Тёмный

শিৱসাগৰত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ছাত্ৰৰ ছুৰীৰ আক্ৰমণত শিক্ষকৰ মৃত্যু। 

News Live
Подписаться 2,9 млн
Просмотров 223 тыс.
50% 1

📌শিৱসাগৰত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ছাত্ৰৰ ছুৰীৰ আক্ৰমণত শিক্ষকৰ মৃত্যু।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Опубликовано:

 

5 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 422   
@thepoliticalawareness1021
@thepoliticalawareness1021 6 дней назад
সমাজ খন ধ্বংস হৈ গল? সৰু লৰা হলেও ফাঁচী দিয়া উচিত
@S.M.8439
@S.M.8439 6 дней назад
ছাত্ৰজন জীয়াই থাকিলে সমাজত কাৰো নিৰাপত্তা নাথাকে।
@rajeshhazarika1663
@rajeshhazarika1663 6 дней назад
একদম ঠিক কথা
@anjumaassameserecepie
@anjumaassameserecepie 6 дней назад
Hossai😢
@shivshankar-os3wd
@shivshankar-os3wd 5 дней назад
Kaaron hi eta psychopath gotike somajor karone eta voinkor bipod ru lgt eta kotha enekua psychopath nijor ghart te manuh jnmo doe Yar upbringing beya mak deutak total responsible
@user-nb4yb1rq7k
@user-nb4yb1rq7k 5 дней назад
Eiaatkey 100 gun dangerous manuh asey laakh laakh.
@ashokkumarrabha9103
@ashokkumarrabha9103 5 дней назад
Right
@jatingogoi5240
@jatingogoi5240 3 дня назад
শিক্ষকৰ গাতো আজিকালি দোষ থাকে । প্ৰাইভেট স্কুলবোৰত শিক্ষক-শিক্ষয়ত্ৰীয়ে কিছুমান ছাত্ৰ-ছাত্ৰীক first বেঞ্চৰ আৰু last বেঞ্চৰ বুলি মানষিকভাবে এটা চাপ সৃষ্টি কৰি আহিছে। Last বেঞ্চৰ বুলি ক্লাছৰ মাজত থিয় কৰাই লাজ দিয়া, তিৰস্কাৰ কৰা, গাধা বুলি, অলপ দুষ্টামি কৰিলেই মাক দেউতাকলৈ ৩ গুণ দোষ যাপি দি ফোন কৰি ৰিপৰ্ট দিয়া , এই ধৰনৰ কাৰ্য্য কৰি কিছুমান ছাত্ৰ-ছাত্ৰীক মানসিক চাপ দিবলৈও এচাম শিক্ষক-শিক্ষয়ত্ৰী বাদ পৰা নাই । মই ভাবো আভ্যন্তৰীণ ভাবে বিষয়টো অনুসন্ধান হব লাগে।
@RohmanAli-gy2lc
@RohmanAli-gy2lc 11 часов назад
Ok p
@gobindradas6505
@gobindradas6505 11 часов назад
Hoi
@air33-ias53
@air33-ias53 6 дней назад
ছাত্ৰ তাত্ৰ বুলি কথা নাই। সি এটা নৰ পিশাছ। তাকো খতম কৰি দিয়া যাওক।
@anjumaassameserecepie
@anjumaassameserecepie 6 дней назад
Right 👍
@QuikeBoss
@QuikeBoss 6 дней назад
😂😂😂
@babuldas4341
@babuldas4341 5 дней назад
ঠিক
@GautamKakati-ge6pm
@GautamKakati-ge6pm 5 дней назад
Right ✅️ direct encounter hobo lage e 😢..ai noro pichash tuu somajor babaa aa khubei bea hobo..
@ashokkumarrabha9103
@ashokkumarrabha9103 5 дней назад
Right
@sosankachutia5701
@sosankachutia5701 5 дней назад
সকলো ছাএৰ আগত বাৰে বাৰে লাজ দিলেও এদিন শিক্ষকৰ সলনি শশ্ৰু হলগৈ ছাগে ভাল দৰে সুধা পোছা কৰক সি নিশ্চয় অপমান সহ্য কৰিব নোৱাৰি ।সেই কাৰণে শিক্ষকে কেতিয়াবা কেতিয়াবা ছাএক লগৰ দৰে ব্যবহাৰ কৰিব লাগে। ভাল দৰে সুধক কথাতো নিশ্চয় ওলাব।
@sudarshanpragati123
@sudarshanpragati123 6 дней назад
শিক্ষকক লৈ news বোৰ দি থাকে।শিক্ষকসকলৰ পাছত খেদি খেদি বেয়াকৈ কৈ news বোৰ দি থাকে নহয়।সেইবোৰ সকলো ল'ৰা ছোৱালীয়ে চায়। সেইকাৰণে সিহঁতৰ দৃষ্টীত শিক্ষকসকল বেয়া ।মাৰিব লাগে কিবা ক'লে।আজি এনে কাণ্ড আৰু কাইলৈ বা কি হয়
@gopalthapachetry
@gopalthapachetry 6 дней назад
শিক্ষকৰ নাম কৈছে কিন্তু ছাত্ৰৰ নাম কিয় কোৱা নাই কোনোৱে?
@rajeshhazarika1663
@rajeshhazarika1663 6 дней назад
টকা খালে চাগে জহপাহঁতে😡
@user-lt9nm2cc7z
@user-lt9nm2cc7z 6 дней назад
Satrojon Muslim nhy j 😂
@ub7471
@ub7471 6 дней назад
তই আকৌ ধৰ্মৰ ৰেকৰ্ড খন বজাব আহিলি জহৰা মিঞা ।
@TazuddinTaz-wc1yb
@TazuddinTaz-wc1yb 6 дней назад
😂😂😂​@@user-lt9nm2cc7z
@zanti680
@zanti680 6 дней назад
Axomiya
@user-vw8yc8uw2o
@user-vw8yc8uw2o 6 дней назад
বেয়াকৈ নিন্দনীয়... ছাত্রৰ নামত কলংক...
@aparajita151
@aparajita151 3 дня назад
ইমান কম বয়সতে যদি ইমান বেছি ভয়ংকৰ কাম কৰিব পাৰে তেন্তে শাস্থি ও ভয়ংকৰ ৰ এই হ'ব লাগে জীৱনটো ৰ বাবে হাত ভৰি কাতি পেলায় পংগু কৰি থব লাগে
@anjelbaruah7401
@anjelbaruah7401 6 дней назад
এইসকল ছাত্ৰ নে দানৱ। ধনী দেউতাকে টকাৰ‌বলত দানৱ পুত্ৰ ক বচাই দিব।
@rajeshhazarika1663
@rajeshhazarika1663 6 дней назад
একদম ঠিক কথা সেয়ায়ে হ'ব কাৰণ এইখন ভাৰত
@user-fr3uo9mu3s
@user-fr3uo9mu3s 6 дней назад
Ehh enew basibo......!! Karon ajikali class 11 or satror boyokh 18 bosor nohoi.......!!
@NiranjanDas-v4e
@NiranjanDas-v4e 5 дней назад
​@@user-fr3uo9mu3shoi. Mur 16 years. Class 11th .
@babuldas4341
@babuldas4341 5 дней назад
ঠিক কৈছে, নহলে কলা কুট বোৰে কি কৰিব
@AQUA_____
@AQUA_____ 5 дней назад
Of course I guess
@mousumichoudhury7409
@mousumichoudhury7409 6 дней назад
প্ৰাথমিক বিদ্যালয় ৰপৰাই নৈতিক শিক্ষা ৰ পিৰিয়ডটো বাধ্যতামূলক কৰি দিয়ক শিক্ষা বিভাগে অতি সোনকালে। নহ'লে ভৱিষ্যত সমাজ খনে কি ৰূপ ল'ব ঈশ্বৰে হে জানে।
@prakritirvlogs1463
@prakritirvlogs1463 6 дней назад
Ai kothatu bohut bosoror porai ami anubhob kori ahisu
@anjumaassameserecepie
@anjumaassameserecepie 6 дней назад
Hossai😢
@rakhideka9909
@rakhideka9909 5 дней назад
Val. Kotha koise..ake bare mur monor kotha..koise
@binapanimedhi6760
@binapanimedhi6760 3 дня назад
Student jonok dhikkar dilu. Bhogobane uchit xasti diok.
@user-wq2tv2zr5z
@user-wq2tv2zr5z 6 дней назад
হে ভগৱান দেগাৰ তাৰ মাক বাপেকে কি খাই জনম দিছিল
@bkp9774
@bkp9774 5 дней назад
হাজ পানী খাই আৰু লগতে গাহৰি মাংসৰ বইল।😊😊😊
@dipkumardas2126
@dipkumardas2126 6 дней назад
ছাত্ৰ জনৰ ভাষ্য কিয় লোকোবাই ৰাখিছে, তাৰ মানে নিশ্চয় কিবা ৰহস্য আছে ।
@joshnaray3117
@joshnaray3117 6 дней назад
শিক্ষকক মাৰ্দাৰ কৰিব নেলাগে , শিক্ষা গুৰু হয় , শিক্ষক বিলাকে ও জে ছাত্রীক ধৰ্ষন কৰি আহিছে কেতিয়াবা নিউজত পাও সেইতু লাজৰ কথা
@digantajyotibordoloi5528
@digantajyotibordoloi5528 6 дней назад
লৰা জনৰ মাক দেউতাক ৰ নাম প্ৰকাশ কিয় কৰা নাই কিবা ৰহস্য আছে লৰা টু নাম কি
@babuldas4341
@babuldas4341 5 дней назад
মই ও তাকেই কৈ আছোঁ, কোনো চেনেলে নকলে
@ytassamgkknowledge5675
@ytassamgkknowledge5675 5 дней назад
জনি সিং
@VijayaPhukan-xm9hi
@VijayaPhukan-xm9hi 2 дня назад
Rohosyo mane Maak A.C.S..officer..Deutak M.V.I..asil Dhukal .
@anupamagohaindas5002
@anupamagohaindas5002 6 дней назад
এই দানবটোৰ নাম ঠিকনা কিয় উল্লেখ কৰা নাই । বৰ দুখ জনক ঘটনা
@commandolovers2.036
@commandolovers2.036 6 дней назад
লৰাটোক উচিত শাস্তি দিব লাগে যাতে এই ঘটনা পুনৰাবৃত্তি নহয়।
@user-fr3uo9mu3s
@user-fr3uo9mu3s 6 дней назад
Ki hobo aru taar Hi tohh Minor ehh hobo Sage aru......!!
@alamali2640
@alamali2640 6 дней назад
তাক ৰাখি কি লাভ counter কৰিলে হল
@user-zw3uc3mt6y
@user-zw3uc3mt6y 6 дней назад
শাস্তি পুনৰাবৃত্তি তাক Direct ফাঁচি দিব লগে । আমি আগতে sir Mam ক চকুলেই চাব ভয় কৰিছিলোঁ আজী কালি ইহঁতৰ নিচিনা লৰা বোৰৰ কাৰণে নিজকে গুণ্ডা দেখাবো গৈ বহুত লৰা বিয়া শিক্ষা পাইছে
@jitunath1670
@jitunath1670 6 дней назад
student বুলি কোনো আইনৰ সুৰুঙাৰে যাতে সাৰি নাযায়। যাৱত জীৱন কাৰাবাসলৈ পঠাব লাগে no argument
@babuldas4341
@babuldas4341 5 дней назад
হয়
@kalyaniborah6550
@kalyaniborah6550 2 дня назад
তেনেকুৱা লৰা সৰু হওঁক বা ডাঙৰ হওক ফাঁচী দিব লাগে । সি জীয়াই থাকিলে আৰু ভয়ংকৰ ঘটনা সংঘটিত কৰিব ।
@mrsoldier5224
@mrsoldier5224 5 дней назад
মবাইল আৰু ডাগ্ৰছৰ প্রভাৱ।। লগতে অতি আধুনিক কৰিব বিচৰা পিতৃ মাতৃ ৰ সুযোগ্য সন্তান এইবোৰ।। ধিক্কাৰ আমাৰ সমাজ ব্যবস্থা, শিক্ষা প্রক্রিয়া
@debojitmili2004
@debojitmili2004 6 дней назад
এইজন ডাঙৰ হ'লে আৰু বেয়া হ'ব
@kripalsaikia924
@kripalsaikia924 6 дней назад
আজি কালি এটা চাট টো দিব নোৱাৰে শিক্ষক সকলেআৰু হ'ব এনে ঘটনা
@jharnaghandique8729
@jharnaghandique8729 6 дней назад
হে ভগৱান কোন দিশে ধাৱমান আজিৰ যুৱ প্ৰজন্ম ।
@anjumaassameserecepie
@anjumaassameserecepie 6 дней назад
Najanu aru😢
@rajubaishya3356
@rajubaishya3356 6 дней назад
ছাত্ৰ জনক জাবত জীৱন কাৰাদণ্ড দিব লাগে
@alamali2640
@alamali2640 6 дней назад
Right
@manashisplay4496
@manashisplay4496 5 дней назад
Fasi dib lage,jelor garam VAT khuwai ki lav
@AQUA_____
@AQUA_____ 5 дней назад
Nuyare he's below 18
@RimpiKalita-sl1qb
@RimpiKalita-sl1qb 5 дней назад
ছাএজনক জাবত জীৱন কাৰাদণ্ড দিয়ক
@pollobtamuly589
@pollobtamuly589 6 дней назад
ছাত্ৰৰ নামত কলংক... উচিত তদন্ত হব লাগে ৷
@papumoran5681
@papumoran5681 6 дней назад
শিক্ষা ‌গুৰু চিনি নোপোৱা ছাএ মানৱ নে দানৱ এনেকুৱা ছাএ মাৰি পেলাৱ লাগে আজি পজম কোন দিখে গতি কৰিছে চিন্তনীয় বিষয় হৈছে এইখন অসম মত
@SangitaDevi-ff2tq
@SangitaDevi-ff2tq 6 дней назад
নামী দামী স্কুলবিলাকতে অপৰাধবোৰ বেছি ৷ আজিকালি মাক দেউতাকবোৰেও অলপ বেছি কৰে নিজৰ ল’ৰা ছোৱালীজনীক স্কুলবেগটোও দাঙিব নিদিয়ে কষ্ট পাব বুলি ৷
@monujsaikia7843
@monujsaikia7843 5 дней назад
Right ..
@user-tm7fh7xb4o
@user-tm7fh7xb4o 6 дней назад
এই দানৱটোক অতি সোনকালে ফাঁচী দিব লাগে ✊✊
@purbidas5636
@purbidas5636 5 дней назад
যাৱজ্জীৱন কাৰাদণ্ড বিহা হওঁক । সেইজন ছাত্ৰ হ'ব নোৱাৰে কেতিয়াও
@parhanabegum9534
@parhanabegum9534 6 дней назад
দুৰ্ভাগ্যজনক শিক্ষক জনে এগুৰ দিয়া হলেই ৰক্ষা পৰিল হয়। নেদেখিলেই ছাগে। class ত আৰু কোনো নাছিল নে বচাবলৈ। বৰ বেয়া লাগিল। যাৱজীৱন কাৰাদণ্ড দিব লাগে।
@girindrasharma3561
@girindrasharma3561 6 дней назад
Ki kom .. amak iman piton dia teacher sokolok aji u dekhile ba monot porile sonman jage monot.. ru aji ki xunisu.. 😢😢😢😢
@PurabiDeka-uj6ov
@PurabiDeka-uj6ov 5 дней назад
Ek paat tale nabaje nowarile buliye j xakalore agat apaman kori uliyai diba xeito nahoi nowara jonak para karato xikhakar dayitta
@BidyutHazarika-zc4mn
@BidyutHazarika-zc4mn 6 дней назад
এই ছাত্ৰ জনক মোৰ নিছিনা শিক্ষকৰ ওচৰলৈ পঠাই দিয়ক।
@puspagogoi5751
@puspagogoi5751 День назад
Tuk oo Mari pelabo
@user-ls4pw1pv3d
@user-ls4pw1pv3d 5 дней назад
Teacher jonor always miss behaviour ausil sage aru goverment korisil hikhia sekonire nohoy moromere
@inglishvlogs1015
@inglishvlogs1015 5 дней назад
18 বছৰৰ কম বুলি তাক এৰিব নালাগে, কিন্তু আইনৰ জোলোঙাত সি বাছিব,
@puspadhardowarah1932
@puspadhardowarah1932 6 дней назад
শিক্ষকৰ"নাম"কৈছে;কিন্তুছাত্ৰৰ নাম"কোৱা"নাই।মোৰ"বোধেৰেনাম"কবলৈ"মানা কৰিছে কোনোবাই।কাৰণ বেয়া কামৰ"বাবে সদায় মিঞাক গালি"পৰা হয়; সেয়ে উপাধিটো কেনেকৈ কয়? মিঞা নহয়"যে ।মোৰ"এই লৰাটো কাহানিও ভাল"নহয়গৈ;ই আৰু"বহু অঘটন ঘটাব আৰু মাক বাপেকেও ইয়াৰ"পৰা শান্তি"নহয়।গতিকে ইয়াক আজীবন জেইল দিব লাগে।ই কাহানিও মাক বাপেকক শান্তিত থাকিবলৈ নিদিব।"সেয়ে মাৰি পেলোৱাতো উত্তম'বুলি ভাবো।
@user-lt9nm2cc7z
@user-lt9nm2cc7z 6 дней назад
@@puspadhardowarah1932 Ekddum right satro jon bacha nhy nh Class 11 t pohaa satro 17-18 yrs hbo xi nabalok knkaa hol aru jiyei nhouk xi tu murderer nh then jun jon teacher death hol ewr nam bar bar loi ase kintu culprit ba terrorist tur nam loute kio laaj kori ase?! Karon ataai loraa jon Bixekh xomprodyor nhy 😀
@user-fr3uo9mu3s
@user-fr3uo9mu3s 6 дней назад
Kenekoi dibo..... ei lorajon Minor ehh Hoi sage
@jimu.12
@jimu.12 6 дней назад
Ahom ba koibotro hobo . Sibsagar hoy no
@user-gn8fj7hg5z
@user-gn8fj7hg5z 5 дней назад
MINOR HOI HETUKRNE NAIKUA
@pinkitalukdar4701
@pinkitalukdar4701 4 дня назад
Dishant gogoi
@user-tx5kj4ir9x
@user-tx5kj4ir9x 6 дней назад
উচিত তদন্ত হ'ব লাগে দ্বিতীয় বাৰ এনে ঘটনা নহয় তাৰবাবে উচিত শাস্তি দিব লাগে
@rajeshhazarika1663
@rajeshhazarika1663 6 дней назад
একো শাস্তি নহয় কাৰণ এইখন ভাৰত হয়😡
@journeytogether6449
@journeytogether6449 6 дней назад
Akou kihor todonta hobo lge
@user-fr3uo9mu3s
@user-fr3uo9mu3s 6 дней назад
​@@rajeshhazarika1663hikkhito kuno dekhotei nohoi.......!! Karon mor hisabehh 11 class or student hisabehh ajikali Minor ehh hoi
@user-qx7qg1hr1b
@user-qx7qg1hr1b 6 дней назад
হে ভগবান এইবোর ছাত্র নে দানব
@MixedDiaries
@MixedDiaries 6 дней назад
সকলোৰে ভৱিষ্যত অন্ধকাৰ কাৰণ আজি শিক্ষকৰ প্ৰতি সকলোৰে অকল অবহেলা, লাঞ্চনা, ঘৃণা।
@arunmissong432
@arunmissong432 6 дней назад
শিক্ষক জনৰু ভুল ‌হবপাৰে উচিত তদন্ত কৰিব লাগে
@satyanathpegu-pq1rd
@satyanathpegu-pq1rd 5 дней назад
এইদৰে compromise কৰিব নোৱাৰে jano??? Jodi teacher জনৰ ভূল তেনে complaint কৰিব লাগিছিল, Just এই বালক morai diya
@minakhiborahnath
@minakhiborahnath 6 дней назад
school সমূহত নৈতিক শিক্ষাক এটা বিষয় হিচাবে পাঠদান কৰাৰ বেৱস্থা কৰিব পাৰিলে হয়তো student সকলৰ মানসিকতা বহু পৰিমানে শুদ্ধ পথলৈ আনিব পাৰিব বুলি আশা কৰিব পাৰি যিহেতু এজন ছাত্ৰ প্ৰকৃত মানৱ হিচাবে গঢ়ি তোলাত এখন ঘৰ বা স্কুল সমানে দায়িত্বশিল হোৱাটো জৰুৰী বুলি মই ভাবো -------
@user-tv3kf1kr9d
@user-tv3kf1kr9d 6 дней назад
নৈতিক শিক্ষা ঘৰত দিলে হে সফল হবে যেন লাগে।
@DhanChutia-dx3fj
@DhanChutia-dx3fj 6 дней назад
স্থান কাল পাত্ৰ চাই কলে ভাল হয়
@jnandeepchetia6622
@jnandeepchetia6622 6 дней назад
তাৰ নামটো কিয় নোকোৱা
@babuldas4341
@babuldas4341 5 дней назад
মই ও কৈছোঁ,। কিবা ৰহস্য আছে 😂
@ytassamgkknowledge5675
@ytassamgkknowledge5675 5 дней назад
জনি সিং বৰা
@RosardRoird
@RosardRoird 6 дней назад
মানসিক ৰোগী,,, ভৱিষ্যতৰ জাৱৰ।
@prasantakr.khanikar323
@prasantakr.khanikar323 6 дней назад
কিছুমান শিক্ষকে শ্ৰেণীৰ আন‌ ছাত্ৰ-ছাত্ৰীৰ সন্মূখত নিদিষ্ট ছাত্ৰক বৰ বেয়াকৈ গালি গালাজ আৰু নিন্দা ভৎচনা কৰি লাজ দিয়া দেখা যায়।নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ দেহ মনলৈ হৰমোনৰ বাবে বহুতো পৰিৱৰ্তন আহে। নতুন কৈ অহা যৌৱনৰ বাবেই আত্মসচেতন আৰু অনুভোতি প্ৰবন হয়। শিক্ষকে ছাত্ৰৰ ইগ'ত আঘাত কৰিব নালাগে।
@SatyajitBailung-sj7om
@SatyajitBailung-sj7om 6 дней назад
Agat assarir upart bidya asil .attiya ga zale ne assari katha kole
@DhanChutia-dx3fj
@DhanChutia-dx3fj 6 дней назад
13:01 ইগ থকা লৰাচুৱালি পঢ়িবলৈ পঠাব নালাগে লগতে মাক/বাপেক দুজনেই দায়ী।
@binodjoshi3505
@binodjoshi3505 6 дней назад
প্ৰাইভেট বিদ্যালয় বন্ধ হ'ব লাগিব যে সকলোৰে বাবে সমশিক্ষা ব্যৱস্থাপনাৰ প্ৰয়োজন।
@pawanrabha4077
@pawanrabha4077 6 дней назад
Student jonok sudhibo lage sir , student jonor dukh nai
@VijayaPhukan-xm9hi
@VijayaPhukan-xm9hi 2 дня назад
Dukh nai mane?
@aswinithakuria1990
@aswinithakuria1990 3 дня назад
সম শিক্ষা হব লাগে নহলে তেনেকুৱা নহল হেঁতেন লৰা জনৰ নাম সংবাদত কিয়া নাই চৰম শাস্তি দিব লাগে
@monalichadutta9374
@monalichadutta9374 6 дней назад
আজিৰ ছাত্ৰ সমাজে ( সকলোৰে কথা নকওঁ বাৰু) অনুশাসন মানি চলিবলৈ টান পায় । কি যে হৈ গৈছে আজিৰ প্ৰজন্ম কোন দিশে যে গতি কৰিছে।। আমি পঢ়া সময়ত চেকনিৰ আগত বিদ্যা আছিল ।কিবা নোৱাৰিলে ছাৰ বাইদেউ সকলে বেঞ্চৰ ওপৰত উঠাই ,ৰুমৰ বাহিৰত উলিয়াই শাস্তি প্ৰদান কৰিছিল ।
@utpoldas5513
@utpoldas5513 5 дней назад
Kiba ata Rohoiso ase investigation krib lage...aru aainor vitort teok usit punishment diyak
@moslehuddinahmed5409
@moslehuddinahmed5409 6 дней назад
লৰাজন নিচ্ছই মুছলমানৰ লৰা নহয়। নহলে এতিয়ালৈকে ৫০ বাৰ মান নাম লৈ বাতৰি প্ৰচাৰ কৰিলে হেঁতেন ।
@rahulkumardutta8273
@rahulkumardutta8273 6 дней назад
Right. 💯
@sayeedmazumder2207
@sayeedmazumder2207 6 дней назад
Ekdom thik koisa
@momnddad9105
@momnddad9105 5 дней назад
Noor Islam hoi lora2 nam
@priyamtaye7930
@priyamtaye7930 День назад
এইয়া চহৰখনৰ শিক্ষা বিভাগৰ লগতে পিতৃ মাতৃৰ দুখ।।। আজিকালিৰ শিক্ষা ব্যৱস্থাটোৰ ফলত এনে ঘটনাবোৰ সংঘটিত হৈছে। এবেট দুবেট দিলেও মাক বাপেকে বিদ্যালয়লৈ আহি চিঞৰি ছাত্ৰ ছাত্ৰীৰ সন্মূখত শিক্ষক জনক গালি পাৰিব ।।। আমাৰ দিনত শিক্ষকৰ মুখলৈ চাবলৈকে ভয় কৰিছিলোঁ। ভয়তে হোমহোৱৰ্ক কৰি আনিছিলো । সঁচাই আগৰ দৰে শিক্ষকসকলক বেট লোৱাৰ আধিকাৰটো দিয়ক । শেষত এটাই অনুৰোধ জনালোঁ যে সৰু হলেও সাপ ডাঙৰ হ'লেও সাপ গতিকে অপৰাধিক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিব
@MotivateYourself_MY_YT
@MotivateYourself_MY_YT 6 дней назад
আজি কালিৰ লৰা ছোৱালী বিলাকক অপল কিবা কলেও খং কৰে ওলোটা । শিক্ষকক যে সম্মান কৰিব লাগে নাভাবে । মাক দেউতাকে নিজৰ লৰা ছোৱালী কেনে আছে নাজানে কিন্তু যদি স্কুলত আহি পৰ্য্যবেক্ষণ কৰে তেতিয়া গম পাই যাব। হাল্লা নকৰা বুলি কলেও নামানে। কি পৰিস্থিতি পাইছে গৈ বহুত বেয়া লাগে। উপায় নাইকীয়া হয়। মধ্য ইংৰাজী বিদ্যালয়ৰ এনে দশা আছে তেত্নে তাৰ উপৰৰ ক্লাছৰ কথা নকলেও হব। যদি নিজৰ লৰা ছোৱালীক মাক দেউতাকে ভাল শিক্ষা নিদিয়ে তেতে হলে বহুত এনে কাম হোৱাৰ সম্ভাৱনা থাকে। যিমানেই ভালকৈ ছাত্ৰ ছাত্ৰীৰ পঠনৰ উপৰিও নিজৰ ভবিষ্য ভাল কৰাৰ উপদেশ দিলেও তাৰ পিছ দিনতে নমনা হয় পাহৰি যোৱা যেন কৰে। অভিভাৱক এই ক্ষেত্ৰত চকু দিয়াক নহলে আপোনাকে বিপতে পৰিচালিত কৰিব। সকলো নহয় কিছুমান থাকে ছাত্ৰ যাক শিক্ষকেও কৈ কৈ হাইৰান হৈ তথাপিও উপদ্ৰৱ কৰা নেৰে
@TheMadhujya
@TheMadhujya 6 дней назад
ছাত্ৰ জনৰ নাম কি বাৰু ?
@ytassamgkknowledge5675
@ytassamgkknowledge5675 5 дней назад
জনি সিং
@ankurbaruah5034
@ankurbaruah5034 5 дней назад
Psychology subject Should be included.
@user-ds2en1jq1i
@user-ds2en1jq1i 6 дней назад
Agar dinor guruo nai sishyaw nai Siksha manei toka 😮😮 Jimanbor dangor dangor bikhoya ase sokolowe private school t poruay to poruai logote tuition Aru daridra bore vat khowa sarkari school t 😮😮😮 Eyei sob bujay 😮😮😮😮😡😡😡😡
@bimanborpatragohain248
@bimanborpatragohain248 6 дней назад
চিতিকণি এশাৰী শুদ্ধ আছিল বৰ্তমান শিক্ষা ব্যৱস্থাই শিক্ষা শেষ কৰিছে এইবিলাক চৰকাৰে লক্ষ দিয়াটো উচিত বুলি ভাবোঁ
@BidyutHazarika-zc4mn
@BidyutHazarika-zc4mn 6 дней назад
পৰিয়ালৰ পিতৃ-মাতৃৰ সংস্কাৰ নাই, যাৰ ফলত এনেকোৱা ঘটনা হৈছে।
@manoranjansaikia2578
@manoranjansaikia2578 5 дней назад
আমাৰ অসম কাৰণে বাচি আছে, আন কিছুমান ঠাইত অতপৰে ঘৰৰ ওপৰত বুলডেজাৰ চলিল হেঁতেন।
@rakeshdaimary5674
@rakeshdaimary5674 5 дней назад
Satro buli kolei bhul hobo taar sentiment tu ajon pupil or dore nohoi xei a faasi diok , baa jabat jobon jailot khumai rakhok
@iamfromassam854
@iamfromassam854 5 дней назад
Private school bandho karibo laage, Govt school or sankhya bridhi karibo laage.
@tanujarsarkar5235
@tanujarsarkar5235 6 дней назад
শিক্ষকক জনে টচাৰ কৰি আহিছে তাৰ কাৰণে এই খিনি ট গৈ উপোনিত হ'ল গৈ
@xman3897
@xman3897 6 дней назад
May be 😢
@GyanWithBedanta
@GyanWithBedanta 6 дней назад
কেনেকৈ গম পালে আপুনি ? কি শিক্ষক জনৰ ভুল আছিল নেকি অনুশাসন কৰাটো ?? প্ৰতিজন শিক্ষকে সদায় ছাত্ৰ ছাত্ৰীৰ ভাল চিন্তা কৰে তাৰ বাবে শিক্ষক ৰ অবাধ্য হ'লে দুই এটা গালি ধমকি দিয়াটো একেবাৰে সাধাৰণ কথা । কিন্তু তাৰ বাবে আজি এজন শিক্ষকক সেই পশুটোৱে মাৰি শেষ কৰি দিলে । এতিয়া আপুনি mental torture ৰ কথা কৈছে । কি mentality
@manindrabaruah4822
@manindrabaruah4822 3 дня назад
ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক মানে টিউশ্যন মাষ্টৰ।
@satyanathpegu-pq1rd
@satyanathpegu-pq1rd 5 дней назад
শাস্তি দি এৰিব নালাগে Praandhondo বা zindegibor কাৰাগাৰ Student হলেই যে excuse নাই, মৰায় দিয়া তাকো
@dipakstar1208
@dipakstar1208 5 дней назад
😢 হাই মানৱতা
@user-bm9xe2hf1k
@user-bm9xe2hf1k 5 дней назад
শিক্ষকে ছাত্ৰ ছাত্ৰীক ভালৰ কাৰণেহে গালি দিয়ে। এইটোক ফাঁচী দিব লাগে 😤
@dilipgoswami7547
@dilipgoswami7547 6 дней назад
দোষী ছাত্ৰ জনৰ নাম নাই নেকি?কি কাৰণত প্ৰকাশ কৰা নাই ছাত্ৰজনৰ নাম?
@surojsingh7484
@surojsingh7484 6 дней назад
encounter korok hei2k
@bitulphukan2812
@bitulphukan2812 6 дней назад
Student r biodata ki uncomplite news dibo nelage,korbat kiba lukai ase ni tathya fadil korok
@chatradharborah8479
@chatradharborah8479 6 дней назад
Ane chhatra samjor kolonka, bhabichyat samajor bipod nichita.
@rajkumarbarman5417
@rajkumarbarman5417 3 дня назад
He is not a student, he is a culprit, he should be given whole life imprisonment,
@sominaboro9724
@sominaboro9724 6 дней назад
Very good i also saport
@user-xg8lg8xm9h
@user-xg8lg8xm9h 6 дней назад
ছাত্ৰজনৰ নাম‌ কিয় কোৱা নাই?কিবা বিশেষ সম্পদায়ৰ নেকি?
@bkassam7818
@bkassam7818 3 дня назад
18+ hua naii tar haikrone kua naii name2
@ownworld9217
@ownworld9217 3 дня назад
Moi comment t hunisu Dishant gogoi
@dipakkumarbora8140
@dipakkumarbora8140 6 дней назад
আছলতে মাক বাপেক জগৰীয়া
@VijayTopno-sv8wq
@VijayTopno-sv8wq 5 дней назад
This student must be jail for life time
@GitaBora-lz7rm
@GitaBora-lz7rm 20 часов назад
সেই ছাত্ৰ্জনে ভবিষ্যতে কেতিয়াও ভাল হব নোৱাৰে।তাৰ তেজ বেয়া
@user-fz9jb5ci8z
@user-fz9jb5ci8z 6 дней назад
বিশেষ সম্প্রদায়ের।
@bontisarmah7541
@bontisarmah7541 6 дней назад
এই পিশাচ টোৱে আগতেও এনেধৰণৰ কাম কৰিছে যেন লাগিছে
@tutumoniborthakur3009
@tutumoniborthakur3009 3 дня назад
তাক সৰু ল'ৰা বুলি এৰি দিলে আৰু কিমান জনক মাৰিব হিচাব নহ'ব
@biswajitgogoi7747
@biswajitgogoi7747 6 дней назад
Aibur well educated ghoror hongskar..
@moonahmad484
@moonahmad484 6 дней назад
ছাত্ৰ জনৰ নাম কিয় ৰাজহুৱা নকৰে?
@balabala_be2
@balabala_be2 6 дней назад
মাৰি পেলাওক হেই ছাত্ৰজনক .
@utpoldas5513
@utpoldas5513 5 дней назад
Bhut asrit accident...anekuwa sage kotu hoi puwa naai... student jonk kiba ata val punishment lov lage,
@user-dw8iq7hx4o
@user-dw8iq7hx4o 6 дней назад
Imman faltu mentality r lorak kunu vidyalaya t admission dibo nalage .Aru homajor babe bht Bea
@JyotismanHazarika-qd5jc
@JyotismanHazarika-qd5jc 6 дней назад
এটা সময়ত গুৰুক ভগৱান স্বৰূপ মান্য কৰিছিল আৰু এই কলি যুগত কি দেখিছোঁ এইবোৰ 😢😢😢😢
@yogiapurbanath4617
@yogiapurbanath4617 6 дней назад
😉
@mamonigogoi3236
@mamonigogoi3236 6 дней назад
😂
@bkp9774
@bkp9774 5 дней назад
শিক্ষকক CM টোৱেও ৰাজহুৱাকৈ অপমান কৰে, কামতো ৰাতিপুৱাৰ পৰাই কৰে নে ৰাতি কৰে। আপুনি VRS লওক , 😮😮😮😮
@esrafil12
@esrafil12 5 дней назад
Ajir dinor student hoy 😢😢
@user-bg2he9el8t
@user-bg2he9el8t 2 дня назад
😂 কোন দিশে গতি কৰিছে বৰ্তমানৰ সমাজ । অত্যন্ত দুঃখ জনক ঘটনা। বুকুখন বিষাইছে। যুৱপ্ৰজন্মক মাথোঁ টকাৰ লগত পৰিচয় কৰাইছে । নীতি শিক্ষা মূল্য বোধ একো নিশিকলে।
@journeytogether6449
@journeytogether6449 6 дней назад
Fasi diuk ai oshur tuk ...
@rumigogoibasumatary6561
@rumigogoibasumatary6561 4 дня назад
স্কুলত চৰকাৰে কোনো লৰা ছোৱালীক olopu শাস্তি দিব নোৱাৰে বুলি আইন বনাইছে সেয়ে বেছি উৎপাত হৈছে অলপ গালি দিলেও অভিভাৱকৰ complain aahi jai heye lora suali teacher সম্ভালিব নোৱাৰা হৈছে আইন খন অলপ change koribo laage moi paisu taarmane hekarone kolu
@TutumoniHira-jm3vy
@TutumoniHira-jm3vy 6 дней назад
Aku student nohoi khi dokait he
@banashreegogoi
@banashreegogoi 6 дней назад
"Chatro jon "buli kobologiya lorayei nohoi eitu psycho hoi
@nitubhai7763
@nitubhai7763 6 дней назад
Aitu miya poyali nohoi jar karone nam kuwa nai
@jamunaray4032
@jamunaray4032 6 дней назад
কি ঘৰৰ ল'ৰা হয় এইবোৰ
@rajeshhazarika1663
@rajeshhazarika1663 6 дней назад
টকাৱালাৰ আকৌ
@ytassamgkknowledge5675
@ytassamgkknowledge5675 5 дней назад
মিয়া খালিফাৰ লৰা হয়
@OitijyoAxom
@OitijyoAxom 6 дней назад
Hikhar ovab sorakri scl brt adimisn lua hole ankua nhol hoi
@aswinibasumatary293
@aswinibasumatary293 5 дней назад
অপৰাধ অপৰাধেই, সেই ঘটনাৰ কাৰকবোৰ বিচাৰ বিবেচনা কৰি ব্যৱস্হা গ্ৰহণ কৰিব। ছাত্ৰ হিচাবে কিবা ৰেহাই দি এইবাৰৰ বাবে মানৱতাৰ পথ দেখুৱাৰ ব্যৃৱস্হা গ্ৰহণ কৰক ।যাৰ দ্বাৰা তেওঁৰ অনুসুচনা আহক আৰু নৱপ্ৰজন্মৰ শিকনী হ্ওক ।
@UtpolaPhukon-ct6xv
@UtpolaPhukon-ct6xv 3 дня назад
এতিয়াও যদি বিজেপি ক ভোট দিব নে ৰাইজ,
@S.K.Sing-o2x
@S.K.Sing-o2x 6 дней назад
May be he is a powerful familes student.
@ashimkakoti2456
@ashimkakoti2456 6 дней назад
Student keitar Kotha blg blg kiyo Actually Ki hbo goi asei Ami Bur kuntu fale gy asu
@renukadevi9682
@renukadevi9682 3 дня назад
🙏🏻🙏🏻🙏🏻💐💐💐💐
@technicalrubulbhai2022
@technicalrubulbhai2022 5 дней назад
Encounter koribo lage.
@suravispakghor4443
@suravispakghor4443 6 дней назад
Aibur vl ghoror sankskar
Далее
На чем играют ПРО | Standoff 2
07:25
Просмотров 303 тыс.
ПАПА ГАМБУРГЕР
00:13
Просмотров 120 тыс.
На чем играют ПРО | Standoff 2
07:25
Просмотров 303 тыс.