Тёмный
No video :(

মাজুলীত কোনে সিঁচিব বিচাৰিছে বিভেদৰ বীজ? ড০ পীতাম্বৰ দেৱ গোস্বামী EXCLUSIVE 

DA News Plus
Подписаться 325 тыс.
Просмотров 37 тыс.
50% 1

Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ da-news-plus-106862991...
Koo app- www.kooapp.com...

Опубликовано:

 

19 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 47   
@gautamdutta340
@gautamdutta340 Год назад
প্ৰভুজনাৰ কথাবোৰ বৰ ভাল লাগে...... প্ৰভু জনালৈ সেৱাহে🙏
@gariyoshi1253
@gariyoshi1253 2 года назад
প্ৰভু জনাৰ ভক্তিত কথাবোৰ শুনিলে শুনি থাকিবৰ মন যায়।
@duttaanima8391
@duttaanima8391 7 месяцев назад
B hut val lagil. Apunlukor battalap. Saii.
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 Год назад
ইমান কৈ শুনিছোঁ, পীতাম্বৰ গোস্বামী বাপ জনাৰ মুখত, শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাক 'গুৰু' বুলি উচ্চাৰণ নকৰিলে ! 2য় গুৰু শ্ৰীশ্ৰীমাধৱ দেৱকো বৰকৈ গুৰুত্ব দিয়া নেদেখিলোঁ। যি দুজনা গুৰুৰ কৃপাতে আমি শ্ৰীমৎভাগৱত, কীৰ্ত্তন, গুণমালা, ৰত্নাৱলী, নামঘোষা, নাট, ভাওনা, বৃন্দাৱনী ব্রষ্ট, নাম-ঘৰ, মণিকূট, তাল খোল, মৃদং, আদি দেৱবাদ্য পালোঁ ! এষাৰ কথাও উনুকিয়াই নিদিলে, কেৱল মহা পুৰুষ, মহাপুৰুষ বুলিহে উচ্চাৰণ কৰিলে। কিন্তু, আমি জনমে জনমে আহিও গুৰু দুজনাৰ ঋণ পৰিশোধ কৰিব নোৱাৰো। আমাৰ দুখঃ লাগে এনে পৰমগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ -- আৰু বঢ়াৰ পো' মাধৱদেৱক একাষৰীয়া কৰাৰ বাবে ! সেয়েহে - শ্ৰীশ্ৰীমাধৱ পুৰুষে নামঘোষাৰ মধ্যে কৈ গৈছে -- ......"গুৰু বোলায় ফুৰয় লোকৰ মাজে মান্য সৎকাৰ খুজি লয়" .!
@asomiaasom6008
@asomiaasom6008 Год назад
শংকৰদেৱ মাধৱদেৱৰহে অকল অৰিহনা অবদানৰ কথা কৈছে একপক্ষীয় ভাবে ।অসমত প্ৰথম সত্ৰৰ স্ৰষ্টা ৰূপকাৰ সত্ৰৰ জনক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক প্ৰচাৰক গুৰু দেৱ দামোদৰদেৱ ।গুৰু দেৱ দামোদৰদেৱৰ সু পৰিকল্পনাত পাঁচজন আচাৰ্য ,বাৰ জন মহন্ত নিয়োগ কৰি অসমৰ চাৰিওফালে চুকে কোণে বলিবিধান যুক্ত শাক্তধৰ্মী লোকক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মত শৰণ দীক্ষা দি চাৰি ভাগৰ তিনি ভাগ লোকক বৈষ্ণৱ কৰিছিল আৰু গুৰু দেৱ দামোদৰদেৱৰ আজ্ঞাত প্ৰপন্ন শিষ্য ভট্টদেৱক আজ্ঞা দি কথাত কথাভাগৱত ,কথা গীতা ,কথা ভক্তি ৰত্নাৱলী লিখাই এচিয়া মহাদেশত প্ৰথমজন গদ্যসাহিত্যৰ জনক ৰূপে খ্যাতি ৰাখিলে ।
@rajibsharma6751
@rajibsharma6751 11 месяцев назад
Damodor debiar pora besi asa koribo noari.
@rajibsharma6751
@rajibsharma6751 11 месяцев назад
​@@asomiaasom6008damodor r sun ajiloike kuno kitap potrot kiba orihona thoka buli nepalo .
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 3 месяца назад
​@@asomiaasom6008namgoa aboidik bostu ,aponaloke vedor nam mukhot nolobo kela , pinda nai vhuli nakate choa kela
@asomiaasom6008
@asomiaasom6008 2 месяца назад
​@@rajibsharma6751দামোদৰদেৱীয়াই অসমৰ ৬২% তকৈ অধিক ধৰ্মীয় লোক ।দামোদৰদেৱীয়া সকলেই প্ৰকৃত সনাতন বৈদিক ধৰ্ম বৰ্তাই ৰাখিছে অসমত ।বাকীসকলে ঈশ্বৰৰ বাণী বেদক ,বিষ্ণুক ,ৰামক কৃষ্ণক গীতাক অবজ্ঞা হেয়জ্ঞান কৰি ভ্ৰষ্টধৰ্ম কৰি আছে ।
@aparajitatamuli7273
@aparajitatamuli7273 Год назад
🙏 কৃষ্ণ 🙏 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 🙏
@mantudas3746
@mantudas3746 Год назад
মাজুলীৰ বাসি ৰাইজক কাতৰ অনুৰোধ কৰি কও যে মজুলীত অনা অসমীয়াক মাটি বাৰি বেচা কিনা অন্য বেপাৰ বনিজ বা নিগাজিকৈ বসবাস কৰিবলৈ দিব নালাগে । কেনেবাকৈ যদি মাজুলীত আন থাইৰ মানুহে থাকিবলৈ লয় তেতিয়া মজুলীলৈ অশান্ততি আহিব ।
@dadugogoi5548
@dadugogoi5548 2 месяца назад
সুন্দৰ। প্ৰভু । আশীৰ্বাদ কৰিব। 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@abhigyanborahanuhazarika167
Bohutbhallagil🙏🙏🙏🙏🙏👣🙏🙏🙏🙏🙏
@nirubordoloi4088
@nirubordoloi4088 7 месяцев назад
পভুজনাৰ কথা বিলাক শুনি বহুত ভাল লাগিল । ধন্যবাদ
@PubmuraniamguriNAMGHAR
@PubmuraniamguriNAMGHAR Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Год назад
Xundor uposthapon aru poribeshon. Satradhikar provu gorakiloi sewa aru pronam jonaloo
@anantakolita2979
@anantakolita2979 Год назад
প্ৰভুৰ শ্ৰীচৰণত সেৱা জানাইছো 🙏🙏🙏
@prasannabora7644
@prasannabora7644 Месяц назад
Val lagil
@bulurajkhowa5848
@bulurajkhowa5848 2 года назад
Bhout val khota janilu val lagil
@poresh660
@poresh660 5 месяцев назад
সুন্দৰ লাগিল 🙏
@bhupendas3078
@bhupendas3078 7 месяцев назад
Very nice reporting 🙏🙏 thanks
@jaanmonichetia2503
@jaanmonichetia2503 2 года назад
🙏🙏🙏🙏
@krishnakakaty2624
@krishnakakaty2624 Год назад
Pronam. Provi
@putulsaikia2074
@putulsaikia2074 Год назад
💞💞💞💞
@jagadishrabha3672
@jagadishrabha3672 2 года назад
🙏🙏🙏🌷🌷
@dineshgogoi1781
@dineshgogoi1781 2 года назад
Bahut val 2 katha janiba parilu. Dhanyabad.
@hrittiksaikia4089
@hrittiksaikia4089 Год назад
Krishno
@rinagogoi1795
@rinagogoi1795 5 месяцев назад
Iswar prabhu janaloi bhakti bhara sewar janalu
@bijoyaveryniceborah8304
@bijoyaveryniceborah8304 2 года назад
🌹🌹🙏🙏🙏🙏
@parthagogoi5293
@parthagogoi5293 4 месяца назад
Krishna prabhu
@user-ml5eb4hq8q
@user-ml5eb4hq8q Год назад
গুৰুজনালৈইয়াৰপৰাই সেৱাজনাইছো।নাথ লখিমপুৰ।এচাৰিখনা।
@akhilgogoi1869
@akhilgogoi1869 Год назад
Krishna Krishna bhal lagil.
@kalpanadas4409
@kalpanadas4409 5 месяцев назад
Krishna Makhan 🙏🙏🙏🙏🙏👣🙏🙏
@muninoza4944
@muninoza4944 Год назад
জয় গুৰু শঙ্কৰ
@pradipsarma6762
@pradipsarma6762 Год назад
Satradhikar Pravu Iswar, seva grahan koribo, Ram Krishna.
@sanahigogoi381
@sanahigogoi381 8 месяцев назад
বাপজনৰ চৰণত ভক্তি ভৰা হেৱ নিবেদিছো
@aparajitatamuli7273
@aparajitatamuli7273 7 месяцев назад
ধৰ্ম গুৰু মহা পুৰুষ শ্ৰীমন্ত শংকৰ দেৱ হে,❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ন ❤
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 3 месяца назад
Murkho
@asomiaasom6008
@asomiaasom6008 2 месяца назад
তোমাৰ কাৰণে আৰু শংকৰী শিষ্য সকলোৰ কাৰণে শংকৰদেৱ ধৰ্মগুৰু ।কিন্তু অসমৰ ৬২%দামোদৰীয় লোকৰ বাবে ধৰ্মগুৰু দেৱ দামোদৰদেৱ ,১৫% হৰিদেৱী লোকৰ বাবে ধৰ্ম গুৰু হৰিদেৱ ।৫% অন্যান্য লোকৰ বাবে ধৰ্মগুৰু বেলেগ ।ঃ
@krishnagogoi2247
@krishnagogoi2247 2 года назад
Kintu kotha duta man mur hudhibo ase .. probhur usorot..
@dossmond6681
@dossmond6681 2 года назад
Ai kathupan katha khini bahul bhabe prashar kariba lage
@susantaboruah3137
@susantaboruah3137 2 года назад
Kimn hohoj sok suka mnu taw
@evaborgohain4202
@evaborgohain4202 2 месяца назад
Bor bhal lagil , krishna krishna .
@birenborah2887
@birenborah2887 Год назад
🙏🙏🙏🙏
@gariyoshi1253
@gariyoshi1253 2 года назад
🙏🙏🙏🙏
Далее
الذرة أنقذت حياتي🌽😱
00:27
Просмотров 6 млн
Live: Times Network India Health Awards 2024
2:29:09
Просмотров 2,1 тыс.
الذرة أنقذت حياتي🌽😱
00:27
Просмотров 6 млн