মাছ আৰু TRPএ গৰম কৰিছে কলিয়াবৰৰ ৰাজনীতি। গৌৰৱ গগৈক একুৰিয়ামৰ মাছৰ সৈতে তুলনা কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই। ইফালে মাছৰ ওপৰত গৱেষণা কৰিবলৈ গৌৰৱ গগৈক বিদেশলৈ পঠিওৱা হ’ব বুলি বিধায়িকা আঙুৰলতাই কৰা মন্তব্যৰ পিছত মুখ খুলিছে গৌৰৱ গগৈয়ে।
Watch to know more:
21 авг 2024