Тёмный

হিমন্তক শৃংখল চলিহাই যমপুৰি দেখুৱাই দিলে🤫 

tech tips Supported
Подписаться 94 тыс.
Просмотров 368 тыс.
50% 1

হিমন্তক শৃংখল চলিহাই যমপুৰি দেখুৱাই দিলে🤫#time8news #news18assamnortheast

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1 тыс.   
@xumayaahmed
@xumayaahmed 12 дней назад
অতি সুন্দৰ পদক্ষেপ চলিহা আৰু গগৈ দেৱ।আমি মৃত্যুৰ আগ মূহুৰ্তৰলৈকে যুজত আগবাঢ়ি যাম জয় আই অসম।
@utpalmakumkilla186
@utpalmakumkilla186 24 дня назад
অতি সুন্দৰ পদক্ষেপ । অসমীয়াই অসমীয়াৰ বাবে নাকান্দিলে অসম ৰসাতলে যাব ।
@MahanandaGogoi-dc9wo
@MahanandaGogoi-dc9wo 24 дня назад
শিঙখল চলিহাৰ কথাত একমত। অসমীয়া হৈ মাত মাতিছে। অসমীয়া এক গোট হ'ব লাগে।
@dhrubasaikia163
@dhrubasaikia163 17 дней назад
Yes
@user-bi3gs2vs2g
@user-bi3gs2vs2g 24 дня назад
অতি সুন্দৰ পদক্ষেপ । শিৱসাগৰৰ দৰে সমগ্ৰ অসমত অসমীয়াই এই পদক্ষেপ নললে অসমীয়াৰ বিপদ হোৱাটো খাটাং।
@manjugohain6786
@manjugohain6786 24 дня назад
সুন্দৰ আৰু এই চিন্তা অসম আৰু অসমীয়াৰ বাবে সময় উপযোগী । আজি অসমীয়াই নিজক সজাগ কৰিবৰ সময় হ'ল । সুন্দৰ সিদ্ধান্ত লৈ আগুৱাই যাওক । জয় আই অসম ।
@sibamohan7806
@sibamohan7806 22 дня назад
শিৱদৌলৰ পৰা বিহাৰী পূজাৰী কেইটা আতৰাই থলুৱা পূজাৰী নিয়োগ কৰিব লাগে।
@rurallifene4766
@rurallifene4766 19 дней назад
Eitu hosa kotha...
@RobiDihingia
@RobiDihingia 18 дней назад
​@@rurallifene4766ajiei eimuhurtot atorai diok
@chatrarongpi8091
@chatrarongpi8091 16 дней назад
Bihari hatao.
@latesttopic7964
@latesttopic7964 9 дней назад
Good
@user-ri4hl3qb2k
@user-ri4hl3qb2k 20 дней назад
শৃংখল চলিহা আৰু বসন্ত গগৈ ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু হিয়া ঊজাৰি সমৰ্থন কৰো । জয় আই অসম । 🙏🙏🙏🙏❤️❤️❤️
@RitamoniBokol
@RitamoniBokol 13 дней назад
lol yrgh🎉😢😊
@GunaramPhukan
@GunaramPhukan 12 дней назад
Pl
@amiyakumarlahon4053
@amiyakumarlahon4053 24 дня назад
ব’ল বৌম নামৰ তথাকথিত ব্যৱস্থাটো কোনো সংস্কৃতিৰ ভিতৰত নপৰে । ইয়াৰ ইতিহাস কি ? শিৱ আৰাধনাৰ নামত এচাম ব্যৱসায়িক ব্যক্তিৰ স্বাৰ্থসিদ্ধিৰ বাদে ব’ল বৌমৰ কোনো ঐতিহাসিক ভিত্তি নাই ।
@gajendranathsaloi5362
@gajendranathsaloi5362 25 дней назад
অসমীয়া মানুহৰ জাতি প্ৰেমৰ অভাব।এনেদৰে চলি থাকিলে অসমীয়া জাতি নিশেষ হৈ যাব।ধন্যবাদ শৃংশল চলিহা।
@techtipssupported8958
@techtipssupported8958 24 дня назад
@@gajendranathsaloi5362 tq so much🙏🙏🙏
@user-wm3gu8mk6u
@user-wm3gu8mk6u 25 дней назад
সুন্দৰ পদক্ষেপ, আগুৱাই যাক শুভেচ্ছা থাকিল
@MdMortujHussain
@MdMortujHussain 17 дней назад
Very Good Step.
@user-wm1hn6ie1r
@user-wm1hn6ie1r 25 дней назад
শিৱসাগৰ ৰ তিশসঙগঠনক সমৰ্থন জনাইছো। ভাল পাইছোঁ।
@techtipssupported8958
@techtipssupported8958 24 дня назад
@@user-wm1hn6ie1r tq so much🙏🙏🙏
@monjulahon7712
@monjulahon7712 21 день назад
বসন্ত গগৈ শৃংখল চলিহা জিন্দাবাদ ।
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 23 дня назад
মাৰোব়ালী বিহাৰীৰ কোনো কামতে অসমীয়া মানুহে সহযোগ কৰিব নেলাগে ।
@rurallifene4766
@rurallifene4766 19 дней назад
Good
@Dkgaming-999dk
@Dkgaming-999dk 16 дней назад
Tohotor lag nalage amak
@hemkantaborah7434
@hemkantaborah7434 25 дней назад
আচুৱে লাচিত সেনাৰ লগত সহযোগ কৰক।
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 23 дня назад
হিমন্ত ই নিজৰ স্বাৰ্থত ধ্বংস কৰিছে অসম ।
@Grbora94953
@Grbora94953 21 день назад
ত্ৰিশ সংগঠনে শিৱসাগৰত যি সিদ্ধান্ত লৈছে আমি সাধাৰণ মানুহ হিচাপে অতি সুখী হৈছো।সকলো জিলাত এইয়া প্ৰযোজ্য হোৱা ভাল।
@ashmarahman4260
@ashmarahman4260 20 дней назад
শৃখল চলিহাৰ সকলো কথাবোৰৰ সহমত প্ৰকাশ কৰিলোঁ ।অনুপম শইকীয়াৰ প্ৰশ্ন সমুহ অতি উত্তম ।
@RobiDihingia
@RobiDihingia 18 дней назад
Anupom cokroboti bulihe janu, jiei nohouk anupomdar parfect
@pankajjyotiborah6023
@pankajjyotiborah6023 22 дня назад
শৃংখল চলিহাৰ লগত মই একমত। "জয় আই অসম''।
@khetraburagohain2501
@khetraburagohain2501 24 дня назад
অসমীয়া আৰু সিন্ধুৰ আচল শত্ৰু R.S.S. ৰ লগতে B.J.P. । কাৰণ B.J P শাসনকালত অসমীয়াই বহিৰাগতৰ হাতত বহুত মাৰ খাব লগা হৈছে। শিৱসাগৰত যেতিয়া বহিৰাগত নীলা শিয়ালে অসমীয়াৰ গাত হাত দিলে তাৰ পিছত কি থাকিল ।
@chatrarongpi8091
@chatrarongpi8091 16 дней назад
Rights
@user-gd1rf3vb4v
@user-gd1rf3vb4v 13 дней назад
শূখল দাদা আৰু বসন্ত দাদা ভগৱানে আপোনালোকক সদায়ে সহায় কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো অসমখন জিয়াই ৰাখক ,জই অই অসম
@khetraburagohain2501
@khetraburagohain2501 24 дня назад
আছুয়ে বহিৰাগতৰ বিৰুদ্ধে কিবা কৰিব বুলি বিশ্বাস নহয়। কাৰণ এওঁলোকৰ ৰাজনীতি কৰাৰ মন। কোন কেতিয়া বি‌ জে পি ৰ জেপত সোমাই তাৰ থিক নাই।
@prasantadutta9386
@prasantadutta9386 21 день назад
সুন্দৰ পদক্ষেপ লোৱা হৈছে । শিৱসাগৰৰ দৰে সকলো জিলাতে এনে পদক্ষেপ লব লাগে ।
@dijengogoi6646
@dijengogoi6646 25 дней назад
কোনো কাৰণত অসমৰ মাটি বাহিৰৰ মানুহক বিক্ৰী কৰিব নোৱাৰিব।
@shibanikataky2946
@shibanikataky2946 23 дня назад
সঠিক সময় সঠিকভাৱে এইয়াই উত্তৰ দিব লাগে। আপোনাৰ লগত আছো দাদা।
@user-lg3ng9ke4n
@user-lg3ng9ke4n 25 дней назад
বিজেপি চৰকাৰ থকালৈকে অনা অসমীয়া দপ দপনি থাকিবই। এইখন হিন্দি বলয় চৰকাৰ।
@nijumonidas155
@nijumonidas155 17 дней назад
Congress sorkar thakile besi bya hol hoi
@arunbrnd1330
@arunbrnd1330 17 дней назад
Mzaa
@binoykalita7597
@binoykalita7597 25 дней назад
অসম আৰক্ষীৰ কিছুমান বিষয়াই বনিয়াৰ পৰা মাহেকীয়া কৰ সংগ্ৰহ কৰে।এই বিষয়াবোৰ জাতিদুহী।
@techtipssupported8958
@techtipssupported8958 24 дня назад
@@binoykalita7597 tq so much🙏🙏🙏
@sankarchandranath9340
@sankarchandranath9340 24 дня назад
....
@sankarchandranath9340
@sankarchandranath9340 24 дня назад
🎉🎉🎉🎉🎉🎉🎉🎉
@sankarchandranath9340
@sankarchandranath9340 24 дня назад
😮
@sankarchandranath9340
@sankarchandranath9340 24 дня назад
Dhainyabad sb assam.
@gopinathtalukdar6013
@gopinathtalukdar6013 25 дней назад
জাতিৰ অষ্টিত্ত সুৰক্ষাৰ বাবে অতি উত্তম পদক্ষেপ গ্ৰহণ কৰিছে বুলি ভাবো অতি আদৰনিয় এইয়া
@romanphukan5513
@romanphukan5513 22 дня назад
আটাছুকে আদি কৰি ৩০ টা সংগঠনৰ পদক্ষেপক আদৰণি জনাইছো। কেৱল শিৱসাগৰতে নহয় সমগ্ৰ অসমতে এনে সিদ্ধান্ত গ্ৰহন কৰিব লাগে।
@RatulGayon
@RatulGayon 21 день назад
শৃংখল চলিহাৰ কাষত অসমৰ ৰাইজ একগোট হৈ ঠিয় দিয়ক।নহলে অসমত অসমীয়া নাথাকিব।জয় আই অসম।
@BabitaDas-hp3gj
@BabitaDas-hp3gj 12 дней назад
মাননীয় সদনলৈ আৰু এটা পদক্ষেপ লবলৈ কম বৰ্তমান অসমত প্ৰচলিত স্বপিংমল সমুহেও আমাৰ গ্ৰাম্য অৰ্থনিতী একেবাৰে কোঙা কৰি পেলাইছে বজাৰ দোকান বোৰ চাব নোৱাৰা হ'ল দিনটো বহি থাকিলেও বিক্ৰিৰ নামত এখন ঘৰ চলিব পৰাকৈ উপাৰ্জন নহয়।
@janulahon9911
@janulahon9911 25 дней назад
সুন্দৰ পদক্ষেপ লৈছে শিবসাগৰত।
@techtipssupported8958
@techtipssupported8958 24 дня назад
@@janulahon9911 tq so much🙏🙏🙏
@ranjugogoi419
@ranjugogoi419 18 дней назад
বোপা তোমাৰ লোকলৈ অশেষ ধন্যবাদ 1000 like dhmajai
@padmaphukan4605
@padmaphukan4605 22 дня назад
হিমন্ট ক নেখেদালে অসমীয়া মৰিবলৈ বেছি দিননাই
@MotilalGogoi
@MotilalGogoi 2 дня назад
ছলিহা দা অসমত অকল অসমিয়া ভাসা হব লাগে ধন্যবাদ
@pranabpatgiri1180
@pranabpatgiri1180 25 дней назад
সুন্দৰ পদক্ষেপ লৈছে, শিবসাগৰত একত্ৰিত হোৱা প্ৰতিটো সংগঠনক ধন্যবাদ জনালোঁ আমি এনেদৰে আগবাঢ়ি যাব লাগিব নহলে বহিৰাগত বনিয়াই সুবিধা লৈ থাকিব
@techtipssupported8958
@techtipssupported8958 24 дня назад
@@pranabpatgiri1180 tq so much🙏🙏🙏
@HariCharanKalita-fu8kt
@HariCharanKalita-fu8kt 24 дня назад
শৃংখল চলিহাৰ কথা আৰু কামৰ বিষয়ত সদায় নিৰীক্ষণ কৰি আহিছোঁ, তেওঁৰ কথআবওৰত নিজৰ জাতিটোৰ সামগ্ৰীক ভাবে মুলত সংৰক্ষণ, উত্তৰণৰ হকে যুঁজ দি আহিছে, তাৰ বাবে তেওঁ তথাকথিত অসমৰ অসমীয়া চৰকাৰী প্ৰশাসনৰ পৰাই উৎপিৰিত হৈ অহাৰ দেখি আহিছোঁ। কিন্তু শৃংখলৰ সত্তা আৰু মনওবলক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ভৱিষ্যতলৈও এইদৰে কৰি যাবলৈ ভগৱানে শক্তি দিয়ক। আচলতে যি দেখি আহিছোঁ, যে অসমৰ অসমীয়াত্ব, জাতিয়ত্ব আৰু ভাব ভাষা ৰক্ষা কৰাৰ ক্ষেত্ৰত উজনি অসমৰ সকলো ৰাইজ আৰু বিভিন্ন সামাজিক সংগঠন সমূহে যি ধৰণৰ ভূমিকা তাৎক্ষণিক ভাবে আৰু আন্তৰিকতাৰে গ্ৰহণ কৰি আহিছে তাৰ বাবে উজনি অসমৰ জনসাধাৰণ আদিৰে পৰা আমি নামনি অসমৰ জনসাধাৰণ নকৈ অধিক আগবঢ়া বুলি স্বীকাৰ কৰিব‌ই লাগিব । স্বীকাৰ কৰোও । আমিহে কবলৈ গলে সোৰোপা অসমীয়া হৈ পৰিছে লাওজ অনুভৱ নহয় । এনেহেন লাগে আমাৰ তেজত কিবা বঙলুৱা উদ্যান মিহলি আছে । যিয়েই নহ‌ওক অসম আৰু অসমীয়া জাতি উচ্চ শিললৈ জীয়াই ৰখাৰ চেষ্টা সজোৰে কৰি যাব লাগিব ।
@TarunKumar-oo8nc
@TarunKumar-oo8nc 22 дня назад
শৃংখল চলিহা জিন্দাবাদ।
@JakirHussain-nh7ho
@JakirHussain-nh7ho 20 дней назад
আমাৰ অসমীয়াই সজাগ হবৰ হল। নহলে আমাৰ ভুপেনদাই কোৱাৰ দৰে হব। জাগ জাগ জাগ অসমীয়া জাগ। জই আই অসম
@SanjibDaimari-vm7rl
@SanjibDaimari-vm7rl 22 дня назад
ভূপেনদাই তেতিয়াই কৈছিল "আমি অসমীয়া নহওঁ দুখীয়া বুলি শান্তনা লভিলে নহব" সেয়েহে গোটেই অসম আমি থলোরাই এক গোট হব লাগে। মই জাতিৰ লগত আছু। কাৰবিআংলং, অসম।
@abdulmotalebchoudhury1106
@abdulmotalebchoudhury1106 3 дня назад
বীৰ বসন্তৰ আৰু বীৰ সৃঙ্খল চলিহাৰ লগত আমি অসমৰ প্ৰতি টো জাতীয় সংগঠন এক মত, অন্যায় অত্যাচাৰৰ বিৰুদ্ধে, আমি শেষ বিন্দু তেজ থকা লৈকে, যুঁজি আহিছোঁ, আৰু আন গত দিনত যুঁজি যাম, মাতৃ ভূমিক শ্ৰোদ্বা কৰা ঈমানৰ অংশ এয়া কোৰাণৰ বাণী, যাৰ উদাহৰণ দিল্লীৰ ইণ্ডিয়া গেটত আজিও বিদ্যমান।। ইয়াতে আমছুৰ দিশে, আঙুলি টোৱোয়া টো, ৰাজনৈতিক ষড়যন্ত্ৰৰ ভিন্ন, অন্য একো নহয়, সেই সকল সংঘৰ্ষ লগোৱাৰ নিকৃষ্ট কাপুৰুষ ! উচুটিয়াই আমাক গছত উঠাব বিচাৰে!! সাৱধান।
@asomiaasom6008
@asomiaasom6008 22 дня назад
জাতিদ্ৰোহী গাদ্দাৰ হিমন্ত বেয়াৰ গুণ্ডা কিন্তু শৃংখল চলিহা মহান অসমীয়া জাতিপ্ৰেমী বীৰ । হিমন্ত হতে বিদেশী বহিৰাগতৰ ওচৰত চুৱাচেলেকা পোহনীয়া গোলাম ভৃত্য কিন্তু লাচিত সেনে কৃষক মুক্ত জনজাতীয় ৩০ সংগঠন আৰু আলফা স্বতন্ত্ৰ স্বাভিমানী অসমীয়া ।জয় আই অসম ।
@lalithazarika0110
@lalithazarika0110 21 день назад
বসন্ত গগৈয়ে ভাল কথা কৈছে।
@jugendraboruah8614
@jugendraboruah8614 21 день назад
আমিৰ পাৰিলে নিজৰ মানুহৰ মাজত আদান/ প্ৰদান,বেপাৰ/বানিজ্য কৰিব লাগে। তেতিয়া নিজৰ মানুহৰ কেইজন উপকৃত হ'ব।
@PadmaLalung-iq7ik
@PadmaLalung-iq7ik 25 дней назад
সমগ্ৰ অসমতে থলোৱা অসমীয়া অধিকাৰকলৈ সচেতন হোৱাৰ সময় সমাগত ৷ নহলে এদিন সকলো হেৰাব ৷আমি এক৷
@induprovagogoi9597
@induprovagogoi9597 24 дня назад
Khub hundararu hamai upajugi pdakhep.Hakalua hakriyahahajug kara usit.
@BhadrakantaBorah-m8b
@BhadrakantaBorah-m8b 19 дней назад
সুন্দৰ সিদ্ধান্ত অসমৰ চুকে কুনে জাগ্রত হওক এই নিয়াই সংগ্রাম,জয় আই অসম।।
@ujjalekka3601
@ujjalekka3601 24 дня назад
100%.right.koth.koise.good.disision
@pranabkhakhalary539
@pranabkhakhalary539 21 день назад
আমি অসমীয়া নহয় দুখীয়া বুলি কৈ থাকিলে নহব! অসমীয়াই স্বাৱলম্বী হব লাগিব,ব্যৱসায় বাণিজ্য সকলো কাম নিজে কৰিব লাগিব তেতিয়াহে অসমীয়া জীয়াই থাকিব।
@dilipchandradas2292
@dilipchandradas2292 17 дней назад
শৃংখল চলিহা আৰু বসন্ত গগৈ আপোনালোক দুয়োৱে অসমীয়া জাতিটো ৰক্ষা কৰাৰ বাবে নেতৃত্ব লওঁক‌ । নহলে মূখা পিন্ধা নেতাবোৰে জাতিটোৰ লগতে আই অসমীক বন্ধকত দিব। সেয়েহে, আপোনালোকে জাতিটোৰ লগতে আমাৰ জন্মভুমি আইক বচাওক । আপোনালোকৰ পদক্ষেপত সকলোৰে সমৰ্থন আছে।
@abdulhekim5770
@abdulhekim5770 25 дней назад
বহিৰাগত অনা অসমীয়া ক আমাৰ মানুহে সুবিধা দিছে । গতিকে তেওঁলোকে সুবিধা লৈছে।
@tarunkalita9495
@tarunkalita9495 17 дней назад
শৃঙ্খল চলিহা আৰু বসন্ত গগৈলৈ আন্তৰিক শুভেশ্যা থাকিল ৷আমিও আছো আপোনালোকৰ লগত৷
@user-kd4pv9nf8s
@user-kd4pv9nf8s 21 день назад
সুন্দৰ পদক্ষেপ, এই পদক্ষেপ অসমত বিয়পাই দিয়া।
@user-ep3px6zr1x
@user-ep3px6zr1x 25 дней назад
অতি সুন্দৰ পদক্ষেপ ।
@rashmidas2756
@rashmidas2756 12 дней назад
আমি আপোনালোৰ আলোচনাক ধন্যবাদ জনাইছো. আৰু আমিও আপোনালোকৰ লগত আছো.
@BharatPegu-t2u
@BharatPegu-t2u 21 день назад
এই বিলাক চাবলৈ নাই দাইৰেক মাৰিদিব লাগে পুলিচ ৰ কথা নাই
@NehoruRamday
@NehoruRamday 12 дней назад
মই এক মত। আপুনি জন জাতিৰ সংগ্ৰামী সংগঠন সকলোক আহ্বান কৰিব লাগে।
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 23 дня назад
হেৰৌ ৰাজনীতিকৰ RSS অৰ চুব়া চেলেকা অসমীয়া যুৱকৰ দল নিজক চিনিবলৈ শিকা । নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকা ।
@santoshbora6545
@santoshbora6545 9 дней назад
শিৱসাগৰক আদৰনী জনালোঁ ৷ধেমাজি ,নগাঁৱৰ কথা সকলোৱে মনত পেলাওক ৷
@LakhyajyotiHazarika-yi1ln
@LakhyajyotiHazarika-yi1ln 20 дней назад
Xundar padakhep, bir Lashit sena..
@mrinalmedhi8346
@mrinalmedhi8346 10 дней назад
জয় আই অসম, বীৰ লাচিত সেনা জিন্দাবাদ
@mainudavi9510
@mainudavi9510 25 дней назад
লাচিত সেনাৰ যিকোনো ফোন নমবৰ লাগে । please বহুত মানসিক রুগত ভূগি আছো
@ranachetia433
@ranachetia433 День назад
যোৱা 9 তাৰিখে ।গনেছ পূজাৰ মুৰ্তি বিসৰ্জন সময়ত।আমাৰ আয়ে বৈ দিয়া গামমুছা খনক অপমান কৰে। অনা-অসমীয়া সকলে আমাৰ সন্মুখত বিহাৰি পূজাত দিঙিত গামমুছা লৈ মাকুম জংচনৰ নিছিনা ঠাইত।নাছ বাগৰ। ইয়াৰ ওপৰত আমি অসমীয়া নি ৰব ভূমিকা।ময় ভাবিবলে বাধ্য এই বিলাক বজৰঙ দলৰ কাম।কাৰন আমাৰ অসমীয়া দুৰ্গা পূজা বিসৰ্জন সময়ত অসমীয়া বিহুগীত অশিলীন বুলি কৈছিল।
@kingcobragaming7689
@kingcobragaming7689 25 дней назад
Good disision
@partharoy5158
@partharoy5158 18 дней назад
Atia ami ek hoi thakibo lagibo
@kingcobragaming7689
@kingcobragaming7689 25 дней назад
Asamyar pravutya thakibalagibo
@techtipssupported8958
@techtipssupported8958 24 дня назад
@@kingcobragaming7689 tq so much🙏🙏🙏
@juganandrahatiboruah9766
@juganandrahatiboruah9766 9 дней назад
অতি সুন্দৰ পদক্ষেপ ।আমি আছোঁ ।লখিমপুৰ
@BimalaGogoi-q8j
@BimalaGogoi-q8j 24 дня назад
সুন্দৰ পদক্ষেপ।
@GopiBoro-wn5tu
@GopiBoro-wn5tu 9 дней назад
Very good Brother 👍
@rudragogoi1981
@rudragogoi1981 25 дней назад
মাৰোৱাৰী অসমৰ পৰা গুচি গ'লে বিহাৰী লগত এনেয়ে যাবগৈ।
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 11 дней назад
শৃংখল, বসন্ত, নিতু ....go ahead. ..god is with u , with us ....
@sunitgogoi4425
@sunitgogoi4425 25 дней назад
100% Right kotha koise
@MotilalGogoi
@MotilalGogoi 2 дня назад
ধেমাজিত মই আছো আপোনালোকৰ লগত
@dhrishnita3646
@dhrishnita3646 17 дней назад
আগবাঢ়ি যাওক । সহযোগ থাকিব । বিভিন্ন প্ৰলোভন আহিব। আশাকৰোঁ কোনো ৰাজনৈতিক দলৰ সহযোগ নলব আগলৈ।
@MaramiHandique
@MaramiHandique 11 дней назад
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ধন্যবাদ।
@NehoruRamday
@NehoruRamday 12 дней назад
হেমন্ত শৰ্মা মুখ্য মন্ত্ৰীৰ সংসদত মিঞা খিদিম কয় আগফালে আৰু পিছফালে দি কয় যানানে নৰেন্দ্ৰ মোদীক ক্য় যে মই অসমীয়া সকলক অলপ সমৰ্থন কৰিছো কেইদিনমানৰ বাবে কেইদিমানত থান্দা কৰি দিম ছাৰ। অসমৰ, সংগঠন লিদাৰবোৰক দুই এটাক জেলত সুমাই দিলেই থিক হৈ যাব ছাৰ।
@NandaTaye
@NandaTaye 10 дней назад
Very good discussion.I agree 200%
@Totallynotlordheaven
@Totallynotlordheaven 7 дней назад
This is the voice of an Axomiya...... Basanta Dangoria.....👌👌👌🙏🙏🙏
@SukurAli-yz1wj
@SukurAli-yz1wj 12 дней назад
ইয়াৰ সুবিচাৰ হব লাগে ; হিন্দু মুছলিম বুলি কোনো কথা নাই ।
@monikabori2301
@monikabori2301 14 дней назад
লাচিতৰ দিন আকৌ উভতি আহিছে ।
@rupaliborag7293
@rupaliborag7293 12 дней назад
শিংখল চলিহা জিন্দাবাদ। জয় আই অসম। অসম।
@MadhurjyaBoruah-fn5pr
@MadhurjyaBoruah-fn5pr 20 дней назад
বাহিৰা মানুহে কৰা কামবোৰ আমি কৰিব লৈ শিকিব লাগিব। তেতিয়াই বাহিৰাগত নিজেই আতৰি যাব।
@Hemantaphukan143
@Hemantaphukan143 13 дней назад
সুন্দৰ পদক্ষেপ লৈছে❤❤ একমত
@jantihazarika412
@jantihazarika412 10 дней назад
শৃংখল চলিহাৰ লগত আমি সকলো একমত
@manjulabaruah6216
@manjulabaruah6216 14 дней назад
এই ছোৱালী জনি কেৱল শিবসাগৰৰে ‌ নহয় তাই অসমীয়া। আমাক বিচাৰ লাগে
@dr.abutaherahmed9180
@dr.abutaherahmed9180 20 дней назад
আদৰ্শ ক খামুচি ধৰি গম্বুজ ৰ দৰে ঠিয় হৈ থকা শৃঙ্খল চলিহা লৈ উষ্ম অভিনন্দন জনালোঁ।
@gcmedhi8063
@gcmedhi8063 6 дней назад
কথাই কামে বজাৰে পথাৰে আমি সংগবদ্ধ হৈ থাকি আগুৱাই যাবই লাগিব ইয়াত কোনো বহিৰাগতৰ সংগঠন নচলিব। বলব'ম ৰ নামত যি বিজতৰীয়া সংস্কৃতি চলি আছে অতি সোনকালেই বন্ধ কৰিব লাগে
@onpassion6939
@onpassion6939 10 дней назад
এই আন্দোলনৰ পৰিসৰ সমগ্ৰ অসমৰ চুকে কোনে বিয়পি পৰক সামগ্ৰিক অসমৰ খিলঞ্জীয়াৰ ভবিষ্যতৰ সুৰক্ষাৰ বাবে। জয় আই অসম। বৃটিছতকৈ বহুগুণ কু বুদ্ধিৰ মানসিকতাৰ বৰ্তমানৰ বণীয়া সকলক বৰ্জন আমাৰ নিতান্তই প্ৰয়োজন।
@deeptihazarika9934
@deeptihazarika9934 14 дней назад
অসমীয়া একমত হ'ব লাগে।
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 7 дней назад
অনা অসমীয়া সংগঠন অসম অত ততালিকে বন্ধ কৰক, অসমত কোনো অনা অসমীয়া ই মাটি কিনিব নোৱাৰিব, তেতিয়াহে অসম জীয়াই থাকিৱ।
@RobiDihingia
@RobiDihingia 18 дней назад
Moi dhemajir hoi, cingkhol soliha dadar etau misa ba Bea kotha nokoe,joi ai akhom
@dipakpatowary572
@dipakpatowary572 14 дней назад
প্ৰথম step টো এ হব লাগে অনা অসমীয়া ৰ কোনো ধৰণৰ সংগঠন অসমত হব নোৱাৰিব, ৫০ শতাংশ সমস্যা তেতিয়া ই সমাধান হব ,মোৰ বিশ্বাস
@user-rk7is2db1j
@user-rk7is2db1j 18 дней назад
আমি শৃংখল চলিহাৰ লগত।
@ratulsaikia5175
@ratulsaikia5175 6 дней назад
30 সঙ্গঠনৰ সিদ্ধান্তত একমত
@RijuMahanta-li7ho
@RijuMahanta-li7ho 16 дней назад
এয়া আমাৰ অসমীয়া ডেকা জয় আই অসম
@user-gd1rf3vb4v
@user-gd1rf3vb4v 13 дней назад
অসমৰ সকলো জিলাত শূখল চলিহাৰ নিচিনা মানপেমি জন্ম হওক তাৰে কামনাৰে
@user-gd1rf3vb4v
@user-gd1rf3vb4v 13 дней назад
অসমৰ সকলো জিলাত শূখল চলিহাৰ নিচিনা মানবপেমি জন্ম হওক তাৰে কামনাৰে
@dipakpatowary572
@dipakpatowary572 14 дней назад
শৃংখল দাদা যোৰ পুৰি হাত পালেহী, বৰ্তমান অসমীয়া বুলি কলে অকল অসমীয়া ভাষা কোৱা মানুহ খিনি হে , গতিকে আৰু ৰখিবলে সময় নাই , প্ৰতিজ্ঞাবদ্ধ হওক , আমি অসমীয়া বুলিলে ,অকল অসমৰ থলুৱা মানুহ খিনি হে,
@rituponfuna-z1645
@rituponfuna-z1645 10 дней назад
Right kotha koise singkhol da ami asu😊❤
@JanRajkonwar-cf2dv
@JanRajkonwar-cf2dv 15 дней назад
অতি সুন্দৰ পদক্ষেপ👍👍👍
@nibagaro6976
@nibagaro6976 11 дней назад
সকলো এক হব লাগিব ,সকলোককে মা 11:52 11:52 তি লোৱাত
@junmonideori3319
@junmonideori3319 15 дней назад
অতি সুন্দৰ কথা খিনি সত্য।
@tuleswardeogharia9192
@tuleswardeogharia9192 25 дней назад
আমি এই ক্ষেত্ৰত ঐক্য । সজাগ হওঁক অসমীয়া ।
Далее
iPhone 16 - презентация Apple 2024
01:00
Просмотров 116 тыс.
iPhone 16 - презентация Apple 2024
01:00
Просмотров 116 тыс.