#assamese #short
#film #youtube #viral #video #dimpubaruah
#pakhirajbongshi #monujbhai #utpal4x
#assamesevideo #lovestory #viral #video #monornijan #bhalpau
#assameselovestory
নমস্কাৰ গ্ৰহণ কৰিব 🙏
পোন প্ৰথমে সকলোকে "মনৰ নিজান"ৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
মনৰ নিজান ত আপোনালোকে উপভোগ কৰা "ভাল পাওঁ" ছবিখন, আমাৰ প্ৰথমখন ছুটি ছবি। এই ছবিখনত আমাৰ হয়তো ক'ৰবাত কিবা লোৱাৰ পৰা থোৱা লৈকে ভুল ভান্তি হ'ব পাৰে তাৰ বাবে আমি মনৰ নিজান পৰিয়ালৰ তৰফৰ পৰা ক্ষমা বিচাৰিছোঁ 🙏 আপোনালোকৰ নিজৰে বাই-ভনী, ভাই-ককাই বুলি ক্ষমা কৰি আমাক ভুল সমুহ আঙুলিয়াই দি আমাক মৰমেৰে আদৰি লৈ, দুখোজ আগুৱাই যোৱাত সহায় কৰে যেন। এয়াই সকলোৰে ওচৰত "মনৰ নিজান" পৰিয়ালৰ কাতৰ অনুৰোধ 🙏।।।
আমাৰ ছবিখনৰ লগত জড়িত ব্যক্তি সকলৰ পৰিচয়।
পৰিচয়:
~~~~~~~~
Script writer: utjjal nath
Camera: pranab boruah
Editor: pranab boruah
Music: utjjal nath
Direction: priyanshu kalita, sabriti bora
Acting: utjjal nath, pikumoni Das, tulika Devi, sikha moni bora, sabriti bora
Song : tanmay sakia & dhruba basumatary
Humming : Zubeen Garg
Breakround music: someone
(Thank you)ধন্যবাদ ❤️
..........জয় আই অসম...........
..........জয় মনৰ নিজান.........
23 авг 2024