▶️ 'সকলো গ'ল একো নাই, কোনোবাই কিবা দিলেহে খাব পাম'▶️ 'বহুক কষ্টৰে দুইজনে হাজিৰা কৰি ঘৰখন বনাইছিলোঁ...সকলো বানে শেষ কৰি দিলে'▶️ 'ঘৰখন পানীৰ তলত সোমাইছে, কিনো আছে পানীৰ তলত তাকেই চাব বিচাৰি আছোঁ'▶️ বানত বিধ্বস্ত হৈ এজন লোকৰ আৰ্তনাদ...
2 июл 2024