Тёмный

ভাগৱত পাঠ ও ব্যাখ্যা | মন্দিৰা ভৰালী বৰা | Bhagwat Bakhya | Mandira Bharali Bora | বিহপুৰীয়া 

Kalindee Bhomora
Подписаться 45 тыс.
Просмотров 4,1 тыс.
50% 1

Опубликовано:

 

27 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 20   
@sakuntaladevi2075
@sakuntaladevi2075 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️
@gitalineog930
@gitalineog930 3 месяца назад
Krishna pranam Krishna Krishna 🙏🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏
@kabitakk5245
@kabitakk5245 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 সুন্দৰ বাখ্যা আই 🙏🙏আপোনাক বহুত ধন্যবাদ🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ ♥️🙏
@ankitrajsaikia3741
@ankitrajsaikia3741 3 месяца назад
🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ ♥️🙏
@pallabikagohain5720
@pallabikagohain5720 3 месяца назад
কৃষ্ণ কৃষ্ণ আই সেৱা জনালোঁ কৃষ্ণ 🙏🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ ♥️🙏
@asomiaasom6008
@asomiaasom6008 3 месяца назад
মন্দিৰা ভৰালী তই পাগলী হলা নেকি ?তই যে কৈছা লোকে জীয়াই থকা পিতৃ মাতৃক শ্ৰদ্ধা নকৰি মৰাৰ পিছত শ্ৰাদ্ধ কৰি শ্ৰদ্ধা ভক্তি কৰা বুলিছা তই সকওো লোকৰ অন্তৰত সোমাই চাইছা নেকি যে লোক সকলে জীয়াই থকা কালত পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি নকৰি মৃত্যুৰ পিছতহে শ্ৰদ্ধা ভক্তি পিণ্ড দিয়ে বুলি তোৰ মুৰৰ বিকৃতি ঘটিছে যদি মানসিক সিকিসালয়ত সিকিৎসা কৰা মন্দিৰা ভৰালী ।তোৰ মুৰৰ বিকৃতি ঘটিছে কাৰণে তই আন লোকক জীৱিত পিতৃ মাতৃক নভজি মৃত পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰা দেখিছা ।মতিভ্ৰম পাগলী মন্দিৰা ভৰালী মানুহক অপমান নকৰিবা ।মানুহক অপমান কৰি দুঃখ দি অপমান কৰাৰ দুঃসাহস নকৰিবা ৰৌ ৰৌ নৰকত পৰিবি ।বেদ ঈশ্বৰৰ বাণী বুলি কৈছে ঈশ্বৰে আৰু সকলো শাস্ত্ৰই ।বেদে দেহ ত্যাগ কৰা পিতৃ মাতৃৰ বিদেহ আত্মাক শ্ৰদ্ধা ভক্তি কৰিব দিছে ।জীয়া মানুহক শ্ৰাদ্ধ কৰি পিণ্ড দিয়াৰ ব্যৱস্থা ঈশ্বৰ বেদ পুৰাণ ঋষি মুনি শাস্ত্ৰই বিহিত ব্যৱস্থা কৰিছে নেকি?।জীয়া লোকৰ পিণ্ড শ্ৰাদ্ধ কৰিবলৈ ঈশ্বৰ বেদ শাস্ত্ৰই দিয়া নাই ।মতিভ্ৰম চয়তানী মন্দিৰা ভৰালী তই কি পাগলামী ভণ্ডামী কথা কৈ আছা পিতৃ মাতৃক সন্তানে ভৰণ পোষণ লালন পালন কৰা নাই যদি কি কৰিছে ?মন্দিৰা ভৰালী তোৰ ঘৰত তোৰ পিতৃ মাতৃক ভোৰণ পোষণ লালন পালন নকৰে নেকি বা কৰা নাছিল নেকি ?তোৰ ঘৰত বংসত জীৱিত পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰি ভোৰণ পোষণ লালন পালন কৰাৰ নীতি নিয়ম আদৰ্শ নাইনেকি সেই কাৰণে আন মানুহকো তঁহতৰ আদৰ্শৰ অশ্ৰদ্ধা কৰা বুলি ভাবিছা ? মন্দিৰা ভৰালী তই যি জন শংকৰ মাধৱক গুৰু ভজি হিটাহিত জ্ঞান হেৰুৱাই বেদ শাস্ত্ৰ ঈশ্বৰ মানৱ সমাজৰ বিৰুদ্ধাচৰণ কৰি ভুল উিকৃত অপব্যাখ্যা দুৰাচাৰ পাষণ্ডামী ভণ্ডামী পাগলামী কৰি আছা তই সেই গুৰু শংকৰ মাধৱে তিৰোতাক শৰণ দিয়াই নাছিল ।শংকৰ মাধৱে তিৰোতাক শৰণ দিয়াটো নাছিলে আনকি শংকৰ মাধৱৰ নামঘৰ থানত কীৰ্তনঘৰত তিৰোতাৰ প্ৰবেশেই নিষিদ্ধ আছিল ।যি গুৰু শংকৰ মাধৱে তিৰোতাক শৰণ দিয়া নাছিল তই কাৰ পৰা শৰণ লৈ বলীয়া হলা মন্দিৰা ভৰালী ? গুৰু শংকৰদেৱে নাৰীক শৰণ দিয়া নাছিল যিহেতু তই শংকৰ মাধৱৰ শৰণীয়া শিষ্য হলা কেনেকৈ ?মন্দিৰা ভৰালী তই গুৰু শংকৰদেৱ মাধৱদেৱক প্ৰকৃততে ভজনীয়া গুৰু বুলি মানি শ্ৰদ্ধা ভক্তি কৰানে ?তই গুৰু বুলি ভজা শংকৰদেৱ মাধৱদেৱে মৃত পিতৃ মাতৃৰ বেদৰ বিহিত বিধান মতে ব্ৰাহ্মণৰ জৰিয়তে শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন কৰিছিল ।যি গুৰু শংকৰ মাধৱে পিতৃ মাতৃৰ শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন কৰিছিল সেই জন গুৰুৰ শিষ্য বুলি জাহিৰ কৰি শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডনৰ বিৰোধ কৰি সমাজত ভ্ৰষ্টাচাৰ দুৰাচাৰ কৰি সমাজত বিভেদ অনৈক্যৰে কলুসিত কৰাৰ প্ৰয়াস কৰি আছা তই ধাৰ্মীক শৰণীয়া শিষ্য নোহোৱা কাৰণ গুৰু শংকৰদেৱে নাৰীক শৰণ দিয়া নাছিল গতিকে তই চয়তানী ভণ্ড দুৰাচাৰীনী । তই শাস্ত্ৰৰ অৰ্থ তত্ব ঈশ্বৰৰ মহিমা একো নাজানা ।মন্দিৰা ভৰালী তই যে ঈশ্বৰ ঋষি মুনি বেদ পুৰাণ শাস্ত্ৰক ভুল ধৰি বিৰোধ কৰি পিতৃ মাতৃৰ শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডনৰ ঘোৰ বিৰোধ কৰি আছা তই যে কোপালত ৰঙা ফোট লৈ আছা সেই ৰঙা সেন্দুৰৰ ফোটতোও বৈদিক কালৰে বেদৰ ঋষি মুনিৰ শাস্ত্ৰৰ বিহিত বিধান সেই ফোট পৰিধান কৰিছা কিয় তই ? বেদ শাস্ত্ৰ ঋষি মুনিৰ সমাজৰ নিয়ম কোপালত সেন্দুৰৰ ফোট লোৱা ত্যাগ কৰি তই ফোটৰ বিৰোধ কৰা নাই কিয় তই মানি আছা কিয় ? জীৱৰ মৰন নাই দেহৰে নাশ হয় সেয়ে বিদেহ আত্মাক শ্ৰদ্ধা ভক্তি কৰিব লাগে যেনেকৈ জীয়াই থাকোতে কৰিছিল তেনেকৈ ।বেদৰ বিহিত বিধান মতে মৃতকৰ শ্ৰাদ্ধ পিণ্ড দান ব্ৰত কৰোতে ঈশ্বৰক প্ৰাৰ্থনা কৰি ঈশ্বৰৰ নাম মন্ত্ৰ গাইহে কৰা হয় ।প্ৰতিটো বেদমন্ত্ৰত ঈশ্বৰৰে নাম গুণ স্তুতি আছে ।ঈশ্বৰৰ নামত স্তুতি প্ৰাৰ্থনা ভক্তি যুক্ত বেদমন্ত্ৰ গাই ঈশ্বৰ বিহিত বিধানেৰে শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন কৰা হয় ।কাহিনীযুক্ত ভাগৱততে ঈশ্বৰ নাম নাই বেদমন্ত্ৰতো ঈশ্বৰৰ নাম আছে ।বেদমন্ত্ৰ আদিৰে সত্যযুগৰে ভাগৱত কলিযুগৰ আৰম্ভনিৰহে ৰচিত ।
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏🙏♥️🙏
@rajudutta6401
@rajudutta6401 3 месяца назад
পঞ্চপাপৰ বাবে পঞ্চ ঋণ‌ নহয় ।পঞ্চৃ ঋণৰ পৰা মুক্ত হবলৈহে পঞ্চযজ্ঞ কৰে ।"ভকতি বিহীন যত‌ পুত্ৰ আছে জগতত ‌উপজিলে লাগে ‌পঞ্চ ঋণ.....।" সকলো জীৱই ভক্তিহীন হৈয়েই জন্ম গ্ৰহণ কৰে । প্ৰথমতে আৰু শিকিবলৈ চেষ্টা কৰক আই ।
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏
@indronilsaikia8611
@indronilsaikia8611 3 месяца назад
এইগৰাকী পাগল এ হল। ধৰ্ম ই মূৰত ধৰিলে যেন পাও।।
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏
@DipaMoran-kk7gw
@DipaMoran-kk7gw 3 месяца назад
🙏🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ ♥️🙏
@pallabikagohain5720
@pallabikagohain5720 3 месяца назад
কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏
@kalindeebhomora6395
@kalindeebhomora6395 3 месяца назад
কৃষ্ণ কৃষ্ণ ♥️🙏
Далее
Brilliant Budget-Friendly Tips for Car Painting!
00:28
Inside Out 2: BABY JOY VS SHIN SONIC 4
00:16
Просмотров 2,4 млн