Тёмный

হিজৰাসকল ল'ৰাৰ প্ৰতি নে ছোৱালীৰ প্ৰতি আকৰ্ষিত হয়? আৰু নজনা বহুতো কথা। 

JSS Unscrripted
Подписаться 513 тыс.
Просмотров 2 млн
50% 1

Опубликовано:

 

22 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 3,5 тыс.   
@prasantadas5120
@prasantadas5120 6 месяцев назад
বাইদেউ দুই গৰাকীলৈ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদিলো।।। স্পষ্টবাদি , সংগ্ৰামী , জ্ঞানী‌🙏
@nijorapatangia7797
@nijorapatangia7797 6 месяцев назад
বহুত ভাল লাগিল অনুষ্ঠানটো চায় । এই লোকসকলক সকলোৱে সন্মান দিব লাগে । সসন্মানে জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰো আছে ।
@dipabora8037
@dipabora8037 4 месяца назад
হিমাশ্ৰী তুমি interview টো ইমান ধুনীয়া কৈ লৈছা বহুত ভাল লাগিল আৰু তেওঁ লোকৰ বিষয়ে জানিব পাৰি ভাল লাগিল। আমি তেওঁলোকক সন্মান কৰিব লাগে। তেওঁ লোকক আমি হেয় কৰিব নেলাগে।🙏🙏❤️❤️
@Anikha133
@Anikha133 6 месяцев назад
কথাবোৰ বহুত ভাল লাগিছে।আৰ্শীবাদ কৰিব যাতে সদাই ভালে থাকো শিৱ-পাৰ্বতী যুক্ত শক্তিধাৰী।ইমান সুন্দৰকৈ কথাবোৰ কয়।শব্দ সম্ভাৰো অপাৰ।তেওঁলোকৰ প্ৰতি থকা সকলো বেয়া ভাৱ আজি আঁতৰি গ'ল।
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 6 месяцев назад
হয় ঠিকেই কৈছে।
@kamalchandradeka9353
@kamalchandradeka9353 6 месяцев назад
মোৰো মনোভাৱ শুদ্ধ হ'ল। ইমান সংস্কাৰী বুলি ভবাই নাছিলো।
@malobikabora7814
@malobikabora7814 6 месяцев назад
হিমাশ্ৰী বৰ সুন্দৰ সাক্ষাৎকাৰ এটা চালোঁ।ইমান সুন্দৰ ব্যৱহাৰ তেওঁলোকৰ।সঁচা কথা ক'বলৈ গ'লে সৎ আৰু সংস্কাৰী তেওঁলোক।বৰ ভাল লাগিল তেওঁলোকৰ কথাখিনি।
@mr.kshitindramohanroy7638
@mr.kshitindramohanroy7638 5 месяцев назад
Bor Val lagi.please always respect them
@NorenLama
@NorenLama 6 месяцев назад
বহুত কথাই বুজিব পৰা গল ।আগলৈও আৰু বহুত কথাই বুজিব লৈ আশা থাকিল ।অনুস্থান টো বৰ ভাল লাগিল শেষত তিনিও গৰকীকে ধন্যবাদ।
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
"হিজৰা "বুলি সম্বোধন কৰিলে অকণমান বেয়া শুনি। এওঁলোক হ'ল তৃতীয় লিংগৰ ব্যক্তি। পৌৰাণিক ধৰ্ম গ্ৰন্থ সমুহত এওঁলোকৰ স্থান আছে। এওঁলোকৰ কথা হৃদয়ৰ পৰা ভালকৈ অনুভৱ কৰিলে বৰ দুখ লাগে। তথাপিও ধুনীয়াকৈ সাজি কাচি জীৱনৰ প্ৰতিটো ক্ষণ পল সুন্দৰকৈ উপভোগ কৰিছে। কিন্তু ভিতৰত কি আছে কোনেও নাজানে। এওঁলোকৰ সন্মান কৰা উচিত। ভাল লাগিল অনুষ্ঠানটো, ধন্যবাদ।
@RupsD319
@RupsD319 6 месяцев назад
Yes, Hijira buli kole olp hunat kiba eta bea jen pai. Third gender buli kole hoi.
@Manash_Pratim_sharma
@Manash_Pratim_sharma 6 месяцев назад
Hoi Ardhanari
@harakantaborah6818
@harakantaborah6818 6 месяцев назад
হিজৰা শব্দটোৰ অৰ্থ বেয়া নহয়,,,, শিৱ আৰু পাৰ্বতীৰ দ্বী ৰূপটোক কোৱা হয়
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
মই বেয়া শব্দ বুলি উল্লেখ কৰা নাই কেৱল কৈছোঁ যে এই শব্দটো কলে বেয়া শুনি কিন্তু একে অৰ্থ যদিও কিন্নৰ বুলি উল্লেখ কৰিলে ভাল লাগে। এওঁলোকৰ সম্পৰ্কে মোৰ জ্ঞান আছে কিয়নো সমাজৰ প্ৰতিটো বিষয়ত নজনাটো জানিবলৈ বৰ আগ্ৰহী মই।
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
বিশেষকৈ এই শব্দটো শুনিবলৈ এই কাৰণেই বেয়া লাগিছে যে সমাজৰ এক শ্ৰেণীৰ লোকে নজনাকৈ কাৰোবাক বেয়া লাগিলে গালি দিয়া শুনিবলৈ পাওঁ "হিজৰা" বুলি। কিছুমান দুৰ্বল পুৰুষক আঘাত হানিবলৈ ও এই শব্দটো ব্যৱহাৰ কৰে।
@riyasarma6112
@riyasarma6112 6 месяцев назад
কথা বোৰ শুনি মন চুই গ'ল । অতি সুন্দৰ ভজন । বাইদেউ দুয়োজনীলৈ সেৱা জনালো । তেওঁলোকৰ ঈশ্বৰৰ আশীৰ্বাদত মংগল হোৱাৰ বাবে প্ৰাৰ্থনা জনালোঁ।
@manashboruah6434
@manashboruah6434 28 дней назад
বহুত ভাল লাগিল অনুস্থান টো চাই। তেখেত সকলৰ ইমান‌ ধুনীয়া এটা সংস্কাৰি‌ জীৱন আছে, অনুস্থান টো চাই হে গম পালো। তেখেত সকলকো সন্মান কৰা‌ উচিত।মোৰ ফালৰ পৰা শ্ৰদ্ধা ‌নিবেদিলো।❤🎉
@bandanadeka4898
@bandanadeka4898 6 месяцев назад
এখেত সকলৰ বিষয়ে জানিবলে চেষ্টা কৰি আছো। বাইদেউ দুগৰাকী কথাই হৃদয় চুই গ'ল। দুগুণ শ্ৰদ্ধা বাঢ়িল। সেৱা যাচিলোঁ 🙏🏿🙏🏿🙏🏿
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 6 месяцев назад
🙏🙏
@bhupentalukdar5823
@bhupentalukdar5823 6 месяцев назад
Qqq. In​@@korobiskitchenvlogs8029
@ahidurrahman1616
@ahidurrahman1616 5 месяцев назад
Me I'm qw0 no noA@@korobiskitchenvlogs8029my
@gogoikrish21gogoikrish29
@gogoikrish21gogoikrish29 4 месяца назад
Prothom kotha anchor voice hoisay hi he Zera. . tie Z Suli key proman deok
@PeuspaKanto
@PeuspaKanto 3 месяца назад
😅 my😅​@@gogoikrish21gogoikrish29
@bdrocks8035
@bdrocks8035 6 месяцев назад
অৰ্ধনৰেশ্বৰ!শিৱ-পাৱৰ্তীৰ ৰূপান্তৰ! অতি সাৱলীলভাৱে কথাবোৰ কৈ যোৱা দেখি ভাল লাগিল।তাতোকৈয়ো ভাল লাগিল ইমান সংস্কাৰী,জীৱনৰ দৰ্শন,মানৱীয় প্ৰমূল্যবোধ আৰু ঈশ্বৰৰ মাৰ্গ দৰ্শন।অসমতো যে ইমান সংস্কাৰী তথা "ঘাৰানা"(সমূহীয়াভাৱে 'কিন্নৰ' থকা স্থান বা একপ্ৰকাৰ বিদ্যালয়)ত থকা তৃতীয় লিংগৰ মনোগ্ৰাহী দৰ্শন থকা তত্ববোৰে জীৱনক আকৌ এবাৰ বুজি চাবলৈকে যেন সুযোগ দিলে।ধন্যবাদ হিমাশ্ৰী,এনে এক ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে🙏
@harakumardas7646
@harakumardas7646 6 месяцев назад
Bahut bhal lagil,najana katha janilo,bhagabane mangal karak
@ramenbaishya5919
@ramenbaishya5919 6 месяцев назад
Dukh Buji nepai aamar saba khadharan raije
@sannatmazumdar7861
@sannatmazumdar7861 6 месяцев назад
Bhaut bhal lagil bido najana katha janilo manhor bhol atorb teolokor pati
@BNC_boy
@BNC_boy 6 месяцев назад
Bahut bhal lagil.
@ridipbaruah8678
@ridipbaruah8678 5 месяцев назад
এইয়াও এক জীৱন । জীৱনটো নিজৰ তাক সজাব পৰাটো আচল কথা । তেওঁলোকে নিজৰ জীৱনটোক সজাব পাৰিছে। বৰ ভাল লাগিল অনুষ্ঠানটো । দুয়োগৰাকী বৰ স্পষ্ট বাদী ,কথাবোৰ সুন্দৰ , তেওঁলোকৰ ব্যক্তিত্বত প্ৰমাণ হয় সঁচাকৈ তেওঁলোক সংস্কাৰী। তেওঁলোকে আনক আশীৰ্বাদ দিয়ে , কেতিয়াও নিজৰ বাবে একো নিবিচাৰে। নেদেখা জনে সদায় তেওঁলোকক আশীৰ্বাদ দিয়ক ।
@dipalimazumdar3607
@dipalimazumdar3607 6 месяцев назад
ভগৱানে কাকো তেনেকৈ জন্ম নিদিয়ক। মই হিজৰাক বহুত সন্মান কৰো। যতেই লগ পাও তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ।
@popibora2324
@popibora2324 6 месяцев назад
🙏🙏🙏🙏
@Tanmay_dutta
@Tanmay_dutta 6 месяцев назад
🙏🙏
@avneesh295
@avneesh295 6 месяцев назад
​@@popibora232413:30 13:30
@Bristi-s6y
@Bristi-s6y 5 месяцев назад
@RohitKhanikar
@RohitKhanikar 5 месяцев назад
❤❤❤❤❤i liked the programe
@anantaswargiary5754
@anantaswargiary5754 6 месяцев назад
আজিৰ পৰা তেওঁলোকক অসমত সন্মান কৰিব। এই অনুষ্ঠান যি সকলে চাইছে। মোৰ ফালৰ বহুত বহুত ধন্যবাদ বাইদেউ।
@JitenModi-ue1xb
@JitenModi-ue1xb 6 месяцев назад
BHALLAGILE
@RaneswaryDaimary
@RaneswaryDaimary 6 месяцев назад
​@@JitenModi-ue1xbon
@renugohainkonwar4614
@renugohainkonwar4614 6 месяцев назад
​@@JitenModi-ue1xbçb
@ratulmedhi3126
@ratulmedhi3126 6 месяцев назад
​@@JitenModi-ue1xbl
@arabjanbegum5596
@arabjanbegum5596 6 месяцев назад
,
@SimangDaimary-x2h
@SimangDaimary-x2h 6 месяцев назад
It is a heart rending interview which has given me a clear insight into their unique life, their feelings, philosophy and of course their tough yet courageous set of mind. Now I feel so intensely for them. The interview has roused love and respect in me for them. Thanks a lot.
@bornalidihingia2169
@bornalidihingia2169 6 месяцев назад
হিমাশ্ৰী তোমাৰ এই সাক্ষাৎকাৰটো বহুত বেছি ভাল লাগিল। কিন্নৰসকলৰ প্ৰতি মোৰ বহুত সন্মান আছে আৰু ভাল পাঁও তেঁওলোকক। বাইদেউদুগৰাকীলৈ বহুত মৰম আৰু শ্ৰদ্ধা জনালো।
@LipikaBorah-un2ub
@LipikaBorah-un2ub 2 месяца назад
❤❤❤❤❤❤❤❤❤
@Arun_wie
@Arun_wie 6 месяцев назад
আজিহে গম পালো কিন্নৰ ইমান সংস্কাৰী ।।শিৱ পাৰ্বতীয়ে আপোনালোকক সদায়ে কুশলে ৰাখকক🙏🙏 n ধন্যবাদ হিমাশ্ৰী বা
@BichitraDas-kh9zn
@BichitraDas-kh9zn 6 месяцев назад
আপোনালকৰ কথাখিনি বহুত ভাল লাগিল, আৰু আপোনালোকক হিজৰা বুলি কব নোৱাৰি , লগতে হিমাশ্ৰী বাইদেউ অনুষ্ঠান চাই বহুত ভাল লাগিছে
@BiruRabha-qj7pm
@BiruRabha-qj7pm 6 месяцев назад
এওঁলোকৰ মাজটো ইমান সুন্দৰ মনৰ মানুহ আৰু ভদ্ৰ লোক আছে আজিহে বুজি পালো । ঈশ্বৰে এওঁলোকক আশীৰ্বাদ কৰক
@dollygoswami5080
@dollygoswami5080 6 месяцев назад
দোয়ো গৰাকী কিন্নৰলৈ শ্ৰদ্ধা নিবেদিছো,আপোনালোক সদায় সুখত থাকক , ভালেই থাকক, ঈশ্বৰে কুশলে ৰাখক ।
@AnjumoniBora-cj8ws
@AnjumoniBora-cj8ws Месяц назад
আপোনালোকৰ কথাবিলাক শুনি বৰ দূখ লাগিল । ভাল লাগিল তেওঁলোকৰ সাহস দেখি । কথাবিলাক বহুত সুন্দৰকৈ কৈছে ।
@bhubonbijoysinha
@bhubonbijoysinha 6 месяцев назад
ইমান সুন্দৰকৈ কথাবোৰ কৈছে sister-জনীয়ে। অত্যন্ত অমায়িক, ভদ্ৰ ও cultured. তেওঁ‌লোকৰ সুস্বাস্থ, নিৰাপত্তা, আত্মসন্মান, দীৰ্ঘায়ু ও অলেখ অলেখ শুভকামনাৰ্থে-- "God bless them." 🙏
@jitulnarah371
@jitulnarah371 6 месяцев назад
Tike koise
@PankajaChutia
@PankajaChutia 6 месяцев назад
Ekdom
@sabitrisvlog721
@sabitrisvlog721 6 месяцев назад
গাড়ীত পোৱা কৃন্ন , আৰু এওঁলোকৰ মাজত বহুত প্ৰাঠ্যক । অতি ভদ্ৰ,নম্ৰ, ব্যৱহাৰ। এই পৃথিৱীত সকলো ভগৱানৰে সন্তান। তেওঁলোকৰ ঈশ্বৰে মঙ্গল কৰক 🙏🙏🙏❤️❤️❤️। ভিডিঅ'টো চাই ভাল লাগিছে 👍👍👍❤️❤️❤️
@jayasaharia5055
@jayasaharia5055 15 дней назад
অনুষ্ঠানটি বহুত ভাল লাগিল। বহুত নজনা কথা জানিব পাৰিলো। এখেত লোকৰ প্ৰতি যথেষ্ট সন্মান বাৰ্হল। ধন্যবাদ।
@AmarDutta-d7h
@AmarDutta-d7h 6 месяцев назад
জয় শিৱ চন্ডী বাইদেউ দুগৰাকী কথাবোৰ শুনি দুখ লগা জিৱন।❤❤❤❤❤
@pilygoswami9414
@pilygoswami9414 6 месяцев назад
ভগৱান আপোনালোকৰ প্ৰতি সদয় হওক ।দুয়োগৰাকীয়ে কথোপ কথন অতি সুন্দৰ ।ভগৱানক এটাই প্ৰাৰ্থনা অহা জনমত যাতে আপোনালোকৰ জীৱন অতি সুন্দৰ হয় ।❤❤❤❤❤
@joyrambaruah8067
@joyrambaruah8067 4 месяца назад
বহুত ভাল লাগিল। নজনা কথা বহুত জানিলো। এখেতসকল বহুত সংস্কাৰী। আমি সকলোৱে সন্মান দিয়াতো উচিত বুলি ভাবো। সসন্মানে জীয়াই থকাতো এওলোকৰো অধীকাৰ আছে।
@PradipSharma-j2d
@PradipSharma-j2d 6 месяцев назад
কিন্নৰ বাইদেউ দুয়োজনীলৈ সেৱা জনালো, আমাক যেন আশীৰ্বাদ দিয়ে।🙏🙏🙏
@sandhyadevi9094
@sandhyadevi9094 6 месяцев назад
প্ৰধান বক্তা গৰাকীৰ কথা শুনি তেওঁলোকৰোযে সংস্কাৰ আছে বুজি পালো আৰু ভাল পালো ৷আপোনাক ধন্যবাদ ৷
@hiteshdas3298
@hiteshdas3298 5 месяцев назад
Akdom xosa
@dipankarbhuyan7004
@dipankarbhuyan7004 2 месяца назад
অতি সুন্দৰ অনুষ্ঠান, এনে অনুষ্ঠান মাজে মাজে চলি থাকিব লাগে, যাতে মানুহৰ মাজত তেওঁলোকৰ প্ৰতি সন্মান ওপজে 🙏
@realhero5657
@realhero5657 6 месяцев назад
এইটো video য়ে সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই আনিছে । ধন্যবাদ থাকিল ।
@lakhi1269
@lakhi1269 6 месяцев назад
তেওঁলোকৰ জীৱনৰ কথাখিনি শুনি সচাই ভাল লাগিল। দুয়োগৰাকীয়ে বৰ সুন্দৰকৈ কথাখিনি কলে।মাৰ্জিত ভাষাৰে শুদ্ধকৈ কথাখিনি কলে। হিমাশ্ৰী ৰ প্ৰশ্নখিনিও ভাল লাগিল।
@NilkamalRabha
@NilkamalRabha 3 месяца назад
ভদ্ৰতা দেখি বৰ মৰম লাগি গৈছে। অভদ্ৰমী ব্যৱহাৰ পালে অৱশ্যে বেয়া লাগে। এওঁলোকৰ বিশ্লেষণ মই আপ্লুত 🙏🙏🙏
@SantanuSaikia-f8m
@SantanuSaikia-f8m 6 месяцев назад
কথাখিনি ইমান সাৱলিল ভাৱে কৈছে শুনি সঁচাই আপ্লুত হলো। দুয়োকে আগতিয়াকৈ বিহুৰ শুভেচ্ছা জনালো লগতে মহাৰাষ্ট্ৰৰ পৰা মৰম যাচিলো❤️❤️❤️
@neherupegu1842
@neherupegu1842 6 месяцев назад
অতি গভীৰ আৰু সুন্দৰ কথোপকথন গুৰু গৰাকীৰ॥ বহু নজনা দিশ মুকলিকৈ কৈ জ্ঞান দিলে আমাক। ধন্যবাদ।
@chimpisaikia958
@chimpisaikia958 5 месяцев назад
দুয়ো গৰাকী লৈকে বহুত বহুত প্ৰণাম।
@pratibhabaruah7780
@pratibhabaruah7780 6 месяцев назад
বৰ ভাল লাগিল।গুৰু‌ গৰাকীক বৰ ভাল লাগিল,ভগৱানৰ প্ৰতি বিশ্বাস থকা বাবে।
@pranabhazarika3926
@pranabhazarika3926 6 месяцев назад
Nitubaar. Contec. Nom. Tu. Diwasun
@rameswardeka123
@rameswardeka123 6 месяцев назад
হিমা...... তোমাৰ আজিৰ হিজৰা অনুষ্ঠানটোৱে বহুত নজনা কথাৰ সম্ভেদ দিলে, হিজৰাকেইগৰাকীৰ মনৱতা,মহানুভাৱতা, ঈশ্বৰানুভূতি তথা বহুতো যৌৱনৰ আবেগ আৰু জীৱন-সংগামৰ সম্ভেদ পালোঁ ।তাৰ বাবে তোমাক ধন্যবাদ লগতে দুয়ো গৰাকী হিজৰা তথা সকলো হিজৰাৰে শুভ কামনাৰে ...Thanks
@payalbhuyan9409
@payalbhuyan9409 6 месяцев назад
Both of them are so sweet n the pain they went through its not measurable... lots of respect
@aradhanasarmah4487
@aradhanasarmah4487 6 месяцев назад
আজিৰ এই অনুষ্ঠানতো চাই প্ৰকৃত হিজৰা সকলৰ প্ৰতি মোৰ মনত সন্মান বাহি গৈছে ৷ জীৱন যুঁজত আগবাঢ়িবৰ বাবে ইমান কষ্ট কৰিব লাগে বুলি ভবাই নাছিলো ৷ দুয়োগৰাকীৰে কথাবোৰ শুনি বহুত ভাল লাগিছে ৷ নিতু নামৰ গৰাকীয়ে ইমান সুন্দৰকৈ কথাবোৰ কলে, তেখেতৰ সংস্কাৰী মনৰে প্ৰকাশ পোৱা কথাবোৰে মন চুই গৈছে ৷ এবাৰ লগ পাবলৈহে মন গৈছে ৷দুয়োগৰাকীলৈ মৰম শ্ৰদ্ধা যাচিলোঁ ৷ তেওঁলোকক ভগৱানে কুশলে ৰাখক ৷
@oiyawTaid
@oiyawTaid 4 часа назад
Bahut vl lagil
@anjugogoi6536
@anjugogoi6536 6 месяцев назад
ভগৱানে এওলোকক ভালে ' কুশলে ৰাখক " আৰু সকলো ৰাইজকে অনুৰুধ কৰিছো ' পাৰিলে সহায় কৰিব ' নোৱাৰিলে এওলোকক নাহাহিব বা বেয়াকৈ নকব ।🙏🙏🙏
@LijaPatowary
@LijaPatowary 5 месяцев назад
বহুত বেছি ভাল লাগে তেওঁলোকৰ প্ৰতি বহুত শ্ৰদ্ধা কৰো আৰু সদায় কৰি থাকিম । তেওঁলোকৰ বিষয়ে বহুত কথাই জানিলো । বহুত আগৰ পৰা ইচ্ছা আছিল তেওঁলোকৰ বিষয়ে জানিব । বহুত বহুত ধন্যবাদ হিমাশ্ৰী বা তোমাৰ এই মূল্যবান ৪৮:০১ মিনিট সময়ে বহুত কথা শিকালে। সকলো অৰ্ধ নাৰী ক ভগবানে কুশলে ৰাখক তাৰে কামনা কৰিলো।😊💗
@kobitakalita7689
@kobitakalita7689 6 месяцев назад
নিতু বাইদেউৰ কথা কেইটা বৰ ভাল লাগিল। বহুত মন আছিল এওঁলোকৰ বিষয়ে জানিবলৈ।এওঁলোকৰ জীৱন, আচাৰ ব্যৱহাৰ, কথা বতৰা আদিৰ বিষয়ে অলপ হলেও আভাস পাই বৰ ভাল লাগিল। হিমাশ্ৰী তথা jumping studio লৈ অশেষ ধন্যবাদ
@phukan_louhitya
@phukan_louhitya 6 месяцев назад
তেওঁ লোকক ঈশ্বৰে মঙ্গল কৰক।ইমান সংস্কাৰী বুলি আজিহে গম পালো।
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 6 месяцев назад
Hoi dei
@pokpokkokok8033
@pokpokkokok8033 6 месяцев назад
𝙐𝙢𝙢​@@korobiskitchenvlogs8029
@minasarma9119
@minasarma9119 3 месяца назад
​@@korobiskitchenvlogs8029chitraranjannathhealthtips😊😊
@rejiasultana3168
@rejiasultana3168 2 месяца назад
ইমান গুৰু-গম্ভীৰ আৰু জ্ঞানগৰ্ভ কথাৰে সাক্ষাৎকাৰটি আগবঢ়ালে !বৰ ভাল লাগিল !! হিমাশ্ৰী বাইদেৱে বহুতো মানুহৰ মনত কৌতুহল সৃষ্টি কৰি থকা প্ৰশ্নবোৰৰ উত্তৰহে যেন যুগুতাই দিলে---। বাইদেঊ দুগৰাকীলৈ অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো ।
@SrimitalisaikiaSrimitalisaikia
@SrimitalisaikiaSrimitalisaikia 6 месяцев назад
তৃতীয় লিংগ বুলি কোনো কথা নাই তেওঁ লোকো ঈশ্বৰৰ বৰদান তেওঁ লোকৰো মন মগজু আছে সেয়ে সকলোৱে সন্মান কৰিব লাগে
@madhabasvlog3041
@madhabasvlog3041 6 месяцев назад
বাইদেউজনী বহুত জ্ঞানী । ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছে । A lot of respect to her🙏❤️ । আমি সকলোৱে ইহঁতক ভাল দৃষ্টিৰে চাব লাগে ।
@anjanasaikia9609
@anjanasaikia9609 6 месяцев назад
এনে ধৰণৰ কথা বিলাক জনাতো বহুত দৰকাৰ । বা তোমাৰ কাৰণে জানিব পালিলো । ধন্যবাদ বা 💗💗 সঁচাকৈ জীয়াই থকাটো ইমান সহজ ন হ য়।
@PrasantaHazarika-zm4vb
@PrasantaHazarika-zm4vb 6 месяцев назад
এটা অজ্ঞাত জীৱন। দেখা নেদেখা, সুখ দুখৰ, হাঁহি কান্দোনেৰে পাৰ কৰি অহা দিন বোৰৰ মধুৰ বৰ্ণনা ৰে দুগৰাকী কিন্নৰৰ জীৱন গাথা পৰিবেশন কৰা অনুষ্ঠান টি খুউব ভাল লাগিল। কিছু নজনা কথা জানিব পাৰি ভাল লাগিল। তিনিয়ো গৰাকী লৈকে বহুত বহুত ধন্যবাদ জনালোঁ।
@PhuloniBagisa
@PhuloniBagisa 6 месяцев назад
বহুত নজনা কথা জানিব পাৰিলো। তেখেতসকলৰ দুখৰ সৈতে একাত্ম হ'লো। সকলো ঈশ্বৰৰ দান। তেওঁলোকৰ মনবোৰ ইমান বহল। সাধাৰণ মানুহৰ বাবে তেওঁলোকে পূজা পাঠ কৰে। কিমান যে ভাল লগা কথা। তেওঁলোকো আবেগ অনুভূতিৰে পৰিপুষ্ট মানুহ। সাধাৰণ মানুহখিনিয়ে তেওঁলোকক কষ্ট দিব নাপায়।
@jugeswarsaikia7885
@jugeswarsaikia7885 6 месяцев назад
​@@PhuloniBagisaàa⅗
@Ayushmajuli
@Ayushmajuli 6 месяцев назад
চকুপানী ৰাখিব নোৱাৰিলো😢, আপোনালোকক ভগৱানে কুশলে ৰাখক । মনুষ্য জন্ম লৈ আপোনালোকেও ভাল কাম কৰি দেখুৱাই যাওক যে তৃতীয় লিংগৰ মানুহেও সমাজৰ আদৰ্শ হ'ব পাৰে ।
@himashridekahimashreedeka8596
@himashridekahimashreedeka8596 6 месяцев назад
ইমান ধুনীয়া কথা কৈছে। ইমান সংস্কাৰি কথাবোৰ ইমান ভাল লগাকৈ কৈ। ভগৱানে তেওঁলোকক মংগল কৰক 😊❤
@ParomitaKumar
@ParomitaKumar 6 месяцев назад
ইমান সাৱলীলভাৱে কথাবোৰ উপস্থাপন কৰিছে এওঁলোকে সঁচাই মন ভৰি গল। বহুত নজনা কথা জানিব পৰিলোঁ। তথাকথিত ভদ্ৰ বহুত মানুহতকৈ এওঁলোকৰ চিন্তাধাৰা আৰু মানসিকতা বহুত ওপৰত। দুয়োগৰাকী বাইদেউলৈ অশেষ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিলোঁ। ভগৱানে এওঁলোকক সদায় কুশলে ৰাখক 🙏🙏 এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আমাক দেখুওৱাৰ বাবে হিমাশ্ৰী তোমালৈও ধন্যবাদ থাকিল।
@prahladsharma1506
@prahladsharma1506 6 месяцев назад
কিছুমান নজনা কথা জানিলু। এই সাক্ষাৎকাৰটো সচাই ভাল লাগিল। ভন্তী দুগৰাকী সদাই সুখী থাকক আৰু আনন্দৰ জীৱন পাওঁক ইয়াকেই ভগনাৰ ওচৰত কামনা কৰিলো।❤❤
@AKTARALIAHMED-pt7pr
@AKTARALIAHMED-pt7pr 4 месяца назад
A very beautiful conversation,thank you Himasri for giving the information about them
@RinaChangmai-t4l
@RinaChangmai-t4l 6 месяцев назад
কথাবোৰ ইমান ধুনীয়াকে কৈছে ভাল লাগিল দুয়োগৰাকী বাইদেউ ভগৱানে ভালে ৰাখক ❤
@NNG-SINGER
@NNG-SINGER 6 месяцев назад
নিতু আৰু চুইটী তোমালোকৰ কথা বতৰা বোৰখউব ভাল লাগিল ।মইট্ৰেইনত বাবাছত কেতিয়াবা তোমালোকৰ দৰেতৃতীয় লিঙ্গৰ মানুহ লগ পাওঁ তেওঁলোকৰ লগত কথা পাতিবলৈমন যায় কিন্তুভয় লাগে খং কৰিব বুলি ।কিন্তুআজি গম পালো তেওঁ লোকৰ অন্তৰখন বহুত ভাল বহুত সুন্দৰ ।তোমালোক ভালে থাকা ❤❤❤❤❤❤
@eshandutta7126
@eshandutta7126 4 месяца назад
দুইগৰাকী লৈ মৰম থাকিল নিতু বা বহুত জ্ঞানী হয় ইমান সুন্দৰ সুন্দৰ কথা কৈছে গহিন গম্ভিৰ ভাল লাগিল 🙏
@tulonmohan9583
@tulonmohan9583 6 месяцев назад
*** অতি সুন্দৰ সাক্ষাৎ । তুমি ইমান খোলাকৈ, মৰমেৰে আৰু আত্মীয়তা ৰাখি সাক্ষাৎটো লৈছা - বহুত ধন্যবাদ তোমালৈ , তোমাৰ সৰলতা খিনিও ইমান মৰম লগা। কিন্নৰ দুয়োগৰাকীলৈকো ধন্যবাদ - তেওঁলোকেও ইমান মুকলিকৈ কথাবোৰ কৈ আছে।
@jonalidas412
@jonalidas412 6 месяцев назад
এওঁলোকৰ বিষয়ে নজনা কথাবোৰ জানি সচাঁকৈয়ে বৰ ভাল লাগিল। বহুত দিনৰ ইচ্ছা এটা জানিবলৈ এওঁলোকৰ বিষয়ে জানিবলৈ। ধন্যবাদ জনালোঁ তোমাক, লগতে তেওঁলোকলৈ মোৰ শুভেচ্ছা জনালোঁ।
@jonalidas412
@jonalidas412 6 месяцев назад
আছিল
@nirajkumardas9931
@nirajkumardas9931 6 месяцев назад
বৰ ভদ্ৰ আৰু জ্ঞানী তেওলোক ভাল লাগিল । আগতে আমি তেখেতসকলৰ পৰা আঁতৰত আছিলো । এতিয়া তোমাৰ ভিডিওবোৰ চাই তেওঁলোকৰ লগত কথা পাতিবৰ মন যায় । এতিয়া তেওঁলোকক দেখিলে উচৰ চাপি কথা পাতিব চেষ্টা কৰিম❤❤❤
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 6 месяцев назад
বাইদেউ দুগৰাকীৰ কথাই আজি অন্তৰ স্পৰ্শ কৰি গল। ভগৱানে মঙ্গল কৰক আপোনালোকক। ইমান ভদ্ৰ ইমান মৰমিয়াল প্ৰকৃতিৰ আজি গম পালো, সঁচাকৈ অৰ্ধনৰেশ্বৰ তেওঁলোক 🙏🙏
@dilipkrbora1132
@dilipkrbora1132 6 месяцев назад
বহুত নজনা কথা জানিলো দেই ।বহুত ধন্যবাদ থাকিল !এই সকলক আমি সন্মান জনোৱা উচিত । ভগৱানে এওলোকক ভালে ৰাখক ।বহুত ভাল pgm কৰিলা ! ভৱিষ্যতেও এনে pgm কৰিবা দেই । এওলোকক উলিয়াই অনাতো আমাৰ দায়িত্ব । পুনৰ ধন্যবাদ তোমাক ।
@manikkalita1000
@manikkalita1000 Месяц назад
বহু কথা শুনিবলৈ পালো আৰু বাকী থাকিল যেনে বৃদ্ধ অবস্থাৰ পৰা মৃত্যুৰ যন্ত্ৰনা তাৰ পিছত মৃত্যু , অন্তষ্ঠিক্ৰিয়া ,সকাম আৰু বহুতো। পাৰিলে আৰু এটা interview ল'বলৈ অনুৰোধ জনালোঁ
@dilipkumarbharali2843
@dilipkumarbharali2843 6 месяцев назад
প্ৰথম বাৰৰ বাবে এনে এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ । কৈ ভাষাৰে বুজাব নোৱাৰো । তিনিও গৰাকীলৈ শ্ৰদ্ধা জনালোঁ
@anjuranjana3847
@anjuranjana3847 6 месяцев назад
কথাবিলাক ইমান ধুনীয়াকৈ কৈছে শুনি বহত ভাল লাগিল কিন্তু সিহঁতৰ ৰুপ লৈ কিছুমানে অসৎ উদ্দেশ্যৰে মানুহক ঠগে আৰু দোষবোৰ সিহতে পায় সেইবাবে বহুত বেয়া লাগে ।❤
@parbatidas8365
@parbatidas8365 6 месяцев назад
@jugamayadutta7272
@jugamayadutta7272 3 месяца назад
বহু ত ভাল লাগিল। সেৱা জনাইছো।
@BinaMudoi-v1t
@BinaMudoi-v1t Месяц назад
বাইদেউ দুই গৰাকিলৈ অষেশ ধন্যবাদ থাকিল । 🙏👍👌✌️🌹❤
@anuradhabharali
@anuradhabharali 6 месяцев назад
আচলতে এনেকুৱা অনুষ্ঠানহে ৰাইজৰ মাজলৈ আগবঢ়ায় দিব লাগে ।বৰ ভাল লাগিল অনুষ্ঠানটো ।ইমান ধুনীয়াকৈ কথাখিনি কৈছে ।তেওঁলোক সদায়ে ভালে থাকক ❤❤❤❤❤❤❤❤
@dilipgoswami7547
@dilipgoswami7547 6 месяцев назад
🙏🙏🙏🙏🙏 সুন্দৰ অনুষ্ঠান। মুকলি ভাৱে মনৰ ভাৱ প্ৰকাশ কৰিছে তেওঁলোকৰ ঈশ্বৰৰ আশীৰ্বাদত মংগল হোৱাৰ বাবে প্ৰাৰ্থনা জনালোঁ
@kamalofdeka
@kamalofdeka 2 месяца назад
হাঁহিৰ উৰণিৰে ঢাকি পেলালা দুখবোৰ! চেপি চেপি শুৱাই থ'লা অশ্ৰুকণা চকুৰ পতাত... ইমান সংস্কাৰ ! কিমান জ্ঞানী হ'লে নিজৰ মনক এনেদৰে বুজনি দিব পাৰে ! Honestly , নিজকে বহুত সৰু যেন লাগিছে !! Thousand salutes 🙏🙏🙏🙏
@RijuSaikia-d8u
@RijuSaikia-d8u 6 месяцев назад
আপোনালোকৰ কথাখিনি শুনি বহুত ভাল লাগিল । জীৱনত এবাৰ হ'লেও লগ কৰিম ।
@sudiptanayandas8324
@sudiptanayandas8324 6 месяцев назад
ভগৱানৰ সৃষ্টিক আমি কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ। ভালে থাকক সকলো তৃতীয় লিংগৰ মানুহ।
@gunodharTharlukder
@gunodharTharlukder 6 месяцев назад
❤😂
@mukutpathak8414
@mukutpathak8414 6 месяцев назад
ইমান সুন্দৰ কথা বতৰা বোৰ বহুত ভাল লাগিছে। ❤❤
@alinapatgiri4441
@alinapatgiri4441 6 месяцев назад
শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰি ❤❤❤❤😊😊😊
@NILAV329
@NILAV329 6 месяцев назад
তেওঁলোকৰ প্ৰতি মোৰ যি ভূল ধাৰণা আছিল আজি সেয়া সকলো দূৰ হ'ল। সহজ-সৰল আৰু অমায়িক কথাবোৰে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিলে।
@kishoredas320
@kishoredas320 6 месяцев назад
এওলোকৰ লগত হোৱা সাক্ষাৎকাৰটো চাই ভাল লাগিল। এওলোকক মুল সুতিলৈ আনিবলৈ প্ৰচেষ্টা চলালে আমি একেই মানুহ হিচাবে ভেদাভেদহীন ভাবে একেলগে আগবাঢ়িব পাৰিম বুলি ভাবিবৰ থল আছে। এওলোকক চৰকাৰে বা সমাজে সমানে আগবঢ়াই নিয়াৰ কথা ভাবিলে এওলোকৰ সমস্যা কিছু পৰিমানে হলেও নিশ্চয় লাঘৱ হব। এংকৰগৰাকীয়ে এইক্ষেত্ৰত আগভাগ লৈ থাকিলে এওলোকৰ নিশ্চয় উপকাৰ হব।
@priyampoppyvlogs2497
@priyampoppyvlogs2497 6 месяцев назад
তেওঁ লোকৰ কথা বিলাক শুনি ইমান ভাল লাগিল। সঁচাকৈ বহুত নম্ৰ ভদ্ৰ দুয়ো জনি❤❤❤❤❤❤। Love form লখিমপুৰ
@MonjuriPhukonBorah
@MonjuriPhukonBorah 6 месяцев назад
বৰ ভাল লাগিল অনুষ্ঠানটো । দুয়ো গৰাকীলৈ আন্তৰিক মৰম থাকিল । ভগৱানে মংগল কৰক ।
@digantasarmah6748
@digantasarmah6748 3 месяца назад
দুয়োজনী বাইদেউলৈ নমস্কাৰ জনালো 🙏 ইমান সৰলতাৰে কথাখিনি কলে ভাল লাগিল । কিন্তু কিছুমান কিন্নৰে পদপথত উদ্ভন্দালি কৰি মানুহক বাৰুকৈ আমনি কৰে । তেতিয়া তেওঁলোকৰ প্ৰতি মানুহৰ বেয়া মনোভাৱ জাগে ।
@debelinabharali9815
@debelinabharali9815 6 месяцев назад
Eulukok hizra buli nokoba bea huni... Assamese manuhe hizra hizra kori kotha koi bea lage huni..kinnar buli koba ..kinnar wordtu respectfully use hoi.give respect to them..euluk bhogowanor povitro srishti 🙏💚
@AbhipriyaBoruah-o6k
@AbhipriyaBoruah-o6k 6 месяцев назад
ইমান ভদ্ৰ ভাৱে ক'লে কথা খিনি শুনি বহুত ভাল লাগিল❤❤
@hiroktassa8486
@hiroktassa8486 6 месяцев назад
45:34
@anandadas6174
@anandadas6174 6 месяцев назад
Bohut val lagil vid to sai. eman easy aru openly details ot kotha bor koise bhal lagil. Very wise , heart touching and informative vid. May God help them
@PrativaRaniDas-my2uy
@PrativaRaniDas-my2uy 6 месяцев назад
ভগৱানে তেওঁ লোকক‌ ভালে‌ ৰাখক। ইমন নীতি বাচক‌ কথা বুলি ‌‌ভাল লাগিল
@জানকোঁৱৰ
@জানকোঁৱৰ 6 месяцев назад
চকুপানী উলাই গ’ল অ’ ৷ কুশলে ৰাখক ঈশ্বৰে সকলোকে ৷
@mamilabhuuyan6391
@mamilabhuuyan6391 6 месяцев назад
O pai
@IrfanaAkhtar-jw7ml
@IrfanaAkhtar-jw7ml 6 месяцев назад
Oh hosai dey 😢
@upamanath1431
@upamanath1431 5 месяцев назад
Bhut val lagil anusthan to sai....teolokr monor kahini bor janibo sosai bhut mon jai.... agoloi aru akha thakil ....bhagowane teolok r mongol korok 🙏🙏🙏
@priyabgohain1206
@priyabgohain1206 6 месяцев назад
ইমান সুন্দৰ অনুষ্ঠান। সচাকৈ বহুত ভাল লাগিল চাই। বাইদেউ দুগৰাকীলৈ শ্ৰদ্ধা যাছিছোঁ। বহ দিনৰ পৰা আপোনালোকৰ বিষয়ে জানিব মন গৈ আছিল, আজি অলপমান হলেও জানিলোঁ। ধন্যবাদ হিমাশ্ৰী বা। ❤❤❤
@bulubaishya5454
@bulubaishya5454 6 месяцев назад
অনুষ্ঠানটো বহুত ভাল লাগিল ৷ দুখ লাগে এওঁলোকৰ জীবনৰ কথা ভাবিলে ৷ দুখ সকলোৰে থাকে তথাপি এওঁলোকৰ জীবন প্ৰণালী পৃথক কিন্তু মানুহ হিচাপে সুখ দুখৰ অনুভূতি একে, হাঁহিৰ আঁৰত কত’ যে হেৰোৱা আৰু নোপোৱাৰ দুখ কঢ়িয়াই ফুৰে ৷ বেয়াকৈ কেতিয়াও কৈ পোৱা বা ভাবি পোৱা নাই মই ৷ আজি বহুত কথা জানিলোঁ এওঁলোকৰ, যিবোৰ নজনাকৈ আছিলোঁ ৷ ভগৱানে ভালে ৰাখক, সমাজখনে বুজি পাওক এওঁলোকো যে মানুহ ৷
@rahmataliahmed8100
@rahmataliahmed8100 4 месяца назад
হিমাশৰী তোমাৰ সাক্ষাৎ কাৰটো বহুত ভাল লাগিছে হিজিৰা সকলৰ বিষয়ে বহুত কথা জানিব পাৰিলো । আকৌ এনেকুৱা সাক্ষাৎ কাৰ পামবুলি আশা ৰাখিলোঁ। ধন্যবাদ।
@ranusaikia703
@ranusaikia703 6 месяцев назад
বহুত ভাল লাগিল। তেওঁলোকৰ বিষয়ে নজনা কথাবোৰ জানিলো। তাৰবাবে তোমাৰ লগতে তেওঁ লোককো ধন্যবাদ।
@assamblog7393
@assamblog7393 6 месяцев назад
এটা অতি গুৰুত্বপূৰ্ণ তথা সুন্দৰ বাৰ্তালাপ। সমাজে নজনা বহু কথা মুকলিকৈ জনোৱা বাবে অশেষ ধন্যবাদ দুয়োলৈ।
@lbmusiccompany4467
@lbmusiccompany4467 6 месяцев назад
এটা অতি গুৰুত্বপূৰ্ণ তথা সুন্দৰ বাতালাপ । সমাজে নজনা বহু কথা মকুলিকৈ জনোৱাৰ বাবে অক্ষেক ধৰ্নবাদ
@tridipna5423
@tridipna5423 4 месяца назад
Bht val lgise teulukar monor kotha bilak huni ...hosake teulokar ontor khan bht poriskar hoi..bhagawan a teulokor val korok 🙏
@MainasaikiaMaina-c5o
@MainasaikiaMaina-c5o 6 месяцев назад
Asol isor vokta2 au lukei, ami he papi ami ji korib nalage jene khong rag maya muh adi baru mi ane manuhok vogabonor an ata rup buli manu joi sri kishna🙏🏻🙏🏻🙏🏻🙏🙏🙏🙏🙏🙏🙏🙏🙏
@LuhitChetia-dy7pl
@LuhitChetia-dy7pl 6 месяцев назад
খুব সুন্দৰ অনুষ্ঠান। সঁচাকৈ বৰ ভাল লাগিল।
@simigogoi3899
@simigogoi3899 6 месяцев назад
bht vll lgil apuna luko kotha bu huni..mon sui gol kotha bure bht vl lga apunaluko manuh bur bht vl monor manuh apunaluk ..
@rupasvlogs527
@rupasvlogs527 6 месяцев назад
ইমান সুন্দৰ এটা সাক্ষাৎকাৰত বাবে বহুত বহুত ধন্যবাদ জনালো। তেওঁ লোকৰ বিষয়ে আজিহে ভাল দৰে জানিছিলো।
@priyashreesaikia6321
@priyashreesaikia6321 6 месяцев назад
বাইদেউ দুয়োগৰাকীয়ে তেওঁলোকৰ জীৱন সংগ্ৰামৰ ছবিখন ইমান সুন্দৰকৈ পকাশ কৰিছে শুনি সচাকৈয়ে আপ্লুত হলোঁ আৰু লগতে হিমাশ্ৰী বা লৈয়ো ধন্যবাদ জনালোঁ,
@Sun-lw6wf
@Sun-lw6wf 3 месяца назад
Nitu baar kotha khini bor vaal lagil, ভগৱানে ভালে ৰাখক
@deepalidaspathak9335
@deepalidaspathak9335 6 месяцев назад
বৰ সুন্দৰ সাক্ষাৎকাৰ এটা উপহাৰ দিলা হিমাক্ষী।নীতুৰ কথাবোৰ ইমান ভাল লাগিল। দুয়োজনীকে ভাল লাগিল।
@assamesesongsanddihanaam8493
@assamesesongsanddihanaam8493 6 месяцев назад
বাইদেউ আপোনালোকৰ কথাখিনি শুনি বহুত ভাল লাগিল 🙏 🙏🙏
@Ankurkalita-e6p
@Ankurkalita-e6p 4 месяца назад
Bhut dhunia video ata salo bhut val lgil..teolokar proti bhut xnman ahi gol..vgabane vale rakhok teolokok
@bituhazarika2430
@bituhazarika2430 6 месяцев назад
তেওঁলোকৰ মৃতদেহ কেনেকৈ সৎকাৰ কৰে জানিব মন থাকিল, কথাখিনি খুবেই ভাল লাগিল তেওঁলোকৰ🙏🙏🙏
@ritabarman5599
@ritabarman5599 6 месяцев назад
🙏🙏🙏🙏
Далее
Меня знают уже все соседи😅
00:34