুলি কাটিব লাগে নে নালাগে || চন্দন কোঁৱৰ|| @bhaktirsagor
Просмотров 17 тыс.
45:56
ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- ৰিজু পাঠক মহন্ত | Bhagwat Bakhya | Riju Pathak Mahanta | দেওতোলা
Просмотров 63 тыс.
32:56
কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ একবিংশতিতম দ্বি-বার্ষিক অধিবেশনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি।।
Просмотров 3,5 тыс.
28:54
নাম-অপৰাধ। কি কি ক্ষেত্ৰত নাম অপৰাধ ঘটে ? প্ৰভৃতি...।
Просмотров 82 тыс.
14:37
👿 অন্য দেৱী দেৱ নকৰিবা সেৱ ৷৷ কিয় ?? দেৱতা সকলে কি চক্ৰান্ত কৰিলে !! ভাগৱতৰ জ্ঞান ৷
Просмотров 62 тыс.
28:22
কি কি প্ৰশ্নৰ উত্থাপন হৈছিল বিশ্বনাথত @জ্যোতিময়Jyotimoy
Просмотров 22 тыс.
1:25:23
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত যোৰহাটৰ খঙিয়া বৰ নামঘৰত - ৰণ্টু শইকীয়া।
Просмотров 9 тыс.
50:20
অন্য দেৱী-দেৱ নকৰিবা সেৱ। ইয়াৰ পাৰমথিক দৰ্শন। ব্যাখ্যা কাৰ অনিল তাঁতী বাপ।।
Просмотров 30 тыс.
56:02
ঈশ্বৰ, নাম আৰু ভকতৰ মাজত কোন শ্ৰেষ্ঠ || চন্দন কোঁৱৰ||ভাগৱত ব্যাখ্যা||bhagawat path||@bhaktirsagor
Просмотров 12 тыс.
4:41:06
ПРЯМОЙ ЭФИР. Золотой мяч France Football 2024
Просмотров 2,8 млн