Тёмный

Pitambar Deva Goswami Exclusive: গুৰু দুজনাৰ আদৰ্শক এলাগী কৰি আহিছে নেকি আউনীআটী সত্ৰই? 

ND24
Подписаться 414 тыс.
Просмотров 3,3 тыс.
50% 1

Опубликовано:

 

26 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 13   
@BibekGogoi-i1s
@BibekGogoi-i1s 2 месяца назад
অতি সুন্দৰ প্ৰভূ,,,, আপোনাৰ চৰনত সেৱা নিবেদন কৰিলো,,,,❤❤
@NarendraGogoi-li4dr
@NarendraGogoi-li4dr 2 месяца назад
Krishna Krishna. Sundar alochana.❤❤❤❤
@priyankuhazarika2149
@priyankuhazarika2149 2 месяца назад
কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏
@bipulborah1718
@bipulborah1718 3 месяца назад
প্ৰভু সেৱা ভাগি অৰ্পন কৰা হৈছে। অতি সুন্দৰ আলোচনা,এটি সুন্দৰ বাৰ্তা সমাজৰ বাবে , কৃষ্ণ
@monjitsarmah9926
@monjitsarmah9926 3 месяца назад
Aru 2ta man episode karibo. Val lagise.
@digantsaikia1328
@digantsaikia1328 3 месяца назад
Krishna Krishna Prabhu .
@bimansaikia4305
@bimansaikia4305 2 месяца назад
শঙ্কৰদেৱৰ ওপৰত যিটো অমৰ প্ৰজ্ঞা লেখিলে সেইটোৱে আপোনাক চিৰ যোগমীয়া কৰিব।তাৰ বাবে পদৰ তলত সোৱা জনালো।
@muninborah6784
@muninborah6784 3 месяца назад
কৃষ্ণ; নমস্য সত্ৰাধিকাৰ প্ৰভূ জনাৰ বক্তব্য ;সঁ‌চাকৈ মনোগ্ৰাহী। শ্ৰদ্ধা নিবেদন কৰিলোঁ‌। ভাওনা সমাৰোহ ; নাম সমাৰোহ; নামঘৰ সমাৰোহ; বৰ্নিল অনুষ্ঠান; আদি বিভিন্ন ইশ্বৰ উপাসনাৰ যোগেদি প্ৰতিটো জাতি জনগোষ্ঠীক আকোৱালি লৈ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ মহান সংস্কৃতিক প্ৰচাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰাত শ্ৰীশ্ৰী আউনিআঁ‌টিৰ ভূমিকা অতুলণীয় ।
@zank4471
@zank4471 3 месяца назад
❤❤
@jyotiborah8014
@jyotiborah8014 3 месяца назад
,🙏🙏🙏🙏🙏🙏🙏
@woman178
@woman178 3 месяца назад
Moi nawhawi sankari Sankardev bhakta sawkawl r upawjogi video
@Mmdsmemories
@Mmdsmemories 3 месяца назад
আপোনালোক কেতিয়াও প্ৰভু ঈশ্বৰ, গোঁসাই ঈশ্বৰ, দুখানি চৰণ হব নোৱাৰে, আপোনালোক কেৱল এজন সত্ৰাধিকাৰ। ভগৱানৰ নাম লৈ যদি ভকতসকলে আপোনালোকক প্ৰভু ঈশ্বৰ মানি অন্তৰত সুমুৱাই ৰাখে তেতিয়া হলে তেওঁলোক কেতিয়াও উদ্ধাৰ হব নোৱাৰিব । আমাৰ প্ৰভু ঈশ্বৰ সকলোৰে এজনেই সেইজনেই হল পৰম ব্ৰহ্ম প্ৰভু ভগৱন্ত " কৃষ্ণ "। তেওঁৰ বাহিৰে এজন মনুষ্যক, প্ৰভু ঈশ্বৰ বুলি কোৱাতো তেওঁলোকৰ আজ্যানতাহে মাত্ৰ। যেনেকে এখন স্কুলৰ এজন প্ৰধান শিক্ষক বা principal থাকে, আমাৰ দৃষ্টিত সত্ৰাধিকাৰজনও এজন তেনেকুৱাহে ব্যক্তি। গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মতোক ভাগ ভাগ কৰাত আপোনালোকে বহুত অৰিহণা যোগাইছে। সত্ৰাধিকাৰ সকলে সত্ৰৰ ভকত সকলৰ মাজত বা জনমানসত আমাৰ "গুৰু" দুজনাৰ গুৰুত্বতো কম কৰি দেখুৱাই নিজক যেন গুৰু দুজনতকৈও ওপৰত তেনেকুৱা ছবি এখনহে সদায় প্ৰকাশ কৰাই আহিছে।
Далее
бабл ти гель для душа // Eva mash
01:00
КОГДА К БАТЕ ПРИШЕЛ ДРУГ😂#shorts
00:59
Wait for it 😂
00:19
Просмотров 4,1 млн
бабл ти гель для душа // Eva mash
01:00