আজি সু সন্তানৰ অভাৱত সমাজ দেশৰ এই গতি ,সু সন্তান লাভৰ কাৰণে আই সকল ধৰ্মশীলা হব লাগিব ,মাটি যিমান উৰ্বৰ হয় বীজু সিমানে সুন্দৰ হয় ,মা মানে মাটি ,আজি মহাপুৰুষ সকল জন্ম লবলৈ তেনে মা পোৱা নাই ,এৰোপেলেন পৰিবলৈ যেনেকৈ এয়াৰ পত লাগে ভাল আত্মা আহিবলৈয়ো ভাল শুদ্ধ মা লাগিব , মা সকল নাজাগিলে যিমান শিক্ষিত হক যিমান সমাজ দেশ মঙ্গল বিচাৰক একো নহব
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সকল সেৱা 🙏 আপোনালোকৰ ভক্তি মূলক ব্ৰাখা শুনি বহুত ভাল লাগিল কিন্তু এটা কথা জানিব পাৰি চাগে এই যে ৮টা পহৰ কথা কৈছে আমাৰ গিহস্তি সংসাৰ চিষ্টি কৰা কথা যে ৰাতি প্ৰহৰ ৪প্ৰহৰ ভাল বুলি সেটো সঁচা কথা এই যে আপোনালোকৰ বৈকুণ্ঠ যি সকল উঠি অহা কন কণ শিশু সকল আছে তেৰা সৱে জানিব লগীয়া নেকি আমি জানিব বিচাৰিছোঁ হয়টো আমাৰ জানিব লগীয়াত ভুল হব পাৰে আমাক নিজৰ বুলি ভুল শুধৰাই দিয়ে যেন কৃষ্ণ কৃষ্ণ কৃষ্ণ