Тёмный

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে অখিল গগৈয়ে 

Pratidin Time
Подписаться 2,2 млн
Просмотров 62 тыс.
50% 1

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিলে অখিল গগৈয়ে।
'News LIive কেনেকৈ নিৰ্মাণ কৰিছিল মোৰ ওচৰত ক'ৰ্টত জিকিব পৰাকৈ ডাঙৰ ফাইল আছে'।
' মোৰ হেৰুৱালৈ একো নাই'
' মুখ্যমন্ত্ৰীৰ সকলো সম্পত্তি চুৰি কাৰ্যৰ টকাৰে নিৰ্মাণ কৰা'।
#PratidinTime #AkhilGogoi #AssamNews #HimantaBiswaSarma

Опубликовано:

 

10 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 342   
@user-dg4vz2sl1k
@user-dg4vz2sl1k 27 дней назад
অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়
@BhriguMonikalita
@BhriguMonikalita 27 дней назад
Geda Miya
@paragnath7329
@paragnath7329 26 дней назад
😂😂😂😂
@debokantaboro1465
@debokantaboro1465 27 дней назад
সৎ সাহসেৰে যিখিনি কথা ক'লে অখিল গগৈ ডাঙৰীয়াই এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি বা নাটক আৰম্ভ কৰে
@user-vj2kb1sb8k
@user-vj2kb1sb8k 27 дней назад
কুকুৰৰ ভুকনিত হাতী নপলায় 😂
@harmohansaud134
@harmohansaud134 27 дней назад
অখিল দাক ধন্যবাদ। কিন্তুু অলপ সাৱধান থাকিব ...
@trailokyarajbongshi9612
@trailokyarajbongshi9612 27 дней назад
Assam ka real Hiro, দম আছে যদি cm এ অখিল ৰ ans ৰাজহুৱা কৰক।
@jayantadutta1024
@jayantadutta1024 28 дней назад
অন্ধবোৰ মৰি থাকিব এতিয়া
@bipulboruah3353
@bipulboruah3353 28 дней назад
Akhil gogi zindabad
@user-vc6sq3ek9p
@user-vc6sq3ek9p 27 дней назад
😂😂😂.. মূখ্য মন্ত্ৰী মহাশয়... আপুনাৰ ৰাজনৈতিক জীৱনত কিমান টকা ঘটিলে তাৰ হিচাব বাৰু নালাগে... ১৯৭৯ চনত আছুৰ সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ সময়ত আপুনাৰ বিৰুদ্ধে অৰ্থনৈতিক লেনদেনৰ কথা আছিল... তাৰ পিছত আলফা গিৰি কৰি থাকোতে গুৱাহাটীৰ ব্যৱসায়ীৰ পৰা আলফাৰ নামত ধন সংগ্ৰহৰ অভিযোগ ও উঠিছিল যাৰ বাবে ছালফাৰ পিনে খোজ পেলাইছিল... সেই খিনি সময়ৰ টকাৰ হিচাব দিলেই হব 😂😂😂😂😂😂
@remiaakhter1376
@remiaakhter1376 27 дней назад
আৰু মুখ্যমন্ত্ৰীৰ কি শুনিবলৈ বাকী থাকিল
@asomiaasom6008
@asomiaasom6008 27 дней назад
অখিল গগৈ দেৱ আপুনি হিমন্তৰ ফাইল সমুহ বহু কপি কৰি বহু লোকৰ হাতত জমা দি থৈ দিয়ক উচ্চতম ন্যায়ালয় ,উচ্চন্যালয় ,প্ৰতিটো বিৰোধী দল সংগঠন ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আদি সকলোকে দিয়ক তেতিয়াহে হিমন্ত এণ্ড কোম্পানীৰ বিচাৰ দণ্ড হব ।অখিল গগৈ জিন্দাবাদ ।
@jayantadas3028
@jayantadas3028 27 дней назад
Rahul Gandhi aha loi k bad sai ase.. Himanta jailr vat khbo ge lgibo.. Rahul Gandhi PM hua pisot.
@Palash6
@Palash6 26 дней назад
Rahul Gandhi PM hle 1ste akhom t HBS a jailt jabo ​@@jayantadas3028
@GamingGalaxy8
@GamingGalaxy8 27 дней назад
Wow excellent 👍
@sanidulislam4977
@sanidulislam4977 28 дней назад
Ai he asol neta
@rambalram2610
@rambalram2610 28 дней назад
আমাক ৰিনিকী ভূঞাৰ দেউতাকৰ নেত ৱৰ্থ অৰ্থাৎ তেওঁৰ নগদ মূল্য মৃত্যুৰ আগত আৰু হেমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ নেট ৱর্থ অৰ্থাৎ নগদ মূল্য তেওঁৰ মৃত্যুৰ আগৰ জনাব লাগে বা কোনো সদাসয় লোকে এই তথ্য ৰাজহুৱা কৰক...😮😮😮😮 বা অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা কৰক...😮😮😮 নাই অখিল দা, আপুনি ৰাইজৰ দলৰ মানুহ গতিকে ৰাইজৰ স্বাৰ্থত সকলো তথ্য ৰাজহুৱা কৰক....!!!!
@Assames_virel_videos
@Assames_virel_videos 27 дней назад
Fb t msg t d diok ... Akhil sir k.
@biki456
@biki456 27 дней назад
Akhil eta goru😁😁😁
@pankajmahanta9397
@pankajmahanta9397 27 дней назад
বলৰাম দা মইও হায়াই চন্দেল পিন্ধো। আৰু shirt টো ছোট নকৰোঁ। 😂😂😂
@rambalram2610
@rambalram2610 27 дней назад
মেকুৰীয়ে মাছ খাই... তাতে কি হল..?? এনেই চালে বেৰে কোবোৱা কথা কৈ কিবা লাভ আছে নেকি...??? ৰেহাই বা ডিস্কাউন্ত অখিল গগৈক ও কোনেও দি থোৱা নাই... যদি জনতাৰ ওচৰত তেওঁৰ বিপক্ষে কোনো তথ্য আছে তেন্তে সেইবোৰ ৰাজহুৱা কৰক....!!! ৰাইজে নিশ্চয় বিচাৰ কৰিব... আজিৰ যুৱ প্ৰজন্মই টো কৰিবই কাৰণ তেওঁলোক মিডিয়াৰ লগত সংযুক্ত আৰু ইণ্টাৰনেটৰ ও সংযুক্ত.... ঠগাব পৰা দিন ইতিমধ্যেই উকলি গৈছে....!!! যাৰ বিপক্ষে প্ৰশ্ন উঠিছে তেওঁলোকে স্পষ্টি কৰণ দিয়ক.... বিনা জুইত টো আৰু ধোঁৱা নুলাই....????? নে কি কোৱা...!!!
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 27 дней назад
হিমন্তৰ সম্পত্তি ঘটাৰ উৎস কি । বিধায়কৰ দৰমহাৰ টকাৰে ইমান সম্পত্তি গোতাব নোৱাৰে ।
@A-NikhilDasGogoi
@A-NikhilDasGogoi 27 дней назад
@@QwertyUiop-zx6xc অসমৰ প্ৰথমটো NEWS channel, Rong TV , Pride east entertainment কত বছৰৰ পৰা চলি আছে, তেতিয়া বেলেগ channel এই নাছিল। তাত কি পইচা পোৱা নাছিল নি ? ৰিণিকি ভূঞা ডাঙৰিয়ানী এ কত যুগৰ পৰা bussiness কৰি আছে বাবেহে আজি ইমান খিনি কৰিব পাৰিছে, RU-vid Video ত লোকৰ সম্পত্তিৰ উম ঘম লৈ থকাহলে নোৱাৰিলেহেঁতেন।
@anonymous_assamese4838
@anonymous_assamese4838 28 дней назад
কালন্তৰ পতন বহুত বেয়াকৈ হ'ব চাই থাকক 😊
@gunajitsarma5579
@gunajitsarma5579 27 дней назад
Sogun neki toi
@dsentertainment9545
@dsentertainment9545 27 дней назад
Gaat lagise niki ..
@ForidulIslam-jp1nv
@ForidulIslam-jp1nv 26 дней назад
Akhil Gogoi Dada , absolutely right ❤🎉❤🎉❤🎉❤🎉❤🎉
@anildeka8427
@anildeka8427 27 дней назад
ইয়াকে কয় বাঘৰ নেগুৰে কাণ খজুৱা।
@putulchgayan
@putulchgayan 28 дней назад
কলাখাৰ ঠিকছে দিছে দেই ✌️✌️✌️✌️
@user-gi5rb4sl1e
@user-gi5rb4sl1e 27 дней назад
Gogoi jindabad. BJP sorkar change hbo lage
@lakhinath3888
@lakhinath3888 27 дней назад
আপােনাৰ প্ৰশ্নৰ উত্তৰ আৰু নাপাই ! মামায়ে দিব নােৱাৰে ।
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 27 дней назад
জেগাত দিচা
@manashpratim3811
@manashpratim3811 28 дней назад
অসমৰ ইতিহাসৰ আটাইতকৈ নিলাজ মুখ্যমন্ত্ৰী-হিমন্ত।।
@M17-f5l
@M17-f5l 27 дней назад
ঠিকেই কৈছে৷
@dsentertainment9545
@dsentertainment9545 27 дней назад
Kalonto krishno
@IndianSecularBABA
@IndianSecularBABA 27 дней назад
Right
@dewanistatus4289
@dewanistatus4289 27 дней назад
আপুনি পিছে xavya c.m hoi dekhaouk kela anke comment dyar bahire to জীৱনত একোডাল কৰিব পৰা নাই 😂😂😂😂
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 27 дней назад
Akhil gogai zindabaad & long live with happynes and prosperity in his life.
@bhabendoley6151
@bhabendoley6151 27 дней назад
গোটেই সম্পত্তি চৰকাৰী কৰণ কৰক।তেতিয়া কৰ্মচাৰী সকলক,চৰকাৰী কৰণ কৰা হব।ধন্যবাদ পাত্ৰ হব ' মামো, ।
@Monikapayum2982
@Monikapayum2982 27 дней назад
Sudmarni hoi himanta
@abhilashkolita37
@abhilashkolita37 27 дней назад
Mozaaa dise👍
@swapankumarmuchahary9920
@swapankumarmuchahary9920 27 дней назад
Great sir 👏
@hazarika3679
@hazarika3679 28 дней назад
Good
@jimikantadoley5659
@jimikantadoley5659 27 дней назад
Akhil gogoi zindabad, 420 Himanta go back
@jyotishbaro933
@jyotishbaro933 28 дней назад
Right 👍
@JayantaPathak-y9z
@JayantaPathak-y9z 27 дней назад
Right❤❤
@hariharbarman1835
@hariharbarman1835 27 дней назад
সেউজীয়া বাছবোৰনো কাৰ ? ২০০ বাছ হেনো চিটিৰ পৰা উলিয়াই তাৰ ঠাইত ২০০ গ্ৰীণ বাছ সুমুৱাই দিলে ৷ কোনেনো ? গ্ৰীণ বাছ সমুহক হেনো ফাইনও নলগাই ৷ তাৰ পৰিবৰ্তে আন বাছ বোৰকহেনো জধে মধে ফাইন লগাই থকা হৈছে ৷ এইবাৰক বাৰু মৃত্যুমুখলৈ থেলাৰ কোনোবাই পৰিকল্পনা কৰিছে নেকি ?
@user-mp4lc9nn9j
@user-mp4lc9nn9j 26 дней назад
অন্ধ্ৰ ভক্ত কেইজনে ভালকৈ ভাবি চিন্তি চাই লোৱা তোমালোকৰ কংখ্ মমাই কি কৰিছে অসম খন ,,বাকী একো কাম কৰা নাই মাথোঁ নিজৰ সম্পত্তি কমোৱাত লাগিছে
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 27 дней назад
Great news for the year of the🇮🇳🇮🇳🇮🇳 2024 . Salute to the news channel pratidin time.
@prasannakumar9373
@prasannakumar9373 27 дней назад
100th Right
@bidyutsaikia-up9cw
@bidyutsaikia-up9cw 27 дней назад
Akhil gogoi dangori zindabad porobortite kalat cm houk bjp go back Congress jindabad
@SIMANTA05NATH
@SIMANTA05NATH 27 дней назад
Mama jindabad xodai jindabaad hoi thakibo harok ba jikok
@dipakbarua4903
@dipakbarua4903 27 дней назад
অসমৰ সকলো সমস্যা সমাধান হল এতিয়া কাৰ কিমান সম্পত্তি আছে তাৰ হিচাপ কৰি দৰমহা কেইটা লৈ থাকিলে হল।
@RatulKalita-uc9zb
@RatulKalita-uc9zb 27 дней назад
Laaz Naikiya CM ai jon
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr 27 дней назад
Very good 👍
@targets618
@targets618 27 дней назад
Right sir
@user-oy4gb3qx2f
@user-oy4gb3qx2f 28 дней назад
America t thoka Tarun Gogoi r Ghor r description tuo Dib sun
@chandandutta3186
@chandandutta3186 28 дней назад
Murkha, tarun gogoi r kono America t property nai
@HEMANTABARMAN-n8c
@HEMANTABARMAN-n8c 28 дней назад
Mani lolu cm e bahut property korise kintu prayato tarun gogoi r americat 2 ta flate thoka buli je koizil seitu rajahua korksun.
@prabalbharadwaj27
@prabalbharadwaj27 27 дней назад
Tar karone akhilgogoi khyamau bisarisil mediar agot .apunar mote scam korijabo lage aru kunue mat matibo nalage nohoi janu.
@pranjalburagohain676
@pranjalburagohain676 27 дней назад
Gobar Bhakt..
@debangamoran7459
@debangamoran7459 27 дней назад
1500 ahi golaa
@phulendas7620
@phulendas7620 27 дней назад
Tihut steel industry, pathsalat market complex.
@dhan5717
@dhan5717 27 дней назад
তহঁতৰ বেলেক কাম নাই অসমত কিমান problem হয় আছে সেইবোৰ ঠিক কৰক আমি সাধাৰণ মানুহ বোৰ মৰি গৈ আছোঁ ইমান বস্তুৰ দাম সেইবোৰ ঠিক কৰক
@assa516
@assa516 27 дней назад
কালন্তক আমাৰ এচাম ভাবুক যুবক - যুৱতীয়ে Idol CM বুলি মানি কটি ফালি zindabad ধ্বনি দিয়ে
@hitumoninrdev8774
@hitumoninrdev8774 27 дней назад
👏👏👏👏👏👍grate job.......
@gulapsondaimari9005
@gulapsondaimari9005 27 дней назад
Akhil. Jindabad❤❤❤
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm 27 дней назад
Dada.. Supream courtot case diyok....
@mamonidoley1004
@mamonidoley1004 26 дней назад
সুন্দৰ পদক্ষেপ।
@bapanrajbongshi6637
@bapanrajbongshi6637 27 дней назад
মূখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ স্কুলখন বিক্ৰী কৰি অসমৰ মানুহক পইচাবোৰ ভগাই দিব লাগে।
@bhupenkumar8191
@bhupenkumar8191 27 дней назад
Strange you Akhil Gogoi.You are the best & great.Please ready to disclose each & everything if you feel necessary for the betterment of our state/ country .
@abdulhekim5770
@abdulhekim5770 27 дней назад
বিধায়ক অখিল গগৈয়ে ক'লে , এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ উত্তৰ দিলে ভাল হয় নেকি?
@manjurulhoque9795
@manjurulhoque9795 27 дней назад
Mama exposed
@user-zg1or9ho3e
@user-zg1or9ho3e 27 дней назад
Right
@MomiGogoi-j5j
@MomiGogoi-j5j 27 дней назад
Akhil gogoi is right
@madhurjyadeka5248
@madhurjyadeka5248 27 дней назад
সকলো মন্ত্ৰী বিধায়কৰ সম্পত্তি তালিকা নিজে দাখিল কৰিলে গম পাম কাৰ কিমান সাহস ।কথা কব পাৰে কিন্তু উপদেশত কৈ আৰ্হি টান ।বহুত নেতা আছে অগাধ সম্পত্তিৰ মালিক ।কত ঘটে নেজানো ।আলাউদ্দিনৰ চাকি আছে নেকি ।আনক সমালোচনা কৰি লাভ নাই ।নিজক সমালোচনা কৰক ।
@manjitboruah5392
@manjitboruah5392 27 дней назад
😊🙏🙏🙏🙏🙏...hundorrr sirrr
@anupamroy466
@anupamroy466 27 дней назад
Mojaa desa sar
@moksoodahmedlaskar6735
@moksoodahmedlaskar6735 27 дней назад
Very nice with facts..... genuine leader
@user-gi3go6qq7m
@user-gi3go6qq7m 27 дней назад
Excellent and right and truths speech given by respected Leader and MLA Akhil Gogoi.
@bharattanti9115
@bharattanti9115 27 дней назад
Akhil Da i kintu jegat dhorise atiya !
@swapnabegum7672
@swapnabegum7672 28 дней назад
😂😂😂😂. mama rati tupuni naiiiii aji
@gopalnarah8064
@gopalnarah8064 27 дней назад
Right gogoi sir
@user-wt2ko8om3s
@user-wt2ko8om3s 28 дней назад
Good akhil da good
@dewanhazrat4405
@dewanhazrat4405 27 дней назад
Akhil is Right
@assamtractorvideo6619
@assamtractorvideo6619 28 дней назад
Kathakhini Val Lagil. Mamar Karbar ses.
@jayantadas3028
@jayantadas3028 27 дней назад
Akhil dai ji xini koise xokolu xosa kotha koise. ❤ Axomor sob toka luti luti ghoiniyek aru putekk di ase.
@litysa4236
@litysa4236 27 дней назад
A G Dore hahokhi lok aru thakile dekh bohu unnata hobo🎉🎉🎉
@DigantaHazarika-zx7dr
@DigantaHazarika-zx7dr 27 дней назад
Akhil da jindabad
@balinbora7788
@balinbora7788 27 дней назад
Very good akhil gogoi
@TarunChDeka-cb4go
@TarunChDeka-cb4go 27 дней назад
কিন্তু আকাশত ওলোৱা ৰামধেনু খন কোনো ৱাই ললে নেকি জনাব
@sadanandagogoi4226
@sadanandagogoi4226 27 дней назад
Ki je😅😅😅
@deadlydrax2711
@deadlydrax2711 27 дней назад
Mamai nizor jalot nize focil. Akhil Gogoi a good question korise.
@monowarhusaain4322
@monowarhusaain4322 26 дней назад
সচাঁই অসমীয়াৰ হিৰো অখিল দা
@sumidas7381
@sumidas7381 27 дней назад
B j p zindabad
@debangamoran7459
@debangamoran7459 27 дней назад
Lav naai... mumai aku nidi a ..mumai okle nijr karon he kribi g kribo.
@smilesheikh526
@smilesheikh526 24 дня назад
❤❤
@monjitdoley2125
@monjitdoley2125 27 дней назад
অসমীয়া ভয় কৰে মুখ্যমন্ত্ৰী ক এনে কব নালাগে ভুখী লাভ নাই অখীল দা
@bubusensua9055
@bubusensua9055 27 дней назад
A moja akhil da
@lakshyachutia5880
@lakshyachutia5880 27 дней назад
🔥
@nabajitchakraborty6847
@nabajitchakraborty6847 28 дней назад
You r Right .mukh khuli kotha koi.
@hanseali1924
@hanseali1924 27 дней назад
অখিল গগৈ ধন্যবাদ
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 27 дней назад
Mama, akhil or protayahban grohon korok, nohole manuhe aapunak kapurush. Bulibo.
@debenhandique9958
@debenhandique9958 27 дней назад
Very good
@lnl6069
@lnl6069 27 дней назад
Himanta biswa Sarma Hatigaont Lashimi nagarot eta khohur roomot ghar vara kori thaki...Rinikik biya pati Eta eta koi Guwahatir Hajor manuhk til til koi mari, ghar mati dokhol kori dalali kori thaki, Guwahati Hajorr manuhk ses kori dise... Okhomor manuhk hindo mushalman kori thakib di amak murkho khojai rakhise..aji amak Loghone mari Aghori kori rakhise...🙏🙏
@gonjanboruah6988
@gonjanboruah6988 27 дней назад
এই বিলাকত লাগি থাকোতে চাৰে শিৱসাগৰৰ কথা একেবাৰে পাহৰিছে। এতিয়া কঙগেৰচেৰে সৈতে লগ লাগি নিজে উৰি নাজাব।
@sadanandagogoi4226
@sadanandagogoi4226 27 дней назад
Ki je kuah
@Sukanya123-jf3fk
@Sukanya123-jf3fk 27 дней назад
Akdom xsa ktha koise 5yrs hobo hol Mla hua kintu sivasagart development r namot zero
@Ankuran_Saikia
@Ankuran_Saikia 27 дней назад
😂😂😂😂
@debangamoran7459
@debangamoran7459 27 дней назад
​@@Sukanya123-jf3fkmumai a nidi a j..
@Sukanya123-jf3fk
@Sukanya123-jf3fk 27 дней назад
@@debangamoran7459 sob Mla r fund t poisa ahe najane sage hui thakok
@arjuntamulpur8639
@arjuntamulpur8639 27 дней назад
Thank you
@sunandaborah8177
@sunandaborah8177 27 дней назад
অখিল গগৈ জিন্দা বাদ ।জয় আই অসম । অখিলৰ বিষয়ে ওলটা পোলোটা কৰা দুজনক কটতলৈ তাঁত বাতি কৰালোঁ ।
@BikramDas-jr5sz
@BikramDas-jr5sz 27 дней назад
ই সেইদিনৰ পৰাই কিবা নহয় কিবা বকি থাকে ...কিন্তু ইয়াৰ কথা কোনেও নুশুনে নামানে 😃😃😃😃😃
@AshimSarma-ku4hd
@AshimSarma-ku4hd 27 дней назад
ওৱাৰ great Cm In Assam Mama ❤️
@evamonimehdha7169
@evamonimehdha7169 27 дней назад
Okhel gogoi dabo vobeshot asa ru cmo gadet boha dorka asa asamo karona val hobo hosai gode mon tu anakui
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 27 дней назад
Akhil Gogoi da bhal Katha koise.
@jimlidas5986
@jimlidas5986 27 дней назад
DEE LP& UP 26/12/2023...advrtisment apply korilu but aji 9 mah hoi gol... Merit list prokash na pale..... CM aru EM oti hunkale koi koi.... 9 mah par hoi gol.... Bortomane CM sir Lp Up merit list kotha kole... CM sir ai bisoy tu avoid kore
@AnilLagachu-uo1vi
@AnilLagachu-uo1vi 27 дней назад
Akil gogoi zindabad
@quotesweekly.
@quotesweekly. 27 дней назад
@MoinulHoque-um5gd
@MoinulHoque-um5gd 27 дней назад
assam kiyo jolabo বিচাৰিছে mama jobab dibolagibo
@nripenborgohain201
@nripenborgohain201 26 дней назад
সাধাৰণ ৰাইজে বুজক কাৰ কি লালসাত কি কাম কৰিছে অসমবাসীয়ে কাৰপৰা কি পাইছে হিচাপ উলিয়াই দিলে ৷
@bitulphukan2812
@bitulphukan2812 27 дней назад
Hokolu Montri, MLA r property jonabo lage,eman Toka kot pai Montri,MLA bilake
@Rinku-gp3kt
@Rinku-gp3kt 28 дней назад
অখিল গগৈৰ সম্পত্তি ৰাজহুৱা কৰক ।
@anonymous_assamese4838
@anonymous_assamese4838 28 дней назад
তই বলিয়া কুকুৰক সোধ, সি ক'ব 😂😂
@safimedicose
@safimedicose 27 дней назад
Boliya kukurok hudha hi hasap dibo...nubuji boliya kukur r dore comments dile nohoi
@thedevogramstory7483
@thedevogramstory7483 27 дней назад
Murkho tur khub gat lagisa saga mama ktha kolot....
@skyboy2389
@skyboy2389 27 дней назад
​@@safimedicose❤
@Ankuran_Saikia
@Ankuran_Saikia 27 дней назад
Tau nokora rajohua
@success2089
@success2089 27 дней назад
নিউজ লাইভ জ্বলাই দিব লাগে
@skyboy2389
@skyboy2389 27 дней назад
Kio be
@mahanandatalukdar9926
@mahanandatalukdar9926 27 дней назад
199,%Rught Akhil
@AtaurRahman-en3hw
@AtaurRahman-en3hw 27 дней назад
good news akhil da zindabad
@rajibbora1813
@rajibbora1813 27 дней назад
কাকনো বুলিম ককা সকলোৰে দাৰি চুলি পকা 😅😅😅😅😅😅
Далее
▼ЮТУБ ВСЁ, Я НА ЗАВОД 🚧⛔
30:49
Просмотров 532 тыс.
🍏 Устарели ОФИЦИАЛЬНО! 🤡
00:32
гендер пати🩷🩵
00:21
Просмотров 113 тыс.
▼ЮТУБ ВСЁ, Я НА ЗАВОД 🚧⛔
30:49
Просмотров 532 тыс.