Тёмный

সি মোৰ লগত পিশাচৰ দৰে ব্যৱহাৰ কৰিছে😭 তাক বোলে S*X লাগে😡 Trishna Bharali 

JSS Unscrripted
Подписаться 453 тыс.
Просмотров 994 тыс.
50% 1

সি মোক বহুত বেয়াকৈ পিটিছে😭 তাক বোলে S*X লাগে😡 Trishna Bharali
Created by:
Mustaq ahmed
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios

Развлечения

Опубликовано:

 

17 ноя 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,7 тыс.   
@riturajkalita2767
@riturajkalita2767 8 месяцев назад
তৃষ্ণাৰ জীৱন কাহিনী শুনি আবেগিক হৈ পৰিছো। ইমানেই লম্পট স্বভাৱৰ স্বামীৰ লগত থাকি জীৱনটো অশান্তিৰ মাজেৰেই চলায় থকাতকৈ নিজৰ মতেই জীৱনটো আগুৱাই লৈ গ'লে জীৱনে এটা গতি পাব। ময়ো এজনী সংগ্ৰামী ছোৱালী। জনা হোৱাৰে পৰাই যুঁজ দিছোঁ জীৱন টোৰ লগত, আজি পৰ্যন্ত। কেতিয়াবা কেতিয়াবা অকলশৰীয়া অনুভৱ কৰোঁ। কিন্তু আপোনালোকৰ দৰে সৎ সাহসী নাৰীৰ সংগ্ৰামৰ কাহিনী বোৰ শুনিলে মনত বহুত সাহস পাওঁ, যুঁজিবলৈ। ভালে থাকক প্ৰায়। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@mdfakir9424
@mdfakir9424 5 месяцев назад
Thanks 🙏🙏🙏🙏🙏
@user-fn9id3bl1l
@user-fn9id3bl1l 8 месяцев назад
শুনিয়েই গা নোম শিয়ৰি উঠিছে।😢ভালে থাকক আপুনি বা।❤
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 7 месяцев назад
তৃষ্ণাৰ কথা খিনি শুনি আমাৰ বৰ দুখঃ লাগিল । তৃষ্ণাই তাইৰ নিজৰ জীৱনটো এতিয়া স্বাধীন চেতিয়া ভাৱে নতুনকৈ গঢ়ক ! তাই এজনী সৎ সাহসী ছোৱালী, তেওঁলৈ আমাৰ শুভেচ্ছা থাকিল ।
@bapanbordoloiownforexperim7914
@bapanbordoloiownforexperim7914 8 месяцев назад
ঈশ্বৰক বিশ্বাস কৰক। কিন্তু আপুনি গো-মাংস খোৱাৰ কথাটো; আজিকালি হিন্দু ফেশ্বন হৈ পৰিছে বুলি নক’ব। এনে চিন্তা কৰিলে চিৰদিনৰ বাবে অসুখী হৈ পৰিব; কাৰণ হিন্দু শাস্ত্ৰ মতে সকলো দেৱতা; মাতৃ গৰুত সন্নিবিষ্ট হৈ আছে। সঁচা অন্তৰেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, ভাল দিন নিশ্চয় আহিব।
@Allahhu_27
@Allahhu_27 Месяц назад
যিহেতু গৰু হিন্দু ধৰ্মৰ এটা মাতৃ স্বৰূপ , ভগবান স্বৰূপ তেন্তে গৰু খোৱা গিৰিয়েকৰ লগত কিয় থাকে তত ক্ষণত divorce দি দিব লাগিছিল Muslim ছোৱালী এজনী যদি গিৰিয়েকে গাহৰি খোৱা শুনে তেন্তে divorce দি গুচি যাব
@latadas3953
@latadas3953 8 месяцев назад
তুমি বহুত ভাল ছোৱালী ।আগলৈ যাতে জীৱনটো সুখী হয কামনা কৰিলো ।
@dipikasarma2832
@dipikasarma2832 3 месяца назад
Yeah absolutely 😐
@user-hk3lq2vl3r
@user-hk3lq2vl3r 6 месяцев назад
আজিকালি এনেকুৱা ঘটনা খুব ঘটিবলৈ ধৰিছে।আপোনাৰ কাহিনীটো শুনি বহুত দুখ লাগিল মনত আৰু নিজকে পুৰুষ জাতি বুলি কবলৈ লাজ লাগিছে।কিয় এজনী ছোৱালীৰ মন বুজি নাপাই মই কব নোৱাৰো।ছোৱালী এজনীৰ অন্তৰ এখন কিমান কুমল সেইটো এজন লৰা হিচাপে বুজি পাওঁ।বাৰু যি হৈ গল গৈ গল অনাগত দিনবোৰত সুখ শান্তিৰে উপচি পৰে যেন তাৰে কামনা কৰিলো।জীৱন মানেই আচলতে সংগ্ৰাম গতিকে আমি জীয়াই থাকিবই লাগিব সংগ্ৰাম যিমানেই ভয়ংকৰ নহওঁক কিয়।
@rashmirekhaborah3557
@rashmirekhaborah3557 8 месяцев назад
তুমি বহুত সাহসী ছোৱালী।। আগবাঢ়ি জোৱা তুমি।। তুমাৰ কথা বোৰ ১০০% সচা বা।।
@kangkana580
@kangkana580 7 месяцев назад
A girl who is so protected and loved in her parents home 😢😢 have to go through all these horrible experiences. May maa Kamakhya give you strength and heal you .
@BinoybhaniRajbongshi-so7vl
@BinoybhaniRajbongshi-so7vl 8 месяцев назад
বহুত ভাল লাগিছে কাহিনীটো চাই থকাৰ দৰে লাগিছে কিন্তু বহুত দুখ লাগিছে ভালৰ লগত হে বেয়া হৈ আচালটে এনে মানুহৰ লগত মুখে মুখে উত্তৰ দিয়া ধৰণৰ মানুহ হব লাগে আপুনি যে তেওঁৰ কাৰণে নিজৰ ভাল লগা বোৰ বিসৰ্জন দিলে তেওঁ কিন্তু এবাৰো আপোনাৰ কথা navabile আগবাঢ়ি যাওক
@SB-rn2ct
@SB-rn2ct 7 месяцев назад
This video showed up on my recs. Trishna, you DESERVE justice from someone so manipulative and predatory. Shameful how some still tried to defend such behaviour. I hope you transform into the person you once were. Love and power from the uk.
@BishnuBaruah-hr9uj
@BishnuBaruah-hr9uj 8 месяцев назад
শিক্ষিত মানে জ্ঞানি নহয়। অশিক্ষিত হলেও জ্ঞানি হব পাৰে।
@oukhymimi
@oukhymimi 8 месяцев назад
জ্ঞানীহে জ্ঞানি নহয় 🙂... কিন্তু মই শিক্ষিত নহয় ।
@RadhikaRoy-kr5dd
@RadhikaRoy-kr5dd 7 месяцев назад
Yes
@aralhussain
@aralhussain 7 месяцев назад
​@@oukhymimiজৰ্ডানজ্গজজ্গ1ঃ 1:09:29
@dipsikhachetia111
@dipsikhachetia111 7 месяцев назад
Dhet teri 😅
@gulapibaruah1629
@gulapibaruah1629 7 месяцев назад
​ 10:01 10:01
@pranitakakati4708
@pranitakakati4708 7 месяцев назад
ইমান ভাল ছোৱালী প্ৰতিভাৰ অভাৱ নাই তুমি আগুৱাই যোৱা ❤ নতুনকৈ জীৱনতো আৰম্ভ কৰা অসুৰ এজনৰ লগত থকাতকৈ বায়েক ভনিয়েক থকা লৰাবোৰলৈ বিয়া দিব ভয়ে লাগে 😢
@bhushitadas3767
@bhushitadas3767 8 месяцев назад
Trishna is so kind and brave soul ❤️Keep smiling my girl.
@ranjukalita474
@ranjukalita474 8 месяцев назад
এইবোৰ কাৰণতেই ছোৱালী বোৰে বিয়াত কৈ নিজে কিবা এটা কৰা বিছাৰে। মই ভাবো সমাজৰ কিছুমান নিয়ম সলনি কৰিব লগা হৈছে।
@pranjitborah7361
@pranjitborah7361 6 месяцев назад
মানুহে বিয়াক imporatance দিয়ে। কিন্তু সেইটো সম্পূৰ্ণ ভুল । কাৰণ বিয়াক imoirtance দিয়াতকৈ এটা ভাল realationship ক গুৰুত্ব দিয়া উচিত ।
@Allahhu_27
@Allahhu_27 Месяц назад
অসম ত বহু হিন্দু লৰা আছে যিবিলাক বহুত ভাল । মোৰ এ বহুত হিন্দু friends আছে যিবিলাকে ছোৱালীৰ ফালে নাচাই এ , আজি লৈকে গুটখা এ পেকেট ও খায় পোৱা নাই বেংগালুৰু ইমান দূৰত যোৱাৰ কি কথা আছিল অসম ত ভাল লৰা প্ৰেমময় লৰা শান্ত লৰা নাই নেকি।
@nabajyotibora124
@nabajyotibora124 Месяц назад
Right​@@Allahhu_27
@siddharthabarman233
@siddharthabarman233 14 дней назад
​@@Allahhu_27 তোৰ মূৰটো
@Rxmakerreel-mv9ci
@Rxmakerreel-mv9ci 7 месяцев назад
সঁচাকৈয়ে আপোনাৰ কথাবিলাক শুনি গা নোম শিয়ৰি উঠিছে বা ।..... আপোনাৰ ভবিষ্যত দিনবিলাক অতি ৰংময় হহক তাৰে কামনা কৰিলো।
@sbnumaligar2162.
@sbnumaligar2162. 8 месяцев назад
Vedeo to চাই বৰ দুখ লাগিল, এনেকুৱা কৈ সংখাৰ পাটি ,মাৰ- পিত কৰাটো অশোভনীয় ,সকলো জীৱ সমান। আমাৰ সংখাৰ খন ভগৱানে সুন্দৰ ভাৱে চলাবলৈ শক্তিকন দিছে ।কিন্ত আমাৰ ইমান টকা-পইছা নাই কোনোমতে চলি আছো।।তোমি যদি সত্যত আছা trishna এদিন তুমি জয় লাভ কৰিব পাৰিবা।।
@manalishadas2421
@manalishadas2421 8 месяцев назад
তৃষ্ণা বা তুমি বহুত সাহসী ☺বহুত মৰম বা তোমালৈ❤ ভগৱান আছে তেওঁৰ ওপৰত বিশ্বাস ৰাখক বা ☺ শেষত জয় তোমাৰে হব তৃষ্ণা বা❤❤
@AparajitaKonwar-bk7wv
@AparajitaKonwar-bk7wv 7 месяцев назад
তৃষ্ণা তুমি সাহসী ছোৱালী ভগবানে তোমাক আৰু সাহসী কৰক।❤
@n2saikia
@n2saikia 7 месяцев назад
প্ৰত্যেকটো ক্ষেত্ৰতেই জোখতকৈ বেছি হলেই ক্ষতি। সেইয়া লাগিলে ভালেই হওক বা বেয়া আপোনেই হওক বা পৰ। সৰ্ম্পক আৰু সম্বন্ধ কেতিয়াও একেহ'ব নোৱাৰে ঠিক তেনেকৈ ;যেনেকৈ তুমি প্ৰিয়জন নে প্ৰয়োজন বুজিপালা অনুতপ্ত হলা। বেয়া লাগিছে হাহাকাৰ জীৱনটোলে😥😥কিন্তু ভালো লাগিছে😊😊😊স্বাধীন মানসিকতালে। ইমানখিনি ত্যাগ কৰিও তুমি যান্তনাক বিৰ্সজন দিছা আৰু তোমাৰ কিঞ্চিৎ মানো হাঁহি আৰু তোমাক মুক্ত ভাৱে কাষত পাই তোমাৰ অজ্ঞাতেই তোমাৰ পৰিয়ালে কিমান সকাহ আৰু সান্ত্বনা পাইছে হয়তো তুমিও অনুভৱ কৰিব নোৱাৰিবা । শেষত মাত্র এটাই কম next time anybody here no copomaige see you again because that's somethings was biggest life is rong 🙏🙏🙏🙏
@deepjyotihandique9915
@deepjyotihandique9915 8 месяцев назад
এটা মানসিক বেমাৰী লগত তুমি আছিলা। ভাগ্য ভাল তুমি বাছি আহিলা। ছোৱালী বোৰে ভাল কৈ চিনি জানি লৈ হে বিয়াত বহিব লাগে । নিজৰ প্ৰকৃত গুৰুত্ব বহুত জৰুৰী। নিজক সময় দিয়া । বিয়া হোৱাতো যে জীৱনৰ লক্ষ্য নহয় ।
@jaduphukon3631
@jaduphukon3631 8 месяцев назад
আপোনাৰ কথা বিলাক শুনি মোৰ ধাৰণা হয় মানুহ জন চাইকটিক আছিল ৷ এই ধৰণৰ মানুহ বৰ ভয়ানক হয় ৷ আশা কৰো আপুনি নিজকে চম্ভালি লৈ নতুনকৈ আৰম্ভ কৰক ৷
@panchideka1742
@panchideka1742 8 месяцев назад
Brave,honesh,smart and educated....u have a bright future dear.....
@lipikaranigogoi6865
@lipikaranigogoi6865 8 месяцев назад
ইমান মৰম লগা ছোৱালীজনী ❤️ ভালে থাকা, নিজৰ ভাল লগা কামবোৰেৰে।
@Story_creators.
@Story_creators. 8 месяцев назад
এতিয়া মোৰ নিজৰ ভন্তি কেইজনিলৈহে চিন্তা লাগিছে ভগৱানে নকৰক এনেকোৱা এজন নৰপিশাচৰ জীৱনত যদি পৰেগৈ uff ভাবিলেই ভয় লাগে এনকোৱা যাতে কাৰো লগতেই নহওঁক তাকেই কামনা কৰিছো আৰু বা আপোনালৈ শুভেচ্ছা থাকিল এতিয়া আপুনি আকৌ এক নতুন জীৱনৰ পাতনি মেলিছে সকলো যেন ভালে থাকে
@dedizaoiyowvlogs5884
@dedizaoiyowvlogs5884 7 месяцев назад
Last or kotha khini i am totally agree with her 'be mentally prepared'. And yeah she's a very strong woman 💪🫂❤
@akangshahazarika3189
@akangshahazarika3189 7 месяцев назад
I have almost completed the video thn I checked her Facebook profile and literally my tears came out... God bless you @trishna bharali baa and stay strong always
@MoonTalukdar-lv4nx
@MoonTalukdar-lv4nx 6 месяцев назад
Akanksha nice comment
@shrawanengti6645
@shrawanengti6645 5 месяцев назад
তৃষ্ণাৰ ধৈৰ্য্য গুণ আৰু সাহসিকতাৰ কথাবোৰ শুনি বৰ ভাল লাগিল। তাইৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলো।
@bituponbora2018
@bituponbora2018 8 месяцев назад
অতীত এনেয়ে বদনামী দুখবোৰটো বৰ্তমানৰ। সময়ৰ আউল লগোৱা চখত নিতৌ সুখী থকাৰ ভ্ৰম হয়।
@barashadas856
@barashadas856 7 месяцев назад
You are so brave sister...Now,you should focus on your work bcz you deserve lots and a beautiful future is waiting for you..just go ahead!and forget about the past..
@KaustabhChetiaChetia
@KaustabhChetiaChetia 16 дней назад
Muk eyatu ejoni suwali Lage June muk koi moi tar wife hom aru agoloi u holu goi tar wife hee Mur husband haneke kobo lage aru amar duta lora ase buli kobo lage aru holu duta lora buli kobo lage aru hukhor honkhar sole buli kobo lage .
@mrinalisharma6537
@mrinalisharma6537 2 месяца назад
তৃষ্ণা তোমাৰ জীৱন কাহিনী শুনি সঁচাকৈ বহুত আবেগিক হৈ পৰিছো। এনেকুৱা লেতেৰা চৰিএ পুৰুষৰ লগত তুমি নাথাকি তুমি এজনী ইমান ধুনীয়া ছোৱালী তোমাৰ শিক্ষা আৰু মাৰ দেউতাৰ আশিবাদ লৈ তুমি তোমাৰ জীৱন আগুৱাই নিয়া। মোৰ শুভ কামনা থাকিল।
@user-kh7wr7en5o
@user-kh7wr7en5o 8 месяцев назад
The guest is more articulate, ecpressive and well spoken than the host who cant handle such a sensitive topic that she's talking about. Trishna all the very best for your life ahead, you deserve all the happiness in lie
@navlimr9133
@navlimr9133 7 месяцев назад
The host’s one expression used most often with all the guests is ‘bapre’😬
@Nirmali19
@Nirmali19 8 месяцев назад
সচাঁকৈ সমাজৰ কিছুমান মুখাপিন্ধা মানুহৰ প্ৰকৃত ছবিখন চিনিপাব পৰাকৈ😢 প্ৰত্যেকজনী ছোৱালী এ হয়তো বয়সতকৈ বেছি matured হোৱাটো জৰুৰী ❤❤
@thebeautyequation1427
@thebeautyequation1427 7 месяцев назад
Apunar kotha bur xuni khub beya lagil.
@SumiSonowal-ud6bu
@SumiSonowal-ud6bu 7 месяцев назад
😢😢😢😢
@AnupZg-io2pc
@AnupZg-io2pc 2 месяца назад
Its her choice.. nohoi janu.. valok obohela kori neglect kori patta nidiye.. dokaid danov bilakok akuwali lowar fol eibur ..
@rafikulali4396
@rafikulali4396 2 месяца назад
Divorce সৰু কথা নহয়,,,, দুইজনক আগত ৰখাই সুধিলে সকলো ওলাই পৰিব কোন সচা কোন মিচা
@purandartayeng5670
@purandartayeng5670 8 месяцев назад
Best of luck Trishna , your upcoming lifestyle so thank God bless you
@binitadeori8726
@binitadeori8726 8 месяцев назад
Loved your show very much ❤️ from tamilnadu coimbatore
@nabashreegogoi321
@nabashreegogoi321 8 месяцев назад
Negative comments dia bur Trishna r husband family re hbo sge😂😅.....আৰে এই ভিডিঅ'টোৱে কিমানক সাহস দিব সেইটো ভাবি লওঁক। এনেকুৱা বহুত ছোৱালী আছে যি নিজৰ পচন্দ মতে বিয়া হোৱা বাবেই সংসাৰৰ জ্বালা ভুগি থাকিব লগা হৈছে। কিছুমানকতো মাক দেউতাকে ও এৰি দিয়ে মৰিলেও মৰ বুলি। কথাখিনিৰ সত্যতা কিমান বিচাৰ কৰিবলৈ নাযাওঁ । এটাই বুজিলো নিজেই স্ব-নিৰ্ভৰশীল হোৱাতো বহুত জৰুৰী। প্ৰেম ভালপোৱা লাগে মানুহক কিন্তু প্ৰেম ভালপোৱাই নোখোৱাই। অকল যে ছোৱালীয়েই এনেকুৱা যন্ত্ৰণাত ভুগে সেইটো ও নহয় কম পৰিমাণে হ'লেও কিছুমান পুৰুষো এনেকুৱা সমস্যাত ভুগি আছে।
@minakshideka12
@minakshideka12 7 месяцев назад
😥😥😥
@Misingtopics
@Misingtopics 4 месяца назад
তাইৰো ভুল আছে
@atikahussain1167
@atikahussain1167 4 месяца назад
Sob misa murgi fosabo ahe
@AnupZg-io2pc
@AnupZg-io2pc 2 месяца назад
Its her choice noh.. suwalir posondo mote biya hoi pisot eibur kiyo hoi.. eyat lorar ki dokh.. Agote sini jani lobo lage.. val lorak ingore kori tak akuwali noloi.. danob dokaid burok posond koribo jai .. hei karone eibur
@rokeevlogs
@rokeevlogs 2 месяца назад
Baa,You are very strong.we know you are not guilty.i hope, apuni apunar ahibo lga future Val Kori kotai.🫶🫶🫶🫶🫶💝💝💝for you baa.val lagil video tu sai.beya o lagise story tu gom pai....🫰🫰🫰keep smile....😊
@rupeswarmili2342
@rupeswarmili2342 8 месяцев назад
গৰুৱে লতা লাগি মৰে, মানুহে সুখ বিচাৰি মৰে, সেয়েহে আজিৰ যুগত প্ৰায় ছোৱালীয়ে ধনী ঘৰৰ লৰা বিচাৰি তেনেকুৱা ঘটনা ঘটিছে।অপ্ৰিয় সত্য।
@668gmailcom
@668gmailcom 8 месяцев назад
Right 1000% aru সত্য
@NayanjitGatak-bt6en
@NayanjitGatak-bt6en 8 месяцев назад
Absolutely right
@BishnuBaruah-hr9uj
@BishnuBaruah-hr9uj Месяц назад
অকল লৰাৰ গাত দুষ নাই, ছোৱালীবোৰ লোভিয়া হোৱাৰ বাবে এনেকুৱা দখা হয়।
@Allahhu_27
@Allahhu_27 Месяц назад
😂😂 right 🆗👍 ছোৱালী বোৰ যিমান সাধু দেখুৱাই সিমান সাধু নহয় এজনী ছোৱালীক বিনা কাৰণত কোনে লৰাই হাত উঠৱ নোৱাৰে দোষ সিহঁতৰ ও থাকে । যি ছোৱালী এ নিচা জাতীয় বস্তু খোৱাৰ কথা কব husband ৰ খং উঠিব এ ।
@keshabanandatahu6335
@keshabanandatahu6335 8 месяцев назад
কি বুলি কওঁ ! আৰু কাৰো জীৱনত এনে ঘটনা নহঁও, তাকে কামনা কৰিছো
@tribenidas181
@tribenidas181 8 месяцев назад
Vul tu tumi starting otei korila. ,ji Lorai tumk freedom nidiye,,over dominate kore..over possessive kore haibur lorak ajir dinot pattai dibo nlge,,nyways tumr future tu jen val houk Takei wish korim
@rupaschannel5856
@rupaschannel5856 8 месяцев назад
Over possessive, over controlling is a red flag. But people don't undersrand it. They are blinded by love. Specially we girls are soft. Emotional, we easily trust people. We are fool, so boys take advantage of us.
@purabimahanta-2437
@purabimahanta-2437 8 месяцев назад
Right
@AnupZg-io2pc
@AnupZg-io2pc 2 месяца назад
Danov dokaid bilakok posond kori biya nohoi janu.. valok dhuki nupuwa .. Valok obomanona kora insult kora.. aru heiburok akuwali luwa hahi mari duta mitha kotha kole fidaa hoi juwa
@siddharthabarman233
@siddharthabarman233 14 дней назад
​@@AnupZg-io2pckarmic relationship
@BinoybhaniRajbongshi-so7vl
@BinoybhaniRajbongshi-so7vl 8 месяцев назад
Xasa ভালপোৱা জনে কোনো ভালপোৱা কথাতে বাধা নিদিয়ে বাকী যি নহক নাচ গান এইবিলাক বাধা দিলে মই মৰি যাব পাৰোঁ কাৰণ নাচ গান এইবিলাক তেজত থাকে আৰু নাচ গান অভিনয় কৰিলেই যে বেয়া হব মানুহ জনী তেনেকুৱা নহৈ xasa ভালপোৱা জনে সৰু সৰু কথাত কাজিয়া লাগি অত্যাচাৰ কৰিব নোৱাৰে অ বা তাৰ বিপৰীতে সৰু সৰু কথাত care লয়। একো নাই আৰু ভাল মানুহ পাবা জীৱনত আৰু আনৰ বেয়া comenatot ভাগি ও নপৰিবা যাৰ লগত হৈ টেওহে বুজি পাই আৰু শুনা আনৰ ছোৱালীক এনে কৰিলে নিজৰ লগতো হয় এদিন সিহঁতৰ দিন আহিব আপুনি শুনিবলৈ পাব ।আৰু তেওঁলোকৰ বেয়া আপুনি নকৰিব ভগৱান আছে তোমাক এদিন বিচাৰি আহিব লাগিব বা ধৰ্য ধৰা love you ba vale thakak
@nayannilimsagar9446
@nayannilimsagar9446 8 месяцев назад
নিজক পাহৰি যোৱাটো ভাল কথা নহয় । নিজৰ প্ৰতিভাক সদায় সন্মান কৰিব লাগে। শিক্ষিত ছোৱালী হৈ আৰু জানি অন্যায় সহ্য কাৰোটো সমানে অন্যায়। কুকুৰটোৰ নামটো আৰু পৰিয়ালটোৰ ঠিকনাটো ৰাজহুৱা কৰক।
@kuhidawo5305
@kuhidawo5305 4 месяца назад
Erake val puwa koi
@kalyanjyotihazarika
@kalyanjyotihazarika 7 месяцев назад
Completely agree with #Trishna..no matter how much love between couple we must b prepared somewhere mentally that the person might leave us at the most unexpected moment when we need them d most...!!
@abhilekhpator2001
@abhilekhpator2001 8 месяцев назад
Bohut besi strong trishna bharali... 🙂👍 teo hokolu val houk ahibo logiya din bur😊
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 8 месяцев назад
তুমি বহুত সাহসী আগুৱাই যোৱা। আৰু ইমান মৰম লগা লগতে কথাখিনিও সুন্দৰ কৈ কৈছা ❤️👍👍👍
@astrogururekha4348
@astrogururekha4348 8 месяцев назад
সাহসী হোৱা,তোমাৰ লগত মিলা লৰা ওলাব।আজিকালি divorce একো দাঙৰ কথা নহয়❤❤❤
@abinashkhanikar
@abinashkhanikar 7 месяцев назад
Apunar nisina mahan nari comments pai je moi dhaino hoi golu chance pale aupuniu apunar sawmik divorced di dibo aku dangor kotha nhoi so divorced di dibo dei Anekua faltu kotha nokobo Trishna bar babe divorced tu baru proyojon hoi sil.aru apuni kole je divorced tu dangor kotha nhoi apuni ki dekhi swami loi biya hoi sil poisa dekhi mentality thik koribo apuni tu mur maat koi dangor hbo moi 17 hoise teu kou huno gyan tu hokokur thake kintu biya abar hoi dubar nhoi so Sai siti biya patibo lage aru ata kotha divorced word tu bharat or sabhyata nai Jane nai apuni Hindi t talak koi buli koi kintu talak word tu hindhi nhoi Urdu he aru divorced tu English bharatat divorced word nai karon biya mane duta atam Milan hoi aupnar mon gol biyat bohibo aru mon gol divorced lobo ankua jodi dream ase panit pori mori jabo tat koi aru ki kom apunka . 🙏 Apuni kobo pare divorced tu loi Tumi bhal korila Anekua mahur lgt thaki aku lav nai tenekoi kiba kouk
@monalisha2351
@monalisha2351 8 месяцев назад
Mind tu a kiba hoi gl the real heroine the real woman power সচাকৈ বহুত দুখ লাগিল god bless you xdaii aguai jua ru ghhuri nasaba past k
@papudas2244
@papudas2244 8 месяцев назад
কথাবোৰ শুনি মোৰ এনেকুৱা লাগিল যেন ভাল পোৱা বোৰ আপোনাৰ হে সঁচা আছিল ❤পিশাচটোৰ মৰমবোৰ একেবাৰে মিছা আছিল 😡চাকৰি কৰা বা টকা পইচা থকা সকলো ল'ৰাই এজনী ছোৱালীক বিয়া কৰাই সুখী কৰি ৰাখিব নোৱাৰে 💯সেই বাবেই ল'ৰাই হওঁক বা ছোৱালী হওঁক টকা পইচা কম থকালৈ বিয়া হ'ব লাগে 🥰একো নহলেওঁ সুখেৰে থাকিব পাৰিব 💯💯.....
@gayatridutta1902
@gayatridutta1902 8 месяцев назад
Toka poisa thoka buli nahoi natbokau kisuman Lorai beya kamot Matha mare
@minakshideka12
@minakshideka12 8 месяцев назад
@@gayatridutta1902 right...moi nijei paisu tene toka poisao kom but birat bodmas modahi ....asolote manuh jon val hobo lage ...
@user-gd6vf4qi1n
@user-gd6vf4qi1n 8 месяцев назад
right
@papudas2244
@papudas2244 8 месяцев назад
সঁচা কথা ,বিশেষকৈ ল'ৰাজন বা ছোৱালী জনী কেনেকুৱা গ'ম পোৱা পিছতহে বিয়া হ'ব লাগে
@BhupamaniChoudhury-kr4yp
@BhupamaniChoudhury-kr4yp 7 месяцев назад
Amar dada aru vindew sun sakori kore aru teolok tenekua nohoi
@nayanadas7148
@nayanadas7148 7 месяцев назад
Trishna you are very right, there are some families where the main culprits are big and small sisters, including the so called mother in law. You did very right thing by getting separation. God will bless you always ❤❤❤
@nayannilimsagar9446
@nayannilimsagar9446 8 месяцев назад
আপোনাৰ ওপৰতে মোৰ খং উঠিছে। কিয় ইমান অন্যায় সহ্য কৰি আছিল। আপুনি কিহৰ আশাত সিহঁতৰ ঘৰত ইমান শিক্ষিত ছোৱালী এজনী হৈ আছিল । আপোনাক লগ পোৱা হ'লে গলমান গালি দিলোঁ হয়। আপোনাক অনুৰোধ কৰিছোঁ সিহঁতৰ ঘৰৰ address টো দিয়ক।
@Allahhu_27
@Allahhu_27 Месяц назад
Address লৈ কি কৰবি
@shikhadas9617
@shikhadas9617 7 месяцев назад
Marriage is a very big thing in once life, the way she had taken this decision also supported by parents is very impulsive. Situation can be really devastating even worst then this. Be serious in matters like marriage n stuff. God gave her courage to overcome but not everyone will be lucky like her. I hope people will get serious in these issues.
@rumisrasoiandvlog4346
@rumisrasoiandvlog4346 8 месяцев назад
গোটেই vedio চালোঁ দেই।এটা কথা এনেকুৱা মানুহৰ লগত থকা উচিত নহয় ।ভালেই হল দিয়া তুমি strong হোৱা।
@ananyasaikia6784
@ananyasaikia6784 8 месяцев назад
She has great expertise and fluency in all three languages with lots of vocabulary stock and she has great episodic memory. Very meritorious girl.
@trishnabharali2410
@trishnabharali2410 8 месяцев назад
Hahaha thank you. Since those were incidents that had left a mark, I can remember all the dates and time precisely. Its like stamped in my head.😊
@dilipsaikia4922
@dilipsaikia4922 8 месяцев назад
Apunar u English kintu khub bhal..kisuman word moi pratham sunisu..
@jayantagoswami5280
@jayantagoswami5280 8 месяцев назад
@@trishnabharali2410koook Olooool👍koi🙏ooooooooooooo
@ankitaborgohain7461
@ankitaborgohain7461 7 месяцев назад
You are so strong girl. Be positive trishna ba aitu tumi challenge hisape loilua ru aguai jua God bless you ❤️
@AAAA7040
@AAAA7040 7 месяцев назад
Completed watching the whole video without even a break.. it's unbelievable........ and it's never too late.. have courage & faith.. love & respect Trishna❤
@kailashgogoi8439
@kailashgogoi8439 8 месяцев назад
তৃষ্ণাক ভগৱানে সহায় কৰক। আগুৱাই যাওক 1:57:45
@girishphukan4335
@girishphukan4335 8 месяцев назад
মতা মানুহ হ'লেই ইমান নিষ্ঠুৰ হোৱা উচিতনে ? পত্নীৰ ওপৰত বৰমতা ওলোৱা সকলক মই পুৰুষ বুলিয়েই নাভাবো ৷ তুমি মোৰ ছোৱালীৰ দৰে কিন্ত কি বুলি সান্ত্বনা দিম ? তোমাৰ স্বামী মানুহ নহয় ৷
@surajits_info
@surajits_info 8 месяцев назад
God bless you Dear ❤️🎉 And best wishes to your new journey of life 💖
@bidyut904
@bidyut904 8 месяцев назад
I can't believe this, so proud of trishna
@DiSaTLC
@DiSaTLC 8 месяцев назад
Education has got nothing to do with character..Character is build at home..Andho morome relation,xonkhar vange..You are young,so you were deeply madly in love with him..Coz tumi tumar ghorot morom e dekhi ahisa..his parents knew his arrongant,psychotic behaviour,but they dint do anything..kothate koi j “Ek Thappad,,par nahi maar sakta!!”
@trishnabharali2410
@trishnabharali2410 8 месяцев назад
Cant second you more..😊
@punyasaikia1663
@punyasaikia1663 7 месяцев назад
@@trishnabharali2410 this vdo will help new generation
@thedineshff3620
@thedineshff3620 7 месяцев назад
বা,আপোনি যদি মোৰ বাইদেউ বা ভন্টি হোৱা হ'লে তাক যে কি কৰিলো হয়। আপোনাৰ কথাখিনি শুনি দুখ লাগিল।
@khati442
@khati442 8 месяцев назад
Money is not matter mam... he is not a men yes ...head soft you mam❤....you are great mam always happy you mam I hope and pray you mam ❤....
@nytionbasumatary94
@nytionbasumatary94 6 месяцев назад
Every incident teach us a lesson so Stay positive n Be Strong lil Sis…👍🏻✊🏻
@debajitchutia4645
@debajitchutia4645 8 месяцев назад
So pretty..Look like Sonakshi sinha. ... God bless
@hemangakmohan
@hemangakmohan 8 месяцев назад
actually baa is brave, and this video is really a inspiration to women which they have suffered like that, ekdom skip nokora k salu 1:57:44 really a good video
@khusi1340
@khusi1340 8 месяцев назад
Mur mote nipjyoti a aru agote tenekua korisil sage kom boyokhor suwali bhal pai tar pisot aare diya but trishna a hosa bhal paisil baabe biya hoisil but hi hosa bhal puwa nasil 😢😢😢 beleg a asil😢😢😢
@maitrayaeebaishay8220
@maitrayaeebaishay8220 8 месяцев назад
More power to you 💗 aguwai juwa jibont. Jibont Jodi Tumi aetu phase r pora move on kribo Parisa dn tumi jibont tumi aru Jia nhouk tumi khoklu situation face kribo pariba . And najanu tumar kotha bur mur monot kiba ata lgile. Tumar pora khoklua jen khahok pabo.. ❤ sorry for asking but tumi north ghy r hoi nke..
@irinsaikia1732
@irinsaikia1732 8 месяцев назад
Just going through ur stories...ur a good brave grl...be strong always..he will be punished for his Karma definitely.
@AnupZg-io2pc
@AnupZg-io2pc 2 месяца назад
Girl also got punished for her choice ..
@kalpanadas6707
@kalpanadas6707 8 месяцев назад
Trishna tumar kothakhini xuni khub dukh lagise,, tumi manuh sini napala ki kom aru khub dukh lagise,,, God bless you 🌹🌹🌹❤❤❤
@bishalsarma1883
@bishalsarma1883 8 месяцев назад
You are very courageous and a good lady heads off to yu sister
@user-bp1zo9zk5p
@user-bp1zo9zk5p 6 месяцев назад
বৰ দুখৰ কথা। এবাৰলৈ পোৱা জীৱনটোকেই অমি সুন্দৰকৈ সজাব নোৱাৰাটো। সংসাৰখন আটোমটোকাৰিকৈ সজাই লব নোৱাৰাটো। সময় যিহে হল, জীৱনত ভাল পুৰুষজন থকাৰ পাছতো আনৰ পৰা সুখ বিছাৰি ফুৰে আজি বহু নাৰীয়ে। আৰু তাৰে কিছুমান নাৰীয়ে বেয়া মানুহজনৰ পৰাও ভাল হব,ভাল দিন আহিব বুলি আশা কৰি ৰৈ থাকে। বৰ আচৰিত সচাকৈয়ে এই সংসাৰ বুলি কোৱা বস্তুটো😤
@Akhil28m
@Akhil28m 8 месяцев назад
More power to you Trishna
@rituparnakalita3330
@rituparnakalita3330 8 месяцев назад
Emn dhunia sualijanik baru kunubai dukh diye ne, kunubai, bhut beya lage trishna ru hoisya nokoriba😢
@lachitdutta8896
@lachitdutta8896 7 месяцев назад
ভগৱানে তোমাক সাহস দিয়ক ♥️ 🥺
@triggerBinita9
@triggerBinita9 8 месяцев назад
Strong hoi thaka baa God bless you
@himadridevi8281
@himadridevi8281 8 месяцев назад
Tumi aguwai jua baaa move on kri🙂 vl houk tumar atia pora tumar jibon tu xukhor houk❤ xodai ai hahi tu mukhot rakhiba😊
@syedaellinnahar1995
@syedaellinnahar1995 8 месяцев назад
you're very talented girl. good wishes to you👍
@daspiglets1866
@daspiglets1866 8 месяцев назад
U just forget everything don’t remember 😪past is past don’t comeback ☹️star u new life dr
@princee_hazarika
@princee_hazarika 8 месяцев назад
এটা সমন্ধ ত এগৰাকী মাইকী মানুহেই বহুত সয্য কৰিব লগা হয় আৰু তেওঁ তেতিয়াহে আঁতৰি যাবলৈ বাধ্য হয় যেতিয়া একেবাৰে নোৱাৰা হৈগে।
@rupaschannel5856
@rupaschannel5856 8 месяцев назад
Hoi thike.
@ulis890
@ulis890 2 месяца назад
Please send me a dream catcher 😇
@nikumoniroy310
@nikumoniroy310 8 месяцев назад
More power to you Trishna Baa❤.
@ritumoninath1046
@ritumoninath1046 5 месяцев назад
সহজ সৰল ছোৱালী বোৰৰ চাগে জীৱন বোৰ বহুত কস্তৰে হয় পৃথিৱীত জীয়াই থাকিব হ'লে প্ৰথমে নিজক সাহসী বনাই আগবাঢ়িব লাগিব অতিত পাহৰি আগুৱাই যোৱা কাৰণ আমি যে নাৰী আগবাঢ়ি যোৱাৰ আগত সেই নাৰী নামৰ শব্দ টোৱে হেঙাৰ হৈ পৰে যদি কেনেবাকৈ সেই হেঙাৰ দালৰ সৈতে যুদ্ধত জয়ী হ'ব পাৰিছো তেন্তে এদিন নিজৰ জীৱনটো সফল হবয়ে।
@sonakantasonowal1361
@sonakantasonowal1361 8 месяцев назад
God bles u. Be strong yourself.
@Niki11.11
@Niki11.11 8 месяцев назад
You are such a kind hearted girl ..seriously koisu...tumi edin hazarjoni sualir voice hoba❤ I just love you ...
@dixitasaikia1486
@dixitasaikia1486 8 месяцев назад
literally moi nijoke imagine kori loisu 2mar lifor logot.. kanake 2mi emnbur hoijo kori loisla.. moi huwa hle jiyai nathakilu htnn.. ai2 vdo sai moi 2mar fb account check korisuu.. i am shocked when i show your fb post.. msg bur dekhi moi pgl hoi goiso.. bohut vl korila 2mi separate hoi..
@forcegaming8762
@forcegaming8762 8 месяцев назад
সকলো মানুহ একে নহয় তোমাৰ কথাবোৰ শুনি বেয়া লাগিল এনেকুৱা যাতে কাৰো লগত নহয়
@udiptaborah7705
@udiptaborah7705 4 месяца назад
আপুনি সত্য আৰু সাহসী এগৰাকী নাৰী ভগৱানে মঙ্গল কৰক। সত্য সদাই জয়।।
@dhunup1501
@dhunup1501 8 месяцев назад
You will win, May God bless you .Go ahead be confident.
@bitumanidas4318
@bitumanidas4318 8 месяцев назад
First of all salute to her, i saw her emotional trauma hit back through mild panic while description about her husband disloyality. Some words are true said - agor dorey relationship puwa tu taan aji generation't , so be prepared for everything mentally and become self sufficient. I know it will take time to heal you dear trishna❤ but every day you have to stand for yourself. Time and progress in you throughout thr journey will help you to heal your mental physical traumas. ❤more power to you from universe soul❤ Yes at present situation i am also in a journey of healing. But i have faith on god. One day i will shine and forgive everything and accept everything.
@kritanjalibharali8961
@kritanjalibharali8961 8 месяцев назад
Thanks to you, from her family.❤❤
@progsworld6429
@progsworld6429 7 месяцев назад
What a strong girl ! More power to her 🤍
@nanditarajbongshi9224
@nanditarajbongshi9224 8 месяцев назад
Eiburr dre kisuman norokakhuror babe kisuman vl sualie durga rup lbo lga hoi ... Salute trishna ba ... Okonu voi ,laj nkora koi tumi xokolu khini ktha khuli koisa ,,,😊
@palash2024V
@palash2024V 8 месяцев назад
Hats off to Trishna!!❤❤ Pure Soul! Insanely Beautiful! Self love! And finally the end of the karmic cycle. God bless - Love from Bangalore.
@trishnabharali2410
@trishnabharali2410 8 месяцев назад
Thank you💐
@siddharthabarman233
@siddharthabarman233 14 дней назад
Karmic relationship
@relaxingmusic1071
@relaxingmusic1071 8 месяцев назад
আমাৰ সমাজত এনেকুৱা কিছুমান কাপুৰুষ আছে যিয়ে নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ চলায়। ইহত আচতে সমাজৰ কলংক, ইহত পুৰুষৰ শ্রেনীত নপৰে।। যেতিয়া টিকা লাল কৰি পিটা যায় এই মানুহ ৰুপি কুকুৰ কেইটাক তেতিয়া ইহত চিধা হৈ যায়। ঘৈনীয়েক বোৰেও অত্যাচাৰী স্বামীৰ অত্যাচৰ সহিব নালাগে। এটা মাৰিলে দহটা চৰ দিব লাগে নহলে পুলিচক জনাব লাগে।
@user-lh4kt5df6c
@user-lh4kt5df6c 8 месяцев назад
Right
@djkashyap1
@djkashyap1 8 месяцев назад
You look so honest and being so honest you had to suffer. Try to heal yourself, try to heal your mind, try to be yourself. Everything will be as usual like before your marriage. I am always with you.
@pradipbaishya3459
@pradipbaishya3459 7 месяцев назад
Really I am telling you that every person wants to wife like you... You are really great women.... God bless you... Forget everything and start a new journey...
@lipikadas2996
@lipikadas2996 8 месяцев назад
Very strong lady 💪 Best of luck ba❤
@user-Banshali
@user-Banshali 8 месяцев назад
Hahi tu emn dhuniya ba joni ❤ val hbo tumr baa vlka thaka tumi❤ bhut morom
@manshistitching9789
@manshistitching9789 8 месяцев назад
Moi o love marage krisu Assam or pora panjab t aji 8 mah a hl moi bohut happy.bohut manhu r video sai dukh lagi jai Kune Kane k soli ase zibon zudhot .❤
@nytionbasumatary94
@nytionbasumatary94 6 месяцев назад
After watching the video you’re innocent in my opinion you deserve better one lil Sis 👍🏻
@robinmahanta8768
@robinmahanta8768 8 месяцев назад
তোমাৰ সকলো বিলাক কথা শুনিলো,, বৰ দুখ জনক ।মহিলাৰ ওপৰত পুৰুষৰ এনে ধৰণৰ বৰ্বৰতা লাজ লাগে। আগুৱাই যোৱা জীৱন সংগ্ৰামত।
@sumanbhargav1357
@sumanbhargav1357 8 месяцев назад
Aim in life :biya pata.....enkua manuh june njor lifot eku nkora ke biya hoi hodai vulnerable hoi e... nijor vorir uprt thio hua and then baki bstu
Далее
настоящий чемпион
0:59
Просмотров 7 млн
Да блин 😀
0:19
Просмотров 4,5 млн