সৰ্বানন্দ সোণোৱালক লেং মাৰি মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা।নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ক্ষমতাৰ খকত হিমন্ত বিশ্ব শৰ্মাই পাহৰিলে সৰ্বানন্দ সোণোৱালৰ কথা। নিজৰ ভৰিত নিজে কুঠাৰ মাৰি সমগ্ৰ দেশতে ট্ৰ'ল হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
28 окт 2024