9.18 Am ৰবিবাৰে এই interview টো চাই থাকো হঠাৎ মোৰ ভন্টি অনুষিকাই tv টো লগাই হত্যাত বা য়ে কোৱা জিদ্দি কাঞ্চা গান টো বাজি উঠে । কিবা এটা ভাল লাগে বা আপোনাৰ গান শুনি । মইও কিবা লিখাৰ আগত নিজকে feel লৈ লিখিব চেষ্টা কৰোঁ আৰু সেই feel টো আনিবৰ কাৰণে আপোনাৰ গান শুনি থাকো । Thank you so আমাক ইমান ধুনীয়া ধুনীয়া গান উপহাৰ দিয়াৰ বাবে ❤