বৰ্তমান এই বিলাক নিবনুৱা সম্যসা ৰ সমাধানৰ পথ বুলি শান্তি লভিব লাগিব তাৰ বাদে উপায় নাই । জীৱন যুদ্ধ জটিল , লাগি থাকিলে সম্ভব হব । চৰকাৰে অনুদান দি সহায় কৰক যাতে জীৱিকা আৰু অধিক উন্নত আৰু সুৰক্ষিত হয় ।
Good job Sister very very Good , Hand job is always Great success and satisfaction way of life, God Bless you always and you are the main motivator for eveyone