Тёмный

সমস্যাৰ ওপৰত সমস্যা, বাজেটবোৰ এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে। বিচৰামতে কামবোৰ নহ'ল। 

Homoy
Подписаться 221 тыс.
Просмотров 109 тыс.
50% 1

Опубликовано:

 

4 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 580   
@Romanticsonowal
@Romanticsonowal 3 месяца назад
মানৱ মানুহ অসমৰ homoy da ❤ homoy dak val puya bure like ata kori jaba ❤
@chintukalita7742
@chintukalita7742 3 месяца назад
ঘৰৰ মূল মানুহজন ভাল নহলে এখন ঘৰৰ কেতিয়াও উন্নতি নহয়🙏👏👏
@samujal
@samujal 3 месяца назад
Bhal lagile dada❤
@sandhyaborah9175
@sandhyaborah9175 3 месяца назад
সঁচাই এখন ঘৰ ৰ উন্নতি বুলিয়ে নহয়..এখন ঘৰ ভালে থাকিবলৈ হলে ঘৰ খনৰ মুখিয়াল জন ভাল হব লাগিব...তেওঁ লাগিলে পুৰুষে হওঁক বা মহিলা য়ে হওঁক.....
@Maina00098
@Maina00098 3 месяца назад
Socha kotha
@Dhirajmoran09
@Dhirajmoran09 3 месяца назад
💯✅
@priyankakunchdutta
@priyankakunchdutta 3 месяца назад
Right
@BirolasVlogs
@BirolasVlogs 3 месяца назад
মানুহ ৰূপী ভগৱান সময় দা আপোনাক প্ৰণাম কৰিছোঁ 🙏🙏
@chitrakumarhazarika6622
@chitrakumarhazarika6622 3 месяца назад
ঘৰটো যাক বনাবলৈ দিয়া হৈছিল তেনেকৈ নবনালে। মানে বেয়া কৰিছে। ঘৰৰ মূল মানুহজন ভাল হ'ব লাগে। সময়ে ইমান সহায় কৰিছে কমচে কম তেওঁৰ প্ৰতি ঘৰৰ মূল মানুহজনৰ কৃতজ্ঞতা থকাটো উচিত।
@prakashankigogoi8727
@prakashankigogoi8727 3 месяца назад
জীৱনত লগপোৱাৰ বহুত হেঁপাহ আছে । মহান ব্যক্তি জনক।
@SanjibUrang-nu9io
@SanjibUrang-nu9io 3 месяца назад
ঘৰৰ ঘাই মানুহ জন থাকোঁতে এনেকো হব নালাগিছিল । মদ মেইন।
@sewalihandique9565
@sewalihandique9565 3 месяца назад
আপুনি দহজনৰ আদৰ্শ।প্ৰকৃত জীৱ শ্ৰেষ্ঠ হোৱাৰ উদাহৰণ।ভালে থাকক।কাম কৰি যাওঁক❤❤❤
@justfly7031
@justfly7031 3 месяца назад
এনেকুৱা মানুহবোৰে যদি চৰকাৰী আবাস যোজনাৰ পৰা ঘৰ পোৱা নাই ! এইটো অতি দুৰ্ভাগ্যজনক ,
@mampybhuyan
@mampybhuyan 3 месяца назад
ঘৰৰ মূল মানুহজনৰ স্বভাৱ অবহেলা হলে সেইখন ঘৰ কেতিয়াও উন্নতি নহয়। মূল মানু্হ জন অলপ এলেহুৱা যেন লাগিল। আৰু কোনোবা এজন ব্যক্তিয়ে ইমান দূৰৰ পৰা গৈ ঘৰ বনাই দিব বিচাৰিছে যেতিয়া ওচৰ চুবুৰীয়াই টকা পইছা দি সহায় কৰিব নোৱাৰিলেও হাতে কামে লাগি সহায় কৰি দিয়াটো উচিত বুলি ভাবোঁ।
@Mainusvlog78
@Mainusvlog78 3 месяца назад
সময়,তোমাক ভগবানে আৰু শক্তি দিয়ক যাতে যিকোনো পৰিস্থিতিত তুমি হাৰ মানিবলগা নহয়।
@parashchoudhury5837
@parashchoudhury5837 3 месяца назад
কিছুমান ইউটিউবাৰৰ পাগলামী ভিদিও চোৱাতকৈ আপোনাৰ ভিদিও বহুত ভাল লাগে । আপুনি এনেদৰে আগবাঢ়ি গৈ থাকক বহুত বহুত শুভকামনা যাচিলো । Best RU-vidr in Assam ❤❤❤❤
@Sashi789
@Sashi789 3 месяца назад
1milion sucrber অতি হুনকালে হব লাগে 1milion। homoy dadak val puea সকলো ৱে চেয়া কৰক
@Djvlogstsk
@Djvlogstsk 3 месяца назад
সহজতে পোৱা বস্তু অনেকোৱাই বুলি ভাবে সময় দা এই বোৰ মানুহ হক যিমান সহায় কৰিলোঁ অকেই লৰা ছোৱালী দুটালৈ আমাৰো বেয়া লাগিছে কিন্তু ঘৰৰ ঘাই মানুহ জন বৰ ভাল নহয় যেন লাগিছে কিন্তু আপুনি জুই ❤❤❤❤❤
@LovelyFlowerBouquet-om2vq
@LovelyFlowerBouquet-om2vq 3 месяца назад
ভাষাই নাই তোমাক কি বোলিম জানো , তুমি যে মানুহৰ ৰূপত এজন ভগৱান , তোমাৰলৈ শতকোতিৰ প্ৰনাম 🙏
@ritushmin9223
@ritushmin9223 3 месяца назад
প্ৰথমতে যেতিয়া দেখিছিলো যে সময় দা গৈছে দীপকৰ পৰিয়ালটোক সহায় কৰিবলৈ,,,, বহুত ভাল লাগিছিলে তেতিয়া আনন্দতে চকুলো বাগৰি আহিছিলে,,,, কিন্তু এতিয়া যি দেখিছোঁ ৰাকেশৰ দেউতাক আৰু দ্বীপকৰ দেউতাকৰ দৰে মানুহক সহায় নকৰাই ভাল,,,,মানে মোৰ খং উঠি গ'ল আৰু কাণ্ড বোৰ দেখি 😠,, এইবাৰৰ পৰা ওচৰৰ মানুহৰ পৰা ভালকৈ জানি বুজি হে সহায় কৰিব বুইছে সময় দা,,, নহ'লে অথলে যায় আপোনাৰ কস্তবোৰ,,,, বাকী সময় আৰু Mr বিতু দাক সদায় saport koru💝💚👍.Love from New Delhi
@DharmendraDeka63
@DharmendraDeka63 3 месяца назад
তুমি মানুহ ৰূপী ভগৱান 🙏🙏
@rupakhandique5049
@rupakhandique5049 3 месяца назад
ভিডিঅʼটো শেষলৈকে চাই যি দেখিলো ঘৰৰ গৃহস্হ জনৰ অৱহেলা কাৰণে এনেকুৱা হৈছে ঘৰটো।
@pulingogoi2485
@pulingogoi2485 3 месяца назад
এলেহুৱা মূল মানুহজন গতিকে তেনেকৈ এৰিদিয়ক ছোৱালীজনী আৰু ল’ৰাটোকে সহায় কৰক ৷ঘৰটো দেখি আমাৰো বেয়া লাগিছে 😢 পাৰিলে কামকৰা মানুহকেইজন দেখাব সকলোৱে যাতে চিনি পায় ৷
@PoriDowarah-oh4ij
@PoriDowarah-oh4ij 3 месяца назад
ইমান কষ্ট কৰিবলগীয়া হৈছিল ঘৰটো কাৰণে হিহঁতে বুজিব লাগিছিল ।
@parthamixarsassam6762
@parthamixarsassam6762 3 месяца назад
ঘৰৰ মুৰব্বী জনৰ অৱহেলাৰ বাবে এনে হৈছে। সঁচাই তোমাৰ কষ্ট সাৰ্থক কৰা নাই সেই জনে। তোমাৰ মহানতা অপৰিসীম।
@KalyaniPator-u9u
@KalyaniPator-u9u 3 месяца назад
Upnor video bur sai bhot vl leg
@sonisonicompany
@sonisonicompany 3 месяца назад
ভগৱানে আপোনাক অধিক শক্তি দিয়ক আগুৱাই যোৱা homoy da ❤❤❤❤❤
@Arsh_konwar
@Arsh_konwar 3 месяца назад
সময় ডায়ে যেনেকৈ ভালকৈ বিচাৰে তেনেকৈয়ে ঘৰটো হব লাগে। ❤❤❤
@kaushikdeka1873
@kaushikdeka1873 3 месяца назад
মানুহ জনে মদ হে চিনি পাই, ঘৰৰ প্ৰতি অলপো দায়িত্বভাৰ নাই
@air33-ias53
@air33-ias53 3 месяца назад
তুমি সঁচাকৈ মহান কাম কৰি আছা সময়। আৰু এটা কথা এই চৰকাৰে অদৰকাৰী কিছুমান আঁচনি মুকলি কৰি ৰাইজৰ মূৰত টাঙুন মাৰি যে আছে। এই মানুহ বোৰৰ উপৰত চকু পৰা নাই নি? এওঁলোকে চৰকাৰী ঘৰ কিয় পোৱা নাই?
@bidyabonrabha8709
@bidyabonrabha8709 3 месяца назад
Homoy Da... Apuni ajon great mindr Human....🙏🙏🙏 God bless you and... God always with you..
@punyalatakonwar6599
@punyalatakonwar6599 3 месяца назад
ভৰ্গবানে তোমাক মঙ্গল কৰক
@67Vijay67
@67Vijay67 3 месяца назад
LOVE FROM BORSOLA 💜✅
@krishnabaruah6822
@krishnabaruah6822 3 месяца назад
এনেকুৱা মানুহকসহায় কৰাাতুৱেভুল. কাৰণ দেউতাক জন ভালনহয়. মদহে চিনি পায়
@PranabDeka-jz1lv
@PranabDeka-jz1lv 3 месяца назад
সময় ভাইটি তোমাৰ কাম বিলাক সচায় সলাগিব লগিয়া আশীৰ্বাদ কৰিছো এনেদৰে দুখীয়াক সহায়কৰি জুৱৱা তুমি তেওঁলোকৰ বাবে পুত্ৰ দাদা ভাইটিহৈ জনমলৈ আহিছা🎉🎉😂😂😊😊❤❤❤🎉🎉🎉
@moran90-u7h
@moran90-u7h 3 месяца назад
Dada Apuni Parile Daily Video diyok tetia dui 1 toka pabo apuni. Ami beleg hohai koribo nuarilu apunar video sai apunak hohai koribo paru... Jun jun ekmot Like kori samay daar sokut dekha paouk
@SandhyagogoiSandhyagogoi
@SandhyagogoiSandhyagogoi 3 месяца назад
Tumi2 tenekey ghrtu ari dbo prila htn bea koi bonai dixe ...kintu tumi ako ntun k bnm koisa tumr mn2 hxake manibo logia tumi bht mohan tumr kam bur hxake vl lge 🥰🥰
@jitenpegu2559
@jitenpegu2559 3 месяца назад
ঘৰৰ মূৰব্বী যনে সিমানকে গুৰুত্ব নিদিহে যেন পাইছোঁ। হ'লেও আপোনাৰ video বোৰ চাই বহুতো ভাল লাগে। ❤❤❤🙏🙏🙏🙏 আৰু আগন্তুক দিনলৈ আগবঢ়ায় যাওক।
@rumamonigogoi622
@rumamonigogoi622 3 месяца назад
দেউতাক জনৰ স্বভাৱৰ বাবেই আজি লৰাছোৱালী কেইটাৰ অৱস্থা বেছি বেয়া হৈছে যেন অনুভৱ হৈছে।সময়ৰ টকা গছত লাগিছে,লগতে যিবিলাকে অলপ হ'লেও সহায়ৰ হাত আগবঢ়াইছে।দেউতাক জনে ভাবিছে ছাগে এনেয়ে পাইছো খাব লাগে আৰু কাম কৰা মানুহ কেইজনৰ ও হিতা হিত জ্ঞান বুলি বলৈ সম্পূৰ্ণ 0
@JayPrakashKumar-gc3iv
@JayPrakashKumar-gc3iv 3 месяца назад
❤❤❤ভগৱানে ভালে ৰাখক সদায় ৷আগুৱাই যাওঁক দাদা
@jeutibezbaruah8859
@jeutibezbaruah8859 3 месяца назад
ঘৰৰ মূল খুটাটো যদি ঠিক নহয়,ঘৰ টো ধৰি ৰাখিব কেনেকৈ,ঠিক তেনেকৈ ঘৰৰ মূল ব্যক্তি জন ঠিক হব লাগিব..
@SamudraBokalial
@SamudraBokalial 3 месяца назад
Tumi bohut val kam korisa ❤❤❤❤❤❤ thanks broo......
@himantarvlogs8128
@himantarvlogs8128 3 месяца назад
তুমি মানৱ ৰূপী ভগৱান।
@biswajyotitaid6487
@biswajyotitaid6487 3 месяца назад
গৃহস্থজন নিজেই এলেহুৱা যেন লাগিলে।
@Basudoley
@Basudoley 3 месяца назад
Samoy Dak Jun Jun support kore like korok.. logote sobei samoy Dak pare jodi..100 thokakoi donet kora❤❤
@Studiokripal
@Studiokripal 3 месяца назад
A/C no. Dya
@JituNeog-wn7rn
@JituNeog-wn7rn 3 месяца назад
ভগৱানে সদায় সহায় কৰক
@JadavTaid
@JadavTaid 3 месяца назад
Love from Guwahati সময় দা।।❤❤
@aabirgogoi1694
@aabirgogoi1694 3 месяца назад
দেখি খুব দুখ লাগিল, আচলতে ঘৰৰ মালিক জনৰ কোনো গুৰুত্ব নাই যেন লাগিল, ভাল কাম কৰা মানুহ বিচাৰিব লাগিব homoi, লাগিলে দুৰৰ পৰা কাম কৰা মানুহ আনা
@djnbokamandjnbokaman9249
@djnbokamandjnbokaman9249 2 месяца назад
Bowut bowud doynobad ❤❤❤❤❤❤❤❤❤❤❤
@Assamesecelebritiesfan
@Assamesecelebritiesfan 3 месяца назад
ঘৰখন দেখি বৰ দুখ লাগিল।
@Rajko-b5z
@Rajko-b5z 3 месяца назад
❤❤❤ 1:55
@ankonjyotirajkhowa497
@ankonjyotirajkhowa497 3 месяца назад
Small amount from my side,thanks
@Rimpi448
@Rimpi448 3 месяца назад
দাদা আপোনা ভিদেও চাই বহত ভাল লাগে
@dipakkalita2651
@dipakkalita2651 3 месяца назад
ভগৱান আপুনি দাদা ❤
@bindassboy9993
@bindassboy9993 3 месяца назад
Mujjang
@PhulendraPegu
@PhulendraPegu 2 месяца назад
Bhut bhut boriya hoihe aru agole aguwai jauk
@rumamonigogoi622
@rumamonigogoi622 3 месяца назад
বাপেক আৰু কাম কৰা কেইজনে আৰু ওচৰ চুবুৰীয়া সকলোৱে সেই জেগা দখৰৰ হে বদনাম কৰা যেন অনুভৱ হৈছে। ওচৰত কাম খিনি চাবলৈ কোনো এজন সদিচছাৰ ব্যক্তি ও তাত নোলাল নে বাৰু।
@JuntiBora-y1m
@JuntiBora-y1m 3 месяца назад
ভাল লাগিছে
@uuu-cn5yv
@uuu-cn5yv 3 месяца назад
জনা মানুক দিব লাগিছিল দা ❤❤❤❤
@Pallab_creation
@Pallab_creation 3 месяца назад
Always favourite❤
@kabitamoran6158
@kabitamoran6158 3 месяца назад
সময় তোমাক ভগবানে সদাই কুশলে ৰাখক ।প্ৰতিটো ক্ষনত, প্ৰতিটো মূহুৰ্ত্তত ভগবানে কৃপা দৃষ্টিৰ ৰাখক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।কাৰ্বি আংলঙৰ পৰা মৰম যাঁচিলো।
@ankitaborah2978
@ankitaborah2978 3 месяца назад
যি হ'ল হৈগল মদ্যপান কৰিলে এনেকুৱা হব
@riturajgogoi9206
@riturajgogoi9206 3 месяца назад
Apunar dore help Kora manuh aru ase..hei manuhkhiniu Jodi homoyor logot log hoi kaam kore bohut vaal lagibo..
@SonRajbangshi
@SonRajbangshi 3 месяца назад
Video tu sai bahut val lagile
@junmonisaikia7314
@junmonisaikia7314 3 месяца назад
Apuni vogonan dada love from dibrughar❤
@rajunath8070
@rajunath8070 3 месяца назад
Tumar vdo bur Sai mnt bor xanti anubhav Karu enedore Kori jua kambur bhagwan tumak xodai Mangal Kariba help lagile koba help Karim love you too form Tezpur
@assameseeventfood
@assameseeventfood 3 месяца назад
ঘৰৰ মূল মানুহজনে গুৰুত্ব নিদিয়াৰ বাবেই পাল মাৰিলে বনোৱাকেইজনে ।ইমান সহায় কৰি দিছে সময়ে কিন্তু ঘৰৰ মানুহেই যদি গুৰুত্ব নিদিয়ে ক'ত কাম ভাল হব ।
@UNIKON8
@UNIKON8 3 месяца назад
💫
@swagotalekharu8298
@swagotalekharu8298 3 месяца назад
Dukh lagil dada
@Miri_plus
@Miri_plus 3 месяца назад
Homoy da appunak bhut bhut doynovad❤❤❤❤
@Ridipaxom
@Ridipaxom 3 месяца назад
ভগবন্তই আপোনাক কৃপা কৰক আৰু আগুৱাই যাওঁক আপুনি ❤
@ChandraITZ
@ChandraITZ 3 месяца назад
Love from Lakhimpur ❤❤❤ Homoy daaa👍👍👍👌
@hemantakumarborooah1104
@hemantakumarborooah1104 3 месяца назад
অন্ততঃ কামকৰা মানুহ কেইজন এলেহুৱা আৰু মদাহী হ’ব নালাগিছিল ৷ বেৰ , টিনপাত , খুটা সকলো ৰেডি থকাৰ পিছতো ঘৰখন সাজোতে দহ বাৰ দিন লাগেনে ? সকলো একেবাৰে যে পালমৰা কাম দেখিলেই বুজিব পাৰি ৷ ভতিজা তুমি আগবাঢ়ি যোৱা , তাৰবাবে আশীৰ্বাদ সহ শুভেচ্ছা জনালোঁ ৷
@bulbulinath7612
@bulbulinath7612 3 месяца назад
সময় দা🙏❤️
@JadhumoniChutia
@JadhumoniChutia 3 месяца назад
Nice 👍
@Allvideo958
@Allvideo958 3 месяца назад
Tq dada apuni ji korisa val korisa moi apunar new subscriber hoi
@biswajitdehingia8867
@biswajitdehingia8867 3 месяца назад
Thanks❤❤❤❤
@nitulali-u6r
@nitulali-u6r 3 месяца назад
Good ❤❤❤❤❤
@ranujpegu8217
@ranujpegu8217 3 месяца назад
Good job God bless you
@ritagogoibora3703
@ritagogoibora3703 3 месяца назад
Homoi da great
@RajuAhmed-r4d
@RajuAhmed-r4d 3 месяца назад
Good bro
@rinagogoi2821
@rinagogoi2821 3 месяца назад
তোমাৰ সময়ৰ বহুত মূল্য আছে । গতিকে ভাল মানুহৰ হাতত কামবোৰ দিবা । নহ'লে,,,,l
@Kumoijyoti-kumoi-assam
@Kumoijyoti-kumoi-assam 3 месяца назад
bohut val homoy dada❤❤❤❤😊😊😊 god blees u
@vloggerpopy7441
@vloggerpopy7441 3 месяца назад
God bless you..... Tumak jodi CM bonai dya hoi.... Kiman j bhal hol hoi..... 😊
@SanjoyMonda-lb7ki
@SanjoyMonda-lb7ki 3 месяца назад
Love from nagaon
@prabalbora6983
@prabalbora6983 2 месяца назад
@amolray4694
@amolray4694 3 месяца назад
Good job dada❤
@rimgogoi8258
@rimgogoi8258 3 месяца назад
ভাল কাম কৰিছা
@PampiPatowary-w8c
@PampiPatowary-w8c 3 месяца назад
সময়, আপুনি, ভগবান, মানুহর, রপত
@KrishnaChungkrang-ej6yb
@KrishnaChungkrang-ej6yb 3 месяца назад
Good dada
@rajibsaikia1486
@rajibsaikia1486 Месяц назад
😮
@mohonsaikia1433
@mohonsaikia1433 3 месяца назад
God bless you সময় দা ❤
@jyotibailung662
@jyotibailung662 3 месяца назад
🙏🙏🙏🙏
@AzizAli-rh5ys
@AzizAli-rh5ys 3 месяца назад
You tube hole homoy Gogoi dore hoba lage tei jon xot monor manuh yeu nijr kotha navabi anr kotha sinta kore apuni agloi aguwai jowa dada 🙏🙏❤️❤️
@bhupenrabha1613
@bhupenrabha1613 3 дня назад
❤❤
@jonalihomesh9826
@jonalihomesh9826 3 месяца назад
❤❤❤❤❤❤
@Shyamal...67
@Shyamal...67 3 месяца назад
Dada ebar padmavatik dekhai dibo sn kenekuwa ase etiya ❤❤
@jayabaruah1801
@jayabaruah1801 3 месяца назад
Dadar video bur aru olp dighol hua hole jen lage sai hepah hei nopolai god bless you homoy da ❤❤❤❤ from dhola ❤
@kironffgamer1634
@kironffgamer1634 3 месяца назад
দাদা আপোনাক ভগৱানে মংগল কৰি ৰাখক 🙏🙏🙏
@bibhagogo6627
@bibhagogo6627 3 месяца назад
❤❤❤❤🙏🙏🙏🙏
@MadhurjyaTiming
@MadhurjyaTiming 3 месяца назад
Assam or best RU-vid bar homoy da aru bitu da, good job bro
@Dulu_bts_army-gn9jn
@Dulu_bts_army-gn9jn 3 месяца назад
Manuhk hohay kri vl powa Blgt koi blgt RU-vidr Manobota thoka mnuh jon hol amr miss samay dada 😊❤ Apuni kintu mur fvrt RU-vid hoi 🎉❤ agoloi aneke aag bari jayok ❤
@axomsanjayvlogs7813
@axomsanjayvlogs7813 3 месяца назад
Advance congratulations Homoy da for 2 lakhs subscriber complete
@pastorakashMorang
@pastorakashMorang 3 месяца назад
Iman hohai korar past buji nupuwa jonk ki kom homy❤
@MigomDoley-r4k
@MigomDoley-r4k 3 месяца назад
❤❤❤❤❤
Далее
Women’s Free Kicks + Men’s 😳🚀
00:20
Просмотров 4,8 млн
Women’s Free Kicks + Men’s 😳🚀
00:20
Просмотров 4,8 млн