Тёмный

সোণৰ অসম প্ৰজেক্টৰ এয়া ১৩ নম্বৰ ঘৰখন সম্পূৰ্ণ কৰা হ'ল। ১১বছৰ পাছত ককাই নতুন এখন ঘৰ পালে 

Homoy
Подписаться 201 тыс.
Просмотров 72 тыс.
50% 1

Опубликовано:

 

29 июн 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,3 тыс.   
@Homoy
@Homoy 7 дней назад
Bohut bohut dhoniobaad hokoluloi. Eman besi morom diar babe. Hokolure comment bur Pohisu, Kintu Reply dibo pora nai babe, bea napabo 🙏 Apunalukor morom bur pai aru inspire hoisu, Kam bur kori jaboloi.. Anekoi apunalukor pora morom pai thakim buli akha korisu 💚💚💚
@bhargabrabha4487
@bhargabrabha4487 7 дней назад
very very nice goahead bro.
@Gitalifood
@Gitalifood 7 дней назад
Tmi guwahati fale ahiba neki anekua kamor babe...
@bidyabonrabha8709
@bidyabonrabha8709 7 дней назад
Congratulation Homoy Da...Aponar প্ৰতিটো video te dukhia manuhk help kriboloi aag barhi goisa.... Ae t hoise aponar manobota... gotike aponak kanekoi Thanks dim..nije najanu..
@bharadwajcreation7523
@bharadwajcreation7523 7 дней назад
Aku nai bro... 2mr kamei reply di dia
@rashmisaikia622
@rashmisaikia622 7 дней назад
Very good dada❤
@parthamixarsassam6762
@parthamixarsassam6762 7 дней назад
তোমাক হৃদয়ৰ পৰা মৰম দিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো যে তোমাক আৰু সুমতি দিয়ক মানুহৰ সেৱা কৰিবলৈ।
@kamalusonpatar107
@kamalusonpatar107 7 дней назад
Right hoi partha.
@lisamausami9605
@lisamausami9605 6 дней назад
মানবতাৰ সুন্দৰ নিদৰ্শন। আগবাঢ়ি যোৱা, জীৱনৰ আচল মাধূয্য এইবোৰ কামৰ জৰিয়তে উপলব্ধি কৰিবা।
@ArindamsWorld
@ArindamsWorld 6 дней назад
সময় গগৈ আৰু তেখেতৰ সহযোগিক বহুত বহুত ধন্যবাদ। ৰাইজলৈ এটা অনুৰোধ যে আপোনালোকে তেখেতৰ ভিডিও আৰু চেনেলটো খুব Share কৰি দিব আৰু Million Subscribers কৰাত সহায় কৰি দিয়ক।
@Kajuriphukon-ww3ks
@Kajuriphukon-ww3ks 7 дней назад
সকলো পৰিস্থিতিৰ সন্মুখীন হব পৰাকৈ ভগৱানে আপোনাক শক্তি দিয়ক সময় দা ❤
@Zgfcaxom
@Zgfcaxom 7 дней назад
দাদা আপোনাৰ দৰে মানুহ থকা বাবে মানুহ বোৰ অলপ হ'লেও সুখত আছে দাদা ❤️❤️❤️ জয় আই অসম জয় সময় দা ❤️❤❤❤❤ আপুনি এজন মানুহৰ বাবে ভগৱান দাদা ❤️❤️😢😢😢
@saminbez3519
@saminbez3519 7 дней назад
Kaka janr suli dari xini Kati dib lagisil
@RahulPatar-lf5ps
@RahulPatar-lf5ps 7 дней назад
​@@saminbez3519 Jut dhorile buli prothome kokai koi shil dexun suwa nashila
@BonditaPegu-nu4ne
@BonditaPegu-nu4ne 7 дней назад
Very nice 👍👍👍
@runamofficial
@runamofficial 7 дней назад
Homoy dak Kune Kune val puwa like koribo para guys ❤❤❤❤❤❤❤❤❤
@misingkofouji9259
@misingkofouji9259 6 дней назад
Apuni ji দৰে সহায় কৰিছে, নিজৰ পইছাৰে হিমন্ত মামাও তেনেকৈ দিব নোৱাৰে, আপোনাক Salute dada
@aruneebharali2610
@aruneebharali2610 7 дней назад
মানুহজনৰ দাড়ি- চুলিখিনি কাটি অলপ চফা কৰি দিলে আৰু ভাল লাগিল হেতেঁন । ইমানখিনি কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ তোমাক ।
@reviews838
@reviews838 7 дней назад
Kiman koribo nu. Eei kon koribo parise j. Sorkare eibilaak dekhi laj pai ne janu
@bibekdas353
@bibekdas353 7 дней назад
Homoy দাদা ৰ video বোৰ ত সকলোৱে Like 👍🏽 Share, Comments কৰিব। তেখেতে ইমান মানুহক সহায় কৰি আছে ।❤❤❤❤❤❤
@proguys3465
@proguys3465 7 дней назад
Hoi hosa kotha
@hemchandrachamuah1027
@hemchandrachamuah1027 7 дней назад
Nissoi ,
@jborgohain2116
@jborgohain2116 7 дней назад
তোমাৰ নিচিনা মানুহবোৰৰ বাবে পৃথিৱীখন সুন্দৰ হৈছে। ভগৱানে তোমাক কুশলে ৰাখক।❤❤❤❤
@cha2.0
@cha2.0 7 дней назад
ধুনীয়া হৈছে ঘৰটো ।দুখীয়া মানুহৰ বাবে ঈশ্বৰে আপোনাক দেৱদূত হিচাপে পঠাইছে।আগবাঢ়ি গৈ থাকক।
@pabitradeka1992
@pabitradeka1992 7 дней назад
বহুত ভাল লাগিল দেই। সদাই এনে দৰে কাম কৰিবলৈ ইশ্বৰে শক্তি দিয়ক মই তাৰে কামনা কৰিলো । জয় আই অসম।
@hridyanshugogoi2943
@hridyanshugogoi2943 7 дней назад
প্ৰথমে দেখিছিলো এতিয়া আৰু ভাল লাগিছে ভগৱানক প্ৰাথনা জনাইছো সময় দীঘায়ু হ ওক
@runubaruah60
@runubaruah60 7 дней назад
অতি সুন্দৰ, ককাৰ মুখৰ হাঁহিত।এয়াই হৈছে প্ৰকৃত মহান কাম। ঢাক ঢোল বজাই থকা সকলৰ এনে নিপীড়িত সকলক চকুত নপৰেনে? মঞ্চত উঠি চেক বিলাই ফটো বাতৰি কাকতত প্ৰকাশ কৰি বাঃ বা লোৱাত কৈ এনেদৰে নিপীড়িত জনক সহায়ৰ হাত আগ বাঢ়োৱা সকলহে প্ৰকৃত মানৱ 🙏🙏🙏
@BidyshreeKonwar
@BidyshreeKonwar 7 дней назад
সময় দাদা আপোনাক ভগৱানৰ ওচৰত সেৱা 🙏 জনাইছোঁ আৰু সময় দাদাক যি দুখৰ ঠাই লৈএই ক্ষেত্ৰত আগবাঢ়ি যায় সেই স্থানিয় বাসিন্দা সকলে কিছু পৰিমাণে সহায় কৰে যেন 🙏।
@ddhemali2.040
@ddhemali2.040 7 дней назад
ঘৰখন খুবেই ধুনীয়া লাগিছে। ককা-আইতা আজি দুয়োজনেই সুখী। সময় দা,,❤
@rekhaneog1101
@rekhaneog1101 7 дней назад
চৰকাৰ খনে বিচাৰি নোপোৱা কাম বিলাক সময় য়ে বিছাৰি পালে তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো
@rkrinku6902
@rkrinku6902 6 дней назад
আপোনাক কি বুকি কম ভাষা নাই ❤❤ পৃথিৱী খনত এজন এ ভাল মানুহ পালোঁ যদি আপোনাকে পালোঁ আৰু ❤❤🎉
@MunmiBora-lm4fu
@MunmiBora-lm4fu 5 дней назад
তোমাক কব একো ভাষা নাই ।আচলতে আমি এতিয়া ভাবিব লাগিব যে এতিয়াও আমাৰ মাজত ভাল মানুহৰ অভাৱ নাই । আৰু আগ বাঁহী যোৱা তুমি 🙏
@hemantakumarborooah1104
@hemantakumarborooah1104 7 дней назад
সুন্দৰ লাগিল , ভতিজা ৷ তুমি সুখী হোৱা ৷ আশীৰ্বাদ কৰিছোঁ , ভগৱান সদায়ে তোমাৰ সহায়ক হওঁক ৷
@Assamboy-vh1jj
@Assamboy-vh1jj 7 дней назад
দাদা আপোনাৰ ভেদিও নেদেখিলে মন টো ভাল নলগা হৈছে ❤❤আৰু এটা কথা ককা জনৰ দাৰি চুলি টো অলপ ককাৰ অনুমতি লৈ কাটি দিলে ভাল লাগিল হৈ বাকী মৰ ভালৰ পৰা অশেষ ধন্যবাদ থাকিল ❤️❤️
@rajeshkurmi-ci7dj
@rajeshkurmi-ci7dj 6 дней назад
আপোনাৰ উজল ভবিষ্যত কামনা কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাক আগুৱাই যাবলৈ শক্তি দিয়ে যেন GOD bless you
@Prahit_Rabha
@Prahit_Rabha 7 дней назад
আপোনাৰ প্ৰত্যেকটো সোণৰ অসম প্ৰজেকটোলৈ চেলুট প্ৰায়ত ড° ভূপেন হাজৰিকাদেৱৰ এষাৰ "মানুহে মানুহৰ বাবে" সেই কথাষাৰৰ এজন সুদক্ষ ব্যক্তি একমাত্ৰ সময় । ❤ গোৱালপাৰাৰ পৰা আপোনালৈ অলেখ শুভেচ্ছা জনালোঁ । আপোনাক ভগৱানে আৰু দুগুণ উৎসাহ দিয়ক এনেদৰে ভাল ভাল কাম কৰি যাবলৈ ।
@ranjitadeori6018
@ranjitadeori6018 7 дней назад
বহুত ভাল লাগিছে সময় ভগৱানে তোমাক যাতে আৰু শক্তি দিয়ে ❤❤❤🎉🎉🎉
@dipakdutta4986
@dipakdutta4986 7 дней назад
Bhutt besi dhuniya hoise ghor tu..kokai eman bosore kosto kori xaji tula Eman dhunia poribex tur logot atia ghor tu mili goisee..aapunaloi bohut dhoynobad 😊
@lakhyajyotidutta2153
@lakhyajyotidutta2153 4 дня назад
সুন্দৰ নিদৰ্শন আগুৱাই যোৱা👌👌👌👌ভগৱানে তোমাক কুশলে ৰাখক 🙏🙏🙏🙏
@khirodakonwar9585
@khirodakonwar9585 6 дней назад
দুখীয়াক সহায় কৰা জলক ভগৱান বুলি আখ্যা দিয়া হয় ৷ভগৱানে আৰু শকতি দিয়ক ৷তাকেই কামনা থাকিল ৷
@santanupegu6228
@santanupegu6228 7 дней назад
ভাল হওক আপোনাৰ। সদায় এনেকে থাকিব আপোনি।বহুত ভাল পাওঁ আপোনাক। ।❤
@minadevi8677
@minadevi8677 7 дней назад
Moja lagise
@achintyaborah7037
@achintyaborah7037 7 дней назад
এজন ভাল লগা ব্যক্তি❤❤❤❤❤।
@kaleswarrabha83
@kaleswarrabha83 7 дней назад
বহুত ভাল হৈছে সময় দা মই গোৱালপাৰা জিলাৰ পৰা বহুত বহুত মৰম যাছিলো ❤❤❤❤❤ আৰু আগলৈ এনেদৰে মানুহক সহায় কৰিবলৈ ভগৱানে আপোনাক আৰু বহুত শক্তি দিয়ক সময় দা জয় আই অসম ❤❤❤
@ushadas8192
@ushadas8192 7 дней назад
guwahati ahibo dei😊
@parinitasaikia3760
@parinitasaikia3760 6 дней назад
মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছা তুমি তোমাৰ কৰ্মৰ দ্বাৰা...... তুমি মহান সময় গগৈ ।
@pankajgogoi335
@pankajgogoi335 7 дней назад
মজা বনাইছে দেই আগৰ টোত কে ভাল হৈছে...❤❤❤❤
@BharatDas-wz1vt
@BharatDas-wz1vt 7 дней назад
ভাল লাগিল দাদা ভগবানে আপোনাক ভালে ৰাখক
@rajutaidofficial4
@rajutaidofficial4 4 дня назад
আপোনাক বুজাবলৈ মোৰ ভাষা নাই ❤❤❤❤❤❤❤❤❤❤❤❤সময় দা আপোনাক ইশ্বৰে মঙ্গল কৰক
@jharnagogoi2870
@jharnagogoi2870 7 дней назад
সুন্দৰ হৈছে । ভগৱানে তোমাক কুশলে ৰাখক।
@parthakuli2431
@parthakuli2431 7 дней назад
Homoy dak val puwa hkole like kora
@jaynathbez1082
@jaynathbez1082 7 дней назад
ভাল হৈছে ঘৰটো। ❤❤❤❤
@user-ld3ti8kt5m
@user-ld3ti8kt5m 6 дней назад
মজা অতি সুন্দৰ
@dintyhatimuria7386
@dintyhatimuria7386 7 дней назад
বহুত বহুত ভাল লাগিল আপোনাক ভগৱানে শক্তি দিয়ক আগবাঢ়ি যাবলৈ।। ❤
@jyoshnaborah7760
@jyoshnaborah7760 7 дней назад
Hundor to ❤️👊
@assammmvlogssr2137
@assammmvlogssr2137 7 дней назад
এই ghoror bona to bor ভাল লাগিছে agote ata ghor bonai দিছে. মানে ghor বনালে এনেকৈয়ে বনাবলৈ লাগে তেতিয়া বৰ dhunia dekhi saboloi... From Goalpara..
@bijurajkhowa7114
@bijurajkhowa7114 6 дней назад
ধুনীয়া হৈছে। আশীৰ্বাদ থাকিল।❤❤❤❤❤
@anjandeka1056
@anjandeka1056 7 дней назад
মানুহৰ আশীৰ্বাদ বহুত ডাঙৰ বস্তু দাদা সদাই এনেকে সহায় কৰি যাওক LOVE FROM BAKSA ❤❤❤
@d20official85
@d20official85 7 дней назад
ঘৰ টোৰ কাম বোৰ ভাল লাগিছে । ❤❤❤ 🎉
@user-zg3ps5ez3h
@user-zg3ps5ez3h 7 дней назад
Homoi dar babe ata like kora❤❤❤❤❤❤❤
@anjalisaikia5273
@anjalisaikia5273 6 дней назад
Bohut Hundor hoisa
@pranjalborah1483
@pranjalborah1483 6 дней назад
মানুহৰ মন আৰু হাহিঁ জয় কৰা এজন মানুহ সময় দা ❤❤
@SanjibUrang-nu9io
@SanjibUrang-nu9io 7 дней назад
Video jiman besi pau himanei val lage. Alop hunkale hunkale video di thakibo sun hodai notification check kori thaku video dise neki buli .bohu val lage apunak ❤❤❤❤
@ngogoi2147
@ngogoi2147 7 дней назад
Very nice aru Kam Kora bahut Val lagise
@rajibvlog4346
@rajibvlog4346 6 дней назад
ধুনীয়া আৰু মজবুত হৈছে
@binodgogoi2978
@binodgogoi2978 5 дней назад
সময় দাক সহায় কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ
@bijoy2465
@bijoy2465 7 дней назад
Homoy daa apuni parile lgt mosquito net 1ta dbo .....jihetu barikha botor khub moh hoise atya
@Junmoni_Narzary
@Junmoni_Narzary 7 дней назад
Bohut bohut val lagise God bless you 🙏🙏
@SanjasPegu-fk9uf
@SanjasPegu-fk9uf 6 дней назад
সঁচাকৈ এইখন সোণৰ অসমৰ আপুনি সোণৰ কণীৰ দৰে love you brother you are really great ❤❤❤❤
@puspalgogoi1363
@puspalgogoi1363 6 дней назад
সুন্দৰ প্ৰদেক্ষপ ঈশ্বৰে আপোনাক সহায় কৰিব
@pranabda.
@pranabda. 7 дней назад
Mojja❤❤❤
@bulbulinath7612
@bulbulinath7612 7 дней назад
সময় দা 🙏❤️
@indiragogoi7094
@indiragogoi7094 7 дней назад
🎉মানৱ সেৱাই ঈশ্বৰ সেৱা।
@Nayan2.0442
@Nayan2.0442 5 дней назад
দাদা বহুত বহুত ভাল লাগিল❤❤❤❤❤❤ আগ বাহি জুয়া দাদা
@dipankarsarmah7420
@dipankarsarmah7420 7 дней назад
Homoy da r krne ata like ❤❤❤❤❤
@bunnybantai24306
@bunnybantai24306 7 дней назад
Fantastic hoise brother 😊
@user-mb6xt2qr3i
@user-mb6xt2qr3i 6 дней назад
আনৰ ঘৰ সজা মানুহক ভগবানৰ বাহিৰে কাৰো লগত তুলনাকৰিব নোৱাৰি ভাল হওক আপোনাৰ সদায় সুখি থাকক❤
@horeshgogoi673
@horeshgogoi673 6 дней назад
সুন্দৰ হৈছে ঘৰখন
@purnimaboruah256
@purnimaboruah256 7 дней назад
Bohut dhunia lagisa ❤❤❤
@srmkinformation2024
@srmkinformation2024 7 дней назад
Xondr hoise aponr pra ata kotha boji poa gol j manohor hoke kam koribo ahile aru 2,4 jone holeo log diboi, karon soboke ata val lidar lge jitu aponi hoi
@santadas5055
@santadas5055 7 дней назад
আগুৱাই যোৱা আশীৰ্বাদ থাকিল ।
@Rekhasvlog1515
@Rekhasvlog1515 6 дней назад
সময় ভাইটি লৈ বহুত বহুত ধন্যবাদ 🙏God bless you 🙏
@AradhanaDeori-ut4lw
@AradhanaDeori-ut4lw 7 дней назад
Bahut hunkale milion subscribers kori diyok please ❤❤❤❤❤ .................. God
@kasmitasingha7264
@kasmitasingha7264 7 дней назад
Good 👍
@user-vx4rj5lu4w
@user-vx4rj5lu4w 7 дней назад
আটুম তোকাৰীকৈ সজোৱা সুন্দৰ এটি ঘৰ ।মজ্জা লাগিছে ।🎉❤
@kkllkkll6296
@kkllkkll6296 6 дней назад
Hundor
@gogoi2499
@gogoi2499 7 дней назад
Very good
@abhinabagogoi1771
@abhinabagogoi1771 7 дней назад
Dergaon t kunu hohai kora manuh nulala amr naharkatia pra manuh goi hohai krsa bht proud moment bht val lgsa......lots of love homoi da❤
@HiteshDeka-tc2mz
@HiteshDeka-tc2mz 7 дней назад
Absolutely right 👍
@golapgogoi4100
@golapgogoi4100 7 дней назад
সুন্দৰ প্ৰদখেপ ভগৱানে মঙ্গল কৰক তোমাক।
@krishnasaharia1043
@krishnasaharia1043 7 дней назад
বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক সময় দাদা ❤❤❤ জয় আই অসম ❤❤❤
@bhanunag1763
@bhanunag1763 7 дней назад
Hundor hoise
@Sibanisshorts
@Sibanisshorts 7 дней назад
Love from Tezpur,, Homoy da krone like❤
@indirachetia4720
@indirachetia4720 7 дней назад
বহুত ধুনীয়া হৈছে ঘৰটো,God bless you
@jyotibailung662
@jyotibailung662 7 дней назад
🥰🥰🥰🥰🥰🥰🥰
@user-ws1ss3oe4l
@user-ws1ss3oe4l 7 дней назад
ভাল লাগিল সমৰ
@hrishikeshdutta9959
@hrishikeshdutta9959 5 дней назад
Homoy bhaitir mak deutakok 🙏🏾 pronam jonaisu eman ejon bhal lora amar raizor babe jonmo diar karone. Bohut bohut dhonyobad khura khuri 🙏🏾❤️🕉️
@deepaborah9974
@deepaborah9974 7 дней назад
সুন্দৰ হৈছে
@tofikahmad9319
@tofikahmad9319 7 дней назад
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছা । আগুৱাই যোৱা , আল্লাহ সদায় তোমাৰ লগত আছে আৰু সদায়ে থাকিব । ইনশ্বা আল্লাহ ।।
@BGogoi-ps7cj
@BGogoi-ps7cj 7 дней назад
Inshaallah👍
@khirodakonwar9585
@khirodakonwar9585 6 дней назад
দুখীয়াক সহায় কৰোতা জনক ভগৱান বুলি আখ্যা দিয়া হয় ৷এনেদৰে আগবাঢ়ি যোৱা ৷শকতি পাবলৈ আশীবাদ দিছো ৷
@nirupamaborah3186
@nirupamaborah3186 7 дней назад
বহুত সুন্দৰ
@cocktailzindagi123
@cocktailzindagi123 7 дней назад
ধুনীয়া হৈছে । আগুৱাই যাওক 👍
@rahonmahon2310
@rahonmahon2310 7 дней назад
বহুত ভাল কাম কৰি আছে । ভগৱানে আপোনাক সহায় কৰিব।❤❤❤
@RajKalita-tc6lz
@RajKalita-tc6lz 7 дней назад
সকলো you tube ৰ আপোনাৰ দৰে হ'লে সমাজখন আগ বাঢ়ি গ'ল হৈ dada।। love from udaguri,,
@minudutta9536
@minudutta9536 7 дней назад
সছাকৈ তুমি মহান ।ভাষা নাই বুজাবলৈ
@soonmoni6746
@soonmoni6746 7 дней назад
Bhut bhut vl lagile
@rinagogoi2821
@rinagogoi2821 7 дней назад
বৰ ধুনীয়া হৈছে । ধন্যবাদ সময় ।
@usharanirabha8158
@usharanirabha8158 6 дней назад
বহুত বহুত অভিনন্দন 🎉 ঘৰটো সুন্দৰ হৈছে ❤🎉💚💚
@user-qm5ex7vq2r
@user-qm5ex7vq2r 7 дней назад
অতি সুন্দৰ । অতুলনীয় 'সময় bhai.
@NNG-SINGER
@NNG-SINGER 7 дней назад
ককা আইতাবৰ সুখী হৈছে সময় !তুমি ভালে থাকা ❤❤❤❤
@dristimonideka1089
@dristimonideka1089 7 дней назад
খুব সুন্দৰ।ভগৱানে আপোনাৰ মংগল কৰক
@padmadharkalita3775
@padmadharkalita3775 7 дней назад
বহুত ভাল লাগিল এনেকুৱা কামৰ বাবে সুন্দৰ মন লাগে বহুত বহুত ধন্যবাদ
@bipinboruah9954
@bipinboruah9954 6 дней назад
অতি সুন্দৰ
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn 6 дней назад
Jai ai hunar axom❤❤❤🥰👍👌🙏💪
@gitashreedas5803
@gitashreedas5803 6 дней назад
Bohut dhunia hoise,Vogowane apunar mongol korok.
Далее
Макс Пэйн - ТРЕШ ОБЗОР на фильм
47:02
Редакция. News: 124-я неделя
52:12
Просмотров 739 тыс.
3rd DIVISION//A Bodo new short movie
20:39
Просмотров 23 тыс.