Тёмный
Jaatra
Jaatra
Jaatra
Подписаться
Jaatra with Aichengfa Boruah primarily focuses on conducting interviews with celebrities and significant personalities from in and around Northeast India.. These interviews often delve into the personal and professional lives of the people, offering viewers insights into their experiences, perspectives, and projects. The channel may cover a wide range of personalities from various fields such as entertainment, sports, music, and more.
Комментарии
@reemsasthetics
@reemsasthetics 8 минут назад
বৰদেউতা আপোনালৈ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ 🙏আপোনাৰ গান শুনি ডাঙৰ হৈছো আজিও শুনো। আপুনি কেতিয়াও নাভাবিব আমি আপোনাক পাহৰি গৈছো। সদায় সকলোৱে মনত হদয় ত আছে আৰু থাকিব। আপোনাৰ যিখিনি অৱদান আমাক আগবঢ়াই দিলে তাৰ বাবে বহুত বেছি ধন্যবাদ 🙏আপুনি সদায় কুশলে থাকক আৰু ভাল ভাল অৱদান দি যাওক। যাত্ৰা পৰিয়াললৈ অশেষ ধন্যবাদ তেওঁ ক আমন্ত্ৰণ কৰি অনাৰ বাবে।
@trishnasarania3694
@trishnasarania3694 Час назад
❤❤❤
@DibyajyotiBaruah-lz2mm
@DibyajyotiBaruah-lz2mm Час назад
কৃষ্ণ দা এজন বিহুৱা ৷ সোনমইনা, বৰদলৈছিলা ,শোৱনশিৰি , সোনপখিলি কেছেটৰ পৰাই তেওঁৰ বিহু গান শুনিছো ৷
@fatbikeriderarunabh9276
@fatbikeriderarunabh9276 Час назад
সাত দিনৰ পিছত চালোঁ ভাল লাগিল।
@biswajithandique4083
@biswajithandique4083 2 часа назад
Baa asu tur lgot hodai sinta nkoribi ami Asu ❤
@manishadeka6600
@manishadeka6600 2 часа назад
আপোনাৰ চকুত প্ৰাপ্তিৰ চকুপানী দেখি চকুলো ওলাই গ'ল বা😌।
@burgmanstreetrider5289
@burgmanstreetrider5289 2 часа назад
Mahendra Hazarika ❤❤❤
@sauravgogoi1471
@sauravgogoi1471 3 часа назад
Akhetor Nisina Manuhei, Axom khonor Gourob, Dhonyo Apuni#❤🎉
@SmilingGym-fo3cr
@SmilingGym-fo3cr 3 часа назад
Ghor khone adin aalohi hoi jai
@creatorhandle100
@creatorhandle100 3 часа назад
Ba ei devjonok ana babe vogobne apunak ru aguwai diyok hsai ei devjon buli kolei sokupni ulai hsai😢😢
@arpansvlogs5930
@arpansvlogs5930 3 часа назад
Choreography ফালৰ পৰা উদয় দা সদাই প্ৰিয় আৰু অৰুণ দা ধেমেলীয়া অভিনয় বোৰ বৰ প্ৰিয় সেই বাবে সকলোৰে চিনাকি অৰুণ দা...আৱাহন থিয়েটাৰ ardhangini নাট খনৰ নাম লোৱা বাবে ভাল লাগিলে , ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে দৰ্শক বাবে নতুন প্ৰজন্ম বাবে, আৱাহন সদাই প্ৰিয় মোৰ...শেষত যাত্ৰা আগুৱাই গৈ থাকক ❤❤🎉
@RitupanSenapoti
@RitupanSenapoti 4 часа назад
Apunar voice tu bhut val lage baaa ❤❤
@monjitdeka3358
@monjitdeka3358 4 часа назад
ইমান দুখ লাগি গৈছে বা।
@arupbora2442
@arupbora2442 5 часов назад
Ailhn nasale
@buddhaboruah3008
@buddhaboruah3008 5 часов назад
❤❤❤🙏🙏🙏
@sushilkonwar7012
@sushilkonwar7012 6 часов назад
ইমান আবেগিক নহবা-- হলে জানো চলিব -- যুদ্ধ ক্ষেত্ৰৰ -- এৰি নাযাব -- অন্তৰ কথা বোৰ -- হৃদয় উবিয়াই নিডিবাঁ -- আশা আছে চাবলৈ -- যোগ যুগন্ত্ৰৰলৈ --
@user-tn5tz4bn9g
@user-tn5tz4bn9g 6 часов назад
বা আপুনাৰ কথা বিলাক ইমান ভাল লাগে মই সদাই চাও যাএ
@swargiarypreety2129
@swargiarypreety2129 6 часов назад
Always keep smiling Baa ❤️ 🥰
@lalitborah7971
@lalitborah7971 7 часов назад
বৰ দুখ লাগিল শ্ৰদ্ধাৰ শিল্পী গৰাকীৰ চকুলো দেখি ৷এক সুন্দৰ অনুস্থান ৷
@Lucky_Saikia60
@Lucky_Saikia60 7 часов назад
@its....gungun5759
@its....gungun5759 7 часов назад
Mur zubeen da past 1st and last only favourite achurjay daa❤❤
@bestbollywoodsongs8201
@bestbollywoodsongs8201 8 часов назад
আইছেংফা বা Nayan Nilim দাক লৈ আহিব ।
@r.hazarika9231
@r.hazarika9231 9 часов назад
মৌচুমৰ গীত শুনি বহুত ভাল পাওঁ। তেওঁৰ গীতবোৰে হৃদয় চুই যায় সঁচাকৈয়ে। তেওঁৰ মনৰ অনুভৱ জানি বহুত ভাল লাগিল। এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ গীত আমাক উপহাৰ দি যাওঁক, তেওঁ কুশলে ৰাখক ভগৱন্তই তাৰেই কামনা কৰিলোঁ। আইচেংফা,আইঐ দেহি তোমাকো ইমান মৰম লাগে ❤🥰তোমালৈও অশেষ ধন্যবাদ জনাইছোঁ ❤️❤️❤️
@Tarali999
@Tarali999 9 часов назад
100k Baa🎉❤
@utpalakalitabharali755
@utpalakalitabharali755 9 часов назад
বহুত ভাল লাগিল বা।
@maitreyeeboiragi8519
@maitreyeeboiragi8519 11 часов назад
বহুত ভাল লাগিল দেই
@bornaliboruah6591
@bornaliboruah6591 13 часов назад
@MainaGogoi-j9q
@MainaGogoi-j9q 15 часов назад
Gitimoni borgohaing lge ❤😊
@utpalakalitabharali755
@utpalakalitabharali755 15 часов назад
Bahut Bahut vhal lagil Ba.Arun sir aaru Udoi sir aapunaluk hodai eke dorei thakok❤
@devajanidutta3717
@devajanidutta3717 17 часов назад
Congratulations aisengfa ba aro apunar hohojatri hokol... Aro aguai jaok😊
@madhurjyagogoi8074
@madhurjyagogoi8074 17 часов назад
Mur vl lga dujon aaji ba lgt khub vl lagil sai
@biplobmoran3759
@biplobmoran3759 День назад
শ্ৰদ্ধাৰ শিল্পী গৰাকীয়ে সদায় সত্যক উপস্থাপন কৰি আহিছে । আমাৰ কাৰণে আপুনি সদায়ে শ্ৰদ্ধাৰ,সদায়ে আদৰণীয় আৰু সদায়ে প্ৰেৰণা । ধন্যবাদ জনালোঁ "যাত্ৰা"ৰ পৰিয়ালক ।
@DebashisPritom-mg1cg
@DebashisPritom-mg1cg День назад
জুবিন দা ❤❤❤❤❤❤
@sumanthakuria9098
@sumanthakuria9098 День назад
Baidu Kanika Nath ou lagi
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc День назад
আৰু আগুৱাই যাওক এই ৰেন মৌৰ যাত্ৰা
@gkassamese070
@gkassamese070 День назад
সঁচা অৰ্থত এজন মানুহ
@abhijitsaikia4385
@abhijitsaikia4385 День назад
Bortar soku pani dekhile bohut dhug lge .bortak bohut usr pora paisu ❤
@user-zi8im2sc5w
@user-zi8im2sc5w День назад
সদায় প্ৰিয় ❤
@bobybocha3921
@bobybocha3921 День назад
Barakha Rani bak matiba adin ba...
@sunmonikonch2839
@sunmonikonch2839 День назад
Bohut val Hoisa Baa ❤ Love from Hyderabad Hi-tech City 🏙️
@Bora_Traveling_vlog
@Bora_Traveling_vlog День назад
মই গৌৰব গগৈ চাৰৰ জিৱনৰ প্ৰতিটো পলে মঙ্গল কামনা কৰিলো ।
@swarnabhajani6884
@swarnabhajani6884 День назад
ভেঁ‌😢😢😢
@user-fj8uc1qz4g
@user-fj8uc1qz4g День назад
বা তোমাৰ মাট তো বহুত ধুনীয়া ভাল কৈ গান এটা গাবা চোন plz🙏
@kaushikdas6163
@kaushikdas6163 День назад
বা পাপন দাক লাগে
@biswajitgogoi5376
@biswajitgogoi5376 День назад
Aiceng fa ba...apunr anusthn ti mur khube prio...Mahendra Hazorika debok 🙏🙏hto kuti pronam. Tekhet..aporixim..apunnr imn dhunia kathan hoily...bikhek ke kakaidew...Aioo...❤ eibilk bor vl lage...Aioo buli koi thakibo kintu..amr pehi.dadai..sbe lg lagi sao..pehi hte apunk bor vl pai.. Apuni bru apadewr jiekor dighl suli gnttut Robi dr lgt abhinoi kora....krishnomoni Nathr dar lgt abhinoi kora..hai ba jni hoi ne...apunalukor anusthanor hamuh hadysa brindok..aakeh dhynobad...vle thakok..aru Ren mou aguai jaok....
@ShikhamoniBordoloi-tq8ur
@ShikhamoniBordoloi-tq8ur День назад
ba bohut bohut dhuniya hoise ooo kapur jur logt bohut val lagese
@chandramabharali1656
@chandramabharali1656 День назад
তিনিওগৰাকী মোৰ খুউব প্ৰিয়❤ এগৰাকী প্ৰিয় অভিনেতা তথা ব্যক্তিত্বশীল ব্যক্তি, এগৰাকী প্ৰিয় নৃত্যশিল্পী তথা অভিনেতা আৰু এগৰাকী প্ৰিয় অভিনেত্ৰী তথা অনুষ্ঠানৰ আঁতধৰোঁতা🥰তিনিওৰে সু-স্বাস্থ্য কামনা কৰিলোঁ🙏
@purobeegogoi1343
@purobeegogoi1343 День назад
Bohut besi bhal lagile. Thanks and❤you
@Rabhajyotika
@Rabhajyotika День назад
❤😊
@r.hazarika9231
@r.hazarika9231 День назад
প্ৰিয়ংকাৰ সাৱলীল আৰু সুমধুৰ কণ্ঠ সদায়েই প্ৰিয়। তেওঁ এই কণ্ঠ অবিৰতভাৱে সকলোৰে হৃদয়ত বাজি থাকক চিৰ দিনলৈ তাৰেই কামনা কৰিলোঁ। শিল্পী গৰাকীৰ মনৰ অনুভৱ জনোৱাৰ বাবে আইচেংফালৈ অশেষ ধন্যবাদ জনাইছোঁ। এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ অনুষ্ঠান পাম তাৰেই আশা কৰিলোঁ ❤️❤️