▶️ হেৰাই গৈছে ফকৰা-যোজনাবোৰ
▶️ সমাজ জীৱনত আৰু চৰ্চা নহয় সাঁথৰবোৰ
▶️ সাঁথৰ ভাঙিবলৈ আজি কাৰো সময় নাই
▶️ ফকৰাৰ ভাৱাৰ্থ বুজিবলৈ ধৈৰ্য নাই
▶️ হাঁহি-ধেমালিৰে, ৰসাল কথাৰে...
▶️ উজনিৰ গাঁৱে-ভূঞে ফকৰা-যোজনা, সাঁথৰৰ পোহাৰ মেলিছে তেওঁ!
▶️ কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’
23 ноя 2021