Тёмный
No video :(

সন্মানীয় অধিবক্তাৰ চাকৰি এৰি কিয় কমাৰ হ'ল এইজন ব্যক্তি? 

TIME8 News
Подписаться 1,9 млн
Просмотров 221 тыс.
50% 1

এজন অধিবক্তাই লোহা কটিছে। কঠোৰ পৰিশ্ৰম কৰি কমাৰশালত লো পিটি পিটি গঢ় দিছে দা-কটাৰী। পিছে সন্মানীয় অধিবক্তাৰ চাকৰি এৰি কিয় কমাৰ হ'ল এইজন ব্যক্তি?

Опубликовано:

 

20 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 193   
@happykids152
@happykids152 2 года назад
তেখেতে ভাল সিদ্ধান্ত লৈছে, Negative মানুহে, negative comments মাৰাৰ বাহিৰে জীৱনত একো কৰিব নোৱাৰে। मालिक बनो , गुलाम मत बनो । Salute him 🙏
@prabhatchborah3751
@prabhatchborah3751 2 года назад
সন্মানীয় অধিবক্তা হয় বাৰু-- সন্মানীয় কমাৰনো নহ'ব কিয় ! সকলো কৰ্ম্মৰে সন্মান আছে ॥
@Danirojasfc6
@Danirojasfc6 Год назад
Absolutely
@prasujyaprannath276
@prasujyaprannath276 Год назад
Bohut dhuiya kotha kole he aponi ,bhal lagil 🙏
@basisthaacharya6590
@basisthaacharya6590 2 года назад
মই লক্ষীমপুৰত থকা সময় চোৱাত এখেতক সদায়েই লগ পাও। বহুত ভদ্ৰ আৰু সামাজিক ব্যক্তি। কামৰ কোনো সৰু বৰ নাই।
@tileswarbora2643
@tileswarbora2643 2 года назад
কৰ্মই ধৰ্ম । শাৰীৰিক শ্ৰমেই হ'ল মৌলিক তথা প্ৰাথমিক বৃত্তি । এনে বৃত্তি গ্ৰহণ কৰি তেওঁ খাতিখোৱা সাধাৰণ লোকক প্ৰোৎসাহিত কৰিছে । তেওঁ খাতিখোৱা লোকৰ প্ৰকৃত প্ৰতিনিধি । আমি শুভেচ্ছা তথা অভিন্দন জনাইছোঁ । নমস্কাৰ 🙏 ।
@ashutdutta2698
@ashutdutta2698 2 года назад
সচাকৈ এনে সন্তান মা দেউতাকে ভাল কাম কৰিলেহে পাই
@puspadhardowarah1932
@puspadhardowarah1932 2 года назад
ধন্যবাদ থাকিল ব্যক্তি জনলৈ।মোৰমতে এইজনেই শিক্ষিত লগতে জ্ঞানী ব্যক্তি।বৰ্তমান এখেতৰ নিচিনা এজন ব্যক্তি অতীৱ প্ৰয়োজন বুলি মই ভাবো।
@budhinsaikia6300
@budhinsaikia6300 2 года назад
ভাল লাগিল। এনেকুৱা ব্যক্তিৰ কথা শুনিলেই মূৰ দোঁ খাই যাই।🙏🙏
@xmdi3687
@xmdi3687 2 года назад
সুন্দৰ পদক্ষেপ কমাৰ শিক্ষা টো সাধাৰণ নহ য় যত কমাব নহলে কাম নহয় wel come আগ বাঢ়ি যাওক আশীৰ্বাদ থাকিল।
@dakhinsalmarachandrapurkar2750
@dakhinsalmarachandrapurkar2750 2 года назад
Aponaloi akhirbad thakil
@jagadishdeka8118
@jagadishdeka8118 2 года назад
কামৰ সৰু ডাঙৰ নাই। কমাৰশালীৰ পৰা লোৰ সামগ্ৰীৰ সৰু উদ্যোগ বনাব পাৰি। কিন্তু এইটো ঠিক মানুহজনে কেচ নোপোৱা হৈহে এই সিদ্ধান্ত লৈছে 🙁
@educationcare7413
@educationcare7413 2 года назад
Teu case nu puwa hoise pisor kotha..teur degree ata ase Guwahati t beleg job o koribo parile hoi.kintu gharar jetia daitto nijor uporat ahe nokora kam o koribo logia hoi.tumar boyokh aru kormoi khiman dur dhuki puwa nai jar babe teneke koisa...case nupuwa hol
@jagadishdeka8118
@jagadishdeka8118 2 года назад
@@educationcare7413 , Moi beya vabi kuwa nai. Moi kono kamok beya napao.kheti korile aru proxongkha koriluheten.
@dxvaity7382
@dxvaity7382 2 года назад
Madarchodo miya ball kotha koisa....toy ki jana be case pay ne napay
@momandheart10
@momandheart10 2 года назад
সৰু কথা চিন্তা কৰিব পৰা মানুহ জন মানব জাতির সদায় বাহিৰত,,,,,
@bhesojbaruah6265
@bhesojbaruah6265 2 года назад
★কমাৰশালত উৎপাদন হোৱা সামগ্ৰী সমূহ সমাজৰ খাটিখোৱা লোকসকলৰ নিত্যপ্ৰয়োজনীয়- দাৱনীৰ কাছিখন ,ৰাজমিস্ত্ৰীৰ খন্টিখন, দিনহাজিৰা কৰা লোকজনৰ দা খন কোৰখন, কাঠমিস্ত্ৰীজনৰ ভোঁৱৰটোলৈকে সামগ্ৰীবোৰ কমাৰশালতেই উৎপাদন হয় !!
@utpalpatowary5721
@utpalpatowary5721 2 года назад
এতিয়াহে Legal কামত হাত দিয়া বুলি অনুভৱ হৈছে তেখেতৰ ৷
@prasenjitkoch966
@prasenjitkoch966 2 года назад
সতকামৰ কোনো সৰু ডাঙৰ নাই | গুচকৰ চৰকাৰী চাকৰ হোৱাতকৈ এনে সতকাম কৰি জীৱিকা অৰ্জা হাজাৰ গুনে ভাল | তাৰ সনতানবোৰে আশীৰ্বাদ পাব |
@pgcomplete7774
@pgcomplete7774 2 года назад
Absolutely right bro
@phuleswarihazarika6106
@phuleswarihazarika6106 2 года назад
সৎকর্ম কৰিলে সকলো কৰ্মতে সন্মান লাভ কৰিব পাৰি বুলি মোৰ দৃঢ় বিশ্বাস। সেয়ে প্ৰভু ভগৱন্তই তেখেতক কৃপা কৰাৰ লগতে সন্মান প্ৰদান কৰক, এয়ে ভগৱন্তৰ ওচৰত কাতৰ প্ৰাৰ্থনা।
@pronabbora8020
@pronabbora8020 Год назад
U r great
@anowara.begum23
@anowara.begum23 2 года назад
বহুত ধন্যবাদ এটা পৰিয়ালৰ দায়িত্ব বহন কৰা বাবে
@subratadey9156
@subratadey9156 2 года назад
বৰ ভাল কথা দেউতাৰ কৰ্ম ধৰি ৰাখিব পাৰিলে।
@abhinahibanna9726
@abhinahibanna9726 2 года назад
তেওঁলৈ মোৰ অশেষ সন্মান উপজিছে । 🙏🙏🙏 কোনো কাম সৰু ডাঙৰ নহয় বুলি মানুহ কয় কিন্তু অধিবক্তাৰ চাকৰি এৰি পিতৃৰ ব্যবসায় পুনৰ আৰম্ভ কৰা এনে পুত্ৰৰ গৰাকী সকলো ভাগ্যবান নহয়। এওঁৰ দৰে মানুহ প্ৰ্কৃত ৰুপত আমাৰ সমাজৰ নায়ক । চৰকাৰৰ সহাৰি পালে ভাল হলহৈ
@sabirislam9539
@sabirislam9539 Год назад
Odhibokta kono sakori nohoi
@abhinahibanna9726
@abhinahibanna9726 Год назад
@@sabirislam9539 you are right
@alokdutta5907
@alokdutta5907 Год назад
সঁচাকৈ অতি মহান আৰু সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । কৰ্মই আমাৰ ধৰ্ম গতিকে মানুহে যিকোনো কৰ্মলৈ লাজ নকৰি বা কাৰোবাৰ কথাত কেৰেপ নকৰি সৰু-ডাঙৰ কাম যিয়েই নহওক লাগিলে সকলো কাম ভালদৰে সুচাৰুৰূপে নিজৰ চিন্তাধাৰাৰে কৰি গলেই গল তেতিয়াহে সমাজখন ভালদৰে আগুৱাই যাব ।
@jugendersaikia4176
@jugendersaikia4176 2 года назад
কৃষ্ণ কৃষ্ণ এইখনেই আমাৰ অসম যদি কমাৰেই বনিবৰ আছিল উকালতি কৰি সময় আৰু টকা লোকচান কৰিলে কিয়?
@NewGovernmentJob-bg1fx
@NewGovernmentJob-bg1fx 2 года назад
Brother, kamor xhuru Bor nai. Kam Kam e, ji e nohok.
@ranjibborah3274
@ranjibborah3274 2 года назад
Simple , আপুনি তেনেকুৱা problem ত পৰা নাই। পিথিবীত টকাই সকলো নহয়।
@dhanadakalita6241
@dhanadakalita6241 2 года назад
Hai kintu komar habolai law karibo nalage nahai
@divetamuli1437
@divetamuli1437 2 года назад
Jugender saikia apunr murt ml ni moi ai2 a km
@dineshrabha1317
@dineshrabha1317 2 года назад
Apuna khandan ot aji loi kunuba advocate pass kre ulaise ne alop jonabo sun krishno🙏
@babulkrbaruah5567
@babulkrbaruah5567 2 года назад
Excellent ..... Glorious example of forwarding the legacy of his father ........He can expand the small industry in future ... Hats off to his courage and decision
@puspadhardowarah1932
@puspadhardowarah1932 2 месяца назад
প্ৰকৃত মানুহ এইজনহে মোৰ মতে।এই জনৰ শিক্ষা;সৰলতা;সাধাৰণ কামৰ প্ৰতি থকা স্পৃহা দেখিলে আপোনা আপুনি মূৰ দো খাই যায়।এই জনৰ পিতৃ মাতৃয়ে হয়তো পূৰ্ব জন্মত কিবা পুণ্যকৰ কাম কৰি থৈছিল সেই"বাবে"এই জন্মত এনে পুত্ৰ লাভ কৰিলে।
@mantudas3746
@mantudas3746 Год назад
কামৰ কোনো সৰু বৰ নাই আপোনাৰ আদৰ্শক আন্তৰিক সন্মান জনালো
@adityafreefre2993
@adityafreefre2993 2 года назад
Mental satisfaction is more important than financial satisfaction.....it's ok sir....
@decorationdaycare1543
@decorationdaycare1543 2 года назад
Correct
@ArshadKhan-vk7xh
@ArshadKhan-vk7xh 2 года назад
Hoxa
@momandheart10
@momandheart10 2 года назад
মই আচৰিত আজি বাতৰি টো চাই কাৰণ এবছৰ মান আগতে মই এখন কমাৰশাল লৈ গৈছিলো,,,, তাত তেওঁ লোক ৰ ব্যবহাৰ দেখি বৰ ভাল লাগিছিল,,,, তেতিয়া আহতে মই ৰাস্তাত ভাবি ভাবি আহিছিলো,,, ভগবানে সকলো জেগাতে ভাল মানুহ থৈ দিছে । আৰু এখন বিদ্যালয় ৰ লগত যিহেতু তুলনা কৰা হয় ইয়াত কাম কৰা মানুহ বোৰো নিশ্চয় অলপ হলেও ভগবানে বেলেগ কৈ সৃ্ষ্টি কৰিব ই,,,,,
@ikinternational3337
@ikinternational3337 2 года назад
Wel done Dear resepted sir. You an example of a really responsible member of a 👪family
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 года назад
তেখেতক শ্ৰদ্ধা জনাইছোঁ। পৰিয়ালৰ প্ৰতি যি দায়িত্ব তেওঁ মূৰ পাতি লৈছে সেয়া অৱশ্যেই পালনীয় কৰ্ত্তব্য আৰু হাতৰ বিদ্যাৰে তেওঁ জীয়াই থকাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। কৃতকাৰ্য হওক তেওঁ তাৰ বাবে তেওঁলৈ শুভাশীষ থাকিল।
@MidulDutta8174Dutta-to5oc
@MidulDutta8174Dutta-to5oc Год назад
প্ৰকৃত মানুহ শুদ্ধ পথত থাকি শুদ্ধ টকাৰে জীৱন নিৰ্বাহ কৰা ব্যয়ত্তি নমস্কাৰ জনাইছো 🙏🙏🙏
@akgogoiakgogoi3482
@akgogoiakgogoi3482 2 года назад
মই এটাই জানো যে কোনো কামৰ সৰু বৰ নাই।
@prabhatkrgogoi8153
@prabhatkrgogoi8153 2 года назад
অভিজ্ঞতা য’ত অধিক , পেতৰ ভাতমুঠি পাব সঠিক ৷ কলম কুঠাৰ কথা নাই, অভিজ্ঞতাত সকলো পাই ৷
@sahidahmed5849
@sahidahmed5849 Год назад
Aibur a Manuh....enekua Manuhok Salute.......
@traderbhai6470
@traderbhai6470 2 года назад
"কৰ্মই ধৰ্ম " কামত কোনো সৰু ডাঙৰ থাকিব নালাগে। foreign country ত চোৱা সকলো কামতে সন্মান আছে আমাৰ ইয়াতহে ভেদ ভাব সকলোতে 😠
@tozimulislam8020
@tozimulislam8020 2 года назад
Advocate ata sakori nohoi. Jodi hoi kune salary diye? No one? Advocating ata professional business. Business ot income nohole business change koribo lage. Good job
@pranjaldaimary8163
@pranjaldaimary8163 Год назад
Govt. Advocate ohh ahxe
@rajuromioo6790
@rajuromioo6790 Год назад
Govt advocate Bht ase bro
@prabinkumardas1498
@prabinkumardas1498 2 года назад
Many many thanks to Mr. Bimal Dey for his dignity of Labour........ God bless you to your future life.........
@bhupendas3078
@bhupendas3078 5 месяцев назад
Great constrictive work. 🙏
@golok..kakati
@golok..kakati 2 месяца назад
GOOD...ACTION ..GOD...SHALL...SUPPLY...YOUR..NEEDS ....Thank . You ..
@krishnagogoi1657
@krishnagogoi1657 2 года назад
তেখেতলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো |
@akbarailahmed2857
@akbarailahmed2857 2 года назад
অধিবক্তা পেশা চাকৰি কেতিয়াৰ পৰা হল জনাব নেকি
@shohidulislam-uf3eq
@shohidulislam-uf3eq 2 года назад
May GOD BLESS YOU BROTHER!
@vijayjulius668
@vijayjulius668 2 года назад
God bless you always with good health and success
@Baba883
@Baba883 Год назад
News sai vor vall lagil
@anandaramgowala6634
@anandaramgowala6634 Год назад
Ideal example. Knowing law is necessary for all citizens. Profession should be at one's own choice.
@jaansaikia9308
@jaansaikia9308 Год назад
Val kam korise...Asolte Xeito Sakori nasil...pise..Case pale he poisa pabo napale nai...bt Aitot poisa Ase jiheto Aito purona kam asil Parile Aji kali Aru dvlp koribo pari kisu mechin ani Jodi pare tenekuwa korile aru val hobo ibdiar Bahirot dekhun tenekuwa kori ase Tv t dekha pai thaku...Good job Aguwai jaouk
@pneog8534
@pneog8534 2 года назад
You are great. God bless you and your family.
@nkdas7082
@nkdas7082 2 года назад
কাম যিয়ে নকৰক কিয় বেয়া কাম নকৰিলে শিক্ষিতৰ সন্মান সকলো কৰ্মতে থাকে ৷
@rajkumarpegu1942
@rajkumarpegu1942 Год назад
কামৰ ক্ষেত্ৰত কোনো সৰু ডাঙৰ নাই তেখেতে অধিবক্তা হলেও চৰকাৰৰ নিৰ্দেশ মতে চলিছিল এতিয়া কমাৰ হলেও তেখেতে নিজৰ ইচ্ছা মতে চলিব পাৰিছে আৰু অসমৰ সকলো মানুহক শিক্ষা দিছে যে চৰকাৰী চাকৰি নহলেও জীৱনত কিবা এটা কৰি খাব পাৰি ।
@ajoygogoi371
@ajoygogoi371 Год назад
Very good 👍 I like Bimol sir, God bless you....
@mausumidas2400
@mausumidas2400 2 года назад
Brother, Excellent.
@pankajdeori446
@pankajdeori446 2 года назад
All legal income and activity should be appreciated.
@peter4christ269
@peter4christ269 Год назад
Yes right 👍, really what you are saying that's 100% Right
@Mr-rp1rm
@Mr-rp1rm 2 года назад
Very Very Good Job ❤️💕
@tarulatabhuyan3002
@tarulatabhuyan3002 18 дней назад
নৱপ্ৰজন্মৰ আদৰ্শ এখেত
@bhesojbaruah6265
@bhesojbaruah6265 2 года назад
" The Village Blacksmith " নামৰ ইংৰাজী ভাষাত পঢ়া কবিতাটি মনত পৰিল। Dignity of Labour .
@swabhanuneog3200
@swabhanuneog3200 2 года назад
হাতৰ বিদ্যা ... বিশ্বকৰ্মা
@denishdas115
@denishdas115 2 года назад
Good job sir
@mukshedullah6863
@mukshedullah6863 2 года назад
Money can do many things but can't do everything. We believe that You have taken right decision,bcoz,you only know your family situation, which can't b disclosed to others or have no use to do so. Salute you Bimal for your courage. May Allah help you. Ameen.
@sarojinichaudhury179
@sarojinichaudhury179 Год назад
'সৰোগত' বুলি পঢ়াত বৰ ভাল পালোঁ ৷ আজিকালি শুনিবলৈ পাওঁ 'সাৰোগত ' ৷
@yubrajdeka1051
@yubrajdeka1051 2 года назад
👍 great job sir keep it up
@No-fq5nj
@No-fq5nj 2 года назад
ছাৰ ভালে থাকক
@santoshkumarbora786
@santoshkumarbora786 2 года назад
Really exceptional person. Salute to him .
@ankurtanaymusical9415
@ankurtanaymusical9415 2 года назад
You are great Dada..God 🙏 bless you
@ranjitsaikia6991
@ranjitsaikia6991 2 года назад
Aguai jaok sir
@chandannath2566
@chandannath2566 2 года назад
Sundor batori.
@bhaskarborah4254
@bhaskarborah4254 2 года назад
আজিৰ যুগৰ বিষেশ মানৱ।
@murulinath2952
@murulinath2952 2 года назад
Apunar Deuta prati thoka respect aru Dayabaddhata moi salute janaisu. apnar family khadai je vale thake aru khukhi thake tare kamana karilu
@localboymanojbhao1993
@localboymanojbhao1993 2 года назад
bahot val korise dada apunk val lagil dekhi lakhimpur gole apunk log korim
@jayantaborah7018
@jayantaborah7018 2 года назад
Lawer is not govt.job ,it is a profession .Wel done.
@dasgc3133
@dasgc3133 2 года назад
মিছা বাতৰী কিয় প্ৰচাৰ কৰে....
@kanakdas8549
@kanakdas8549 Год назад
Samatkar.
@phukanpegu6757
@phukanpegu6757 2 года назад
Brother.... Go ahead... God will be bless you.......
@R.hussain2842
@R.hussain2842 2 года назад
Baa sir aapuni dekhai dile hoasa manobata 🙏 🙏 🙏🙏 🙏🙏🙏 sabko 🙏🙏🙏🙏🙏
@mulanlaskar9954
@mulanlaskar9954 Год назад
শুভেচ্ছা জনালো ।
@assamorsofiqul422
@assamorsofiqul422 2 года назад
Salut ❣️ 🙏
@bijayrabha9564
@bijayrabha9564 Год назад
আজিৰ সমাজৰ আপোনি আদৰ্শ ।
@pankajkalita8179
@pankajkalita8179 2 года назад
bht vl news eta dekhaise realy
@akbarbadsha8799
@akbarbadsha8799 2 года назад
Bohut val decision loise aponi, Moy completely support krisu aponak,, aji moy EWS purpose ot kisuman dalal log paisilu ,atiya vabi asu aponi shei dalal khinit koi bahut uporot ase so aponar val howk sheye kamona koru.
@itzdesikalakar3533
@itzdesikalakar3533 2 года назад
Salute💟💟💟
@sanjibsaha3683
@sanjibsaha3683 2 года назад
Dada grate salute
@maheswarbrahma6431
@maheswarbrahma6431 2 года назад
God bless you brother
@mintooburagohain5341
@mintooburagohain5341 2 года назад
Good man.
@dhrubajyotiborah1574
@dhrubajyotiborah1574 2 года назад
🙏 Salute Sir
@rajutassa4100
@rajutassa4100 2 года назад
Thats an enough example for every human😊😊
@mukultalukdar5360
@mukultalukdar5360 2 года назад
I salute sir👌
@ilasaikia9077
@ilasaikia9077 Год назад
Like u no more in india।u r great
@rajkumarnarah1764
@rajkumarnarah1764 2 года назад
আপুনি সঁচাকৈ মহান। ভগৱানে কুশলে ৰাখক
@Sanuda90
@Sanuda90 2 года назад
First step towards State legislative Assembly 🙏🙏
@akashkakati7258
@akashkakati7258 2 года назад
Bor val lagil..
@Amio.d5
@Amio.d5 2 года назад
aguwai jaouk tare kamona krilu...
@tarinidas6674
@tarinidas6674 2 года назад
8
@rupambaruah8670
@rupambaruah8670 2 года назад
Great Men 👍
@manashdutta9589
@manashdutta9589 2 года назад
Good job kakaidaw agbhi jwa hri nidiba..
@bankobandula
@bankobandula 2 года назад
Buji napau kyo manuhe kaamotu dangor ba soru sai. I lv driving mur gari ekhon kini tourist taxi kora iccha ase. Kiman je notun notun jega dekha paam sodai. I amban MBA. Tar meaning ki moi soru hoi jaam niki. We need to change our mentality.
@mahanpuja7915
@mahanpuja7915 Год назад
Amiu satakuti pranam janalu.
@utpalmuchahary9820
@utpalmuchahary9820 2 года назад
अधिवक्ता केनेकै सनमानोय पद हब पारे। मककेल बिलाकक ठगि ठगि देखन पइचा खामाब लागे। किन्तु कमारर उचित कमॅ करि पवा कामाइ हय।
@bedantanath3881
@bedantanath3881 2 года назад
Babu luhar
@shymantajyotidas4929
@shymantajyotidas4929 2 года назад
Pride of Assam
@mridultalukdar7913
@mridultalukdar7913 2 года назад
Riyal hiro
@rameshbaglari8876
@rameshbaglari8876 2 года назад
Aeitu tekhetor nija xiddhanto, tat karuye koboloike aekuye naikia, kormoi xundor, duty is buty, ei aeta aamar babe ussajonok prerona ,aaguai jaouk xofolota aase, dhoinyobadere...
@bikramsaikia8625
@bikramsaikia8625 2 года назад
Real hero
@ashikassamesesuhanachannel9926
@ashikassamesesuhanachannel9926 2 года назад
Good step
@electricaleducationassames9722
Good
@reenanarleng2617
@reenanarleng2617 2 года назад
Very good sir 🇮🇳🙏
@tukurajkhowa9348
@tukurajkhowa9348 2 года назад
Val korile...kiman xosak Misa Misak xosa koribo ..gd
@jyotimakaman2029
@jyotimakaman2029 2 года назад
Good idea
@binaysonowal6888
@binaysonowal6888 2 года назад
Moja ...da
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 2 года назад
হাজাৰ বাৰ চ্যেলুট জনাইছোঁ ।।
Далее
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Просмотров 740 тыс.