Тёмный

মাত্ৰ ২ মাহত বিজ্ঞানসন্মতভাৱে কলেষ্টেৰল কমাওক! Reduce cholesterol in just 2 months!  

Devottom Axom
Подписаться 398 тыс.
Просмотров 74 тыс.
50% 1

Опубликовано:

 

5 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 396   
@theshuklas3617
@theshuklas3617 Год назад
এই ভিডিঅ'টো মই বিচাৰি আছিলোঁ। উৎকৃষ্ট সমল টো অব্যাহত ৰাখক!
@theshuklas3617
@theshuklas3617 Год назад
পিনটোৰ বাবে ধন্যবাদ
@dibyabaruah1688
@dibyabaruah1688 11 месяцев назад
​@@theshuklas3617😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@RajuUrang-ig4cf
@RajuUrang-ig4cf 2 месяца назад
​@@theshuklas3617❤❤
@mondirakalita4221
@mondirakalita4221 Год назад
আপোনাৰ মাজত এজন প্ৰকৃত শিক্ষক সোমাই আছে৷ মনত সোমাই যোৱাকৈ কথাবোৰ বুজাই দিয়ে৷ ধন্যবাদ জনালোঁ৷
@kanikabrahma1431
@kanikabrahma1431 Месяц назад
বহুত বহুত ধন্যবাদ চাৰ
@joshna7524
@joshna7524 Год назад
বহুত বেছি গুৰুত্বপূৰ্ণ vdo ছাৰ।।মানুহে এই কথাখিনিকে যদি গুৰুত্ব সহকাৰে ললেহেতেন এটা সুন্দৰ জীৱনৰ গৰাকী হলহেঁতেন।। অশেষ ধন্যবাদ আপোনালৈ🙏
@ashasarmahkataki2239
@ashasarmahkataki2239 Год назад
সকলোৱে বুজাকৈ সহজ সৰল ভাবে কথা খিনি কৈছে৷ অশেষ ধন্যবাদ৷
@DevottomAxom
@DevottomAxom Год назад
আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@Foodiesgirl97
@Foodiesgirl97 Год назад
আপোনাৰ কথনশৈীলী অতি সুন্দৰ sir। বৰ সুন্দৰ কৈ বুজাই ভাল লাগে। ধন্যবাদ
@DevottomAxom
@DevottomAxom Год назад
Dhonyobaad 🙏🏻
@kdeka15
@kdeka15 Год назад
আপোনাৰ কথাৰ ভংগীবোৰ খুবেই ধুনীয়া।
@rupanjalidas407
@rupanjalidas407 Год назад
যথেষ্ট উপকৃত হ'লো। আপোনালৈ আন্তৰিক ধন্যবাদ জনালোঁ। 🙏
@DevottomAxom
@DevottomAxom Год назад
Dhonyobaad 🙏🏻
@premalatadas6187
@premalatadas6187 11 месяцев назад
Anekua Doctoror janma hoi. Thanks diboloi vaxa gai. Apunar avijan otut rakhok. Xuveshare.....Tezpur.
@madbongcook
@madbongcook 5 месяцев назад
You saved many lives! Thank you so much Sir❤
@AnjaliDas-vv2fw
@AnjaliDas-vv2fw Месяц назад
বহুত উপকৃত হলো ধন্যবাদ ছাৰ 🙏
@rupagogoi6803
@rupagogoi6803 Год назад
আপোনাক অশেষ ধন্যবাদ । সকলো কথা বুজাই দিয়াৰ বাবে । এনে কথাবোৰ সকলোৰে বাবে বহু উপযোগী ।
@anjumanidas1175
@anjumanidas1175 Год назад
যথেষ্ট উপকৃত হ'লো। আপুনি ১ টা বজাৰ পৰা ৯ টা বজালৈ যিটো খোৱাৰ সময় ক'লে, সেই সময় খিনিত মাছ - মাংস গ্ৰহণ কৰিব পাৰি নে , জনাব বুলি আশা ৰাখিলোঁ।
@DevottomAxom
@DevottomAxom Год назад
Nicchoy pari. Moi khabo mana korar bahire baki xokolu khabo paribo. Xoptahot 1-2 din maan maanxo Aru 2-3 din fish khabo paribo jodi bakibur xompurno bhabe mani sole
@anjanagogoi6105
@anjanagogoi6105 Год назад
বহুত ভাল লাগিল ছাৰ ।শ্বেয়াৰ কৰিলোঁ ।🙏🙏
@kaniskaduttabaruah2945
@kaniskaduttabaruah2945 Год назад
bahut bhal lagil.Aponi amar babe eman kosta kori video banaise aro ami bor agrohere ai video bilak saw.dhanyavad.
@DevottomAxom
@DevottomAxom Год назад
আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@mamonigogoi8643
@mamonigogoi8643 Год назад
অৱশেষত ম ই বিচাৰি থকা ভিডিঅ' টো পালোঁ। ধন্যবাদ চাৰ🙏।চেয়াৰ কৰিছোঁ।
@dipjyotikalita2669
@dipjyotikalita2669 5 месяцев назад
100℅ Real Herooo❤❤ Apuni
@bora1699
@bora1699 Год назад
সচাকৈ আপোনাৰ বহুমূলীয়া ভিডিঅ বোৰ যেনে আঠ ঘন্টা খাদ্য খোৱা আৰু 16 ঘন্টা নোখোৱাৰ টিপছ টো ইমান উপকাৰী যে কৰিলে গম পাব। দাদা আপোনাৰ বহুমূলীয়া কথাবোৰ সদায়েই জনাই থাকিব ।আপোনাক ভগৱানে কুশলে ৰাখক।
@iranisarma2663
@iranisarma2663 Год назад
Sir ji apuni hohoj bhakha re imam dhuniyakoi kotha bilak bujai diya r babe khube val lage Apuna loi bohut bohut dhanyawad jonalu 🙏🙏
@nivasharma6012
@nivasharma6012 Год назад
উপকৃত হ'লো , ধন্যবাদ জনালোঁ ছাৰ । 🙏
@bibhagoswami1326
@bibhagoswami1326 Год назад
বহুত বহুত ভাল লাগিছে ভিডিওটো।
@jollybaruahmishra4289
@jollybaruahmishra4289 Год назад
বহুত ভাল দৰকাৰী কথা জানিলো
@premalatadas6187
@premalatadas6187 Год назад
Val. Lil video tu. Bahut upokari Apuni regular video di thkile Val Pam . Dhanyabsd
@biswajittalukdar2048
@biswajittalukdar2048 Год назад
দাদা। আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ পৰামৰ্শ মতে মই যোৱা ৪ মাহ, Intermittent Fasting ত থাকি ৭ কি:গ্ৰা: ওজন হ্ৰাস কৰালো।
@AsrafAli-cx3jj
@AsrafAli-cx3jj Год назад
Sir many many thanks God bless you
@anamikaadhyapak217
@anamikaadhyapak217 Год назад
খুব সুন্দৰ কৈ বুজাই দিলে, ভাল লাগিলে ❤️🙏
@Chinmoybarman111
@Chinmoybarman111 Год назад
দাদা মই ২০ বছৰ বয়সৰ ল'ৰা, মোৰ ওজন ৭৫ কেজি, ওজন বাঢ়িছে যদিও বেছি টেনছন লোৱা নাই কমি যাব ওজন। কিন্তু দাদা মোৰ অত্যাধিক পৰিমাণে কান্ধত আৰু তল পেটত stretch marks হৈছে। ইয়াৰ কাৰণে বহুত মানসিক অশান্তিত ভূগি আছো। আনকি মোৰ মৰিব মন গৈছে😭😭😭
@brajagopalsharma469
@brajagopalsharma469 Год назад
Important advice sir 🙏
@DevottomAxom
@DevottomAxom Год назад
Thank you so much 🙏🏻
@mamitalaskarahmed2202
@mamitalaskarahmed2202 Год назад
Eman dhunia koi bujaise.... Thank you sir
@chayanikasarma3496
@chayanikasarma3496 Год назад
Thank u so vy much sir for such a valuable information 🙏🙏🙏
@bornalibornalidutta1566
@bornalibornalidutta1566 Год назад
ভাল লাগিল আপোনাৰ পৰামৰ্শ খিনি
@likeit8446
@likeit8446 Год назад
ছাৰ আপোনাৰ ভিডিঅ বিলাকেআমাক বহুত উপকৃত কৰিছে ৷থাইৰয়ডৰ ওপৰতো আপুনি এটা ভিডিঅ বনাবচোন ৷আজিকালি মানুহৰ থাইৰয়ডৰ সমস্যা বহু বেছি
@DevottomAxom
@DevottomAxom Год назад
আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@aparajitabora7092
@aparajitabora7092 Год назад
Sir apunar vdo bur sai bohut upokrito hou...yr simplicity is yr best policy..so apunar vdo bur Buji pau.
@bharatibaishya6939
@bharatibaishya6939 11 месяцев назад
বহুত ভাল লাগিল। ধন্যবাদ ।
@ashwinikumardas3036
@ashwinikumardas3036 Год назад
বহুত শিকিলো চাৰৰ পৰা। ধন্যবাদ আপুনাক।
@mousumibegum9955
@mousumibegum9955 Год назад
Sir bahut val lagil video tu sai..god bless you sir🙏
@mondirachutia5925
@mondirachutia5925 Год назад
আপোনাক বহুত বহুত ধন্যবাদ,
@puspalatadevi4765
@puspalatadevi4765 Год назад
Sir, bohut mulyaban kotha share Kori dilu
@kunalbaruah5223
@kunalbaruah5223 Год назад
Khub dhuniya sharing sir 🙏
@putulhazarika538
@putulhazarika538 3 месяца назад
Dhanyabad sar
@imdadali9519
@imdadali9519 Год назад
ভাল লাগে আপোনাৰ advice বিলাক।
@diptimedhi9376
@diptimedhi9376 Год назад
আপোনাৰ ভিডিঅ' চাই উপকৃত হ'লো। মোৰো কলেষ্টৰল বাঢ়িছে। আপোনাৰ পৰামৰ্শৰে আগবাঢ়িবলৈ চেষ্টা কৰিম।
@DevottomAxom
@DevottomAxom Год назад
All the best 🙏🏻
@neergoutamsarma4546
@neergoutamsarma4546 Год назад
Hundor video
@jitakalita5034
@jitakalita5034 4 месяца назад
Bohute val lagil apunar video bur sai
@dr.pritideka2922
@dr.pritideka2922 8 месяцев назад
Very informative session Sir
@hiranyaborgohain9517
@hiranyaborgohain9517 Год назад
বহুত বহুত ধন্যবাদ জনালো
@jyotibora8504
@jyotibora8504 2 месяца назад
ধন্যবাদ
@rehenasultana7429
@rehenasultana7429 Год назад
🙏🏻🙏🏻🙏🏻bohut mulyaban kotha janibo parilu🙏🏻🙏🏻🙏🏻🙏🏻
@mhodhamza8083
@mhodhamza8083 Год назад
Bohut Val lagil sir..
@DevottomAxom
@DevottomAxom Год назад
Dhonyobaad 🙏🏻
@rimadowerah5746
@rimadowerah5746 Год назад
খুব ভাল লাগিল কথাবোৰ জানি।
@DevottomAxom
@DevottomAxom Год назад
Thank you so much 🙏🏻
@mausumidas2400
@mausumidas2400 7 месяцев назад
🙏
@rajdas6147
@rajdas6147 Год назад
Tumar video sai thaku mur bohut upokar hoise
@DevottomAxom
@DevottomAxom Год назад
Dhonyobaad 🙏🏻
@karabibora4055
@karabibora4055 Год назад
🙏 Very helpful video sir. Thank you sir 🙏
@tutumonisaikia9634
@tutumonisaikia9634 Год назад
Bhut Bahut dhainyabaad sir
@pragyarsadhana4028
@pragyarsadhana4028 Год назад
আপোনাৰ Vidio চাই বহুত ভাল লাগে |
@DevottomAxom
@DevottomAxom Год назад
Thank you 🙏🏻
@himanibanikya8168
@himanibanikya8168 Год назад
বিৰাত ভাল লাগিলGodbles u
@piyarashik2020
@piyarashik2020 2 месяца назад
Mojjah lagise aponar video
@akhilgogoi1869
@akhilgogoi1869 Год назад
Bhout bhal lagil
@DevottomAxom
@DevottomAxom Год назад
আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@mamonichakravarty6670
@mamonichakravarty6670 Год назад
ভাল লাগিল উপদেশ বোৰ আপোনাৰ
@daisygogoi3706
@daisygogoi3706 Год назад
Apunar kothA khini a bohut hohaiyok habo Mur babe ...dhoinyobad sir .sir apuni blood leukemia CML r oport ata vedio dibosun ...Mur hsbndr prblm hoise
@mridulkumarmahanta6050
@mridulkumarmahanta6050 Год назад
ধন্যবাদ ছাৰ
@geetabaishya210
@geetabaishya210 Год назад
সুন্দৰ পৰামৰ্শ । আশাকৰোঁ ভৱিষ্যতেও এনেধৰণৰ সুন্দৰ সুন্দৰ পৰামৰ্শ দি যাব ।
@wahedulahad3566
@wahedulahad3566 4 месяца назад
@AssameseHealthTv
@AssameseHealthTv Год назад
Sir, Ptn. Age 60 yrs...আজি 32 বছৰৰ পৰা ভৰিৰ সৰু আঙুলিৰ joint ৰ পৰা পানী ওলাই থাকে। কিন্তু পানী টো নুশুকায় , বহু doctor ক দেখাইও ভাল হোৱা নাই, doctor য়ে ulcer হোৱা বুলি কৈছে। তাৰ কাৰণে আঙুলি টো Amputation কৰা হৈছে। কিন্তু তথাপিও পানী ওলাই থাকে। কাটি পেলোৱা side খিনি শুকাইছে, কিন্তু মাজৰখিনি নুশুকায় । কেৱল পানী ওলাই থাকে। Blood sugar normal (90)। Sir, কি infection হৈ আছে আৰু কি medicine খাব লাগিব দয়া কৰি জনাবচোন sir... ইতিমধ্যে দিয়া হৈছে - 1) Faropenem Sodium extended release tab 2) Metronidazole tab 3) Becosule Cap 4) Lynx inj 5) Xone inj
@worldofbhaskar2369
@worldofbhaskar2369 Год назад
Moi korisiloo fasting too.Kinto khub Gas'r problem hol.Nuariloo.Tothapio khuatoo komai disoo.Exercise koroo 1 hour.
@nilimagogoi276
@nilimagogoi276 Год назад
Sir apunak log poa nai but Apunar VDO sai sai Sinaki r dore hoise.Bohut hikisu apuer VDO sai.
@wahedulahad3566
@wahedulahad3566 2 месяца назад
🎉
@assamzubeen1327
@assamzubeen1327 Год назад
বহুতো ভাল কথা জানিব পাৰিলো আপোনাৰ পৰা
@DevottomAxom
@DevottomAxom Год назад
Dhonyobaad 🙏🏻
@jyotibora8504
@jyotibora8504 2 месяца назад
এই ভিডিঅ টো মই বিচাৰি আছিলোঁ ভাল লাগিল
@seemadevi9151
@seemadevi9151 Год назад
Thank you so much
@pallabisaikia0591
@pallabisaikia0591 11 месяцев назад
❤important vedio.
@ankitabharadwaj6629
@ankitabharadwaj6629 Год назад
You are no less than a God for this society
@hemkantaborah7434
@hemkantaborah7434 Год назад
আপোনাৰ ভিডিঅ'বোৰ বৰ ভাল লাগে।
@rumibegum611
@rumibegum611 Год назад
Good advice sir 🙏🙏
@DevottomAxom
@DevottomAxom Год назад
Thank you so much 🙏🏻
@mrigendas8472
@mrigendas8472 Год назад
Khub val lagil sir❤❤
@ansufamilyvloge7616
@ansufamilyvloge7616 Год назад
Bht Val lagil sir
@montuchetia6201
@montuchetia6201 5 месяцев назад
Sir you are god
@deepashreedutta7925
@deepashreedutta7925 Год назад
মোৰ বাবে মহা মূল্যৱান এই কথাখিনি।কৃতজ্ঞতা জ্ঞাপন কৰিলো।
@bidwmvlogs
@bidwmvlogs Год назад
Thankz again sir …jai hind
@DevottomAxom
@DevottomAxom Год назад
Comment tu pai xukhi holu. Kindly share kori dibo. Apunalukor morom aaxirvad bure muk kosto kori jaboloi xaahox aru utxaah jugai..
@bidwmvlogs
@bidwmvlogs Год назад
@@DevottomAxom sure sir
@kalyanidutta2069
@kalyanidutta2069 Год назад
khub hundor sir 🙏🏻
@PurnimaKalita-mi5in
@PurnimaKalita-mi5in 3 месяца назад
Bohut val lagil moi apuna video sai thaku Thanks
@ForjunaBegum-u4h
@ForjunaBegum-u4h 6 месяцев назад
❤❤
@mukulchandrabaruah3631
@mukulchandrabaruah3631 Год назад
Very very very good Video. Thanks.
@bivabarmanmoral7576
@bivabarmanmoral7576 Год назад
Bahut bhal lagil🙏🙏🙏❤️❤️
@ramendas7306
@ramendas7306 Год назад
ছাৰ কলেষ্ট্ৰলৰ বিশয়ে কোৱা কথাখিনিয়ে মোক বহুত সহায় কৰিব 🙏
@minatidekaapnr7548
@minatidekaapnr7548 Год назад
Eman bhal katha kay upuni sir
@jibeshnath6040
@jibeshnath6040 Год назад
Thank you sir for the informational video
@dipalikalita6412
@dipalikalita6412 Год назад
Thank you so much sir
@ranjitamahanta7707
@ranjitamahanta7707 Год назад
Bahut val lagil
@DevottomAxom
@DevottomAxom Год назад
Dhonyobaad 🙏🏻
@jyotimech2309
@jyotimech2309 Год назад
Most important video. Moi apunar video hokolu sau but aji comment korisu .
@pranamigoswami7019
@pranamigoswami7019 Год назад
Sir,Hiatus hernia r bisoye hunkale ata video dibo buli asa kori asu.... Please sir... 🙏🙏🙏
@SilaBorah-wk8nl
@SilaBorah-wk8nl Год назад
Sir bhut vl lgil..
@jack-ht2gm
@jack-ht2gm Год назад
Thank you, Thank you so much 👍👍👍
@pankajsaikia5422
@pankajsaikia5422 Год назад
ভাল লাগিল
@rebaborah6233
@rebaborah6233 Год назад
ভাল লাগিল চাৰ…
@himangshusarma3580
@himangshusarma3580 3 месяца назад
Sir, ভুলতে যদি Red Hit sprey খাদ্যৰ লগত পেটৰ ভিতৰত যায়, তেতিয়া কি কৰা উচিত ? অনুগ্ৰহ কৰি জনাল সুখী হম। ধন্যবাদ 🙏
@dipankorsarmah5276
@dipankorsarmah5276 8 месяцев назад
Bor positive আলোচনা
@raj3138z
@raj3138z Год назад
ছাৰ ম‌ই আজি এমাহ ধৰি এটা বেমাৰত ভুগি আছো বহুত দৰৱ খালো ভাল পোৱা নাই । বেমাৰটো হ'ল মোৰ ভৰি দুখনৰ পানী গাঠিৰ পৰা পতা,তলুৱা আৰু আঙুলি খুব পোৰে থাকিবলৈ শান্তি নাপাওঁ । আপোনাৰ পৰা এটা উপায় বিচাৰিছোঁ ছাৰ অনুগ্ৰহ কৰি জনাব ।
@raj3138z
@raj3138z Год назад
ছাৰ ম‌ই এগৰাকী মহিলা মোৰ বয়স ৩০ বছৰ
@DevottomAxom
@DevottomAxom Год назад
Nusuwake kuwatu olop digdar hoi…apuni ejon obhigyo doctor r poramorxo louk
@rimaborkakoty3918
@rimaborkakoty3918 Год назад
বৰ ভাল লাগিল
@AssameseHealthTv
@AssameseHealthTv Год назад
Sir, ভৰিৰ সৰু আঙুলিৰ joint ৰ পৰা পানী ওলাই থাকে, আজি প্ৰায় ৩২ বছৰৰ পৰা এই বেমাৰ হৈ আছে । তাৰ কাৰণে আঙুলি টো কাটি পেলোৱা হৈছে । Inj Antibiotic দিয়া হৈছে খোৱাও হৈছে । কাটি পেলোৱা আঙুলিৰ side বিলাক শুকাইছে । কিন্তু মাজৰ খিনি শুকোৱা নাই । কেৱল পানী ওলাই থাকে । ছাৰ, পানী ওলোৱা টো কেনেকৈ বন্ধ কৰা যাব দয়া কৰি জনাবচোন ।
@kalyanidutta2069
@kalyanidutta2069 4 месяца назад
Bohut hundor kotha koishe mur u ase moi u korim🙏🏻🙏🏻
Далее
How A Poor Boy Built Oberoi Hotels
17:18
Просмотров 2,9 млн