Тёмный
No video :(

মুখ্যমন্ত্ৰীক 'সি' বুলি কৈ কাৰ গালি খালে ৰিণিকি ভূঞা শৰ্মাই? 

NKTV PLUS
Подписаться 599 тыс.
Просмотров 845 тыс.
50% 1

মুখ্যমন্ত্ৰীক 'সি' বুলি কৈ কাৰ গালি খালে ৰিণিকি ভূঞা শৰ্মাই?

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 285   
@beingad
@beingad 3 года назад
মুখ্যমন্ত্ৰী আপোনালোকৰ কাৰণেহে তেওঁৰ কাৰণে তেওঁৰ মৰমৰ মানুহজন, অকল তেওঁৰেই অধিকাৰ আছে সি তুমি আপুনি যিহলেও কব পাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ কাৰণে এতিয়াও তেওঁৰ 17 বছৰ বয়সত লগ পোৱা তেওঁৰ সেই প্ৰেমিকজনেই যি আজি তেওঁৰ স্বামী লগতে অসমৰ মুখ্যমন্ত্ৰী। বাইদেউৰ একো ভুল হোৱা নাই!
@swarnalatagogoi7378
@swarnalatagogoi7378 3 года назад
0
@kumarjayantakumar1112
@kumarjayantakumar1112 3 года назад
0000000
@daijisarma2302
@daijisarma2302 3 года назад
Right
@dalimidevi4492
@dalimidevi4492 3 года назад
Aagote teor premik aasil kintu atiya teor husband, gotike husbandok kenekoi respect dibo lage haikhini teo jonatu proyojon.
@beingad
@beingad 3 года назад
@@dalimidevi4492 ফালটু হাছবেণ্ড হ'ল কাৰণে চৰণ ধুই পানী খাই থাকিব লাগে নেকি? সিহঁতৰ ইমান দিনৰ আন্তৰিকতাৰ কি মূল্য নাই নেকি যে আৰু বেলেগকৈ সন্মান দিব লাগে, একো নাজানিলে চুপচাপ থাকিব ফালটু কমেন্ট নকৰিব☹️
@dikshivines1482
@dikshivines1482 3 года назад
মোৰ মতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আগতে মাননীয় হিমন্ত বিশ্ব শৰ্মা, ৰিনিকি ভূঞা শৰ্মা ৰ স্বামী। গতিকে এই ই, সি বিষয় টো ইমান চৰ্চাৰ বিষয় নহই বুলি মই ভাবো। মই ভাবো যে এই বোৰ বিষয়ত ধ্যান নিদি বৰ্তমান হৈ থকা পৰিস্থিতিৰ সাম কাটি কেনেদৰে আকৌ আগৰদৰে দেশ খনক বেমাৰ মুক্ত কৰিব পৰি তাৰ ওপৰত হে সকলোৱে চিন্তা চৰ্চা কৰা উচিত।।
@lakhimpurkasturi8172
@lakhimpurkasturi8172 3 месяца назад
C .M পত্নীয়ে সেন্দুৰ লব নালাগে নেকি
@Jmahanta644
@Jmahanta644 3 месяца назад
ঘৰত যি বুলিয়েই নহওক কিন্তু আপুনি সামাজিক মাধ্যমত কমতে নিজৰ মানুহ জনক তুমি ক'লে ভাল। কাৰণ ডাঙৰ মানুহৰ আৰ্দশ সদায়েই অনুকৰনীয়।
@Ohmygodgo
@Ohmygodgo 3 месяца назад
মই বহুত স্বামীক দেখিছোঁ যিয়ে সামাজিক ভাবে নিজৰ মানুহজনীৰ ওপৰত হাত টোলে বেয়া কৈ কয় টাউন ত হওঁক বা ঘৰত সেইবোৰত তেওঁলোকৰ personal কথা বুলি কোনেও মাত নলগাই কিন্তু ঘৈণী জনীক ৰাস্তা পাৰ কৰোঁতে সহায় ৰ বাবে হাত খন ধৰিলতে মাইকী তলতীয়া বুলি পুৰুষজনৰ পৰিচয় দিয়ে সেইটো কি তেওঁলোকৰ personal কথা নহয় নি?
@deepalideka718
@deepalideka718 3 месяца назад
বৰ জেদী মাক বাপেক।জীয়েকৰ বাবে মাকৰ মৰম নাই?নাতি হোৱাৰ বাবেহে হিমন্তৰ পৰিয়ালটো য়ে মানি ললে।আচৰিত ।
@NortheastExplorerRH
@NortheastExplorerRH 3 месяца назад
বাইদেউক মোৰ বহুতেই ভাল লাগে। বাইদেউৰ জীৱনৰ কথাবোৰ শুনি এটা কথাই ক'ব লাগিব , যিসকলে জীৱনত প্ৰতিটো খোজতে ঠেকি শিকিছে তেওঁলোকৰ অভিজ্ঞতা জীৱনত বহুত বেছি। 🙏
@sanjeebbhuyan7858
@sanjeebbhuyan7858 3 года назад
এজন মুখ্যমন্ত্ৰী হিচাপে নহয় এজন স্বামী হিচাপে পত্নীয়ে স্বামীক সি কোৱাটো আৰু নাম ধৰি মতাটো একেবাৰে অসুভনীয়....
@chayanikakalita7430
@chayanikakalita7430 3 года назад
নাৰীৰ ক্ষেত্ৰত নিয়ম বহুত দেখিছো।আগতে নিজৰ ঠেক মনবোৰ বহল কৰিলে ভাল...স্বামীয়ে নাৰীক কি ব্যৱহাৰ কৰে এবাৰ ভাবি চাব @Mr. Sanjeeb Bhuyan...ধন্যবাদ
@Ohmygodgo
@Ohmygodgo 3 месяца назад
Sanjeeb স্বামী হিচাবে যদি স্ত্ৰী যে তেওঁক সন্মান কৰিবলৈ লাগে স্ত্ৰী গৰাকিকো স্বামীয়ে একেদৰে সন্মান কৰিব লাগে
@dimpushow5829
@dimpushow5829 3 года назад
Baideuk vl lge. Bcz mamak bht support krse❤️
@nonআমিষveg5348
@nonআমিষveg5348 3 года назад
তেওঁ বৰ্তমান অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী গতিকে তেওঁক এতিয়া ই, সি, তুমি বুলি মাতিলে নহ'ব নহয়।
@bhubanbora5454
@bhubanbora5454 3 года назад
(づ。◕‿‿◕。)づ(づ ̄ ³ ̄)づ
@sabitagogoigogoi3852
@sabitagogoigogoi3852 3 года назад
Tente ki kobo lagibo mohudoi... patnia jiei nokouk
@TECHpost
@TECHpost 3 года назад
He buli kole disrespect kora nubujai ...eibur manuhor cheap mentality.....hoi....eibur unooti Ketiau nhoi....
@arindambharadwaz2189
@arindambharadwaz2189 3 года назад
Matiboi..matok baidew ji ichha take matok
@minabordoloisartisticworld8816
@minabordoloisartisticworld8816 3 месяца назад
বহুত ভাল লাগিল শুনি আপোনাৰ জীবনৰ আৰম্ভণি life is straragull
@user-nl2cp4hi6h
@user-nl2cp4hi6h 3 года назад
ৰিণিকি বাইদেউৰ সুন্দৰ কথোপকথন শুনি ভাল লাগিল ।
@priyamonipriyamoni7274
@priyamonipriyamoni7274 3 года назад
Hoi...dada
@ujjalasaikia1904
@ujjalasaikia1904 2 года назад
True . I admire her .
@tultuldas6575
@tultuldas6575 3 года назад
ৰিনিকী ভূঞা হিন্দু বিৱাহিত মহিলা হয়নে নহয় ? তেখেতৰ কপালত সেন্দূৰ ফুট পৰিলক্ষিত নহল ?? সেয়ে সুধিলো ?
@lakshmibasumatary3011
@lakshmibasumatary3011 3 года назад
Ohhh, CM r potni nohoi janu dada, digital wife🤭
@user-dx3fd7xh2n
@user-dx3fd7xh2n 3 года назад
Aji kali uroni ,xendur ,mexela sador , xeya luwa xokolu bad dile oo
@trishnamonipatowary
@trishnamonipatowary 3 года назад
@@user-dx3fd7xh2n right
@tultuldas6575
@tultuldas6575 3 года назад
@@chayanikakalita7430 হয় আপুনি নিশ্চয় ভৱাই নাই তেওঁলোক যে অসমীয়া সমাজৰ আদৰ্শ ব্যক্তি ৷ তেনে ব্যক্তিৰ নিতি আদৰ্শ আদিত কিছু দায়িত্ব প্ৰয়োজন ?৷
@snehachetia9268
@snehachetia9268 3 года назад
@@tultuldas6575 Hoi...
@rupamkonwar8656
@rupamkonwar8656 3 года назад
Kothakhini emn dhunia koi kole huni vl lagil.
@S.M.8439
@S.M.8439 2 месяца назад
সামাজিক মাধ্যমত সি কব নালাগে।ঘৰত যি কয় কৈ থাকক।
@kangkanakalita
@kangkanakalita 3 года назад
বাইদেউ আপোনাৰ ও ভুল নাই।কিয়নো তেওঁ অসমৰ কাৰণে হে মুখ্যমন্ত্ৰী আপোনাৰ কাৰণে সদাই সেই মৰমৰ মানুহ জনে হয় আছে নহয় জানো।তাতে আৰু আপোনালোকৰ প্ৰেম কলেজৰ সেয়ে আপুনি ইমান এটা নাভাবি সি বুলি কৈ দিলে।একো নাই আমি বুজি পাওঁ।
@debashreedas3918
@debashreedas3918 3 года назад
Ryt njr husband C M hl buli ki teur wife e teu agt jneke mate CM hua pst blg k mtibo nki
@nizarabegam5959
@nizarabegam5959 3 года назад
Right.
@kangkanakalita
@kangkanakalita 3 года назад
@@debashreedas3918 tke to koisu..toi tmi aibur mrmr mat.toi buli mtilew khnmn krib pre.ru apuni koi u okhnmn krib pre kisumne
@bornaliborah7099
@bornaliborah7099 3 года назад
Kankana kalita aapuni eman dhunia kotha koise.hosake manuhor monok hothike buji puatu aAtaitke bhal kotha.
@kangkanakalita
@kangkanakalita 3 года назад
@@bornaliborah7099 tke to mnuh bure buji npai..ata khoru kthat vul dhre
@ShubhraPrateemHazarika
@ShubhraPrateemHazarika 3 месяца назад
অসমৰ শতকৰা আশী ভাগ মানুহে কিনতু চিনি নাপাই
@dborah2370
@dborah2370 3 года назад
অভ্যাস নাথাকিলেও সন্মান কৰক আপোনাৰ স্বামীক ৷
@digitalworld4410
@digitalworld4410 3 года назад
Atia o ki purokh tantrik somajote bakh kori ase neki apuni, unducate neki apuni ? Murkhor nisina kotha bilak je koy.respect mukhot nathake nohoy heart ot thak non sen nisina sob kothate protibat kore.apuna lokor nisina nonsen manuhor babe ajir amr somaj khon aei abosta apunalpkor nijir family grow kori val koribo try korok apuni mok contact nu tu dibo apunar alop moi apunak teaching dibo lagibo. Cont :7099211908
@HimShankar993
@HimShankar993 3 года назад
Dimag change kor diganta sudurbhai. Besi purukbadi nohobi.
@dborah2370
@dborah2370 3 года назад
@@HimShankar993 pagol hoiso neki.burbok
@Dronecomplexx
@Dronecomplexx 3 года назад
stupid
@dborah2370
@dborah2370 3 года назад
@@Dronecomplexx tuk tu nonsense buli kobo lagibo.nohole bea pabi no burbok.
@yashimyen5930
@yashimyen5930 3 года назад
Habit hoi Jai aku dangor issue nohoi aitu riniki mam bohut moromiyal hoi log pale hokolue Bujibo Love you mam
@meghalideka5585
@meghalideka5585 3 года назад
উচ্চ শিক্ষিতা তাতে মূখ্যমন্ত্ৰীৰ পত্নী তেওঁ পতিক বোলে সি তাক কিয়।
@darkwarrior1608
@darkwarrior1608 2 года назад
Taer husband tae ji koe . Tapuni kun judge koribioa
@Ohmygodgo
@Ohmygodgo 3 месяца назад
আপোনাৰ husband ক কব আপোনাকো আপুনি বুলি কবলে। যদি লোকৰ পৰা ইমান অসুবিধা হৈছে আপোনাৰ পতিয়ে আপোনাক তুমি বোলি কলেও অসুবিধা হয় চাগে
@joshnaray3117
@joshnaray3117 3 месяца назад
মামীয়ে ইছলাম ধৰ্মীয়ো মহিলা নেকি কপালত ফুট নাই, বেছি টকা থকা মানুহে ফুট নোলব পাৰে,
@mausumidas2400
@mausumidas2400 3 года назад
Riniki Bhuyan Sarma madam is very very beautiful ,well behaved , very polite and gentle.
@aswinithakuria1990
@aswinithakuria1990 Год назад
নামনি অসমত নিজৰ মৰমৰ মানুহ জনক সী বুলি কলে বেছি আপোন যেন লাগে
@satishchdas6757
@satishchdas6757 3 года назад
ভাল লাগিল !
@Explor_pk
@Explor_pk 3 года назад
Great sir
@bubulbaruah4926
@bubulbaruah4926 3 года назад
🙏💐 বাইদেউ। বহুত ভাল পালোঁ আপোনাৰ সৈতে চিনাকি হৈ।অসেষ ধন্যবাদ জনাইছো। 🌹🙏
@RomenBoruah-ik8dl
@RomenBoruah-ik8dl 2 месяца назад
সি ৰ ঠাইত তুমি ব্যৱহাৰ কৰক। অন্যথা শুনিবলৈ বেয়া হৈছে।
@khirudkumarbora5859
@khirudkumarbora5859 2 месяца назад
জিৱনৰ কষ্ট ও অভিজ্ঞতাৰ পৰা লোভ ও চৰকাৰি ভৰাল উদং কৰি নিজৰ সম্পতি গঢাৰ বাহিৰে সৎ কৰ্ম একোবেই নিশিকিলে-😂
@RanjitDas-wu6bm
@RanjitDas-wu6bm 3 года назад
ৰিনিকি বাইদেউ এইটো সাক্ষাৎতকাৰত হিমন্ত দাক আপুনি সি বুলি সম্বোধন কৰা শুনা গৈছে।আপুনি বাৰু তেওঁক(হিমন্ত দাক) তই,মই, সি বুলিয়ে সম্বোধন কৰে নেকি?অভ্যাস নাথাকিলেও আপোনাৰ স্বামীক সম্মান কৰিবলৈ শিকক ভূঞা ডাঙৰীয়ানি
@ChandanDas-vl6cs
@ChandanDas-vl6cs 3 года назад
Ahh hobo aru tho lebel master
@dhunugogoi8885
@dhunugogoi8885 3 года назад
তেওঁ মুখ্য মন্ত্ৰী হিচাবে নহয় নিজৰ স্বামীৰ আৰু তেওঁ জীৱনৰ কথা কৈ আছে... সি বুলি কৈছে নিজৰ কাৰণে
@gangulymili783
@gangulymili783 3 года назад
Hoi apunar khota 2 right
@Samazinnervoice5322
@Samazinnervoice5322 3 года назад
মানুহৰ বাবে মূখ্যমন্ত্ৰী কিন্তু আপোনাৰ বাবে এসময়ৰ মৰমৰ প্ৰেম আৰু স্বামী ! সমস্যাটো হ'ল মানুহৰ আগত যিটো চকুত পৰিছে ইজনৰ সিজনৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি । ভালপোৱাত সন্মান থাকিলে মৰমবোৰ আৰু গভীৰ হয়! অসমৰ মানুহৰ বাবে এক আদৰ্শ হৈ ৰওক আপুনি ! কিছুমান কথা সলনি কৰা কঠিন আপুনি আপোনাৰ যি সাধাৰণ এগৰাকী নাৰী বুলি নিজকে ভাবে সেয়া বজাই ৰাখক কিন্তু নিজৰ স্বামীক আনৰ আগত বিশেষকৈ সন্মানত কব ! "সি" বুলি কোৱাটো টো এজন মূখ্যমন্ত্ৰী হিচাবে শুনিবলৈ ভাল নাইলগা ।
@pritomkalita2447
@pritomkalita2447 3 года назад
Plzzz god help ..poor people of world ...who are lost their family, parents because of covid-19..🙏🙏🙏
@kirandas8313
@kirandas8313 2 года назад
আমোদ জনক ভাল লাগিল বইডেউ
@kirandas8313
@kirandas8313 2 года назад
ভাল লাগিল বাইডেউ
@r.sahariah5387
@r.sahariah5387 3 года назад
বহুত দিনৰ পিছত দেখা পালোঁ বাইদেউক। ভাল লাগিল।
@purabibora4394
@purabibora4394 3 года назад
Baidew apunr mnto bhut vl lge aro himnta sirk bhut val lge
@resmafoodvlog5450
@resmafoodvlog5450 3 года назад
Khub vl lgile ma'am apunr ktha bur huni ☺️
@MahendraSharma-gk8nh
@MahendraSharma-gk8nh 3 месяца назад
নিজৰ পতিৰ নাম লোৱা , কথাই কথাই পতিক তুচ্ছ ভাষাত সি বুলি কোৱা অ-সংস্কাৰী অহংকাৰী মহিলা ৰিনিকি ভুঞাই কিবা ঢাকিবলৈ যাওতে আৰু খোল খাইছে দেখোন!
@nitumonihazarika1258
@nitumonihazarika1258 3 года назад
Baideu aibur moromor mat no ami buji paisu kintu baideu aibur ghorot he huvha pai beya napabo kuya karone apunalukok ami khub val pau gotike kunubai jodi gale hoponi pare bor dukh pau
@arindambharadwaz2189
@arindambharadwaz2189 3 года назад
Teur husband hoi..trur ji ichha xei buli matibo..ami kobologia kunu nhoi
@Ohmygodgo
@Ohmygodgo 3 месяца назад
Ghoiniye k bate pothe toi buli giriyeke hombudhon korile kuneu eku nokoi kiyo
@anjumanisonowal2784
@anjumanisonowal2784 2 года назад
বাইদেউ আপোনাৰ ক্থাবোৰ শুনি ভাল লাগিল আপোনাৰ লগত দাৰেক কথা পাতিব মন গৈছে কেতিয়া পুৰণ হ'ব ভগৱানে জানিব
@jupitara7619
@jupitara7619 3 года назад
তেওঁ যি বুলিয়েই সম্বোধন নকৰক মই কিন্তু তাত বৰ সুন্দৰ আন্তৰিকতা এটা দেখিলোঁ..
@bakulmixerchannel9847
@bakulmixerchannel9847 2 года назад
ৰিনিকি বাইদেউ আপুনি আমাৰ মামাৰ লগত বৰ বেছি কাজিয়া নকৰিব দেই
@muktinathsharma8617
@muktinathsharma8617 2 месяца назад
Thankyou medom 🎉🎉
@sharifahmed9341
@sharifahmed9341 2 года назад
Thank you Ma'am
@enthunasia
@enthunasia 3 года назад
Eta birol dorkari news dei .....keep it up ...bordoloik Magsaysay award dibo pora hoisy aru dei
@mairaaman2974
@mairaaman2974 3 года назад
Eman morom loga kotha bur so sweet😘😘😘♥️♥️♥️🥰🥰🥰👌👌👌🤗🤗🤗🤗🤗😇😇♥️♥️♥️♥️♥️😘😘😘😘😘🥰🥰🥰♥️♥️♥️♥️♥️♥️♥️♥️🌟🌟🌟🌟🌟🌟🌟🌟🌟♥️♥️♥️♥️♥️♥️🌟🌟🌟🌟🌟🌟♥️♥️♥️♥️♥️♥️♥️♥️🌟🌟🌟🌟🌟🌟🌟😘😘😘🥰🥰🥰
@prodipkrumarnath6835
@prodipkrumarnath6835 3 года назад
Riniki Mam looking most beautiful and very amiable disposition.
@bibhanath3160
@bibhanath3160 3 года назад
Moiu lakhya korisilo.... moramate koise buli vabi lolo aro ki..bahut xarute duijanai log poa na..friendly language..buji pao baidew...it’s so adorable 💖
@biswagogoi6297
@biswagogoi6297 3 года назад
P
@biswagogoi6297
@biswagogoi6297 3 года назад
P
@singlelife9450
@singlelife9450 3 года назад
Axomot aru kiman katfular dore news channel khulibo
@rajendutta3113
@rajendutta3113 3 года назад
পৰম্পৰাৰ কিছুমান ময্যদা ৰাখিব লাগে , যেনে বিবাহৰ পিছত পত্নীয়ে স্বামী জনক লৈ সি , ই ,সেইটো , এইটো , সমণীয়াৰ দৰে নাম কোৱা এনে শব্দ কলে ,সন্মানীয় সকলৰ ভদ্ৰতা আৰু সন্মানীয়তা হেৰাই ।
@Ohmygodgo
@Ohmygodgo 3 месяца назад
সেই একে কথা টো পতিৰ কাৰণেও হয় কিন্তু পতিয়ে ব্যবহাৰ নাজানে
@wazedurrahman2066
@wazedurrahman2066 2 года назад
She talks everything very genuinely...thats what I love about her...love for CM..HBS
@sharifahmed9341
@sharifahmed9341 2 года назад
Ma'am is a very good woman
@utpaltalukdar6890
@utpaltalukdar6890 3 года назад
Vl lagil
@moyurisaikia4145
@moyurisaikia4145 3 года назад
Ohh himonta Mama poluai ai he bia ptisil....😂😂 Ru ata baido moi vbu apuni he buli kuatkoi tew buli kole bsi vl hol hoi
@harendrarajbongshi1868
@harendrarajbongshi1868 3 года назад
Val Lagil
@juntiphukan494
@juntiphukan494 3 месяца назад
তুমি মই একেই ৮৯ বেষ্ট মেৰ্টিক ৷
@maramisarmah8233
@maramisarmah8233 3 года назад
Eman dhuniyakoi kotha khini koi baideu e xuni emanei val lagise je xuniye thakim..bor val lagil dei interview tu.
@sinmoyborah5395
@sinmoyborah5395 2 года назад
সি .তই এইবো চবৰ লগত ভাল নালাগে
@jayadas7163
@jayadas7163 2 месяца назад
Tumi jiye nuhua ba jiyei nasila kiyo tothapio chief minister ejon k social place t সি বুলি ক'ব নোৱাৰা। সেইটো ক ভদ্ৰতা বুলি নকয়।
@s.rcreation3492
@s.rcreation3492 3 года назад
Val lagil videoto sai
@user-gy2wx4tz6v
@user-gy2wx4tz6v 3 года назад
Kotha khini morom lage
@simaahmed5430
@simaahmed5430 3 года назад
Very nice .
@dhanjyotigogoi88
@dhanjyotigogoi88 3 года назад
ৰিণিকি বাইদেউ সচাকৈ Most Lucky Person. ভাল লাগিল আপোনাৰ মতামত। এটা কথা মই আপোনাক অনুৰোধ কৰিম যাতে স্বামী দেৱতাক 'সি, নকয় তেখেত বা তেওঁ কব।
@kalisankardas6722
@kalisankardas6722 3 года назад
Potniye si buli matile ba kole kono dangar kotha nahay !!!! I have no problems.
@JagatChMudoi
@JagatChMudoi Год назад
Well come and good morning, wehaveenjoyedthegoodmoment, thanks,
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih 3 месяца назад
Lakhpoti baidew joni
@mrrakesh5523
@mrrakesh5523 3 года назад
You can say anything at home but you can't say publicly like this.. He is an Honorable Chief Minister of Assam.. You don't want to respect him doesn't metter but Respect his position..
@KananPegu-kr5hy
@KananPegu-kr5hy 3 месяца назад
মহান মে'ম, আপোনাৰ কথাবোৰ শুনি ভাল লাগিল ❤️
@user-oi2xb3jp3l
@user-oi2xb3jp3l 4 дня назад
Capitel kot pale
@maheshgogoi6583
@maheshgogoi6583 Год назад
Stuggle in life teaches some valuable lession that makes a person much capable than others.
@rahulchoudhary9268
@rahulchoudhary9268 3 года назад
Very very very good
@binagohain9329
@binagohain9329 3 года назад
Right
@rohanchoudhury__111
@rohanchoudhury__111 3 года назад
Attitude বেছি কেলা
@rekhamonigogoi6791
@rekhamonigogoi6791 3 года назад
Hmm besi ohongkar hole j poton ghote homeo pua nai beng👍
@lachitdeka3062
@lachitdeka3062 3 года назад
হবই ভাই পত্নী কাৰ 😎
@sunnydoley9138
@sunnydoley9138 3 года назад
Dalal Dalal Dalal himanta Dalal
@ranjankhataniar6123
@ranjankhataniar6123 2 года назад
জয় আই অসম
@namitamahanta1660
@namitamahanta1660 Год назад
Riniki baar kothabur khub bhl lage
@mridulkumarborah4181
@mridulkumarborah4181 3 месяца назад
Mahabhart,Ramayan,Hasan-Hussain r burnjee Narire shristi seyehe purusar Kisu gunar Adhikari hoi aha prajanmoloi ashirbadpusta haba lage. Thanks.
@jahirulchoudhury5670
@jahirulchoudhury5670 3 года назад
👑
@labanyadas3186
@labanyadas3186 3 года назад
সি বুলি কোৱা কথা ষাৰ ময়ো মন কৰিছিলো । সি বুলি কোৱা খুৱ কমহে আছে নাই নেকি?
@amarswapna1133
@amarswapna1133 3 года назад
গিৰিয়েকক কয় আৰু তেনেকৈ,,,সৰু কালৰ পৰা চিনাকি,,,,17 বছৰৰ পৰাই লগ পোৱা বুলি কৈছে,,,,,কোনো কোনো য়ে কয়,,
@sanowarabegum4481
@sanowarabegum4481 2 месяца назад
Manonia H B Sharma jetia MLA hoi tetia mor maa deutai koisil je jalukbari khamostit ajon bahut bhal manuh ahise manuhok bahut help kare tar pisat moi vabilo je moi Baihata Charialit atukura mati kinim mor lora sowali r bahut help hobo ba moi o bahut help pam . Bhoba mote khub kom poisat atukura mati kinilo kintu mor gharuwa akhubidhar karone moi eaat ahibo pora nai aru cm k log karibo pora nai . Mor bia habor pri 30 years hol monor akha monate thail lora sowalir atialoi sakari o howa nai .
@pakhilatalukdar6289
@pakhilatalukdar6289 3 года назад
First comment
@AtulPhukan-fo3yg
@AtulPhukan-fo3yg 3 месяца назад
Cm,cm hai ketiaw beya babaher kariba nalage ,amar morabi hai, per
@AtulPhukan-fo3yg
@AtulPhukan-fo3yg 3 месяца назад
Perty jia nahak, amer morabi,cm,cm baya babaher kariba nalage,anurudh janalu,
@yoyobhosriwaleee8912
@yoyobhosriwaleee8912 2 года назад
Bohut kb lga ase cm r wife hoi besike nkw jailt di dibo kintu kom je Himanta lagile cm houk... Himanta lvlotkoi bht uporor maiki manuh riniki... Riniki is riniki... She is a looking like a model...
@rewatimali1007
@rewatimali1007 3 года назад
আজি কালি হিন্দু মহিলাই কপালৰ ফোট কিয় এৰিলে বাইদেউ । আকৌ বোৱাৰী ছোৱালী হোৱাৰ মন নেকি????
@user-dx3fd7xh2n
@user-dx3fd7xh2n 3 года назад
😂😂😂 moja
@user-dx3fd7xh2n
@user-dx3fd7xh2n 3 года назад
@@chayanikakalita7430 hindu hole aixini porompora mani soliboi lagibo nhole apuni kihor buwary he , aru apunak kune koise nari hole j nije aku koribo napai buli ,ajir xomaj xone tololoi juwa xeikarone buwarywe knkoi thakibo lage aru jiyoriwe knkoi thakibo lage najane , niom xongjom nomona karone pap bur bahi goise abr sinta kori sabo🙏
@rewatimali1007
@rewatimali1007 3 года назад
@@chayanikakalita7430 কপালৰ ফোট টো যদি নলেও হয় শিৰত সেন্দুৰটো কিয় লোৱা ??? নাৰীক স্বাধীনতা লাগে , আপোনাৰ মনটো অসমীয়াৰ কলা খাৰেৰে ধুই লোৱা । এনেকৈয়ে স্বাধীনতা লওঁতে লওঁতে ৰাতি 11 টা 12টা লৈ ঘূৰি ফুৰোঁতে দেশত ধৰ্ষণ কাৰ্য বাঢ়ি গৈছে ।তাৰ বাবে কোন দায়ী বাইদেউ ? আপোনাৰ স্বাধীনতাই দায়ী নহয়নে ????????
@rewatimali1007
@rewatimali1007 3 года назад
@@chayanikakalita7430 আপোনাক বুজা গৈছে আপোনাৰ মনটো বৰ পৱিত্ৰ । আপোনাৰ বৰ জ্ঞান । আপুনি নিঃস্বায় phd । আপোনাৰ লগত তৰ্ক কৰি লাভ নাই । পিছে বাইদেউ বিয়াৰ দিনা খন কপালৰ ফোঁট টো লৈছিল নে নাই ? নে বিয়া নহোৱাকোই পলাই গৈছে ?
@antarahazarika9414
@antarahazarika9414 3 года назад
@@chayanikakalita7430 hoi okol sualir xetrote niyom dhora bondha ase. Kun mohila fut loi, xendur loi xeibur he sai fure sun. Aitu mohilar nijor choice. Moi buji napau iyak loi i'man alusona korar ki proyujon
@kulennath6456
@kulennath6456 3 года назад
Khub val lagil
@BitulOfficial891
@BitulOfficial891 3 года назад
Mzaaa
@minakshinath750
@minakshinath750 3 года назад
Val lagil
@bijuboruah8713
@bijuboruah8713 3 года назад
Eman dhuniyakoi khotha bur koi.
@sanowarabegum4481
@sanowarabegum4481 2 месяца назад
Aji pri 3 years hol ahilo kintu ....
@aninditaphangcho3667
@aninditaphangcho3667 3 года назад
Love you Riniki Bhuyan ma'am ☺️☺️☺️💓💓
@nabajyotisvlog7577
@nabajyotisvlog7577 3 месяца назад
🎉baido moy bijapi sarkar falor pora aku pua nay muk ata ghor lage
@prodipdeori2726
@prodipdeori2726 3 года назад
লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা ভেটা।
@nilakumarsarma1726
@nilakumarsarma1726 3 года назад
Lows are low because they are low.Still time is there to become high.Money,power and pelf can't make man immortal,it is only Indian Culture which can do so.Women only can keep culture updated and vice versa.
@user-qb8ot8yo4t
@user-qb8ot8yo4t 2 года назад
👍👍👍
@nathrashmikitchenndvlogs9010
@nathrashmikitchenndvlogs9010 3 года назад
Vall lage apunak mem
@jaansaikia9308
@jaansaikia9308 3 года назад
xoro xoro kotha bur loi eman😇😇😇kio jodi karobar uncle....hol hoi...tetiya aru xidina....Sp sirok ki buli matisil CM sire xuna nasil...neki.... Baidew bohut val...kothabur bor xundor ke koi...june log paise xi he buji pabo....
@DINESHCHANDRAKALITA
@DINESHCHANDRAKALITA 3 месяца назад
Cultureless.
@dhrubajyotiHaloi-so5mr
@dhrubajyotiHaloi-so5mr 3 месяца назад
Nice mem
@krishnatalukdar8993
@krishnatalukdar8993 3 года назад
Nijr husbandk manuhr agot hi buli kole beya huni,, kin2 love mariyes hole hi tai aibilak horu kotha, aru nijr husband hodai nijor,, aru hi buli koise kin2 englishot kole hi r holni he hl hoi,, mor mote hi buli kuat moi vul buli navabo
@rokibulislam5345
@rokibulislam5345 3 года назад
Rokibul Islam . Himanta sir life history life hindi flim
@dishamoni481
@dishamoni481 Год назад
Khi koleo ako nai...but annor AGT(mediat) husband r kotha kowte nijei teok respect kori kobo lage, respect nokore buli kobo najao but khi buli aneke kole kiba ata tu beya lage...bcz teo cm hoi n ekhon state r
@Binayvlogs6
@Binayvlogs6 3 года назад
Axomot kiman news channel ase Kobo paribo ne .. baki channel bilak sn kot mohila boka panit jap di ase takei dekhai thake anekuwa Val ata news o dibo lage .. Aji he dekha palu Amar moromor Gourobor new CM or patni Val lagise news to ...
Далее
ЛИЗА - СПАСАТЕЛЬ😍😍😍
00:25
Просмотров 2,5 млн
ЛИЗА - СПАСАТЕЛЬ😍😍😍
00:25
Просмотров 2,5 млн