Тёмный

মাজুলীত সাংসদ গৌৰৱ গগৈ 

Pratidin Time
Подписаться 2,2 млн
Просмотров 20 тыс.
50% 1

মাজুলীত সাংসদ গৌৰৱ গগৈ। মাজুলীৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ সাংসদগৰাকীয়ে।
#PratidinTime #Majuli #GauravGogoi

Опубликовано:

 

4 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 85   
@tikhulimbu8858
@tikhulimbu8858 3 месяца назад
গৌৰৱ গগৈ মহোদয় ৰাজ্যৰ এই দুখৰ সময়ত উপস্থিত থকাৰ বাবে বহুত বহুত ধন্যবাদ জনালো 🙏🙌😍
@ProbalKhataniar
@ProbalKhataniar 3 месяца назад
মানৱীয় মূল্যবোধৰ সচাঁ নায়ক সেইজনে আমাৰ গৌৰৱ🙏🙏
@debajanibaruah3105
@debajanibaruah3105 3 месяца назад
ধন্যবাদ ।মাননীয় গৌৰৱক ।কিয়নো বানপানীত কস্ট খাই থকা লোকৰ ওচৰত গৈ মাত সাৰ দিয়াৰ কাৰনে ।বানত কস্ট খোৱা মানুহ খিনী ভালে থাকক সাৱধানে থাকক ।ভগৱানকেই ভৰষা কৰি থাকক ।
@thepoliticalawareness1021
@thepoliticalawareness1021 3 месяца назад
Not related *অসমৰ ৰাইজে চোৱা উচিত কিদৰে একে চৰকাৰ, একে ঠিকাদাৰ, একে বিষয়া আদিয়ে ধুবুৰীৰ পৰা নগাঁৱলৈ ৰাস্তা ভাল বনাব পাৰে কিন্তু কিয় যোৰহাটৰ পৰা শিৱসাগৰলৈ ভাল ৰাস্তা বনাব নোৱাৰে এবাৰ চিন্তা কৰি চাওক। কাৰণ যোৰহাটৰ শিক্ষিত ৰাইজ চাগে। যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজে অসম আৰু অসমীয়াৰ কাৰনে ভোট কৰিলে সেই সময়ত যোৰহাটৰ ৰাইজে বাংলাদেশী মূলৰ মানুহৰ বাবে ভোট কৰিলে চাগে। শিক্ষিত ৰাইজ?* অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ কমি গল। কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
@inglishvlogs1015
@inglishvlogs1015 3 месяца назад
এই জন আমাৰ আচল নেতা,
@majulian3188
@majulian3188 3 месяца назад
Yes
@JalladUddin
@JalladUddin 3 месяца назад
Hoi hoi Miya neta
@Extremecreator-x8i
@Extremecreator-x8i 3 месяца назад
💯 right ❤❤❤❤❤❤
@Catsviralz
@Catsviralz 3 месяца назад
Aru toi Himantar samsa​@@JalladUddin
@Nyapar424
@Nyapar424 3 месяца назад
​@@JalladUddinToi dangr mc andha vakt bjpr
@yeaminurrahman3764
@yeaminurrahman3764 3 месяца назад
Next CM Gaurav Gogoi
@gunjalkalita7187
@gunjalkalita7187 3 месяца назад
Next CM .... ❤
@debenhandique9958
@debenhandique9958 3 месяца назад
সুন্দৰ পদক্ষেপ গৌৰৱ গগৈ।
@kusharegon8298
@kusharegon8298 3 месяца назад
গৌৰৱ দা বসোত ভাল কাম কৰিলে
@ranapayeng7453
@ranapayeng7453 3 месяца назад
Next cm......🎉❤🎉
@benipegu2302
@benipegu2302 3 месяца назад
ধন্যবাদ❤❤❤❤❤❤🎉
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 3 месяца назад
❤❤❤ Gourav Gogoi Zindabaad❤❤❤
@harakantadeka7715
@harakantadeka7715 3 месяца назад
সদনত,উপসহান,কৰক,মোদীক,জনাই,দিয়ক
@BarunBaruah-zf7vd
@BarunBaruah-zf7vd 3 месяца назад
Joi hok tomar
@apurbadas8059
@apurbadas8059 3 месяца назад
গৌৰৱ গগৈ অসমৰ গৌৰৱ
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs 3 месяца назад
Good sir 🙏 Gaurav Gogoi zindabad 👌
@PujaChamuah-r9l
@PujaChamuah-r9l 3 месяца назад
অসমীয়াৰ হৈ সদনত মাত মতাজন গৌৰৱ গগৈৰ তথা ৰাইজৰ জয় হূওক ।
@ranjanpds7245
@ranjanpds7245 3 месяца назад
Good leadership of all over India
@prodipborah1782
@prodipborah1782 3 месяца назад
Lion man of assam gourov gogoi
@TCF573
@TCF573 3 месяца назад
Welcome our Gourov
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 2 месяца назад
Gaurav Gogoi zindabad
@Nyapar424
@Nyapar424 3 месяца назад
Good job dada
@saddakahmed6481
@saddakahmed6481 3 месяца назад
Good job
@mamubora2439
@mamubora2439 3 месяца назад
ৰাইজৰ হৈ মাত মতা মানুহ এইজন
@indirabaruah8033
@indirabaruah8033 3 месяца назад
Good job .
@TilokBisay
@TilokBisay 3 месяца назад
Good
@TCF573
@TCF573 3 месяца назад
❤❤❤❤❤❤❤❤❤❤ Gourov .
@anonymous_assamese4838
@anonymous_assamese4838 3 месяца назад
Next CM ❤
@deadlydrax2711
@deadlydrax2711 3 месяца назад
Good job 👍 Gourav Gogoi
@janmejoylagachu3971
@janmejoylagachu3971 3 месяца назад
go ahead sir
@TilokBisay
@TilokBisay 3 месяца назад
Good cm
@OzaruGaming
@OzaruGaming 3 месяца назад
Gourav gogoi jindabad 💯💯💯💯💯
@chittagogoi2716
@chittagogoi2716 3 месяца назад
অহাবাৰ jikabo dai মাজুলী ৰাইজ❤❤
@dibyajyotigogoi4801
@dibyajyotigogoi4801 3 месяца назад
Next cm
@uddip4093
@uddip4093 3 месяца назад
সোনকালে আহিলে 😂
@BikashDas-cp1nk
@BikashDas-cp1nk 3 месяца назад
❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏
@ArpanaHerenz
@ArpanaHerenz 3 месяца назад
Great MP of Assam .
@DinaDas-ez6tj
@DinaDas-ez6tj 3 месяца назад
Nex c m guarav gogoi
@JalladUddin
@JalladUddin 3 месяца назад
Next ward member
@RajBHai-w6e
@RajBHai-w6e 3 месяца назад
​@@JalladUddinJolise
@ArupDas-qr6qc
@ArupDas-qr6qc 3 месяца назад
মাত দিলে নহব সাহাৰ্য্য দিয়ক মোঠাৰিৰ কাম কৰিম বুলি প্ৰত্যুচিটি দিয়ক আপুনি তাৰে সাংসদ।
@madhurjyak
@madhurjyak 3 месяца назад
Jate tate gamosakhan pindhai Thake Kiyahe
@Palash6
@Palash6 3 месяца назад
Kamur he pai sge aibur dingit loi MP a
@TCF573
@TCF573 3 месяца назад
Chowar ka Batcha kisumane posa saul khai joli ase... Hihotor aibar nishit moronor din. Ahise .. October r pasot 😅😅😅😅😅 ha ha ha ha 😅😅😅
@pranjalbhuyan1098
@pranjalbhuyan1098 3 месяца назад
Next cm❤
@bishalsarma5306
@bishalsarma5306 3 месяца назад
লাইট কেমেৰা একশ্যন 😂😂 লাইভ হৈ আছে আঁতৰি দিয়ক 😂😂
@RupaBorah-f8c
@RupaBorah-f8c 3 месяца назад
🎉😂😂😂
@binod.sri.vastav7631
@binod.sri.vastav7631 3 месяца назад
Kam naikhia 😅😅😅😅
@rjvlogs7189
@rjvlogs7189 3 месяца назад
Pani nowoha thait ghurela ki dakha pabo pappui tulugha nawot uthi sala ha dakhebo keman pani hoisa😅
@mamusambitisgoodborah9898
@mamusambitisgoodborah9898 3 месяца назад
Nagaon jaa aru dhuburi apunar porial tat ase
@sikdernekibuzzaman2778
@sikdernekibuzzaman2778 3 месяца назад
1500
@hridoybabuassampolice2591
@hridoybabuassampolice2591 3 месяца назад
​@@sikdernekibuzzaman2778khotakhot khotakhot khotakhot 8500 kot balor palu
@rjvlogs7189
@rjvlogs7189 3 месяца назад
Panet nami nojowa natai ki half korebo raijok
@JalladUddin
@JalladUddin 3 месяца назад
Gourav Gogoi aji AC room pora ulai ahil nki?? Khota khot khota khot 8500 toka Majili bakhik urgent dibo lage
@opoint01
@opoint01 3 месяца назад
আপোনাৰ ইমান গাত লাগিছে কিয়। তেওঁ বৰ্তমান বানপীড়িত সকলৰ অলপ মনোবল বঢ়াইছে তাতে ইমান আপত্তি। আপুনি আচলতে মাজুলী বাসিৰ এই দুৰ্দশাত সুখি যেন অনুভৱ হয়। বেয়া নাপাব আপোনাৰ কেকুৰাৰ স্বভাৱ আছে😊 ভগৱান ভাল কৰক আপোনাৰ। অলপ ৰাজনীতি পৰিহাৰ কৰক।
@JyotsnaBengoli
@JyotsnaBengoli 3 месяца назад
Bourbon toi
@pritom21
@pritom21 3 месяца назад
Apuni Rupjyoti r samsa jen lagise😂
@JalladUddin
@JalladUddin 3 месяца назад
@@opoint01 15 years CM Tarun Gogoi Majuli kiman bar gol aru Majuli babe ki ki kril
@JalladUddin
@JalladUddin 3 месяца назад
@@JyotsnaBengoli Apuni o Sage Ajmol Miya samsa
@papuborgohain8156
@papuborgohain8156 3 месяца назад
Next cm
@JalladUddin
@JalladUddin 3 месяца назад
Next ward member
@rishirajomivaidya5648
@rishirajomivaidya5648 3 месяца назад
Nhoi next pm dyok
@JalladUddin
@JalladUddin 3 месяца назад
@@rishirajomivaidya5648 Ha ha ha 🤣🤣🤣😂😂 hi hi hi hu hu hu
@rishirajomivaidya5648
@rishirajomivaidya5648 3 месяца назад
@@JalladUddin Aji power nai pua krne anaka asw kli power palee gotee border khuli dibo welcome miya
@JalladUddin
@JalladUddin 3 месяца назад
@@rishirajomivaidya5648 Correct
Далее
НЮША УСПОКОИЛА КОТЯТ#cat
00:43
Просмотров 637 тыс.
КОТЯТА НАУЧИЛИСЬ ГОВОРИТЬ#cat
00:13
How Many Twins Can You Spot?
00:17
Просмотров 23 млн
PERFECT PITCH FILTER.. (CR7 EDITION) 🙈😅
00:21
Просмотров 4,5 млн
НЮША УСПОКОИЛА КОТЯТ#cat
00:43
Просмотров 637 тыс.